প্ৰাণজিৎ গগৈয়ে ভাগৱত ব্যাখ্যাৰ কৰিবলৈ কিমান টকা ডিমান কৰে

  Рет қаралды 130,169

Nitya Niranjan bora

Nitya Niranjan bora

Күн бұрын

Пікірлер: 340
@numolisaikia4826
@numolisaikia4826 Күн бұрын
কৃষ্ণ কৃষ্ণ বাপজনাৰ দুয়োজনাৰ,চৰনত, শতকুটি প্ৰণাম জনালো। কৃষ্ণ আপোনাৰ কঠা শুনি,ভাল লাগিল, এনে হৈয়ে, আগবাঢ়ি যাওক,আপোনাক,ঈশ্বৰে,মঙ্গল,কৰক। ধন্যবাদ।
@dulumonibora7783
@dulumonibora7783 2 күн бұрын
গগৈ বাপজনালৈ আশীৰ্বাদ জনালো তেখেতৰ আশু আৰোগ্য কামনা কৰিলো।
@sajidzamal3206
@sajidzamal3206 2 күн бұрын
সুৰ সুন্দৰ হ'লে শুনি ভাল লাগে। তেতিয়া অন্তৰত স্থান পায়।আত্মাতুস্ত হয়। গগৈ ডাঙৰীয়াৰ সূৰ ভাল। পঢ়া ইস্পত্ব, সুন্দৰ। এখেতে টকাৰ কাৰণে ধৰ্ম প্ৰচাৰ নকৰে সুন্দৰ বৃক্তিত্বৰ মানুহ
@PranJal-sd3kw
@PranJal-sd3kw 2 күн бұрын
Pranjit is a vary good man😊😊❤❤❤❤😂😂
@DwipenBorah-zw7lw
@DwipenBorah-zw7lw 2 күн бұрын
'সত্য, প্ৰিয় আৰু হিত' মূলনীতি বুলি সাৰোগত কৰি শংকৰদেৱৰ সামাজিক , সাংস্কৃতিক আৰু ধৰ্মীয় আদৰ্শ তথা ভক্তিবাদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰাণজিৎ গগৈ দেৱৰ প্ৰচেষ্টা প্ৰশংসনীয় ও আদৰণীয়। মিষ্টভাষী , নিৰহংকাৰী সুবক্তা গগৈ দেৱৰ শিল্প সাধনাৰ লগতে ধৰ্মীয় শাস্ত্ৰ অধ্যয়ন তথা ব্যাখ্যা অব্যাহত হৈ ৰওঁক ! প্ৰণাম জনাইছোঁ।
@nayanmoniboraroy8619
@nayanmoniboraroy8619 Күн бұрын
Over smart Reporter😂
@akashjyotigogoi9857
@akashjyotigogoi9857 Күн бұрын
বহুত ভাল লাগিল,দুয়োজনলৈ শুভ কামনা জনালোঁ, সুন্দৰ প্ৰশ্ন , সুন্দৰ উওৰ,
@harengogoiharengogoi8897
@harengogoiharengogoi8897 2 күн бұрын
অতি সুন্দৰ হৈছে আগুৱাই যোৱা নেদেখা জনে তোমাক কোটি কোটি আশীৰ্বাদ কৰক।
@pranabjyotitalukdar5516
@pranabjyotitalukdar5516 Сағат бұрын
প্ৰাণজিৎ বাপলৈ অশেষ ধন্যবাদ থাকিল।
@upengogoi5095
@upengogoi5095 2 күн бұрын
জয় গুৰু শঙ্কৰ। কৃষ্ণ কৃষ্ণ, গগৈ বাপ জনাক অশেষ ধন্যবাদ জনালো। ভগৱন্তই তেখেতৰ প্ৰতি সু-স্বাস্থ্য আৰু দীৰ্ঘায়ো প্ৰদান কৰিব। সমাজখন তেখেতে বহু আগুৱাই নিয়ক। কৃষ্ণ কৃষ্ণ।
@PulinSewali
@PulinSewali 2 күн бұрын
প্ৰানজিৎৰ ধৰ্মৰ প্ৰতি থকা আস্থা , আলোচনা টি শুনি আপ্লুত হলো ।
@bijitsaikia1491
@bijitsaikia1491 Күн бұрын
অনুষ্ঠানটো ভালেই আছিল যদিও প্ৰশ্ন কৰোঁতাজনৰ কথনশৈলী অলপ ভাল হ'ব লাগিছিল।
@MamoniRajkhowa-i8o
@MamoniRajkhowa-i8o Сағат бұрын
কৃষ্ণ গগৈ প্ৰভু ভক্তি পূৰ্ণ সেৱা আৰু শত কাটি শ্ৰদ্ধা জনাইছো ।কৃষ্ণ ।
@binitadas7068
@binitadas7068 Күн бұрын
Krishna val apunar moi bhut val pao tumak eman hundor hoi bhagobat path moi bhut val pau anekua ajon essor ase amar majot bhagabane vale kukhole Rakhok Krishna 🙏🙏🙏moi palasbari r hudumpur gawor hoi bap
@PromilaGogoi-l1n
@PromilaGogoi-l1n 23 сағат бұрын
আলোচনা ভাগ ভাল লাগিল, ঈশ্বৰৰ সহায় সদায় থাকক আপোনাৰ লগত ।
@drrupaligogoi2067
@drrupaligogoi2067 21 сағат бұрын
ভাল লাগিল , সুন্দৰ অনুস্থান এটা উপভোগ কৰিলো
@Ramanath১২
@Ramanath১২ Күн бұрын
কৃষ্ণ.. আপোনাসৱৰ আলোচনা শুনি বহুত ভাল লাগিল🙏🙏🙏
@pranabdas7121
@pranabdas7121 2 күн бұрын
প্ৰাণজিত গগৈ কোনো ডিমাণ্ড নকৰে। ,,এজন সত্য বাদ্যী
@Minakakati-nu5hp
@Minakakati-nu5hp Сағат бұрын
সুন্দৰ কথা কলে বাপ
@nandiramdeka6218
@nandiramdeka6218 2 күн бұрын
কৃষ্ণ | সকলো খোলোছা কৰি দিয়াৰ বাবে ভাল লাগিল | অধমৰ মনতটো কিছু সংশয় আছিল | এতিয়া মনটো পৰিস্কাৰ হ"ল | দুয়োজনা বাপলৈ মোৰ সেৱা জনালো | জয় গুৰু শঙ্কৰ |
@DebenChetia-t4c
@DebenChetia-t4c Күн бұрын
সুন্দৰ বহুত বেছি ভাল লাগিল বাপ জনাৰ দীঘায়ু কামনা কৰিলো ।
@seutibhuyan
@seutibhuyan 2 күн бұрын
সপোন বাস্তব হওঁক।। বাপ জনলৈ আৰ্শীবাদ জাছিলো। জয় গুৰু শঙ্কৰ।।।।কৃষ্ণ।।। গহপুৰ
@bashantiborah2411
@bashantiborah2411 20 сағат бұрын
বহুত ভাল লাগিল আপোনালোকৰ কথোপকথন। তেখেতক আমি ভগৱান যেন ভাবো তেখেত প্ৰকৃততে ভগৱানৰ অংশহে। মানুহে বুজিহে পোৱা নাই।
@JayaTamuli-p1r
@JayaTamuli-p1r 12 сағат бұрын
কৃষ্ণ 🙏বৰ সুন্দৰ অনুস্থান আগবঢ়ালে । আমি তেখেতৰ ভাগৱত পাঠ শুনি দিনটোৰ আৰম্ভনি কৰো 🙏
@triptihazarika9185
@triptihazarika9185 16 сағат бұрын
এজোপা গছৰ ওচৰত সেৱা কৰি নিজৰ হদয়ৰ মাজতেই ভগৱান থাকে 🙏🙏🙏🙏🙏
@anuradhahazarika5803
@anuradhahazarika5803 Күн бұрын
Krishna bap apunar boktobot amr aksomor lukhol bohut upokita hobo .God bless you and your family Krishna 🙏🙏🙏🙏🙏
@seutibhuyan
@seutibhuyan 2 күн бұрын
প্ৰশ্ন কৰিবলৈ যাওঁতে প্ৰশ্ন বিলাক গম্ভিজ্য পূৰ্ণ হোৱা টো ভাল। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@kashyapdeka8278
@kashyapdeka8278 2 күн бұрын
Aapuni thikei koise posn keita gamvijyta nai. Shuni val nalage krishna krishna🙏🙏🙏🙏
@RashmiKonwar
@RashmiKonwar 2 күн бұрын
🙏 ভাল লাগিল । আমাৰ নিয়মত কিন্তু গৃহস্থক বহি থাকিব দিয়ে । আৰু হুলস্থুল একেবাৰে নহয় । সকাম নকয়ে ,নাম প্ৰসংগহে হয় ।
@baneswerrabha1918
@baneswerrabha1918 Күн бұрын
ওঁ নমো ভগৱতে বাসুদেৱায় দুয়ো বাপ জনাক ঈশ্বৰে কৃপা কৰক মই অধমে ঈশ্বৰ কৃষ্ণৰ চৰণ পঙ্কজত পৰি প্ৰাথনা কৰিছো
@Lakhi_kanta_nath
@Lakhi_kanta_nath 2 күн бұрын
বহুত ভাল লাগিল🙏🙏জগত বণিয়া ককা ৰ ইণ্টাৰভিও লগে।
@Risikesh3214
@Risikesh3214 2 күн бұрын
এজন মহাভাগৱতক দৰ্শন কৰিবলৈ পায় কৃত কৃত হলো ।প্ৰশ্ন কৰা জনাৰ সু-স্বাস্থ্য দিঘায়ু কামনা কৰিলো। এদিন তাঁতী প্ৰভুৰ সাক্ষাৎ কাৰ ল'ব। কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@KobitaDihingia
@KobitaDihingia Күн бұрын
❤p Al
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj 12 сағат бұрын
COMMENT NUMBER 328 KOUTY KOUTY DANDAVAT PRANAM ARU NAMASKAR GURUDEV PRABHU 🙏🏻 Prabhu apuni aamak eta kaam diyok aru aponar seva karaar sobhagya pradan korok 🙏🏻🙏🏻🙏🏻
@girishdeka3965
@girishdeka3965 Күн бұрын
কৃষ্ণ, জয় গুৰু শঙ্কৰ, ভাল লাগিল গগৈ বাপ, আপোনাৰ বিষয়ে বহুখিনি কথা জানিব পাৰি। ধন্যবাদ।
@rubiborah3436
@rubiborah3436 Күн бұрын
ভাল লাগিল ।জয় গুৰু শংকৰ। 🙏🙏🙏
@Bibhugogoi
@Bibhugogoi Күн бұрын
Very Very Good,karishna.
@LakhiMajhi-tp3tw
@LakhiMajhi-tp3tw Күн бұрын
. বহুত ভাল লাগিছে আপোনাৰ কেইটা কথা জানিব পালোঁ কৃষ্ণ বাপ ভাল লাগিল আপোনাৰ কথা হুনি জানি
@DilipDas-ot1kb
@DilipDas-ot1kb Күн бұрын
ভাগৱতক জীৱনৰ বৃত্তি হিচাপে বাচি লোৱা জন প্ৰাকৃততে তেওঁ পঙ্গু ।
@hiteshdas7174
@hiteshdas7174 3 күн бұрын
কৃষ্ণ কৃষ্ণ বৰা ডাঙৰীয়া বাপ আপোনাৰ জৰিয়তে আমাৰ অতি কৈ শ্ৰদ্ধাৰ গগৈ বাপৰ বহুতো ব্যক্তিগত কথা জানিব পাৰিলো। তাৰ বাবে আপোনালৈ ধন্যবাদ । কৃষ্ণ কৃষ্ণ
@jitendrarabha4660
@jitendrarabha4660 2 күн бұрын
অতি সুন্দৰ বিষয় আলোচনা হৈছে,ধন্যবাদ৷
@sbassamvalley5279
@sbassamvalley5279 2 күн бұрын
প্ৰাণজিৎ গগৈ এগৰাকি সুন্দৰ মনৰ অধিকাৰি একো ভেদভাৱ নাই মনত।
@anjumanisonowal2784
@anjumanisonowal2784 2 күн бұрын
😢 কৃষ্ণ কৃষ্ণ প্ৰভূ বহুত ভাল লাগিল 🙏
@niranjanbora9957
@niranjanbora9957 2 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ সাংবাদিক দাঙৰিয়া আৰু মহা পন্দিত প্ৰানজিত গগৈ বাপ দাঙৰিয়া, মই এজন ব্ৰাহ্মণ পন্থৰ লোক হওঁ , আপোনাৰ চেনেল জ্যোটিময় প্ৰাই ৮০ %প্ৰাছেন্ত ভিদিঅ চাওঁ আপোনালোকৰ কথা খিনি ভাল লাগিল।
@ProtimaDutta-g1e
@ProtimaDutta-g1e 2 күн бұрын
দাঙৰিয়া নহয় ডাঙৰীয়া হ'ব লাগে কৃষ্ণ ।
@sailenkumar3171
@sailenkumar3171 Күн бұрын
কৃষ্ণ
@apurba12314
@apurba12314 19 сағат бұрын
আমাৰ পৃথিৱীখনে এনেকুৱা আনক সমালোচনা কৰা এচাম মানুহ । তেওঁলোকে নিজে একো কৰিব নোৱাৰে আনৰ পিছত লাগি থাকে । এখেতৰ কথাবিলাক খুব সাৱলীল । বৰ ভাল লাগে । কৃষ্ণ কৃষ্ণ
@bandanabhuyan
@bandanabhuyan Күн бұрын
কৃষ্ণ 🙏 ভগৱানে সহায় কৰিব
@PunaramSaikia-x1z
@PunaramSaikia-x1z Күн бұрын
Krisno probhu,toka diman kore khaise buli bhobajon sondal......buli bhabu.❤❤❤🎉🎉🎉
@HemantaDutta-w8f
@HemantaDutta-w8f Күн бұрын
মুক্তি বিচৰাতো ফল হয়। কিন্তু মনুষ্য জীৱন কেৱল মুক্তি বাবেহে লাভ কৰে।এই মুক্তিৰ কাৰনে যি নাম সেই নামে হৈছে সত্যনাম সেই নাম কোনে দিৱ পাৰিৱ।
@qurinamech159
@qurinamech159 2 күн бұрын
Very positive interview.
@akonkonwar3137
@akonkonwar3137 14 сағат бұрын
অতিশয় ভাল লাগিল
@PodumHazarika-y4l
@PodumHazarika-y4l 2 күн бұрын
Reporter Jon Over Smart Naki
@dhurbajyotikachari4589
@dhurbajyotikachari4589 2 күн бұрын
Thut heibilakok repoter nokoi u tuber koi kotha koboi nejane..kotha kobo hikaie nai...
@sanjibbora1789
@sanjibbora1789 2 күн бұрын
আচৰণ বিধি ভাল লগা নাই কথাটো মিছা নহয়।
@ratneswartamuli4215
@ratneswartamuli4215 Күн бұрын
নিয়াৰিকৈ সুধিব পৰা নাই ।
@kishorebhuyan3180
@kishorebhuyan3180 5 сағат бұрын
সুন্দৰ কথোপকথন ।
@SadanandaHazarika-nv6yv
@SadanandaHazarika-nv6yv Күн бұрын
যি সকলে অভিযোগ আনিছে, সেই সকলেও ভাগৱত অধ্যয়ন কৰি তেওঁ দৰে হবলৈ চেষ্টা কৰক ।
@dilipbaruah1655
@dilipbaruah1655 2 күн бұрын
কৃষ্ণ🙏কৃষ্ণ🙏
@ajayboruah9672
@ajayboruah9672 2 күн бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ গগৈ ডাঙৰিয়া আপোনাক ঈশ্বৰে আগুৱাই নিয়ক আপোনাৰ সূৰ শব্দ ভাল।বাকী কোনে কি কৈছে কাণ নিদিব এচাম মানুহ এনেকোৱাই চুৰেহে চুৰৰ খং দেখে
@HirenRajkhowa-u4u
@HirenRajkhowa-u4u 23 сағат бұрын
Krishna🙏🙏🙏
@karunasaikia6948
@karunasaikia6948 17 сағат бұрын
Bor sundar Q
@kcboro7462
@kcboro7462 Күн бұрын
Haree Krishna 🙏 very very thanks your
@RinuDutta-u5n
@RinuDutta-u5n 17 сағат бұрын
বহুত ভাল লাগিল। কৃষ্ণ 🙏
@DipakgohainGohain
@DipakgohainGohain 17 сағат бұрын
গগৈ জি ভগৱানে তোমাক আৰু আগুৱাই নিযক
@nomitabezbaruah
@nomitabezbaruah 14 сағат бұрын
Val lagil
@nizaradowarah8717
@nizaradowarah8717 Күн бұрын
বহুত ভাল লাগিল ।🙏🙏🙏🙏
@gautamdeka8942
@gautamdeka8942 2 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ জনাৰ কথাবোৰ শুনি ভাল লাগিল।
@kushalbaruah8438
@kushalbaruah8438 2 күн бұрын
Om BHAGABATEI BASUDEVAYEI NAMAH jai Sri Krishna....
@PurnanandaTamuliphukan
@PurnanandaTamuliphukan 3 сағат бұрын
ভাগৱত পঢ়িলেই কৃষ্ণৰ ঈশ্বৰৰ দৰ্শন লাভ কৰা হয়।
@AtulChbora-x7d
@AtulChbora-x7d 2 күн бұрын
Very.good.answer.thanks.
@abhijeetgogoi9226
@abhijeetgogoi9226 21 сағат бұрын
Mja art 🎨 and painting 🖌️ writing
@amiyabaruah3534
@amiyabaruah3534 2 күн бұрын
আপোনাক ভগৱানে সহায় কৰিব ।
@BituDas-zk8ir
@BituDas-zk8ir Күн бұрын
🙏🙏 ভাল লাগিল
@bipulmorang5903
@bipulmorang5903 13 сағат бұрын
Kirisno ❤
@manjumoniborah84
@manjumoniborah84 2 күн бұрын
বহুত ভাল লাগিল। কৃষ্ণ
@rashmirekhasoon3878
@rashmirekhasoon3878 Күн бұрын
Bohut bhal lagil kotha khini suni
@KESHABCHANDRASAIKIA-b5z
@KESHABCHANDRASAIKIA-b5z 19 сағат бұрын
গগৈ ডাঙৰীয়াৰ ব্যাখ্যা মই সদায় শুনু আৰু বহুত জ্ঞান লাভ কৰিছো , বহুত উপকৃত হৈছো।কৃষ্ণ কৃষ্ণ বাপ জন। আপোনাৰ শ্রী চৰণত শত কোটি প্ৰণাম🙏❤🎉🎉❤🙏
@BipulKalita-f1r
@BipulKalita-f1r Күн бұрын
Bap jonor kotha bilk jani val lagl❤ krishan 🙏🙏🙏🙏
@chandrakalita1161
@chandrakalita1161 2 күн бұрын
সুন্দৰ অতি সুন্দৰ। ভাল লাগিল। কৃষ্ণ।
@rebotgogoi3236
@rebotgogoi3236 Күн бұрын
কৃষ্ণ, সঁচাই বহুত ভাল লাগিল ।
@sarifulhoque635
@sarifulhoque635 Күн бұрын
Bahut Val Katha Dada r vedio bur mai Sao Virat Val pao
@SingdhaGogoi
@SingdhaGogoi Күн бұрын
Bahut val lagil
@JAYANTADHADUMIA-l4f
@JAYANTADHADUMIA-l4f 2 күн бұрын
So nice talk so krishna
@dibyachamuah7052
@dibyachamuah7052 Күн бұрын
🙏🙏🙏
@DhanChutia-dx3fj
@DhanChutia-dx3fj 2 күн бұрын
Bhal lagil
@paruldas2375
@paruldas2375 2 күн бұрын
বহুত ভাল লাগিল।
@monuramatamuli744
@monuramatamuli744 2 сағат бұрын
🙏🙏🙏🙏🙏
@purnimadas7779
@purnimadas7779 19 минут бұрын
Krishna Krishna 🙏🙏🙏🙏
@AnjoliGogoi-i5c
@AnjoliGogoi-i5c Күн бұрын
Krishna pravu
@RupaliBorahRupaliBorah-tn5gy
@RupaliBorahRupaliBorah-tn5gy Күн бұрын
বৰ সুন্দৰ। তেখেতলৈ বহুত বহুত শুভেচ্ছা জনালোঁ🎉 কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@ranjandeori3561
@ranjandeori3561 Күн бұрын
অতি সুন্দৰ আলাপ ভাল লাগিল।
@gsbharalibharali7531
@gsbharalibharali7531 2 күн бұрын
Good news
@ghanashyamborah1063
@ghanashyamborah1063 2 күн бұрын
Sjt. Pranjit Gogoi is great. May God bless him (from Khanapara,Guwahati-22).
@KrishnaKantaBarman-w3f
@KrishnaKantaBarman-w3f 2 күн бұрын
Good Advice
@SunitaSaikia-v1y
@SunitaSaikia-v1y 22 сағат бұрын
Jai Shri Krishna ❤❤❤❤
@DevaaDass
@DevaaDass 2 күн бұрын
Val lagila huni❤
@abinashkalita9242
@abinashkalita9242 Күн бұрын
কৃষ্ণ।ভাল পালোঁ।
@SayamborGohain
@SayamborGohain 2 күн бұрын
ভাল লাগিল ধন্যবাদ 😮
@ghanashyamborah1063
@ghanashyamborah1063 2 күн бұрын
Thanks for Video.
@sunilgogoi5477
@sunilgogoi5477 2 күн бұрын
প্ৰথম বাৰৰ বাবে পালো ভগবান দেখা মানুহ
@Kanhak356
@Kanhak356 Күн бұрын
তুমিও দেখিবা চেষ্টা কৰা
@jitendranathsaikia9341
@jitendranathsaikia9341 17 сағат бұрын
Presentation of the anchor should be fair and polite ,
@PulakTumung
@PulakTumung 2 күн бұрын
অতি সুন্দৰ❤❤❤
@BasantaDas-p3x
@BasantaDas-p3x 16 сағат бұрын
Krishna Krishna Krishna ❤❤❤❤❤
@binugondhia6344
@binugondhia6344 Күн бұрын
Krishna bohut val lagil
@padmakonwar2045
@padmakonwar2045 Күн бұрын
অতি সুন্দৰ পৰিবেশন।
@BhaikonHazarika-p4i
@BhaikonHazarika-p4i Күн бұрын
জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ 🙏🙏🙏
@Rahimadevi-h4o
@Rahimadevi-h4o 14 сағат бұрын
😊😊😊😊😊
@junpatar3680
@junpatar3680 2 күн бұрын
🙏🙏🙏Bap jonar usarat pranam
@ShivaKataki
@ShivaKataki 2 күн бұрын
Hundor. God bless you.
Andro, ELMAN, TONI, MONA - Зари (Official Music Video)
2:50
RAAVA MUSIC
Рет қаралды 2 МЛН
Thank you mommy 😊💝 #shorts
0:24
5-Minute Crafts HOUSE
Рет қаралды 33 МЛН
How to have fun with a child 🤣 Food wrap frame! #shorts
0:21
BadaBOOM!
Рет қаралды 17 МЛН