Рет қаралды 86,842
NKTV PLUS
▶️খুলশালীয়েকৰ লগত অবৈধ সম্পৰ্ক নে পত্নীক নিৰ্যাতন? পাৰিবাৰিক সংঘাতৰ বাবেই শেষ হৈ গ'ল নৱ বিবাহিত দম্পতীৰ সপোনাৰ সংসাৰ। সোণাৰিৰ সাপেখাতিত মৰ্মান্তিক ঘটনা। জানুৱাৰী মাহত প্ৰেম বিবাহ হোৱা সুৰভি দাস আৰু কমল দাসৰ মৃত্যুক লৈ চাঞ্চল্য।