Рет қаралды 46,050
পদপথৰ দোকানখনেৰে চলা ঘৰখনৰ ল'ৰাটো আজি দক্ষ আৰক্ষী বিষয়া❕
আমাক অসম আৰক্ষীত মানসৰ দৰে ব্যক্তি লাগে ❕
মানসৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনীয়ে চুই যাব আপোনাৰ মন...
এজন সুদক্ষ খেলুৱৈ মানস কেওঁটে মডেলিং জগততো অৰ্জন কৰিছে বহু খিতাপ...
#baartalaap #chakrapaniparashar #assam #assampolice #tezpur #vollyball #fashion #model #struggle #inspiringstory #motivational
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/