আপোনাৰ মৰমৰগাড়ীখনকোনটো দিশত ৰাখিব?আপোনাৰ প্ৰিয় ঘৰটো বাহিৰ ফালে কি ৰং দিব?চাওঁকঘৰে ঘৰেবাস্তুশাস্ত্ৰ

  Рет қаралды 19,995

PUHOR Live 8

PUHOR Live 8

Күн бұрын

আপোনাৰ মৰমৰ গাড়ী খন কোনটো দিশত ৰাখিব?আপোনাৰ প্ৰিয় ঘৰটো বাহিৰ ফালে কি ৰং দিব?চাওঁক ঘৰে ঘৰে বাস্তুশাস্ত্ৰ

Пікірлер: 28
@mayasaloi691
@mayasaloi691 7 ай бұрын
Val lagile.
@subhanchandrarajbongshi1201
@subhanchandrarajbongshi1201 Жыл бұрын
Good
@gitaligoswami8201
@gitaligoswami8201 Жыл бұрын
Val lagil
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
অৰ্পণ দত্ত দেৱলৈ প্ৰণাম জনালোঁ সুন্দৰ কথাৰ বাবে 🙏🏿 কল্পনা সেনগুপ্তা বৰুৱা। অৱসৰ প্ৰাপ্ত উপাধ্যক্ষা, কানৈ কলেজ,ডিব্ৰুগড়
@taralanath3876
@taralanath3876 Жыл бұрын
অতি সুন্দৰ🙏
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
বৰ সুন্দৰ। ভাল লাগিল পৰামৰ্শ 🙏🏿
@smritidutta5276
@smritidutta5276 Жыл бұрын
ভাল লাগিল,বিবাহৰ বাস্ত্তুদোষৰ বিষয়ে জানিব বিছাৰিছোঁ.
@monjumonibordoloi2608
@monjumonibordoloi2608 Жыл бұрын
চাৰ , আপোনাৰ কথাবিলাক শুনি এবাৰ আমাৰ ঘৰলৈ নিমন্ত্ৰণ দিয়াৰ কথা ভাবিছো ৷ কেনেকৈ লগ পাব পাৰিম ৷ মোৰ এজনী ছোৱালী মাত্ৰ ৷ খংটোৰ বাবে বহুত অসুবিধাত পৰিছো ৷ তেওঁ পলিটেকনিক পাচ কৰি বৰ্তমান ঘৰতে আছে ৷
@ramensarma8263
@ramensarma8263 Жыл бұрын
Thanks karibi sister
@jibonjyotidutta622
@jibonjyotidutta622 Жыл бұрын
বহুত ভাল লাগিল
@helindraboro8357
@helindraboro8357 Жыл бұрын
Dwar khiriki r colour bor ki dile val Tak loi olop discuss korok🙏tq
@amarjyoti3395
@amarjyoti3395 Жыл бұрын
🙏 নমস্কার দক্ষিণ পূব বা ঘরর দক্ষিণ দিশত প্রাকৃতিকভাবে হওক নাইবা অন্য কারবার বাড়ীর পুখুরী বা নাদ যদিহে অবস্থিত হয় তেন্তে এই ক্ষেত্রত নেগেটিভ প্রভাব পরিব নে নাই ।সেই বিষয়ে জনাবলৈ অনুরোধ জোনালো ।
@charanjitkaurrakhra2373
@charanjitkaurrakhra2373 Жыл бұрын
South West dix ture di ulai okonman varanda pai aako pub dixe jabo lage Aya Mur ghoror back side kindly jonabone 🙏
@jadobjadobdoley5282
@jadobjadobdoley5282 Жыл бұрын
Nice
@tutumonisaikia7550
@tutumonisaikia7550 Жыл бұрын
বহুত ভাল লাগিল
@MuhitKrNath
@MuhitKrNath Жыл бұрын
ধন্যবাদ, মোৰ ঘৰটো পশ্চিম মুখীয়া চিৰিটো আছে দক্ষিণ ফালে তাৰ তলত এটা সৰু গুদাম ঘৰ। উত্তৰ পশ্চিম কোনত প্ৰধান দজা খন ইয়াৰ কিবা অসুবিধা আছে নেকি?
@zuroyoutube795
@zuroyoutube795 Жыл бұрын
মৰো কেইটামান প্ৰশ্নৰ উত্তৰ জানিব বিচাৰো পিছে কত দিম প্ৰশ্নবৰ জনাবা নেকি
@Assam__Blgger
@Assam__Blgger Жыл бұрын
Fees to Kim loi jonobsun
@lukumoni5677
@lukumoni5677 Жыл бұрын
দক্ষিন মুখি ঘৰ কেনেকুৱা হয় জনাব চুন 🙏
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
নমস্কাৰ। গুদাম ঘৰ কোন দিশত হ'ব লাগে। জনাব চোন 🙏🏿
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
নমস্কাৰ। ভালে থাকক।
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
বৰ সুন্দৰ দিহা। ভাল লাগিল 🙏🏿
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
মই দক্ষিণ পশ্চিমৰ দৰ্জা খন ইটা গাঁথি বন্ধ কৰিলো অৰ্পণ দত্তদেৱৰ দিহা মানি। ধন্যবাদ জনালোঁ 🙏🏻 কল্পনা সেনগুপ্তা বৰুৱা ডিব্ৰুগড়
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
Ekdom thik koise.
@mrinmoynath4972
@mrinmoynath4972 Жыл бұрын
আমাৰ পিছফালৰ দুৱাৰখন পচিশম ফালে আৰু মানুহজনৰ বেমাৰত পৰি থাকে কিবা উপায় আছে নেকি
@NabinBoruah-iy9ri
@NabinBoruah-iy9ri 9 ай бұрын
Jhghy
@avrschoolingcharaideoassam6745
@avrschoolingcharaideoassam6745 Жыл бұрын
Val lagil
مسبح السرير #قصير
00:19
سكتشات وحركات
Рет қаралды 11 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
مسبح السرير #قصير
00:19
سكتشات وحركات
Рет қаралды 11 МЛН