Рет қаралды 223
লোক প্ৰশাসনৰ ‘বৈজ্ঞানিক পৰিচালনা তত্ব’ৰ জনক এফ. ডব্লিউ টেইলৰৰ জীৱনৰ বিষয়ে জনাটো আৱশ্যক হৈ উঠে, যদিহে আমাক তেওঁৰ ধাৰণাৰ ওপৰত প্ৰকৃতপক্ষে বুজিব লগা হয়। এই উদ্দেশ্য আগত ৰাখি ভিডিঅ’টো বনোৱা হৈছে। ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজৰ লগতে সাধাৰণ জিজ্ঞাসু ব্যক্তিসকল নিশ্চয় উপকৃত হ’ব বুলি আশা ৰাখিলো। ভিডিঅ’টোৰ বাবে www.britannica.com biographyৰ বিশেষ সহায় লোৱা হৈছে। ধন্যবাদ।