Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75

  Рет қаралды 354,259

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Пікірлер: 1 300
@munindrasarma3233
@munindrasarma3233 2 жыл бұрын
খগেন দাৰ সাক্ষাৎকাৰ শুনি এখন ডাঙৰ গ্ৰন্থ, মূল্যবান গ্ৰন্থ পঢ়া যেন পালো। কিমান ভাল পালো, কিমান উপকৃত হলো তাক ভাষাৰে বুজাব নোৱাৰিম। লগতে এইকণ সুবিধা দিয়াৰ বাবে তালুকদাৰ আৰু দুৱৰা দুয়োজনকে অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভবিষ্যতলৈ বহুত বহুত শুভকামনা যাচিলো।
@tulikadevi8507
@tulikadevi8507 2 жыл бұрын
সংস্কৃতি কি আচলতে উলব্ধি কৰিব পৰা এটি মন পৰশা অনুষ্ঠান ।।বহুত নজনা কথা শিকিব পাৰিছোঁ ।।অযান্ত্রিক লৈ বিশেষ ভাবে ধন্যবাদ ।।লগতে খগেন গগৈ ছাৰ কুশলে থাকক ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।।
@lizaranigogoi2400
@lizaranigogoi2400 2 жыл бұрын
অৱশেষত আটাইতকৈ প্ৰিয় ব্যক্তিজন প্ৰিয় অনুষ্ঠানটিত😍 ভালে থাকক তেখেত সদায়ে..
@tipsaki
@tipsaki 2 жыл бұрын
একমত
@জানোআহক-ট৮ঠ
@জানোআহক-ট৮ঠ 2 жыл бұрын
Bahut bhal lagil
@jugalchandralahon4907
@jugalchandralahon4907 11 ай бұрын
3
@kulaprakashboruah2578
@kulaprakashboruah2578 2 жыл бұрын
আজিৰ খণ্ডটি সচাঁই ভাল লাগিল । সচাঁ গাঁৱলীয়া নিভাঁজ মানুহজন সদায়ে এনেকৈ থাকক, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@chaochingb
@chaochingb 2 жыл бұрын
ধুনীয়া সাধু এটা শুনি থকাৰ দৰে লাগিল। তথাপি যেন মন নভৰে, আৰু শুনিম শুনিম লাগি আছে। নিভাঁজ মানুহজন সদায় এনেদৰে ৰসাল কথাৰে ভৰি থাকক। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। অযান্ত্রিক পৰিয়াললৈ বহুত বহুত ধন্যবাদ আমাৰ সকলোৰে মৰমৰ খগেন গগৈ ডাঙৰীয়াদেৱক মাতি অনাৰ বাবে।🙏🏻
@indirabaruah8033
@indirabaruah8033 Жыл бұрын
Legend
@bhagyoshreeboruah4834
@bhagyoshreeboruah4834 2 жыл бұрын
অজান্তিক ত ঘৰৰ মানুহ জনক দেখি ভাল লাগিল,, ভগৱানে ভালে ৰাখক খগেন বৰ্তাক ,,, মৰম জাচিলো লংপতিয়াৰ পৰা❤️
@indrajitsarma5706
@indrajitsarma5706 2 жыл бұрын
অভিভূত।গগৈ দেৱৰ দীৰ্ঘ জীৱন কামনা কৰিলো,🙏
@ashonasarmah5685
@ashonasarmah5685 2 жыл бұрын
খগেন ছাৰক নিমন্ত্ৰণ কৰি অনাৰ বাবে অশেষ ধন্যবাদ উদয়ন দা, অ'ৱেচিছ দা আৰু সমূহ অযান্ত্ৰিক পৰিয়াল ☺️🙏🏻 বিহু গীতৰ কথা ভাবিলে আমাৰ মনলৈ অহা প্ৰথম নামটিয়েই হ'ল *খগেন ছাৰ* 😊🌹 And interestingly, দুয়োজন খগেন ছাৰৰ কথাই মনলৈ আহে। এজন *খগেন গগৈ ছাৰ* আৰু আনজন *খগেন মহন্ত ছাৰ* ☺️🌹 দুয়োজনে চিৰসেউজ, দুয়োজনে বিহু সম্ৰাট ❤️🌹 ভালে থাকক সদায় ছাৰ 😊 ছাৰলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা থাকিল ☺️🙏🏻 Much love to Udayan da, Oasis da and the entire team of *Ojaantric* 😊🌹 Oasis da, your voice is so soothing 🥺♥️ শুনিলে শুনিয়েই থাকিব মন যায় ❤️❤️
@pallaviburagohain6374
@pallaviburagohain6374 2 жыл бұрын
প্ৰিয় শিল্পীজন💚। কথাবোৰ শুনি সাধুকথা যেন লাগিছে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। বহুত বহুত মৰম সোণাৰিৰ পৰা ❤️
@shyamoliphukan8626
@shyamoliphukan8626 2 жыл бұрын
খুব সুন্দৰ হৈছে অনুষ্ঠান টি।। খগেন গগৈ ডাঙৰীয়া লৈ নমস্কাৰ জনাইছোঁ লগতে সু স্বাস্থ্য কামনা কৰিছোঁ।। Lv frm Namrup
@akshayanirbangogoi3842
@akshayanirbangogoi3842 2 жыл бұрын
নিজৰ ঠাইৰে এজন মানুহৰ মুখত নিজৰ অঞ্চলটোৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুত নজনা কথা জানিবলৈ পায় সুখী অনুভৱ কৰিছোঁ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিছোঁ খগেন গগৈ ডাঙৰীয়া। লগতে Ojaantric ৰ পৰিয়ালৰ লৈও ধন্যবাদ জনাইছোঁ। love from Charaideo 🙏
@smritientertainment43
@smritientertainment43 2 жыл бұрын
1sec skip nkora k salu episode 2.. proud of you khagen gogoi sir ❤️ শিৱসাগৰিয়ান ❤️
@murchanaborah9140
@murchanaborah9140 2 жыл бұрын
নিজৰ ঠাইৰ নিজৰ মানুহ ...সঁচাকৈ গৌৰাম্বিত আপোনাকলৈ ....নিজৰ ঠাইখনৰ ইমানখিনি কথা আজি জানিবলৈ পালোঁ ...সোণাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী যদিও কলেজখনৰ অতীত আজি আপোনাৰ মুখেৰেই শুনিলোঁ । বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা এজন উল্লেখযোগ্য ব্যক্তি ..আপোনাক শত কোটি প্ৰণাম ..UD দা আৰু Oasis দালৈ বহুত বহুত ধন্যবাদ তেখেতক আপোনালোকৰ যোগেদি আৰু বহুখিনি চিনিব পাৰিলোঁ .....Lots of Love From Sapekhati, Sonari ❤️❤️
@uttarabaruva1270
@uttarabaruva1270 2 жыл бұрын
Khogen da is the king of bihu songs. His voice is unique for folk songs . Thanks Ojantrick for inviting him.
@SubodhGoswami-i4b
@SubodhGoswami-i4b Жыл бұрын
Fine
@বিকাশশৰ্মা
@বিকাশশৰ্মা 2 жыл бұрын
podcast টো আৰু দীঘল হলেও শুনি থাকিব পাৰিলোঁ হয়, কথাবোৰ শুনি সাধু সাধু দৰে লাগিছে ❤️
@hirkha234
@hirkha234 2 жыл бұрын
চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতিয়াৰ নিজ গাঁওৰ পৰা এগালমান মৰম জাচিলো ♥️
@ritumonigogoi2757
@ritumonigogoi2757 2 жыл бұрын
মাটিৰ মানুহজনক অন্তৰৰ পৰা প্ৰণিপাত জনাইছো। ধন্যবাদ টিম অযান্ত্ৰিক। আপোনাসবৰ পদক্ষেপ প্ৰশংসনীয়।
@ruponhatiboruah2782
@ruponhatiboruah2782 2 жыл бұрын
ভাল লগা episode বোৰৰ ভিতৰত এটা। শিৰ যদিও আকাশত চেপেটা পতাৰে ভৰি খন কিন্তু এতিয়াও মাটিত দৃঢ়ভাবে লাগি থকা মানুহ জন।। লগতে অজান্ত্ৰিকক বহু বহু ধন্যবাদ।।
@subhabratgogoi28
@subhabratgogoi28 2 жыл бұрын
লংপতিয়াৰ পৰা নমস্কাৰ জনালোঁ 🙏❤️❤️আমাৰ গৌৰৱ খগেন গগৈ 💖
@dinkugogoi5713
@dinkugogoi5713 2 жыл бұрын
Nomskar Dei
@tipsaki
@tipsaki 2 жыл бұрын
মেইন মানুহ
@akkiansnibirdeka2279
@akkiansnibirdeka2279 Жыл бұрын
Longpotiya kot ase nu?
@SantoshMohanPhukan
@SantoshMohanPhukan 2 жыл бұрын
প্ৰশ্ন সুধিবলৈকে নিদিলে!! নিজেই এটাৰ পিছত আন এটা জীৱনৰ খণ্ড ব্যাখ্যা কৰি গ'ল!! জীৱনৰ বাটত লগ পোৱা প্ৰতি গৰাকী ব্যক্তিৰ নাম মনত আছে তেওঁৰ! Thats Khogen Gogoi for you❤
@HamidAli-yk6rf
@HamidAli-yk6rf Жыл бұрын
Bohut val lagil. Bohu nojona kotha janibo parilu. 30years r agote dhukua tekhetor teacher Mur bor-deauta Hidor Ali sir r nam tu luar babe Khogen gogoi sir 🙏 jonaisu
@niranjandeka1303
@niranjandeka1303 2 жыл бұрын
খগেন গগৈ ডাঙৰীয়া সচাকৈ মাটিৰ মানুহ ❤️❤️ বহুত ভাল লাগিল আজি দ্বিতীয় বাৰৰ বাবে চালো।
@bhupengogoi2984
@bhupengogoi2984 2 жыл бұрын
এনেদৰেই আগবঢ়াই লৈ যোৱা খাতীঅসমীয়া সচা তেজৰে গঢ়িব খোজা সোনালী অসমৰ ৰনোৱা সকলক লৈ তোমালোকৰ অযান্ত্ৰিক । বহুত ভাল হৈছে। keep it up.
@deepagogoi392
@deepagogoi392 2 жыл бұрын
💕🙏💕
@prarthanagogoi7874
@prarthanagogoi7874 2 жыл бұрын
আৰম্ভণিৰ পৰা শেষলৈকে গোটেই খণ্ডটিয়েই অতি আকৰ্ষণীয়। খগেন গগৈদেৱৰ কথাবোৰ সাৰুৱা আৰু ৰসাল। ভাল লাগিল। মায়েও লগতে শুনিলে, অনুষ্ঠানটি আগবাঢ়ি যাওক। বহুতো শুভকামনা।
@debashisdas2452
@debashisdas2452 2 жыл бұрын
this episode with Khagen Gogoi sir set a different benchmark of ojaantric , that part sir explain how song is related with your journey of life is one of the best part . I also felt motivated from the story of sir starting from a village of assam with very limited resources to journey to coke studio . Salute to you sir
@phuljyotihandique663
@phuljyotihandique663 2 жыл бұрын
Upper assamor manuh buror kotha bur bor rokhal ako... 🥰 Love from sonari ❤
@ranuhandique8265
@ranuhandique8265 2 жыл бұрын
P
@zubeelandzgargmusic2220
@zubeelandzgargmusic2220 11 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটি । আটাইতকৈ ভাল লাগিল অন্য সাক্ষাৎকাৰত যেনেকৈ মাজতে ৰখাই লৈ বেলেগ প্ৰশ্ন উলিয়াই , কিন্তু ইয়াত তাৰ ব্যতিক্ৰম ।
@p.gassam8552
@p.gassam8552 2 жыл бұрын
আমাৰ মৰমৰ সকলোৰে বুকুৰ আপোন বিহু গীতৰ ৰজা একে গাঁৱৰ আমি ইমান ভিতৰৰ এখন গাঁৱৰ আজি সম্পূৰ্ণ চিনাকি কৰিলে বহুত বহুত ধন্যবাদ 🙏🙏🙏 খগেন গগৈ ডাঙৰীয়া লগতে oasis motion flims 🥰❤️
@supriyakaushik7399
@supriyakaushik7399 2 жыл бұрын
ইমান ডাঙৰ শিল্পী হৈও ইমান অহংকাৰ নাই। So grounded 🙏
@gautambharadwajofficial3494
@gautambharadwajofficial3494 2 жыл бұрын
যেন বহুত কথা য়েই থাকি গ'ল। অসাংসাৰিক হৈ থকাৰ, লগতে মহানন্দ মজিন্দাৰ বৰুৱা, বিপুল চেতিয়া ফুকন, ৰঞ্জিত গগৈ আৰু নিশ্চয় জুবিন দা
@girinchetia1376
@girinchetia1376 2 жыл бұрын
জানিব লগা বহুত আছিলে 🥺
@gyandipdutta9275
@gyandipdutta9275 2 жыл бұрын
Legend of Bihu🙏... One of the best episode so far... Thank you Ojaantric..
@gayatreegogoi3212
@gayatreegogoi3212 2 жыл бұрын
নিভাঁজ গাঁৱলীয়া সুবাস বিয়পি থকা,মাটিৰ মানুহজনৰ কথাখিনি যেন শুনিয়েই থাকিম তেনেকুৱা অনুভৱ হ'ল ❤️ শ্ৰদ্ধাৰ খগেন গগৈৰ ডাঙৰীয়ালৈ অশেষ শুভকামনা জনাইছোঁ 🙏 আপুনি ভালে থাকক। এই খণ্ডটিৰ প্ৰথমৰেপৰা এটা সাধু শুনি থকা যেন লাগিল💞 উদয়ন দা আৰু অয়েছিচ দা লৈ বহুত বহুত ধন্যবাদ🥰
@pranobgogoi5508
@pranobgogoi5508 2 жыл бұрын
প্ৰিয় মানুহ জনক দেখি সুখী হলো । খগেন গগৈক ভগৱানে কুশলে ৰাখক । অজান্তিকক বহুত ধন্যবাদ ।
@souravgogoi322
@souravgogoi322 2 жыл бұрын
অযান্ত্ৰিকৰ পৰিয়াললৈ অশেষ ধন্যবাদ সোণাৰিৰ লংপতীয়াৰ পৰা ♥️
@bishnustatus711
@bishnustatus711 2 жыл бұрын
Ojaantric কক হাত যোৰ কৰি প্ৰণাম কৰিছো এজন বিখ্যাত মানুহ আমাৰ নিচিনা গাঁৱলীয়াৰ গৌৰৱ বিহুৰ সম্ৰাটক মতা কাৰণে বহুত শিকিলোঁ ,নজনা কথা জনিলো , আপোনালোকক হাতে ভৰিয়ে ধৰি কৈছোঁ অতি সোনকালে আকৌ তেওঁক যাতে দেখিব পাওঁ অতি সোনকালে 🙏 love you ojaantric
@riturajsonowal6553
@riturajsonowal6553 2 жыл бұрын
Master of Bihu Khagen Gogoi is Finally at Ojaantric. Thank to both of you.
@083kaushal
@083kaushal 2 жыл бұрын
Salute , Ojantic group ,khagen da k eman val loga interview amak agborhuwa karoney okhekh dhyanabaad...
@aninditadeka1998
@aninditadeka1998 2 жыл бұрын
Ojaantaric is becoming prestigious platform day by day. When we and future generation will look back Ojaantaric will called as legendary show. Following this show since it's first episode and always will. Ojaantaric has made me watch interview of those artists whom I was not a fan of but I became one.
@richardbailung
@richardbailung 2 жыл бұрын
Pagol nki?
@chaochingb
@chaochingb 2 жыл бұрын
ধুনীয়া সাধু এটা শুনি থকাৰ দৰে লাগিল। তথাপি যেন মন নভৰে, আৰু শুনিম শুনিম লাগি আছে। নিভাঁজ মানুহজন সদায় এনেদৰে ৰসাল কথাৰে ভৰি থাকক। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। অযান্ত্রিক পৰিয়াললৈ বহুত বহুত ধন্যবাদ আমাৰ সকলোৰে মৰমৰ খগেন গগৈ ডাঙৰীয়াদেৱক মাতি অনাৰ বাবে।
@Dipandita888
@Dipandita888 2 жыл бұрын
He is the king.. bihur roja hoi hodai thakibo tekhet rojaaaa hoi.. best episode of ojantric
@indusmitabora3198
@indusmitabora3198 2 жыл бұрын
Thank you so much duyujonoke...Ojantric e bohut Jona nojona, porisito othoba Kom porisito silpi sokolok amar majot notun dhorone sinaki korai dise...khub besi bhal Lage..eta eta sobdo nuxunile kiba eta thaki Jua jn Lage...Dr Jahanara Begum Baideu k ebar nimontron jonabo edin parile...bhal lagibo...
@arunjyotihazarika3407
@arunjyotihazarika3407 2 жыл бұрын
Bohut val loga manuh jon dekhilu aji... Bohut val lagil.. Thank u ojaantric
@debojitray1050
@debojitray1050 2 жыл бұрын
খগেন গগৈ ছাৰক মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ উদয়ন দা।🙏🙏😍
@ANUJ_CHUTIA
@ANUJ_CHUTIA 2 жыл бұрын
বিহু সম্ৰাট খগেন দা 🌸💗ভালে থাকক সদায় ❤️ভালে থাকক সদায়
@kalyanidutta5324
@kalyanidutta5324 2 жыл бұрын
Bohut nojona Kotha janibo parilu tekhetor pora, bhal lagil. Enekoi aru konoba jonok matibosun buronjimulok Kotha Kobo jona. Dhanyabad Ojaantric poriyal
@Himanta.boruah
@Himanta.boruah 2 жыл бұрын
মাটিৰ মানুহ। প্ৰিয় ব্যক্তিজন ❤❤❤❤❤
@bidyutphukan3440
@bidyutphukan3440 2 жыл бұрын
কোন অʼ এইটো পিটপিটাই ফুৰিছ যে
@santanuphukan4109
@santanuphukan4109 10 ай бұрын
What humility!!!!!! Total respect!!!!!! Such a brilliant mind! Thanks so very much for building the bond between a great soul and us, lesser mortals ❤
@bhaskarj4700
@bhaskarj4700 2 жыл бұрын
The only episode which i never hv skipped even for a second 😇his voice has a divine connection
@rupamgogoi9959
@rupamgogoi9959 2 жыл бұрын
Apunaak nomoshkaar Khagen kokaideo….. Thank you 🙏 team Ojantrik.
@manash_axom_07
@manash_axom_07 2 жыл бұрын
খগেন দাই আজি UD আৰু OASIS ক কথা কবলৈ নিদিলেই 😂💝🔥
@kolpochitra3869
@kolpochitra3869 Жыл бұрын
আপোনাৰ জীৱনৰ কথাখিনি শুনি বহুত ভাল লাগিল।এনেকুৱা জাতীয় জীৱনৰ গৌৰৱ লৈ সদায় বহুত দিন জীয়াই থকাৰ শুভ কামনা যাচিলোঁ
@pankajbaruah5770
@pankajbaruah5770 2 жыл бұрын
লগত টাই আহোমৰ চিহ্ন মুগাৰ গামোচা খন লৈ যায় সদায় আৰু নিজৰ পৰিচয়টো ৰাখে ভাল লাগে
@AxomVob
@AxomVob 2 жыл бұрын
Kotha bur huni akdm amoni nalagel.... Bht kotha jane dai... Akou abr matebo xn.... Nojona kotha kisumn u gom palu.. Thank you ❤🌹
@beautisivsagar2354
@beautisivsagar2354 2 жыл бұрын
শতকোটি প্ৰণাম খগেন গগৈ ডাঙৰীয়া🙏🙏🙏💙💙💙
@madhuri1545
@madhuri1545 Жыл бұрын
Bohut kotha janibo pai Val lagil. Khogen kokai dewoloi dhonyabad 🙏🏻 thakil. 🙏🏻
@Pragyan_Parasar
@Pragyan_Parasar 2 жыл бұрын
Petition to declare this as the best episode of Ojaantric !!!!!!
@SelfGro76
@SelfGro76 2 жыл бұрын
kzbin.info/www/bejne/aGbdhX6ih86tjMk
@biswajitkonwar73
@biswajitkonwar73 Жыл бұрын
Hosae...kio nu eman din logalu sabole heytut nojorlehe laj paisu
@rupkantapathori9666
@rupkantapathori9666 Жыл бұрын
What a sweet tune of Khagen Gogoi in respect of Bihu geet.
@sewalihazarika7795
@sewalihazarika7795 Жыл бұрын
@alokeshneog
@alokeshneog 2 жыл бұрын
One of the best in Ojaantric. Love u Khagen Da and the Ojaantric family.
@rajorshisharma9089
@rajorshisharma9089 2 жыл бұрын
Got to know a lot about khogen da...he is the most underrated artist of Assam as well as India.... Hige repeat 🙏... Please invite him one more time
@rupjyotidutta7475
@rupjyotidutta7475 Жыл бұрын
Ojaantric Once more plz invite him.. Zubindar lgt huwa teur jibonor kothakhini janiboloi eeshya thakil
@deepagogoi392
@deepagogoi392 2 жыл бұрын
Bohut bhal lagil...... Nojona bohutu janibole palu..... Mur u houbhagya asil Joya Saikia Duara r hanidhya paisilu.... Nass hikaesile.....Moran Oil colony t thakute
@biswajyotiarandhara9402
@biswajyotiarandhara9402 2 жыл бұрын
খগেন খুড়াক দেখি বহুত দিনৰ মূৰত মজ্জা লাগিল,, শিৱসাগৰ গেলেকীৰ পৰা মৰম যাছিলোঁ 😍❤️
@chawduduahom5537
@chawduduahom5537 2 жыл бұрын
Bishwa.. Bondhu.😁
@biswajyotiarandhara9402
@biswajyotiarandhara9402 2 жыл бұрын
@@chawduduahom5537 বন্ধু তুমিও ইয়াত নি 😁❤️👍
@chawduduahom5537
@chawduduahom5537 2 жыл бұрын
@@biswajyotiarandhara9402 um😀
@dipankargogoi97
@dipankargogoi97 2 жыл бұрын
ভাল ভাল, ভগৱানে এনেকুৱা মাটিৰ মানুহ বনোৱা প্ৰায় বন্ধ কৰিছে। চাই পৰম সন্তোষ আৰু বহু মৰম ♥️ A Big shout out to the research team of Ojantrik, you really have come of age & have started gauging the audience pulse to absolute perfection. The selection / choice of your guests has matured over each episode. Keep up the great work, love you guys 🙏
@tukhargogoi6494
@tukhargogoi6494 2 жыл бұрын
He is one of my favourite singer
@suklachetia3813
@suklachetia3813 10 ай бұрын
খগেন ককাইদেউৰ জীৱন পৰিক্ৰমা ইমান সুন্দৰ ভাৱে উপস্থাপন কৰিলে খুব ভাল লাগিল ,আপোনাৰ বিষয়ে বহুত কথা জানিব পাৰিলো ,যিবোৰ জানিবলৈ প্ৰৱল ইচ্ছা আছিল ।ধন্যবাদ।
@JalimBadshah546
@JalimBadshah546 2 жыл бұрын
He is so kind 🙏 The legend of Assamese folk😊
@bitumudoi1994
@bitumudoi1994 2 жыл бұрын
Sivasagorr chowraidew manuhr kthabilak bor lrokhal huni vl lge porud of u sir ...amrfalr manuhr mnbur eneu furti pise👍❤️❤️🤗
@rahuldola
@rahuldola 2 жыл бұрын
Ojantric was in goosebumps in the full series❤️
@Soundguy.
@Soundguy. 2 жыл бұрын
Rahul da 🤩
@niruborah1823
@niruborah1823 Жыл бұрын
অযান্তিক চাই থাকিলে চাই থাকিব মন যায় ।অযান্তিকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
@ZeeshanHaiderSyed
@ZeeshanHaiderSyed 2 жыл бұрын
The most entertaining Ojaantric podcast till date. Imaan local flavour....
@prathanagogoi6643
@prathanagogoi6643 2 жыл бұрын
Ajihe sabo parilu Moi ... Bhut besie val lagil ..hosai .. khogen Gogoi amar gourob .. aru ojaantric saiue prai bhut val lage..bhut dhyonobad enekua ata potokhep hatot lua babe
@birinchiboruah9143
@birinchiboruah9143 2 жыл бұрын
King is back......❤️❤️ One of my favourite king always king....... haven't to tel[❤️❤️💝
@biswajitkonwar73
@biswajitkonwar73 Жыл бұрын
Bor mojja lagil Khagen gogoi siror kotha bur huni....
@epsilon9826
@epsilon9826 2 жыл бұрын
Oasis da is one of the most humble guy.
@djhaulix1581
@djhaulix1581 Жыл бұрын
Bohutu nohoba kotha janisu, bht nojoba kotha hikisu. Khogen gogoi amar heifaore buli jani toh aru val lagi goise. Mur ghr u sonari Mahmora buli koi. Sonari mur home town. Tekhetor kothabilak huni nijok jen hei 1985 manor kiba ata hidden character ata jen fee hoi goise. Mur aatma tua jeniba hei gutei happening bilak witness kori ase jen. Bor dhunia k kintu aji mur mon2 2023 pora 1981 manole loi gusi gol. Thank you for the podcast
@drajkhowa9998
@drajkhowa9998 2 жыл бұрын
One of the best one ever…. Thanks for inviting him … so inspiring 😊…. Mamu from UK
@EduGain1
@EduGain1 2 жыл бұрын
বহুদিনীয়া আশা পূৰণ হ'ল। ভাল লাগিল।
@drkalyanirajkumari1513
@drkalyanirajkumari1513 2 жыл бұрын
উজনিৰ প্ৰতিখন গাওঁ বা চুবুৰিত যে সেই এজন দুজন দদাইদেউ/ বৰদেউতা থাকে, যাৰ মুখত অনবৰতে বিহুগীত এফাকি লাগিয়ে থাকে (বিশেষকৈ ৰস এটুপি পৰাৰ পিছত 😉), এই মানুহজন সেই প্ৰত্যেকজন দদাই, বৰদেউতাৰ প্ৰতিনিধি। ভাবিলেই ভয় লাগে যে তেওঁলোকৰ প্ৰজন্মৰ পিছত সেই স্বতঃস্ফূৰ্ত বিহুবোৰ, বিহু নামেৰে ইজনে সিজনৰ লগত কৰা চুপতিবোৰ নোহোৱা হৈ তাৰ ডুখৰীয়া ৰূপৰ কিছুমান কৃত্ৰিম গানহে থাকিবগৈ। এই ভিডিওটোৱে কিছু পৰিমাণে হ'লেও সেই সময়খিনি আমাৰ পিছৰ প্ৰজন্মলৈ হয়তু থৈ যাব। ধন্যবাদ 😊
@pranamibaishya6521
@pranamibaishya6521 2 жыл бұрын
Bhut nojona kotha janilu hunilu..thank you both of u ..love u dada
@chinmoyeechetia1496
@chinmoyeechetia1496 2 жыл бұрын
One of the best interviews so far! ❤️
@bitupanphukan9139
@bitupanphukan9139 2 жыл бұрын
Khagen dak bht vl lage agr pora....aji ajantrikt dekha pai bht bhl lgl...kothaburu bht bhl lage teur...geetor kotha koboi nlge aru.....love from sivasagar Namti
@rishikeshsaikia8754
@rishikeshsaikia8754 2 жыл бұрын
One of a best episode of Ojantrik❤️Khogen Sir beautiful explanation of his musical and social life .And the last song part🥺
@madhurjyasarma623
@madhurjyasarma623 2 жыл бұрын
wow bohut bhal lagil..kiman jeh nojona kotha janilu... Thank you both of you
@123tapash
@123tapash 2 жыл бұрын
This is the episode I can watch over and over again. Khagen da ❤️
@munmeebaruah2410
@munmeebaruah2410 2 жыл бұрын
Emn val lagile .....thanks ojantric team........ khogen da loi hosodhro pronam 🙏🙏🙏🙏🙏🙏🙏.....ru huniyei thakim jn lagise.....
@banashreerajkonwar6926
@banashreerajkonwar6926 2 жыл бұрын
সোণাৰিৰ গৌৰৱ ❤️❤️ . love from sonari
@minumahanta8317
@minumahanta8317 2 ай бұрын
Thanķs to .Mr Gogoi .
@eshandutta7358
@eshandutta7358 2 жыл бұрын
মনে মিলা মানুহজন খগেন দা❤️❤️
@letsmakeyourenglisheasy584
@letsmakeyourenglisheasy584 2 жыл бұрын
অত্যন্ত ভাল লাগিল।খগেন গগৈ দেৱলৈ আমাৰ মৰম আৰু শ্ৰদ্ধা নিবেদিছো 🙏। তেখেতৰ পৰা বহু নজনা কথা জানিলো। ধন্যবাদ🙏।
@rupkumarbordoloi2311
@rupkumarbordoloi2311 2 жыл бұрын
Thank you for inviting the legend.. more power to the team Ojantric
@elourabbhattacharyya4014
@elourabbhattacharyya4014 2 жыл бұрын
বহুত বহুত বহুত ভাল লাগিল ৷ বহুত নজনা কথা শিকিলো ৷ এসময়ত বিহু নাছিলো যদিও চাৰক ওচৰৰ পৰা লগপোৱাৰ সৌভাগ্য কিন্তু আজিলৈকে হোৱা নাই ৷ ঈশ্বৰে কেতিয়াবা এই আশা পুৰাণ কৰিবনে নাই নাজানো ৷তেখেতলৈ সস্ৰদ্ধ প্ৰনাম 🙏🙏🙏 আৰু আপোনালোকলৈ ধন্যবাদ 🙏
@darshannagaria8059
@darshannagaria8059 2 жыл бұрын
Was waiting for this special episode since beginning, KHAGEN GOGOI Dangoriya is a Gem for us ❤ Thank You Ojaantric for fulfilling my continuous request. আমি উঠি অহা প্ৰজন্মই তেওঁৰ পৰা বহু শিকিব আছে, ভৱিষ্যতলৈ এইয়া আগুৱাই নিবলৈ |
@kapilsekhar7338
@kapilsekhar7338 2 жыл бұрын
Bohut bhal lagil.... Source of knowledge, khagen gogoi
@BidyutJyotii
@BidyutJyotii 2 жыл бұрын
ধন্যবাদ UD দা আৰু Oasis দা ! বহুত নজনা কথা শিকিলোঁ আজি🌻 খগেন গগৈ ছাৰ ❤️
@jintusaikia4256
@jintusaikia4256 Жыл бұрын
বহুত বহুত ভাল লগা মানুহ জনৰ বিষয়ে আপোনালোকৰ চেনেলটোৰ জৰিয়তে জানি সঁচাই বহুত আনন্দিত হৈছোঁ।
@smrjt9102
@smrjt9102 2 жыл бұрын
Aii moja lagil re podcast tu 🔥 bohut kotha gom puwa gol tekhetor kotha. 🙏🏼 Such a Legend
@anjandas4324
@anjandas4324 2 жыл бұрын
মাটিৰ মানুহক ভাল পাবলৈ কোনো কাৰকৰ প্ৰয়োজন নহয়, এইয়াই খগেন দাৰ পৰিচয়। অযান্ত্ৰিক পৰিয়ালে চিৰদিনলৈ বাণীবদ্ধ কৰিলে খগেনদাৰ জীৱনৰ মুকুতাৰ গাথাঁবোৰ। ধন্যবাদ। খগেন দা-জুবিন দাক একেলগে দেখিলে গুৰুজনা শংকৰ-মাধৱৰ মণিকাঞ্চনৰ দৰে অনুভৱ হয়। দীৰ্ঘায়ু আৰু সু-স্বাস্থ্যৰ কামনা সকলোলৈ।
@Hya_34
@Hya_34 2 жыл бұрын
I can't explain how much I'm in love with ojantrick 😭❤
@purobeegogoi1343
@purobeegogoi1343 2 жыл бұрын
আজি খগেন দাৰ কথাখিনিৰ পৰা বহুত নজনা কথা শিকিলোঁ আৰু জানিলো। তাৰ বাবে খগেন দা আৰু অজান্ত্ৰিক লৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
@Bipul007
@Bipul007 2 жыл бұрын
Someday in reminiscence, When you'll look back, this episode will bring tears in your eyes.. in our eyes!! //আপুৰুগীয়া// Keep rocking #Ajaantric
@momigogoi7751
@momigogoi7751 Жыл бұрын
বহুতো নজনা কথা শিকিলোঁ জানিলো খগেন গগৈৰ বিষয়ে আৰু বিহুৰ বিষয়ে । ভাল লাগিল । জয় আই অসম ।
@nabapallabborah8242
@nabapallabborah8242 2 жыл бұрын
One of the best best episode ever ❤️❤️❤️... Thank you ojaantric
@munmichetia1331
@munmichetia1331 2 жыл бұрын
Bohut bohut bhal lagil ajir episode tu. Charaideo bakhinda hisape bohut gourob onubhob koru shrodhhar khogen da k loi.
Ojaantric || Assamese Podcast ft. @KussumKailash  || Ep.61
1:03:08
Oasis Motion Films
Рет қаралды 299 М.
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
ბაკურ გულუას ისტორია - “საქართველოს დაბადება”
3:25:21
საქართველოს დაბადება
Рет қаралды 1,4 МЛН
Ojaantric || Assamese Podcast ft.@DebojitBorahOfficial  || Ep.69
1:15:28
Oasis Motion Films
Рет қаралды 155 М.
Ojaantric || Assamese Podcast ft. RJ Pahi || Udayan Duarah || Ep.24
47:37
Oasis Motion Films
Рет қаралды 628 М.
Ojaantric II Assamese Podcast ft. Moonmi Phukan II Udayan Duarah II Ep.29
56:33