➡️আপোনালোকৰ বহু কেইটা প্ৰশ্নৰ উত্তৰ লৈ ➡️আজিৰ অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ

  Рет қаралды 15,285

PUHOR Live 8

PUHOR Live 8

Күн бұрын

➡️আপোনালোকৰ বহু কেইটা প্ৰশ্নৰ উত্তৰ লৈ ➡️আজিৰ অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ
➡️ উপস্থিত আছে অভিজ্ঞ বাস্তু শাস্ত্রবিদ অৰ্পন দত্ত

Пікірлер: 21
@jibonjyotidutta622
@jibonjyotidutta622 Жыл бұрын
বহুত বহুত ভাল লাগিল মই কেইবাবাৰো এটা প্রশ্ন কৰিলো 6 মাহমানৰ পৰা কিন্তু উত্তৰ নাপালো | চাৰিবাৰ প্রশ্ন কৰিও হাৰ মানিব লগা হল |
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
নমস্কাৰ।এই অনুষ্ঠানৰ বাবে সদায় ৰৈ থাকোঁ। বৰ ভাল লাগে।
@archanadas3129
@archanadas3129 Жыл бұрын
Dhanaybad aponar Tips bor val lage
@gouridaimary4940
@gouridaimary4940 Жыл бұрын
🙏❤️❤️❤️ kuntu dikhot ki colour r porda logabo lage jonale xukhi holoheten
@united1687
@united1687 10 ай бұрын
আপুনি বৈছিকৈ লোকৰ ঘৰৰ উদাহৰণ দি অশান্তি লগাই দিয়ে |
@anjanabaruah9664
@anjanabaruah9664 Жыл бұрын
চেপ্তিক টেঙ্কিৰ উপৰত বাথৰূমত বনাব পাৰিনে? জনাব চোন ধন্যবাদ।
@sawpna.hazarika8849
@sawpna.hazarika8849 Жыл бұрын
আমাৰ ঘৰতোত দক্ষিণ ফালে দুৱাৰ আছে । কেনেকুৱা পৰ্দা লগালে ভাল হয় জনাব চোন।
@JohnBorah-kt2sg
@JohnBorah-kt2sg Жыл бұрын
Nomoskar dada ama ghara fornt door dokhin dikhat. Pis faltu utto di khot tat ama letin aru tiuble ase bhagib nuwaru kibaata upay dib buli akha korilu
@babidas9603
@babidas9603 Жыл бұрын
আমাৰ ঘৰটো পশ্চিম মোখি পুব ফালটো পিছফালে পৰে তুলশি পুলিটো ৰুবপাৰিনে
@likeit8446
@likeit8446 Жыл бұрын
বাইদেউ বাস্তুশাস্ত্ৰ মতেমৃতকৰ ফটো আৰু ঘড়ী কোনদিশে থকাটো ভাল হয় ?কেতিয়াবা আলোচনা কৰিলে । উপকৃত হম
@gitarthasaikia
@gitarthasaikia Жыл бұрын
Namaskar. Gharat electric appliance, gari praya bea hoi thaka . Ki problem hobo para jonabo
@nilutpalhazarika4167
@nilutpalhazarika4167 Жыл бұрын
আমার পশ্চিম দিশত পুখুরি আছে
@namitadsr9255
@namitadsr9255 Жыл бұрын
🙏 mor gharor pup dikhat Nila rongr sufa set ase vl ne beya plz jonabosun
@tapankumardas682
@tapankumardas682 Жыл бұрын
নৈঋত কোনোত বেলকনিলৈ যোৱা দৰ্জা আছে । ভাল বেয়া জনাব ।
@manikchandradas7257
@manikchandradas7257 Жыл бұрын
Mur gharr east south east Jone to kota hoy.eyar kiba upay ase nki? Mur lora tor overthinking,anxiety t bhugi ase treatment solo ase.tar porha suna bondho hoi goise,manuhor logot mila misa koribo tan pay...eyare upay ase nki? please jonabo.
@gitishikhaborahdutta4757
@gitishikhaborahdutta4757 Жыл бұрын
আমাৰ ঘৰটো দক্ষিণ মুখি... উত্তৰ-পশ্চিম দিশত পাকঘৰ আৰু উত্তৰ-পূব দিশত শৌচালয়... যিটো ভূল হৈ আছে ইয়াৰ বাবে ঘৰত মাৰাত্মক ৰোগ কেশ্বাৰ ৰ দৰে বেমাৰ হোৱা পৰিলক্ষিত হৈছে.. আমি শৌচালয় কোন দিশত কৰিম জনাবাছোন..
@karobihazarika1496
@karobihazarika1496 Жыл бұрын
North zone ot ata bathroom ase kiba remedy ase neki baru
@lipikaburagohain1669
@lipikaburagohain1669 Жыл бұрын
Apuni vastu mote ghor r drawing bonai naki.. please jonabo
@MarykakotiMarykakoti
@MarykakotiMarykakoti Жыл бұрын
কোন দিশত কি পদা লগাব পাৰি জনাবছোন ৰঙৰ কথা কৈছো
@user-pj7ci8yd7o
@user-pj7ci8yd7o Жыл бұрын
Amor Ghoratu Otta Dikhot Kiba Pablem Hoba Nki
@user-pj7ci8yd7o
@user-pj7ci8yd7o Жыл бұрын
Amor Ghoratu Otta Dikhat Bani Asou Kiba Pablem Haba Nki
ДОКАЗАЛ ЧТО НЕ КАБЛУК #shorts
00:30
Паша Осадчий
Рет қаралды 995 М.
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 4 МЛН