Oyster mushroom cultivation training from Assam

  Рет қаралды 85,281

Mojin Moran

Mojin Moran

Күн бұрын

• BAREKURI TOURISM FAIR ...
Trainer mojin moran
দৰৱ নাম হল ( Bavistin powder )
/ hdfaq7qwmn
A
Oyster (mushroom) কাঠফুলা খেতি কৰাৰ বৈজ্ঞানিক পদ্ধতি:
A) ১ কেজি (oyster mushroom) কাঠফুলাৰ গুটিৰ পৰা ১০টা ছিলিণ্ডাৰ বনোৱাৰ পদ্ধতি:
১) ১৫ কেজি খেৰত দিবলগা মেডিচিনৰ পৰিমাণ
i)১ কেজি চূণ
ii)ব্লিছিং পাউদাৰ ৫০ গ্ৰাম
২) ১২০ লিটাৰ পানীত ওপৰত দিয়া মেডিচিন সমূহ ভালদৰে মিহলাব ।
৩)শুকান খেৰখিনি ১-২ ইঞ্চি জোখত কাটি লব ।
৪)এতিয়া খেৰখিনি ঠাণ্ডা পানীৰে ধুই লব ।
৫)এতিয়া মেডিচিন মিহলোৱা পানীত ২৪ ঘণ্টা (24 hours) ৰ বাবে ড্ৰামত খেৰখিনি তিয়াই ৰাখিব ।
৬)তিয়াই ৰাখোঁতে দুটা কথা মন কৰিব :
i)ড্ৰামৰ ভিতৰত থকা খেৰখিনি যাতে সম্পূৰ্ণ পানীত ডুব যায় এইটো নিশ্চিত কৰিবৰ বাবে এটা চাফা গধুৰ বস্তুৰে খেৰখিনি হেঁচা দি ৰাখিব ।
ii)ভিতৰত বায়ু সোমাব নোৱাৰাকৈ ত্ৰিপাল বা সুবিধা জনক আৱৰণেৰে ভালদৰে বন্ধ কৰি দিব ।
৭)২৪ ঘণ্টা সম্পূৰ্ণ তিওৱাৰ পিছত এটা নেটজাতীয় বেগত ভৰাই পানী ওলাই যাবৰ বাবে প্ৰায় ২৫ মিনিট সময় ওলমাই ৰাখিব ।
৮)খেৰ শুকুৱাৰ পদ্ধতি :
i)এখন পাটী বা কপাহী কাপোৰ লব ।
ii)এতিয়া বেগত ভৰাই থোৱা খেৰখিনি ভালদৰে ৰদত মেলি দিব ।
iii)শুকুৱাওঁতে এটা কথা মন কৰিব যে আপোনাৰ খেৰৰ পানী ৮০% পৰ্যন্ত শুকুৱাব লাগিব ।
iv)৮০% পানী যে শুকাইছে এই কথা জানিবৰ বাবে আপুনি আপোনাৰ দুই হাতেৰে এমুঠি খেৰ লৈ কাপোৰ চেপাৰ দৰে ভালদৰে চেপক, যদিহে চেপোতে তলত পানী পৰিছে তেন্তে খেৰ আৰু শুকুৱাব লাগিব । যদিহে চেপোতে তলত পানী নপৰি হাতত নিয়ৰৰ দৰে পানী লাগিছে তেতিয়া জানিব আপোনাৰ খেৰ ৮০% শুকাইছে ।
৯)ছিলিণ্ডাৰ বনোৱাৰ আগত ৮০% শুকান খেৰত দিবলগা মেডিচিনৰ পৰিমাণসমূহ এনেধৰণৰ:
i)খেৰ ১৫ কেজি
ii)চূণ পাউদাৰ ৩০০ গ্ৰাম
iii)ব্যেভিষ্টিন পাউদাৰ ১০ গ্ৰাম
১০)দুইও তা মেডিচিন প্ৰথমে এখন কাগজত ভালদৰে মিহলি কৰি লব ।
১১)এতিয়া ১৫ কেজি খেৰত এই দুইওতা মেডিচিনে ভালকৈ মিহলি কৰি লব ।
১২)ছিলিণ্ডাৰ বনোৱাৰ পদ্ধতি:
i)২০০ গ্ৰাম গুটিৰ পেকেটটো ফালি আপুনি এখন কাগজত ভালকৈ ভাঙি ৮ ভাগত ভগাই লওক । (প্ৰতি ভাগত ২৫ গ্ৰামকৈ)
ii)পলিবেগটো তলৰ ভাগত এডাল ৰবৰেৰে বান্ধি লওক ।
iii)এতিয়া পলিবেগটো প্ৰথমে তলফালে বান্ধি লৈ ওলোটাই দিয়ক ।
iv)গুটিসমূহ এনেধৰেনেৰে দিব লাগিব:
👉প্ৰথমে পলিবেগৰ তলত 4 ইঞ্চি ডাঠেৰে খেৰ দিয়ক ।
👉দ্বিতীয়তে আগতে ভাগ কৰি ৰখা ২৫ গ্ৰাম গুটি ওপৰত চাৰিফালে ঘূৰাই দি দিয়ক ।
👉তৃতীয়তে আকৌ একে পৰিমাণৰ খেৰ দি গুটি দিব লাগিব । এনেকৈ ৪ টা স্তৰত গুটি আৰু ৫ টা স্তৰত খেৰ দি পলিবেগটো ওপৰৰফালে সম্পূৰ্ণ টাইট কৰি বান্ধি দিয়ক ।
👉বন্ধাৰ আগতে মন কৰিব:
পলিথিনৰ ভিতৰত থকা বায়ু ওলাবৰ বাবে ওপৰফালে বেজী বা পিন লৈ ৬-৭ টা ফুটা কৰিব ।
১৩)ছিলিণ্ডাৰ বনাই সম্পূৰ্ণ হোৱাৰ পিছত কেনেকৈ ৰাখিব?
i)৫০% আন্ধাৰ ঠাইত ১৫-১৮ দিন ৰাখিব ।
ii)ছিলিণ্ডাৰ ৰখা ঠাইটুকুৰা
a)যদিহে পকী হয়, তেতিয়া আপুনি এখন কাগজ পাৰি লৈ তাতে ৰাখিব পাৰিব ।
b)যদিহে মাটিৰ হয়, তেতিয়া ভালদৰে মচি লৈ এখন পাটী পাৰি তাৰ ওপৰত এখন কপাহী কাপোৰ লৈ তাতে ৰাখিব পাৰিব ।
১৬)ছিলিণ্ডাৰ ৰখাৰ পদ্ধতি:
i) (Oyster mushroom) কাঠফুলাৰ বাবে মাটিৰ পৰা দুফুট ওপৰত আপোনাৰ সুবিধা অনুযায়ী এখন বাঁহৰ চাং বনাই ৰাখিব পাৰিব ।
ii) নহলে বা ৰছীও ব্যৱহাৰ কৰিব পাৰিব ।
১৭) (Oyster mushroom) কাঠফুলাত পানী দিয়াৰ পদ্ধতি:
i)ছিলিণ্ডাৰৰ পৰা যিদিনা কাঠফুলা ওলাব, সেইদিনাৰ পৰাই প্ৰতিটো ছিলিণ্ডাৰত 100ml কৈ ভিতৰত পানী ভৰাই দিব । আৰু দিনত ২ বাৰ কৈ স্প্ৰে মেচিন লৈ পানী স্প্ৰে কৰিব ।
ii)ছিঙিব হোৱালৈকে পতি দিনাই এনেদৰে ৩দিন পানী দিব ।
১৮)যেতিয়া আপোনাৰ বেগৰ পৰা কাঠফুলা সমূহ ৪-৪ ইঞ্চি ওখ হব, তেতিয়াই আপুনি ছিঙিব পাৰিব ।
১৯)ছিংগাৰ পদ্ধতি: এখন কটাৰীৰে গুৰিতে কাটি ছিঙিব পাৰিব বা আপুনি হাতেৰে পকাই ছিঙিব পাৰে । ধন্যবাদ
আমাৰ ঠিকনা-তিনিচুকীয়া
ডুমডুমা হাহচাৰা কালি মন্দিৰ ।
KZbin channel
mojin moran
অধিক জানিবৰ বাবে যোগাযোগ কৰক :
8011858287-9365256788

Пікірлер: 264
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
সকলোকে জনাব বিচাৰো যে কাঠফুলাৰ উপৰত বনুৱা মোৰ প্ৰথম টো video আছিল, হয় মই নিজেও অনুভৱ কৰিব পাৰিছো যে music2 বেছি হৈছে গতিকে কোনেও যাতে মোক ভুল নুবুজি video বনোৱাত সহায় কৰে যেন । 🙏🙏
@pranjalentertainment7950
@pranjalentertainment7950 Жыл бұрын
কিমান কে বিক্ৰী যায় প্ৰতি কিলো
@KhiradaTalukder
@KhiradaTalukder 9 ай бұрын
Mok aponar. Fone. No dyak son
@pankajkonwar308
@pankajkonwar308 7 ай бұрын
Dada Silinder সমূহ keneke kati loi Masrum bur উলিওৱা hoi tar ata video dbsn,, jodi bea napai help kribo paribo nki dada
@dbhattacharyya364
@dbhattacharyya364 5 ай бұрын
Ki powder mohale kindly jonaba
@kurangagogoi5636
@kurangagogoi5636 4 жыл бұрын
Khmer khinit dia Powder tur Nam ki ,Pam kot ? Gutu bur krikhi bhandar ot Pai neki ?
@anupam23044
@anupam23044 Жыл бұрын
Kun keita mah t kheti tu korile val...?
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
October to March oyster mushroom April to September milky mushroom
@DevTamang-n8n
@DevTamang-n8n 10 ай бұрын
After how many days polythin should remove?
@karnagorh223
@karnagorh223 4 жыл бұрын
বহুত ভাল লাগিল । স্বাৱলম্বিতাৰ এইয়া এক সহজ পথ ।
@kirtybhattabharadwaj3136
@kirtybhattabharadwaj3136 4 жыл бұрын
Kher bilak boil kora pisot complete dry kribo lage nki
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
80%
@DipakBorgohain-z1w
@DipakBorgohain-z1w 11 ай бұрын
Powder buli kole,kintu ki Powder dile ullekh nokorile
@mojinmoran3133
@mojinmoran3133 10 ай бұрын
Bavistin power
@arupbezbaruah4791
@arupbezbaruah4791 2 жыл бұрын
Sell kot korim.moi olp large scale ot koribo bisaru. M from guwahati
@bakulkhaund
@bakulkhaund 5 жыл бұрын
Kher khini boil kora pisot ki Power disil?
@PradipkumarRoy-gi3ms
@PradipkumarRoy-gi3ms 9 ай бұрын
Vdio tot music, bahi sound nidibo,karon vewarsk aponar kotha bilak sunote disturb khubei hoy.
@dkvlogs5158
@dkvlogs5158 2 жыл бұрын
Powder TU ki hoi jonabo sun dada🙏
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Bavistin pawder
@dkvlogs5158
@dkvlogs5158 2 жыл бұрын
Thank you 🙏
@dhulikaroy3016
@dhulikaroy3016 2 жыл бұрын
music sound tu kisu komke dibo sun nhle aoner kothabr xunat problm hy
@Jaagrav
@Jaagrav 4 жыл бұрын
বহুত ভাল লাগিল ভিডিও টো৷
@Mirimixture
@Mirimixture 3 жыл бұрын
Moiu hikhilu nishoi apunar pora moi upokrito hole val pam,apunaar vdor pora bohut khota janibo parilu..tar babe apunak dhoinabad,sublike sab korisu dada
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Dhoinyand
@chidanandabora3404
@chidanandabora3404 3 жыл бұрын
Xundor video bonaise dada.... Axa thakile aru jate ane dhoronr video pai thaku....
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Thank you
@nzanmurrie5030
@nzanmurrie5030 3 жыл бұрын
I don't have wheat straw's in my area...What else can i use instead of wheat straw's please reply
@warbah993
@warbah993 3 жыл бұрын
Rice straw
@DevTamang-n8n
@DevTamang-n8n 10 ай бұрын
You may use Rice straw (Dhan Puwal)
@comedytimetoon
@comedytimetoon 2 жыл бұрын
পাউদাৰ তুৰ নাম কি
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Bavistin pawder
@alittleboy686
@alittleboy686 2 жыл бұрын
dada spown r price kiman atiya janaba sun oyster muchroomror
@surajneog1359
@surajneog1359 3 жыл бұрын
Pawder buli kole hobo janu ki nam ki company kot pai koi deok
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Bavistin powder
@rajivtube3615
@rajivtube3615 5 ай бұрын
Mushroom making medicine name kya hai Bhai?
@mojinmoran3133
@mojinmoran3133 4 ай бұрын
Bavistin powder
@ArbinBrahma-mo5sz
@ArbinBrahma-mo5sz Жыл бұрын
Ki powder ito Bai koksun Mai olob korisam
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
Bavistin
@omamelemraikosh4311
@omamelemraikosh4311 2 жыл бұрын
Ki seter music dibo lage?
@krishnakhibora5459
@krishnakhibora5459 4 ай бұрын
Background music r sound olp komai dibo parile...😢
@AmritHazarika-vy8wi
@AmritHazarika-vy8wi 7 ай бұрын
Very good news
@mojinmoran3133
@mojinmoran3133 7 ай бұрын
Thank you
@dipjyoti9182
@dipjyoti9182 4 жыл бұрын
Button mushroom kenekoi korim video dibo sun dada
@gwhwmvrbasumatry6448
@gwhwmvrbasumatry6448 4 жыл бұрын
Bhai ker kon ki tan or besike vaal hoi
@dipalikurmi4676
@dipalikurmi4676 10 ай бұрын
Polthim tu kot pam dada please jonabo
@mojinmoran3133
@mojinmoran3133 9 ай бұрын
Disposal bika dukanot khobor korib
@durgeswarsonowal9910
@durgeswarsonowal9910 3 жыл бұрын
বইল কৰাৰ পাছত দিয়া পাউদাৰ বিধৰ নাম কি? পৰিমাণ কিমান কেনেকৈ দিব লাগে?
@dipankarborah9870
@dipankarborah9870 2 жыл бұрын
Bravesting Powder
@chandanroy7615
@chandanroy7615 4 жыл бұрын
Sir apuni 6 part ot ki powder dile nam kole val asil
@গাঁৱলীয়ালৰামই-ষ৫ষ
@গাঁৱলীয়ালৰামই-ষ৫ষ 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻
@MKlovefoodandtraveling
@MKlovefoodandtraveling 2 жыл бұрын
Dada guti belak kot kinebo pam.
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Amar office t pab
@xotobira5908
@xotobira5908 3 жыл бұрын
1 year poroni kher di bonale hobone ne nai? Plz jonabo
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Hoi parib jodihe poshijuwa nai
@junubasumatary191
@junubasumatary191 2 жыл бұрын
Bavistin powder khot pamnu?
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Chemical dukanot
@Ashit2.o
@Ashit2.o Жыл бұрын
Kathfula kheti kora paudar tu nam ki buli koi
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
Bavistin powder
@gtgaming7483
@gtgaming7483 Жыл бұрын
Last step to nedekhale....bang kon fota Karo asu Pani spray kora..
@MukulBaruah-n4u
@MukulBaruah-n4u 7 ай бұрын
খেৰ সলনি তোহ দিলে হ’বনে দাদা জনাবছোন
@mojinmoran3133
@mojinmoran3133 7 ай бұрын
Buja nai
@anilrdas776
@anilrdas776 8 ай бұрын
দাদা কাঠ ফুলাখেতি ভাল লাগিল মুৰ মন আছে কৰিবৰ
@mojinmoran3133
@mojinmoran3133 7 ай бұрын
Thank you
@sastragyan5272
@sastragyan5272 3 жыл бұрын
Sai bohut val lagil
@satyajitbaruah4735
@satyajitbaruah4735 2 жыл бұрын
Thank you very much
@dakhyarajchutia8680
@dakhyarajchutia8680 5 жыл бұрын
ভাল লাগিল দেই ছাই .........
@mojinmoran3133
@mojinmoran3133 5 жыл бұрын
ধন্যবাদ
@rimjimsaikia9827
@rimjimsaikia9827 2 жыл бұрын
Marketing babe apunalukr lgt jugajug korib pari ne
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
Nissoi
@nomitahazarika9359
@nomitahazarika9359 7 ай бұрын
Powder tu ki hoi
@mojinmoran3133
@mojinmoran3133 6 ай бұрын
Bavistin powder
@BalramSB
@BalramSB Жыл бұрын
Very Nice
@kamalaboradipusonowal
@kamalaboradipusonowal 10 ай бұрын
Konsait tu nu ki koribo di thoise
@Jushii_baruaah
@Jushii_baruaah 4 жыл бұрын
Powder tu nam ki?
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Bavistin powder
@jitumoniborah270
@jitumoniborah270 3 жыл бұрын
Music টো কি কৰিবলৈ বজাই আছে?
@mr.anandag3193
@mr.anandag3193 4 жыл бұрын
Mojin bhai..nice & useful Vidio
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Thank you
@rashmiroy4705
@rashmiroy4705 Жыл бұрын
Ki poudre dile dada apuni
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
Bavistin pawder
@chainobasumatary6886
@chainobasumatary6886 4 жыл бұрын
nice vedeo &simple for learning
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Thank you
@dipjyotiborah661
@dipjyotiborah661 3 жыл бұрын
Ki powder hoi bhai...name tu kua pawder tu
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Bavistin powder
@pranabjyotiborah7914
@pranabjyotiborah7914 3 жыл бұрын
kot thobo lge ki dore thobo lge heitue ndkhuale ki vidio bonale.
@anamikadevi1125
@anamikadevi1125 2 жыл бұрын
Guti aru pawder 2r name ki
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Oyster mushroom Bavistin pawder
@sblegend8884
@sblegend8884 2 жыл бұрын
Powder tu ki nam
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Bavistin pawder
@dimbesarania5856
@dimbesarania5856 3 жыл бұрын
কিমান দিনৰ মূৰত গজালী মেলে জনালে উপকৃত হ'ম
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
25,30 দিন
@batmasi3773
@batmasi3773 2 жыл бұрын
Kher katibar karane ki bibahar kara hoi
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
দাহেৰে কটা হৈছে
@binodgogoi8247
@binodgogoi8247 Жыл бұрын
Video টোত মিউজিকৰ volume টো বেছি হৈ আছে। অলপ কমালে ভাল হব নেকি?কথাবোৰ স্পষ্টকৈ শুনা যাব। তাতে মিউজিক টো ভাল হোৱাৰ বাবে বেছিকৈ কাণখন মিউজিকলৈহে গৈ থাকে।
@mojinmoran3133
@mojinmoran3133 10 ай бұрын
Hoi nissoi
@BIKASHSAIKIA82
@BIKASHSAIKIA82 2 жыл бұрын
Music 2 alp besi hl nki
@sabitaborah5472
@sabitaborah5472 Жыл бұрын
👍👍👍
@BhairobJyotiChutia
@BhairobJyotiChutia 4 жыл бұрын
Ki powder logaisil?
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
BAVISTIN POWER
@Gogoimallika
@Gogoimallika 10 ай бұрын
dada jdi olp nuhukai tetia pasdinaloi hukuwaboloi thobo parim nai
@mojinmoran3133
@mojinmoran3133 10 ай бұрын
Parib
@ranujvlogs8333
@ranujvlogs8333 Жыл бұрын
Powder নামটো কি দাদা
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
Bavistin pawder
@ranujvlogs8333
@ranujvlogs8333 Жыл бұрын
@@mojinmoran3133 বজাৰত পাইনে দাদা
@md__sahidul
@md__sahidul 3 ай бұрын
Seed kene koi lobo parim
@mojinmoran3133
@mojinmoran3133 2 ай бұрын
Number diya ase call korib
@Jushii_baruaah
@Jushii_baruaah 4 жыл бұрын
Where should we buy musroom spawn
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Contact korib
@GautamsGarden
@GautamsGarden 2 жыл бұрын
Seeds kot puwa jai
@dipankarborah9870
@dipankarborah9870 2 жыл бұрын
Tinsukia We Agro Pvt Ltd
@preronakonwar683
@preronakonwar683 4 жыл бұрын
Videotu sai vaal lagil....background musictu alop loud hoise dei aata....
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
ok
@kramsakilingyoutube2286
@kramsakilingyoutube2286 Жыл бұрын
Apunar kun thait
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
Tinsukia Doomdooma hansara near Kali Mondir
@samiranchetia5062
@samiranchetia5062 3 жыл бұрын
কি পাউদাৰ দিছে সেইটো জনাবচোন ।
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Bavistin powder
@jintutamuli4823
@jintutamuli4823 4 жыл бұрын
Kimn production pua jai xeitu calculate koribosun
@GautamsGarden
@GautamsGarden 2 жыл бұрын
Powered tur naam ki
@hirakjyotibora9475
@hirakjyotibora9475 4 жыл бұрын
Aitu ki powder dise kherr lgt
@jureeborah3652
@jureeborah3652 Жыл бұрын
Ki powder nam nakale je?
@pobitrakalita9854
@pobitrakalita9854 4 жыл бұрын
Good job
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Thank you
@nomalgogoi9863
@nomalgogoi9863 2 жыл бұрын
দাদা ইয়ার বীজ কত কেনেকৈ পাম আপোনার ফোণ নমবতো দিব
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
8011858287
@zomunarajbongshiyadav2
@zomunarajbongshiyadav2 10 ай бұрын
গুতি কোত পোৱা যাব জনাব চুন দাদা মই য়ো খেতি কৰিম
@mojinmoran3133
@mojinmoran3133 10 ай бұрын
Amar office doomdooma t hansarat ase tate pab
@mrinaleedeka6357
@mrinaleedeka6357 Жыл бұрын
Ki paudar dile nu
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
Bavistin powder
@tribenideka8048
@tribenideka8048 4 жыл бұрын
Dada guti bilak kor pora kinibo parim
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Amar logot jugajuk korib gutir babe
@গাঁৱলীয়ালৰামই-ষ৫ষ
@গাঁৱলীয়ালৰামই-ষ৫ষ 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻
@bigraibrahma2903
@bigraibrahma2903 2 жыл бұрын
Amazing bro.
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Thank you
@Just_villagethings
@Just_villagethings 2 жыл бұрын
Background music tu he hunilu dei
@MrRatnabiman
@MrRatnabiman 5 жыл бұрын
Nice video
@palkipunyakotokyphukon681
@palkipunyakotokyphukon681 2 жыл бұрын
Val lgel
@rintudeka8427
@rintudeka8427 3 жыл бұрын
Mushroom or video dia bad dila nki
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Nai komdinor vitorate new video upload diya hob
@rintudeka8427
@rintudeka8427 3 жыл бұрын
@@mojinmoran3133 1year a hol aru .
@johnshazarka1422
@johnshazarka1422 4 жыл бұрын
Dada plz reply powder kot pam reply....
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
bahirot pabanai heitu najanu kintu
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
bahirot pabanai heitu najanu kintu
@jitulsk5594
@jitulsk5594 4 жыл бұрын
Moi khowangor hoi, dibrugarhor kot lobo parim training
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Tinsukia Doomdooma t Office Ase Tate Diya hoi training
@monjitgohain6510
@monjitgohain6510 4 жыл бұрын
@@mojinmoran3133 moi moranr hoi training nuluwak guti dib nai...
@Sonutraveling7002
@Sonutraveling7002 4 жыл бұрын
Nice
@sharazvlogs7176
@sharazvlogs7176 6 ай бұрын
Ki edit korsa bhai gan a baji thaka sun ki koisa ako Buji napi
@barnalidas2011
@barnalidas2011 3 жыл бұрын
Very informative vedio... All the best for ur Chanel... Apuni ata powder mix korisile kheror logot... Powder tur nam ki???
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Bavistin powder
@mintumoran671
@mintumoran671 5 жыл бұрын
Vl lgil deii
@saikiasteelindustry6199
@saikiasteelindustry6199 4 жыл бұрын
কি এই পাওঁদাৰ দিলে, কৈ দিব
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Bevistin power
@assamfishingguwhati4052
@assamfishingguwhati4052 4 жыл бұрын
Music Tu nidely besi vl hol hoi
@সুখীজীৱন-ট৫য
@সুখীজীৱন-ট৫য 4 жыл бұрын
Oyster টো গৰম দিন কৰিব পৰা হব জানো
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Oh pari korib
@kuhigogoi927
@kuhigogoi927 2 жыл бұрын
Mojja lagesa Mojin daa🥀🥰🙏
@anuragsonowal1484
@anuragsonowal1484 4 жыл бұрын
Dada jugajug কেনেকৈ কৰিব পাৰি
@গাঁৱলীয়ালৰামই-ষ৫ষ
@গাঁৱলীয়ালৰামই-ষ৫ষ 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻
@jkmrider9927
@jkmrider9927 3 жыл бұрын
দাদা পাউদাৰ টোৰ নামটো কি
@mojinmoran3133
@mojinmoran3133 3 жыл бұрын
Bavistin powder
@niorojonboro4427
@niorojonboro4427 5 жыл бұрын
I love this vedio
@mojinmoran3133
@mojinmoran3133 5 жыл бұрын
Thanks
@nibeditatalukdar-3454
@nibeditatalukdar-3454 2 ай бұрын
পাউদাৰটোৰ নাম blessing পাউদাৰ, নহয়নে 😮 আৰু চূণ দিব লাগে বুলি নকলে যে ।বাৰু থিকেই আছে video 2 দেখুওৱা বাবে ধন্যবাদ ❤
@mojinmoran3133
@mojinmoran3133 2 ай бұрын
Bavistin pawder
@Gakull
@Gakull 4 жыл бұрын
Pouder tu Nam 2 ki
@jayashreevillagepride6305
@jayashreevillagepride6305 2 жыл бұрын
Ki powder nam nai eko kowa nai
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Bavistin pawder
@rubibhuyan6708
@rubibhuyan6708 8 ай бұрын
কি পাউদাৰ দিছে
@mojinmoran3133
@mojinmoran3133 8 ай бұрын
Bavistin powder
@kakalisarmavlogs414
@kakalisarmavlogs414 2 жыл бұрын
গুটি বোৰ কত পাই
@mojinmoran3133
@mojinmoran3133 2 жыл бұрын
Amar logot pab
@sanjibsanjib-rm7zw
@sanjibsanjib-rm7zw Жыл бұрын
Muk help kam tu koriboly alop help koribo paribo ny ki
@mojinmoran3133
@mojinmoran3133 Жыл бұрын
Nissoi
@kausikgogoi3005
@kausikgogoi3005 4 жыл бұрын
Guti bur kot pua hobo baru
@mojinmoran3133
@mojinmoran3133 4 жыл бұрын
Amar logot jugajuk korib
@bishalsaikia566
@bishalsaikia566 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ জৰিয়তে প্ৰতিমাহে ১৫ ৰ পৰা ২০ হাজাৰ টকা উপাজন কৰিবৰ বাবে 7086835299 নম্বৰত যোগাযোগ কৰক🙏🏻🙏🏻🥰🥰কাঠফুলা খেতিৰ প্ৰশিক্ষণ তথা ইয়াৰ বীজৰ ঘৰতে পাবৰ বাবে 7086835299 নম্বৰত যোগাযোগ কৰক।🙏🏻🙏🏻অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ আপোনাৰ ঘৰতে পাবৰ বাবে আমাৰ লগত যোগাযোগ কৰক। আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ🤝🏻🤝🏻১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক। ধন্যবাদ🤝🏻🤝🏻🙏🏻
@ankurjyotibaruah8016
@ankurjyotibaruah8016 4 жыл бұрын
Powder2 nam ki...
@swarajmushroomdevelopement2799
@swarajmushroomdevelopement2799 4 жыл бұрын
Bavistin powder
@swarajmushroomdevelopement2799
@swarajmushroomdevelopement2799 4 жыл бұрын
plz contact me 8638193851
@গাঁৱলীয়ালৰামই-ষ৫ষ
@গাঁৱলীয়ালৰামই-ষ৫ষ 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻
Mushroom Cultivation Training
21:52
Kamal Sarkar
Рет қаралды 5 МЛН
怎么能插队呢!#火影忍者 #佐助 #家庭
00:12
火影忍者一家
Рет қаралды 14 МЛН
1 сквиш тебе или 2 другому? 😌 #шортс #виола
00:36
Миллионер | 1 - серия
34:31
Million Show
Рет қаралды 2,9 МЛН
Easy - how to grow oyster mushrooms at home and harvest every day
8:03
Terrace garden ideas
Рет қаралды 2,3 МЛН