এই ভিডিও টোৰ চাউন বহুত ভাল লাগিছে এনে ধৰণৰ চাউন হলে কথা বোৰ শুনিবলৈ বহুত ভাল হয় ধন্যবাদ 🙏🙏🙏
@AxomiaPakghor2 жыл бұрын
Oti xundor 👌👌
@user-dv7pe1cu4q2 жыл бұрын
নমস্কাৰ ৷ মোৰ দেউতা ২০১৩ ঢুকাইছিল আৰু মোৰ মাঁৰ মৃত্যু এবছৰ হৈ গ’ল ৷ এই কিছুমাহ আগৰপৰা এনেকুৱা অৱস্থা হৈছে মোৰ ঋনত ডুব যাব ধৰিছো ৷ নানান অশান্তি লাগে ৷ সৰু কথাত পৰিবাৰৰ লগত তৰ্ক হয় বা খং কৰো ৷ মৰি যাব মন যায় ৷ মোৰ ভাগ্য স্থানত কেতু আৰু সুৰ্য্য দেৱতা একেলগে আছে ৷ কিবা এটা উপায় দিয়কহে প্ৰভূ ৷
@jibonjyotidutta6222 жыл бұрын
ভাল লাগিল আমাৰ ঘৰৰ ওচৰৰ এঘৰ মানুহৰ ঘৰত দক্ষিণ পশ্চিম কোনত পাইখানা টিউবেল পুখুৰী আদি আছে কিন্তু তেওঁলোক অৱস্থা ভাল কি কাৰণ জনাব চোন
@subhaastrooovastu42552 жыл бұрын
Taulukor ghor khonot thoka 14 bosor par hobo lagebo
@jibonjyotidutta6222 жыл бұрын
@@subhaastrooovastu4255 হয় কথাটো
@mayuridas092 жыл бұрын
👍
@pradipgogoi1952 жыл бұрын
Nanmaskar janaisu apunalo🙏🙏🙏.
@prajyanath91172 жыл бұрын
চাৰ এই সময়ত পুজা ভাগবত পাঠ করিবো পারিনে
@pompipathak27182 жыл бұрын
Dada aamar panir tenki r usorot aahot gos hoise bohut sipa barhi goi aase sai gos puli daal kati dbo parim ne please reply dbo
@sundas90862 жыл бұрын
Amaboisa dina lora suwali jonma hole valne beya
@gitashrrebora86742 жыл бұрын
23.9.2021duporia12.25 pmt Mur lora tu janma hoisil.plz abar Sai dibo.
@linadeka69432 жыл бұрын
Dada apuner number tu dib nki ...moii apuner lgt ktha ptisilu....pls rply