সৃষ্টি কৰ্তাসকলেও কি গীত এটি সৃষ্টি কৰি গ'ল ... তাতে আকৌ জুবিন দাইও প্ৰাণঢালি কণ্ঠ নিগৰালে.... উফ.... কথা এটিয়েই কওঁ গীতটি অমৰ 🙏🏻
@growingbud84025 жыл бұрын
গানটি এনেই ধুনীয়া evergreen .. জুবিন দাই প্ৰানঢালি গোৱা solo version টো হে বিচাৰিছিলো ।
@AmitChandraRoy3334 жыл бұрын
Yes
@hirakjyotidutta75159 ай бұрын
Monr kothatu koi disa he.... Majot eijoni ki loise....
@jayantakashyap77138 ай бұрын
@rubulsaharia86507 ай бұрын
ase
@THUNDERSTORM_Music3 жыл бұрын
জুবিন গাৰ্গৰ একক কন্ঠত লাগে এইটো গীত ❤️
@anjan0073 жыл бұрын
❣️কিছুদিনৰ পৰা এই গান টো বহুত বেছি ভাল লগা হৈছে💓
@prasantkasyap39223 жыл бұрын
Her voice remembering Zonky borthakur.. Feel expression and voice tone are maximum similar with Zonky baa.. It's a very heart full song.. Thank you zubin da for recreating this song..🙏
@mrinankadas45004 жыл бұрын
আমি মাটিৰ লগত মিহলি হৈ যাম এই অসমৰ পৰা গানটো কিন্তু সদায় জীয়াই থাকিব । কিছুমান গানে মানুহৰ মুখত নহয় অন্তৰত স্থান পাই ।