OC ভাৰ্গৱ বৰবৰাই সমগ্ৰ ছাত্ৰ সমাজৰ আগত ক্ষমা খুজিব লাগিব : কটন ছাত্ৰ একতা সভা।

  Рет қаралды 10,318

News Live

News Live

Күн бұрын

Пікірлер: 43
@nayanmoniborkotoky6609
@nayanmoniborkotoky6609 16 сағат бұрын
কি হ'ব ক্ষমা খুজিলে। এইটো তেওঁৰ দৰে এজনে বিনা প্ৰতিবাদে কৰিব। ভৱিষ্যতে আৰু তেনেকুৱা যাতে কোনো আৰক্ষী য়ে কৰিবলৈ সাহস নকৰে তেনেকুৱা হোৱা উচিত। এওঁ আৰু চৰকাৰী চকীত বহাৰ আশা এই জনমত নোহোৱা কৰি দিয়া উচিত। নিলম্বনেই সকলো নহয়। ভৱিষ্যতে আকৌ কোনোবা থানাত OC হবগৈ। বিভাগটোক নৈতিকতা আৰু মানৱীয় প্ৰমূল্যবোধৰ জ্ঞানৰ আৱশ্যক হৈছে।
@happysoul7659
@happysoul7659 17 сағат бұрын
Zomato delivery boy kaam kora iku lajor kotha nohoi,nijor khoros uliaise lorajone ,foreign country t student bure bindas aibur kaam kori poisa income kore iku laj nokorakou,amar indian t kiyo honkus kore ba laj kore,hot upayere nije mehnot korise, gyandeep e nichoy nyay pabo,besera beya lage dei😢bhagwane bhal korok taar🙏🏻
@pompidas8589
@pompidas8589 16 сағат бұрын
Very good..we support u... andolon hobo lage ..Amar system aney tolpra
@Assamboy08
@Assamboy08 16 сағат бұрын
Zomato delivery boy কৰাতো একো লাজ পোৱা কথা নহয় । পুলিচ বিষয়াজনে সকলোৰে সন্মুখত থাপৰ মাৰিছে আৰু সেইটোৰ সমগ্ৰ অসমবাসীৰে দেখিছে সামাজিক মাধ্যমত আৰু টিভিত তেনেহলে সেই লৰাটোৰ মানসিক অৱস্থা কেনেকোৱা হব ভাবি চাওঁক আৰু zomato delivery কৰি জেপখৰচ উলিওৱাটোৰ একো বেয়া কথা নহয়। সকলোৱে ভাল বুলিযে কৈছে , পঢ়া উপৰিও নিজৰ খৰচ নিজে উলিয়াইছে ।
@alokranjanbaruah3418
@alokranjanbaruah3418 9 сағат бұрын
ক্ষমা খুজিলেও গলি যাব নালাগে।
@silentkiller6591
@silentkiller6591 15 сағат бұрын
Oc k parmentnely suspended koribo lge
@utpalkro1432
@utpalkro1432 14 сағат бұрын
‌ক্ষমা নখুজিলে এজাহাৰ দি জেলৰ ভাত খোৱাব লাগে
@SatyajitRajbongshi-p7x
@SatyajitRajbongshi-p7x 15 сағат бұрын
চাত্ৰ সমাজ জিন্দাবাদ।
@SharifAlom-e9s
@SharifAlom-e9s 14 сағат бұрын
Boriya kotha dada moza. Student powar dikhai diok
@okonscovers
@okonscovers 6 сағат бұрын
The policeman looking in violent behaviour 😮 feeling sorry for the poor guy what might he felt that time 😢
@hritikchetry3053
@hritikchetry3053 13 сағат бұрын
Good
@bidyutgogoiofficial
@bidyutgogoiofficial 15 сағат бұрын
Zindabad
@dimbeswarkalita746
@dimbeswarkalita746 13 сағат бұрын
Court t jabo lage..thanat case di lav nai
@tasya7508
@tasya7508 14 сағат бұрын
Defamation case kori diya
@SD-ff1wc
@SD-ff1wc 13 сағат бұрын
Kihor khiyama .xeisob nhbo direct job dismiss kori diyok
@abhinavroy6141
@abhinavroy6141 16 сағат бұрын
Bjp rss pora paisa khai 💰 andolon ses habo, wake-up public n student joinly strong protest against rss bjp pvt Ltd govt n administration,
@bastoob35579
@bastoob35579 17 сағат бұрын
😢😢
@simantadas3352
@simantadas3352 13 сағат бұрын
Ehotok kono sir boli kowar jogoya nhoi... police hol raijo khewarthe thake...khihotk sir boli kiyo kobo lage...
@commenti5459
@commenti5459 13 сағат бұрын
হাঁহৰ ওপৰত শিয়াল ৰজা ডেলিভাৰী বয় নহৈ সঁচাসঁচি ব'ম লৈ অহা হলে মুতি দিলে হয় ভয়ত
@rajibkeshre4116
@rajibkeshre4116 14 сағат бұрын
❤❤❤❤
@rough64599
@rough64599 9 сағат бұрын
🤙
@sunita4723
@sunita4723 17 сағат бұрын
Not sorry excuse, aneke police k sakorir pora bohiskar korok.
@rahulnarah3979
@rahulnarah3979 16 сағат бұрын
😢😢😢
@amitmukharjee6907
@amitmukharjee6907 16 сағат бұрын
Axom singham😅
@biplab2698
@biplab2698 16 сағат бұрын
Sob police aka
@RajnishBora-s9p
@RajnishBora-s9p 16 сағат бұрын
Kun sir ...
@crewrangergaming9582
@crewrangergaming9582 14 сағат бұрын
Sir sir kiyo ko oo
@narayankushal1923
@narayankushal1923 13 сағат бұрын
Yak jail hobo lage
@hbarman3111
@hbarman3111 16 сағат бұрын
Kayar Singham akhya dbo lage MR OC k
@AK--ci9jd
@AK--ci9jd 16 сағат бұрын
Faltu OC
@SoonmoniSaikia-l12345
@SoonmoniSaikia-l12345 10 сағат бұрын
Anekuwa gonda police nalage. Amak. Lora jone jani xuni aku vul kora nai. Police jon gonda neki. Tenekwa police nalage amak
@ajitexplorer1382
@ajitexplorer1382 15 сағат бұрын
Govt help korok 15lakh tokar lorar rephuteson 15lakh oth na ahay kinthu kibha kori khabho
@Nisha-j8n3c
@Nisha-j8n3c 15 сағат бұрын
Suspend karooo
@thepoliticalawareness1021
@thepoliticalawareness1021 14 сағат бұрын
Please don't waste time on useless topic. মানুহে হয়তু অদৰকাৰী কথাত বিতৰ্ক কৰি ভাল পায়। ৰাইজক অনুৰোধ জনালোঁ অদৰকাৰী কথা বাদ দি জাতিটোক ৰক্ষা কৰিব চেষ্টা কৰক। Supreme Court এ নাগৰিকৰ ভিত্তি বছৰ ১৯৭১ কৰাটো আইন সংগত বুলি কোৱাটো দুৰ্ভাগ্য জনক। অসমত অসম চুক্তি বাতিল কৰিবই লাগিব নহলে অসম হয়তো নাবছে। নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ কৰিবই লাগিব। এতিয়া যি খিনি লৰা ছোৱালীৰ বয়স ৪০ বছৰৰ তলত তেওঁলোকৰ জীৱনত সংঘাতিক সংকট নামি আহিব। বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ জৰিয়তে অসমক বচাব নোৱাৰে। অসমত হয়তো অসমীয়া মানুহৰ জনসংখ্যা ৪০% আৰু বাংলাদেশী আৰু বাঙালী মানুহৰ জনসংখ্যা ৬০%। অলপ দিন পাছত যিহেতু অসমীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত কমিছে, গতিকে অসমীয়া মানুহৰ জনসংখ্যা ২০% হব আৰু বাংলাদেশী মূলৰ মানুহৰ জনসংখ্যা ৮০% হব। এনে পৰিস্থিতিত বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কোনো কামত নাহে। লগতে অসমীয়া মানুহে প্ৰতি পল প্ৰতি অনুপল নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব লাগিব। ধৰক অসমীয়া মানুহে মাটি এডোখৰ কিনিব গৈছে, নিৰ্বাচন খেলিব গৈছে তেতিয়া নিজকে ১৯৫১ চনৰ আগৰ বুলি প্ৰতিটো Generation এ হয়তো প্ৰমাণ কৰিব লাগিব। লগতে বাংলাদেশী মূলৰ মানুহে কিবা বুদ্ধি কৰি তাৰ বাট ওলাই লব। এটা সময় আহিব ৫০ বছৰ ১০০ বছৰ ১৫০ বছৰ পিছত অসমীয়া লৰা ছোৱালীয়ে নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব নোৱাৰিব documents (১৯৫১) ৰ অভাৱত। আৰু যেতিয়া আগলৈ যদি চৰকাৰ সলনি হয়, আৰু Fake Secular দল যদি চৰকাৰত আহে তেতিয়া নিয়ম সলাই দিব বাংলাদেশী মূলৰ মানুহৰ স্বাৰ্থত। Crime কেনেকৈ নিয়ন্ত্ৰণ কৰিব? আপোনালোকে RTI কৰি ওলাই চাওক প্ৰতিখন জেল, পুলিচ থানা আদিত এচাম বিশেষ লোকৰ আধিপত্য আছে। ড্ৰাগছ ৰ বেপাৰ, চোৰ, ডকাইত, চোৰাং চিকাৰী, চোৰাং কাঠৰ বেপাৰী, ধৰ্ষণ কাৰী আদি। বাংলাদেশত হিন্দু মানুহক গছত, ৰেলিংত বান্ধি অত্যাচাৰ কৰিছে। কোনোবা আন্তজাৰ্তিক মানৱতা সংগঠনে, আন্তজাৰ্তিক মিডিয়া আদিয়ে মাত মতিছে জানো? বাঙালী মানুহৰ জনসংখ্যা অসমীয়া মানুহত কৈ বহুত বেছি তথাপিও কোনেও গুৰুত্ব দিয়া নাই। গতিকে অসমীয়া মানুহ বিপদত পৰিলে কোনেও সহায় কৰিব আগবাঢ়ি নাহে। ডুবাই UAE ত লোকেল মানুহ মাত্ৰ ১১% বাকী সকলো বিদেশী। কিন্তু তাতে কেতিয়াও নাগৰিকত্ব নিদিয়ে, Work Permit হে দিয়ে। তাতে নিৰ্বাচন নহয় গতিকে তাৰ লোকেল মানুহ সুৰক্ষিত কিন্তু অসমত নিৰ্বাচন হয়। গতিকে অসমীয়া মানুহ কেতিয়াও সুৰক্ষিত নহব যদিহে নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ নকৰে? কমিটিয়ে কৈছে নিৰ্বাচনত কিছু আসন সংৰক্ষণ কৰিব অসমীয়া মানুহৰ বাবে কিন্তু যেতিয়া ৮০% ভোটাৰ বাংলাদেশী মূলৰ হব লগতে তেতিয়া এই আসন সংৰক্ষণ কৰা কাৰ্য্যৰ পৰা একো লাভ নহয় practically। মনত ৰাখিব অসমত বাংলাদেশী মানুহ অসমীয়া আৰু ভাৰতীয় ৰাজনৈতিক নেতা কিছুমানে সংস্থাপন কৰিবলৈ হয়তো সুবিধা কৰি দিছিল। তেওঁলোকৰ বাবে অসম ডাঙৰ নহয়, তেওঁলোকৰ কাৰণে গান্ধীজীৰ ছবি থকা কাগজহে বেছি ডাঙৰ আছিল চাগে। যোৰ পুৰি হাত পালে এতিয়া হাতো জলি আছে থাতপিও অসমীয়া মানুহে কিয় সাৰ পোৱা নাই? আপোনালোকে যদি বিশ্বৰ ৰাজনীতি আৰু সমাজনীতি অধ্যয়ন কৰে তেতিয়া দেখিব ভাৰতীয় মূলৰ মুছলমান মানুহ থকা কেইখনমান ঠাই যেনে ডুবাই, পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ। ডুবাই Successful কিয়নো সেইখন এখন disciplined society আৰু তাতে নিৰ্বাচন নহয়। কিন্তু আন দিশে পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ তিনিখনৰে Indisciplined society আৰু নিৰ্বাচন হয়। অসমতো নিৰ্বাচন হয় আৰু Indisciplined society?? অসমৰ অৱস্থাও পাকিস্তান আৰু বাংলাদেশৰ দৰে হব পাৰে। আমি আগতেও ৰাইজক কিছুমান কথাত সজাগ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু ৰাইজে গুৰুত্ব নিদিয়ে চাগে। কিন্তু এইটো জীৱন আৰু মৰণৰ বিষয়। অলপটো চেষ্টা কৰা উচিত জাতিটোক বচাবলৈ। Please analyze and Share.
@Man-i4n
@Man-i4n 16 сағат бұрын
Bal r sir
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 36 МЛН
КОГДА К БАТЕ ПРИШЕЛ ДРУГ😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 8 МЛН