"আদালত"ৰ কৃপাত জয়া-ভিক্টৰৰ জয়জয়কাৰ; নেগুৰ পেলোৱা আৰু শিল পৰা কপৌৰ দৰে অৱস্থা হ'ল কাৰ?

  Рет қаралды 178,449

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер
@bapanrajbongshi6637
@bapanrajbongshi6637 2 жыл бұрын
সিহঁতে লাজ পাই মৰা নাই নেকি | আদলতৰ ৰায়ক Salute জনাইছো |
@rohanpegu93
@rohanpegu93 2 жыл бұрын
ভাল লাগিল ভাল খবৰ শুনি
@subratadey9156
@subratadey9156 2 жыл бұрын
জয়া কলিতাৰ স্পষ্ট কথা।
@musicalsh0174
@musicalsh0174 2 жыл бұрын
সত্যৰ সদায় জয়
@jintuborah8399
@jintuborah8399 2 жыл бұрын
Bapere rr murtu
@alokdutta5907
@alokdutta5907 2 жыл бұрын
@@jintuborah8399 তোৰ মূৰটো পাগল ।
@arunmissong432
@arunmissong432 2 жыл бұрын
সত্য সদায় জয়
@purbakantabarman431
@purbakantabarman431 2 жыл бұрын
কথাতে কয় সত্যৰ সদায় জয় । এতিয়া আমাৰ আৰু বুজিবলৈ কিটো থাকিল ।
@abhijitgogoi16
@abhijitgogoi16 2 жыл бұрын
কেচু খান্দিলে সাপ ওলোৱাৰ ভয়।
@barasharajbangshi719
@barasharajbangshi719 2 жыл бұрын
Many Many Thanks.
@krishnagogoi1657
@krishnagogoi1657 2 жыл бұрын
বাতৰি টো পাই বহুত সুখী হলো |
@nabajyotichaoching4323
@nabajyotichaoching4323 2 жыл бұрын
Nitumoni namor ai2 manuh akhomor hangbadik itihakhot ajon bodnami manuh buli hodai sinaki hoi thakibo....bahut nataonki,like whores...
@hndekari8011
@hndekari8011 2 жыл бұрын
ভিক্টৰ মানেই জয় আৰু জয় মানেই ভিক্টৰ । দুযোটাই মিলি সত্য আৰু ন্যায়ৰ জয়।। আদালতলৈ অশেষ ধন্যবাদ জনালোঁ ।।
@bhubangogoi7169
@bhubangogoi7169 2 жыл бұрын
লললফঌল
@arusmitagogoi5814
@arusmitagogoi5814 2 жыл бұрын
Right 🙂
@bhupalisharma7627
@bhupalisharma7627 2 жыл бұрын
Socakoi 🙏
@rajubora3485
@rajubora3485 2 жыл бұрын
বিজেপিৰ সচা স্বৰূপ ওলাই পৰিল
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 2 жыл бұрын
ইমান সোনকালেই মিঠাই খাব নালাগে ৰ , খেল এতিয়া আৰম্ভ হৈছেহে 😆
@nandeswarbaruah6041
@nandeswarbaruah6041 2 жыл бұрын
খেলখন সোনকালে শেষ হ'ব লাগে।
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 2 жыл бұрын
@@nandeswarbaruah6041 ধয্য ,, ৰিজাল্ট ওলাব দিয়া । সকলো অসমৰ ডেকা , গাভৰু , পৰিক্ষাৰ্থি প্ৰাৰ্থী ৰাইজৰ মন্তব্যই বিবেচনা কৰিব ।
@hemalatachetia3765
@hemalatachetia3765 2 жыл бұрын
এই পৃথিৱীত আজিও জীৱিত প্ৰভু ঈশ্বৰ আছে ।সত্ত্য সদায় জয় হ'ব।।কিন্তু ধৈয্য আৰু সাহস লাগিব ।। আইন সকলোৱে বাবে সমান বুলি উচ্চ ন্যায়্যালয়ে প্ৰমাণ কৰি দেখু্ৱালে 🙏🙏🙏
@nksarkar9676
@nksarkar9676 2 жыл бұрын
🙄ohjoiiu onoon
@dr.sanjibdeka7402
@dr.sanjibdeka7402 2 жыл бұрын
খুবেই ভাল খবৰ। লাজ পোৱা নাই জানো সেই সকলৰ??
@sabbirahmed4260
@sabbirahmed4260 2 жыл бұрын
লাজ বোলা বস্তুটো সিহঁতৰ আছেন?
@bimalbiswas4029
@bimalbiswas4029 2 жыл бұрын
জোকৰ মুখত চূণ পৰিল।👍 🤣 সুন্দৰ সাহসী ছোৱালী জয়া কলিতা। ধন্যবাদ
@ashokdas8961
@ashokdas8961 2 жыл бұрын
ভৱেশ কলিতাৰ গোচৰটো যদি ৰঙিয়া থানাই পঞ্জীয়নেই নকৰিলে তেন্তে আদালত কেনেকৈ পালেগৈ আৰু ৰায় কেনেকৈ দিলে বুজি নাপালো । ভিক্তৰৰ ৰায়টো শুনি ভাল পালো
@runusaika4715
@runusaika4715 2 жыл бұрын
হেৰা ভবেশ তোমাৰ দাম্ভিকতাক ওফৰাই দিলে ন্যায়ালয়য়ে,তোমোলোক চৰকাৰত আছা বুলিয়েই যি ইচ্ছা তাকে কৰিবা জনসাধাৰণৰ ওপৰত,মনত ৰাখিবা ৰাইজৰ ভোটেৰে তোমালোক ৰজা হৈছা
@dhrubadas2364
@dhrubadas2364 2 жыл бұрын
সেই জনী মানে কি মন্ত্ৰীৰ মুখত এনে বাক্য শুভা নাপা‌য়।
@jayantajyotika4661
@jayantajyotika4661 2 жыл бұрын
বহুত সুখী হ'লো । সত্যৰ সদায় জয় ।
@bajalitimes6091
@bajalitimes6091 2 жыл бұрын
উচ্চ ন্যায়ালয়ক শত কৌটিবাৰ প্ৰণাম ।
@gojongapol4448
@gojongapol4448 2 жыл бұрын
Good
@AbdulRahman-ye5cw
@AbdulRahman-ye5cw 2 жыл бұрын
চুৰৰ চকুৰ ফালে চালেই গম পোৱা যায় তাৰ আচল চৰিত্ৰ।
@satishdas2783
@satishdas2783 2 жыл бұрын
Bhabesh da zindabad
@chandanchetia8365
@chandanchetia8365 2 жыл бұрын
Victor/Jaya ❣️❣️❣️🔥🔥🔥
@kironsarmah9040
@kironsarmah9040 2 жыл бұрын
We have faith and trust with honorable High court and judiciary of India all aways stand with truth
@dreamboy3495
@dreamboy3495 2 жыл бұрын
Thank you for justice
@rebulali1210
@rebulali1210 2 жыл бұрын
Majja lagil honi.
@JOHN_T123
@JOHN_T123 2 жыл бұрын
Bhal kotha
@Ramayanbarman5255
@Ramayanbarman5255 2 жыл бұрын
Low is not a political party.....low is low thanks high court 🙏
@souravpaul2179
@souravpaul2179 2 жыл бұрын
Law...law
@alokdutta5907
@alokdutta5907 2 жыл бұрын
আদালতৰ ৰায়ক আমি সন্মান জনাইছো,সত্যৰ সদায় জয় ।
@monibora3010
@monibora3010 2 жыл бұрын
Thank u high court for yr judgment
@gayatrilahkar9573
@gayatrilahkar9573 2 жыл бұрын
Bahut vl paiso
@kushalbaruah7185
@kushalbaruah7185 2 жыл бұрын
সত্যৰ সদায় জয় ।কি হ'ল দাম্ভিকতা মৰা ।
@amalborah3169
@amalborah3169 2 жыл бұрын
এইবোৰত মামা একো নুশুনা একো নোকোৱা আৰু একো নোচোৱা সেই বান্দৰ কে ই তা হৈ পৰে
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
😂😂😁
@10M-t3c
@10M-t3c 2 жыл бұрын
Mama nije ek no vrastasari... khyomota luvi. Congress r pora BJP r washing machine t humale j😂
@nirmalikumar7002
@nirmalikumar7002 2 жыл бұрын
Good justice Jai adalot
@chandandeka5633
@chandandeka5633 2 жыл бұрын
Very good
@srimontabora3894
@srimontabora3894 2 жыл бұрын
bohut bhal hol .hai karone aineok uport bohut besak koru.👍👍👍👍👍
@monoranjangoswami9258
@monoranjangoswami9258 2 жыл бұрын
ওফৰালে
@gayatrilahkar9573
@gayatrilahkar9573 2 жыл бұрын
Irrigation t paisa Lai sakari dise
@nimibharali349
@nimibharali349 2 жыл бұрын
হাই চৰকাৰৰ কি মহিমা বুজিকে নাপাওঁ পাই।।মেঘে যিমান গজে সিমান বৰষূণ যে নিদিয়ে প্ৰমাণ এইয়া।।দিনত হলে সাত হাল বায় দিনত হলে এহালো নাই এইখন চৰকাৰৰ ।।
@khagennath9180
@khagennath9180 2 жыл бұрын
যদি ৰঙিয়া আৰক্ষীয়ে গোচৰেই ৰুজু কৰা নাই তেন্তে গোচৰটো নায়েই আকৌ আদালতৰ মজিয়া পালেগৈ কেনেকৈ বুজি নাপালো । তথাপিও জয়া কলিতা ডাঙৰীয়ানীআৰু ভিক্টৰ দাস ডাঙৰীয়াই প্ৰসংসনীয় তথা সাহসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁলোকৰ সপক্ষে সদায় আছো ।
@sansumaboro5593
@sansumaboro5593 2 жыл бұрын
As per law procedure .. she has applied anticipatory bail for her secure... Say police arrest, incounter etc... so she has got anticipatory bail by the court proceedings.... So her hearing is mention on the court.... That's all...
@khagennath9180
@khagennath9180 2 жыл бұрын
@@sansumaboro5593Thanks for having me to understand the situation.
@somnathmudoi969
@somnathmudoi969 2 жыл бұрын
এজনি সৰু ছোৱালীৰ লগত ৰাজ্যিক বিজেপিৰ সভাপতি পৰাস্ত। এতিয়া জয়া কলিতাই ভবেশ কলিতাৰ ওপৰত মানহানি গোচৰ তৰিলে ভবেশ কলিতাৰ কি অৱস্থা হ'ব।
@kalitadeepak7488
@kalitadeepak7488 2 жыл бұрын
right
@rgrg5472
@rgrg5472 2 жыл бұрын
দাগী থাকিলেহে ভাল লাগে কিছুমান দলৰ নেতাক 😊
@pinkimedhi6131
@pinkimedhi6131 2 жыл бұрын
আৰু যি অভিযোগ বিলাক কি হৱ...?
@sibaprasadbora01
@sibaprasadbora01 2 жыл бұрын
নিৰ্বাচনৰ পাছত গম পাব।
@muninsaikia1130
@muninsaikia1130 2 жыл бұрын
দেখাতেই চিন শাল নে শিঙি
@0007Gobi
@0007Gobi 2 жыл бұрын
Good❤️❤️❤️
@papuboro6360
@papuboro6360 2 жыл бұрын
একো কাম নাই। এনেবোৰ মানুহ কেতিয়াও নেতৃত্ব প্ৰদান কৰিব নোৱাৰা।
@hemantadas6963
@hemantadas6963 2 жыл бұрын
Borhia
@rajenm3777
@rajenm3777 2 жыл бұрын
Truth is evergreen .
@RAJ-it8bc
@RAJ-it8bc 2 жыл бұрын
Viktor bhai zindabaad
@amritphukan4217
@amritphukan4217 2 жыл бұрын
BJP go back Assam govt.
@dipensaikia5494
@dipensaikia5494 2 жыл бұрын
Ci ci cocooooo
@Ramayanbarman5255
@Ramayanbarman5255 2 жыл бұрын
High court zindabad 🙏balor bhavesh johora
@balendramashahary1005
@balendramashahary1005 2 жыл бұрын
Wright sister.
@uddhabsarma3991
@uddhabsarma3991 2 жыл бұрын
পুলিচৰ পাৱাৰ আমাৰ সাধাৰণ মানুহৰ ওপৰতহে । অবশ্যে তেওঁলকো স্বাধীন নহয় ।
@sukumarsarma1739
@sukumarsarma1739 2 жыл бұрын
Ha...ha...ha
@mantukalita4915
@mantukalita4915 2 жыл бұрын
ভৱেশ কলিতাৰ জৰিয়তে অসম ৰাজ্যিক বিজেপিৰ নগ্ন স্বৰূপ উদং হ'ল । এতিয়া ভৱেশ কলিতাই যদিহে সামান্যতমো আত্ম সন্মানবোধ আছে তেতিয়াহ'লে পদত্যাগ কৰা উচিত । আনহাতে ভিক্টৰৰ কেচটোৰ জৰিয়তে অসম আৰক্ষীৰ নগ্ন স্বৰূপ উদং হ'ল ।অসম আৰক্ষীৰ জধে-মধে ধাৰা আৰোপ কৰাটো যিহেতু আইন সংগত নহয় বুলি খোদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাই প্ৰমাণিত হ'ল সেয়ে ভিক্টৰে সংশ্লিষ্ট আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে এক উচ্চ পৰিমাণৰ ক্ষতিপূৰণ বিচাৰি মানহানীৰ গোচৰ ৰুজু কৰিলে ইয়াৰ অন্তৰালত থকা ৰাজনৈতিক অভিসন্ধি ওলাই পৰাৰ সম্ভাৱনা আছে । আনহাতে যিসকল অন্ধ ভক্ত আৰু চুৱা চেলেকাই জয়া আৰু ভিক্টৰৰ বিৰুদ্ধে সমাজ মাধ্যমৰ জৰিয়তে অশোভনীয় মন্তব্য কৰিছিল সিহঁতৰ বিৰুদ্ধেও দুয়োজনে Cyber Crime Branch গোচৰ ৰুজু কৰা উচিত বুলি ভাৱো । শেষত এটা কথাই ক'ব লাগিব যে " সত্যমেৱ জয়তে " কথাষাৰ যে সম্পুৰ্ণ সচা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে তাকেই পুনৰবাৰ প্ৰতিস্থা কৰিলে । ধন্যবাদ ।
@nomikonwar6739
@nomikonwar6739 2 жыл бұрын
Hocha kotha voi koreba
@tankswargohain6701
@tankswargohain6701 2 жыл бұрын
ভবেশ কলিতাক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে।
@nazimahmad7346
@nazimahmad7346 2 жыл бұрын
দেখিলেই ধান্দাবাজ যেন‌ লাগে😜
@munmigogoi2377
@munmigogoi2377 2 жыл бұрын
God bless you viktor
@rezabulkarim2147
@rezabulkarim2147 2 жыл бұрын
Honestly is power
@satishdas2783
@satishdas2783 2 жыл бұрын
Bjp zindabad.
@bhabanandabordoloi5112
@bhabanandabordoloi5112 2 жыл бұрын
Good news
@chandanateron6699
@chandanateron6699 2 жыл бұрын
When the issue will investigate against the culprits and curruption
@manjitdas6191
@manjitdas6191 2 жыл бұрын
Go Back BJP 🖕 হিমন্ত মুৰ্দাবাদ 🐷 👞 👢
@sonavlogs6181
@sonavlogs6181 2 жыл бұрын
Ain ankua he hbolge sobor karne homn..🙏🙏🙏
@gapalsaikia9491
@gapalsaikia9491 2 жыл бұрын
Bjp go back
@monuramtaid7943
@monuramtaid7943 2 жыл бұрын
বেছেৰা হঁতে এমেলে মন্ত্ৰীক সন্তুষ্ট আৰ তৈলমৰ্দন কৰোতেহে এই অৱস্থা।
@nomikonwar6739
@nomikonwar6739 2 жыл бұрын
Voi korela
@dipankarboro1109
@dipankarboro1109 2 жыл бұрын
Victor & Jaya winer b j p sorkar failor.
@titasgmomin4553
@titasgmomin4553 2 жыл бұрын
Mojja kela
@chaochingblockpattu1350
@chaochingblockpattu1350 2 жыл бұрын
এই দালালি যুগত জয়া কলিতাক এগৰাকী বীৰাংগণা হিচাবে গণ্য কৰিছো।তেওক ধন্যবাদ কৰাৰ লগতে মহামান্য উচ্চ ন্যায়ালয়কো অশেষ ধন্যবাদ।
@ruhitdihingia8210
@ruhitdihingia8210 2 жыл бұрын
এইয়া কাগজৰহে" গদা " আছিল নেকি ?
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
aadalotok mur falor pora salam. aadalot khodai niropekhyo hobo lage aaru khoittor pokhyot thakibo lage.
@asomiaasom6008
@asomiaasom6008 2 жыл бұрын
বিজেপি , অসম আৰক্ষী দুৰ্নীতি কেলেংকাৰী অপৰাধত যে জৰিত দুৰ্নীতি কেলেংকাৰী কৰা সকলোক ৰক্ষণাবেক্ষণ দিবলৈ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে তথ্য প্ৰমাণ অভিযোগ দিয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰি ডজন ধাৰা লগাই আক্ৰোশমুলক ভাবে নিৰ্যাতন কৰা প্ৰমাণিত কৰিলে ন্যায়পালিকাই ।
@travellerajs9929
@travellerajs9929 2 жыл бұрын
জয়াৰ কথা সত্য
@biswajitpegu6387
@biswajitpegu6387 2 жыл бұрын
Bobesh kolita is nounchance
@gayatrilahkar9573
@gayatrilahkar9573 2 жыл бұрын
Ekdom saca kaise
@Pranjal7903
@Pranjal7903 2 жыл бұрын
🥰🥰🥰🥰🥰
@iloveassam257
@iloveassam257 2 жыл бұрын
Next Nomination dibo MLA election t Jai Ho finally success hoi gol
@purnanandarajkhowa8712
@purnanandarajkhowa8712 2 жыл бұрын
বুজিলো!
@subratachoudhury3999
@subratachoudhury3999 2 жыл бұрын
Dadagiri thanda hol. Positiont thakote dadagiri koribo nelaga. Kiya no mlak jikai raije. Aru raijor logot ketiao jujibo nalage.
@dilipmahanta8479
@dilipmahanta8479 2 жыл бұрын
Police knows better l
@brojenray5921
@brojenray5921 2 жыл бұрын
নেতা বোৰ খালি ধৱা তুলশিৰ পাত সাজে।
@bidulboruah8351
@bidulboruah8351 2 жыл бұрын
কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত
@liaapborpatragohain8006
@liaapborpatragohain8006 2 жыл бұрын
Thanks judges 🙏 Kolitak arrest nokore neki????
@dadulali7296
@dadulali7296 2 жыл бұрын
Aji xokolo olai poril
@pranitakalita800
@pranitakalita800 2 жыл бұрын
Xosa katha aibor
@borannyagogoi4893
@borannyagogoi4893 2 жыл бұрын
Laj nai
@pranabgogoi6283
@pranabgogoi6283 2 жыл бұрын
Bhabesh kalitar biruddhae Ona ovijug bur Satya buli proman hoisae . Teu jiman jukti nedekhuak kio , teur kotha ami biswas nokoru.
@rehenaahmed7680
@rehenaahmed7680 2 жыл бұрын
Satta r khadai joi. Bhabes. Ki jna aase
@sahabuddinahmad8726
@sahabuddinahmad8726 2 жыл бұрын
Low montri netar babe nohoi, low sokolur babe saman.
@janardonborgohain3801
@janardonborgohain3801 2 жыл бұрын
Ei utpal medhi bulajon kot o aji?
@10M-t3c
@10M-t3c 2 жыл бұрын
Police haha hanhi uthe hunile....dukhik toh arrest kribo nuwarei Katya o...rastar a niaporadhi ata k uthai loi😂😂
@harmohankalita2903
@harmohankalita2903 2 жыл бұрын
ভৱেশ কলিতা দেৱ, এতিয়া আপোনাৰ মন্তব্য কি হ'ব ক'বনে ?
@bimald1
@bimald1 2 жыл бұрын
সুবোধ, হেৰা
@rezabulkarim2147
@rezabulkarim2147 2 жыл бұрын
Laj pabo lage
@lakshmanbaruah8961
@lakshmanbaruah8961 2 жыл бұрын
Vobesh kalita dangaria,apunar voy asil Karone regd. Kora nasil,apuni ajoni sualir Kotha misha buli proof koribo nuarile bor lajor kotha
@DipankaSharma
@DipankaSharma 2 жыл бұрын
courte Panbazar police sokolok law class keitaman extra lole bhal hoi. Besera police keijone ki dhara kot projojya hoi najane hobola.
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН