প্ৰাক্তন বিধায়ক ৺গোলাপ বৰুৱাৰ যৌথ পৰিয়ালৰ সৈতে বাৰ্তালাপ

  Рет қаралды 476,154

Chakrapani Parashar's Baartalaap

Chakrapani Parashar's Baartalaap

Күн бұрын

৬জন পুত্ৰ, ৬গৰাকী বোৱাৰী, ৬গৰাকী ছোৱালী
অসমৰ যৌথ পৰিয়াল
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap

Пікірлер: 555
@PronotiMohon
@PronotiMohon 7 ай бұрын
এনেকুৱা এটা সুখী পৰিয়ালক চিনাকী কৰাই দিয়াৰ বাবে ধন্যবাদ । ভাল লাগিল ।🙏🙏
@duluhazarika5832
@duluhazarika5832 7 ай бұрын
Ene porial dekha puwa tu xovagyor kotha ek birol onuvob r xakhi hobo pai nijoke dhanya manilu chakrapani porakhorok dhanyabad jonalu
@sabitakalita8933
@sabitakalita8933 7 ай бұрын
বৰ ভাল লাগিল। আমাৰো ৩০ জনীয়া যৌথ পৰিয়াল আছিল।
@juberulhussain2539
@juberulhussain2539 7 ай бұрын
সঁচাই ভাল লাগিল ।
@niralasaikia2530
@niralasaikia2530 7 ай бұрын
এদিন যোৱাৰ আশা ৰাখিছোঁ
@GirinBaruah
@GirinBaruah 7 ай бұрын
❤q ​@@duluhazarika5832
@janmonigogoi6271
@janmonigogoi6271 7 ай бұрын
এইখন সমাজৰ এক আদৰ্শ পৰিয়াল। সঁচাকৈ.. প্রকৃত অৰ্থত এই পৰিয়ালটি এক নিদৰ্শন। বৰ্তমানৰ আধুনিকতাৰ ধামখুমীয়াত কিমান তেনেকুৱা যৌথ পৰিয়াল খণ্ড খণ্ড হৈ একক পৰিয়ালত ভৰি দিছে। ভাবি চাওকচোন..! মই যৌথ পৰিয়ালৰ এগৰাকী ছোৱালী😊 খুব বেছি মৰম থাকে ইয়াত,, সেয়া একক পৰিয়ালত ডাঙৰ হোৱা সকলে হয়তো সিমান অনুভৱ কৰিব নোৱাৰে। চক্রপানি দাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এটা অতি সুন্দৰ বাৰ্তালাপ প্রস্তুত কৰাৰ বাবে 🙏
@jayantadutta6932
@jayantadutta6932 7 ай бұрын
সচাকৈ এনেকুৱা এটা পৰিয়াল দেখি ভাল লাগিল। এই পৰিয়াল আজিৰ সমাজৰ বাবে আদৰ্শ। আপোনাক বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে।
@AmiyaSaikia-hv3wf
@AmiyaSaikia-hv3wf 7 ай бұрын
বৰ ভাল লাগিল। এতিয়া পাবলৈ নাইকিয়া হ'ল। বাৰ্তা লাপে এনে আদৰ্শৰ মহান পৰিয়ালটো দেখোৱাৰ বাবে বহুত বহুত ধন্যবাদ 🙏 জনালোঁ।
@hemantachangmai7754
@hemantachangmai7754 7 ай бұрын
ভাবিব নোৱাৰা সঁচাকৈ এটা অতি আনন্দ ৰ পৰিয়াল❤মই এওঁলোকৰ মৰম চেনেহ দেখি আপ্লুত হৈ পৰিলোঁ...... সদায়ে যেন পৰিয়ালটোৰ সকলো সদস্য ৰ লগতে স্বাৰ্গবাখি ককা আৰু আইটাও যেন শান্তি ত থাকে আৰু সকলোৰে জীৱন অতি সুকলমে পাৰ হৈ যায়,ভগবানৰ ওচৰত পাৰ্থনা জনাইছোঁ🧑‍🤝‍🧑👭👬👫🧑‍🤝‍🧑👭👯
@jayashriborah9719
@jayashriborah9719 7 ай бұрын
এনেকুৱা যৌথ পৰিয়াল আজি কালি খুবেই ক'ম । নগাও কলিয়াবৰৰ এই আদৰ্শৱান পৰিয়ালটি উঠি অহা প্ৰজন্মৰ নিদৰ্শন হৈ ৰ‌ওক লগতে চক্ৰপানি তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এনেকুৱা আদৰ্শৱান পৰিয়াল এটি আমাক পৰিচয় কৰি দিয়া বাবে 🙏
@lota340
@lota340 7 ай бұрын
খুব ভাল পৰিয়াল। অসমীয়া জাতিৰ আদৰ্শ এখেতলোক। মই পদুম বৰুৱা দেৱৰ বিষয়ে অলপ লেখা এটা ক'ৰবাত পঢ়ি পাইছিলো বহু আগত।জৱাহৰলাল নেহেৰুৰ লগত হোৱা আলোচনা এটাৰ সাক্ষাৎ কাৰ দিছিল তেখেতে। তেতিয়াৰ ৰাজনীতি পাৰ্টিৰ মাজত থকা ভাতৃ সমন্ধ আৰু এতিয়াৰ শত্ৰুৰ সমন্ধৰ বিষয়ে।ভাল, মনোগ্ৰাহী লেখাটৌ পঢ়ি অন্তঃকৰণে ভাল পোৱাৰ বাবে হয়তো আজি ভগৱন্তই কৃপা কৰিলে,তেখেতৰ আদৰ্শবান পৰিয়ালটোৰ বিষয়ে জানিবলৈ। এই আপাহতে চক্ৰপাণি পৰাশৰলৈকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁৰ যোগেদি দেখিবলৈ পোৱাৰ বাবে।🙏🙏
@pravachutia931
@pravachutia931 7 ай бұрын
বহুত বহুত ধন্যবাদ ,বত্তমান যুগত কিতাপৰ শিক্ষা লৈছে ,কিন্ত ঘৰখন আৰু পৰিয়ালটো চলাবলৈ শিক্ষাৰ অভাব , আত্মকেন্দ্ৰিক ,মনবোৰ ঠেক হৈ গৈছে ।
@atikulislam6579
@atikulislam6579 6 ай бұрын
ভাল লাগিল যৌথ পৰিয়ালটোৰ বিষয়ে জানি । একতাৰ এক অনন্য উদাহৰণ। ধন্যবাদ চক্ৰপাণি দা ।
@niharikagogoi4037
@niharikagogoi4037 7 ай бұрын
ধন্যবাদ চক্ৰপাণি দা ইমান ধুনীয়া এটা বাৰ্তা আজিৰ দিনত এনেকোৱা সমাজত দেখোৱাৰ বাবে যিখন সমাজত সৰু সুৰা কাম পাকঘৰৰ তেল নিমখৰ হিচাপৰ বাবে একেলগে থকাতকৈ বেলেগ বেলেগকৈ থাকিবলৈ বিচাৰে। এতিয়া সেই দিন নাইবোৰ নাইকীয়া হব ধৰিছে ককাক আইতাকৰ লগত বহি সাধু শুনা, কৰবাৰ পৰা আহিলে কিবা এটা টোপোলা নাতি নাতিনীয়ে খাব বুলি লৈ অহা এইবোৰ মাজত থকা নিভাজ মৰমবোৰ নাইকীয়া হবলৈ ধৰিছে মাত্ৰ অকলে থাকিবলৈ পাৰিম বুলি ভবাৰ বাবে
@Ridervlog-di4vf
@Ridervlog-di4vf 7 ай бұрын
Val lagil amio sootear hoi
@kamalsaikia7179
@kamalsaikia7179 7 ай бұрын
এটা আদৰ্শ পৰিয়াল। দেখি, শুনি, চাই বহুত হৃদয়াংগম কৰিব পাৰিলো।আচলতে যৌথ পৰিয়ালত খুব মজা আছে। পৰিয়ালটি এক হৈ থাকিব পাৰিলে নৱ প্রজন্মও বিপথে পৰিচালিত হ'ব নোৱাৰে। চক্রপানি তোমাকো ধন্যবাদ জনাইছে, এনেকুৱা এটা আদৰ্শ বাৰ্তালাপ মানুহৰ মাজত বিলাই দিয়াৰ বাবে। মই আশা কৰিছো, এনেকুৱা আদৰ্শৰ চিন্তা ধাৰাৰ মাজেৰে ঘৰখন, সমাজখন আৰু জাতিটো আগুৱাই যাওঁক।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 ай бұрын
অতি সুন্দৰ। এক সুন্দৰ আৰু আদৰ্শনীয় পৰিয়াল । তেওঁলোকৰ জীৱনগাঠা সঁচাকৈয়ে আদৰ্শনীয়। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো ❤❤❤
@indranigogoi4233
@indranigogoi4233 7 ай бұрын
কমেন্ট নকৰাকৈ নোৱাৰিলো। ইমান ভাল লাগিল তেওঁলোকৰ মৰম চেনেহ দেখি❤❤ভগৱানে কুশলে ৰাখক 🙏🙏মৰম চেনেহ বোৰ সদায় এনেদৰেই থাকক
@Arati_Devi1568
@Arati_Devi1568 7 ай бұрын
অতি আদৰ্শবান পৰিয়াল৷চক্ৰপাণি পৰাশৰলৈ ধন্যবাদ জনালোঁ সমাজলৈ সুন্দৰ বাৰ্তাবহন কৰা vdoটোৰ বাবে৷
@AshikLaskar-bh6jl
@AshikLaskar-bh6jl 7 ай бұрын
আমি শিলচর থেকে দেখছি,, আমি একজন মুসলমান মানুষ,, কিন্তু আপনাদের এই পারিবারিক ঐক্যবদ্ধ দেখে বেশ ভালো লাগছে,, ধন্যবাদ সবাইকে,, বৃদ্ধ মায়ের কথা গুলো বেশ মিষ্টি,, ধন্যবাদ ধন্যবাদ ধন্যবাদ
@DeepjyotiSonowal-zx4so
@DeepjyotiSonowal-zx4so 7 ай бұрын
Sudurvai bangla nhoi axomiyat likh ..
@Rupasree-Nath
@Rupasree-Nath 7 ай бұрын
Ami karimganj 🎉
@backpackeramalesh5365
@backpackeramalesh5365 7 ай бұрын
​​@@DeepjyotiSonowal-zx4so kela tat Axomiya nochole gon paua ne nai? Bengali hae chole. Comments ji ku no bhakat likhibo pare. Tate tor ki hoi sumarani.
@DeepjyotiSonowal-zx4so
@DeepjyotiSonowal-zx4so 7 ай бұрын
@@backpackeramalesh5365 maaaaksudu...Axom t axomiya solibo...tur bangladeshi maror vakha nosolibo
@purabibegum9164
@purabibegum9164 7 ай бұрын
​@@DeepjyotiSonowal-zx4soইংৰাজীত লিখা কেইজনকো অলপ দম দিয়ক।
@jonalibaruah8601
@jonalibaruah8601 7 ай бұрын
সুন্দৰ অনুষ্ঠান এটি আগবঢ়োৱা বাবে ধন্যবাদ৷ এই পৰিয়ালৰ মিলা-প্ৰীতি দেখি বৰ ভাল লাগিল৷ তাতোকৈ ভাল লাগিল মাহী আইতাৰ শেষত কোৱা কথাখিনি৷ বৰ্তমান যদিও বিভিন্ন এৰাব নোৱৰা কাৰণত একেলগে নাথাকে কিন্ত এই যে বছৰৰ বিহু তিনিওটিতে বা আন আন উৎসৱ-পাৰ্বনত সকলো একগোট হয়, ই কিন্ত শলাগিবলগীয়া৷ য’তনেকি আজিকালি নানানটা সৰু অজুহাত দেখুৱাই নগৰবাসী সকলে মূল ঘৰখনলৈ যাবলৈ অনীহা কৰে বা উৎসৱ আদিত বন্ধ পালেই বাহিৰলৈ ফুৰিবলৈ ধাপলি মেলে৷ তেনেস্থলত এই পৰিয়ালটোৰপ্ৰতিজন সদস্য হয় গৃহাভিমুখী৷ আটাইলৈ সশ্ৰদ্ধ প্ৰণাম৷ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ পৰিয়ালৰ ছোৱালী (সৰু পেহীৰ ছোৱালী)এইখন সমৃদ্ধ ঘৰৰ বোৱাৰী৷
@prabinsutradhar5692
@prabinsutradhar5692 7 ай бұрын
ধন্যবাদ পৰাশৰ এনে যৌথ পৰিয়াল বৰ্তমান সময়ত পোৱা নাযায় পৰিয়াল বৰ্গৰ বাবে সকলোকে ধন্যবাদ জনালো j
@kankanboruah6003
@kankanboruah6003 6 ай бұрын
বহুত ধুনীয়া পৰিয়াল,,,,চাবলৈ পালোঁ,,,আমাৰে ভাগ্য,,,,এনেকুৱা ঘৰত তৃতীয় শক্তিৰ প্ৰভাৱ পৰিব নিদিয়াকৈ আগবাঢ়ি যাওক,,,সকলোৰে মঙ্গল আৰু দিঘায়ো কামনা কৰিলো
@dimbeswarkonwar7659
@dimbeswarkonwar7659 7 ай бұрын
Chakrapani পৰাশৰ সঁচাকৈয়ে ব্যতিক্ৰম । আমিও আই কওঁ। আই শব্দটো শুনি হৃদয়ত চুই গ'ল। আনন্দতে চকুলো ওলাল । এই পৰিয়াল সমাজৰ আদৰ্শ হওক।
@its_avhi163
@its_avhi163 5 ай бұрын
One of the best podcast ❤❤ খুৰী বৰ্মা কেই গৰাকীৰ মিল দেখি ভাল লাগিল ❤
@ritusvlog2942
@ritusvlog2942 7 ай бұрын
বৰ ভাল লাগিল। এনেকুৱা সুখ সকলোৱে নাপায় ।
@dipanbitamazumder3831
@dipanbitamazumder3831 7 ай бұрын
ধন্যবাদ, পৰিয়ালটো দেখুৱাৰ বাবে ।‌বহুত‌ শিকিব লগা আছে।‌ এনেকুৱা ২৫জনীয়া যৌথ পৰিয়াল বিজনী ত আছে । খবৰ কৰিলে পাব । তাতে গৈ ইমান ভাল লাগে আপুনি বিশ্বাস কৰিব নোৱাৰিব
@Dr.Rittikkatowal226
@Dr.Rittikkatowal226 7 ай бұрын
Sibani Baruah , a grandaughter of this family , is my childhood friend and classmate . So I have been in contact with this family since childhood . Such a welcoming and learned family they are . Also have heard about short anecdotes about Late Golap Baruah sir from my grandfather ( one such instance being him milking his cow in the early morning when the then CM Late Sarat Chandra Sir paid him a visit early morning signifying the down to earth nature of him . Moreover Ladus made by ma'am were very famous too as every guest was served with it ) . Really an inspirational and much respected family in our Kaliabor.
@sibanibaruah9307
@sibanibaruah9307 7 ай бұрын
Thank you so much Dr. Rittik ❤🙏
@animadas9562
@animadas9562 6 ай бұрын
Bhut bhal lagil hklu Mila pritir to dekhi basi bhal lagil aji projnmoia aag bahi jab lage ❤
@dulbormanta4407
@dulbormanta4407 7 ай бұрын
এনেকুৱা আনন্দ সুন্দৰ পৰিবেশ দিখিবলৈ পোৱা নাযায় । আপোনালোকৰ এই পৰিবেশ টো আগলৈও জীয়াই থাকে যেন ।❤❤❤❤❤❤❤❤❤❤❤
@dipamonichutia5791
@dipamonichutia5791 7 ай бұрын
ভাল লাগিল বুলি ক'লে আচলতে অলপ কৃপণালি কৰাৰ দৰে হ'ব,সচাঁকৈ কৈছোঁ বহুত বেছি ভাল লাগিল ।মৰম আন্তৰিকতাৰে ভৰা এটি অতি আদশবান পৰিয়াল ।সকলো সদায় এনেদৰেই থাকক।চক্ৰপাণি দাদালৈ অশেষ ধন্যবাদ জনালোঁ।
@malobikamahanta7453
@malobikamahanta7453 7 ай бұрын
Sundor ..Hridoi bhori gol ...anondore ..🙏🙏
@LakhiPrasadSaikia-uq9df
@LakhiPrasadSaikia-uq9df 7 ай бұрын
সঁচাই সুন্দৰ পৰিয়াল ভাল লাগিল আছলতে যৌথ পৰিয়ালৰ মজা অকলশৰীয়া পৰিয়ালত নাই দুখে সুখে সকলো লগত থাকে।
@digendraborah5631
@digendraborah5631 7 ай бұрын
বহুত বহুত ধন্যবাদ । এনেকুৱা পৰিয়াল দেখি বৰ ভাল লাগিল। সকলোৱে দীঘায়ু কামনা কৰিলো।
@pinkudekabeka
@pinkudekabeka 7 ай бұрын
ভাবিলেই ভাল লাগি যায় মনটো...❤এনে পৰিয়াল দেখা পেৱাটো ভাগ্য লাগে..❤কিয়নো আজি সমাজত সম্পত্তি লুভত পৰি....আপোন-পৰ সকলো পাহৰি যায়..ককায়-ভায়টো দূৰৰ কথা..জন্ম দিয়া মাক দেউতাককো চিনি নাপায়...🙏😢😢😢
@r.hazarika9231
@r.hazarika9231 7 ай бұрын
বৰ্তমান সময়ত এনে সুন্দৰ এটা যৌথ পৰিয়াল সকলোৰে লগত চিনাকি কৰাই দিয়াৰ বাবে চক্ৰপাণি তোমালৈ অশেষ ধন্যবাদ থাকিল। লগতে এই আদৰ্শ পৰিয়াল আজিৰ দিনত দেখা পোৱাটো সঁচাকৈয়ে বিৰল। পৰিয়ালটোক ভগৱন্তই কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ 🙏🙏🙏
@msaikia8709
@msaikia8709 7 ай бұрын
For the first time I have the chance to see such type of Assamese joint family motivational video....thanks Dada.
@indrajitbaruah1676
@indrajitbaruah1676 6 ай бұрын
সুন্দৰ এটা গল্প - সাধুকথা শুনা যেন লাগিছে ............ যৌথ পৰিয়াল এটা ভগৱন্তৰ আশিৰ্বাদ
@aporajita8792
@aporajita8792 7 ай бұрын
এনেকুৱা আদৰ্শ পৰিয়ালৰ বাৰ্তা ৰাইজৰ মাজত প্ৰচাৰ হ'ব লাগে আপোনাক ধন্যবাদ চক্রপাণি দাদা❤❤🙏🙏
@BiswajitDas-qj8yr
@BiswajitDas-qj8yr 7 ай бұрын
সঁচাই সুন্দৰ পৰিয়াল বহুত ভাল লাগিল । ধন্যবাদ চক্ৰ দা এনে যৌথ পৰিয়াল বৰ্তমান সময়ত পোৱা নাযায় ।
@birenkonwar9666
@birenkonwar9666 7 ай бұрын
যুটীয়া পৰিয়ালৰ একতা আৰু আনন্দৰ পৰিবেশ দেখি সঁচাই সুখ অনুভৱ কৰিলো । এই পৰিবেশ সদায় জীয়াই ৰাখক তাকেই কামনা কৰিলো।
@rantukumargoswami8902
@rantukumargoswami8902 5 ай бұрын
বহুত ভাল পালো।
@ninipertin7551
@ninipertin7551 6 ай бұрын
এক আদৰ্শ যৌথ পৰিয়াল। খুউব ভাল লাগিল।
@ParthaDas-e2y
@ParthaDas-e2y 5 ай бұрын
সুন্দৰ পৰিয়াল ।মাহী জনীলৈ ধন্যবাদ জনালোঁ।
@binitadas7717
@binitadas7717 7 ай бұрын
এনেকুৱা জয়ীন ফেমিলি দেখি ভাল লাগিল ধন্যবাদ
@MamoniGuhain
@MamoniGuhain 7 ай бұрын
সঁচা কথা কবলৈ হলে এনেকুৱা এটা পৰিয়াল দেখাটোও ভাগ্ৰ্যৰে কথা । বহুত ধন্যবাদ পৰাশৰ দা ।এনেকুৱা এটা পৰিয়াল দেখোৱাৰ বাবে ।
@SuntiPhukan
@SuntiPhukan 7 ай бұрын
ইমান ভাল লাগিছে । যৌথ পৰিৱাল টি দেখি ৷সেৱা জনাইছো ৷আজি কালি যৌথ পৰিৱাল নাইয়ে ৷
@ReenaDewri-lx6ql
@ReenaDewri-lx6ql 6 ай бұрын
আদৰ্শ পৰিয়ালৰ সৈতে বাৰ্তালাপ। খুব ভাল লাগিল। সকলোৰে বাবে আদৰ্শ হৈ ৰওক। ধন্যবাদ থাকিল সুন্দৰ নিদৰ্শন প্ৰকাশ কৰা বাবে।,🙏💐🏵️
@ranjanagoswami7401
@ranjanagoswami7401 7 ай бұрын
বৰ ভাল লাগিল।এনেকুৱা এটা পৰিয়াল দেখিবলৈ পায়।😊
@anilbora2237
@anilbora2237 7 ай бұрын
বৰ ভাল লাগিল চিনাকি হৈ। মিলা প্ৰীতিৰে, সুখেৰে থাকক যৌথ পৰিবাৰৰ সকলো সদস্য 💐💐💐!
@parismitagohain2068
@parismitagohain2068 7 ай бұрын
আজিৰ অনুষ্ঠান 2 চাই ভাল লাগিল প্ৰথম কথা আজিৰ দিনত এনেকোৱা ইমান ডাঙৰ পৰিয়াল দেখি আপ্লুত হলো 2 নংতে দেউতাহতৰ মুখত এটা ডাঙৰ শব্দ শুনিবলৈ পালো আই এই শব্দ শুনি ভাল লাগিল ।❤ এইয়ে আই ,বৌতি আজিৰ যুগত শুনিবলৈ পায় ভাল লাগিল । শেষত ভগৱান ৰ ওচৰতচৰত সকলোৰে সুস্বাস্থ্য কামনা কৰিলো 🙏🙏🙏🙏
@anjumonitamuli9118
@anjumonitamuli9118 7 ай бұрын
খুউৱ সুন্দৰ এটা বাতা সমাজৰ কাৰণে দিলে। ইয়াৰ পৰা সকলোৱে যাতে অনুপ্রেৰণা পায়❤❤❤
@bipindeka560
@bipindeka560 7 ай бұрын
এটি সুন্দৰ আৰু আদৰ্শ পৰিয়ালৰ সৎ জীৱন ধাৰনৰ বিৱৰ্তন শুনি অভিভূত হলো।❤❤❤❤❤❤
@gogoifaug1997
@gogoifaug1997 7 ай бұрын
Agir dinot enekuwa ata poriyal ata dekhi bohut hukhi Hulu...vogobane hodai hukhere rakhok ❤
@madhukantakhakhlari1476
@madhukantakhakhlari1476 7 ай бұрын
চক্ৰপাণি পৰাশৰ দেৱৰ আজিৰ অনুষ্ঠান টি অতি সুন্দৰ লাগিল আৰু এই অনুষ্ঠানৰ জৰিয়তে এটা ভাল শিক্ষা প্ৰদান কৰা হৈছে।
@motivationalak2854
@motivationalak2854 6 ай бұрын
পৰিয়ালটোৰ একতা দেখি বহুত ভাল লাগিছে।।।❤❤
@mamonibailung8807
@mamonibailung8807 7 ай бұрын
এনে এটা পৰিয়াল চিনাকি কৰি দিলে বহুত ভাল লাগিল। বিশেষকৈ চক্ৰপাণি দাদা ই আঠু কাঢ়ি কথা বিলাক সুধি থাকুতে হাঁহি উঠিছিল। আজি দিনত একক পৰিয়াল থাকি ভাল পায় মানুহবিলাকে।
@ilakshibhuyan912
@ilakshibhuyan912 7 ай бұрын
29:24 সৰু গৰাকী বোৱাৰী মোৰ ডাঙৰ বা। এটা সুন্দৰ যৌথ পৰিয়ালৰ উদাহৰণ।
@joduborah3235
@joduborah3235 7 ай бұрын
অতি সুন্দৰ ❤ আগলৈকেও এনেকৈ একে পৰিয়াল হৈ থাকে যেন তাৰেই আশা ৰাখিলোঁ ❤❤
@pabitraozah3815
@pabitraozah3815 7 ай бұрын
বৰ ভাল লাগিল। সুন্দৰ উপস্থাপন। পৰিয়ালটিৰ সকলোৰে মঙ্গল কামনা কৰিলো।
@rebasaikia7452
@rebasaikia7452 6 ай бұрын
ৰাতিপুৱাই মাহীদেউক দেখি মনটো ভাল লাগি গল
@mukutborah4081
@mukutborah4081 7 ай бұрын
বহুত ভাল লাগিল। সুন্দৰ পৰিয়াল🙏
@dipalidevi6979
@dipalidevi6979 7 ай бұрын
বাৰ্তালাপ অনুষ্ঠানটোৰ জৰিয়তে এনে সুখী আৰু সুন্দৰ পৰিয়ালৰ বিষয়ে জানিব পাৰি বৰ ভাল লাগিল ।
@nirupamasaharia7876
@nirupamasaharia7876 7 ай бұрын
Eman bhal lagile ai family tu ,milapitri bor dekhi ..ataiye kusale thakok ❤
@ramendrasarmah9040
@ramendrasarmah9040 7 ай бұрын
বৰ সুন্দৰ পৰিয়াল❤️
@AnjuMoniMahanta-w7w
@AnjuMoniMahanta-w7w 7 ай бұрын
এনে এটা পৰিয়াল চিনাকী কৰি দিয়াৰ বাবে ধন্যবাদ। ভাল লাগিল
@Ikashyap
@Ikashyap 7 ай бұрын
Indeed exemplary & it is always so warming to visit their place too. ❤
@binoysaikia5363
@binoysaikia5363 7 ай бұрын
Thanku so much 👌 Aetu xube dorkar asil aenekua aeta most precious episode. Aji dinot family value korobat herai jua dore hoise. Bahuttttttttt Bahut best Wishes ✨ thakile.
@alakeshchakraborty738
@alakeshchakraborty738 7 ай бұрын
বৰ সুন্দৰ ৷ ক'বলৈ ভাষা নাই চক্ৰপাণিলৈ ধন্যবাদ
@gagandeka4958
@gagandeka4958 7 ай бұрын
ঈশ্বৰে কৃপা দৃষ্টি বৰ্তাই ৰাখক পৰীয়ালটিলৈ।
@monishatamuly791
@monishatamuly791 7 ай бұрын
অনুষ্ঠানটো চাই বহুত ভাল লাগিল। সমাজলৈ এটা ভাল বাৰ্তা যাব আৰু আজি কালি এনেকুৱা যৌথভাবে থকা পৰিয়াল খুব কমেই পোৱা যায়।
@RikimoniSarma
@RikimoniSarma 7 ай бұрын
Xosaikoi
@dimbendrasankarbora-er2zq
@dimbendrasankarbora-er2zq 7 ай бұрын
মহান ও আদৰ্শ পৰিয়াল।আজিৰ দিনত এক বিৰল পৰিঘটনা।অতি সহজ আৰু মধুৰ পৰিবেশ।পাৰস্পৰিক বুজা বুজি অতুলনীয়।
@user-lg8ob3lx7o
@user-lg8ob3lx7o 7 ай бұрын
আৱেগৰ এটা বান্ধোন ❤
@AnjanaBarthakur-zk9pj
@AnjanaBarthakur-zk9pj 7 ай бұрын
যৌথ পৰিয়াল দেখি বৰ ভাল লাগিছে৷ আমিও তেজপুৰত যৌথ পৰিয়ালতেই ডাঙৰ হৈছিলো ৷ আমাৰ পৰিয়ালটো অসমৰ প্ৰায় সকলোৱেই জানিছিল৷ কলিবাৰীত আমাৰ ঘৰ৷ ককা নাম ৺কালী চৰণ ভট্টাচাৰ্য আছিল৷ মোৰ দেউতাক সকলোৱে মইনা উকিল বুলিয়েই জানিছিল৷
@balabhadranath721
@balabhadranath721 7 ай бұрын
আতি সুন্দৰ পৰিয়াল।
@BhagirathKalita-p4k
@BhagirathKalita-p4k 7 ай бұрын
পৰিয়ালটোৰ বিষয়ে ভাল লাগিল
@GiniRana-t9p
@GiniRana-t9p 7 ай бұрын
যৌথ পৰিয়াল সুখী পৰিয়াল
@PH-wh1qv
@PH-wh1qv 7 ай бұрын
বহুত ভাল লাগিল। আজিৰ সময়ত বিলৰ সংস্কাৰী পৰিয়াল।
@rupdhannath6894
@rupdhannath6894 7 ай бұрын
বৰ্তমান অসমীয়া সমাজত এনেকুৱা যৌথ পৰিয়াল থকা ঘৰ এখন পোৱাটো বৰ বিৰল,ভাল লাগিল অনুষ্ঠান টো,সমাজৰ বাবে এখন আদৰ্শ
@ritatamuli8747
@ritatamuli8747 7 ай бұрын
ধন্যবাদ বহুত ভাল লাগিছে । আজি দিনত এনেকুৱা পৰিয়ালৰ পৰা নৱ প্ৰজন্মই শিক্ষা লব লাগে ।
@umanandaduwarah3324
@umanandaduwarah3324 7 ай бұрын
Bahut vl lagil eman dhunia parial❤dhanyabad ❤🎉🎉🎉
@SunitiKalita-y9d
@SunitiKalita-y9d 7 ай бұрын
সুখিপৰিয়াল❤
@rekharanidevi8695
@rekharanidevi8695 7 ай бұрын
সচাঁকৈয়ে ভাল লগা এটি পৰিয়াল❤
@shikhamonihazarika2956
@shikhamonihazarika2956 7 ай бұрын
আপোনালোক সকলোকে একেলগে দেখা পাই সুখী হ'লো । জোনটি বাইদেৱে মোক পঢ়া আছিল ।
@subhachekanidhara9241
@subhachekanidhara9241 7 ай бұрын
বহুত ভাল লগা এটা সুন্দৰ পৰিয়াল আজিৰ দিনট নাই বহুত ভাল চিনাকী কৰাই দিয়াৰ বাবে । 🎉🎉🎉
@MainaChutia-lh4hf
@MainaChutia-lh4hf 7 ай бұрын
Val lagil bohut .hodai enekoiye thakok......👍👍👍👍👍
@pranobjyotikachari4252
@pranobjyotikachari4252 7 ай бұрын
সুন্দৰ অনুষ্ঠান চাই বহুত ভাল লাগিল ❤
@diptitalukdar8882
@diptitalukdar8882 7 ай бұрын
BHAL LAGIL.
@konvlogs2886
@konvlogs2886 7 ай бұрын
আজিৰ যুগত বিৰল পৰিয়াল।ভাল লাগিল।
@krishnachowdhury6176
@krishnachowdhury6176 7 ай бұрын
Mahi aita khura khuri xokoluke dekhi bor bhal lagil.Jawahar khura r kotha khini ekdom ekai ase.❤
@DAMAYANTICHETIA
@DAMAYANTICHETIA 7 ай бұрын
বহুত ভাল লাগিল ❤
@swapnalitalukdar69
@swapnalitalukdar69 7 ай бұрын
আমাৰ সকলোৰে মৰমৰ চক্ৰপাণিৰ কথা কোৱাৰ শৈলী অতি সুন্দৰ। পৰিয়ালৰ সকলো সদস্যলৈ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@papunath2309
@papunath2309 7 ай бұрын
কি সুন্দৰ পৰিয়াল।
@rahulsaikia7822
@rahulsaikia7822 6 ай бұрын
Oty hundor.... Baa dujoni dhunia.&. behaviour oty hundor...
@lakhimadoleypatir2600
@lakhimadoleypatir2600 7 ай бұрын
চক্ৰ পাণি পৰাশৰ যৌথপৰিয়ালখিনি দেখিবলৈ পায় বহুত ভাল লাগিল।
@DeepborahMaina-r7u
@DeepborahMaina-r7u 5 ай бұрын
ককাই ভাই কেইজনৰ মিল কিন্তু মানিব লাগিব দেই❤❤❤❤❤❤❤❤
@ShirinaTasnim
@ShirinaTasnim 7 ай бұрын
Bohut besi bhal lagil chai ❤ Ajikali enekua family nai e heikarone aru besi bhal lagil 🥰👌
@kehsabgogoi7026
@kehsabgogoi7026 6 ай бұрын
Bohut bhallagil . Ane anusthan aagoloi puwar aasha rakhilu .
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi 7 ай бұрын
ইমান ধুনীয়া লাগিছে।
@NortheastExplorerRH
@NortheastExplorerRH 7 ай бұрын
অতি সুন্দৰ.........🙏👌
@anjalidewri9636
@anjalidewri9636 7 ай бұрын
বৰভাল লাগিল অনুষ্ঠান টো চাই।মই অকলে থাকো।এনেকৈ থাকিব পৰা হলে বৰভাল লাগিল হেতেন।
@kaverigogoi7726
@kaverigogoi7726 7 ай бұрын
Such a wonderful family and post.....hope new generations learn something from this family.....This is called a happy family.
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ 6 ай бұрын
গোলাপ বৰুৱা চাৰ যেনেকুৱা পুত্ৰ বোৱাৰীও তেনেকৱা। তেও আমাৰ গাৱৰ বিজুলী বাতিৰ সুবিধা কৰি দিছিল। ৩নং পুতেক একেবাৰে চাৰৰ নিচিনা ৰসাল।
@VickyBòkal
@VickyBòkal 7 ай бұрын
এনেকোৱা পৰিয়ালত থাকিবলৈ খুব মন যায়
@mbasu7771
@mbasu7771 6 ай бұрын
Very very nice and beautiful happy family. An exemplary example to Assamese society.
@rupanjalidas407
@rupanjalidas407 7 ай бұрын
অতি সুন্দৰ অনুষ্ঠান। বৰ ভাল লাগিল।
@realkushalmiri7542
@realkushalmiri7542 6 ай бұрын
সঁচাকৈ ভাল লাগিল
КОНЦЕРТЫ:  2 сезон | 1 выпуск | Камызяки
46:36
ТНТ Смотри еще!
Рет қаралды 3,7 МЛН
Hilarious FAKE TONGUE Prank by WEDNESDAY😏🖤
0:39
La La Life Shorts
Рет қаралды 44 МЛН
Sunday Suspense | Feluda | Baadshaahi Angti | Satyajit Ray | Mirchi 98.3
2:53:31
২৫ বছৰত বোকাজানৰ শংকৰদেৱ শিশু নিকেতন
1:30:08
КОНЦЕРТЫ:  2 сезон | 1 выпуск | Камызяки
46:36
ТНТ Смотри еще!
Рет қаралды 3,7 МЛН