⛔পাকঘৰ কোনটো দিশত থাকিব লাগে?⛔পূৱ দিশৰ বেৰত কি ৰং দিব লাগ,চাওক প্ৰিয়অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ

  Рет қаралды 25,880

PUHOR Live 8

PUHOR Live 8

Жыл бұрын

⛔পাকঘৰ কোনটো দিশত থাকিব লাগে?
⛔পূৱ দিশৰ বেৰত কি ৰং দিব লাগে
⛔লগতে আপোনালোকৰ বহু প্ৰশ্নৰ সমিধান লৈ
⛔আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ

Пікірлер: 42
@anitasarma9044
@anitasarma9044 Жыл бұрын
আপোনাৰ কথা বিলাকৰ পৰা সদায় কিবা এটা নতুন শিকিব পাৰো , বহুত বেছি ভাল লাগে দাদা।
@swamikhyaboruah8395
@swamikhyaboruah8395 Жыл бұрын
চাৰ ভাল লাগিল।বহুত ধ্যন্যবাদ।
@runusaikia3710
@runusaikia3710 Жыл бұрын
বহুত উপকৃত হৈছোঁ ছাৰ
@shayaangamingvlog8162
@shayaangamingvlog8162 Жыл бұрын
সুন্দৰ
@user-wt9mb3hp5m
@user-wt9mb3hp5m 5 ай бұрын
Vl lgil sir...
@DevakantaGogoi-kh2gz
@DevakantaGogoi-kh2gz 6 күн бұрын
আমাৰ পাকঘৰটোও উত্তৰ দিশত আছে।প্ৰতিকাৰ কি হ'ব?আৰু নতুনকৈ উত্তৰ পূবত লেটিন ৰ drum বঢ়াই থৈছো।কিন্ত বাকীখিনি কাম সম্পৃৰ্ণ হোৱা নাই।আগতে নাজানিলো বাস্তু শাস্ত্ৰৰ কথা।গতিকে পাকঘৰ আৰুলেটিনৰ বিষয়টোৰ প্ৰতিকাৰৰ উপায় দিবচোন।
@SankarNath-dt9qc
@SankarNath-dt9qc 29 күн бұрын
দাদা, মোৰ ঘৰটো ঢাৰিটা ৰুমৰ। মাজেৰে কৰিডৰ আছে। কৰিডৰৰ উত্তৰ দিশত দুটা দখিন দিশত দুটা। উত্তৰ দিশৰ ৰুমৰ পশিঢম ফালে এখন দুৱাৰ আছে। মই কোনটো ৰুমত পাক ঘৰ, কোনটো ৰুম শুৱাৰ বাবে উপযোগী জনালে নথি আনন্দিত হম। উত্তৰ পাম বুলি আশা থাকিল।
@moonmoonsonowal3208
@moonmoonsonowal3208 4 ай бұрын
ধন্যবাদ ছাৰ
@ramensarma8263
@ramensarma8263 Жыл бұрын
Good
@jibonjyotidutta622
@jibonjyotidutta622 Жыл бұрын
ভাল লাগিল
@anitadoley3784
@anitadoley3784 2 ай бұрын
❤bal. Lagil. Sar 🎉
@kamalachetia6301
@kamalachetia6301 Жыл бұрын
🙏ঘৰৰ ভিতৰত ফেছা সোমালে ভাল নে বেয়া জনাব
@huntorachutia1626
@huntorachutia1626 11 ай бұрын
Tq sir
@DonKelar123
@DonKelar123 Ай бұрын
Thanks 🙏🙏🙏
@anjubezbaruah9999
@anjubezbaruah9999 Жыл бұрын
দক্ষিণ পূৱৰ বাথৰূম -টয়লেটত নীলা সাগৰ ,ডলফিন ,ডাৱৰ থকা টাইলচ লগালো ।কি কৰিব পৰা যাব ?বেয়া হব নেকি দাদা ?
@santusartacademy3054
@santusartacademy3054 Ай бұрын
দক্ষিণ পশ্চিমত পাক ঘৰ আছে । সমস্যা হব পাৰে নেকি? সমস্যা হলে উপায় কি ?
@renusaikia3581
@renusaikia3581 Жыл бұрын
😊🙏
@user-ld2yu2ul1t
@user-ld2yu2ul1t 2 күн бұрын
Amar new home bonaisu uttor pubot garage aru uporot parthona ghr ase kiba beya hob nake
@mylittlestar2453
@mylittlestar2453 13 күн бұрын
Sir, mur bed room tu dakhin pur dijhot ase ,kiba vul hoise ni baru
@gobindagogoi-wu7bt
@gobindagogoi-wu7bt Жыл бұрын
মনৰ শান্তি পাবলে কি কৰিব লাগে।অশান্তি কৰি থাকে মন কথা কয়
@MoniBora-ti3si
@MoniBora-ti3si 4 ай бұрын
Dada amar jui sukatu pub dokhin kunat ase aru aru letren tu ase dokhin kunat kiba problem hoboneki jonabosun
@Khushi-hy7br
@Khushi-hy7br Жыл бұрын
🙏 sir, moi 2nd floort thaku . mur south East side kitchen ase kintu kitchen tolot (1st floor) belegor toilet ase. Ki koribo lagibo.
@user-mo7mm2wu7d
@user-mo7mm2wu7d 4 ай бұрын
Bohut bohut bhal lagise
@aparajitadutta2832
@aparajitadutta2832 Жыл бұрын
Mor ghoror north - east ot loilet ase but bhangi new bonabole samortho nai so an kiba upai hbo ni baru?
@manaarprithibi..3462
@manaarprithibi..3462 Жыл бұрын
Ami rent roomt thaku taulukor washroom eastr fale ase kiba habo neki..aku kribou nuaru bhut kabo bisarisu apunalukok aru kintu imankhini likhi bujua hamvab nhy..aru hubidha anuhari gharar temple north westr fale thale kiba haboneki 🙏
@anjumanidas1175
@anjumanidas1175 Жыл бұрын
অৰ্পণ দা, মই আগতেও এই প্ৰশ্নটি আপোনালোকৰ শিতানলৈ পঠিয়াইছিলোঁ, উত্তৰ নোপোৱাৰ বাবে আজি আকৌ পঠিয়ালো,,, উত্তৰ পাম বুলি আশা ৰাখিলোঁ। উত্তৰ-পূব দিশৰ বাহিৰে আৰু কোন দিশত মন্দিৰ বনাব পাৰি জনাবচোন।
@mallika.duttasaikia4629
@mallika.duttasaikia4629 Жыл бұрын
আমাৰ ঘৰতো উওৰ দক্ষিণ মুৱা। কিন্ত মেইন দজাখন দক্ষিণ মুৱা গেট খন পশ্চিম মুৱাকৈ আছে। আৰু পাকঘৰতো ইশ্বান কোনত । সেই দিশত পানী আছে ।এতিয়া কোনতো দিশত চৰু পাতিম জনাব চোন।
@bipulphukon3664
@bipulphukon3664 2 ай бұрын
অৰ্পন দা মই প্ৰায় ১৫ ৰ বছৰ মান হল বহুত ব্যৱসায় কৰি আহিছো ।কিন্তু আজিলৈকে সফল হৱ পৰা নাই । ৫০০০ টকা আয় হলে ১০০০০হাজাৰ ব্যয় হয় । কি কৰিলে উপক্‌ত্ত হৱ পাৰিম ।
@bijoysaikia7660
@bijoysaikia7660 4 ай бұрын
Ophoite colour Mane ki?
@hirupravadeviassamesevlog
@hirupravadeviassamesevlog Жыл бұрын
দাদা মেইন দুৱাৰ দক্ষিন দিক্ষত আৰু Toilet tengki উওৰ পূৱ কোণত আছে আৰু মানুহ জনে বহুত দিনৰ পৰাই এলাজীত ভূগি আছে কিবা এটা দিহা দিব বুলি আশা কৰিলো ।medicine ruকাম কৰা নাই
@user-ht5yi4lk9r
@user-ht5yi4lk9r 7 ай бұрын
মোৰ পাক ঘৰ ঘৰ টোৰ উত্তৰ পশ্চিম ত আছে অগ্নি কোণত নিব নোৱাৰি । কিবা উপায় কৰিব পাৰি নে কি , জনাবলৈ অনুৰোধ জনালো 🙏
@minanath3524
@minanath3524 Жыл бұрын
Aamar ghrot uttar pubfale hoi kintu gesor dokhin fale pokar sokes ata boni silo aaru dakshin fale sokesot red colur tails logaiso val ne beya jonabo son
@bharatgogoi324
@bharatgogoi324 Жыл бұрын
অৰ্পণ দা মোৰ ঘৰৰ গেটখন বায়ুবিয় কোনট দিচো ,কিন্তুু পশ্চিম ফালৰ ৰাস্তা কাষৰ ৱালখন কি ৰং দিবপাৰিম বাৰু জনাৱ ছোন |
@chandanborah5427
@chandanborah5427 11 ай бұрын
মহোদয়, পূব দিশত মেৰুন কালাৰৰ ফুল থাকিলে ভালনে বেয়া?
@bandanaabvlogs5932
@bandanaabvlogs5932 Жыл бұрын
Arpon sir k ketiya Phone korar hothik homoy, jonabo sun plz
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
Bhaal lagil. Moi follow koro
@sabitaboruah1724
@sabitaboruah1724 11 ай бұрын
আামাৰ পাকঘৰ টো দখীন-পশ্চিমত ..কি কৰিব লাগিব?
@mayukrooy
@mayukrooy Жыл бұрын
Dokhin posimot pakgor hobo parene jonabo
@madhusmitagoswami829
@madhusmitagoswami829 Жыл бұрын
Uttar pashim disht toilet thakile beya neki
@junmonidas8022
@junmonidas8022 Жыл бұрын
Uatar posam t pakgar banab pare na
@kaushikkausyap1085
@kaushikkausyap1085 7 ай бұрын
আমাৰ পুব দিশত টয়লেট আছে ,টয়লেটৰ টেংকিটো উত্তৰ পুৱ কোনত আছে ,পচ্মিমমুখী ঘৰ ,মাটিও কম এতিয়া কি কৰিম ,টেংকিটো অলপ পুৱ ফালে বনাব পৰা যাব নেকি? এটা উপায় দিব বুলি আশা কৰিলো
@ujanipahumoramisinglakhimp6120
@ujanipahumoramisinglakhimp6120 7 ай бұрын
Uttar posim kunot pakghoro koribo Parim nai Minoti Bori
Каха и суп
00:39
К-Media
Рет қаралды 4,6 МЛН
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 34 МЛН
Мы никогда не были так напуганы!
00:15
Аришнев
Рет қаралды 6 МЛН
EQUIPAMENTOS TOP ? #moto  #motopeças
0:13
Moto Peças 10.0 - Diego Enzweiler
Рет қаралды 21 МЛН
Тема BMW M5 CS закрыта #shorts
0:53
Level Performance
Рет қаралды 1,2 МЛН
You Can CHANGE Your Tesla Car’s Color?! #asher #shorts
0:36
Asher Lara
Рет қаралды 30 МЛН