আপোনালোকে ভালদৰে দৌৰিছিল; পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে? 8 গা:৫

  Рет қаралды 1,086

Ranjan Chutia /Testimony

Ranjan Chutia /Testimony

Күн бұрын

Пікірлер: 55
@nomitasaikia1895
@nomitasaikia1895 9 күн бұрын
Praise the lord 🙏✝️🙏✝️🙏✝️🙏❤️🙏
@trishnaborah9893
@trishnaborah9893 14 күн бұрын
Praise the lord
@Chiranjib60
@Chiranjib60 13 күн бұрын
Praise the lord pitai ❤❤❤.
@aparajitaborbora1668
@aparajitaborbora1668 14 күн бұрын
Praise the Lord🙏🙏🙏
@RubiRubi-s7r
@RubiRubi-s7r 14 күн бұрын
Amen haleloia papa ko bahut bahut dhanyabad ❤❤❤❤
@DeepaGogoi-j3g
@DeepaGogoi-j3g 14 күн бұрын
Prasie the lord pitai ❤
@pramilabrahma9323
@pramilabrahma9323 12 күн бұрын
Praise the lord Amen ❤❤❤❤❤❤
@parulborgohain8511
@parulborgohain8511 12 күн бұрын
Amen Amen
@Pratapdas-d7f
@Pratapdas-d7f 14 күн бұрын
Praise the lord.❤❤❤❤❤❤❤
@suravisaikia4814
@suravisaikia4814 13 күн бұрын
Pràise the lord 🙏✝️🙏
@gitanjalisarmah9482
@gitanjalisarmah9482 9 күн бұрын
Praise the lord.
@BarsaRuhi
@BarsaRuhi 13 күн бұрын
Press tha lord ✝️🙏🛐❤
@trishnaranigogoi236
@trishnaranigogoi236 13 күн бұрын
ঈশ্বৰৰ জীৱন্ত বাক্যই সকলোকে আশীৰ্বাদ কৰক 🙏✝️🙏
@ItßRima
@ItßRima 13 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🏼🛐✝️
@lakhigogoi5243
@lakhigogoi5243 13 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে পৰমপিতা পৰমেশ্বৰ তোমাৰ এই অমূল্য বাক্যৰ দ্বাৰা সকলোকে আশীৰ্বাদ কৰক, গোটেই পৃথিৱীতে মহিমা হওঁক ৰক্ষা কৰক হালেলৈয়া 🛐🛐🛐🛐
@bobitagogoigogoi7937
@bobitagogoigogoi7937 14 күн бұрын
Praise the lord 🛐✝️🙏
@hirensaikia3810
@hirensaikia3810 14 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️
@gitanjoligogoi6279
@gitanjoligogoi6279 14 күн бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🙏 হে পিতা তুমি আমাক এই জীৱন্ত বাক্য ৰ যোগেদি সদায় আশীর্বাদ কৰি ৰাখিবা 🙏ধন্যবাদ🙏🙏🙏 3:58
@SunaliDuarah
@SunaliDuarah 13 күн бұрын
Praise the lord hotya isware pravo jisu pita prabitra pitri maatri pruhit mohan guru pita guru maak dhonyabad disu apuner prabitra choronot heuwa jonaisu amen aru amen.
@nonihazarika5146
@nonihazarika5146 12 күн бұрын
ঈশ্বৰ প্ৰশংসা হ ওক প্ৰভু যীশু গুৰু পিতাক আৰু মাক সেৱা জনাইছোঁ মোৰ গা ভালে থাকে আমিন ❤❤❤❤
@hemontauran5346
@hemontauran5346 14 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।
@alpanadutta5786
@alpanadutta5786 12 күн бұрын
ঈশ্বৰৰ প্রশংসা হওক গুৰুদেৱ গুৰুমাকো সতকোটি বাৰ সেৱা কৰিছোঁ সকলোকে ঈশ্বৰৰে পিতাই আশিবাদকৰক আমেন
@pinkysaikia2847
@pinkysaikia2847 14 күн бұрын
🙏🙏
@risongnrisong9366
@risongnrisong9366 13 күн бұрын
Parise the lord ❤❤❤j&k
@junaliborsaikia9697
@junaliborsaikia9697 14 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 ঈশ্বৰৰ বাক্যই সকলোকে আশীৰ্বাদ কৰক। আমেন 🙏
@RipaSahu-y5t
@RipaSahu-y5t 14 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏হে প্ৰভূ আমাক সদায় তোমাৰ দয়াৰে আত্মাৰে চলিবলৈ আশিৰ্বাদ কৰিবা❤️🙏🙏ধন্যবাদ প্ৰভূ🙏🙏
@ritagogoi9384
@ritagogoi9384 14 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
@radhakrishnachowdhury4682
@radhakrishnachowdhury4682 14 күн бұрын
ঈশ্বৰ পশংসা হওক ঈশ্বৰ পবিত্ৰ বইক যোগেৰে সকলোকে আশীবাদ কৰক আমেন হালেলৈয়া❤❤✝✝🙏🙏🌺🌺🍒🍒
@neepasahu735
@neepasahu735 13 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হে প্ৰভু তোমাৰ পৱিত্ৰ চৰনত আন্তৰিক সেৱা জনাইছো। এই বাক্য যোগেদি সকলো দাস-দাসীক জ্ঞান, বুদ্ধী শক্তি দিবা🙏🙏❤️❤️
@NoliniChetia
@NoliniChetia 9 күн бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক । আমেন্ ।
@debajanigogoi3539
@debajanigogoi3539 14 күн бұрын
🙏Praise the Lorad🙏Amen🙏
@DEEPASAHU-sg7zi
@DEEPASAHU-sg7zi 14 күн бұрын
Ishwarar prakhangkha houk 🙏 Hey prabhu,, tumer jivanto baikyor jugedi,,mur mangkhik durbolota bur dur,, Kori,, aatmare soliboloi aakhirbad koriba prabhu,,vul krutiburor babe tumer Sri soronot khyma prathana korisu prabhu,,monor beya vabbur dur kora prabhu pavitra aatmar haktire dhari rakha prabhu dhanyawad amen prabhu 🤍🤍🤍🛐🛐🛐🛐🛐
@RanjanChutiaTestimony
@RanjanChutiaTestimony 14 күн бұрын
খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰোঁ; এতেকে সুস্থিৰ হওক, পুনৰ দাসত্বৰ ফান্দত নপৰিব। 2 চাওক, মই পৌলে আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে চুন্নৎ কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘুৰি যায়, তেনেহলে খ্ৰীষ্টত আপোনালোকৰ একো লাভ নহ’ব। 3 পুনৰ মই সকলো মানুহক সাক্ষ্য দি কওঁ যে, আপোনালোকে যদি চুন্নৎ হবলৈ বিচাৰি আছে, তেতিয়াহলে প্ৰতিজনে বিধান পালন কৰিব লাগিব। 4 পূৰ্বতে অাপোনালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল, আপোনালোক সকলোৱে বিধানৰ দ্বাৰাই বিচাৰত গ্ৰহণীয় হোৱাটো বিচাৰিছিল; এইদৰে আপোনালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল৷ 5 কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছোঁ। 6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে। 7 আপোনালোকে ভালদৰে দৌৰিছিল; পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে? 8 যি জনে আপোনালোকক প্ৰৰোচনা কৰিছে, সেই জন আপোনালোকক আহ্বান কৰা জনৰ পৰা অহা নহয়। 9 অলপ খমিৰে সনা পিঠাগুড়িৰ আটাইখিনিকে ফুলায়। 10 আপোনালোকে যে আন কোনো বিষয় নাভাবে, এই বিষয়ে প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে; কিন্তু যি জনে আপোনালোকক অস্থিৰ কৰে, সেই জনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যি কোনোৱে নহওক। 11 হে ভাই সকল, মই যদি চুন্নৎ হোৱা বিধান ৰাজহুৱা ভাবে প্রচাৰ কৰোঁ, তেনেহলে মই কিয় এতিয়াও নির্যাতন ভোগ কৰি আছোঁ? কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হ’লে, ক্ৰুচৰ বিঘিনি লুপ্ত হ’লহেঁতেন। 12 যি সকলে আপোনালোকক ভুল ধাৰণা দি আছে, তেওঁলোকে নিজে আগুৱাই যাওঁক আৰু নিজে নিজৰ অণ্ডকোষো ছেদন কৰক। 13 হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক। 14 কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’ 15 কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ’ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷ আত্মাৰ বশত থিৰে থাকিবলৈ উদগণি 16 কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব। 17 কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী। 18 কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয়, তেনেহলে আপোনালোক বিধানৰ অধীন নহয়। 19 এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, 20 মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, 21 হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস, 23 মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। 24 আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷ 25 আমি যদি আত্মাৰে জীয়াই থাকো, তেনেহলে আত্মাৰে চলোহঁক। 26 সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক। গালা:৫
@aparajitaborbora1668
@aparajitaborbora1668 14 күн бұрын
ঈশ্বৰৰ প্রশংসা হওক, আমেন✝️❤🙏
@RipaSahu-y5t
@RipaSahu-y5t 14 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক❤️🙏🙏
@lakhigogoi5243
@lakhigogoi5243 13 күн бұрын
ধন্যবাদ গুৰুপিতা এই আত্মাৰ বাক্যৰ দ্বাৰা আমাক সকলোকে ভুল অপৰাধ ক্ষমা কৰে আৰু জ্ঞান দিলে 🛐🛐🛐🛐
@mensaipegu7373
@mensaipegu7373 11 күн бұрын
Praise the Lord😂😂😂❤❤
@nobody6451
@nobody6451 6 күн бұрын
Praise the lord
@SunilBenarjee
@SunilBenarjee 12 күн бұрын
Praise the lord 🙏🙏🙏 amen
@RajuNath-nu3lk
@RajuNath-nu3lk 9 күн бұрын
Praise the lord amen 🙏 🙏🙏❤️❤️❤️❤️🙏🙏🙏
@PramilaChangmai-z6q
@PramilaChangmai-z6q 13 күн бұрын
Praise the Lord🙏🙏🙏🙏❤❤❤
@radhikasahu-nk6hj
@radhikasahu-nk6hj 12 күн бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏
@junmoni000
@junmoni000 13 күн бұрын
Praise the lord 🙏🏻🙏🏻🙏🏻
@rijumonidowari7872
@rijumonidowari7872 12 күн бұрын
Praise the lord 🙏🙏🙏
@rinagogoi4853
@rinagogoi4853 13 күн бұрын
Praise the lord 🙏🙏
@BabyBorah-y7w
@BabyBorah-y7w 13 күн бұрын
Praise the Lord 🙏🙏🙏
@progyan7163
@progyan7163 13 күн бұрын
Praise the lord 🙏🙏🙏❤❤❤
@nabojyotikhanikor6797
@nabojyotikhanikor6797 14 күн бұрын
Praise the lord 🙏🙏🙏
@jurinath4945
@jurinath4945 14 күн бұрын
Praise the lord 🙏🙏🙏🙏
@anishagogoi159
@anishagogoi159 14 күн бұрын
Praise the lord 🙏
@NiharikaBordoloi-os3yq
@NiharikaBordoloi-os3yq 14 күн бұрын
Praise the Lord🙏🙏🙏
@kacharibulilong
@kacharibulilong 14 күн бұрын
Praise the Lord 🙏
@sanjibsaikia6978
@sanjibsaikia6978 14 күн бұрын
Praise the lord 🙏🙏
@priyashridekaboruah
@priyashridekaboruah 14 күн бұрын
Praise the lord 🙏✝️
নামানৰ কুষ্ঠৰোগ সুস্থ হোৱা।
22:41
Ranjan Chutia /Testimony
Рет қаралды 1,6 М.
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 124 МЛН
What's in the clown's bag? #clown #angel #bunnypolice
00:19
超人夫妇
Рет қаралды 35 МЛН
ROSÉ & Bruno Mars - APT. (Official Music Video)
02:54
ROSÉ
Рет қаралды 169 МЛН
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক
8:05
JANIL GOGOI খ্ৰীষ্টীয় গীত OFFICIAL SONG
Рет қаралды 5 М.
Ki here pujim (Sunday worship world healing prayer centre)7002563917)
9:04
Ranjan Chutia manik
Рет қаралды 7 М.
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 124 МЛН