Ojaantric || Assamese Podcast ft. Chakrapani Parashar || Ep.96

  Рет қаралды 142,160

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Our Second channel:
Oasis Talukdar : www.youtube.co....
Udayan Duarah : www.youtube.co....
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
#ojaantric
#assamesepodcast
#ChakrapaniParashar

Пікірлер: 830
@Baartalaap
@Baartalaap 11 ай бұрын
অশেষ ধন্যবাদ, মই comments সমূহ পঢ়িলো আপোনালোকৰ, মোৰ নিজৰেই চকুপানী ওলাই গল , চক্ৰপাণিৰ চকুপানী ওলাই গল 😢... ধন্যবাদ ধন্যবাদ, আশীৰ্বাদ কৰিব ❤❤❤
@pujabhuyan7871
@pujabhuyan7871 11 ай бұрын
হালধীয়া সাংবাদিকতাৰ বিপৰীতে এজন নিকা সাংবাদিকৰ বৰ্তমান সময়ত বহুত প্ৰয়োজন, সেইবাবে চক্ৰপাণি দা প্ৰিয়। আজিৰ আলোচনাতো যেন শেষ নহওক এনে লাগিছিল। কিছুমান কথা ৰাইজক দেখুওৱাটোৰ প্ৰয়োজন আছে। ভালে থাকক আপোনালোক।
@MintuBorah-xu4xr
@MintuBorah-xu4xr 11 ай бұрын
দুজন favourite মানুহৰ পৰা ইমান খিনি কথা শুনিব পাই সঁচাকৈ বহুত বেছি ভাল লাগিল 🥺❤️ অযান্ত্ৰিক আৰু বাৰ্তালাপ ৰ দীর্ঘায়ু কামনা কৰিলো 🤩❤️
@user-yu7np2jj7h
@user-yu7np2jj7h 8 ай бұрын
kzbin.info/www/bejne/gZyadZmmas59mJosi=xXevb8RK477ogtB4
@user-ri9fe9uv2j
@user-ri9fe9uv2j 7 ай бұрын
চক্ৰপাণি দাদা। শিকিলোঁ সাহস পালো।‌আপোনাৰ কথাবোৰ যে শুনি থাকিব পাৰি ইমানেই গহীন মাতষাৰ । কিতাপৰ মাজত পঢ়া উপন্যাসৰ কথাবোৰ যে কিছু পৰিমাণে যে সঁচা এতিয়া বুজিছোঁ। বহুত ভাল লাগিল। মোৰ স্কুলীয়া জীৱনত মোৰ মা মোৰ প্ৰধান শিক্ষক আছিল। এদিন কাণত ধৰাই থৈছিল স্কুলত।
@madhusmitanath9138
@madhusmitanath9138 11 ай бұрын
এক বিশেষ ব্যত্তিত্বৰ অধিকাৰী আপুনি... ইমান সৰল, হাঁহিটোৰেই যেন জিনিব সকলো .... ভগৱানে সদায় সহায় কৰক আপোনাক চক্ৰ দা ... বহুত ভাল হওঁক আপোনাৰ ❤.... অযান্ত্ৰিকলৈ অশেষ ধন্যবাদ 💗✨
@momi6989
@momi6989 11 ай бұрын
চক্ৰপানি দাদাৰ বেয়া দিনবোৰৰ কাহিনীবোৰ বহুত দুখ লাগিল । বহুত হাঁহিলো ও বগৰী পাৰা কাহিনী শুনি । আপোনালোক দুইজনকে বহুত ভাল লাগে 🙏❤️💐
@pallaviborah1012
@pallaviborah1012 11 ай бұрын
বহুদিনৰ পিছত চাইছোঁ ojaantric,,,,, চক্ৰপাণি দাদাক আপোনালোকৰ লগত দেখি ভাল লাগিল, চক্ৰদাৰ কবিতাই হৃদয় স্পৰ্শ কৰি গ'ল।
@monalichadutta9374
@monalichadutta9374 11 ай бұрын
সচাকৈয়ে চক্ৰপানী পৰাশৰৰ কথাবোৰ বৰ ভাল লাগে বিশেষকৈ হাঁহিটো।অনিমেষ ভুঞাৰ স্মৃতিত লিখা কবিতাটোৱে হৃদয় হৃদয় চুই গ'ল। অযান্ত্রিক আৰু বাৰ্তালাপৰ দীৰ্ঘায়ু কামনা কৰিলো ।❤❤
@Deepjyoti_kakati
@Deepjyoti_kakati 11 ай бұрын
অযান্ত্ৰিক মোৰ বাবে সুস্থ হোৱাৰ ঔষধ। যেতিয়াই মন বেয়া গা বেয়া লাগে নতুবা কিবা মানসিক শাৰীৰিক অসুস্থতাত ভোগো তেতিয়াই মই অযান্ত্ৰিকৰ চোৱা খণ্ড বোৰেই চাই থাকোঁ সুস্থ হৈ পৰোঁ।। ভাললগা ❤️🙏🎧🎶💐
@karabisonowal395
@karabisonowal395 11 ай бұрын
Ojaantric সদায় প্ৰিয় । এইটো খণ্ড বিশেষকৈ প্ৰিয় ।
@pampitaradas9649
@pampitaradas9649 11 ай бұрын
তৰুণ গগৈ sir ক বহুত বহুত miss কৰিছোঁ 🙏 বহুত ভাল লাগিছিল তেওঁক,
@krishnaamajuli1622
@krishnaamajuli1622 11 ай бұрын
বিশেষ খণ্ড❤💚 অযন্ত্ৰিক প্ৰায়েই চাওঁ ,আজিৰ খণ্ডটো নোচোৱালৈ থাকিব নোৱাৰিলোঁ ..... চক্ৰপাণি ছাৰৰ নিৰ্ভিক আৰু সাহসী মনটো খুবেই প্ৰিয় ,তেওঁৰ কথাবোৰ কাৰোবাৰ বাবে যদি সাহস আন কাৰোবাৰ বাবে আকৌ প্ৰেৰণাৰ উৎস। ভালে থাকক ছাৰ😊
@mandeepmusical
@mandeepmusical 11 ай бұрын
Chakra da... Such a great personality. Thanks Ojantric❤
@bornalisaikia1794
@bornalisaikia1794 11 ай бұрын
প্ৰতিভা যে লুকাই নাথাকে তাৰ উজ্জ্বল নিদৰ্শণ চক্ৰপাণি পৰাশৰ । ভাল লাগিল চাই পাছত চাম বুলি থৈ ও শেষ কৰি হে শান্তি হৈছে । Ojantrik loi bohut morom ❤️.......
@plabitanath1332
@plabitanath1332 11 ай бұрын
উফ ৰাম সময় পালে যে নতুন খণ্ড এটি বনাবলৈ😌 চক্র দা এনেও প্ৰিয় , তাতে অযান্ত্ৰিক ত 💗 বাকী থাকিল নতুন ষ্টুডিঅ ৰ কথা... বহুত ভাল লাগিছে, তথাপি পুৰনি ষ্টুডিঅ ৰ নীলাভ ৰঙখিনিক অলপ যেন মিছ কৰিছো। ভালে থাকক সদায় , অযান্ত্ৰিক চলি যাওঁক সদায় একেদৰেই 💫
@babulsharma7256
@babulsharma7256 11 ай бұрын
Episode2 bht dhunia lgise....ru ata chakra da r logot episode hle vl lgil hoi
@poojabordoloi903
@poojabordoloi903 11 ай бұрын
চক্ৰপানী দাদা।কিমান প্ৰিয় মানুহ হয়তো শব্দৰে বুজাব নোৱাৰো!তেওঁৰ হাঁহিটিয়ে বহু কথা কৈ যায়!ভালে থাকক সদায় ধুনীয়া মনৰ মানুহবোৰ!বাকী বহুত দিনৰ মূৰত ঘূৰি আহিয়েই প্ৰিয় মানুহজনক নিমন্ত্ৰণ দিয়াৰ বাবে ধন্যবাদ Oasis da aru UD da🙏❤
@Cricketlover-ge1zq
@Cricketlover-ge1zq 11 ай бұрын
❤❤❤❤👍👍👍
@Cricketlover-ge1zq
@Cricketlover-ge1zq 11 ай бұрын
❤❤❤❤👍👍👍
@nipagogoimoon9478
@nipagogoimoon9478 11 ай бұрын
চক্ৰপাণি দা আপোনাৰ কথাবোৰ শুনি দুখ লাগিছে যদিও কেৰাহীৰ টুকুৰাই বাৰুকৈয়ে হঁহোৱালে ❤❤❤
@pikumoniyein972
@pikumoniyein972 11 ай бұрын
চক্ৰ দাদা সদায় প্ৰিয় । ভালেই থাকক আপুনি কেতিয়াবা লগ পোৱাৰ আশা এটা পুহি ৰাখিছো ।
@pronamikahazarika3522
@pronamikahazarika3522 11 ай бұрын
One my favourite sir
@himanshukakoty547
@himanshukakoty547 11 ай бұрын
অযান্ত্ৰিক ৰ আটাইতকৈ ভাল লগা খণ্ড । চক্ৰপাণি দাৰ সহজ সৰল ব্যৱহাৰ তথা কথনৰ যি কৌশল তাৰ পৰা শিকিব লগা বৰ্তমান প্ৰজন্মৰ বহুত খিনি আছে । আপোনালোক সদায় কুশলে থাকক আৰু সমাজৰ বাবে এনেদৰে কাম কৰি যাওঁক....
@rekhamorang9437
@rekhamorang9437 11 ай бұрын
ভাল লাগিল চক্ৰ পানী ৰ জীৱন ৰ কাহিনী শুনি
@kolpochitra3869
@kolpochitra3869 11 ай бұрын
বহুত বহুত ভাল লাগিল অজান্টিক চাই। বহুত দিনৰ মূৰত চালোঁ দেই। ধন্যবাদ।🙏
@punyashreedas1617
@punyashreedas1617 11 ай бұрын
Really aji ojantric khub bhal lagil..maje maje olop dhamali koru baya napabo..all the best
@ashrutabaruah3352
@ashrutabaruah3352 11 ай бұрын
Ata Sabo logia episode..... vl lgil sai .. Thnq Ojaantric.....jibon r hosa kotha Bure hosakoi a buku kopai jai... TC everyone...
@dimpinath3467
@dimpinath3467 11 ай бұрын
চক্ৰ পাণি দা সদায় প্ৰিয়❤ লগতে অযান্ত্ৰিক প্ৰিয় show টো বহুত ভাল লাগিল।
@user-yu7np2jj7h
@user-yu7np2jj7h 8 ай бұрын
kzbin.info/www/bejne/gZyadZmmas59mJosi=xXevb8RK477ogtB4
@debashreethengal1512
@debashreethengal1512 11 ай бұрын
চক্ৰপাণি দাদা বুলি ক'লেই কিবা এটা positivity ৰ পৰিৱেশ বিৰাজ কৰে। ভাল লাগে তেখেতৰ ব্যক্তিত্ব😍 ধন্যবাদ উদয়ন দাদা আৰু Oasis দাদা চক্ৰ দাদাক Ojaantric লৈ অনাৰ বাবে। চক্ৰ দা ৰ কবিতা আগতে এবাৰ শুনিছো Aboyob দাদাৰ podcast ত। কবিতাটো যিমান বাৰ শুনিছো কিছুমান কথা ভাবিবলৈ বাধ্য হৈছো। কলমৰ স্বাধীনতা এনেদৰেই শক্তিশালী হৈ ৰওঁক অনাগত প্ৰতিটো দিনলৈ🍃💚 দীৰ্ঘায়ু হওঁক অযান্ত্ৰিক 😍😍☺️
@rekhaphukan2601
@rekhaphukan2601 11 ай бұрын
বহু অপেক্ষাৰ অন্তত অযান্ত্ৰিক ❤ সাংবাদিকতাৰ জগত খনৰ প্রিয় ব্যক্তি চক্র দা। সঁচাকৈ মূল্য কমাব নোৱাৰি নে। মানুহৰ কৰ্ম সকলোৰে বেলেগ বেলেগ কিন্তুু মূল্য একেই। দুখীয়া মধ্যবিত্ত লোকসকলৰ কথাও ভাৱিব লাগিব।
@bhairabideka2569
@bhairabideka2569 11 ай бұрын
উফ্ ! বহুত দিনৰ মূৰত চালোঁ ।চক্ৰ দাৰ হাঁহিটোৰ বাৱেই মানুহজন বহুত সুখী। দুখখিনিক আঁতৰাই হাঁহিটোক লৈয়ে জীৱন জিনিৱ ।❤
@bhaskarkalita8002
@bhaskarkalita8002 11 ай бұрын
What a great Personality.
@niharikasonowal4939
@niharikasonowal4939 11 ай бұрын
বেলেগ কিবা কবলৈ মই সঁচাই ভাবি পোৱা নাই।।। মুঠতে বহুতেই ভাল লাগিল।। দুইয়োজন প্ৰিয় ব্যক্তি।।❣️❣️❣️❣️
@usersumi552
@usersumi552 11 ай бұрын
দুয়োজন Favorites ❤ ভালে থাকক।
@bobitaborah1356
@bobitaborah1356 11 ай бұрын
সুন্দৰ, বহুত সুন্দৰ কবিতা । ভাল লাগিল শুনি ।
@rkdrkd7268
@rkdrkd7268 11 ай бұрын
বৰ ধুনীয়া এটা আলোচনা কৰিলে আপোনালোকে।।ভাল লাগিল।।আপোনালোকৰ চিন্তা ধাৰাত একমত
@mdletslearn3375
@mdletslearn3375 11 ай бұрын
Aji kali Oasis dak miss nokoru. Hodai dekhi thaku j rag anurag t. Val lagil sai ajir episode tu.
@adityagogoi4054
@adityagogoi4054 11 ай бұрын
উদয়ন দা আৰু ঔৱেচিছ দা আপোনালোকৰ কথাবোৰ বৰ ভাল লাগে। জুবিন দা আৰু ৰবি দাক আনিবছোন,ভাল লাগিব।
@flurinadeuri5555
@flurinadeuri5555 11 ай бұрын
Duijone Mur hosakoi priyo🙏👍👍👍
@ProChefPantry
@ProChefPantry 11 ай бұрын
mur ga buhut beya hoi asil but aji episode sai bohut hahilu.val lagil mur je bemar hoi ase moi alp time karne pahori golu. best episode
@sachindoley338
@sachindoley338 11 ай бұрын
প্ৰিয় আছিল ojantric অনুষ্ঠান টো মাজত চোৱা নাছিলোঁ, আজি পুনৰ চালোঁ ভাল লাগিল , চক্ৰ দা লগত কৰা আলাপ আলোচনাখিনিয়ে মন চুই গল ❤ চক্ৰ দা কথাবোৰ কিন্তু এটা নতুন দিশ দেখাই যায়, মোৰ প্ৰিয় ব্যক্তিৰ ভিতৰত এজন আপুনি চক্ৰ দা❤
@triptiraj6727
@triptiraj6727 11 ай бұрын
প্ৰিয় মানুহ জন ❤কুশলে থাকক। আপোনাৰ বাৰ্তালাপৰ নিয়মীয়া দৰ্শক মই।লগতে কুশলে থাকক আপোনালোক দুয়ো 💐♥️
@nilakhikumar2995
@nilakhikumar2995 11 ай бұрын
কি কম আৰু এনেই প্ৰিয় ojantricতাতে আকৌ তিনিওজন প্ৰিয় ব্যক্তি সদায় আগবাঢ়ি যাওক শুভ কামনা থাকিল❤বাতালাপো মোৰ প্ৰিয় সদায় প্ৰিয় হৈ থাকিব
@babydutta149
@babydutta149 11 ай бұрын
Finally ojantric is back🤩🤩one of my favrt chakrapani sir
@ritumonigogoi2757
@ritumonigogoi2757 11 ай бұрын
প্ৰিয় ব্যক্তি, প্ৰিয় অনুষ্ঠান। ভাল পালোঁ।
@m3official209
@m3official209 11 ай бұрын
সচাকৈ অন্তৰ চুই গ'ল। আপুনি great চক্ৰ দা।
@IkrabulHussain-iw6zm
@IkrabulHussain-iw6zm 11 ай бұрын
Studio 2 plzz abr vl koi dekhabo sun❤ bhut sabole mon goise vl lagise ji khini dakhisu😊😊
@dibyakshiborah8869
@dibyakshiborah8869 11 ай бұрын
বহুত দিনৰ মূৰত নতুন ষ্টুডিঅ'ত ভাললগা এজন ব্যক্তিৰ সৈতে অযান্ত্ৰিক...বৰ ধুনীয়া লাগিছে।❤️🥰
@SasankaBorah-kx6uu
@SasankaBorah-kx6uu 11 ай бұрын
বহু অপেক্ষাৰ পাছত চক্ৰপাণি দাদা Ojaantic অত । বহুত ভাল লাগিল এটো episode ❤️ Love from Tinsukia doomdooma ❤ আৰু Ojaantic পৰিয়ালৰ সকলোকে মোৰ ফালৰ পৰা মৰম থাকিল❤️👍🙏🥰
@Angshuman007
@Angshuman007 11 ай бұрын
কথাবোৰ শুনি বহুত লাগিল, সছা অৰ্থত ভাল মনৰ মানুহ ❤ , ভালে থাকক দাদা . এনেকুৱা ধৰণৰ অনুষ্ঠান তথা মানুহৰ পৰা কিছুমান ভাল কথা জানিব পাৰি । ❤
@porichetia1290
@porichetia1290 11 ай бұрын
Seriously the poem is so beautiful ❤.... সকলোবোৰ বাক্যৰ মূল্য আছে
@himashreenath2947
@himashreenath2947 11 ай бұрын
ইমানে সুন্দৰ লাগিল চাই । কি কম আৰু । মইও লখিমপুৰৰ , ইতিহাস বিভাগৰ মইও ছাত্ৰী । সাংবাদিকতা ৰ সপোন মোৰো আচে । ❤
@user-np1jt4zw9i
@user-np1jt4zw9i 11 ай бұрын
অনুষ্ঠান টো ভাল লাগিছে,ওৱেচিছৰ হাঁহি টো এবাৰ দেখা হ'লে বৰ ভাল লাগিল হেঁতেন দেই
@Bhaskarjyoti07
@Bhaskarjyoti07 11 ай бұрын
চৰকাৰ বুলি একো নাই। আমাৰ অসম অত ফ্ৰী কে চাউল পাই কিন্তু কলেজৰ এডমিছন নাপাই। চাওক অসমৰ মানুহে খেতি কৰি খাই জীয়াই আছিল এটা সময়ত আজি নাই খেতি। মোৰ মতে বিশেষ চৰকাৰে ফ্ৰী একো নালাগে স্কুল বা পহা শুনা আৰু চিকিৎসা টো ফ্ৰী কৰিব লাগে ।খোৱা বোৱা ঘৰ বনুৱা নিজে যোগাৰ কৰী লব পাৰে। মুঠতে পঢ়া আৰু চিকিৎসা ফ্ৰী বা কম খৰচ লাগে বাকী খোৱা বোৱা অসমৰ মানুহে গোটেই লব😊
@dollybegum450
@dollybegum450 11 ай бұрын
Ckakra da u r inspiration of assam
@achintagogoi3247
@achintagogoi3247 11 ай бұрын
Finally oasis dar KZbin channel eta j ase monot porile
@rodalidevi2862
@rodalidevi2862 11 ай бұрын
Chakrapani Parashar Da always favourite ❤❤. Ojaantric always favourite❤❤. Long live Chakrapani Parashar Da 🥰🥰. Long live Ojaantric 🥰🥰
@rinkuragini615
@rinkuragini615 11 ай бұрын
অপেক্ষাৰ অন্তত❤ চক্ৰ ছাৰৰ কথা একো নকওঁ তেওঁ সদায় প্ৰিয় সদায় বিশেষ 😊 অযান্ত্ৰিকৰ নতুন যাত্ৰালৈ শুভেচ্ছা থাকিল 🎉
@jinakonwar3155
@jinakonwar3155 11 ай бұрын
চক্ৰপাণি পৰাশৰ দাদা,উদয়ন দাদা আৰু মৰমৰ "voice" দাদা জন সদায় প্ৰিয়❤😘😘 অনুপম চক্ৰৱৰ্তী দাদাই নিউজ লাইভ অফিচত এটা show ত কৈছিল এইজন আমাৰ অফিচৰ আটাইতকৈ ধুনীয়া ল'ৰাটো❤😘আজিও কাণত বাজি থাকে😘
@dadulkalita1580
@dadulkalita1580 11 ай бұрын
One of the best shows..
@dipjyotidevi2474
@dipjyotidevi2474 11 ай бұрын
বহু বছৰৰ‌ আগতে মোৰ ঘৰ ধেমাজিৰ পৰা নৈশ বাছত গুৱাহাটীলৈ যাত্ৰা কৰোতে চক্ৰপাণি দাক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল ...অসমৰ এজন জনপ্ৰিয় সাংবাদিকক অন্তত ওচৰৰ পৰা দেখিছিলো...
@chinmoyeebaruahsumu2333
@chinmoyeebaruahsumu2333 11 ай бұрын
কথা খিনি শুনি দুখু লাগিল, ভালো লাগিল আৰু বহুত হাহিলো। লগতে কবিতা টো সুন্দৰ 🙏
@bidyutphukan3440
@bidyutphukan3440 11 ай бұрын
আধৰুৱা হৈ থাকিল যেন লাগিল আজিৰ অনুষ্ঠানটো । আৰু বহুত কথা পাতিব থাকি গ'ল নিচিনা অনুভৱ হ'ল। আকৌ এদিন চক্ৰ দাক অযান্ত্ৰিকৰ অতিথি ৰূপত দেখা পাম বুলি আশা ৰাখিলোঁ । অনুষ্ঠান বোৰ নিয়মিত কৰিব 🙏🙏 please.... Love from DHEMAJI ❤
@gyanashreebora8522
@gyanashreebora8522 11 ай бұрын
Chakrapani da , UD da duijon hdai priyo❤
@rashmitasaikia8887
@rashmitasaikia8887 11 ай бұрын
Totally agree with you middle class manuh category naikia hoi jabo. Ami okol Tax di thakute goise. Salary increment jiman lage taat more than half tax jai. Aru jibon tu EMI hoi goise.
@jintipathak9387
@jintipathak9387 11 ай бұрын
বহুত বেছি ভাল পাওঁ আপোনাক চক্ৰ‌ ছাৰ আপোনাৰ কথাৰ পৰা বহুত অনুপ্ৰেৰণা পাও আপুনি দীৰ্ঘায়ু হওক কামনা কৰিছোঁ গোটেই এক ঘন্টাৰ ভিডিওটো খুব‌ মনোযোগৰে‌ চালো
@jutismitakalita
@jutismitakalita 11 ай бұрын
বিশেষ ধৰণৰ ব্যক্তিত্বৰ গৰাকী চক্ৰপাণি দা... বহুত ভাল লাগিল। আগলৈও এনেকুৱা মানুহ বোৰক আমন্ত্ৰণ কৰিৱ বুলি আশা থাকিল। বহুত শিকিৱ পাৰিলো আজিৰ show টোৰ পৰা
@kabyashreesaikia6570
@kabyashreesaikia6570 11 ай бұрын
Notification t Chakra Dak dekhi Bohut dinor pisot ojantric salu💗💗
@lizaborthakur8432
@lizaborthakur8432 11 ай бұрын
দুয়োজনেই মোৰ প্ৰিয় আপোনালোকৰ কথাবোৰ শুনি বহুত ভাল লাগিল এনেদৰেই সাহস আৰু স্পষ্টবাদী মনোভাৱ লৈ আগবাঢ়ি যাওক।
@quietbrotherman
@quietbrotherman 11 ай бұрын
Finally Mr. CP is here.Take your time for your new studio,OT & UD
@dipanjalidevi-np3iv
@dipanjalidevi-np3iv 11 ай бұрын
বহুত ভাল লাগিল
@Taran2298
@Taran2298 11 ай бұрын
Best episode till today... Jetiar pora Chakrapani sir'k dekhisu, teu hodai mur favourite😊💐 Edin Nitumoni sir'k matok😌
@abhijit142
@abhijit142 11 ай бұрын
The 1st and last Assamese podcast channel I love to listen and watch
@manmayuribora8359
@manmayuribora8359 11 ай бұрын
এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী। বহুত ভাল লাগিল।
@BinitA582
@BinitA582 11 ай бұрын
Favourite reporter ❤️
@kanchankusnahihotahai.borg6995
@kanchankusnahihotahai.borg6995 5 ай бұрын
Aitu video r nisina moi aaru kunu video eman upobhug Kora nai ya ne lagil moi u tumalukor logote aasu. Really great. God bless both of you.
@mamatakhanam5320
@mamatakhanam5320 11 ай бұрын
Cakradak abar sabole Ojantrict bor mon asil... Bartalapt jatiya koisl Udi dai j chakra adin log pam tumk Ojantrict... Haidinr porai.. Gem hoi Chakrada gem 🥰
@ajarjun2285
@ajarjun2285 11 ай бұрын
কথা খিনি ভাল লাগিল ,এটা গুৰুত্বপূৰ্ণ আলোচনা ❤❤
@manibankalitanath3648
@manibankalitanath3648 11 ай бұрын
নতুন ষ্টুডিঅ সুন্দৰ হৈছে দেখিবলৈ । অযানত্ৰীক আৰু বেছি আৰু বেছি সুন্দৰ হৈ উঠক। লগতে নতুন ষ্টুডিঅত খুব ভাল লগা এজনক... চক্ৰপানী পৰাশৰৰ লগত বাৰ্তালাপ খুব ভাল লাগিল । আপোনালোক এনেদৰে উজলি থাকক। অযানত্ৰীকক সদায় চোৱাৰ হেপাহ আছে ।💐🙏
@kuntaladevi6378
@kuntaladevi6378 11 ай бұрын
দুয়োজন সম্মানীয় ব্যক্তি ৰ কথোপকথন শুনি, দেখি বৰ ভাল লাগিল। নিজৰ কৰ্ম ত আগবাঢ়ি যাওঁক, ঈশ্বৰৰ সহায় হওঁক ।💚💚
@sizuka_3
@sizuka_3 11 ай бұрын
আপুনি সদাই প্ৰিয় চক্ৰ দা ❤️ we always love you 😊🌻
@Mridul81
@Mridul81 11 ай бұрын
অ যান্ত্ৰিক সুন্দৰ অনুষ্ঠান
@tulumonigogoi8385
@tulumonigogoi8385 11 ай бұрын
আজিৰ কথাখিনি পূৰ্বতকৈ সুকীয়া। ❤প্ৰিয় মানুহজনৰ প্ৰতিটো কথা মন দি শুনিলোঁ। স্পষ্টবাদী কণ্ঠই আমাক সদায় আপ্লুত কৰে। সঁচা কথাবোৰ খুলি ক'ব পৰাকৈ সকলো সাংবাদিক আপোনাৰ দৰে হোৱা দৰকাৰ। অকৃত্ৰিম মানুহজন সদায় যেন একে থাকে❤।সদায় যেন কুশলে থাকে।❤
@earinhazarika5407
@earinhazarika5407 11 ай бұрын
Ojantric nd bartalap always fav❤❤
@hobibakhatoon6749
@hobibakhatoon6749 11 ай бұрын
অসমৰ আশীৰ্বাদ আছে তেখেতৰ লগত।সদায় ভালে থাকক চক্ৰ দা❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@asthajitamou
@asthajitamou 11 ай бұрын
Ojaantric is again back to give refreshment to our mind ❤........ Lot's of love 🫀❣️
@monikakolita5690
@monikakolita5690 11 ай бұрын
বহুত মৰম❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ বহুত মৰম
@A55xyz
@A55xyz 11 ай бұрын
Emn dinor pasot ojantric r video dekhi excited hoi goisu....video regular dia koribo sn
@uddipanadas3117
@uddipanadas3117 11 ай бұрын
সঁচাকৈ বহুত ভাগিল আজিৰ খণ্ডটো চক্ৰ দায়ে মানুহক বহুত অনুপ্ৰাণিত কৰিব পাৰে । 💗💗
@krishnanath2742
@krishnanath2742 11 ай бұрын
Finlly after so long time.............b t w Chokrodak ojantrict dkhi vl lgise....episodetu khubbbbbb vl lgil
@deepburagohain7763
@deepburagohain7763 11 ай бұрын
বহুত ভাল লাগিল interview টো চাই।❤️
@anuradhagogoi9101
@anuradhagogoi9101 11 ай бұрын
Bohut dhuniya kabita.mon sui gol.
@KarabiKalita-so5bv
@KarabiKalita-so5bv 11 ай бұрын
Ojaantric si bahut val lage ❤ from nalbari ❤sirr kabita to iman val lgise
@suranjanasaikiaknowar5856
@suranjanasaikiaknowar5856 11 ай бұрын
নতুন অফিচ টো ভাল লাগিছে।
@mkunigari5217
@mkunigari5217 11 ай бұрын
মই কেইমাহ মানৰ আগৰ পৰা হে আপোনালোকৰ show চাবলৈ আৰম্ভ কৰিছো। আৰু ইমানেই চালো কি কম‌ আৰু । বাৰ্তালাপ ও recently ‌ঢোৱা আৰম্ভ কৰিছো। আপোনালোকক শুনি চাই থকা সময়খিনিত মোৰ নিজৰ পৰিয়ালৰ আড্ডাত বহি থকা যেন লাগে। লগতে এটি গঠনমূলক interview show. মোৰ বিশ্বাস, বহু সফল হ'ব। বহুতো মৰম ও শুভকামনাৰে্্❤❤❤❤❤ from Hyderabad..
@apsanabegum4731
@apsanabegum4731 11 ай бұрын
Oasis dada rag anurag t busy pura bdw vlei lagise sai rag anurag fvrt one❤
@kashmirisarmah1102
@kashmirisarmah1102 11 ай бұрын
‍কথাবোৰ শুনি ভাল লাগিল
@minukalita4936
@minukalita4936 11 ай бұрын
Very positive show Bhal lagil
@santanaraibhuyan7891
@santanaraibhuyan7891 11 ай бұрын
Bhut din r murt ojaantric sai bhal lagil....😊😊😊
@rijumonimoran7951
@rijumonimoran7951 11 ай бұрын
Chakrapani daa is really down to earth ❤️
@anishadeka3855
@anishadeka3855 4 ай бұрын
কি কম শব্দ বিচাৰি পোৱা নাই ইমান বেছি ভাল লাগিছে ❤❤❤ ধন্যবাদ Ojaantric... best episode ❤❤
@Badrikasunu-zl5vt
@Badrikasunu-zl5vt 10 ай бұрын
Ji kotha kole bahut val kotha kole. Aaji bahut besi val lagil episode Tu. Bahut val pau tinijanake.
Ojaantric || Assamese Podcast ft. @BORNALIKALITA   || Ep.131
1:02:07
Oasis Motion Films
Рет қаралды 9 М.
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
АЗАРТНИК 4 |СЕЗОН 1 Серия
40:47
Inter Production
Рет қаралды 1,2 МЛН
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 46 МЛН
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10
Ojaantric || Assamese Podcast ft. Achurjya Borpatra || Udayan Duarah || Ep.20
39:41
Ojaantric || Assamese Podcast Ft. Gaurav Gogoi || Ep.111
1:10:17
Oasis Motion Films
Рет қаралды 279 М.
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Oasis Motion Films
Рет қаралды 345 М.
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20