Morning বানান উচ্চাৰণ কৰিব নোৱাৰাত খঙত অগ্নিশর্মা হ'ল শিক্ষামন্ত্ৰী ৰনোজ পেগু !

  Рет қаралды 73,106

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер: 116
@tileswartahu8675
@tileswartahu8675 2 күн бұрын
মাত্ৰা থকা এ-কাৰ আৰু মাত্ৰা নথকা এ-কাৰ......... প্ৰথম শুনিছোঁ
@dipankarkalita6127
@dipankarkalita6127 2 күн бұрын
মন্ত্ৰীসকলৰ গুণোৎসৱ হলে ভাল হয়।
@ProtimaDutta-g1e
@ProtimaDutta-g1e 2 күн бұрын
পাগলামিৰ ও এটা সীমা থাকে ।
@DBARMAN-v6c
@DBARMAN-v6c 2 күн бұрын
সকলো প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ ছাত্ৰ ছাত্ৰীয়ে দিব নোৱাৰে । বিশেষকৈ মন্ত্ৰীৰ আগত।
@SunGohain-q5m
@SunGohain-q5m 2 күн бұрын
শিক্ষা বিভাগৰ মন্ত্ৰী আৰু চৰকাৰৰ দুৰ্বলতা।
@MukulGoswami-k9w
@MukulGoswami-k9w 2 күн бұрын
মাত্ৰা থকা আৰু নথকা একাৰৰ বিষয়ে কোনো ব্যাকৰণত পোৱা নাই ।
@NATHNELKACHAP
@NATHNELKACHAP 2 күн бұрын
শিক্ষা মন্ত্ৰীয়ে নিজে লিখা ব্যাকৰণত এ কাৰ দুটা আছে 😂😂😂
@jyoti4632
@jyoti4632 Күн бұрын
এটো পাগল হল সলনি কৰিব লাগে
@ChittaRay-t3i
@ChittaRay-t3i 2 күн бұрын
দেশৰ ভবিষ্যৎ প্ৰাইমাৰী ইস্কুলৰ কন কন ছাত্ৰ ছাত্ৰী বোৰ।।।।। কিন্তু শিক্ষক বোৰক প্ৰায় কিবা নহয় কিবা কামত লাগাই ৰাখে।।।।। পাঠদান দিব পঢ়ুৱাব সুবিধা নাপায়।।।। তেন্তে এনেকুৱা ই হব
@RanjanMahanta-jk4rl
@RanjanMahanta-jk4rl 2 күн бұрын
এ কাৰ দুদাল বুলি আজিহে গম পালো, অসমীয়া অভিধান কেতিয়া সলনি হ'ল তাকো গম নাপালো😊
@dilipgoswami7547
@dilipgoswami7547 2 күн бұрын
এইয়াই সৰ্বশিক্ষাৰ দান, আৰু ফ্ৰী দিয়ক,ফেল কৰা ব্যৱস্থা দূৰ কৰক ল'ৰা-ছোৱালীৰ পৰিবৰ্তন হ'ব
@muktiborah-pe6ix
@muktiborah-pe6ix 2 күн бұрын
মাত্ৰা থকা এ- কাৰ আৰু মাত্ৰা নথকা এ-কাৰ কথা আজি প্ৰথম শুনিছোঁ। এই বিষয়ে অসমীয়া ভাষাৰ বিশেষজ্ঞ সকলে ভালকৈ বুজাই দিলে ভাল হয়। সোঁৱৰণী, তেল, ৰণোজ কি পাৰ্থক্য বুজি পোৱা নাই।
@kp23456
@kp23456 2 күн бұрын
এনেকুৱা ভিজিত bEEO Inspector crcc সকলে মাজে মাজে কৰিলেহে শিক্ষক শিক্ষা ছাত্ৰ উন্নতি হব
@BitulBora-tr2zn
@BitulBora-tr2zn 2 күн бұрын
ঠিক কৈছে
@RajibKuli-in3gb
@RajibKuli-in3gb Күн бұрын
পিছে শুদ্ধকৈ শিকায় যোৱা হলে ভাল আছিল 😂😂😂
@guptasarmah8949
@guptasarmah8949 2 күн бұрын
শিক্ষামন্ত্ৰী মহাশয় এ-কাৰ দুডাল নহয়, এডালেই । মাত্ৰ ব্যৱহাৰ দুই ধৰণৰ।
@nikhilphukan8279
@nikhilphukan8279 Күн бұрын
শিক্ষা পৰিদৰ্শনকাৰী নিয়োগ কৰা উচিত ।
@vineswithaditya7710
@vineswithaditya7710 2 күн бұрын
কোন খন ব্যাকৰণত এই নিয়মটো আছে, অনুগ্রহ কৰি জনালে ভাল পালোঁ হেঁতেন।
@PranabjyotiBorah-c6c
@PranabjyotiBorah-c6c 2 күн бұрын
Hasa
@bhaskarborah-lh4vr
@bhaskarborah-lh4vr 2 күн бұрын
Pagol hoi jam
@kodoley09
@kodoley09 Күн бұрын
Very nice team l keep updating
@purnakantachutia7433
@purnakantachutia7433 Күн бұрын
Wonderful....
@JayantaChangmai-bs3py
@JayantaChangmai-bs3py 22 сағат бұрын
মন্ত্ৰী ডাঙৰীয়া সেইডাল মাত্ৰা নাইকিয়া এ কাৰ নকয় অৰ্ধ মাত্ৰা থকা এ কাৰহে। আৰু একাৰ দুডাল নহয় এডালেই, শব্দ ৰ আৰম্ভণিতে অৰ্ধ মাত্ৰা হয় ,মাজত হ'লে পূৰ্ণ মাত্ৰা হয়।
@DulalSaikia-v4y
@DulalSaikia-v4y 2 күн бұрын
শিক্ষামন্ত্ৰী মহোদয় লৈ ভয়কৰাটো স্বাভাবিক কাৰণ চি আৰ চি চি য়ে কিবা সুধিলে ও ছাত্ৰ ছাত্ৰী সকলে ভয় কৰে ।
@NurulAmin-f2t4z
@NurulAmin-f2t4z 23 сағат бұрын
সকলো বিদ্যালয়ত এনেকোৱা হ'ব লাগে।
@cyber9345
@cyber9345 Күн бұрын
Good job tight diyok aru 🙏
@oscarregon9160
@oscarregon9160 2 күн бұрын
Good step
@Labdub188
@Labdub188 7 сағат бұрын
এখেতক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক নিযুক্তি দিলে ভাল হ'ব । অসমীয়া ভাষা তেতিয়াহে জহন্নামে যাব ।
@jagadishdaimary3806
@jagadishdaimary3806 2 күн бұрын
Kisuman slow learner student 1jone najane hobapare but it doesn't mean that everyone doesn't know.. Sir try to understand.
@anilhazarika9323
@anilhazarika9323 2 күн бұрын
Gunotsav pati labh nai school inspection monthly koribo lagibo.
@rajeevdas5135
@rajeevdas5135 Күн бұрын
চৰকাৰে ধন অপচয় কৰি আছে gunotsav নামৰ নাটকৰ বাবে😂
@dijenborthakur1393
@dijenborthakur1393 Күн бұрын
আপুনি অসমৰ সকলো PM Shri স্কুল পৰিদৰ্শন কৰক।
@pranjitmajumdar2895
@pranjitmajumdar2895 8 сағат бұрын
Respected Sir, xoyoroni aru ronoj ei duta xobdot a kar nathake, o kar he thake
@sukuramkachari72
@sukuramkachari72 2 күн бұрын
😂😂 দেখা দেখি শিক্ষার্থী 100% পাই যাব,,, এনেদৰে ে কাৰ দুটা ,,, প্রথমে ে কাৰ থাকিলে মাজত মাত্রা ডাল নাথাকে ,,,, মানে ম‌ই 0 বুজিছো😂😂
@ProtimaDutta-g1e
@ProtimaDutta-g1e 2 күн бұрын
হয় দেই মই. ও ঘণ্টা দাল বুজিছো
@KamilKerkertta
@KamilKerkertta Күн бұрын
Ronus Pegu বলিয়া হৈছে নহলে তেওঁ জলিয়াতি কৰী দক্তৰী উপাধি লৈছে ।
@marymargarethkujur6510
@marymargarethkujur6510 2 күн бұрын
Education department should evaluation like this. For the development of students
@assampolice13th
@assampolice13th Күн бұрын
প্রথমে নিজে ভালকৈ অসমীয়া জানি লোৱা ভাল
@LabajitGohain
@LabajitGohain Күн бұрын
বি জেপি চৰকাৰ দিনৰ পৰাই অসমীয়া ভাষাত এ কাৰ দুডাল
@PulinSewali
@PulinSewali 2 күн бұрын
গুণোৎসৱত মই দেখিছোঁ বহু শিক্ষকে অসমীয়া বা ইংৰাজী কৱ তথা লিখিবও নাজানে কিয় ? আপোনালোকে চাবচোন ৰাইজৰ মাজত সাহিত্য , বিজ্ঞান , অংক , ভূগোল , ৰাজনীতি, অৰ্থনীতি , দেশৰ সমস্যা ইত্যাদি, ইত্যাদি কথা চৰ্চা হ'লে যিজন শিক্ষকে মনে মনে বহি থাকে বা কোনো অজুহাত দেখুৱাই আঁতৰি যায় আপোনালোকে জানিব যে সেই জন শিক্ষাত অলপ দূৰ্বল। ( সকলো শিক্ষক নহয় বাৰু) । নে মই মিছা কলো ?
@biswaspegu3068
@biswaspegu3068 Күн бұрын
Atleast মন্ত্ৰী মহোদয়ে শুদ্ধকৈ শিকাই যোৱা হলে ভাল আছিলে 😅😂
@abulkhair547
@abulkhair547 2 күн бұрын
যদি প্ৰয়বেট স্কুলৰ ছাত্ৰ ছাত্ৰী যদি চৰকাৰী বিদ্যালয়ৰ হৈ পৰিক্ষা নিদিয়ে তেনেহলে হে আছল টো ওলাব
@girishchandrasharma5023
@girishchandrasharma5023 2 күн бұрын
এ কাৰ যদি দুডাল থাকে তেন্তে আমি প্ৰাথমিক বিদ্যালয়ত পঢ়োতে আমাৰ চাৰ সকলে আমাক এ কাৰ এডাল বুলি ভুলকৈ শিকালে
@ambikakrishna5793
@ambikakrishna5793 2 күн бұрын
এৰ চিন এই কাৰ এডাল বুলি হে আমি জানো। এটা শব্দ কব নোৱাৰি লেই এজন ছাত্ৰৰ মগজুৰ তীক্ষ্ণতা নাই বুলি কোৱাটো সম্ভৱ নহয়।
@assamtravelbankimvlogs738
@assamtravelbankimvlogs738 2 күн бұрын
Kunu ejon dujon student najanibo pare..eitu imn dangor kotha nohoi.. ejonok evaluation kori kole nohobo.... Student jon regular school aahe ne naahe baa pohe ne nopohe ghorot..eiburu sabo lgno..hoi kisu khetrot teacher r koroniyo ase..eitu nhoi teacher e pohabo Jona niii.. nhle tet exam, deled B.ed, education policy.. department, sobote kena ase...
@ahmadulhaquemazumder675
@ahmadulhaquemazumder675 2 күн бұрын
This will happen commonly if there are more UTSAV than MAIN STREAM education in the schools.
@mahbubulhoque9801
@mahbubulhoque9801 Күн бұрын
Ane school bohut ase...external bur hombordona te sob hoi Jai..
@mongolsoren1127
@mongolsoren1127 2 күн бұрын
ছাৰ,শিক্ষক সকলৰ একো দোষ নাই। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ দোষ আছে।
@noiseassambrainers
@noiseassambrainers 2 күн бұрын
দোষ সকলোৰে।
@mintukalita3389
@mintukalita3389 2 күн бұрын
এ কাৰৰ আগত মাত্ৰা নাথাকে কথাষাৰ বুজি নাপালো।বাকী কিছুমান চৰকাৰী বিদ্যালয়ৰ কথা কি কম গুণোৎসৱৰ কেইদিন খুব পঢ়াব বাকী কেইদিন ,,,,,,,,, কবলৈ গলে অভিভাৱকৰ সভাত নামাতে আৰু।
@NabiyurRahman-o9f
@NabiyurRahman-o9f 2 күн бұрын
Dr. Ronus pegu Sahab, Teacher k Traning pati sikabo lagisil, students r osorot teacher k beya ke kobo nelage.....,
@dipuchakravorty
@dipuchakravorty Күн бұрын
"এ " কাৰ এডালেই। কৰবাত মাত্ৰা ব্যবহাৰ হয় আৰু কৰবাত নহয় । মন্ত্ৰী মহোদয় ৰ দুডাল এ কাৰ কৰ পৰা আহিল নাজানো।।।
@bhupengogoi9207
@bhupengogoi9207 9 сағат бұрын
Sivasager aha karana namaskar apuni kuwa katha hiyta Karan gunausaban kuwatutha guruta diya
@rinasamaddar6979
@rinasamaddar6979 21 сағат бұрын
ধানৰ লগত পতন থাকিব ই।
@dilipborah1321
@dilipborah1321 Күн бұрын
😂😂😂😂 কৃষ্ণহে বুলিলো আৰু
@kohinurislam2940
@kohinurislam2940 Күн бұрын
Bhal koi khuwaisel sagy 😅
@mousm6612
@mousm6612 2 күн бұрын
Rajnitibid aru xikhok...kak xonman koribo lage raije jane aru buji pai...bhul hoi jai..
@MohanChaharia
@MohanChaharia Күн бұрын
বহুত ভাল কৰিছে শিক্ষামন্ত্ৰীয়ে
@bksworld4751
@bksworld4751 Күн бұрын
A kar edale goru sala.... Ane gadho bilak montri hoi ase.
@manojkumardutta8590
@manojkumardutta8590 2 күн бұрын
Aijonor nijor aku nai dhurasap cm sir ag koi seituhe hoi
@dhanjitdeka2979
@dhanjitdeka2979 2 күн бұрын
Gunotsav patients student r test Kara najai--teache r he test Kara hoi/jadi ami arthat raije EM Pegu dangariya r gunotsav pato---apuni fail karar chance 80 percent ase/
@suranjanadevray8047
@suranjanadevray8047 5 сағат бұрын
Aibilakok sakorir pora bahir kori dibo laga sar.ami tet pass kora bor asu nohow.
@BhabeshNath-e7q
@BhabeshNath-e7q Күн бұрын
Jarabari Neheru LP school teacher ni ami xumabo parim neki aru parile ki ki dibo lagibo document
@AnjalNarah
@AnjalNarah 2 күн бұрын
1+1=2 hobo Protomtu nohoi next + hobo lagibo
@KeshabGogoi-v8q
@KeshabGogoi-v8q Күн бұрын
ে কাৰ আৰু ো কাৰ পার্থক্য শিক্ষা মন্ত্ৰীয়ে নাজানে।
@jboruah9389
@jboruah9389 2 күн бұрын
শিক্ষা মন্ত্ৰীৰ শিক্ষা দান. 😂😂😂। উপাই নাই
@Indian23537
@Indian23537 Күн бұрын
Evaluation koriboloi juakeijon mangsho bhat khai gusi ahe. Logot gamucha akhon loi photo diye😅😅😅
@mousumiakhter9418
@mousumiakhter9418 2 күн бұрын
Ardha matra thakae as far I know..
@priyatoshsinha3288
@priyatoshsinha3288 2 күн бұрын
It is now a fashion to harass teacher
@moniboro2435
@moniboro2435 2 күн бұрын
Its. True. A. Grade. Kanekua. Pale. Aji. Kio. 0. Grade. hol
@saikia1750
@saikia1750 Күн бұрын
Principal tuk hudib lgisil moi tat aa poha aitu aaa akhomiau pohib najane sai sai nam jitu
@Rohit62837
@Rohit62837 2 күн бұрын
মাত্রা নথকা একাৰ কত আছে?
@munuanandasaikia1252
@munuanandasaikia1252 Күн бұрын
Sir apuni pandit..
@reliabletrader9573
@reliabletrader9573 2 күн бұрын
Great step Dr Ronuj Pegu sir Education minister of Assam Sir
@bksworld4751
@bksworld4751 Күн бұрын
A kar edale baba...jene montri tene bhakta😂
@biswaspegu3068
@biswaspegu3068 Күн бұрын
দুবিধ এ কাৰ উলিয়ালে 😅😂
@PabitraPanging-f6u
@PabitraPanging-f6u 16 сағат бұрын
What' s, problem for spealing😂😅?
@Indian23537
@Indian23537 Күн бұрын
Very nice step👍👍👍👍
@jintusaikia2835
@jintusaikia2835 2 күн бұрын
Ex-Tel 😂😂😂
@dipalisonowal8842
@dipalisonowal8842 2 күн бұрын
Answer bur Teacher board t likhi diye A + pai
@Arabindradas7890ArabindraDas
@Arabindradas7890ArabindraDas 2 күн бұрын
Attitude sa 🤣🤣🤣
@mubashirahmed4600
@mubashirahmed4600 2 күн бұрын
Education minister k B.ed degree loa usit
@AziUddin-xp8nw
@AziUddin-xp8nw 2 күн бұрын
Sarkari school nine stuendant or prabate school two student same
@aishwryadas992
@aishwryadas992 2 күн бұрын
ে কাৰ এডালেই
@Diacrafts
@Diacrafts 2 күн бұрын
এই কাৰ ২ ডাল।😂
@Cool.Nt2
@Cool.Nt2 2 күн бұрын
Eitu kuntu axomiya bhai jot dudal e kar ase😂😂😂😂😂
@DIPAKROY-yv1ss
@DIPAKROY-yv1ss 2 күн бұрын
Sir patikhan school t camera lagab lagea
@NibaranBorah-t5y
@NibaranBorah-t5y 2 күн бұрын
Hed masters jonok 12mahot 24 ta man terning dibo pothauk .
@birajhazarika9766
@birajhazarika9766 Күн бұрын
Hahahaha..
@wrestlingindia2865
@wrestlingindia2865 2 күн бұрын
Amar class 7nam likhiba najane. Tak porhoa aru balit pani diya ake
@Arabindradas7890ArabindraDas
@Arabindradas7890ArabindraDas 2 күн бұрын
Congress r school sagoi 🤣
@SmitaSharma-y3q
@SmitaSharma-y3q 2 күн бұрын
sadiya school last hoi parise sir
@dhirajdas3361
@dhirajdas3361 Күн бұрын
Hahi utha kotha? Sakori kio disa murkha bilakok? Poisa loi pale neki sakori?
@izajulhoque8642
@izajulhoque8642 2 күн бұрын
Ki master ako e em
@Dibakar_yadav
@Dibakar_yadav 2 күн бұрын
😅
@deepaksarma3539
@deepaksarma3539 2 күн бұрын
চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিয়ক, তেতিয়া গম পাব কেনেকুৱা লাগে ।
@snwlaxom
@snwlaxom 2 күн бұрын
Ki a kar 😂😂😂
@bksworld4751
@bksworld4751 Күн бұрын
Toi jeneke A kar keidal najana k education minister holi teneke xihote o A grade paisile
@durgeswarrabha8006
@durgeswarrabha8006 2 күн бұрын
Toh ... O -- kar kunto hob... Te
КОНЦЕРТЫ:  2 сезон | 1 выпуск | Камызяки
46:36
ТНТ Смотри еще!
Рет қаралды 3,7 МЛН
How to have fun with a child 🤣 Food wrap frame! #shorts
0:21
BadaBOOM!
Рет қаралды 17 МЛН