Рет қаралды 13,925
এন আৰ চিৰ বায়’মেট্ৰিকৰ বাবে ২৭ লাখ লোকে আধাৰ কাৰ্ড পোৱা নাই যাৰ বাবে বহু লোকে বহু অসুবিধাৰ সন্মুখীন হৈছে এই বিষয়টো উচ্চতম ন্যায়ালয়ত, সেইবাবেই আমি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব লগা হৈছে, এই সমস্যা থকা লোকসকলে আমাৰ FB Page ত যোগদান কৰা FB পেজত ক্লিক কৰাৰ পিছত ভিডিঅ' এটা পাব, তেওঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু পেজটো লাইক কৰিব , শ্বেয়াৰ কৰিব , Follow কৰিব , ভিডিঅ'টোত থকা হোৱাটছএপ গ্ৰুপৰ লিংকটো, গৈ যোগদান কৰিব লাগিব, ঠিক আছে।
Join WP Channel
whatsapp.com/c...