LIVE : দুহেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে মহিলাসকলৰ বাবে N18L

  Рет қаралды 563,866

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE : দুহেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে মহিলাসকলৰ বাবে N18L
#live #news18assamoriginals
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 141
@hemantamahanta5578
@hemantamahanta5578 3 ай бұрын
মুখ্যমন্ৰী ডাঙৰীয়াই লাখ লাখ কোটি ধাৰ কৰি সকলো সামগ্ৰীৰ মুল্যবৃদ্ধি কৰি অসমৰ ৰাইজক ভিক্ষাৰী সজালে আৰু মুখ্যমন্ৰী ডাঙৰীয়াই নিজৰ সম্পত্তি ভাৰতৰ ভিতৰতে সৰ্ব্বোচ্চ স্হানত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে । ৰাইজ মৰিলে মুখ্যমন্ৰীৰ কি আহে যায়
@Janmonigogoioni123
@Janmonigogoioni123 6 ай бұрын
দিলে সকলোকে দিব লাগে নিদিলে নালাগে কিহৰ নাটক এইবোৰ মই তিনিবাৰ ফ্ৰম ফিলাপ কৰিলোঁ , এবাৰো নাপালোঁ অৰুনোদইৰ,এইবোৰ আঁচনি দৰিদ্ৰ বাবে নহই, ধ নী মানুহৰ বাবে হয়,
@Sikhabordoloi-xk7ug
@Sikhabordoloi-xk7ug 10 күн бұрын
প্ৰসঙসনীয়।হৌক দিয়ক।ভাল কাম কৰিছে।আঁচনী সমুহ দলিয় মহিলা, আৰু ধনী মহিলাৰ বাবেহে প্ৰযোজ্য।
@DipamoniGogoi_0_1
@DipamoniGogoi_0_1 7 ай бұрын
অপেক্ষা মাথো সময়লৈ 🥺😇
@SahityaRabha-k7b
@SahityaRabha-k7b 3 ай бұрын
আমাৰ ইয়াত অৰুণাদোয় আচঁনি ধনী মানুহ বোৰেহে পায় দুখীয়া মানুহ বোৰে নাপায়
@pujagohaindhamaka1600
@pujagohaindhamaka1600 6 ай бұрын
Delhit সকলো মহিলাক দিযে ,আমাৰ ইযাত বাচি বাচি দিযে,সকলো মহিলাকে দিব লাগে কাৰণ ভোট সকলোবে দিযে
@SabitaMali-dm1qq
@SabitaMali-dm1qq 4 ай бұрын
যিয়ে অৰুণোদয় আচনি পোৱা নাই তেওলোকক দিব লাগে❤❤❤
@reetadeka5752
@reetadeka5752 6 ай бұрын
অসমৰ সকলো মহিলাই নাপায়
@mayaborah2201
@mayaborah2201 6 ай бұрын
আমাৰঅসমত ৰেচন কার্ড ধনী মানুহৰ ঘৰতে আছে। দুখীয়া বিলাকে কিনি খায় ৷ মই এগৰাকী বিধবা তিৰোতা ৷ মোৰ ঘৰতো পকা ৷ মই আজিলৈকে একো সুবিধা পোৱা নাই ৷ মই বিচাৰি গলেকয় আপোনী নাপায় ৷ কাৰণ মোৰ ঘৰতো পকা ৷
@subhachandrahazarika1545
@subhachandrahazarika1545 6 ай бұрын
Ami ajiloike aku hubidhai nai puwa..apunaluke kiba ata kori diok sun sir🙏
@jahnobibora5212
@jahnobibora5212 6 ай бұрын
আমি নাইপোৱা অৰুণোদয়। আমি আশা কৰি লাভ নাই।
@ManjulaKalita-n2c
@ManjulaKalita-n2c 3 ай бұрын
আমাক নালাগে সুবিধা আমাৰ অসমীয়া সমাজত যি কি জনি ছোৱালী বোৱাৰী আছে চৰকাৰে ভালে ভালে ৰাখক চৰকাৰে আমাৰ অসমীয়া ছোৱালী বোৱাৰী তিৰিৰ কঠাকৈ বিদেশীক পুহী আছে চৰকাৰে সন্মান ঘুৰাই দিয়ক তেনেকৈয়ে দিব পাৰিব আগতে মামাই আৰু মুদিয়ে ক'ব লাগীব
@GitanjaliDas-pw8ok
@GitanjaliDas-pw8ok 3 ай бұрын
অৰুণোদয় দলিয়ণত চহী কৰিছিলোঁ নাই পোৱা
@sabinbarman6702
@sabinbarman6702 2 күн бұрын
তিনি বাৰ‌ ফৰ্ম জমা দিলো‌ কিন্তু অৰুনোদ‌ই‌ নাপালোঁ। বি জে পি‌ ক ভোট দি‌ জিকালো‌ আজিলৈক একোৱেই নাই পোৱা, দৰিদ্ৰ মহিলাৰ বাবে এইবোৰ আঁচনি‌‌ নহয়।
@tezaswisartcraftsandquizze7417
@tezaswisartcraftsandquizze7417 6 ай бұрын
অবিবাহিতা মহিলাক প্ৰথম সুবিধা দিয়াৰ কথা আছিল যদিও নাপালো । আকৌ যদি এই সুবিধা দিয়ে তেতিয়া হলে‌ আশাৰে ৰলো...
@jogamayapatgiri8342
@jogamayapatgiri8342 5 ай бұрын
ৰেচন কাৰ্ড থাকিও মোই পোৱা নাই অসম বজালী কুৰোৱাহা। বহুত চেষ্টা কৰিও পোৱা MLA ফণী তালুকদাৰ ঘৰতো গলো বহুদুৰ যাব লাগে।
@AnjuDutta-f8g
@AnjuDutta-f8g 6 ай бұрын
Bohut. Bhal. Khobor Dila
@BaityBaity-du5qc
@BaityBaity-du5qc 2 күн бұрын
এতু,,ভাল,খবৰ
@usharanisaikia6912
@usharanisaikia6912 7 ай бұрын
১২৫০ টকা দিয়ে অৰুণোদয়।
@KrishnaDas-oq3wf
@KrishnaDas-oq3wf 6 ай бұрын
আমাৰ তাত ধনী পৰিয়ালৰক হে দিয়া হয় কাৰণ দুখীয়া বোৰ কথা কাণত নালাগে
@gouriduttachoudhury9055
@gouriduttachoudhury9055 3 ай бұрын
ধন্যবাদ দাদা 🙏🏻
@মঙলদৈ
@মঙলদৈ 6 ай бұрын
দিল্লীৰ খবৰ আমাক নালাগে অসমৰ খবৰ লাগে আমাক আৰু
@monishadeka2431
@monishadeka2431 22 күн бұрын
আমি আজি তাৰিখলৈ একু আচনি পোৱাই নাই😂😂😂😂😂😂
@ArchanaThakuria-x5y
@ArchanaThakuria-x5y 2 ай бұрын
লাখ লাখ টকাৰে মানুহ চলিব নোৱাৰে আৰু এহেজাৰ বা বাৰশ টকাৰে মানুহ চলিব পাৰে। দুখীয়াই মৰিব লাগিব
@mitalenath6030
@mitalenath6030 23 күн бұрын
হব আৰু মহিলা সকলক জেৰক্স ফটো কপি ভিদিও আপলোড কৰাই কৰাই এইবাৰ আহিল১০০০ টকা মেল
@MousumiGogoi-ok1xm
@MousumiGogoi-ok1xm 6 ай бұрын
Nice ❤🎀
@negheritingmajgaonshantipa3652
@negheritingmajgaonshantipa3652 3 ай бұрын
Yes all Right
@SatymevaJayate007
@SatymevaJayate007 2 ай бұрын
কাৰ মূৰত কঠালটো ভাঙিব ? মূল্যবৃদ্ধি কৰবৃদ্ধিৰ কাৰন
@Carsking69
@Carsking69 16 күн бұрын
L আমি অৰুণাই পোৱাৰ নাই ধনী ধনী মানুহৰ অৰুনাদয আমাৰ কাৰণে নহয।
@DiptiChamua
@DiptiChamua 2 ай бұрын
হৈ।।।দাদা
@anjanasen2023
@anjanasen2023 7 ай бұрын
ধুনিয়া
@beautysendas7089
@beautysendas7089 6 ай бұрын
Bhal Bhal news🙏🙏🙏🙏🙏🙏
@DiptyGohain
@DiptyGohain 21 күн бұрын
অৰুণ উদয় এইবাৰ পোৱা নাই
@muktinathbordoloi8793
@muktinathbordoloi8793 Ай бұрын
লাভ নাই কিন্তু কিয় জানেনে এই টকা নিদি বিদ্যুতৰ নামত দিয়ক ৰাজক মাধমাৰ নিদিলে অতি বঢ়ীয়া হব।
@NehoruRamday
@NehoruRamday 2 ай бұрын
অসমত চৰকাৰে মহিলা সকল কি ৰাজনৈতিক মহলত ব্যৱহাৰ কৰিছ।।টকা বিনিময়ত আজি ৰাজনৈতীক খেল। ু উচ্চ শিক্ষাৰ্থী সকলক এই টকাখিনি ব্যৱহাৰ কৰিলে দেশখনৰ উন্নত কৰা অনুভৱ হয়।
@VlogrB.G
@VlogrB.G 6 ай бұрын
(আমি আজি লৈ এ কো এটা পোৱা নাই চৰকাৰৰ বস্তু
@dipikasarkardipikasarkar-ey5wo
@dipikasarkardipikasarkar-ey5wo 6 ай бұрын
Hoi😢😢
@shapnahsarania5683
@shapnahsarania5683 2 ай бұрын
হয়।
@SouravDeka-vd2ok
@SouravDeka-vd2ok 3 ай бұрын
ভাল লাগিছে
@babymohan6213
@babymohan6213 18 күн бұрын
আপোনিকৈচে জে বিধৱাপেনঞ্চনশুনিআমনিলাগিলএককালিনদিয়েবুলিকয়আজিলৈকে একো দেখা নাই
@KarunaBaruah-p8y
@KarunaBaruah-p8y 3 ай бұрын
Natun rationcard ketiyakoi diba janabason
@SimantaHazarika-r4t
@SimantaHazarika-r4t 6 ай бұрын
Thike ase aami bohi kham
@DalimDas-c5x
@DalimDas-c5x 24 күн бұрын
নতুন অৰুণদয় আজি দিব নে
@amalabasumatary4562
@amalabasumatary4562 5 ай бұрын
সচাই দিবনে জয়ন্ত
@AimoniDowari
@AimoniDowari 6 ай бұрын
Delhi t je eaiman hubidha diye... Amar akhomat dukhiya manuh hakalu bure napai kiyo. Boga- kola Basi basi wardmambare diye jen tenulukar jepor ba voralorhe dibo lagibo buli gongatup hoi aohongkar kori thake. Sir🙏🏻eainekuwa manuhak atorai apunaluke oiniyo pokare asonirbur oupjukta manuhak diyar bibostha korak. Nohale durniti nuguse🙏🏻🙏🏻🙏🏻eai kotha khini kuwar babe amak khiyoma kore jen. 🙏🏻🥰
@Ishoririjal-yp7pd
@Ishoririjal-yp7pd 3 ай бұрын
Jar jar BPL card naii hihotee eaii asoni napaii nee
@JaanSonowal-v6j
@JaanSonowal-v6j 6 ай бұрын
আমি নাইপোৱা অৰুণোদয় মিতি খেতি নাই আমি পাব লাগে ❤❤❤❤❤
@jayadass2681
@jayadass2681 3 ай бұрын
অসমৰ বৃদ্ধ পেঞ্চন কিমান পায়,?
@mainudavi9510
@mainudavi9510 2 ай бұрын
এও Bjp ৰ জয়গান গাই তত নাপাই।সেয়া টকা বা সুবিধা কোনে পাই আপোনি জানেনে?
@safiyabegum-em8vp
@safiyabegum-em8vp 4 ай бұрын
1250 yes
@bontisaikia1231
@bontisaikia1231 6 ай бұрын
আমি কিয় পোৱা নাই কাম বনো কৰিব নোৱাৰো গাভৰু মহিলাই পাই আছে ।আমাকো দিয়া বিবচথা কৰকচোন ।
@AnimaManta-o7t
@AnimaManta-o7t 6 ай бұрын
আপুনালোকে কোৱা সুনিলে বৰ ভাল লাগে‌ কিন্তু মই আজিলৈকে পোৱা নাই
@tapansaikia5798
@tapansaikia5798 4 ай бұрын
Alluguti dibo.Election Mathematics.
@Biplb1234
@Biplb1234 6 ай бұрын
Mur ghor sapekhati Rohan timon bortani nam pinki gogoi tamuli moi sorkari aku asoni puwa nai ajiloike sir please apuni Kori diba sun mur ghor t sakori nai kheti Kori kunumote porialti puhi ase akha koru apuni help korib
@manjuranideka812
@manjuranideka812 6 ай бұрын
Thikai koisay
@kripakantadeka8949
@kripakantadeka8949 2 ай бұрын
কি আঁচনি এই খন । নাম কি
@Tilugogoi-t7t
@Tilugogoi-t7t 3 ай бұрын
ম‌ই আজিলৈকে চৰকা পৰাএকো পোৱানাই
@JunaliNath-wn5tx
@JunaliNath-wn5tx 5 ай бұрын
Asaame
@asarali3329
@asarali3329 3 ай бұрын
Mukhymantri iman ki or 4 tola ke ration card login
@parishmitabailung8844
@parishmitabailung8844 3 ай бұрын
dukhiyk manuhe napai
@charudas947
@charudas947 4 ай бұрын
Amar asamat kiya iman bijuli Bill diba lage
@kamalachutia5790
@kamalachutia5790 3 ай бұрын
Ami dakhun akou a napau oro nadau . N
@RitaHandique-ig7ng
@RitaHandique-ig7ng 4 ай бұрын
Ami,ki,koriballagiba,applli,ne,ki
@PUJADAS-j4m
@PUJADAS-j4m 6 ай бұрын
1250 ka aur India Soni
@senchiqueen
@senchiqueen 3 ай бұрын
❤️🙏
@archanabhowal3597
@archanabhowal3597 3 ай бұрын
আমি অরুনদয় পোয়া নাই
@mainudavi9510
@mainudavi9510 2 ай бұрын
অসমত অরুনোদয় কোনে পাব লাগে পাইচে কোনে নিউজ বজোবা goody madiya ই এবাৰ দুখিয়া গাওবোৰত সোমাই চাবিগৈ।AC Room ত বহি থাকি Bjpৰ ফটাধুল নবজাবি মুখৰ পাক দি দি
@sacreativeandcrazy953
@sacreativeandcrazy953 2 ай бұрын
Ara
@M_RIYAZZ_K
@M_RIYAZZ_K 6 ай бұрын
1250 taka
@boloramsarmah5174
@boloramsarmah5174 6 ай бұрын
চৰকাৰে চব দিয়ে টুপ ধৰি নপৰে মোৰ আজি ৰ জি ভেন। অফিচৰ পৰা ফোন আহিছে নতিজ অহা বুলি ১৯ চনৰ লোন চৰকাৰে দিম বুলি টুপ দি আছে আজি লৈকে দিয়া নাই চৰকাৰৰ আচনিও একো পোৱা নাই আমি ভোট নিদু নেকি
@mousumimoran-sf8zh
@mousumimoran-sf8zh 5 ай бұрын
অসমতো দিৱ লাগে
@namitadutta2752
@namitadutta2752 6 ай бұрын
Valei.lagile.jetia.taka.pam.tetiahe.aru.val.lagibo.🌹🌹💐🌹🌹🌹
@JhununathNath
@JhununathNath 3 ай бұрын
Biman sorkar
@chajindralimbu7019
@chajindralimbu7019 4 ай бұрын
Asssam
@BabulDas-pd4yn
@BabulDas-pd4yn 3 ай бұрын
Hoi diok
@karnachoudhury9278
@karnachoudhury9278 7 ай бұрын
Arunoday=1250
@AkoniGogoi-m7l
@AkoniGogoi-m7l 7 ай бұрын
মটাবোৰৰ চকু নপৰেনি চৰকাৰৰ
@FarmidaBegum-m8o
@FarmidaBegum-m8o 4 ай бұрын
Akdom huddho,1250 Toka Aasamot
@NoganDas-i5o
@NoganDas-i5o 6 ай бұрын
Hokolu Elecsonor cunekson
@bidyawatihazarika4116
@bidyawatihazarika4116 Ай бұрын
হয় ১২৫০টকা পোৱা হয়।
@kuwari9250
@kuwari9250 4 ай бұрын
Amiu puwa nai kocolu Misa
@MamoniRajkhowa-rn8du
@MamoniRajkhowa-rn8du 5 ай бұрын
Amar gaiot carva karebal oahar larabura gutai gaiot manihuk anudai kaite Thai. Gal aime kat kat laligulu aigelaka napilu
@UmaraniNath
@UmaraniNath 2 ай бұрын
12
@anjumanisarma4793
@anjumanisarma4793 3 ай бұрын
আমি কত পাম ধনিবোৰ হে এইবোৰ
@papluchetia2572
@papluchetia2572 25 күн бұрын
2:23
@negheritingmajgaonshantipa3652
@negheritingmajgaonshantipa3652 3 ай бұрын
Ek hajar tokare k hb।
@MuhimPegu-y7u
@MuhimPegu-y7u 4 күн бұрын
1250
@ArchanaBordoloi-m5b
@ArchanaBordoloi-m5b 3 ай бұрын
Akhamat kintu prakita hitadhikaria napay day asany asshany aalakh😅😅😅
@sangriadey630
@sangriadey630 6 ай бұрын
Arunodoi atia na paw
@DipanjaliDuarah
@DipanjaliDuarah 3 ай бұрын
Ami puwae naiorunuday
@negheritingmajgaonshantipa3652
@negheritingmajgaonshantipa3652 3 ай бұрын
Moi ni puwa ai toka
@ArunRabha-fv7td
@ArunRabha-fv7td 7 ай бұрын
Arunudoi p.m.1250
@Sachin7Gamer79
@Sachin7Gamer79 3 ай бұрын
Jai hind Jai Akham
@bijoyakonwar2029
@bijoyakonwar2029 5 ай бұрын
Aohomot hokoluwe napai aorunudoi
@putuDevi-q3q
@putuDevi-q3q 3 ай бұрын
Mor bandhan bankr para notis ahisa kurtak jab disa kiy ami sag napalo rahi napalo hamontai kiy nidila amak
@lorddragon9096
@lorddragon9096 6 ай бұрын
mor wyaf ki yo napay
@RupaliBorahRupaliBorah-tn5gy
@RupaliBorahRupaliBorah-tn5gy 3 ай бұрын
1250 hoy
@SimuBarman
@SimuBarman 3 ай бұрын
😭
@RohanDas-t5y
@RohanDas-t5y 3 ай бұрын
1250.
@GhanaBoro-hf7di
@GhanaBoro-hf7di 7 ай бұрын
Nibason top.bolimone.koi
@momiboruah9249
@momiboruah9249 3 ай бұрын
Sivsagarat arunodoi pua ghara tini garaki pai ama gharat mathu hitadhikari agaraki aku nai pua
@JoydeepChetia-s9v
@JoydeepChetia-s9v 3 ай бұрын
Reson kard lage
@JoydeepChetia-s9v
@JoydeepChetia-s9v 3 ай бұрын
Ketiya reson kart dibo
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 5 МЛН
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 5 МЛН