No video

আপোনালোকৰ অনুৰোধত এটা বিশেষ পৰিয়ালক লগ কৰিব আহিলো

  Рет қаралды 207,922

Homoy

Homoy

Күн бұрын

Пікірлер: 783
@Gaming_Galaxy123
@Gaming_Galaxy123 2 ай бұрын
Axom ot bohut KZbinr ase kinto homoy da nisina val Kam nuneu kora nai like ata kora dya ❤❤❤
@DEVAR270
@DEVAR270 2 ай бұрын
Bikash dimpu aiblk sipra nijor ghr business korat lagi ase blg manuh k ghanta help nokore
@ZGFANS-lg5un
@ZGFANS-lg5un 2 ай бұрын
তেওঁলোক অকল KZbinr he belek aku nohoi🤮 homoy da ajon সৎ মানুহ আমি টকা দি সহায় কৰিব নোৱাৰিলেও সাহস দি যাবলৈ চেষ্টা কৰিম আপোনাক ❤️
@DEVAR270
@DEVAR270 2 ай бұрын
@@ZGFANS-lg5un hole u imn Toka ase axomor raize uthaise tewlokok alp tu axomor duxiya manuh bilk k help koribo pare. jibilak r ghr tu u bhalke nai tenekuwa manuh bilk k ..kio xeixini koribo nuware niki ..ata video t nai buli kole 10-20 hazar uthe aru sponsership thakile ata sponsership t 80hajar-1lakh Aram se ahe alp tu help koribo pare ..
@Steveminecraft1.21
@Steveminecraft1.21 2 ай бұрын
​@@DEVAR270Sualir lgt selfie uthibo jaane xihote baki ako najane
@DEVAR270
@DEVAR270 2 ай бұрын
@@Steveminecraft1.21 thik
@amarjyotinath2878
@amarjyotinath2878 2 ай бұрын
অসমত আপোনাৰ দৰে মহান KZbinr মই দ্বিতীয়জন দেখা নাই😊
@krishnanibi1487
@krishnanibi1487 2 ай бұрын
Ei gharkhonor address tu diba
@jitubonia6556
@jitubonia6556 2 ай бұрын
Mr bitu asa de
@purnimarabha2571
@purnimarabha2571 2 ай бұрын
Mr Bitu
@amarjyotinath2878
@amarjyotinath2878 2 ай бұрын
@@jitubonia6556 Right
@amarjyotinath2878
@amarjyotinath2878 2 ай бұрын
@@purnimarabha2571 Right
@junmonichiringduwarah1504
@junmonichiringduwarah1504 2 ай бұрын
তোমাক ঈশ্বৰে মানুহৰ ৰুপতহে পৃথিৱীলৈ পঠিয়াইচে আচলতে তুমি মানবৰূপি ঈশ্বৰ 🙏🙏🙏
@user-hn5xx8sg3d
@user-hn5xx8sg3d 2 ай бұрын
100% সছা কথা
@parthamixarsassam6762
@parthamixarsassam6762 2 ай бұрын
সঁচাই মানৱতাৰ একমাত্ৰ নিদৰ্শন কেৱল তোমাৰ দৰে এজন মহান ব্যক্তি।
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মোৰ ভিডিও চোৱাৰ লগতে অনুৰোধ ৰক্ষা কৰাৰ বাবে বহুত বহুত ধন্যবাদ সময় ।প্ৰথমবাৰ তোমাৰ সৈতে এনে এটা কামৰ সৈতে জড়িত হৈছোঁ । নিজকে সৌভাগ্যবান বুলি ভাবিম । ভগৱানে তোমাৰ মংগল কৰক 🙏
@dipankarphukanofficial8902
@dipankarphukanofficial8902 2 ай бұрын
Apuni u agraki bohut vl baideu🙏
@haritj3915
@haritj3915 2 ай бұрын
Apunar ontor khn bor vall baideu❤
@pranabbharali2124
@pranabbharali2124 2 ай бұрын
❤❤❤
@digantadeka7201
@digantadeka7201 2 ай бұрын
Nice baa❤❤
@assameseboy507
@assameseboy507 2 ай бұрын
Val lagil 🎉 jiman pare halp korib lage
@dhanjitdas6694
@dhanjitdas6694 2 ай бұрын
বাইদেউ জনীলৈ বহুত ধন্যবাদ কনমানী জনীৰ পঢ়াৰ দ্বায়িত্ব লোৱাৰ বাবে ।
@munmisaikia3079
@munmisaikia3079 2 ай бұрын
তুমি সঁচাই মহান বহুত কোটি পটি মানুহ দেখিছোঁ কিন্তু তোমাৰ দৰে সাহসী , উদাৰ আৰু আনৰ বাবে কাম কৰা মানুহ কটো দেখা নাই ভগৱানে তোমাক সদায় কীপা কৰক ❤❤
@user-hn5xx8sg3d
@user-hn5xx8sg3d 2 ай бұрын
100% hosa kota
@PrabinaKonwar
@PrabinaKonwar 2 ай бұрын
সোণৰ অসমৰ প্ৰজেক্টৰ লগতে ভাইটি তুমি হীৰা হৈ ৰোৱা। আৰু আগুৱাই যোৱা সোণ ছটিয়াই দিয়া। ভগৱানে তোমাক সদায় কুশলে ৰাখক।
@bijulibarmansaikia7583
@bijulibarmansaikia7583 2 ай бұрын
ভগৱানে তোমাক এই পৃথিৱীলৈ মানুহক সহায় কৰিবলৈ এ পঠিয়াইছে। সঁচাকৈয়ে তুমি মহান, তুমি মানুহ ৰূপী ভগৱান।। তোমাৰ তুলনা নাই।। তুমি দীৰ্ঘায়ু হোৱা আৰু অসহায় মানুহৰ কাৰণে কাম কৰি যোৱা। কাৰণ Homoy. মানুহৰ বাবে ❤❤❤❤
@bharati__gogoi
@bharati__gogoi 2 ай бұрын
ভগৱানে তোমাক আৰু শক্তিশালী কৰি আগুৱাই যাবলৈ সাহস দিয়ক🙏🙏
@dilipgorh2921
@dilipgorh2921 2 ай бұрын
ভক্তি ভৰা ঽদয়ৰে আপোনাকক ধন্যবাদ জনালো ভগৱানে ভক্তি ভৰা ঽদয়ৰে আশীৰ্বাদ কৰক ভাল কাম কৰাত 🙏🙏🙏।
@akhomiabwarigolaght8808
@akhomiabwarigolaght8808 2 ай бұрын
তোমাৰ কাম ছাই ভগবানৰ উচৰত পাথনা কৰিছো তুমি জেন সদাই ভালে থাকা আর এনে দৰে আগোই জোৱা
@hridyanshugogoi2943
@hridyanshugogoi2943 2 ай бұрын
শিক্ষয়িত্ৰী গৰাকী লৈ বহুত বহুত আশীৰ্বাদ থাকিল
@user-mh3ql6wz7l
@user-mh3ql6wz7l 2 ай бұрын
সময় শতকোটি আশীৰ্বাদ। ঈশ্বৰে মঙ্গল কৰক সময়।তুমাৰ অৱদান অসীম। সদায় তুমাৰ লগত।
@user-wx5lc1wq5h
@user-wx5lc1wq5h 2 ай бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
@pallabkumar5515
@pallabkumar5515 2 ай бұрын
সদায় আছোঁ আপোনাৰ লগত ❤আগুৱাই যোৱা সদায় দাদা
@SimitiGogoi
@SimitiGogoi 2 ай бұрын
সময় ভাইটি তোমালৈ বহোত বহোত মৰম আৰু আশীৰ্বাদ থাকিল। তুমি আৰু আগোৱাই যোৱা ভগবানে তোমাক কুখলে ৰাখক।
@ruhanboruah861
@ruhanboruah861 2 ай бұрын
দাদা আপুনি এজন মহান ব্যক্তি❤
@munmichetia1862
@munmichetia1862 2 ай бұрын
ভগবানে তোমাৰ মংগল কৰক ভাইটি❤❤
@AnjaliDas-vv2fw
@AnjaliDas-vv2fw 2 ай бұрын
ভগৱানে তোমাক সদায় কুশলে ৰাখক ❤
@jurideka3994
@jurideka3994 2 ай бұрын
You are really great, doing so much for the poor people . I salute you and your work. Keep it up.
@jibonphukon7946
@jibonphukon7946 6 күн бұрын
ঈশ্বৰে তোমাক মঙ্গল কৰক ‌‌। সোণৰ অসমে,অসমক উজ্বলাই তোলক। জয় সোণৰ অসম ।।
@jyotirajkashyap5542
@jyotirajkashyap5542 2 ай бұрын
কাৰোবাৰ ভুলৰ শাস্তি আনকোনোবাই পাব ল'গা হয়। যদি সেই ল'ৰা জনে নামাৰিলে হয় আজি চাগে ল'ৰা জন বা ল'ৰা জনৰ পৰিয়ালে ইমান শাস্তি ভুগিব নালাগিল হয়। ধন্যবাদ সময় দাদা আপুনি বহু দুৰ আগুৱাই যাওঁক আপুনি নৱ প্ৰজন্মৰ আদৰ্শ।বহুতৰ বাবে আপুনি জীয়াই থকাৰ প্ৰেৰণা আপোনাৰ বাবে লিখি শেষ কৰিব নোৱাৰিম দাদা,মাথো ভালে থাকক আপুনি।🙏🙏🙏
@bijoytaid212
@bijoytaid212 2 ай бұрын
শতকোটি প্ৰণাম্ জনাইছোঁ । ভগৱানে আগুৱাই যাবলৈ শক্তি দিয়ক।
@Dubu_with_mom
@Dubu_with_mom 2 ай бұрын
তুমি ভালে থাকা। এনেদৰে ভাল কাম কৰি যাবলৈ❤
@manalishamedhi4684
@manalishamedhi4684 2 ай бұрын
Apunar personality k salute korisu Homoy daa, moro anekua koi manuhk hohai krib mn jai ,kintu moi atia student aru mor nijr needy bstu khini pabole o bhut taaan hoi , adin nissoy hei din ahib ji mk alp holeo samorthoban kori tulib.. Bhut duroloi aguai jaok apuni.
@chayanikadhunu9522
@chayanikadhunu9522 2 ай бұрын
ভগৱানে আশীৰ্বাদ কৰক তোমাক সময় দা.....🙏🙏 সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।❤️❤️🙏🙏
@NipaBoruah-bu7op
@NipaBoruah-bu7op 2 ай бұрын
সুন্দৰ পদক্ষেপ ।সময় ৰ এই মহানুভৱতাক শ্ৰদ্ধা জনাইছো।
@user-vx4rj5lu4w
@user-vx4rj5lu4w 2 ай бұрын
কৰিবলে লোৱা সকলোতে তুমি জয়ী হোৱা
@dipengogoi5076
@dipengogoi5076 2 ай бұрын
তোমাৰ কমৰ আৰু মানৱীয়তাৰ অসম মুখ্যমন্ত্ৰী চুকুত পৰিব লাগিছিল সঁচাই বহুত সুন্দৰ কাম কৰি আছাৰ ভগৱানে সহায় কৰক। তোমাৰ ভিডিঅ' সঁচাই বহুত ভালাগে চাই।
@hemalatachetia3765
@hemalatachetia3765 2 ай бұрын
এইটো ভিদিঅ দিয়া ,সময় বাবাটো ,,তোমাক বহুত বহুত আৰ্শীবাদ দিছো ,,ভগৱানে তোমাক আগুৱাই যাবলৈ সহায় কৰিব। ।ছোৱালীজনীৰ দায়িত্ব লোৱা বাইদেউ গৰাকীক ধন্যবাদ জ্ঞাপন কৰিলো ।।এইয়াই মানৱতাৰ❤❤
@MintuphukanMintuphukan
@MintuphukanMintuphukan 2 ай бұрын
তোমাৰ মানৱতা অতুলনীয়।কি কম ভাষা নাই ,সুখী হোৱা।
@mrbablu5865
@mrbablu5865 2 ай бұрын
ভগৱানে আৰু আগুৱাই নিয়ক সময় দা ❤️❤️love from North Lakhimpur
@nikumoni8813
@nikumoni8813 2 ай бұрын
Bhut vl korisa vogobane khokti diyok 👍
@diptiagarwal8445
@diptiagarwal8445 2 ай бұрын
এবাৰ ডিব্ৰুগড় নাজিম ছাৰ ওচৰত দেখাই চাব পাৰিলে হয় লৰা জন।ভাল হৈ যাব সম্পূৰ্ণকৈ মোৰ ঘৰৰ ওচৰতে মই ছাৰ লগত কথা পাতি দিব পাৰিম আৰু যিমান খিনি পাৰোঁ সহায় কৰিম মোৰ ফালৰ পৰা।
@06babluvlogs12
@06babluvlogs12 2 ай бұрын
Homoy da apunak moi beleg koi hohai koribo nuaru ...jode keteaba durot gari solai jabo lage muk kono moi goi dem ❤
@dipaliranghang6520
@dipaliranghang6520 2 ай бұрын
Bahut val lagil
@phbhaskar8100
@phbhaskar8100 2 ай бұрын
আপুনাক বহুত ধন্যবাদ । আপুনাক ভগবানে আৰু শক্তি দিয়ক। মই তিনিচুকীয়া , ধলাৰ হয়
@kuladeepdas7076
@kuladeepdas7076 2 ай бұрын
সময় দাই সময় সলনি‌‌ কৰিব। আপোনাৰ অন্তৰখন বিশাল দাদা্ ।
@pranitaroybhuyan6186
@pranitaroybhuyan6186 2 ай бұрын
ঈশ্বৰে তোমাৰ সু-স্বাস্থ্য ব্ৰতী ৰাখক। সদায় যাতে আগুৱাই যাব পাৰা।
@Makhanboruahs-lifestyle
@Makhanboruahs-lifestyle 2 ай бұрын
বৰ সুন্দৰ পদক্ষেপ। ❤ভগৱন্তই আৰু আগবঢ়াই লৈ যাওক আপোনাক। ❤
@user-in5dj8lb5o
@user-in5dj8lb5o 2 ай бұрын
Tumi hosai mohan tumak log pabo mon Jai ooo aamar fale aahiba iyatu bohut aase Jak tumar bohut dorkar hoise homoi
@user-pc4fc8yn9g
@user-pc4fc8yn9g 2 ай бұрын
Asomot jiman KZbinr takilehu apunar tkoi hohayota nai❤❤
@sabitrisaikia2373
@sabitrisaikia2373 2 ай бұрын
শুভেচ্ছা থাকিল সময় ।আশীৰ্বাদ কৰিলো ভবিষ্যত আৰু আগবাঢ়ি যোৱা
@juliranisarmajuli5031
@juliranisarmajuli5031 2 ай бұрын
অভিনন্দন সময়, তোমাৰ ভাল হওঁক
@user-vq3oo4dh4c
@user-vq3oo4dh4c 2 ай бұрын
Jai shree Ram Jai Hanuman 🙏💐 ভগৱান সহায় হওঁক
@LakshiiChoudhury-rm1ts
@LakshiiChoudhury-rm1ts 2 ай бұрын
তুমি বহুত ভাল কাম কৰি আছা দাদা😊
@dimpeesrecipevlogs1161
@dimpeesrecipevlogs1161 2 ай бұрын
সমাজৰ আদৰ্শৱান এজন ভাল মনৰ প্ৰিয় ব্যক্তি আপুনি।আগুৱাই যাওক এনেকৈ সদাই । ভগৱানৰ আৰ্শীৱাদ সদাই আপোনাৰ লগত 👍👍👍😍
@DEV_BROKEN
@DEV_BROKEN 2 ай бұрын
Dadar logote khei baidew joni loyu bht bht ___❤! Hats off to you! ❤
@gmail2446
@gmail2446 2 ай бұрын
Tumi bohut bhal kaam kori asa ..❤❤ vogoban tumak bhale kukhole rakhok
@BMGardening-GS22
@BMGardening-GS22 2 ай бұрын
Congratulations Homoy for your hardwork 👍👍👍👍
@ParulDutta-md6vg
@ParulDutta-md6vg 2 ай бұрын
সময়! তোমালৈ বহুত বহুত শুভাশিষ আছে। ❤লক্ষ্যৰ পৰা বিচলিত নহবা।
@user-ol3sr5iw1c
@user-ol3sr5iw1c 2 ай бұрын
Vaity tumak vogobane manuh rupot pothaisehe,kintu monob dorodi ajon vogoban, essorok parthona jonisu hodai tumak kukhole rakhok❤❤❤❤😂😂
@pranjaljyotideka4717
@pranjaljyotideka4717 2 ай бұрын
Apunar gpay poisakhini payment korar pasot message diyar system tu nai je. Message di taka khini apuni xohai kori thoka kountu kamor babe disu kheitu kotha jonabo parile val hoi. Apuni sai lobo abar bikhoytu. Dhanyabad Apunar val kamor babe. Assamot apuni adorkho blogger 🙏
@ayangko2467
@ayangko2467 2 ай бұрын
All time favourite homoy da ❤🎉
@bhagyashribordoloi5071
@bhagyashribordoloi5071 2 ай бұрын
সময় দা আপোনাৰ video চাই কান্দি গৈছোঁ।😢 ৰশ্মি বাকো thanks 🙏👍🏻 বহুত ভাল এটা কাম মোৰো এনেকুৱা কাম কৰি ভাল লাগে । আপোন ও সদায় সুস্থ হৈ থাকিব happy and smile কৰি থাকিব😊❤
@dmjboy8730
@dmjboy8730 2 ай бұрын
দাদা আপোনাক বহুত বহুত ধন্যবাদ ,সাধাৰণ মানুহৰ অনুৰোধত আপুনি এনেকৈ যি দুখীয়া মানুহবোৰক সহায় কৰিছে সেইয়া সঁচাই আমি সলাগ লব লগীয়া,আমাৰ এই সাধাৰণ মানুহৰ মৰম,ভাল পোৱা, আৰ্শীবাদ আপোনাৰ লগত সদাই থাকিব,আপোনাৰ কৰ্মত আপুনি অটুট থাকক,সফল হব এদিন,মনৰ আশাবোৰ পূৰ্ণ হওঁক তাৰে কামনা কৰিলোঁ। মোৰ এটা সাধাৰণ অনুৰোধত আপুনি ধেমাজী,মৰিধল, সুবাহি অঞ্চলৰ এটা গাঁওৰ অঞ্চলত আহি যি সহায় হাত আবঢ়াইছে হেইয়া সঁচাই অতুলনীয়।
@himasreejunakduttajunakdut1195
@himasreejunakduttajunakdut1195 2 ай бұрын
Bohut youtuber a only khua pendha fura ai bura dakhai thka kintu dada apune g to km koresa hsai manebo logea.. Proud of you bro...
@lifecapturedprasanta07
@lifecapturedprasanta07 2 ай бұрын
Help this kind of people... God bless all and keep safe
@user-cz1cf4my3p
@user-cz1cf4my3p 2 ай бұрын
Xomoy daar korone ata like ❤
@anjanabezbaruah9617
@anjanabezbaruah9617 2 ай бұрын
বহুত বহুত বেছি ভাল লাগিল 👍 ধন্যবাদ সময়, ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🙏
@BanajitBoroBanajitBoro
@BanajitBoroBanajitBoro 2 ай бұрын
Homoy da aguai jua, May God Bless you ❤
@AnjaliDas-vv2fw
@AnjaliDas-vv2fw 2 ай бұрын
অভিনন্দন সময় সদায় ভালে থাকা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏
@user-mc4bn5by2z
@user-mc4bn5by2z 2 ай бұрын
আপোনাক ভগৱানে ভালে ৰাখক। এনেধৰনে মানুহক সহাই কৰিবলৈ দাদা।❤
@adhipegu1745
@adhipegu1745 2 ай бұрын
Bohut bohut vhal lagil dada
@user-ig3zz8vg7w
@user-ig3zz8vg7w 2 ай бұрын
Teacher gorakik bht blessing thanks ❤
@Manash_64
@Manash_64 2 ай бұрын
Human Welfare Society, Nazira.. Ei NGO tue lora jonor treatment t help koribo paribo..
@rombharombha9122
@rombharombha9122 2 ай бұрын
Baidew joni bor val hohoj horol deii really☺️🙏
@JMili21
@JMili21 2 ай бұрын
ককাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।
@Biplovs.
@Biplovs. 2 ай бұрын
বহুত বহুত প্ৰণাম সময় দা❤
@Aspirant98741
@Aspirant98741 2 ай бұрын
God bless you 🙏
@abhijeetgogoi1704
@abhijeetgogoi1704 2 ай бұрын
val lagil bohoot dada
@user-nb5sj5yk9o
@user-nb5sj5yk9o 2 ай бұрын
বহুত ভাল লাগিল । আৰু আগবাঢ়ি যাওঁক
@mohendrapait3345
@mohendrapait3345 2 ай бұрын
Very good steps keep it up you are real hero
@user-wl4fe6rt9f
@user-wl4fe6rt9f 2 ай бұрын
দাদা আপোনাৰ video চাই বহুত ভাল লাগে 🙂 স্বাৰ্থপৰ পৃথিৱীত নিস্বাৰ্থ ভাৱে সহায় কৰা blogger হিচাপে আপোনি মোৰ প্ৰীয় । আপুনি আগবাঢ়ি যাওক
@sinkuburagohain6723
@sinkuburagohain6723 2 ай бұрын
Homoi da sadiyar proa morom jasilu logote vale thakok God bless you ❤❤❤❤❤
@jayashriborah9719
@jayashriborah9719 2 ай бұрын
অসমলৈ মোৰ হিয়াভৰা মৰম আশীৰ্বাদ জনালোঁ । তোমাৰ নাম যেনেকুৱা তুমিও তেনেকৈ সময়ৰ লগত সংগতী ৰাখি মহান কামবোৰ কৰি যোৱাত ঈশ্বৰ সকলো সময়তে তোমাৰ লগত থাকক ।
@dipengogoi5076
@dipengogoi5076 2 ай бұрын
সুন্দৰ পদক্ষেপ 👍 লৈছে বেয়া লাগিল সৰু ছোৱালী জনীলৈ তোমাৰ ভগৱান কৃপাৰ‌ কৰক আৰু সমাজৰ বাবে ভাল কাম কৰি আগবাঢ়ি যাবলৈ।
@ankurchamuachannel5191
@ankurchamuachannel5191 2 ай бұрын
Love from dibrugarh khowang ❤❤
@ritamonidas7072
@ritamonidas7072 2 ай бұрын
বহুত বহুত ধন্যবাদৰ লগতে ভগৱানে আপোনাক ভাল কৰক🎉🎉🎉🎉🎉
@aleesha475
@aleesha475 2 ай бұрын
Homoi da our favorite KZbinr❤🙏🙏🙏
@niromaboruah143
@niromaboruah143 2 ай бұрын
আগবাঢ়ি যোৱা শুভেচ্ছা জনাইছোঁ ❤❤
@nirugogoi6478
@nirugogoi6478 2 ай бұрын
সময়দা তোমাক ভগৱানে সদায় ভাল কৰক ভালে থাকা দাদা🙏❤️
@jyotiproshadbhakat1087
@jyotiproshadbhakat1087 Ай бұрын
আপোনাৰ Video চাই সচাকৈয়ে মন পৰিবৰ্তন হৈ গল
@konrayAssamnatureboy
@konrayAssamnatureboy 2 ай бұрын
সুন্দৰ পদক্ষেপ
@MAINA33
@MAINA33 2 ай бұрын
Homoy daa ❤. Hunkle 1.milion subscribe kori dibo lage.. Emn dhuniya kam kori goise support koribo lage..
@kankanmedhi7548
@kankanmedhi7548 2 ай бұрын
আপোনাৰ ভিদিয়বোৰ চাই বহুত ভাল লাগে। ভগৱানে আপোনাক সদায় ভালে কুশলে ৰাখোঁক। আৰু সদায় এনেকৈ দুখীয়াক সহায় কৰি আগুৱাই যাবলৈ সাহস দিয়ক।❤❤❤❤❤❤❤
@promanandapatir4932
@promanandapatir4932 2 ай бұрын
Apunar nisina manuhok paboloi bohut থান এই পৃথিৱীত homoy দা❤❤❤ love from majuli
@MEMERS.ADDA.
@MEMERS.ADDA. 2 ай бұрын
Homoy da apunr nisina kam jodi 1M ,,2M ,. Thoka KZbinrs bure krile hoi aji amar axom khn bohut aguwai gol hoi manhuouk okol banpani holei j help kribo lge tenukua kotha nhoi ..belg bure okol gari loi bike loi flex kre kintu apuni bht bhl korise homoy da proud of you ..❤
@amirahmed9088
@amirahmed9088 2 ай бұрын
বৰ সুন্দৰ পদক্ষেপ
@bullettrain112
@bullettrain112 2 ай бұрын
Best utuber of North East... Salute you bro🎉🎉🎉🎉
@DimpiBorah-nt3oc
@DimpiBorah-nt3oc 2 ай бұрын
homoy daa k dekhilei kiba vgban r rup thka nisina lage gat❤
@muzahidrohman5196
@muzahidrohman5196 Ай бұрын
Apunar video aji 1st time salu.. proud of you... Bhal kam kotiase apuni
@jayairani5221
@jayairani5221 2 ай бұрын
সময় গগৈ আপোনাৰ ভিডিঅ'বোৰ চাই থাকো। আচৰিত লাগে আজি কালি এনেকুৱা থাকেনে। ইমান সুন্দৰ কাম কৰি গৈ আছে। ভগৱানে আপোনাক বহুত শক্তি দিয়ক আৰু সু-স্বাস্থ্য ৰে ৰাখক
@tapandeka6854
@tapandeka6854 2 ай бұрын
সময় সময়ৰ গতিত আগবাঢ়ক ।আমি সকলো আছো আপোনাৰ লগত ।
@Village_vlock_786
@Village_vlock_786 2 ай бұрын
Apona lokoloi Thonobad.❤❤❤❤
@bakedwithtrishna
@bakedwithtrishna Ай бұрын
Teacher goraki ye jitu koise je suali jonik poham buli.. teur kotha motei kam krileii hol aru ❤
@RakhamoniDutta620-rp1vo
@RakhamoniDutta620-rp1vo 2 ай бұрын
আগবাঢ়ি যোৱা ।ভগরানৰ আশাবাদ লৈ।
@niharikaVlog7382
@niharikaVlog7382 2 ай бұрын
Homoy dada apunar dore iman vl xokole iman vlkoi buji loua anekua aji r dint kuno nai apuni xodai vl thakok dada ❤️🙏love u ❤️
@dipankargogoi2975
@dipankargogoi2975 2 ай бұрын
Good work gentleman ❤
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 49 МЛН
Schoolboy Runaway в реальной жизни🤣@onLI_gAmeS
00:31
МишАня
Рет қаралды 2,3 МЛН
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 902 М.
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 21 МЛН
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 49 МЛН