Panchana | Zubeen Garg | Panchana Rabha | KANCHANJANGHA | Assamese Film Song 2019

  Рет қаралды 5,772,639

Times Music Axom

Times Music Axom

Күн бұрын

Пікірлер: 2 300
@marulidharrabha8339
@marulidharrabha8339 3 жыл бұрын
❤️❤️❤️আজি 13.07.2021 কমেন্ট কৰি ৰাখি দিলো। হয়টো বছৰ বছৰ ধৰি মোৰ দৰে গানটো শুনি যাব । জুবিন দা তুমি কি লৈ সৃষ্টি হৈছে মই নাজানো,, কিন্তু মই নিজকে গৌৰৱ কৰো,,, কাৰণ তুমি আমাৰ মাতৃভূমিৰ সোণৰ টুকুৰা। এই গানটো কেতিয়াও পুৰণি নহয় । ধন্যবাদ জুবিন দা।❤️❤️❤️
@user-kr9lf9if4f
@user-kr9lf9if4f 7 ай бұрын
Super comment brother respect for you 😢
@marulidharrabha8339
@marulidharrabha8339 7 ай бұрын
@@user-kr9lf9if4f বহুত বহুত ধন্যবাদ।
@Pankaj-hg4vx
@Pankaj-hg4vx 2 ай бұрын
Aji 3 years complete hol apunar comment
@marulidharrabha8339
@marulidharrabha8339 2 ай бұрын
@@Pankaj-hg4vx হয় আপোনাৰ কমেন্ট পাই আকৌ আজি শুনিলো। বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ।🙏❤️
@Pankaj-hg4vx
@Pankaj-hg4vx 2 ай бұрын
😊❤❤​@@marulidharrabha8339
@RealNewsFairAnalysis
@RealNewsFairAnalysis 5 жыл бұрын
বহুত কন্দুৱালে পাঞ্চনাই ♥️♥️ গানৰ কথা একো নকওঁ ঔ জুবিন দা ...হিয়াৰ আমঠু ♥️
@vishalvishnusaikia4042
@vishalvishnusaikia4042 5 жыл бұрын
😊
@তোবাৰানীখুৰাং
@তোবাৰানীখুৰাং 5 жыл бұрын
ৰাভা জাতিৰ জাতীয় পৰম্পৰা ফাৰগান্ঠী গীত(পানচুনা ডালায়)...জেতিয়া স্বামী ধুকায় তেতিয়া এই ফাৰগান্ঠী গীত গাই পূনৰ জন্মত লগ পোৱাৰ আশাত পখী হৈ দূখত কান্দি ৰৈ থকা বুজাই। গা নম উঠা অন্তৰ চুই জোৱা ঊচপিব লগা সুৰ।
@mrigenkalita5787
@mrigenkalita5787 5 жыл бұрын
Thank you so much for the information....
@rrr5223
@rrr5223 5 жыл бұрын
Mozzaa
@তোবাৰানীখুৰাং
@তোবাৰানীখুৰাং 5 жыл бұрын
@@mrigenkalita5787 most welcome
@pranjalkalita8249
@pranjalkalita8249 5 жыл бұрын
Rabha traditional song, junkhini iyat sonjukto kora hoise, xekhini r ortho koi dibo paribo neki??
@sumiboratalukdar3542
@sumiboratalukdar3542 5 жыл бұрын
Hosake jdy u language buji napau gan2y mon sui jai logoty gar num hihore uthy
@rupaksarma3297
@rupaksarma3297 4 жыл бұрын
অসমত আৰু দ্বিতীয় জন এনেকুৱা গায়ক কেতিয়াও নোলায় , ভগৱানে আপোনাক সদায় কুশলে ৰাখক 🙏
@Grishmabaro578
@Grishmabaro578 2 жыл бұрын
অসমত পৃথিৱীতে নোলায়
@M.H800
@M.H800 2 жыл бұрын
xosa ktha❤️ love u zubern da❤️
@devdas8542
@devdas8542 3 жыл бұрын
বহুত মদ খাই দিলোঁ ও.. জুবিন দা😭 এনে আবেগিক মন তাতে আকৌ আপোনাৰ এই সৃষ্টিশীলতা ৰখাবই নোৱাৰিলোঁ মনটো 😭😭 জুবিন দা আপুনি মোৰ কলিজা হয় কলিজা আপুনি মোৰ ....
@arupgoswami2297
@arupgoswami2297 6 ай бұрын
কিয় মদ খালা পাগলা !
@babugogoi7777
@babugogoi7777 2 ай бұрын
Mod khalau nesa nodhore o bohut monot pore ateau
@niharborah4352
@niharborah4352 5 жыл бұрын
চিনেমাখন চাই থাকোঁতেও চকুপানী ওলাইছিল, আৰু এতিয়াও ওলাইছে.... যিমান সঁচা প্ৰেমৰ সম্পৰ্ক হলেও টকা বা চাকৰি নাথাকিলে বিভাজিত হোৱাটো বৰ্তমান সময়ত স্বাভাৱিক যেন হৈ পৰিছে.... Love u ZG😍😍
@Kingjintu
@Kingjintu 3 жыл бұрын
Thik koisa broo
@rinkuali3922
@rinkuali3922 3 жыл бұрын
And also religion
@rupamdas7277
@rupamdas7277 5 жыл бұрын
বহুত কন্দুৱায় এই গানটোৱে 😭 এনেকৈ প্ৰাণঢালি গাব লাগে নে জুবিন দা ! 😢
@pritamsutradhar4870
@pritamsutradhar4870 5 жыл бұрын
Filim khon June saise ai gantut sbre sukupani ulaisey.
@rakeshpratimnath1505
@rakeshpratimnath1505 5 жыл бұрын
Film t u soku pani ulaise re😌 Etiyao gaan tu xunile kandi dibo mon jai😭
@ujjalhazarika8097
@ujjalhazarika8097 5 жыл бұрын
Rupam Das Jlydllx.
@allthings4014
@allthings4014 5 жыл бұрын
Muku
@kristinakalita8966
@kristinakalita8966 5 жыл бұрын
*কাঞ্চনজংঘাৰ এইটো দৃশ্য চাই নাকান্দা মানুহ চাগে খুব কমেই❤️অন্তৰস্পৰ্শী অভিনয়ৰ লগতে গীতৰ কথা , সুৰ অতি সুন্দৰ 💚 কণ্ঠৰ কথাটো কব এ নালাগে 👌শেষত এটাই কম জয় জুবিন দা❤️ বহুত বহুত ধন্যবাদ দাদা ইমান ধুনীয়া বোলছবি এখন আমাক উপহাৰ দিয়াৰ বাবে* ❤️
@himangshubarman812
@himangshubarman812 5 жыл бұрын
Moi aru kandilu atiya
@dibbyadas3843
@dibbyadas3843 5 жыл бұрын
Yes.... Me
@rhinogaming5784
@rhinogaming5784 5 жыл бұрын
😭😭😭😭😭😭 ....
@bjbaglari7109
@bjbaglari7109 5 жыл бұрын
Moi
@prerona3971
@prerona3971 5 жыл бұрын
Hosaii..
@sumigunajitdas9281
@sumigunajitdas9281 5 жыл бұрын
জুবিন দা আপোনি কান্দোতে মই বহুত কান্দিছো..অনুগ্ৰহ কৰি আপোনি নেকান্দিব...😭😭😭😭
@kamalbania5801
@kamalbania5801 4 жыл бұрын
Moja.lagise.zubeen.da
@sumigunajitdas9281
@sumigunajitdas9281 4 жыл бұрын
@@kamalbania5801 হয় ভাই
@smartclasses2537
@smartclasses2537 3 жыл бұрын
Kela
@babugogoi7777
@babugogoi7777 2 ай бұрын
Bohut dukh lage Gaan TU age u monot pore are thoi juwa din bur
@das9671
@das9671 5 жыл бұрын
জুবিন দা অসমৰ ভগৱান হয় নিশ্চয় লাইক এটা পাম 🙏🙏
@bipulsaikia9013
@bipulsaikia9013 3 жыл бұрын
Yes 👍🏻👍🏻
@assamgyan6850
@assamgyan6850 5 жыл бұрын
কান্দিছিলো হলত কোনোৱে গম নোপোৱাকৈ গানটোত ৷ জুবিনদাৰ অন্যতম হৃদয়স্পৰ্শী গান, যিটোৱে কলিজা কপাই যায় ৷❤️
@prantoshduarah9997
@prantoshduarah9997 5 жыл бұрын
বাস্তৱৰ জীয়া ছবি,এনেকৈ কত ল'ৰাই নিজৰ প্ৰেম পাহৰিব লগীয়া হয় কিয়নো একোজন ল'ৰা জীৱনত কিমান সক্ষম সেইয়া সমাজখনে তেওঁৰ চাকৰিৰ দৰমহাৰ ওজন কিমান,নতুবা কেনেকুৱা কাম কৰে সেয়া চাইহে নিৰ্ণয় কৰে... সমাজে কয় একোগৰাকীৰ নাৰী হোৱাটো বহুত টান,কিন্তু মোৰ মতে এনেকৈ নিজৰ সপোন,নিজৰ প্ৰেম,নিজৰ আশাবোৰ জীয়াই জীয়াই শ্মশানত জ্বলাবলৈ সাহস আৰু ধৈৰ্য লাগিব...
@mridusmitasarma6726
@mridusmitasarma6726 5 жыл бұрын
Akdom soca ktha,,,,, Emn khini sasokh sokolure nathake
@Pranjal-u6f
@Pranjal-u6f 5 жыл бұрын
Hosa
@mohancreation3412
@mohancreation3412 5 жыл бұрын
Thik koise
@nisantakalita5535
@nisantakalita5535 5 жыл бұрын
Hoi re
@mujahidulislam623
@mujahidulislam623 5 жыл бұрын
Yes bro😢
@rdEducation.999
@rdEducation.999 5 жыл бұрын
গীত টো কাৰ কাৰ এতিয়া লৈ বহু বাৰ চাই ও হেপাহ পলোৱা নাই মোৰ দৰে ।😝😘 জুবিন দাৰ বাবে 1 millions Like দিয়া চবে মিলি 🙏🧐😍🥰
@rdEducation.999
@rdEducation.999 3 жыл бұрын
@Noku Da Koch Yogi sosakoi a
@North_east_girl
@North_east_girl 3 жыл бұрын
Moi sab u nuwaru xunib u nuwaru..kanda jai mur...😭😭
@rdEducation.999
@rdEducation.999 3 жыл бұрын
@@North_east_girl 😭😭😭
@pranjitnathphotography1906
@pranjitnathphotography1906 3 жыл бұрын
Mor. Aro. Life time. Sam❤️❤️❤️
@rajachetia7605
@rajachetia7605 2 жыл бұрын
জুবিন দাৰ পৰা মাত্ৰ এনেকুৱা এটা জীয়া গান আশা কৰিব পাৰি। প্ৰাণ ঢালি যেন সকলোৰে জীৱনৰ এটা অনুভৱ চিঞঁৰিছে।
@sachankadas5603
@sachankadas5603 3 жыл бұрын
Jubeen da..... Beya time t apunar gaan keita a support hoige... Sobei log ari dia thaki jai apunar gaan keita😔😔😔😔😔
@kishordeka5582
@kishordeka5582 Жыл бұрын
Hoi dia, xai babe zubeen da, bhuguban boli vabo
@Cornelisha
@Cornelisha Жыл бұрын
Same feelings and emotions here with me bro ❤...Jai Zubeen Daa..
@OmprakashChetry-jo7ll
@OmprakashChetry-jo7ll 8 ай бұрын
​@@kishordeka5582rr😅ttu😂u
@nirmalhira8653
@nirmalhira8653 7 ай бұрын
Heibbe xodai vl pau lv u always ❤
@avijitsaha6512
@avijitsaha6512 6 ай бұрын
dont trust any girl bro alwayes ve alone ❤
@dhanmanideka4078
@dhanmanideka4078 5 жыл бұрын
কোনোৱে নাকান্দি😭😭 থাকিব পৰা নাই অ...জুবিন দা । আপোনাৰ কন্ঠ 🔥🔥🔥 জুবিন পাগল আমি😍😍❤ 👇👇
@bidyuttalukdar2495
@bidyuttalukdar2495 5 жыл бұрын
চিনেমা খন চোৱাৰ পিছত এই গীতটোৱে বৰকৈ আমনি কৰি আছে মোক । Love You Zubeen Da....
@vrinajdax4591
@vrinajdax4591 5 жыл бұрын
জুবিন দাক কোনে কোনে হিয়াৰ পৰা মনৰ পৰা ভাল পোৱা এটা Like 👍❤দি যোৱা ........
@bjbaglari7109
@bjbaglari7109 5 жыл бұрын
SD Voice Chanel moi
@fiznurali4808
@fiznurali4808 5 жыл бұрын
Moi tammam vl pao de
@technicianja6323
@technicianja6323 5 жыл бұрын
@pareshmoran3479
@pareshmoran3479 5 жыл бұрын
SD Voice Chanel moi9678375512
@HASSAN_118
@HASSAN_118 5 жыл бұрын
বুকুৰ আমঠু। Love you bro
@mdaitaz9866
@mdaitaz9866 3 жыл бұрын
ইমান ওপৰৰ scale ত ইমান সুৰত গোৱা এজনেই আছে মাঠু ❤🙏🏻
@Dipankarlahakar-z1t
@Dipankarlahakar-z1t 3 жыл бұрын
ase..sonu nigam..ustad nusrat fateh ali khan...Zubeen love you
@simantakalita97
@simantakalita97 3 жыл бұрын
Sunidhi Chauhan & Jaspeendar Narula
@ritiksambedi9262
@ritiksambedi9262 3 жыл бұрын
@@Dipankarlahakar-z1t kk u ase
@haritsongito9601
@haritsongito9601 2 жыл бұрын
Kk ase .....sonu nigam r baru Zg r xoman craze tu nathake high scale t......but kk e zg r dorei high scale t gabo pare with feel...but Zg is my fav.......BHK is my all time respected personality
@kuldeepnath441
@kuldeepnath441 2 жыл бұрын
Shankar Mahadevan
@parashmonibhuyan9760
@parashmonibhuyan9760 Жыл бұрын
Zubeen Garg is not just a name it is the emotion of millions of people in India.
@jeherulhoque7326
@jeherulhoque7326 5 жыл бұрын
জুবিন দাদা আপোনাক অন্তৰৰ পৰা হতকোটি প্ৰণাম জনাইছোঁ। কিমান যে অপেক্ষা কৰি আছিলোঁ এই গানটোৰ ভাবে, প্ৰত্যেক দিনাই sharch কৰিছিলোঁ কিন্তু পোৱা নাছিলোঁ। গানটো বহুত এ ভালপাওঁ ,যিদিনা প্ৰথম দেখিছিলো চিনেমাটো চকুত পানী ওলায় গৈছিল। আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আৰু সুন্দৰ সুন্দৰ চেনেমা নিৰ্মাণ কৰি আমাক উপহাৰ দিব পাৰে।
@dorpok2137
@dorpok2137 5 жыл бұрын
*বাংলাদেশের মানুষের পক্ষ থেকে অসংখ্য ভালোবাসা রইলো Zubeen Garg Sir......*
@sudeepchowdhury3556
@sudeepchowdhury3556 5 жыл бұрын
Goosebumps....this is Vintage Zubeen...that passion, that Angst, that pain, that was so reminiscent in his 90's compositions
@jitumonisarmah5896
@jitumonisarmah5896 2 жыл бұрын
বিশ্বাস কৰক যেতিয়া "ৰাভা"জনগোষ্ঠিৰ সেই শব্দকেইটা গাইছিল,গাৰ নোম শিঁয়ৰি উঠিছিল মোৰ🙏❤
@gilbartshingrabha7284
@gilbartshingrabha7284 2 жыл бұрын
বাইদেউ অশেষ ধন্যবাদ জনালোঁ আপোনাক
@KoushikChutia-yf1jc
@KoushikChutia-yf1jc 2 жыл бұрын
1
@pandasa4519
@pandasa4519 2 жыл бұрын
Moi rabha
@chiranjibborahofficial
@chiranjibborahofficial 2 жыл бұрын
@@pandasa4519 rabha bhakha xikab pariba neki mok
@Yourdaddy.5
@Yourdaddy.5 Жыл бұрын
@@gilbartshingrabha7284 🔥🔥🔥❣️
@newzubeendaceneal1772
@newzubeendaceneal1772 Жыл бұрын
হৃদয় চুই গ'ল জুবিন দা 🙏❤😥🙏
@kaushikbailung1144
@kaushikbailung1144 5 жыл бұрын
আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা.. যাৰ নেকি গানৰ প্ৰতিটো শব্দই চুই যায় আমাৰ হৃদয়.... কন্দুৱাই দিলে আপোনাৰ এই গানটোৱে.. ইমান সুন্দৰ গান এটি উপহাৰ দিয়াৰ বাবে #ThankYouZubeenDa
@techrodali2199
@techrodali2199 4 жыл бұрын
এই গীতটি ৰাভা জনগোষ্ঠীৰ লোকগীতৰ পৰা লোৱা হৈছে, ৰাভা সকলৰ '' ফকৰান্তি '' নৃত্যত এই গীতটি সম্পূৰ্ণৰূপে পব|
@bipinbora3120
@bipinbora3120 5 жыл бұрын
জয় জুবিন দা।। চিনেমা চাওতে ‌যেতিয়া গানটো বাজিছিল চকুলো ওলাই গৈছিল।।।।
@ramenstarmaker6908
@ramenstarmaker6908 5 жыл бұрын
সছাই অন্তৰ চুই যোৱা গান ।জয় জুবিন দা। 😢😢😢
@9577546100
@9577546100 5 жыл бұрын
গানটো বহুত ভাল লাগিল...... "পানচূনাৰ দালাই" --- এটি ৰাভা জনজাতীয় গীতাংশ। প্ৰকৃততে "ফৰকান্তী" (মৃতকৰ আত্মাৰ সদগতিৰ বাবে কৰা এটি পৰম্পৰা) ত ওচৰ চুবুৰিয়া সকলে পৰিয়ালৰ লগ হৈ এই ধৰণৰ দুখৰ গীত মাতৰ অনুস্থান এটা কৰে যাতে মৃতকৰ পৰিয়ালক সান্তনা দি দুখৰ সমভাগী হ'ব পাৰি। ৰাভা জনজাতি সকলে বিশ্বাস কৰে যে মানুহৰ মৃত্যুৰ পাছত আত্মাটোৱে পখীৰ ৰূপ লৈ আহে পৰিয়ালৰ ওচৰলৈ। পখী হৈ কান্দে গছৰ দালত পৰি। "পানচূনা" মানে শিমলু গছ।মান্দাৰেনা ডালাই--মদাৰৰ ডালত, ওকাই(অকাই)----যাৰ কাই নাই/ অশৰীৰি(আত্মা), ত্ৰিঙেটা---ৰিঙিয়াইছে, তুকুৰছে--কপৌটোৱে, অ' মান্দাই----অ' চেনাই..... সেয়েহে গাই তেওঁলোকে---- " শিমলুৰ ডালত.....মদাৰৰ ডালত..... আত্মাটোৱে ডালত বহি , ডুগ ডুগুৰ মাতেৰে কপৌ হৈ বিনাইছে....অ' চেনাই......" পিছে গানটোৰ লগত ভিডিওটো অলপো নিমিলিলে। প্ৰিয়জনীক বিয়া পাতিব নোৱাৰি হেৰুৱাৰ বেদনাৰ লগত পানচূনাৰ গীতাংশ ব্যৱহাৰ উপযোগী নহল। "পানচূনা" গীতাংশ ৰাভা মহিলা সকলে মৃত্যু হোৱা আপোনজনক শোৱৰিবলৈহে গাই। পিছে জুবিন দাই পাছৰ খিনিত "পানচুনাৰ ডালাই"ৰ ঠাইত "পানচুনাৰ দোলাই" কৰি গাই ছোৱালীজনিৰ মানে "পানচুনাৰ" (চিনেমাখনত তাইৰ নাম যিহেতু পানচুনা) বিয়াৰ দোলাৰ কথা বুজাবলৈ বিচাৰিছে নেকি সেইটো হ'লে বুজি নাপালো!!!!
@prasanta-t5w
@prasanta-t5w 4 жыл бұрын
জুবিনক মাৰি থৈ গ'ল, সেইটো বুজাইছে। তাৰ হৃদয়ে যেন আজিও কান্দে তাক বুজাইছে
@bikashdabang4126
@bikashdabang4126 4 жыл бұрын
2mr ktha Akebare htya....kin2 zubeen dai ai gan2 eyat kio hglogno krile buji napalu
@junumonidas2162
@junumonidas2162 4 жыл бұрын
Hoi. Jubine najanib pare kintu Pansona Rabhai olp janib lagisil.
@parinitakashyap3078
@parinitakashyap3078 3 жыл бұрын
Moiu agree ai2 kthat....
@devdas8542
@devdas8542 3 жыл бұрын
হয় বিয়াৰ কথাই কৈছে দাদাই... দাদাই ঠিকে গাইছে .... আপোনালৈ ধন্যবাদ বুজাই দিয়া বাবে
@csikhakakati4187
@csikhakakati4187 4 жыл бұрын
অভিনয় হ'লেও জুবিন দাৰ ❤️ চকুপানী সহ্য নহয় 😭😭😭
@nayanjyoti2539
@nayanjyoti2539 5 жыл бұрын
যিমান বাৰ ভিডিওটো চাইছো সিমান বাৰে কান্দিচো ৷ ভিডিঅটো চাই আৰু কিমানে কান্দিছে এটা লাইক কৰক ৷
@smitamedhi7870
@smitamedhi7870 5 жыл бұрын
Yes
@bhabesbarman6980
@bhabesbarman6980 5 жыл бұрын
Nayan Jyoti.... Bhaesh.. Barnan
@hengul100
@hengul100 4 жыл бұрын
মোৰ চকু পানী ওলোৱা নাই , ইয়ে আজিৰ বাস্তব জীবনৰ ঘটনা কিন্তু অন্তৰে কান্দিছে ৷
@nicknick1160
@nicknick1160 4 жыл бұрын
Mor dukh lage no dada
@rekhadas4874
@rekhadas4874 4 жыл бұрын
Thanks
@mridulnath8077
@mridulnath8077 5 жыл бұрын
এটা অতুলনীয় গান উপহাৰ দিলে জুবিন দাই এই গানতোৰ জৰিয়তে। হয়তো মৃত্যুৰ আগ মুহুৰ্তলকৈ এইগানটো মোৰ বাবে চিৰস্মৰনীয় হৈ ৰব। ধন্যবাদ জুবিন দা
@shehnajsultana8419
@shehnajsultana8419 5 жыл бұрын
Mr bbeo hy rb...
@rinkubora7294
@rinkubora7294 4 жыл бұрын
Hi kare sa
@rakeshdasmorigaon
@rakeshdasmorigaon 5 жыл бұрын
২০১৯ ৰ সকলোতকৈ ভাল লগা গানটো। গানটো বাবে চিনেমাখন এবাৰ চোৱা পিছত আকৌ চাইছিলো। Panchana 💙 Zubeen Daaa💙
@priyankabarman2404
@priyankabarman2404 5 жыл бұрын
Moi 3bar saicu ai2 gaan r krne
@deepjyotigogoi2006
@deepjyotigogoi2006 5 жыл бұрын
এই গানতোৱে কলিজা কঁপাই যায় ৷ জুবিনদা তুমি অতুলনীয় ৷ কিন্তু লগতে ভাবিছো এই Dislike মৰা সকল ক'ৰ প্ৰাণী!!
@NoOne-cw3wf
@NoOne-cw3wf 5 жыл бұрын
General cast,Rss,bjp,..etc
@bijoyrabha7856
@bijoyrabha7856 4 жыл бұрын
proud 2 be a rabha tribe😍😍😍
@sbentertainment2894
@sbentertainment2894 4 жыл бұрын
জুবিন দাই কান্দোতে কাৰ কাৰ চকুৰ পানী ওলাইছে । এটা লাইক কৰি দিয়া।👇
@umexhnewxaikia9009
@umexhnewxaikia9009 5 жыл бұрын
😰😥বহুুত দুখ লগা হয়😓😢হৃদয় ভাঙি যোৱা এটি ঘটনা😥জুবিন দাক হৃদয় পৰা ভালপোৱা সকলোৱে লাইক এটা মাৰি থই যোৱা😍😘😻👍👍জয় জুবিন দা✊💏জুবিনদাক মই বহুত ভাল পাওঁ আৰু অসমৰ সকলো মানুহে জুবিনদাক হৃদয়ৰ পৰা বহুত মৰম কৰে😍😘😻✌
@biswajitkalita9246
@biswajitkalita9246 5 жыл бұрын
জুবিন দাক যদি সোচাকে ভাল পোৱা এটা এটা লাইক । মোৰ কাৰনে জুবিন দা কিন্তূ ভগাবান . জয় জুবিন দা
@monujgaming1633
@monujgaming1633 4 жыл бұрын
Qq
@upasanavlog2385
@upasanavlog2385 4 жыл бұрын
Same muru karone u Zubeen da bhogoban
@electroff2074
@electroff2074 3 жыл бұрын
Mur babeu
@electroff2074
@electroff2074 3 жыл бұрын
জয় জুবিন দা।
@growingbud8402
@growingbud8402 5 жыл бұрын
ইমান অৰ্থপূৰ্ন lyrics, ৰৈ আছিলো video টোৰ বাবে, জুবিন দাই এনেকে অনুভৱ কৰালে যে বুকুখন বিষাই গ'ল 😢
@ShafiqulIslam-fn8fq
@ShafiqulIslam-fn8fq 5 жыл бұрын
মন প্ৰাণ খুলি গীতৰ সুৰ দিয়া নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন দালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ.... আৰু সঁচা ভালপোৱাটো আজিৰ যুগত পোৱাটো তেনেই কঠিন....
@parthocreationsaxm2049
@parthocreationsaxm2049 10 ай бұрын
এই গানটি ইমানেই প্ৰিয় যেনে কি কম আৰু ভাষা নাই মোৰ আজি 9/2/2024 মই এই দিন টোত এটা মোৰ ফালৰ পৰা কমেন্ত কৰি ৰাখিলোঁ।। এই হৃদয় বিদাৰক গীতটি সকলোৰে মন প্ৰাণ চুই যায় এবাৰ সোনাৰ পাছত ।। মই হয় টো এই সংসাৰত নাথাকিলেও আহিব লগা প্ৰজন্মই আঁকোৱালি লব জুবিন দাৰ কণ্ঠত ভাঁহি উঠা এই গীতটিৰ পৰশ সকলোৰে তেজে তেজে বৈ যাব। জয় জুবিন দা।। জয় আই অসম।। ধন্যবাদ 🥲🙏❤️
@jyostnakakati643
@jyostnakakati643 5 жыл бұрын
গানটো শুনি নাকান্দা মানুহ চাগে নাই, বহুত কান্দিছো , ইমান সুন্দৰ গীত জুবিন দাৰ বাহিৰে আনে কেতিয়াও প্ৰাণঢালি গাব নোৱাৰে
@binudchutia1135
@binudchutia1135 5 жыл бұрын
Kakati you are my frind
@kanakdas8074
@kanakdas8074 5 жыл бұрын
Right. Atiau kandisu
@ritulhatimuria6497
@ritulhatimuria6497 5 жыл бұрын
জীৱন্ত ৰূপ ফুটি উঠিছে ❤ । কলিজা ফাটি যায় অ জুৱিন দা 💔💔
@AssameseAllVauna
@AssameseAllVauna 5 жыл бұрын
দিনটোৰ আৰম্ভণি আৰু সমাপ্তি এই গানটোৰ দ্বাৰাই কৰো❤️
@gaurangabarman7915
@gaurangabarman7915 5 жыл бұрын
অবুজ কাতৰতাৰ কৰুণ সুৰ, অকাৰণত বুকুখন বিষাই উঠে গানটো শুনিলে❤️
@madhusmitanath7517
@madhusmitanath7517 2 жыл бұрын
ময়ো মোৰ কলিজাতোক এনেকয়ে এৰি থয় আহিছো বহুত মনত পৰে অ তোমালে ..😭😭😭😭
@sahid-407
@sahid-407 Жыл бұрын
❤You😢
@JayantaChutia-zb1ez
@JayantaChutia-zb1ez 5 жыл бұрын
"পাঞ্চুনা' গানটো আগতে শুনা নাছিলো | কাঞ্চনজংঘা চাই থাকোতে 'পাঞ্চুনা' গানটো বাজোতে আপোনা আপুনি চকুপানী বৈ আহিছিল । হয় সুৰটোৱে শিহৰণ তুলি কলিজালৈকে শিপাই গ'ল| সঁচাই এটা হৃদয় ছুই যোৱা গীত |" কলিজাৰ কাৰেং ভাঙি,সপোনৰ সমাধি পাতি" কিমান ধুনীয়া শব্দ ।যি সকলে ছবিখন চাইছে তেওঁলোকেহে ইয়াৰ মহত্ব বুজি পাব । সঁচাকৈয়ে 'পাঞ্চুনা' অপূৰ্ব সৃষ্টি 💚💚
@jumankalita3417
@jumankalita3417 5 жыл бұрын
Cinema khon sai bhabi asu gantu relish katia dibo zubeen dar karone ata like hit
@zglvrbikashbaishya766
@zglvrbikashbaishya766 5 жыл бұрын
Zubeen daa apunak ki buli kom
@jyotishdeka2090
@jyotishdeka2090 5 жыл бұрын
Zubeen da hit
@bikibonia8046
@bikibonia8046 5 жыл бұрын
Moja
@darpandas6243
@darpandas6243 5 жыл бұрын
এইটো গানৰ ভিডিঅ' আগতিয়াকৈ মুক্তি নিদি বহু উপকাৰ কৰিলে। নহলে চিনেমাখন চোৱাৰ আমেজেই নাইকিয়া হ'ল হয়। ইয়াৰ অডিঅ' টো শুনিয়েই অনুমান কৰিছিলোঁ এইখন ছবি কোনটো পৰ্য্যায়ৰ হ'ব পাৰে। 👌
@kanakdas8074
@kanakdas8074 5 жыл бұрын
Hoi hoi moiu bohut vl paisu.late krar babe
@abcreation6241
@abcreation6241 5 жыл бұрын
Kanchanjangha akou sabo Mon goise😍😘😘 Nett ketiya koi dibogoi Janu, Val loga sinema sai hepah nopolai
@nixachor2726
@nixachor2726 3 жыл бұрын
দুখবোৰ যেন দ্বিগুন অনুভৱ হয় জয় Z.Garg❤️❤️❤️
@smmobilepoint
@smmobilepoint 5 жыл бұрын
বহুত দোখ লাগিল এই গানটো,,, কোনে কোনে চিনেমা হলত কান্দিলা এই গানটোত লাইক এটা দিয়া,, মই কান্দিলো😥😥😥
@bhanitadas7935
@bhanitadas7935 4 жыл бұрын
Moi bht kndiso cenema hall t ai gAAN TO XNI
@sahariahvlogs8397
@sahariahvlogs8397 4 жыл бұрын
moi
@rathinsarma3773
@rathinsarma3773 4 жыл бұрын
0
@manuranjan_deuri08
@manuranjan_deuri08 4 жыл бұрын
Iam
@salauddinali7400
@salauddinali7400 4 жыл бұрын
Moi oo 😭😭😭 bro
@thekuzuri7435
@thekuzuri7435 5 жыл бұрын
পাঞ্চুনা ডালায় মান্দাৰেনা ডালায় ওকাই ডালায় পাকেয়ান দূগ দূগুৰ দূগ দূগুৰ ক্ৰিঙেতা তুখুৰচে গচা অ অ মান্দায় পাঞ্চুনা ডালায় মান্দাৰেনা ডালায় ওকাই ডালায় পাকেয়ান ক্ৰিঙেতা তুখুৰচে গচা অ অ মান্দায় দূগ দূগুৰ দূগ দূগুৰ ক্ৰিঙেতা তুখুৰচে গচা অ অ মান্দায় কলিজাৰ কাৰেঙ ভাঙি সপোনৰ সমাধি পাতি যাতনাৰ খৰাং খিচি পৰানৰ কবিতা ফালি উৰুঙা হাহাকাৰে মোক জোকাই কলেহি তুমি নাই কতো নাই পাঞ্চুনাৰ দোলা দূগ দূগুৰ দূগ দূগুৰ সবদে দূৰলৈ যায় পবালি আঙুলিৰ পাহিতে সোণালী আঙুঠিৰ হাঁহিয়ে নাসাজিলে ঘৰ সুখৰ সোৱৰি অতীতৰ বাঁহীয়ে বিচাৰি লৰালিৰ প্ৰিতিৰে পাহৰিলে সুৰ নিজৰ গুমুঠা গুমুঠা আকাশে বুকুতে জিৰাই উৰুঙা উৰুঙা উশাহে নিজকে জ্বলাই পাঞ্চুনাৰ দোলা গৰকি মোহাৰি যায় অসময় সময়ৰ পলকে কলেহি নিয়তিৰ কাণতে নিজানো নিজৰ নহয় সপোনৰ সমাধিৰ এঙাৰে কলেহি পোহৰৰ কাণতে এন্ধাৰো নিজৰ নহয় ধুমুহাৰ কুকুহা বতাহত উৱলি গ'ল মৰমৰ মালিতা বুকুতে মলঙি গ'ল পাঞ্চুনাৰ দোলা গুলুঙৰ আমথু গৰকি মোহাৰি যায় দুগ দুগুৰ দুগ দুগুৰ সবদে দূৰলৈ দূৰ দূৰলৈ যায় পাঞ্চুনাৰ দোলাত তুমি নাই ময়ো নাই নাই নাই আজি কোনো নাই
@jupitara117
@jupitara117 5 жыл бұрын
Wau
@axmboysgaming3227
@axmboysgaming3227 5 жыл бұрын
Tnx bro for lyrics Love d song \(-ㅂ-)/ ♥ ♥ ♥◌⑅⃝●♡⋆♡LOVE♡⋆♡●⑅◌
@paragjyotidas6715
@paragjyotidas6715 5 жыл бұрын
Tq fr the lyrics
@jupitara117
@jupitara117 5 жыл бұрын
I think majot alp roi goise
@shashankarboruah5030
@shashankarboruah5030 5 жыл бұрын
OMG.....wow
@Bastab__zg
@Bastab__zg 5 жыл бұрын
গীতটি শুনিলে মোৰ গা নোম শিহৰি উঠে... দাদাৰ voice wao😍😍😘
@HASSAN_118
@HASSAN_118 5 жыл бұрын
প্ৰিয় জুবিনৰ হিয়া ভঙা কান্দোনৰ সুৰ ভাঁহি আহিল চকুৰ আগত। নোৱাৰি সহিব । Love you bro.
@alltypesjadav3060
@alltypesjadav3060 4 жыл бұрын
Hio
@biswajitrabha7796
@biswajitrabha7796 5 жыл бұрын
Assamese language with Rabha language... & Tate akou #Zubeen_Daa Seriously song tu xuni pelai Emotional hoi golu😢😢😢😭Heart touching voice 👍👍
@nipongogoi597
@nipongogoi597 5 жыл бұрын
একক আৰু পৃথক , তেৱেঁই জুবীন দা ♥️♥️♥️
@pranjalsarma8186
@pranjalsarma8186 5 жыл бұрын
নিজক দেখা পাওঁ এই গীতটোত😓 অন্তৰখনে হাহাকাৰ কৰি উঠে😓
@minakshi1966
@minakshi1966 5 жыл бұрын
Prajanl tmi nkee
@pobitrabharali7613
@pobitrabharali7613 5 жыл бұрын
ফাল্টো কৰবাৰ কথা কয় চা
@dhrubabarman8047
@dhrubabarman8047 5 жыл бұрын
Moi o heruaiasu
@davodas9144
@davodas9144 5 жыл бұрын
😢😢😭😭😭😭😭
@santanadeka268
@santanadeka268 5 жыл бұрын
Moi bouji poua
@NoName-xo4qz
@NoName-xo4qz 5 жыл бұрын
বহুত কঠিন হৃদয়ৰ মানুহেও কান্দিলে গানতো শুনি।
@thewowclips2871
@thewowclips2871 4 жыл бұрын
This is not just a song man. Its a feeling. Here's a message to all the #loverboys: Be prepared, be strong, work hard and be someone in your life. So that you won't have to go through a situation like this.
@moslehasiddika1386
@moslehasiddika1386 3 жыл бұрын
প্ৰতিটো শব্দ হৃদ়স্পৰ্শী....চকুপানী ওলাই গল 😭😭
@pankajpayeng_susen
@pankajpayeng_susen 5 жыл бұрын
যিসকলে কাঞ্চনজংঘা চাইছে কমেন্টত লাইক এটা কৰি যাওক৷
@pritamsutradhar4870
@pritamsutradhar4870 5 жыл бұрын
Saisu ei gantuwe kunduway... Really heart teaching..
@rajibsarania9969
@rajibsarania9969 5 жыл бұрын
bohut kandiso so agi vidio2 pai val lagil
@bijoyboro9776
@bijoyboro9776 5 жыл бұрын
Moykasongonhasabopoynayobupoymonotbohoutasaassakicruholotsabloytoymnapayogodimoboyloteneholesabloypolauhatandoneobadnomosscarr
@bordoloipapu5150
@bordoloipapu5150 5 жыл бұрын
Pankaj Susen mur zubeen mama hoi
@dhrubajitdas3054
@dhrubajitdas3054 5 жыл бұрын
2 bar saisu
@pky424
@pky424 5 жыл бұрын
কাঞ্চনজংঘাৰ এই গানটোৱেই ক'ব নোৱাৰাকৈ বেয়াকৈ কন্দুৱালে সঁচাই! জুবিনদাৰ ৰৈ থাকি চাই ৰোৱা দৃশ্যটো উফ্ফ্...!!!
@kanakdas8074
@kanakdas8074 5 жыл бұрын
Xeitu timet mur siori kndib mn jai o zbn daa
@rinkubora7294
@rinkubora7294 4 жыл бұрын
@@kanakdas8074 vghskgl poo dvbggbf
@thamasboruah3810
@thamasboruah3810 5 жыл бұрын
গান তো ‌‌‌‌‌‌😭😭😭😭 তুমি এনে কৈয়ে কইনা হাজত মোৰ চকুৰ আহেৰে গৈচিলা । তুমি সদায় সুখি সোৱা ।
@jiyanjyotiSingha
@jiyanjyotiSingha 7 ай бұрын
জুবিন দা অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত আছে। আৰু থাকিব তেওঁ আমাৰ সকলোৰে হিয়াৰআমঠু তেওঁৰ গানে দিয়ে বহুতো নতুন ভাষা নতুন প্রকাশ,সৃষ্টি আৰু দুখ , সুখ সকলোতে তেওঁৰ গানে মানুহক আমোদ দিয়ে। কোনে কোনে দিনত এবাৰ হলেও তেওঁৰ গান শুনা। এটা লাইক কৰি দিয়া please🙏.. Jai Zubeen daa🙏🥰🙏
@archanadutta2583
@archanadutta2583 4 жыл бұрын
অসমীয়া চিনেমাৰ আটাইতকৈ ভাল লগা অভিজ্ঞতা । কোনো ছবিত এনে অনুভৱ হোৱা নাছিল যিমান এই চিনেমা খন চাই হল । মা এই চিনেমা খন চাবলৈ যোৱা নাছিল কিন্তু এই গীতটি বাৰে বাৰে চাইছিল । - joi kanchanjangha
@dipakdas5245
@dipakdas5245 5 жыл бұрын
ইমান কষ্ট-বেদনাৰ অন্তৰৰ পৰা গানটো গোৱা কাৰণে জুবিন দা ধন্য❤️❤️❤️❤️
@mrinaldas6773
@mrinaldas6773 5 жыл бұрын
চিনেমা খন চাই এই গান তো এ মোক খুব কন্দুৱাইছিল দাদা।। 😭😭😭😢😢 নাজানো কিয় বা হৃদয়ত লাগি যায় এই গান তো।।।
@tilutpalborpatra8016
@tilutpalborpatra8016 5 жыл бұрын
হৃদয় চুই গল লগতে চিৰদিনৰ বাবে সাচ বহুৱাই থৈ গল বুকুত ❤❤❤❤❤
@parthajitnath6107
@parthajitnath6107 9 ай бұрын
গানটোৰ কথা, সুৰ আৰু কণ্ঠ খুবেই শুৱলা, জুবিন দাক লৈ বহুত গৌৰৱ অনুভৱ কৰোঁ....i love you zubeen daa 💗❤️❤️❤️🌸 💗 ❤❤❤❤
@nakhyatra9714
@nakhyatra9714 5 жыл бұрын
মোৰ জীৱনৰ এটা জীয়া কাহিনী ছবিখনত দেখি দুচকুৰে তপত অশ্ৰু বাগৰিল,,,
@jyotishmandekaraja
@jyotishmandekaraja 5 жыл бұрын
Seriously Tribal Songs are Very Rich in Culture. It's just a Sample Of Rabha Song, There are Many more Superhit songs their in Rabha Community. And if you want more Super Hit Tribal Songs than go for Boro, Tiwa, Dimasa, Karbi, Rabha, Hajong,... Make Assam a Officially Tribal Language state. Tribals rich cultural were disappearing day by day. Please Support Tribals.
@hrkrava1924
@hrkrava1924 5 жыл бұрын
U r right bro ❤️
@avinchadventure4611
@avinchadventure4611 5 жыл бұрын
We support Northeast and all the tribes n culture.
@debanujsarmah2593
@debanujsarmah2593 4 жыл бұрын
Assam is one ...... these diversion between tribes will divide Assam. Be unite.
@swagotbharadwaz1645
@swagotbharadwaz1645 2 жыл бұрын
Bro the fact is that....tribes like bodo rabha even want separate state from our mother assam.......they lack unity ....if we Assamese of assam were one......noone could take our land
@dhoneswardas1307
@dhoneswardas1307 5 жыл бұрын
বহুত দুখ লগা গান অ জুবিন দা... আপোনাৰ গানবোৰ নাজানো কিয় ইমান ভাল লাগে....#LoveYouZubeenDa
@sweetlenadas9857
@sweetlenadas9857 5 жыл бұрын
যিমান বাৰ শুনো তেতিয়াই চকুপানী ওলাইছিল চিনেমা খন চোৱাৰ পিছত। জুবিন দা কি দুৰ্দান্ত অভিনয় কৰিছে আপুনি।
@udoyadityagogoi9563
@udoyadityagogoi9563 4 жыл бұрын
Best song of Zubin da
@birupakshya2417
@birupakshya2417 5 жыл бұрын
গীতটি শুনিলে চকুৰ পানী ওলাই যায়...... হৃদয় চুই গৈছে
@khichiri
@khichiri 5 жыл бұрын
গীতটিয়ে চাগে সকলোৰে হৃদয় চুই গৈছে৷ নাকান্দো বুলি ভাবি থকা মানুহকো কান্দিবলৈ বাধ্য কৰাইছে৷😥😥
@abinashkalita8952
@abinashkalita8952 5 жыл бұрын
ভালপোৱা মানুহজনৰ সৃষ্টিয়ে যেতিয়া কন্দুৱাই৷
@jugantamahanta486
@jugantamahanta486 5 жыл бұрын
উফ্ ..... কি সৃষ্টি জুবিন দা আপোনাৰ ..... ❤️ মন প্ৰাণ শিহৰি উঠে আপোনাৰ সুৰ কাণত পৰিলে .....আচৰিত..
@pritam-anubhab2927
@pritam-anubhab2927 5 жыл бұрын
জুবিন দাক ভাল পোৱা সকলে এটা টিপ চহী দিবা.. আৰু বনাই যাব দাদা💕
@dhritishmankashyap2111
@dhritishmankashyap2111 6 ай бұрын
In this generation the heartbrokens are busy in listening to "Bekhayali".......And i m addicted to this masterpiece...it's 1000 times saddest ever song..💯
@dhimanjuti
@dhimanjuti 6 ай бұрын
You have a good taste
@jyotismoyborah8841
@jyotismoyborah8841 5 жыл бұрын
Single আৰু অলপতে বিচ্ছেদ হোৱা ল'ৰাসকললৈ বিনম্ৰ আহ্বান তোমালোকে বেছিকৈ এই গানটো নুশুনিবা।
@analyticalworld8975
@analyticalworld8975 5 жыл бұрын
Bro কি কৈ দিলা, মোৰ লগত এনেকুৱা হয় বুলি ভয় লাগে দুখ লাগে 😫😫😫
@user-nj8kq2dk6p
@user-nj8kq2dk6p 3 жыл бұрын
😂😂😂😂😂
@hirak6123
@hirak6123 5 жыл бұрын
কাৰ কাৰ চকুৰ পানী ওলাইছিল এই গীতটোত ? মোৰ কিন্তু গা সিৰ সিৰাই গৈছিল 😢😢😢
@analyticalworld8975
@analyticalworld8975 5 жыл бұрын
Mur ulaise re 😰😰
@nasrunakhtara9712
@nasrunakhtara9712 5 жыл бұрын
Moi tu siyori kandibo baki...emn dukh loga ei scene tu
@kanakdas8074
@kanakdas8074 5 жыл бұрын
jetiai vdo tu sau tetiai kandu rb nuara hoi jau o moi
@enamulhoque32
@enamulhoque32 5 жыл бұрын
😥😥😥
@atvoriginals
@atvoriginals 5 жыл бұрын
Kiba kori sokur paani control korisu😢😢😢
@dimpibarman1073
@dimpibarman1073 5 жыл бұрын
Moi jidina flim khn sabo goixilu bht kndisilu... Aji akow kandilu.... Lvvv uu zubeen daa.....
@jimpydutta8631
@jimpydutta8631 5 жыл бұрын
বুকুত হাজাৰ ঢৌ তুলি যায় এই পাঞ্চনা গীতটিয়ে।। প্ৰত্যেকবাৰেই চকুলো সৰে অজানিতে বাৰে বাৰে😥❤️।।
@pranjal.saikia
@pranjal.saikia 5 жыл бұрын
যাৰ জীৱনত হৈছে সিহে বুজি পাই হেৰুৱাৰ বেদনা |
@kushalkumarray5851
@kushalkumarray5851 2 жыл бұрын
জুবিন দা আপোনাৰ সৃষ্টি মহান। শিৰে শীৰে লাগি যায়। অভিনয় বহুত ভাল হৈছে ।
@dibyajyotiburagohain4501
@dibyajyotiburagohain4501 5 жыл бұрын
অৱশেষত অপেক্ষাৰ অন্ত পৰিল;জুবিন দা❤️
@1piecexworld448
@1piecexworld448 5 жыл бұрын
Hit a Like for ZUBEEN DA 😍😍
@manalishadas2421
@manalishadas2421 5 жыл бұрын
Ai2 song khuni nkonda mnuh sga ny a 😭😭 . 2019 r best best best song ai2 ❤❤❤❤💕💕💕💕💓💓💓
@lakhomeakadmi8429
@lakhomeakadmi8429 4 жыл бұрын
Moi nakandu ba mor lift aidin ketiyaww nahe
@manalishadas2421
@manalishadas2421 3 жыл бұрын
@@lakhomeakadmi8429 ভগৱানে ভালে ৰাখক তোমাক 😊এনেকুৱা দিন কাৰো জীৱনত নহওক 😊
@lakhomeakadmi8429
@lakhomeakadmi8429 3 жыл бұрын
@@manalishadas2421 ahile mangso khuwam kokurok jiye ahe ahot haire mangkho uliym moi
@himanshudeka3888
@himanshudeka3888 3 жыл бұрын
@@manalishadas2421 bhut bhut vl lge
@manalishadas2421
@manalishadas2421 3 жыл бұрын
@@himanshudeka3888 Hm . 2mi aji he saisa nki song2😊
@pranjaldevsarma4752
@pranjaldevsarma4752 4 жыл бұрын
কোনে কোনে 2020 জুনত শুনি আছা like কৰা💞
@amothurmorom
@amothurmorom Жыл бұрын
Aku kb baki ni gaan2.......lv u lv u zubeen da.....tumi vogobny uprt ❤
@Kingfisherlover
@Kingfisherlover 5 жыл бұрын
আজি চাইহে মনতো শান্তি পালো। ধেমাজী বাসিয়ে আজিহে উপভোগ কৰিব পাৰিছে।
@HaramiRoasterBoyAd
@HaramiRoasterBoyAd 5 жыл бұрын
এনেকৈ আবেগ ঢালি গান নাগাব জুবিন দা,,,মই নোৱাৰোঁ আপোনাৰ চকুৰ পানী চাব নোৱাৰোঁ জুবিন দা,, love u জুবিন দা,,😥😥😥😥
@dhrubabaruah5808
@dhrubabaruah5808 5 жыл бұрын
পৃথিৱীৰ ভিতৰতে সোণালী কণ্ঠ জুবিন দাৰ
@sutpalk1999
@sutpalk1999 5 жыл бұрын
Yes
@kanakdas8074
@kanakdas8074 5 жыл бұрын
Ekdom khosa kotha.zbn daak bd d aanor gaan hunatu mur babe bohut tan
@voiceofjitumaniculturalxap6751
@voiceofjitumaniculturalxap6751 5 жыл бұрын
এটা বাস্তৱ সত্য কথাৰ গানটো আজিৰ সময়ত ঘটা ঘটনা আৰু সচাঁ কথা আমাৰ দৰে দুখীয়াৰ প্ৰেমৰ হৃদয় ভগ্ন কাহিনী
@thewowclips2871
@thewowclips2871 4 жыл бұрын
03:30 Damn man!!! That feeling, when your lover is getting married to someone else and you getting that thoughts inside of your mind. Trust me you would feel like killing yourself man. Be prepared, be strong, work hard and be someone in your life. So that you don't have to be in a situation like that. So that even if something like that happens to you, it doesn't affect you even a bit. You become a man who is ever ready to give a counter attack. #Message for all lover boys
@palashjyotigogoi8204
@palashjyotigogoi8204 5 жыл бұрын
কাঞ্চনজঙ্ঘা চিনেমা খন চাই থাকোতে যেতিয়া এই গানটো বাজিছিল তেতিয়া মোৰ চকুপানী ওলাইছিল😥।সচাকৈ হৃদয় চুই গৈছিল।আৰু কাৰ কাৰ চকুপানী ওলাইছিল like এটা কৰি দিব।💓জয় জুবিন দা।💓
@mrigankajyotydutta4711
@mrigankajyotydutta4711 5 жыл бұрын
বিশেষকৈ এইটো গানৰ কন্ঠটো আৰু জুবিন দাৰ অভিনয়ে কন্দুৱাইছিল।
@atikulbora2046
@atikulbora2046 5 жыл бұрын
দাদা ও বহুত দুখ লাগে ও এই গান তো শুনি।। ইমান দুখ লগা কৈ গাইছে আপুনি।। চকু তিতি যাই ও দাদা মোৰ মনত পৰিলে কিছু কথা।।। Lovee youuu Jubin Da..
@rajdeepparashar7782
@rajdeepparashar7782 Жыл бұрын
মন যায় গানটোৰ পিছত চাগে এইটো এটা ভাল লগা গান যিটো গানে কলিজা কঁপাই যায়
@parthajeetbora
@parthajeetbora 5 жыл бұрын
What a beautiful language...Salute to zubeen da, iman dhunia language eta hokolore agot uposthapon kora karone... Ami axomiya hisabe janibo aru hikibo logiya bahut baki ase...
Mon Jai
10:47
Zubeen Garg Music
Рет қаралды 451 М.
БАБУШКА ШАРИТ #shorts
0:16
Паша Осадчий
Рет қаралды 4,1 МЛН
Air Sigma Girl #sigma
0:32
Jin and Hattie
Рет қаралды 45 МЛН
Vampire SUCKS Human Energy 🧛🏻‍♂️🪫 (ft. @StevenHe )
0:34
Alan Chikin Chow
Рет қаралды 138 МЛН
Zublee Baruah - Bagurumba  | Maati 2 - The Folk Factor ft. Zubeen Garg
4:19
O Deuta By Zubeen Garg | Lyrical Video | Chiranjeeb Theatre
6:47
AC MULTIMEDIA
Рет қаралды 8 МЛН
SADIYA | MUKHA | ASSAMESE VIDEO SONG | GOLDEN COLLECTION OF ZUBEEN GARG
4:32
RDC Assamese Official
Рет қаралды 1,6 МЛН
БАБУШКА ШАРИТ #shorts
0:16
Паша Осадчий
Рет қаралды 4,1 МЛН