প্ৰাক্তন বিজেপি সাংসদ তপন গগৈক নলয় কংগ্ৰেছে, আঙুৰলতাৰ আশাতো পৰিব নেকি চেঁচাপানী ?

  Рет қаралды 89,684

NV Live

NV Live

Күн бұрын

♦️প্ৰাক্তন বিজেপি সাংসদ তপন গগৈক নলয় কংগ্ৰেছে, আঙুৰলতাৰ আশাতো পৰিব নেকি চেঁচাপানী ?
#মুখ্যমন্ত্ৰী #হিমন্ত #বিজেপি #তপন #কংগ্ৰেছ #গৌৰৱ

Пікірлер: 186
@user-ie6dx5zb5i
@user-ie6dx5zb5i Ай бұрын
চল চাই কঠিয়া পৰা সকলক কংগ্ৰেছে দলত সোমব দিব নালাগে । গৌৰব গগৈৰ সুন্দৰ পদক্ষেপ । ধন্যবাদ : :
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
ভাল সিদ্ধান্ত। সুবিধাবাদীক সুবিধা দিয়াটো অনুচিত। এই সকল সুবিধাবাদীযে অঘটন ঘটাব দলত।
@jogenkutum2786
@jogenkutum2786 Ай бұрын
সুন্দৰ সিদ্ধান্ত ।
@pranjalduwarah.
@pranjalduwarah. Ай бұрын
কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা সকলোকে কংগ্ৰেছত পুনৰ যোগদান কৰিবলৈ দিয়াটো আমি ভাবোঁ অনুচিত । বিষয়টো যেন জেষ্ঠ্য কংগ্ৰেছী সকলে অসমৰ জনগনৰ আবেগত আঘাত নাহানি এবাৰ বুকুত হাত থৈ বিবেচনা কৰে যেন।
@manojkumardutta8590
@manojkumardutta8590 Ай бұрын
তপন গগৈক কংগ্ৰেছ ত সোমাবলৈ নিদিব। এইটো কতো নিজিকে। আৰু একো কামো কৰিব নোৱাৰে।
@AbulHussain-dl6og
@AbulHussain-dl6og Ай бұрын
Aasu kori kori Vokuwa mash hol , tar pasot bjp , eibar akou Congress , Congress t jodi ticket nepai Azmolor darit 🤑🤑 🤗
@ankitabarman9770
@ankitabarman9770 Ай бұрын
আঙুৰকো লব নালাগে আগতে কংগ্ৰেছ ক বেয়াকৈ গালি দিছিল ।তেওঁলোকে আকৌ বিজেপিলৈ যাব।কংগ্ৰেছৰ অনিষ্ট কৰিবলৈহে বিজেপি এৰিব।
@manjubarman1855
@manjubarman1855 Ай бұрын
আঙুৰক লোৱাৰ কোনো দৰকাৰ নাই। তেওঁ সাংস্কৃতিক জগতৰ মানুহ তাতেই কাম কৰক।
@user-jn2ug6wp4k
@user-jn2ug6wp4k Ай бұрын
গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ৰাইজ আছে, ডাঙৰ ডাঙৰ নেতা নহ'লে ও হ'ব।
@user-zy2vp9is2w
@user-zy2vp9is2w Ай бұрын
পলটিমৰা মানুহে নিজৰ সূবিধাৰ কাৰণে মাৰিয়ে থাকিব। ঠায় দিয়াটো অনুচিত।
@abdulhekim5770
@abdulhekim5770 Ай бұрын
এওঁলোকৰ উদেশ্যে হয় টো গৌৰৱ গগৈৰ ৰ শিবিৰত খিনদি খান্দা ৰ ।
@gitumanibarman6536
@gitumanibarman6536 Ай бұрын
Good idea gourab sir, bjpr dlr kono backtik wel come closed kora babe val lagil
@user-lm3pt6ik8d
@user-lm3pt6ik8d Ай бұрын
সুন্দৰ আৰু উচিত সিদ্ধান্ত
@user-qq6fl8bj2c
@user-qq6fl8bj2c Ай бұрын
তপন গগৈয়ে কংগ্ৰেছত যোগদিয়াৰ মন মেলিছে নেকি????ছাত্ৰসন্থাৰ মজিয়াৰ পৰা ৰাজনীতি আকৌ কান্ধুলি মাছৰ দৰে ইলুটি সিলুটি।নিজৰ স্বাৰ্থৰ বাবে আৰু যে কি কৰিব এইজনে?????
@AbulHussain-dl6og
@AbulHussain-dl6og Ай бұрын
Congress r logot gupone jugajog korise Gupon Gogoiye .
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
সৌ ৩/৪ মাহ আগতে আঙ্গুৰলতাই গোৱা বিহু গীত কেইটা এতিয়াও মনত পৰে ।
@aliciadawns8535
@aliciadawns8535 Ай бұрын
Edin DSP egorakie TV t kenekoi karubak challenge korisil heitu hoitu bohutei pahori jua nai .jabor burok lole bipodhe hobo.
@muned6442
@muned6442 Ай бұрын
গৌৰৱ গগৈ জিন্দা বাদ, আমি গৌৰৱ গগৈ ছাৰৰ কথাত একমত ,🖐️🖐️🖐️🖐️🙏🙏🙏🙏🙏🙏
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
সুন্দৰ
@liakatali5910
@liakatali5910 Ай бұрын
আঙুৰলতাক ল'ব নালাগে।
@devakantaborah2973
@devakantaborah2973 Ай бұрын
অসম গৌৰৱ, গৌৰৱ গগৈ জিন্দাবাদ।
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
বহু জিলাত তৃণমূল কৰ্মীক মেনেজ কৰি অসৎ প্ৰকৃতিৰ নেতাও কংগ্ৰেছ লৈ আহিব পাৰে। গতিকে শীৰ্ষ নেতৃত্বই সম্পূৰ্ণ নজৰ ৰাখিব লাগিব ।
@SurenDehingia-hn9il
@SurenDehingia-hn9il Ай бұрын
নোলোৱাতো ভালেই হৈছে এজেণ্টৰ কামহে কৰিব !
@user-ko9ie1gk9s
@user-ko9ie1gk9s Ай бұрын
কেলৈ ল'ব? সৌ সিদিনালৈকে কংগ্ৰেছৰ লগতে গৌৰৱ গগৈকো গালি পাৰি ফুৰিছিল।
@bijuchetia3935
@bijuchetia3935 Ай бұрын
তপন গগৈ আঙুলতা ডেকাৰ নিচিনা নেতাক আদৰি ললে দলৰ ভিতৰৰ কথা আকৌ বিজেপিৰ কণত পেলাব ৷আগতে তেওঁলোকে কোৱা কথাবোৰ মনত পেলাব লাগে ৷নিৰ্বাচনৰ আগত দীপ গগৈক গামোচা পিন্ধোৱাৰ কথা মনত পেলাব লাগে ৷
@SurenDehingia-hn9il
@SurenDehingia-hn9il Ай бұрын
আঙুৰলতা : আহোম গ'বেক ।
@ranjitbora734
@ranjitbora734 Ай бұрын
এবাৰ লেং মৰা, সুবিধাবাদীহঁতক চপালে খাল খান্দি জখিণী চপোৱাৰ নিচিনা হব।
@ShaharAliAhmed-xz8rb
@ShaharAliAhmed-xz8rb Ай бұрын
Very good News Thanks for Gorob Gogoi Congress Zindabad India Zindabad Assam Zindabad
@umeshchetiya1340
@umeshchetiya1340 Ай бұрын
Good decision Gaurav gogoi r ,,kanduli mass burok ketiyau Congress t lobo nalage
@HafizurRahman-vf6sz
@HafizurRahman-vf6sz Ай бұрын
ঠিক সিদ্ধান্ত।স‌্বাৰ্থলোভী নেতা দলত আকোৱালি লোৱা উচিত নহয়।দলবাগৰা নেতাৰ বাবে তৃণমূল কৰ্মীসকল বিপদত পৰে। তেওঁলোকৰ বাবে মানুহে দলৰ প্ৰতি ক্ষুন্ন হয়।দলবাগৰা নেতাসকল সদায় ছল চাই কঠিয়া পাৰে। তেওঁলোকক বিশ্বাস কৰা আৰু ফেঁটী সাপক বিশ্বাস কৰা একেই কথা।
@nuartddinahmed6380
@nuartddinahmed6380 Ай бұрын
সভাপতি অসম কংগ্ৰেছ, ওলাই যোৱা কেইজনক একেবাৰে নলব,
@bipulrabha-xg7jr
@bipulrabha-xg7jr Ай бұрын
তপন গগৈ কি ৰাজনীতি কৰে সুবিধা নিদিব নহলে কংগ্ৰেছ দলৰ সিন্ধী খান্ধিব ৰাজনীতি কৰে
@user-sx7kr6oe2m
@user-sx7kr6oe2m Ай бұрын
ANGURLATAK TAPAN GOGOI R LAGAT BIYA PATI DEYAK
@bituponsaikia1907
@bituponsaikia1907 Ай бұрын
অতি সুন্দৰ
@manjugohain6786
@manjugohain6786 Ай бұрын
কংগ্ৰেছে যাতে সাৱধানে আগুৱাই যাওক ।
@bidyutsaikia-up9cw
@bidyutsaikia-up9cw Ай бұрын
Congress jinda bad
@ashishdas9636
@ashishdas9636 Ай бұрын
Mr. Gaurav Gogoi good decision. Dont accept Tapan Gogoi in congress. He is a conspirator
@prasantaborah-kz6ds
@prasantaborah-kz6ds Ай бұрын
গগৈ ডাঙৰীয়াই ভাল্ কথা কৈছে। চল চাই কঠীয়া সিঁচা মানুহৰ কোনো বিস্বাস নাই। গতিকে তেওঁলোকক আতৰাই ৰখাটোৱেই পাৰ্টিৰ বাবে শ্ৰেয়।
@JkTree-xl9dw
@JkTree-xl9dw Ай бұрын
গৌৰৱ গগৈৰ দৰে বি জে পিৰ প্ৰাক্তন সাংসদে হ'ব নোৱাৰে।
@NripenThakuria
@NripenThakuria Ай бұрын
কংগ্ৰেছৰ আগতেও তিনিখন আসন আছিল এতিয়াও তিনিখন আসনে পাইছে ৷ আপোনলোকে কোনটো দৃষ্টি ভংগী পৰা কংগ্ৰেছৰ চৰকাৰ আহিব বুলি ভাবিলে ? আপোনালোকে যিমানে প্ৰচাৰ নচলাওঁক অসমৰ ৰাইজ ইমান বুৰ্বক নহয় ৷ অসমত ইমান সহজতে কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে ৷ কেৱল মাত্ৰ সপোনহে দেখিব পাৰিব ৷
@user-vw9gs1yk3e
@user-vw9gs1yk3e 23 күн бұрын
3 খনে বিজেপিক সেষ কৰিবো চাই থাক বিধানসভাত. কাৰন উজনিত কেইটা মান বিজেপি নেতা কমিব
@achyutsaikia8296
@achyutsaikia8296 Ай бұрын
সুন্দৰ পদক্ষেপ
@bimanrajkonwar7948
@bimanrajkonwar7948 Ай бұрын
Good decision Gourav Gogoi zindabad
@sunilgogoi3003
@sunilgogoi3003 Ай бұрын
Gourav ✌✌✌👍👍👍
@user-eq5zy9nk5w
@user-eq5zy9nk5w Ай бұрын
কোনো পৰিস্থিতিতেই কংগ্ৰেছৰ পৰা ওলাই যোৱা লুভীয়া দল বগৰা নেতাবোৰক আকোৱালি বিপদ চপাই নলয় যেন।
@DhurbaChetia-dp4yh
@DhurbaChetia-dp4yh Ай бұрын
Very nice
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs Ай бұрын
Gaorop sir👌
@gouravburagohain597
@gouravburagohain597 22 күн бұрын
সোনাৰি সমষ্টিৰ পৰা মইওঁ নিৰ্ব্বাচন খেলিম
@ManashjyotiBorah-zn3ml
@ManashjyotiBorah-zn3ml Ай бұрын
গৌৰৱ দা বৰ ভাল কৰিচে
@user-hq9ld7pu2u
@user-hq9ld7pu2u Ай бұрын
গৌৰৱদা জাবৰখন গোটাই নলব দেই
@manabkonwar9048
@manabkonwar9048 Ай бұрын
Ati hundar gourav gogoi selute
@mukibulhussain2622
@mukibulhussain2622 Ай бұрын
গৌৰৱ গগৈ ডাঙৰীয় এজনকো নলব
@anantakakoti9953
@anantakakoti9953 Ай бұрын
হেৰৌ 3খন আসন লৈ ইমান ধৰফৰাব নালাগে।
@puspadhar6239
@puspadhar6239 Ай бұрын
Right decision
@দদদ
@দদদ Ай бұрын
Good decision 👍👍👍
@user-vs2cp7ck2s
@user-vs2cp7ck2s Ай бұрын
নিলাজ মানুহক দলতলৈ ভোট বিভাজন নকৰিব আপুনি গৈৰৱ গগৈচাৰ
@kamalkalita338
@kamalkalita338 Ай бұрын
ভাল কাম কৰিছে গৌৰৱ গগৈয়ে গৌৰৱ গগৈ জিন্দ বাদ কংগ্ৰেছ জিন্দা বাদ
@ripunjoygohain8164
@ripunjoygohain8164 Ай бұрын
Good news for Congress .
@manojdeka5200
@manojdeka5200 Ай бұрын
Gaurav gogoi jindabad jindabad ❤️❤️❤️
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
বিজেপিক কোনো"প্ৰকাৰেই ক্ষমা কৰা নহব!! অসমৰ আঙুৰ টেঙা হল;কাশ্মীৰৰ হলে ভাবি চাম!!
@minahazarika7578
@minahazarika7578 Ай бұрын
লাখপতি বাইদেউয়ে কামত নিদিলে লতা বাইদেউ য'ত আছে তাতে থাকক দুই নম্বৰী
@bhishmaramnath2711
@bhishmaramnath2711 Ай бұрын
Congress jindabad rahulpm
@kusholbhuyan4221
@kusholbhuyan4221 Ай бұрын
Very nice news
@himangshuranjannath8193
@himangshuranjannath8193 Ай бұрын
এইবোৰৰ আচলতে বিজেপি ৰ এজেণ্ট
@milondebnath4273
@milondebnath4273 Ай бұрын
Good 🎉🎉🎉
@HumenBorgohain-hi8co
@HumenBorgohain-hi8co Ай бұрын
Good
@Assamboy-x6v
@Assamboy-x6v Ай бұрын
Mojja
@ganeshborgohain2040
@ganeshborgohain2040 Ай бұрын
Very good
@KIRANSAIKI
@KIRANSAIKI Ай бұрын
Good decision moi u akmot
@AmulyaDoley-qe1my
@AmulyaDoley-qe1my Ай бұрын
Bhal kotha
@user-wy1ct1oz3j
@user-wy1ct1oz3j Ай бұрын
G. G good decision
@Justanattemmpt
@Justanattemmpt Ай бұрын
অসমলৈ বহুত বহুত outsiders of assam আহি থকা কথাবোৰ জনাওঁক....এইবোৰ party ৰ কথা
@geetadas585
@geetadas585 Ай бұрын
Congress zindabad
@rinkushivam8759
@rinkushivam8759 Ай бұрын
আগন্তুক ২০২৬ ত বিজেপি চৰকাৰ আহি আছে।বিজেপি বাদ দি গুছি যোৱা সকল মজাটো পাওক। তাৰিখ সহ লিখি থওক কথাটৌ।
@mofijali4108
@mofijali4108 Ай бұрын
গৌৰব গৈগৈ লগত ৰাইজে আছে ও
@PANDA-x-gamerboy
@PANDA-x-gamerboy Ай бұрын
Great decesion
@buddhaboruah3008
@buddhaboruah3008 Ай бұрын
Congress zindabaad👍🤝❤🙏
@dr.pradipkumarsaikia6748
@dr.pradipkumarsaikia6748 Ай бұрын
Good decision.
@rinkushivam8759
@rinkushivam8759 Ай бұрын
চৰকাৰী ঘৰ পাওতে দিৱ‌ লাগে,চাকৰি এটা পাৱলৈ দিৱ লাগে টকা-----এনেকুৱা দুৰ্নীতিৰ চৰকাৰ অসম বাসীয়ে কাহানিও নিবিচাৰে। মুঠতে কংগ্ৰেছ চৰকাৰ নালাগে।
@tarunchandranath
@tarunchandranath 20 күн бұрын
টিকতৰ।আশাত। এতিয়া কিছু।দলবাগৰিব।গতিকে।সাবধান
@user-tn4rt8pq1c
@user-tn4rt8pq1c Ай бұрын
Vl kotha😊
@pradipgowala3651
@pradipgowala3651 Ай бұрын
যোৰহাট মানে অসম নহয় , যোৰহাট জিকিলেই গোটেই অসমত কংগ্ৰেছ আহিব নেকি ? যিয়েই নহওক ২৬ত কংগ্ৰেছ আহিব নোৱাৰে ১০০% ।
@joykantabora9352
@joykantabora9352 Ай бұрын
Realy good dicision
@technicalguruji3961
@technicalguruji3961 Ай бұрын
Aibur ahile Congress harib.
@mofijulrahman7249
@mofijulrahman7249 Ай бұрын
Laba nalaga
@santanurajkonwar4093
@santanurajkonwar4093 Ай бұрын
এওঁলোকৰ পৰা সাৱধান হোৱাই ভাল। হিমন্তৰ এজেন্টো হ'ব পাৰে।
@hemonta9300
@hemonta9300 Ай бұрын
Good news ❤
@bipulborah2193
@bipulborah2193 Ай бұрын
আঙুৰ লতা ডেকাক বাবে গৌৰব গগৈ ডাঙৰীয়াই ভাবিব পাৰে।
@SimilarAhmed
@SimilarAhmed Ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ 🎉🎉🎉
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
ভূপেন বৰাক কংগ্ৰেছ ৰ পৰা আঁতৰাব লাগে বুলি ভাবোঁ।
@dipjyotikalita2758
@dipjyotikalita2758 Ай бұрын
Nolobo dei
@pompipatgiri
@pompipatgiri Ай бұрын
ভাল। সিদ্ধান্ত।।।
@bipulrabha-xg7jr
@bipulrabha-xg7jr Ай бұрын
গৌৰৱ গগৈয়ে 2026 মুখ্য ভূমিকা পালন কৰিব BJP নেতা বোৰ জ্ঞান কম
@DigantaHazarika-zx7dr
@DigantaHazarika-zx7dr Ай бұрын
Good news
@PranjalSaikia-mr7dd
@PranjalSaikia-mr7dd Ай бұрын
Notun manuhok hubidha diok gourob da
@KIRANSAIKI
@KIRANSAIKI Ай бұрын
Angur lotak alpu bhal nalaga
@user-xo9ni9vb4t
@user-xo9ni9vb4t Ай бұрын
Alu kg 40/
@user-sx7kr6oe2m
@user-sx7kr6oe2m Ай бұрын
B J PR ARU BEYA DIN AHI ASE CONGRESE T THAI NIDEBO
@rajusaikia2328
@rajusaikia2328 Ай бұрын
তপন গগৈ মানুহ জন ভাল কিন্তু তাৰ লগত থকা সকল বেয়া
@BidyutBoruah-s8i
@BidyutBoruah-s8i Ай бұрын
Kintu Nitish Kumar k loi lobo
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw Ай бұрын
সুন্দৰ বাৰ্তা❤❤❤
@bapankalita3599
@bapankalita3599 27 күн бұрын
নিজৰ স্বাৰ্থৰ বাবে দল বাগৰা নেটাই কি দেশৰ কথা ভাবিব।
@krishnagogoi1657
@krishnagogoi1657 Ай бұрын
নতুন বেপাৰী বোৰক লবই নালাগে |
@NP-gf7fo
@NP-gf7fo Ай бұрын
Bhal din or karone Congress sarkar. Vejal aru Modi r attchey dinor karone Bjp sarkar
@bishnubaruah1270
@bishnubaruah1270 Ай бұрын
Mamai suransua melise shavdhan
Самое неинтересное видео
00:32
Miracle
Рет қаралды 1,4 МЛН
Самое неинтересное видео
00:32
Miracle
Рет қаралды 1,4 МЛН