এজন অন্ধ মানুহক ৬ ঘন্টাত এটা ঘৰ বনাই উপহাৰ দিলোঁ 💫 Asorit holu anekoiyu manuh thake ne🥺 Step - 1

  Рет қаралды 149,187

Jagya-যজ্ঞ

Jagya-যজ্ঞ

Күн бұрын

Пікірлер: 676
@hridyanshugogoi2943
@hridyanshugogoi2943 5 ай бұрын
আৰু এনে মহান মনৰ মানুহ জন্ম হ ওক ভগৱানে তোমালোকক কুশলে ৰাখক
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 4 ай бұрын
পৃথিৱীত আছেনে নাই নেজানো আমি কম এওলোকেই ভগৱান ।কি বুলি ধন্যবাদ দিম ।
@popibora2324
@popibora2324 10 ай бұрын
মানুহৰ আশীর্বাদ আপুনি ইমানকৈ পাইছে... এইয়াই ভগৱানৰ আশীর্বাদ আপোনাৰ বাবে। আপুনি আৰু আগুৱাই যাওক। Keep it up👍. আপোনাক শতকোটি 🙏🙏🙏
@monjulaborah8567
@monjulaborah8567 8 ай бұрын
সঁচাই তুমি আৰু আন ব্যক্তিসকলো মহান । আগুৱাই যোৱা ।
@souravgogoi7038
@souravgogoi7038 10 ай бұрын
সুন্দৰ পদক্ষেপ 🙏 । আচৰিত হৈছোঁ চৰকাৰী ঘৰৰ আঁচনিয়ে এখেত সকলক এতিয়াও কিয় ঢুকি পোৱা নাই!!! বাঁহৰ ঘৰটো অস্থায়ী, সদাসয় এই পৰিয়াল টি বাস কৰা অঞ্চলৰ কোনো ব্যক্তিয়ে যদি video টো চাই আছে অনুগ্ৰহ কৰি পঞ্চায়ত্ত খবৰ এটা কৰি চৰকাৰী ঘৰ এটা পোৱাত সহায় কৰি দিয়ক।
@RupjyotiKhatonier
@RupjyotiKhatonier 10 ай бұрын
সঁচাকৈ ই এক মহাযজ্ঞ। যজ্ঞ (Jagya). লৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।
@manjitdeka2876
@manjitdeka2876 8 ай бұрын
সময় গগৈ কৰি আছে বহুত আগৰ পৰা, good👍
@DambaruNath-jc4em
@DambaruNath-jc4em 4 ай бұрын
Ai. Ja asomir bhul .buji pala
@pravachutia931
@pravachutia931 10 ай бұрын
আত্ম সন্তুষ্টিযেই ভগবান সন্তুষ্ট ,তুমি বহুত মহান ।ধন্যবাদ
@babulborah3515
@babulborah3515 7 ай бұрын
আনক সহায় কৰা মন এটা আছিলে কিন্তু নিজে যেনে তেনে চলি আছো তথাপি তোমাতে দেখা পাওঁ নিজক সেয়ে ভাল লাগে । ভগবানে সদায় কুশলে ৰাখক তোমাক আনৰ সহায়ৰ বাবে ।
@ajoykumarsarma1298
@ajoykumarsarma1298 10 ай бұрын
যজ্ঞ,জীৱন জীবিকা আৰু মনৰ হাবিয়াস সকলো মানুহৰ থাকে।তাক শুদ্ধ আৰু সথিক ৰূপে পৰিচালিত কৰাৰ জলন্ত উদাহৰণ তুমি। প্ৰথম খোজ তোমাৰ সথিকভাৱেই আগুৱাইছা, পৰবৰ্তীকালত পৰম পিতা পৰমেশ্বৰে আশীৰ্বাদ দিব বুলি তেওঁক পাৰ্থনা জনালো। আগোৱাই যোৱা।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 10 ай бұрын
অতি সন্তোষিত হৈছোঁ তোমাৰ কাম দেখি। ঈশ্বৰে তোমাক আৰু উন্নতিৰ পথলৈ লৈ যাওক তাকেই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ।
@anjanrajbongshi6249
@anjanrajbongshi6249 9 ай бұрын
নিজেটো নোৱাৰোঁই,বেলেগে সহায় কৰা দেখিলেও ভাল লাগি যায় মনটো,,,সঁচাই বহুত ভাল লাগিল ❤❤
@miduldutta8798
@miduldutta8798 9 ай бұрын
বৰ ধুনীয়া কথা সুখ পালো অতি সুখ অনুভৱ কৰিলো , মই এটা কথা কৈ হে শান্তি পাম বৰ বেয়াকৈ কম , সেই গাঁওখনৰ ছোদোভাই পঞ্চায়তৰ বিৱস্তা নাই নেকি , অন্ধ ভকত কেইটাৰে চকুৰে দেখা নাই নেকি সেই অসহায় মানুহ জনৰ অৱস্থা ,
@hiyasmitaray3060
@hiyasmitaray3060 10 ай бұрын
বহুত ভাল লাগিছে। ভাষা নাই বুজাবলৈ।বৰ প্ৰশংসনীয় কাম কৰিছা।God bless you
@RinjuSarmah
@RinjuSarmah 10 ай бұрын
বৰ ভাল কাম কৰিছা তুমি। দেখি চকুৰ পানী ওলাই গল। বহুত আশীৰ্বাদ পাবা তুমি। উন্নতিৰ পথত আৰু আগুৱাই যোৱা। বহুত ভাল হব তোমাৰ। শুভকামনা থাকিল।
@ogginextlevel7312
@ogginextlevel7312 8 ай бұрын
😢🥹🥹 ki Kom aru dada bohut bhal lagise moi HOMOY KZbinR NISNA NY BHABI SIL KINTU AKO AJON APUNI AHILE AMI SAPORT KORI TAKIM PROMISE🫰💝👍🥹🥹🥹
@deepjyotisonowal4632
@deepjyotisonowal4632 5 ай бұрын
Val algil সময় ৰ দৰে দৃতীয় এজন মহান ব্যক্তি আপুনি সেলুত আপোনাক
@jobavlogs4906
@jobavlogs4906 10 ай бұрын
আজিৰ যুগৰ বিশ্বকৰ্মা 🙏🙏🙏
@binaray1181
@binaray1181 10 ай бұрын
ধন্যবাদ ভাইটী । এনেকুৱা তোমাৰ দৰে মানুহক ভগবানে আগুৱাই যোৱাৰ আৰু শক্তি দিয়ক ।
@anjankalita3742
@anjankalita3742 3 ай бұрын
Salute to you Sir U r a great man ❤🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@nirupomanirmolia2820
@nirupomanirmolia2820 9 ай бұрын
পৃথিৱীত অকল মানু হে আছে বুলি ভাবিছিলো। কিন্তু মানুহ পৃথিৱীত সঁচাকৈয়ে আছে । কিন্তু বিৰল ।মানু জাতিটোৱে পৃথিবীৰ ধ্বংস কৰে । কিন্তু মানুহে পৃথিবী গড়ে। ধন্য তোমাৰ জীৱন, ধন্য তোমাৰ অদুৰ ভৱিষ্যতৰ। ঈশ্বৰে তোমাৰ মঙ্গল কৰক । ধন্যবাদ। তুমি মহান । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@KaushalyaChutia
@KaushalyaChutia 8 ай бұрын
Bht vl work ❤
@annalatasaikia2434
@annalatasaikia2434 8 ай бұрын
ভগৱানে আৰু মহান কৰিব।ধন্যবাদ।
@satyaranjangogoi7284
@satyaranjangogoi7284 10 ай бұрын
❤আপুনি বহুত ভাল কাম কৰিছে । ❤ আপুনি আগলৈও এনেকৈ কৰি যাব বুলি আশা ৰাখিলোঁ ❤ এনেকৈ কৰিব পৰা মানুহ সমাজত বহুত আছে । তেওঁ লোকৰ নিজৰ কাৰণে নোজোৰে।
@monalishaduttasaikia3025
@monalishaduttasaikia3025 10 ай бұрын
ভাল লাগিল 👍👍👍
@goplaycriticalops
@goplaycriticalops 10 ай бұрын
কাৰোবাক বিনা স্বাৰ্থত কিবা দিবলৈও কলিজা লাগিব। যিটো নেকি বহুতৰ নাথাকে।
@nagench.baishya4486
@nagench.baishya4486 10 ай бұрын
আপোনাৰ মহানুভবতাৰ শলাগ লৈছো ৷ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক ৷আগলৈ আৰু অধিক তেনে কাম কৰিযাবলৈ ৷ মানব সেৱাই হে ঈশ্বৰৰ সেৱা ৷আশীৰ্বাদ জনাইছো ৷লগতে আপোনাৰ পিতৃ মাতৃকো প্ৰনাম জনালো ৷এনে এজন সংস্কাৰী সন্তান গঢ় দিয়াৰ বাবে ৷
@rupjyotiborah3967
@rupjyotiborah3967 10 ай бұрын
ইচ ৰাম, চকুৰ পানী ওলাই গল। মোৰ চকু পানী তোমাৰ আশীৰ্বাদ হ ওক । সাহস দিয়ক তোমাক ভগৱানে ।
@papugogoi134
@papugogoi134 5 ай бұрын
বহুত ভাল কাম কৰিছে দাদা আপুনি ভগবানৰ আশীৰ্বাদ সদায় থাকিব আপোনাৰ লগত । আগলৈও এনেকৈ সহায় কৰি যাব পাৰে যেন অসহায় লোক সকলক ।
@bitusaikia8056
@bitusaikia8056 5 ай бұрын
বহুত ভাল লাগিছে, কবলৈ ভাষা নাই, তোমাক ভগৱানে সদায়ে ভালে কুশলে ৰাখক, এয়ে মোৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা 🙏
@bristisaikia7980
@bristisaikia7980 9 ай бұрын
এনেকুৱা ধৰণৰ video বোৰ দেখিলে ভাল লাগে আঁচলতে ভগবান এনেদৰেই আহে সহায়ৰ হাত আগবঢ়াবলৈ ❤🙏🏻
@bidyutbikashboruah2550
@bidyutbikashboruah2550 10 ай бұрын
Salute…. Vogowane aru hokti hamarth diok tumak.. antoror pora huvokamona…. Parile vobisyotoloi kiba eta koriboloi anuprerona eta palu
@nirathengal1872
@nirathengal1872 7 ай бұрын
সঁচাই এই মহানতা সকলোকে ভগৱানে নিদিয়ে কিন্তু ভগৱানে আপোনাক দিছে আৰু ভৱিষ্যতে আগুৱাই যাবলৈ ভগৱানে শক্তি দিয়ক তাকেই কামনা কৰিলোঁ 🙏
@zakirhussain-kk2ig
@zakirhussain-kk2ig 10 ай бұрын
This is a story of a real hero,,u know brother ,,,poisa jibonot bohut ahibo aru jabo ...kintu apunar kormo aru hohujuk aru apunar chinta dharona hohot importance diye ..good job moi nokow kintu apuni je step loise ba korise heitu bohut dangor kormo ....luv u brother...and salute u ...thanks....
@dipikamahapatra215
@dipikamahapatra215 10 ай бұрын
আপোনি‌ এজন‌ ভগৱান,বহুত‌ ভাল‌ পালো,আগলৈ‌ আগোৱাই‌ যোৱা, ধন্যবাদ 🙏🙏
@minunath8626
@minunath8626 Ай бұрын
খুব ভাল ।আনৰ বেদনা অনুভৱ কৰিব পাৰি যিয়ে যিমান কৰিব পাৰে সেয়া মানুহ---
@puspalataborah8895
@puspalataborah8895 9 ай бұрын
Krishna Krishna ভগৱানে আপোনাক বহুত কৃপা কৰক মঙ্গল কৰক এই আমাৰ কামনা
@milandas6421
@milandas6421 5 ай бұрын
।ভাল কাম কৰি আছে। ঈশ্বৰে আগবঢ়াই নিয়ক।
@bittu2052
@bittu2052 3 ай бұрын
বহুত ভাল কাম কৰি আছে 💚 আপুনি সঁচা ঈশ্বৰে আগবঢ়াই নিয়ে 😢। আমাৰ আশীৰ্বাদ সদায় থাকিব ❣️ জীৱনটো সুখী হোৱা দেই ❤️🤍
@nijudowarah4123
@nijudowarah4123 10 ай бұрын
সুন্দৰ পদক্ষেপ ,ভগৱানে তোমাক মংগল কৰক ❤❤❤
@madhusmitadevi8528
@madhusmitadevi8528 7 ай бұрын
আপুনি বহুত মহান কাম কৰিছে ।এয়াই মানৱতাৰ পৰিচয় ।ধন্যবাদ ।
@AnjaliGogoi-cb5dq
@AnjaliGogoi-cb5dq 10 ай бұрын
ভগৱান তোমাৰ সহায় হওক।।ভাল হওক তোমাৰ।মঙল হওক।যজ্ঞ আশীবাদ কৰিছো
@SiyamBhuyan-l4s
@SiyamBhuyan-l4s 4 ай бұрын
সময়,গগৈৰ,দৰে,আপুনিও, আগবাড়ি,আহিছে,বহোত,ভাল,কৰিছে
@b4you00
@b4you00 10 ай бұрын
Nisswartha morom Val powa aru manobatar uthkrista nidarxan iyaat koi beleg hobo nuware...... I salute you bro☝️
@nilakshidevi8250
@nilakshidevi8250 8 ай бұрын
A very honest effort.... feeling proud of you., God bless you always 🙏
@pradipnath8612
@pradipnath8612 5 ай бұрын
বহুত মহান আদৰ্শ সঢাই ভাল লাগিল ভগৱানে আৰু দিয়ক নমস্কাৰ
@kunjolotagogoi3458
@kunjolotagogoi3458 7 ай бұрын
Tumi bohut val kam korisa minister level r manuhe eman dangor kam koribo nuware aguwai juwa god bless you
@bedonadas4833
@bedonadas4833 8 ай бұрын
Bhogobane,Tumak bohut bohut,Dhoinobad dibo,logote Tumar hokolu hohaikari bur
@remantahandique31
@remantahandique31 9 ай бұрын
Aru agbarhi juwa hodai vl kam kora..... Asol Hero real life r Hero buli kobo lgibo Asolote .... Apunaloi salute dada ❤❤❤❤❤ Love from Jorhat
@kankanmedhi7548
@kankanmedhi7548 10 ай бұрын
আজি প্ৰথম চালো আপোনাৰ ভিদিয় বহুত ভাল লাগিছে। ভগৱানে আপোনাক সদায় ভালে কুশলে ৰাখোঁক।❤❤
@harikantagogoi2607
@harikantagogoi2607 10 ай бұрын
Hosakoi Dada,,, Homoi Gogoi rr nisina apuni o Completely unic ...really Proud of you & Homoi
@tridipsonowal4236
@tridipsonowal4236 4 ай бұрын
Hosai apuni bor hundor monor manuh. Vogobane aru basi hokti diok apunak agoloi val val kam koribole❤
@netraranjansaikia7798
@netraranjansaikia7798 10 ай бұрын
সচাঁকৈ মানুহক ইমান খিনি সহায় কৰিব পৰাকৈ ভগৱানে শক্তি দিয়ক। ভাল লাগিছে🙏🙏
@kalpanakataky9092
@kalpanakataky9092 10 ай бұрын
আপুনি যি কাম কৰিছে তাত যি মানুহৰ আশীৰ্বাদ পাইছে সেইয়াই ভগবানৰ কৃপা আপোনাৰ ওপৰত।কৰি যাওঁক দুখী জনক সহায় আপোনাক ভগৱান এ কৰিব।আমাৰ শুভ কামনা সদাই আপোনাৰ লগত
@kabitahandique4725
@kabitahandique4725 9 ай бұрын
বহুত বহুত ভাল কাম কৰিছে আৰু আগ বাঢ়ি যোৱা আগুৱাই ‌‌যাবলৈ আশীৰ্বাদ থাকিল
@AmarDas-vg4wm
@AmarDas-vg4wm 7 ай бұрын
God bless you
@jintubaruah9727
@jintubaruah9727 9 ай бұрын
Dekhi sokupani ulai gl...bht vl km krise apuni.apunak aru apunar poriyalor saistho vle rakhok vgbne...😊
@RunuBora-s2x
@RunuBora-s2x 10 ай бұрын
সচাকৈ আপোনাৰ দৰে মানুহৰ সমাজত প্ৰয়োজন আছে।এই ভোগালী পৃথিৱীত আনৰ বাবে চিন্তা কৰা নিস্বাৰ্থ ভাৱে সহায় কৰা ।❤
@firojabegum6879
@firojabegum6879 9 ай бұрын
সচাকৈ তুমি বহুত ভাল কাম কৰিছা আল্লাই তোমাক হেফাজাত কৰিব
@rajibdas1272
@rajibdas1272 9 ай бұрын
Apuni great dada fmly tu Hahi sai nijoke bohut Happy feel krisu aru aguwai jaok bhogoban r usrt parthona krisu 🙏🙏🙏🙏🙏🙏🙏
@dipadutta958
@dipadutta958 10 ай бұрын
ভাইটি আদৰ্শ লেখত লব লগিয়া ।বহুত বহুত ধন্যবাদ থাকিল ।
@Ronaldo7-e-8j
@Ronaldo7-e-8j 9 ай бұрын
Apnaloi bohut bohut dhoinobad, apuni ru aguwali jauk.
@jyotirmaydebnath1500
@jyotirmaydebnath1500 9 ай бұрын
This is the Great message to everyone ❤ May God bless you always and Give you more success . This is called Humanity 😊
@NilutpalChangmai-r6e
@NilutpalChangmai-r6e 10 ай бұрын
আনৰ দূখ বুজা মানুহৰ এই পৃথিৱীত নাই বুলিলেও বেয়া কোৱা নহয় আৰু আপুনি বুজি পাই এনে উপহাৰ দি উপকাৰ কৰা দেখি বহুত ভাল লাগিল ❤❤❤
@dhkpatir1483
@dhkpatir1483 10 ай бұрын
কি বুলি ধন্যবাদ মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত কোটি কোটি প্ৰণাম তুমি সকলোতকৈ বেচি মৰম কৰিব লাগে |
@nabajitborah7824
@nabajitborah7824 2 ай бұрын
বহুত ভাল লাগিছে দাদা। এইয়াহে আচল অসমীয়াগিৰি❤। আগুৱাই যাওক আপুনি, আগুৱাই যাওক Jagya Construction🙏
@rubideka6816
@rubideka6816 10 ай бұрын
Xosake saku pani rokhabo nuarilu, bhogoban swarup tumi God bless you.
@bornalikakusaikia193
@bornalikakusaikia193 10 ай бұрын
Moi tumk log kotibo bisaru
@hirokmahanta5132
@hirokmahanta5132 10 ай бұрын
Khub bhal lagil, Mon Jai Jai ho
@ravalora8794
@ravalora8794 9 ай бұрын
😢❤❤ bohut val Kam korisa dada 🎉🥰
@drakenxff5309
@drakenxff5309 10 ай бұрын
Jagya tumar antor khon bohut safa.... Hei karone enekoi anor hohai hobo parisa... Agoloi enekoie anok hohai kori jua Bhogobane tumark hohai koribo.....
@koushikborah8698
@koushikborah8698 10 ай бұрын
13.46 is heart touching ♥️ Next aru hohai kora dekha pam buli akha thakil .... Really proud of you and ur team....❤
@chitrasonowalvlog8132
@chitrasonowalvlog8132 8 ай бұрын
Bohut bohut dhoinyabad .abar log pab mon ase
@ritumonisonowal4418
@ritumonisonowal4418 7 ай бұрын
I proud of u . tumak mur khub vl lage .tumar thinking bur bahut great mur khub vl lage tumar nisina thinking thoka manuhor . mur mn sui gola . I appreciate tu u .
@SukumarDas-t4x
@SukumarDas-t4x 7 ай бұрын
বৰ ভাল কাম কৰিছে আপোনাক বহুত ধন্যবাদ🙏
@AbhijitBorahCPP
@AbhijitBorahCPP 10 ай бұрын
Great Job - Bhaiti!! God Bless you and your Team..keep shining.. ❤❤❤ Lot of blessing..
@nizaraborah7391
@nizaraborah7391 10 ай бұрын
Tumi manuhar babe bhagban hai ahisa.thanku.
@himakshihatibaruah68
@himakshihatibaruah68 10 ай бұрын
Bohut sundor podokhep,bohut thakileu kisumane anok dibo noare , God bless you
@paragbharali4572
@paragbharali4572 10 ай бұрын
মানুহে মানুহৰ বাবে যদিহে (কানেও না ভাৱে ভাবিছে এজন ব্যক্তিয়ে ' সেইজন যজ্ঞ বৰা ধন্যবাদ
@dilipdas3025
@dilipdas3025 10 ай бұрын
মহান কৰ্ম ধন্যবাদ ❤❤❤
@BD-cr9lj
@BD-cr9lj 10 ай бұрын
Apunar dirghaiu howk Dada...God bless you..
@plabangohain4845
@plabangohain4845 10 ай бұрын
Aguai jua tumi...anadore hokolure hahokh hoi hohai kori jua...vogobane tmk ru hukh dibo ❤
@Sheiza384
@Sheiza384 6 ай бұрын
Bohut val lagil ....ami hokolu a jodi anekoi ejone anjonok xohai korilu hoi tetia kunu dukhi nathakil hoi sage.... 👏🙏
@silcharsehu1159
@silcharsehu1159 4 ай бұрын
Salute bro 👍 bohot bhaal kaam kori dice bogoban upnar upor Mongol korok aami hodai partona koru. R aapnar video bilag mor bohot bhal lage. ❤ love from silchar.
@bharadwajcreation9294
@bharadwajcreation9294 10 ай бұрын
Moi najanu apuni aitu comment Sabo neh nai ,but moi kobo bisaru j apuni buhut bhal Kam kori asay ... Ata Kota kou apuni jdi ghr diyat k xai poisa rey jdi Kiba Ata income source generate kori d a te sagey ghr tu nije bonai life time happy thaki bo . Like this comment if u support this idea. So this will high light.. Love ur work from Missamari ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@anajari3015
@anajari3015 5 ай бұрын
Love you dada ❤️❤️ love from #ANAJARI
@suminvlogs543
@suminvlogs543 8 ай бұрын
এইয়া হে প্ৰকৃত মানৱীয়তা 🤍
@মনোজহাজৰিকাৰ
@মনোজহাজৰিকাৰ 10 ай бұрын
সুন্দর লাগিল চাই আগলৈ এনেকোৱাই কাম করি জাব বুলি আশা করিলো
@basicconceptofmaths9496
@basicconceptofmaths9496 10 ай бұрын
চাই থাকোতে চিনেমা চাই থকাৰ দৰেই লাগিছে।। সঁচাই প্ৰশংসনীয়।
@alwaysbe......637
@alwaysbe......637 3 ай бұрын
Jagya tumi realy Mohan .Tumak Ishyare kailyan korol.
@monishaboruah941
@monishaboruah941 10 ай бұрын
Bohut val lagil kam kora sai thanks 🙏
@chutia992
@chutia992 10 ай бұрын
Dhuniya val kam korise val lagil ❤Agoloi hohai kori juwa dada manuhok 🎉
@দৰঙীয়া-অসমীয়া
@দৰঙীয়া-অসমীয়া 4 ай бұрын
তোমালোকৰ দৰে এনেদৰে জন্ম হ‌ওক বহু জন🙏
@bristisaikia7980
@bristisaikia7980 9 ай бұрын
দাদা এনেদৰে সদায় আপুনি আগুৱাই যাওঁক☺️
@MrHazarika-s6i
@MrHazarika-s6i 10 ай бұрын
Val lagil god bless you .. agole aneke help kori jaok
@BishajitBora-r6z
@BishajitBora-r6z 6 ай бұрын
Manuh hole manuhr porite val puya thakib lage bohut val Kam korise ❤
@hridyanshugogoi2943
@hridyanshugogoi2943 5 ай бұрын
মহান মনৰ মহান কাম
@NibeditaDutta-su9sz
@NibeditaDutta-su9sz 9 ай бұрын
Bor hundor kam korisa manuh rupot bhogoban dei tumi .val lagil .aguai jua .bohut bohut morom tumak .❤️❤️❤️
@prasannakumaradhikari2625
@prasannakumaradhikari2625 7 ай бұрын
Manuhe manuhor baabe .... Well done. Thanks. God bless you.
@SovanaDebnath-zs4vn
@SovanaDebnath-zs4vn 8 ай бұрын
Manuha manuhar babe jadiha akano nabhaba bhabiba kunano Kuwa. Aji aponi Dr.bhupen hazarika devar ai ganar sarmarma khini aponar karmajagyar jugade pratifalita karar baba sachakai aponi salagar patra.You are great sir.God bless you.keep it up.🙏🙏🙏
@nayanmonideka2555
@nayanmonideka2555 10 ай бұрын
Bohut bohut val kam korile dada apuni ..val hawk apunar...
@purobeegogoi1343
@purobeegogoi1343 3 ай бұрын
Bohut bohut dhanyavaad tumalukok.
@monalisasaikia
@monalisasaikia 9 ай бұрын
ভগৱান ৰূপত আপোনা লোক ভগৱান যে আমাৰ মাজত বিশ্বাস কৰিছো আগবাঢ়ি যাওক❤❤❤❤❤❤
পাকিস্তানে 🇵🇰 বাঙালিদের 🇧🇩 সাথে
44:44
Human vs Jet Engine
00:19
MrBeast
Рет қаралды 184 МЛН
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 64 МЛН
Notun Ghor Bonai Hoi Gol | Manuhe Manuhor Babe ep 20
7:53