শিক্ষকক "এ" কাৰৰ ভুল ধৰি প্ৰশ্ন কৰা শিক্ষামন্ত্ৰীক উভতি ধৰিলে অপ্ৰাদেশীকৃত শিক্ষকে!

  Рет қаралды 11,211

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер: 91
@bipinchandraphukan1452
@bipinchandraphukan1452 4 сағат бұрын
দুভাগ্যজনক শিক্ষামন্ত্ৰীৰ মন্তব্য।
@miradevi7840
@miradevi7840 3 сағат бұрын
হিমন্তবিশ শৰ্মা ডাঙৰীয়া শিক্ষা মন্ত্ৰী হোৱাৰ পিছৰে পৰা শিক্ষক সকলক ৰাজহুৱা ভাৱে অপমান কৰাতো যেন অসমৰ সংস্কৃতিত পৰিণত হৈছে। তেনেকুৱা শিক্ষাৰ কি মূল্য যি শিক্ষাই আনক সন্মান কৰিবলৈ নিশিকায় ।
@debajitsaikia4319
@debajitsaikia4319 4 сағат бұрын
শিক্ষামন্ত্ৰীয়ে আকৌ প্ৰথম শ্ৰেণীৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে
@prafulladutta6036
@prafulladutta6036 2 сағат бұрын
সন্মানীয় ব্যক্তিসকলক অপমানিত কৰাটোৱেই বিজেপিৰ চৰিত্ৰ |
@ranjansarmah4843
@ranjansarmah4843 2 сағат бұрын
ভুল ধৰিম বুলি দাঁত নিকটাই ওলাই অহাৰ ফল । অযোগ্য বুলি ঈশ্বৰে প্ৰমাণ কৰি দিলে।
@bagadbilla452
@bagadbilla452 42 минут бұрын
খুউব সুন্দৰকৈ বুজাই দিলে চাৰ অপদার্থ শিক্ষা মন্ত্রীজনক। ধন্যবাদ । 🙏🙏
@mithunsaikia857
@mithunsaikia857 2 сағат бұрын
ভাবিছিলে কেমেৰাৰ সন্মূখত কিবা এটা কৈ Hero হওঁ, কিন্তু কি কৰিব Over smart দেখুৱাবগৈ Big Zero হ'ল I
@md.maizuddinahmed2216
@md.maizuddinahmed2216 3 сағат бұрын
ওপৰত এজন মালিক আছে যিজনে গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালনা কৰে। তেওঁ নিশ্চয় সকলো পৰ্যবেক্ষণ কৰি আছে।
@hemantamahanta5578
@hemantamahanta5578 3 сағат бұрын
শিক্ষামন্ত্ৰী ডাঙৰীয়া অল্পবিদ্যা ভয়ঙ্কৰী যেন হৈছে ।
@amiyabaruah3534
@amiyabaruah3534 46 минут бұрын
নাজানিলে সুধিব নালাগে।লোকক অপমান কৰিবলৈ গৈ নিজেই অপমানিত হ'ল ।
@SanjibDaimari-e3r
@SanjibDaimari-e3r 21 минут бұрын
শিক্ষা মন্ত্ৰীয়ে যেতিয়া একাৰ কেইডাল নাজানে শিক্ষা বিভাগৰ কি উন্নতি খৰিব? এনে এজন মুৰখ বেক্টি শিক্ষা মন্ত্ৰী হোৱাৰ যোগ্যনে ? তেওঁক লগে লগে বৰ্খাস্ত কৰিব লাগিছিল।
@puspadhardowarah1932
@puspadhardowarah1932 2 сағат бұрын
শিক্ষা মন্ত্ৰীয়ে আনক শিক্ষা দিবলৈ যাওতে নিজেই আনৰ পৰা শিক্ষা লব লগীয়া প্ৰয়োজন আছে!শিক্ষা ললে খৰচি মাৰি শিক্ষা লব লাগে।মহোদয় ডাঙৰীয়া ;আমি সাধাৰণ গাৱলীয়া লোক কিন্তু আমাতকৈ আপুনি বহু তলত।অসমীয়া ভাষা জ্ঞানত আমি আপোনাক শিক্ষা দিব পাৰো!নিজৰ মানদণ্ড বঢ়াবলৈ গৈ আপুনি নিজেই লজ্জিত হল!
@lnl6069
@lnl6069 28 минут бұрын
Khub Khundor koise Sir. apuni A mane eta hoi A mane A kar hoi..🙏
@debakrsaikia2993
@debakrsaikia2993 3 сағат бұрын
কোনো ভিজিতত গ'লে ডাঙৰীয়া সকলে মেডিয়া কিয় নিব লাগে সেইতো আমাৰ দৰে মূৰ্খ মানুহে মুঠেও নুবুজো।
@HirakjyotiDeka-sr4cx
@HirakjyotiDeka-sr4cx 4 сағат бұрын
শিক্ষামন্ত্ৰী জনে শিক্ষক জনক অপমান কৰাৰ অধিকাৰ কত পালে।
@basantaborgohain5372
@basantaborgohain5372 4 сағат бұрын
পশুৰ মানুহক, শিক্ষা খণ্ডত দিলে এনে হবয়।
@ShaolinDoley-iz5eh
@ShaolinDoley-iz5eh 3 сағат бұрын
Comments of uneducated,misdeveloped......Fold some books to understand his wisdom.
@gratitude1142
@gratitude1142 3 сағат бұрын
Vet doctor asile nki pegu
@Rohit62837
@Rohit62837 2 сағат бұрын
Education সর্ম্পকে যাব কোনো জ্ঞান নাই সেই ব্যক্তি জন কেনেকৈ শিক্ষা মন্ত্ৰীহৈ থাকে তেওঁ পদত্যাগ কৰা উচিতা
@ranjitbora734
@ranjitbora734 4 сағат бұрын
আগতে আমি স্কুলত পঢোতে কিবা ভূল কৰিলে শিক্ষকে আমাকমৰমতে অলগদ্ধ বুলি কয়, এতিয়া এই পণ্ডিত জনক কি বুলি কোৱা হব?
@dipaliboruah2490
@dipaliboruah2490 4 сағат бұрын
ভাষা ৰ বিকাশ 😊
@enoshpando5639
@enoshpando5639 3 сағат бұрын
এ. কাৰ এটাই থাকে ❤
@SadhanaGogoi-x9y
@SadhanaGogoi-x9y 3 сағат бұрын
শিক্ষা মন্ত্ৰীৰ উস্তাদি ভাষণৰ যোগ্য প্রতুত্যৰ।
@mainudavi9510
@mainudavi9510 Сағат бұрын
চাৰ বাদ দিয়ক আপোনালোক শিক্ষক আৰু সেইসকল ৰাজনীতিবীদ।তেওঁলোকে দেশৰ সংবিধানখনো বদলাব পাৰে।
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by 2 сағат бұрын
ছাৰ ,আপোনাৰ লগত ম্ই সহমত। ভাল মেসেজ দিছে আপুনি। এই বিলাক নিলাজ মন্ত্রী।
@birajkumardas4230
@birajkumardas4230 4 сағат бұрын
এইয়াই ধ্ৰুপদী ভাষা.......এ-কাৰ মেজিক 😜
@abdulmotaleb9598
@abdulmotaleb9598 2 сағат бұрын
ছাত্ৰ ছাত্ৰীৰ আগত এনেদৰে প্ৰশ্ন সুধাটো যুগত হোৱা নাই।
@premodharphukan1101
@premodharphukan1101 5 сағат бұрын
1:42 নতুন আৱিষ্কাৰ ৷ আমি ইমান বছৰে এই বিষয়ে নাজানিছিলো ৷ একাৰ সম্পৰ্কে ৷
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 4 сағат бұрын
দ্ৰৌপদী ভাষা ৰ দিনত এই অৱস্থা😂
@brishnubhuyan8521
@brishnubhuyan8521 3 сағат бұрын
মন্ত্ৰীয়ে গৰুক ঘোৰা বুলি ক'লে হয় হুজুৰ কব লাগে
@babulaltudu5172
@babulaltudu5172 4 сағат бұрын
Very good.
@Milipranob
@Milipranob 2 сағат бұрын
ধন্যবাদ
@ShacikumarPadun
@ShacikumarPadun Сағат бұрын
All right
@GobinRegon
@GobinRegon 4 сағат бұрын
Bjp দুটা একাৰ আছে বুলি এতিয়া হে গম পালো।
@NakulGogoi-m7h
@NakulGogoi-m7h 4 сағат бұрын
Hundor. Sir,
@ashokdas8961
@ashokdas8961 Сағат бұрын
OMG ! অসমীয়াত এ-কাৰ দুডাল , মন্ত্ৰী ডাঙৰীয়াৰ কথা অতি হাস্যকৰ "সোঁৱৰণী" শব্দটোত এ-কাৰ ক'ৰ পৰা আহিল ,?? এ-কাৰ নাই ,ও-কাৰ হে আছে । মন্ত্ৰী ডাঙৰীয়াৰ কথা যদি শুদ্ধ বুলি ধৰো তেন্তে "সোঁৱৰণী শব্দটোত এ-কাৰ এডাল আৰু আ- কাৰ এডাল আছে । নহয় জানো ?? অসম দেশৰ বিষম কথা , বাঘে-খোৱা গালে আমাৰ অসম আৰু অসমীয়া খিনি খালে ঐ খালে... ।
@budhinduttadutta1575
@budhinduttadutta1575 29 минут бұрын
শিক্ষা মন্ত্ৰীয়ে প্ৰাথমিক পৰ্যায়ৰ প্ৰশ্ন এটা উত্তৰ দিয়কচোন,পৃথিৱীত প্ৰথমে গছজোপা হৈছিল নে গুটিটো হৈছিল।এজন ছাত্ৰ প্ৰশ্ন আছিল।
@robingogoi8176
@robingogoi8176 3 сағат бұрын
বেঙেনা এই শব্দটো আজিৰ পৰা মাত্ৰা দি লিখিম ।
@bhabendoley6151
@bhabendoley6151 Сағат бұрын
পৃথিৱীত কোনো ব্যক্তিয়ে সকলো সময়ত শুদ্ধ বাক্য মুখত নাহে,।
@nayan_2472
@nayan_2472 Сағат бұрын
Hokolu minister MLA lora swalik government school porha2 compulsory korile government school'r hokolu problem solve hb.
@Jallad-Uddin
@Jallad-Uddin 2 сағат бұрын
Education Minister a bohut val kam krise.. We full support Education Minister.. Pegu sir sinta nkribo Adokari kisuman KZbinr a enekua kotha a kabo..
@Mostak.Khan1
@Mostak.Khan1 2 сағат бұрын
Faltu Faltuk Support Kore..Anekuwa Adim Jugor Porai Choli Ase...
@TCF573
@TCF573 3 сағат бұрын
Pegu r gyanor nomuna dekhi lojjito 😂😂😂
@AnantaSaikia-xq8xu
@AnantaSaikia-xq8xu 50 минут бұрын
শিক্ষামন্ত্ৰীয়ে ছাঁইমদ খাই গৈছিল নেকি ?
@kushalbaruah8438
@kushalbaruah8438 3 сағат бұрын
Right 👍 venture school provincially karim buli nakara saw khai khai khai adin BJP POTON HOBAI...
@chandansaikia6770
@chandansaikia6770 26 минут бұрын
কোনো ভিজিতত গৈ শিক্ষা মন্ত্ৰী হৈ নিজে কিমান শিক্ষিত ডক্টৰেট চিনত পূৰণ চিন সানিলে । 4:40 4:40 4:40 4:40 4:40 4:45
@padumiboruah9956
@padumiboruah9956 Сағат бұрын
নিজৰ অজ্ঞানতা দেখৱৱাই দিলে।
@babulmorang1965
@babulmorang1965 Сағат бұрын
Better to rectify himsel education minister
@mahendradas1610
@mahendradas1610 57 минут бұрын
হয় চাৰ তেখেতক শোধকচোন ক কেইটা ,,,?
@BiswajitSaikia-gt2rx
@BiswajitSaikia-gt2rx 3 сағат бұрын
Ki j din ahili ru dei... ❤❤❤😂😂😂😂
@gakulchutia1193
@gakulchutia1193 9 минут бұрын
আমি জনাত একাৰৰ মাত্ৰা নাই। মাত্ৰা যুক্ত আখৰৰ লগত থাকিলে মাত্ৰাৰ তলত বহে আৰু মাত্ৰা হীন আখৰৰ লগত মাত্ৰা হীন হয় বুলি ভাৱো। অৱশ্যে আমাৰ ভুল হ'ব পাৰে
@rupabordoloi5194
@rupabordoloi5194 41 минут бұрын
Education minister j.... Hokolu hekh korile......
@beautidevi7783
@beautidevi7783 8 минут бұрын
থিক কথা কৈছে
@kamalchauhan1475
@kamalchauhan1475 4 сағат бұрын
Very good sir.
@babulmorang1965
@babulmorang1965 59 минут бұрын
Not himsel, it should have been himself. Sorry for the printing mistake
@NATHNELKACHAP
@NATHNELKACHAP 30 минут бұрын
চৰাই মৰে ৰৈ ,মানুহ মৰে কৈ😂😂😂
@khanikoramiya2521
@khanikoramiya2521 Минут бұрын
তেখেতে বিশ্ব বেকড কৰিবলৈ লৈছে।
@KrishnadSarma
@KrishnadSarma 3 сағат бұрын
Good
@Diganta-fh1bf
@Diganta-fh1bf 30 минут бұрын
কঙগ্ৰেছত থাকোতেএডাল আছিল বিজেপিত আৰু এডাল লগাই দিছে ।
@kaberiborah9859
@kaberiborah9859 18 минут бұрын
Teacher jonok opoman korise... Apadastha korise ajon Teacher jonok...
@AnjalNarah
@AnjalNarah 4 сағат бұрын
1+1=2 hobo Hekar oikar hakhar ata kintu mili duta hoise Mane prothom hakhartu nohoi Tar next hakhartu hobo Mane +hobo lagibo
@mainudavi9510
@mainudavi9510 Сағат бұрын
ধৌপদী নে দৌপদী অসমীয়াহে শিকাব গৈছিল তেওঁ।সেয়া অৰিজিনেল অসমীয়াত নপৰে।
@ranusaikia6377
@ranusaikia6377 9 минут бұрын
Prothom xunilu
@robindowarah9029
@robindowarah9029 4 сағат бұрын
Meaningless Minister
@ranusaikia6377
@ranusaikia6377 13 минут бұрын
Gunotsovt studente likhibo lage tat nijore bhul q.n kori bhul ans nijei di nijorei porisoi dile
@jobaparbin2747
@jobaparbin2747 Сағат бұрын
Hero hobo goi big zero sih sih
@KhagenBora-y8i
@KhagenBora-y8i 2 сағат бұрын
Pegu sir cam nai
@gunakantabaruah6243
@gunakantabaruah6243 21 минут бұрын
Pl look in computer keyboard.Perhaps honarable educational minister Assam is concerned as Goonuthab Assam starts w.e.f.6 .1 .2025 . The situation is not for solving problems of Teachers in real sense.
@kaberiborah9859
@kaberiborah9859 13 минут бұрын
Moi agoraki Psychologist counselor In Indian Airforce r.. Muk jori butir Doctor buli Circuit House t opoman korile... Tetiya hole teo ki jane?
@BhobenBora-b5d
@BhobenBora-b5d Сағат бұрын
Nonsense
@TCF573
@TCF573 3 сағат бұрын
Laj nai hikya montry 😂😂😂
@NRJ19888
@NRJ19888 3 сағат бұрын
Eijon kor pora Dr.. degree loise najanu aru....ajon hikhya montri huar num dalu jugyo nai.......eijonor degree k loi Mur hondeh upojise
@Mostak.Khan1
@Mostak.Khan1 2 сағат бұрын
Ai Manuhjon Shiksha Munturi Huwar Joggyo Nohoy...Eyak Shiksha Munturi Di Podobir Morjoda Lagov Korise...Anekuwa ovodro Shiksha Munturi r Pora Assomor Raije ki akha Koribo
@probhatpatoi6930
@probhatpatoi6930 3 сағат бұрын
Are , apuni ki koise. Oxomot montriei main.
@kaberiborah9859
@kaberiborah9859 15 минут бұрын
Election ahise Heikarone
@dhirendeka8544
@dhirendeka8544 2 сағат бұрын
Very poor .education systen . Assam ...no. Future .. .faltu .. . So private school ..is future
@rushanburagohain6803
@rushanburagohain6803 4 сағат бұрын
বি জে পিৰ কাৰণে যতে ততে শব্দ আৰু অসমীয়া ভাষাৰ চিণ্হবোৰ ব্যৱহাৰ কৰিব পাৰে।আনে নুবোজাতোহে ভূল।কিযে হ'ব অসমত।
@TCF573
@TCF573 3 сағат бұрын
Evage khobor nai Gunutsov t inspector 😂😂 Eman asorit A kar ketia dudal hol ??? 😂😂
@robindowarah9029
@robindowarah9029 4 сағат бұрын
Montrijona khoyama khujibo laga
@TCF573
@TCF573 3 сағат бұрын
Dudal A kar kot ase dekhuwai de joghonya 😂😂!!!!!
@I_Support_PalestineGAZA
@I_Support_PalestineGAZA 4 сағат бұрын
Khuboronit a kar aseni baru
@TCF573
@TCF573 3 сағат бұрын
A kar Akhomiyat adal oi Ronuj pegu 😂😂😂
@basantahira8645
@basantahira8645 4 сағат бұрын
😂😂😂
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
Новости дня | 10 января - утренний выпуск
11:52
Euronews по-русски
Рет қаралды 35 М.
Garry Kasparov vs Anatoly Karpov | World Championship Match, 1990
15:57
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН