পৃথিবীৰ আটাইতকৈ দামী গছজোপা। ১ কঠা মাটিত কৰিলে ১২ বছৰত হ’ব কোটিপতি। Sandalwood Farming benefit।

  Рет қаралды 7,945

Krishi Jagran অসমীয়া

Krishi Jagran অসমীয়া

10 ай бұрын

পৃথিবীৰ আটাইতকৈ দামী গছজোপা। ১ কঠা মাটিত কৰিলে ১২ বছৰত হ’ব কোটিপতি। Sandalwood Farming benefit।
#sandalwood #sandalwoodnews #sandalwoodprice #assamesenews #assamtrendinnews #sandalwoodmarket #krishijagranassam #
যিবোৰ গছ ব্যৱসায়িক উদ্দেশ্য লৈ ৰোপন কৰিলে অন্য গছৰ তুলনাত অধিক অৰ্থ উপাৰ্জন কৰিব পাৰি। তেনে গছসমূহৰ ভিতৰত অন্যতম এবিধ গছ হ’ল চন্দন গছ। চন্দন গছক পৃথিবীৰ ভিতৰতে আটাইতকৈ দামী গছ বুলি ধৰা হয়। সুখৰ কথা যে এই গছৰ খেতি ভাৰতবৰ্ষত আটাইতকৈ বেছি হয় আৰু অসমৰ জলবায়ু এই উদ্ভিদৰ বাবে অতি উপযোগী। সম্প্ৰতি এই কথা জানিব পৰা গৈছে যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুলোকে পাহৰিয়া, পানী নোহোৱা বা অন্য খেতি নোহোৱা মাটিত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু দুখৰ কথা যে এই কথা আমাৰ বহু কৃষকে নাজানে।
sandalwood tree। sandalwood incense। sandalwood Market। sandalwood Benefit। sandalwood Farming system। sandalwood farming Assam। বগা চন্দনৰ খেতি। how can do sandalwood farming। Methods on sandalwood Farming। sandalwood farming system। sandalwood plantation time। sandalwood per kg price। Price of sandalwood ।
For Registrations & Nominations, Click
millionairefarmer.in/
For more info:
Parikshit Tyagi : 9891334425
Harsh Kapoor : 9891724466
Abdus Samad: 9891889588
#MFOI23 #Millionairefarmer #MFOIAwards
--------------------------------------------------
𝐾𝑟𝑖𝑠ℎ𝑖 𝐽𝑎𝑔𝑟𝑎𝑛 𝑖𝑠 𝑎𝑛 𝑎𝑐𝑐𝑙𝑎𝑖𝑚𝑒𝑑 𝑉𝑖𝑑𝑒𝑜 𝑐ℎ𝑎𝑛𝑛𝑒𝑙 𝑓𝑟𝑜𝑚 𝐾𝑟𝑖𝑠ℎ𝑖 𝐽𝑎𝑔𝑟𝑎𝑛 𝑀𝑒𝑑𝑖𝑎 𝐺𝑟𝑜𝑢𝑝, 𝑡𝑜 𝑠𝑢𝑝𝑝𝑜𝑟𝑡 𝑡ℎ𝑒 𝑓𝑎𝑟𝑚𝑖𝑛𝑔 𝑠𝑒𝑐𝑡𝑜𝑟. 𝑊𝑒 𝑝𝑟𝑜𝑣𝑖𝑑𝑒 𝑜𝑛𝑙𝑖𝑛𝑒 𝑑𝑒𝑡𝑎𝑖𝑙𝑒𝑑 𝑖𝑛𝑓𝑜𝑟𝑚𝑎𝑡𝑖𝑜𝑛 𝑜𝑛 𝐴𝑔𝑟𝑖𝑐𝑢𝑙𝑡𝑢𝑟𝑒, 𝑝𝑜𝑠𝑡-ℎ𝑎𝑟𝑣𝑒𝑠𝑡 𝑚𝑎𝑛𝑎𝑔𝑒𝑚𝑒𝑛𝑡, 𝑙𝑖𝑣𝑒𝑠𝑡𝑜𝑐𝑘, 𝑓𝑎𝑟𝑚 𝑚𝑒𝑐ℎ𝑎𝑛𝑖𝑧𝑎𝑡𝑖𝑜𝑛, 𝑐𝑟𝑜𝑝 𝑎𝑑𝑣𝑖𝑠𝑜𝑟𝑦, 𝑒𝑡𝑐. 𝐴𝑝𝑎𝑟𝑡 𝑓𝑟𝑜𝑚 𝑡ℎ𝑖𝑠 𝐾𝑟𝑖𝑠ℎ𝑖 𝐽𝑎𝑔𝑟𝑎𝑛 𝑎𝑙𝑠𝑜 𝑝𝑟𝑜𝑣𝑖𝑑𝑒𝑠 𝑎𝑙𝑙 𝑟𝑒𝑐𝑒𝑛𝑡 𝑢𝑝𝑑𝑎𝑡𝑒𝑠 𝑜𝑓 𝑡ℎ𝑒 𝑎𝑔𝑟𝑖𝑐𝑢𝑙𝑡𝑢𝑟𝑒 𝑠𝑒𝑐𝑡𝑜𝑟, 𝑒𝑣𝑒𝑛𝑡𝑠, 𝑎𝑛𝑑 𝑚𝑎𝑟𝑘𝑒𝑡 𝑝𝑟𝑖𝑐𝑒𝑠.
------------------------------------------------
Send us Agri News at news@krishijagran.com
------------------------------------------------
𝐅𝐨𝐥𝐥𝐨𝐰 𝐮𝐬
Krishi Jagran Portal Asomiya : asomiya.krishijagran.com/
Krishi Jagran Portal English: krishijagran.com/
Twitter: / krishiassam
Koo: www.kooapp.com/profile/krishi...
Linkedin: / krishijagranassam
Instagram: / krishijagranassam
Facebook: / assam.krishijagran
Kutumb: https: kutumb.app/krishi-jagran?ref=...
Telegram: t.me/krishijagranassamese

Пікірлер: 12
@rohitbaro97
@rohitbaro97 Ай бұрын
মোৰ এডাল ৰঙা চন্দন আছে ।বয়স 22 বছৰ হৈছে ।বিক্ৰী কৰিব বিচাৰো।
@mrnarzariyt2684nobeta
@mrnarzariyt2684nobeta 26 күн бұрын
Sir Apunar Cantate mamber tabo naki?!
@sunilghilamoriyaart2960
@sunilghilamoriyaart2960 5 ай бұрын
Good
@bdblog5569
@bdblog5569 5 күн бұрын
Besibo kot
@nujobinrabha5924
@nujobinrabha5924 Ай бұрын
Kune lobo sir mor ase
@user-by6ks1qe3t
@user-by6ks1qe3t 3 ай бұрын
বিক্ৰী ক'ত কিদৰে কৰিব পৰা যায় অলপ বিতংকৈ জনাব নেকি ?
@mrinalsaikia9136
@mrinalsaikia9136 4 ай бұрын
Mur ase sell korim15year
@user-sr6qi7dj9h
@user-sr6qi7dj9h 14 күн бұрын
গছ আছে বেপাৰী নাই
@user-qz7kc8jq7l
@user-qz7kc8jq7l 6 ай бұрын
মই বগা চন্দনৰ বীজ অৰ্দাৰ দিছো পিছে এতিয়া পছোৱা সময় হবনে নাই?আৰু বীজ গজাবৰ বাবে পলিথিন কেনেধৰণৰ আৰু কত পাব?
@tridibkalita4853
@tridibkalita4853 4 ай бұрын
Seed tu kor pora loisey? Janabo paribo niki?
@bravaboy2954
@bravaboy2954 Ай бұрын
ডাঙৰ গছ কোনোবাই লোৱা নিকি বিক্ৰী কৰিব লগা আছিল, কোনোবাই লবা খুজিলে coment tot ripley dile hol, আৰু চন্দন পুলি লাগিলে মোক যোগাযোগ কৰক 👍
@sofikurrahman2209
@sofikurrahman2209 15 күн бұрын
দাদা অলপ অংক ভালকৈ কৰক।ভুল কথা নকলেও অংক সম্পূৰ্ণ ভুল। ১২ বছৰত এজোপা গছত ১৫কিলো যদি পাই,তেন্তে ১০ হাজাৰ কৰি বিক্ৰী কৰিলে ৫/৬ লাখ নহয়। ১৫×১০০০০=১লাখ ৫০ হাজাৰ টকা।মোৰ ঘৰত ১০/১২ জোপা আছে প্ৰায় ৪/৫ বছৰ হৈছে।ওখ প্ৰায় ১৪/১৫ ফুট।আৰু ওখ হোৱাৰ দিশত।আপুনি কলে ১০ ফুটৰ ভিতৰত ওখ হয়।কোনো এটা বস্তুৰ উপৰত সঠিক জ্ঞান নহলে এইবোৰ নবনাব।
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 170 #shorts
00:27
THEY made a RAINBOW M&M 🤩😳 LeoNata family #shorts
00:49
LeoNata Family
Рет қаралды 12 МЛН