KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Mur jibonor WHPC gospel song singing Ranjan chutia
8:02
Parthona Ranjan chutia WHPC/ Song/ Live program
17:17
Smart Sigma Kid #funny #sigma
00:14
Players vs Pitch 🤯
00:26
ЛУЧШИЙ ФОКУС + секрет! #shorts
00:12
Когда у вас с подругой чуть разные размерчики 😅🍒 #юмор
00:17
Nuhok issore kole Ranjan chutia//gospel song//district Dibrugarh Assam
Рет қаралды 3,467
Facebook
Twitter
Жүктеу
1
Жазылу 14 М.
Ranjan Chutia manik
Күн бұрын
Пікірлер: 150
@RipaSahu-y5t
3 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏হে প্ৰভূ তোমাৰ এই মহিমাময় গীতৰ যোগেদি চাৰিওঁ দিশৰ জাতি-ভাষাৰ লোকে এই পবিত্ৰ গৃহত আহি পৰিত্ৰাণ পাওঁক এয়ে পৰমপিতাৰ চৰণত প্ৰাৰ্থনা জনাইছো😭❤️🙏🙏🙏ধন্যবাদ প্ৰভূ তোমাৰ জয় জয় হওঁক🙏🙏🙇♀️
@neepasahu735
4 күн бұрын
Praise the lord prabhu. গীতটো বহুত ভাল লাগিছে । ঈশ্বৰে সকলোকে জ্ঞান বুদ্ধী দিয়ক। আৰু ঈশ্বৰে আমাৰ মহান গুৰুদেৱক বহুত বহুত আশীৰ্বাদ কৰক শক্তি দিয়ক🙏🙏❤️❤️🙏🙏❤️
@KironMudi-n3w
4 күн бұрын
Praise The Lord ❤❤❤❤ And Nice Song...... Amen Jesus 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@radhikasahu-nk6hj
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 বহুত বহুত ভাল লাগিছে পিতা ❤️ আমাৰ মহান গুৰপিতাৰ পবিত্ৰ চৰণত সেৱা ও ধন্যবাদ জনাইছো 🙏🛐🛐🛐🛐🛐🛐🛐 ধন্যবাদ প্ৰভু 🙏🙏🙏🙏
@ProbinBorgohain-c1j
4 күн бұрын
ঈশ্বৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতটি শুনি বৰ ভাল লাগিছে 👏♥️🪴👍
@pranabjyotigogoiflutemusic9493
3 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই 🙏 বহুত বহুত সুন্দৰ পিতাই 🙏🙏
@gitanjoligogoi6279
4 күн бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🙏 ঈশ্বৰৰ আত্মাৰ গীত টো জগতৰ সকলোৱে যাতে শুনক আৰু বিশ্বাস কৰক 🙏যিবিলাকে এই গীতটো শুনিব সকলোকে ঈশ্বৰে আশীর্বাদ কৰিব 🙏🙏🙏🙏
@gayatriburagohain899
4 күн бұрын
Praise the lord 🙏🙏 ameen Issor ye hokoluke akhirbad korok 🙏🙏 ameen
@ratneswargogoi8573
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক সে প্ৰভু যিচু পিতা তোমাৰ এই পৱীএ আত্ম গীতেৰে সকলোকে জ্ঞান শক্তি দিয়া ❤❤❤
@junmonisaikia7360
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওক প্ৰভু যীচু পিতাই গীতটো বহুত ধুনীয়া হৈছে প্ৰভু আপুনি সকলোকে সুমতি, দিয়ক প্ৰভু যীচু পিতাই মোৰ সমস্যা বোৰ দূৰ কৰি নিয়ক পিতা 🙏🙏🙏
@GautamDas-z5p
3 күн бұрын
Praise the lord, hasakoiye amar guru pitai hurtu( tune,) kio eman hundar auru mitha, moramor pitaik isarey aru jen gan gaboloi dirghau karey aiye kamona,
@rupohilahon3087
4 күн бұрын
Praise the lord 🙏🏻🙏🏻✝️🙏🏻🙏🏻🛐🛐🙏🏻🙏🏻❤️Amen
@dipakalita1384
4 күн бұрын
Praise.the.lord.❤❤❤❤❤ 1:50
@ItßRima
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🏼🛐✝️ ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏🏼🙏🏼 আমেন ।
@IndrajitGogoi-e8s
4 күн бұрын
গীতটো বহুত ভাল লাগিল❤❤ ঈশ্বৰে গুৰুজনাক সদাই দিনে আশীৰ্বাদ কৰক❤❤ আমি গুৰুনাৰ চৰণত সদাই যেন থাকো❤❤
@ChimpiSonowal-dv3kx
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🙏 ঈশ্বৰে আশীৰ্বাদ কৰক গুৰু পিতা আৰু মা।😭😭😭🙏✝️ amen 🙏✝️
@ChandraprovaTaye
4 күн бұрын
praise thelord gurudev🙏🙏
@Pratapdas-d7f
4 күн бұрын
Praise the lord.❤❤❤❤❤❤❤❤❤ Amen
@DEEPASAHU-sg7zi
4 күн бұрын
Ishwarar prakhangkha houk 🙏 Hey prabhu tumer,,, geetor jugedi,, aamar logote,, hokolu dakh dakhike akhirbad Kori,, pavitra aatmar haktire solai niba Prabhu,, tumer gaurav mahima prakhangkha houk,,, tumer pavitra Sri soron komolot hotokuti pranipat aru shraddha jasisu prabhu,, amen 💖🤍💖🌷☦️🛐🛐🛐🛐🛐🛐🛐
@munnbora
4 күн бұрын
Amen amen amen amen 🙏🙏🙏🙏
@abhijitkalita374
4 күн бұрын
Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA
@pranab79038
4 күн бұрын
Praise the lord Jesus Amen 🙏🙏🙏
@SunilBenarjee
4 күн бұрын
Praise the lord ❤🙏🙏🙏❤️ amen
@jonaligogoi572
4 күн бұрын
Praise.the.lord
@ChandraprovaTaye
4 күн бұрын
Praise the lord gurudev🙏🙏
@KaushikkumarGogoi-h4x
4 күн бұрын
Praise the lord 🙏✝️✝️❤❤
@mousumiboruah9661
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🛐।পিতাৰ প্ৰাৰ্থনাৰে আমাৰ সকলোকে আশীৰ্বাদ কৰে🛐🛐❤️✝️ আমেন।
@trishnaborah9893
4 күн бұрын
Praise the lord
@horenborgohain
4 күн бұрын
Praise the lord 🙏✝️🙏 hallelujah
@duttapartha5245
4 күн бұрын
Praise the Lord✝️🙏
@hirensaikia3810
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই ❤🙏
@ainubaruah5119
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন প্ৰভু পিতাই গীত গানৰ যোগেদি আমি সকলোৱে যেন জ্ঞান বুদ্ধি পাওঁ।মোৰ মানুহ জনক যেন জ্ঞান বুদ্ধি দিয়ক প্ৰভূ।❤🛐✝️🙏🙏
@rikirajchitrakor7506
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওক পিতাই ইমান সুন্দৰ কৈ গীতটি গাইছে ,ঈশ্বৰে আপোনাক আৰু আশীৰ্বাদ কৰক ❤
@lakhigogoi5243
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে পৰমপিতা পৰমেশ্বৰ গুৰুজনাৰ এই আত্মাৰ গীতটি শুনিবলৈ বহুত বহুত ভাল লাগিলে এই আত্মাৰ গীতটি যোগেদি গোটেই পৃথিৱীতে মহিমা হওঁক 🙏 ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক গুৰুজনাক সদায় ভালেই ৰাখিব আৰু শক্তি দিয়ক হালেলৈয়া 🛐🛐🛐🛐🛐🛐
@Minutemaker-mq8mm
3 күн бұрын
Praise the Lord Pitai amen nice ❤
@pramilabrahma9323
4 күн бұрын
Praise the lord Guru Dev Amen ❤❤❤❤❤❤❤
@junmoni000
3 күн бұрын
Praise the lord nice pitai 🙏🏻🙏🏻🙏🏻❤❤❤
@gitanjoligogoi6279
4 күн бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🙏 গুৰুপিতা আৰু গুৰুমালৈ শত কোটি প্রনাম জনাইছো🙏 ঈশ্বৰে সকলোকে আশীর্বাদ কৰক🙏🙏🙏
@HIMANTAHAZARIKASsonowal
4 күн бұрын
Pres the lord amen gurupita 🙏🙏🙏 amen
@DasmBorah-sf4uy
4 күн бұрын
Praise the lord 🙏🙏🙏
@nabanitagogoi7810
3 күн бұрын
Praise the Lord 🙏 oti sundar Pitai .
@NilakshiSarma-cz6xb
4 күн бұрын
Praise the lord pitai 🙏 hallelujah hallelujah hallelujah 🙏 amen pitai 🙏✝️🛐🙏
@SanjibMurah-f4r
4 күн бұрын
এই গীতটিৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক praise the lord 🎉❤❤❤❤❤
@DibyaHandique-t6u
3 күн бұрын
হে প্ৰভু যীচু পিতা আমাৰ সকলো পাপ অপৰাধ ক্ষমা কৰি দিয়া। এই প্ৰাৰ্থনাৰ যোগেদি আমাক আশীৰ্বাদ কৰা পিতা । ❤❤❤
@santanudihingia-mq9sm
4 күн бұрын
ঈশ্বৰৰ প্ৰসংসা হওঁক 🙏🙏 🙏✝️✝️✝️❤️❤️❤️
@mirapayeng6678
4 күн бұрын
Praise the lord pitai ❤❤❤❤❤
@tulshirdas2985
3 күн бұрын
ঈশৰৰ প্রশংসা হওকঁ🙏✝🙏🛐🛐🛐
@Suhanisaikia5441
4 күн бұрын
Praise the lord ❤ amen
@RanjanChutiaTestimony
4 күн бұрын
যি দিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেই দিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ তিনিজন পুত্র চেম, হাম, যেফৎ আৰু তিনিগৰাকী পুত্র-বোৱাৰী জাহাজত গৈ উঠিল। 14 তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলো বিধ চৰাই চিৰিকটিও উঠিল। 15 শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰ ওচৰলৈ আহি জাহাজত সোমাল। 16 ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে। 17 তাৰ পাছত চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত জলপ্লাৱনৰ পানী বাঢ়ি যাবলৈ ধৰিলে; পানী বাঢ়ি যোৱাত জাহাজখন মাটিৰ পৰা দাং খাই পানীত ওপঙি উঠিল। 18 পৃথিৱীৰ ওপৰত পানী বাঢ়ি বাঢ়ি গৈ থাকিল আৰু সোঁত প্রৱলৰূপে প্লাৱিত হোৱাত জাহাজখন পানীত ওপঙিবলৈ ধৰিলে। 19 পৃথিবীৰ ওপৰত পানী কেৱল বাঢ়িয়েই থাকিল; সমুদায় আকাশৰ তলত থকা সকলো ওখ ওখ পৰ্ব্বত ডুব গ’ল। 20 পাহাৰ-পর্ব্বতবোৰ ডুব গৈ পোন্ধৰ হাতa ওপৰলৈকে পানী উঠিল। 21 পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল। 22 শুকান মাটিৰ ওপৰত থকা সকলো প্রাণীৰে অর্থাৎ শ্বাস-প্রশ্বাস লৈ জীয়াই থকা আটাই প্ৰাণীৰে মৃত্যু হ’ল। 23 এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল। 24 এইদৰে পৃথিবীৰ ওপৰত এশ পঞ্চাশ দিনলৈকে জলপ্লাৱন হৈ আছিল। আদিপুস্তক:৭
@lakhigogoi5243
4 күн бұрын
ঈশ্বৰৰ বাক্যৰ যোগেদি আমাক সকলোকে জ্ঞান শক্তি দিয়ে ধন্যবাদ পিতাই 🙏🙏🙏
@gitanjoligogoi6279
4 күн бұрын
আমেন🙏🙏🙏🙏
@RipaSahu-y5t
3 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏
@junmoni000
3 күн бұрын
Praise the lord pitai 🙏🏻🙏🏻🙏🏻🙏🏻
@rintidutta8746
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ☦️ গীতটো বহুত ভাল লাগিছে পিতাই ❤❤
@nobajyotinobajyoti-eh1lq
4 күн бұрын
Praise the Lord Amen ❤
@sumkidas500
4 күн бұрын
Praise the lord Amen hallelujah
@RubiRubi-s7r
4 күн бұрын
Amen amen ❤❤❤❤❤
@gargeedoley
4 күн бұрын
Praise the Lord gurupita Amen 🙏🙏🛐✝️🛐❤❤❤🛐✝️🛐🙏🙏
@TarunHazarika-j2f
4 күн бұрын
Praise the lord.Hallelujah
@ChandanGogoi-tf5je
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।🙏🙏🙏✝️
@puhita3438
4 күн бұрын
আমেন 💖🙏
@manoojhazarika3909
4 күн бұрын
Praise the lord ❤❤❤
@enoshpatho5522
4 күн бұрын
Nice song🎵 hallelujah 🙏🙏🙏🙏
@aniltaye5574
4 күн бұрын
Praise the Lord🙏🙏🙏 probbu amen
@DHARAMKARMAKARELECTRONIC
4 күн бұрын
Parise the lord Hundur get dila pita
@Chiranjib60
4 күн бұрын
Praise the lord pitai🙏🙏🙏.
@hasnasaikia9674
4 күн бұрын
Praise the Lord Amen 🙏 🙌 ❤️
@1NonlyLuFFyX
4 күн бұрын
Praise the Lord Amen 🙏🌺🌹❤️✝️❤️🌹🌺🙏
@barbisonowal7894
4 күн бұрын
Praise the lord ✝️ 🙏
@PrabhaGogoi-n8m
4 күн бұрын
Praise the lord 🙏 ✨️
@simaurang4390
4 күн бұрын
Praise the lord prabhu jisu guru pita 🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤❤❤❤
@bobitagogoigogoi7937
4 күн бұрын
Praise the Lord 🛐✝️🙏 Amen 🙏
@nitubarua3352
4 күн бұрын
Praise the Lord❤✝️🙏
@deepdutta6846
4 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওক। শ্ৰদ্ধাৰ গুৰু জনাৰ কন্ঠত সুৰ পোৱা এই সুন্দৰ গীতটোৰ জৰিয়তে ঈশ্বৰে সকলোকে আৰ্শীবাদ কৰক। সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ যীচুৰ জয় হওক।🙏🙏
@jurismitasonowal9729
4 күн бұрын
Praise The Lord pitai✝️🙏🏼❤️
@rumenbegum8131
4 күн бұрын
praise the lord, amen.
@ritasaikia7636
4 күн бұрын
Praise the lord ✝️ Amen 🛐🙏❤
@mensaipegu7373
4 күн бұрын
Nice song❤❤❤❤❤
@DiptiBorgohain-i3d
4 күн бұрын
Praise The Lord ❤
@BarsaRuhi
4 күн бұрын
Press the lord ✝️🙏🛐
@PujaGohain-z3g
3 күн бұрын
Praise the lord pitai 🛐🛐🛐
@PutulBaruah-q1v
4 күн бұрын
🤚✝️ প্ৰেজৰ্দালদ 🛐
@GitanjaliHazarika-jp7ur
3 күн бұрын
Praise the lord amen
@trishnadutta7938
3 күн бұрын
❤
@hirengogoi5527
4 күн бұрын
Praise the lord pitai ❤😢😢😢
@HelenRay-py6lr
3 күн бұрын
Praise the lord gurupita 🙏🙏🙏
@Himanshufoodchannel
4 күн бұрын
❤❤❤❤❤
@debeswarpayeng9036
4 күн бұрын
Praise the lord, Amen❤❤❤
@progyan7163
Күн бұрын
Praise the lord 🙏🙏🙏❤❤❤
@nomitasaikia1895
3 күн бұрын
Praise the lord ✝️🙏✝️🙏✝️🙏❤️🙏
@RanjanChutiaTestimony
4 күн бұрын
কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব। 26 নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব। 27 নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল। 28 সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল। 29 কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে। 30 সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব। 31 সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক। 32 লোটৰ তিৰোতাক সোঁৱৰা। 33 যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব। 34 মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব। 35 দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব। 36 দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।” 37 তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।” লুক:১৭:২৫-৩৭
@lakhigogoi5243
4 күн бұрын
ঈশ্বৰে আৰু শক্তি দিয়ক 🙏 ধন্যবাদ 🙏🙏
@DinaChandi-h6s
3 күн бұрын
Praise the lord deuts❤❤❤🙏🙏🙏🙏🙏🙏
@SurengogoiSurengogoi-jj6jq
3 күн бұрын
Praise the lord .🙏🙏🙏
@PramilaChangmai-z6q
4 күн бұрын
Praise the Lord🙏🙏🙏✝️✝️✝️🌹🌹🌹🌹
@jodumonigogoigogoi7592
3 күн бұрын
Praise the lord petai🙏✝️❤
@BijoyBoro-xt6ge
3 күн бұрын
Praise the lord ✝️🙏🙏🙏❤️
@100ffofficial
4 күн бұрын
Guru Peta aru guru maak kurti kuti bar khwa janalu tuma kepa hoklu logat hodakalaloi thakk jan aman 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@ProtimaPegu7
3 күн бұрын
Praise the lord ❤❤❤pithai
@phulorpahi41
4 күн бұрын
Pray request for Ritisha deka prasie God halleluyah praisy amen 🙏🙏🙏
@manideka2250
3 күн бұрын
Pitai mor Pitai Bajali Bhawanipur ++++++++++++++++++++++++++++++
@mollikadmry2855
2 күн бұрын
🎉praise the lord❤❤❤❤❤🎉😂😂😂😂 6:08
@DipsikhaKonwar-gg7lm
3 күн бұрын
Mur hkolu pap khyoma kora provu
@ksaikia5476
4 күн бұрын
Praise the Lord🙏🙏🙏
@BidyaSaikia-h2r
4 күн бұрын
Praise the lord 🙏
@ritabhuyan1295
4 күн бұрын
Praise the lord 🙏🙏🙏✝️✝️
8:02
Mur jibonor WHPC gospel song singing Ranjan chutia
Ranjan Chutia manik
Рет қаралды 30 М.
17:17
Parthona Ranjan chutia WHPC/ Song/ Live program
Ranjan Chutia
Рет қаралды 4,4 М.
00:14
Smart Sigma Kid #funny #sigma
CRAZY GREAPA
Рет қаралды 98 МЛН
00:26
Players vs Pitch 🤯
LE FOOT EN VIDÉO
Рет қаралды 34 МЛН
00:12
ЛУЧШИЙ ФОКУС + секрет! #shorts
Роман Magic
Рет қаралды 22 МЛН
00:17
Когда у вас с подругой чуть разные размерчики 😅🍒 #юмор
Galich Ida
Рет қаралды 33 МЛН
4:27
Gunoboti vajya swami //singer Ranjan chutia//gospel song//district Dibrugarh Assam@RanjanChutiamanik
Ranjan Chutia manik
Рет қаралды 3 М.
10:10
যুৱ অধিবেশনত ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামী আইৰ আধ্যাত্মিক ভাষণ।। Jai Krishnaguru 🙏
আধ্যাত্মিক তত্ত্ব ।। Aadhyaatmik Tatva re
Рет қаралды 7 М.
46:16
আত্মিক জাগৰণী শিবিৰ স্থান যীৰুচালেম বাপ্তিষ্ট মণ্ডলী শিক্ষক Diganta ali
Deepak Basumastary
Рет қаралды 2,2 М.
7:19
Bipodor bondhu //Ranjan chutia// gospel song WHPC
Ranjan Chutia manik
Рет қаралды 37 М.
12:33
Jibonor gutei Aei jibonor hipare parthona Ranjan/ sunit World healing prayer Centre moran india
Sunit Chutia
Рет қаралды 335 М.
1:07:09
Ranjan Chutia // All gospel songs // whpc //
Ranjan Chutia manik
Рет қаралды 17 М.
5:34
AKU PABA JANU AI JIBON // Ranjan Chutia // WHPC // ASSAMESE GOSPEL SONG //
Ranjan Chutia manik
Рет қаралды 41 М.
5:28
khuja tehe dia hbo ranjan chutia
Ranjan Chutia
Рет қаралды 7 М.
6:36
hargele //Ranjan Chutia// gospel song WHPC
Ranjan Chutia manik
Рет қаралды 22 М.
33:38
কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱসমাজৰ একবিংশতি দ্বি-বাৰ্ষিক অধিৱেশনত ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ ভাষণ
আধ্যাত্মিক তত্ত্ব ।। Aadhyaatmik Tatva re
Рет қаралды 9 М.
00:14
Smart Sigma Kid #funny #sigma
CRAZY GREAPA
Рет қаралды 98 МЛН