No video

Pame Appun Lékoda.

  Рет қаралды 194

Manturam Taid

Manturam Taid

Күн бұрын

MA' Anjali film Production ৰ বেনাৰত পুণৰ নিৰ্মাণ কৰিবলৈ আগবঢ়া PA:ME APPUN LÉKODA শুভ মহুৰত লগতে চিৰ নমস্য দিলীপ কুমাৰ মৰাং দেবৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকো ।
মিচিং বোলছবি জগতত দিলীপ মৰাঙৰ অৱদান আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ । ১৯৯৪ চনত নিৰ্মিত হোৱা পাঃমে আপ্পুন বোলছবিখনে মিচিং সমাজক পাহৰিব নোৱাৰা এটা দাগ লগাইছিল । পাঃমে আপ্পুন বুলি কলেই - মৌঃমি য়েমৌল মৌঃপাদনে নক আয়াদৌম , মিগজেময়েমল কাঃপাদনৌ নক মিগম'দৌম
অৰ্থ - মৌনভৱত যেতিয়া মই নিৰলে বহো তোমাৰ মৰমে মোক আমনি কৰে । দুচকু মুদিলে তোমাৰ প্ৰতিচ্ছবিকেই দেখো …। এই গীতটোলৈ মনত পৰে ।
পাঃমে আপ্পুন বুলি কলেই -
#Pa:mé kouwa gílabong nokké lamté gítílo
Appunbí atéré kabla du:yé do:luso
_________
Éi kouwénga lukíto
nokké mé:nam sé:koné
Asin arang ayangém
Sé:kom biyené
সেই গীতবোৰ মানুহৰ হৃদয়ে হৃদয়ে জিলিকিছিল ।
দিলিপ মৰাং আৰু ৰামচন্দ্ৰ দলে সাংস্কৃতিক ক্ষেত্ৰখনৰ নিজৰ চিনাকী নাম । তেখেতৰ চাৰিখন বোল ছবি -
১/ পাঃমে আপ্পুন ( ১৯৯৪)
২/ টানি আৱ ( ১৯৯৬)
৩/ কায়ুম ( ১৯৯৮ )
৪/ পুঃমি আচি ( ২০০০ )
আচলতে যেতিয়া এইবোৰ বোলছবি নিৰ্মাণ কৰি মিচিং বোলছবি জগতখনক এক সুকীয়া পৰিৱেশ সৃষ্টি কৰিছিল বৰ্তমানলৈকে কোনো মচিব নোৱাৰি ।
পাঃমে আপ্পুন বোলছবিখনত দিলীপ মৰাং , ৰামচন্দ্ৰ দলে , ৰবিন দলে , ললিত পায়েং , নোমল পায়েং , তৰুলতা কুটুম , জানমণি পায়েং ইত্যাদি অভিনেতা - অভিনেত্ৰী সকলে অভিনয় কৰি ৰাইজক মোহিত কৰিছিল ।
এতিয়া আকৌ সেই পাহৰিব নোৱাৰা পাঃমে আপ্পুন বোলছবিখনি পুনৰ এবাৰ পাঃমে আপ্পুন লৌকদা বুলি আমি উপভোগ কৰিব পাৰিম সেয়াই আমাৰ বাবে সৌভাগ্য । A Film by Satyajit Morang .....চিত্ৰনাট্য - ডেনি দলে , প্ৰযোজক - সত্যজিৎ মৰাং । পাঃমে আপ্পুন লৌকদা বোলছবিখনত জিন্তী পাংগিং ৰ কন্ঠদানেৰে , গীতিকাৰ - আনন্দ দলে , গোলাপ বৰি । অভিনয়ত - ললিত পায়েং , সত্যজিৎ মৰাং , সোমন দলে , নিয়াশ্ৰী দলে , দিবাকৰ পেগু , ফিৰোজ পেগু , কামৰোপ বৰাং ,নবদিপ কুটুম ইত্যাদি ইত্যাদি আৰু বহুটো জনপ্ৰিয় অভিনেতা - অভিনেত্ৰী আমি দেখিবলৈ পাম । আমাৰ সেয়াই কামনা পাঃমে আপ্পুন লৌকদা বোলছবিখনিক ৰাইজে আদৰি ল'ব আৰু আমাৰ বিশ্বাক ৰাইজেও অপেক্ষাত ৰৈ আছে । শেষত মা' অঞ্জুলী প্ৰডাকচনৰ উদ্যোক্তা সকলোলৈ অশেষ ধন্যবাদ জনালোঁ ।

Пікірлер: 1
@chironjeettaid7167
@chironjeettaid7167 5 ай бұрын
❤❤❤❤
Slow motion boy #shorts by Tsuriki Show
00:14
Tsuriki Show
Рет қаралды 10 МЛН
Nastya and SeanDoesMagic
00:16
Nastya
Рет қаралды 43 МЛН
Finger Heart - Fancy Refill (Inside Out Animation)
00:30
FASH
Рет қаралды 29 МЛН
New update Pa:me Appun Lékoda
20:04
Sanjay doley ko
Рет қаралды 3,5 М.
YBY Trading Dinwiniprai Gwila Nama |Bese Gwbao Tabaogwn YBY Trading
7:55
Nainai Nwjwr Online
Рет қаралды 34 М.
YBY niprai aangnisim _Ma jamardwng dayw ? update
8:41
MJ ANYTHING
Рет қаралды 36 М.
Paglam pamem //by Tarulata Kutum//
7:11
Tarulata kutum Official
Рет қаралды 440 М.
Slow motion boy #shorts by Tsuriki Show
00:14
Tsuriki Show
Рет қаралды 10 МЛН