যদি মই মোৰ মৃত্যুৰ আগতে যদি কিবা এটা video চাবলৈ সুযোগ পাম তেতিয়া আকৌ এই video চাবলৈ সুযোগ পাম বুলি আকা থাকিল.... Heartly লাভ you Mahendra daa......Never ever.. unforgettable speech ❤
The Best 'Kotha-Botora' till date! This is and this will be The Masterpiece forever.....you did excellent work baideu❤ Take care of your health sir. I have listened to your Sangeet and Geet from childhood and still listening to your Sristhi❤
Prothom podcast , jiye mur gaar num thio kori gol, Xeluwoi dhora mur Jatiyotabade akou ki rup lole , Aichengfa bohut bohut dhonyobad, Mahendra Kokai niswartho bhabe jatir karone thio dia Xilpi gorakik nimontron jonua babe , Joi Aai Axom
@bijudas77093 ай бұрын
Ki bhaxare km ai program tur kotha xsai bhut Val lage ai program tu sai ba aapunar kothabur xuni bhut Val lage,aapuni xobdhobur iman dhuniakoi koi bhut Val lage.god bless ba
@AnubhavSarma-sz6dz3 ай бұрын
"এই জাতিৰ পৰা কি আশা কৰিবা" মনত কিমান দুখ থাকিলে এইষাৰ কথা ক'ব পাৰে বাৰু। ফাটি গৈছে বুকুখন।
@ঋতুপৰ্ণফুকন3 ай бұрын
আইচেংফা বা আজি তোমাক কিন্ত বৰ ধুনীয়া লাগিছে।❤ তোমাৰ এই অনুষ্ঠান বোৰ বহুত কম চাওঁ কিয়নো কৰ্ম সূত্ৰে সময়ৰ অভাৱত খুব কম চোৱা হয় এইবোৰ ।।বহুত দিনৰ মূৰত আজি চালোঁ 1 sec কাৰণে skip কৰিব সাহস নহল আজি ।।ইমান ধুনীয়া কথা ।।মন চুই যোৱা ভাবিব লগীয়া কিছুমান কথা।। মহেন্দ্ৰ হাজৰিকা দেৱ ক ভাল পাওঁ বহুত তেওঁৰ গান ত কথা ৰ খুব প্রিয় ।।। কিন্ত তোমাৰ আৰু হাজৰিকা দেৱ ৰ উচুপনি মন তো সেমেকা ই পেলালে।।❤❤❤ দীৰ্ঘায়ু কামনা কৰিছোঁ দুয়োজনকে ভালে থাকক হাজৰিকা দেৱ ।।আৰু তুমি ও ভালকৈ থাকিবা।এই অনুষ্ঠান তো দীৰ্ঘায়ু কামনা কৰিছোঁ❤❤ তোমাৰ লৈ বহুত বহুত বহুত..........মৰম প্ৰেম ভালপোৱা💐🥰🥰🥰
Fantastic show. Very homely, friendly and natural. Keep it up. Society needs this kind of show.
@rupjyotidas21262 ай бұрын
1.5 hours episode Tu 6,7 bar sokupani ulal....mukhere eti e humunia karhisu Ufff.......🙏🙏 kobole bhakha nai❤ #ধন্যবাদযাত্রা #ধন্যবাদআইচেংফাৰ #ধন্যবাদশ্রীযুতমহেন্দ্রহাজৰিকা দেৱ
@dhunup15013 ай бұрын
আপোনাৰ গীতৰ শব্দ বোৰ অতিশয় তত্ত্ব গধুৰ আৰু সাৱলীল। আপোনাৰ গীতৰ কথা আৰু সুৰ বোৰ সদায়েই আমাৰ হৃদয়ত প্ৰাণৱন্ত হৈ আছে আৰু থাকিব। যেনেকৈ ভূপেন দাৰ গীত বোৰ চিৰ যুগমীয়া হৈ আছে আৰু থাকিব।
@krishnadeori45703 ай бұрын
এনে এটি সুন্দৰ অনুষ্ঠানৰ বাবে আইছেংফা বালৈ ধন্যবাদ। মৰমৰ শিল্পীজনৰ দুচকুৰ পানীয়ে আমাকো কন্দুৱালে। তেখেতে দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলোঁ
Mur horu pora puwa huna ajon bohut val loga hilpi val lagil..bohut program saisu bihu program bilakot..mur sivasagar hoi ghar agot teu gaan bilak bohut hunisu saisu atiyau huni thaku..🙏
@lsd48893 ай бұрын
Mahendra sir k bht vl pao moi n mor deutaio bht vl pai... bht vl lgise baa episode 2 chai❤❤❤❤❤❤❤❤❤❤❤.. teo sadai sukhi n sustha hoi thak k tarei kamna krisu vagawati maa kamakhya r ochart....
@darshanandhereverythingbhu79963 ай бұрын
M dada apunak bor val lage, apunar sahashtu maniba lagiba jar babe aru agaraki jiban sangi adari anil, amaru man jai kintu sahash kan nai , many many thanks dada. Love you
@nayanjyotidas-lo1qi3 ай бұрын
বা আপোনাক অশেষ অশেষ ধন্যবাদ জনালো।প্ৰিয় শিল্পী জনলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালো।অনুষ্ঠান টিৰ বিষয়ে কবলৈ ভাষা নাই মাত্ৰ অলপ চকুলো টুকিছো।