KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
সজাই থৈছে শৰাই খনি বন্তি কাষে ধূপ || Hojai Thoise Xorai Khoni ||কণ্ঠ- মধুস্মিতা গগৈ চেতিয়া ||দিহানাম
12:12
বৰদোৱা থানলৈ নো আৰু কিমান বাট || Bordua Thanloi Nu || কণ্ঠ- বিতু গগৈ || বাটচৰা দিহানাম দল, ধেমাজি
16:28
Cat mode and a glass of water #family #humor #fun
00:22
It works #beatbox #tiktok
00:34
Beat Ronaldo, Win $1,000,000
22:45
黑天使被操控了#short #angel #clown
00:40
প্ৰভু কৃষ্ণ , Pravu Krishna || মধুস্মিতা গগৈ চেতিয়া আৰু সংগীবৃন্দ, ধেমাজি ||যোগাযোগ নং - 9954368841
Рет қаралды 1,433,883
Facebook
Twitter
Жүктеу
1
Жазылу 69 М.
All Rounder Humen
Күн бұрын
Пікірлер: 1 300
@bijoyhandique3835
Жыл бұрын
কৃষ্ণ কৃষ্ণ ।অতি সুমধুৰ কণ্ঠ 🙏🙏🙏
@allrounderhumen
Жыл бұрын
ধন্যবাদ
@dipankarmedhi8015
Жыл бұрын
777
@sukeswar1318
10 ай бұрын
⁰⁰00⁰⁰000000😊😊😊😊😊😊😊😊😊@@allrounderhumen
@dugdhosharma4647
7 ай бұрын
নাম ভাগ বৰ সুন্দৰ লাগিছে। তেখেতৰ লগতে দলতিৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো। গুৰুজনাৰ শ্নোকভাগক কিসুৰত গালে তাকেহে বুজি নাপালোঁ। আমি ভুল ধৰিছো বুলি নাভাবিব।😢😢😢🎉🎉😢😮😮 কৃষ্ণ কৃষ্ণ।
@jaganathlalung7272
2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ঔ হৰি
@allrounderhumen
2 жыл бұрын
Krishna
@gopalborah5223
Ай бұрын
বহুত বহুত সুন্দৰ পৰিদৰ্শন কৰিছে হৰিনাম ভাগি বৰ ভাল লাগিলে।
@allrounderhumen
Ай бұрын
কৃষ্ণ কৃষ্ণ
@BidishaChutia-xp6be
2 жыл бұрын
শিশুটিকে ধৰি আপোনালোক আটাইকেইজনৰ নিদৰ্শন অতুলনীয়, অভূতপূৰ্ব।।। দেহ মন জুৰ পেলোৱা
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@jogeswardas791
Жыл бұрын
সুন্দৰ হৈছে আই শিশুটিৰ উজ্বল ভবিষ্যত কামনা কৰিলো | হস্ত মুদ্রাৰ ভক্তি গীতৰ মুদ্ৰাৰ বিষয়ে বিশেষ গুৰত্ব দিবচোন |
@baneswarpanging7727
Жыл бұрын
সুন্দৰ সুন্দৰ সুন্দৰ আই মাতৃ আই গৰাকী ধন্যবাদ 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@allrounderhumen
Жыл бұрын
ধন্যবাদ
@kamaldeka3512
Жыл бұрын
Radhe Krishna ki jai 🔱🌳🌺🌼🕉️🥀🪔🦚🌻🏵️🙏🍓🍇🍉🍎🍒🥥🐂🍏🌹🍍🌻
@allrounderhumen
Жыл бұрын
🙏🙏
@KamalGogoi-kx3uu
2 ай бұрын
সুন্দৰ হৈছে,কৃষ্ণ কৃষ্ণ আই
@allrounderhumen
2 ай бұрын
কৃষ্ণ কৃষ্ণ
@tutumonideka571
9 ай бұрын
সুন্দৰ পৰিবেশন, আন্তৰিক অভিনন্দন জনাইছো কণমানি লৰাটোৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছো🎉🎉🎉❤❤💐💐🙏🙏🙏
@allrounderhumen
9 ай бұрын
🙏🙏
@AmalRabha-g1x
6 ай бұрын
K. Kk. K 9o. Bn
@JugeshariDoimary
5 ай бұрын
G6 vt?5vt5t5ttttt5tvtvt5ttttttttt5tt@@allrounderhumen
@narayanchetia7538
4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলো কে কৃপা কৰিবা কৃষ্ণ 👏🏻
@allrounderhumen
4 ай бұрын
কৃষ্ণ কৃষ্ণ
@anuprabhahazarika4158
Жыл бұрын
বহুত ধুনীয়া গাইছে এইগৰাকীয়ে ।লগতে কণমানি ল'ৰাটিৰ সুন্দৰ নৃত্য প্ৰাণ ভৰি উপভোগ কৰি বৰ আনন্দ পালোঁ আৰু বাদ্য যন্ত্ৰ সংগতকাৰীসকলক মোৰ সেৱা জনাইছো ইমান সুন্দৰভাৱে বজাই নামষাৰক আৰু শ্ৰুতিমধুৰ কৰি তোলাৰ বাবে । আগবাঢ়ি যাওঁক । কৃষ্ণ 🙏
@allrounderhumen
Жыл бұрын
বহুত বহুত ধন্যবাদ
@d.bassam6944
Жыл бұрын
Dhunia lagisa
@Runumi-h4w
5 ай бұрын
Krishna Krishna pravu Thanks gogoi baideo.
@allrounderhumen
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@dilipgogoi1204
11 ай бұрын
সুন্দৰ কণ্ঠৰ গৰাকী মধুস্মিতা গগৈ চেতিয়া আৰু সংগিবিন্দলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু কণমানি শিহুটিলৈ ভগৱানক প্ৰাথনা জনাইছোঁ যে তেওঁক সদায় ভক্তিৰ মাগ দৰ্শনৰ যোগে আগুৱাই যাব পাৰে। শেষত সকলোকে ধন্যবাদ জনাইছোঁ 🙏 কৃষ্ণ কৃষ্ণ
@allrounderhumen
11 ай бұрын
🙏🙏
@debaytgaming533
9 ай бұрын
Radhe Radhe ❤
@dipshikhaborah3082
4 ай бұрын
কৃষ্ণ সুন্দৰ ❤❤❤❤
@allrounderhumen
4 ай бұрын
কৃষ্ণ কৃষ্ণ
@bhabakantanath
Жыл бұрын
কৃষ্ণ বৰ ধুনীয়া লাগিছে। আমালোকে এনেকুৱা কৃষ্ণ কীৰ্তন বৰ ভাল পাওঁ। পৰিৱেশন সুন্দৰ হৈছে। ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ
@allrounderhumen
Жыл бұрын
ধন্যবাদ জনালোঁ, কৃষ্ণ কৃষ্ণ
@m.r..koushikborkataki9859
7 ай бұрын
Krishna Krishna 🙏🏻 ❤️ 🙏🏻 bohut xundar ❤❤❤
@allrounderhumen
7 ай бұрын
কৃষ্ণ কৃষ্ণ
@bulangogoi6864
2 жыл бұрын
অতি সুন্দৰ পৰিবেশন। আইগৰাকী আৰু সংগতকাৰি সকললৈ ভক্তিভৰা সেৱা নিবেদিছো। কৃষ্ণ 🙏🙏🙏
@allrounderhumen
2 жыл бұрын
কৃষ্ণ। আগলৈকে এনেদৰে আশীৰ্বাদ কৰিব
@tarunigogoi7984
11 ай бұрын
Bohut bohut val @@allrounderhumen
@tarunigogoi7984
11 ай бұрын
Bohut hundar vyakhya val lagile❤❤❤❤❤
@gombhirdangaria9834
6 ай бұрын
Jay Shri Krishna Prabhu Krishna hare Krishna❤❤❤❤❤Jay❤❤hare Prabhu❤❤Jay🎉🎉🎉
@allrounderhumen
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@bikashgogoi670
8 ай бұрын
ৰাম, কৃষ্ণ, নাৰায়ণ।
@allrounderhumen
8 ай бұрын
কৃষ্ণ কৃষ্ণ
@Akaannne
5 ай бұрын
কৃষ্ণ কৃষ্ণ ❤
@allrounderhumen
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@ashimboruah4961
2 жыл бұрын
খুব সুন্দৰ হৈছে
@dhirensaikia1311
5 ай бұрын
Krishna jai guru sankar .sarva guna kar.🙏🏻🙏🏻🙏🏻🙏🏻
@allrounderhumen
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@জয়আইঅসম-ব২ট
2 жыл бұрын
ইমান সুন্দৰকৈ হৰিনাম ভাগি সুৰ ধৰিলে আমি শুনি আপ্লুট হ'লো😊😊😊 কৃষ্ণ আই, আপোনালোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছো🙏🙏🙏 আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই মূল অধিৱেশন ভাগিত আপোনালোকক ল'গ পাম বুলি আশা কৰিলোঁ। কৃষ্ণ আই-বাপসকল🙏🙏 তিনিচুকীয়া জিলা সেৱা-বাহিনীৰ হৈ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ। কৃষ্ণ! জয় গুৰু শংকৰ।।
@allrounderhumen
2 жыл бұрын
কৃষ্ণ
@mitaliborgohain633
Жыл бұрын
00000😊😊😊😊😅😅😅😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😊😅😅😊😊😊😊uk
@LuhitbaruahLuhit
6 ай бұрын
বহুত সুন্দৰ হৈছে 🙏🙏
@allrounderhumen
6 ай бұрын
কৃষ্ণ কৃষ্ণ
@jitulkalita4455
2 жыл бұрын
বহুত ভাল লাগিল আপোনালোকৰ অনুষ্ঠান টো চাই , ৰঙিয়াৰ পৰাই বহুত বহুত ধন্যবাদ জ্ঞাপন জনালোঁ ,
@allrounderhumen
2 жыл бұрын
ধন্যবাদ । কৃষ্ণ
@makhonsarmah7199
Жыл бұрын
বৰ ভাল লাগিল। কৃষ্ণ
@allrounderhumen
Жыл бұрын
কৃষ্ণ কৃষ্ণ
@ganeshbhuamik9329
9 ай бұрын
Hare Krishna hare Krishna ❤
@allrounderhumen
9 ай бұрын
🙏🙏
@MintuMintubaishya-sv6ep
6 ай бұрын
কৃষ্ণ জয় গুৰু শংকৰ,,, সন্তোষিত হʼলো আই🙏🙏কৃপাৰ সাগৰ তুমি হৰি দৈৱকী নন্দন 🙏🙏
@allrounderhumen
6 ай бұрын
কৃষ্ণ কৃষ্ণ
@PrasantaBaruah-s9e
8 ай бұрын
সুন্দৰ পৰিবেশন কৰিছে ।দলটি লৈ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিলো.....
@allrounderhumen
8 ай бұрын
🙏🙏🤗
@GopinathbarmanRamRamRam
9 ай бұрын
ৰাম ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ❤❤❤❤❤❤❤❤
@allrounderhumen
9 ай бұрын
🙏🙏
@debajitgogoi940
Жыл бұрын
বহুত বহুত ধুনীয়া পৰিবেশন হৈছে । লগতে নেগেৰা , বাঁহী ও অতি সুন্দৰ সংমিশ্ৰণ হৈছে ।
@allrounderhumen
Жыл бұрын
ধন্যবাদ। কৃষ্ণ কৃষ্ণ
@sangitaborah5519
Жыл бұрын
কৃষ্ণ অতি সুন্দৰ হৰিনাম শুনি মন ভৰি গল 🙏🏻
@allrounderhumen
Жыл бұрын
🙏🙏
@DiptiChutia-ho1yx
9 ай бұрын
Bahut hundar hoise Krishna Krishna 🙏🙏🙏♥️♥️♥️
@allrounderhumen
9 ай бұрын
🙏🙏
@tawarmantaw9503
2 жыл бұрын
অতি মনমুহা দৃশ্য ভগৱানে কোশষলে ৰাকক এয়াই আমাৰ বৰৰ্তমাৰ প্ৰজন্ম অতি সুন্দৰ
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@MunGogoi-k5f
Ай бұрын
শিশুটোক আৰু অকমান ভাল কে শিকালে আৰু পাকৈত হব আশিবাদ কৰিছো ❤❤❤❤❤❤❤❤❤❤❤❤
@allrounderhumen
Ай бұрын
কৃষ্ণ কৃষ্ণ
@kanaklatarajbongshi966
2 жыл бұрын
সুন্দৰ হৈছে
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@DulPhukan-x9l
6 ай бұрын
সুন্দৰ পৰিবেশ । ভবিয্যত শুভকামনা থাকিল ।
@allrounderhumen
6 ай бұрын
কৃষ্ণ কৃষ্ণ
@bidyajyotidas5682
2 жыл бұрын
অপুব অধিক সুন্দৰ 🌺🌺🌺🌺🙏🙏🙏🙏
@anilkumarnath4474
2 жыл бұрын
Eman khundar kanth val lagil 🙏🙏🙏🙏🙏
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@asharanibaruah5551
2 жыл бұрын
বহুত সুন্দৰ হৈছে, কণ্ঠ, বাদ্য যন্ত্ৰ, নৃত্য সকলোবোৰ খুব ভাল লাগিল🙏😍
@tarunbhuyan9170
Жыл бұрын
Radha
@subashgogoi263
5 ай бұрын
জয় শ্ৰী কৃষ্ণ
@allrounderhumen
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@Jayanta526
2 жыл бұрын
বহুত ভাল লাগিল
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@sewtidevi
Жыл бұрын
@@allrounderhumen❤
@hemantadas3409
6 ай бұрын
🙏কৃষ্ণ প্ৰভূ💞 অতি সুন্দৰ হৈছে.তুলনাহীন .অপূৰ্ব🙏
@allrounderhumen
6 ай бұрын
কৃষ্ণ কৃষ্ণ
@M17-f5l
2 жыл бұрын
Sundar. Krishna Krishna 🙏 🙏
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@jandas6792
9 ай бұрын
Waaw এমান ধুনীয়াকৈ শুল্ক টো গৈছে❤❤❤❤❤❤❤
@allrounderhumen
9 ай бұрын
কৃষ্ণ
@loikhyahiragogoi4408
2 жыл бұрын
সুন্দৰ
@BitulKalita-nl1rk
Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🌺🌺🌹🌹
@allrounderhumen
Ай бұрын
কৃষ্ণ কৃষ্ণ
@milanbhuyan9855
2 жыл бұрын
অতি সুন্দৰ ঈশ্বৰে সকলোকে কুসলে ৰাখক
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@dineshmishra754
2 жыл бұрын
Very good your bokite.song.iam.very.happy.your song. Long.life.thank
@allrounderhumen
2 жыл бұрын
Thank You ❤️
@nikumaninath4268
2 жыл бұрын
Iman xudar bojaise sokolue..ki kom mane .bahi..nagra ..uff .😱...ai jatra sodai soli thakok ..👌👌❤️
@allrounderhumen
2 жыл бұрын
ধন্যবাদ জনালোঁ
@dipakkalita8832
Жыл бұрын
@@allrounderhumen l
@DasarathHazarika
4 ай бұрын
🎉🎉🎉 অতি সুন্দৰ পৰিবেশন
@allrounderhumen
4 ай бұрын
কৃষ্ণ কৃষ্ণ
@mukuldeka1568
2 жыл бұрын
সুন্দৰ কণ্ঠ । কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@mamonibaruah8707
9 ай бұрын
মাতৃ গৰাকীবৰ সুন্দৰ কণ্ঠ নামষাৰ শুনি বৰ ভাল লাগিলে তা লগতে বাহীঁ বজোৱা জেনেও বৰ সুন্দৰ কৈ বাহীঁ বজাইছে । সকলোৰে সুন্দৰ কৈ প্রদর্শন কৰিলে একাজলী শুভেচছাশীববাদ সকলোকে জনাইছো🙏🙏🙏🙏
@allrounderhumen
9 ай бұрын
🙏🙏
@bijulalung5942
2 жыл бұрын
বহুত বহুত ভাল হৈছে লগতে বাদ্য যন্ত্ৰ সহায় কৰা দলতিলৈ ভবিষ্যত উজ্জ্বল কামনা কৰিছো 🙏🙏🙏🙏🙏
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@mrinalidasbora9653
Жыл бұрын
🙏🙏
@PadumNeog-vx4vr
5 ай бұрын
Kunja. Krishna krishna krishna❤❤❤❤ bahut hundar❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@allrounderhumen
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@BikramBora-bn6gw
Жыл бұрын
অতি সুমধুৰ কণ্ঠ ❤🙏🙏 জয় গুৰু শংকৰ
@allrounderhumen
Жыл бұрын
Krishna Krishna 🙏
@PapuBordoloi-me3xq
Жыл бұрын
@@allrounderhumen a7 Bio
@gbasumatary4847
6 ай бұрын
PRBHU KRISHNA NAAM IMAN SUNDOR HUISE MON MOHIGOL. DHONYO MAAHOKOL,
@allrounderhumen
6 ай бұрын
ধন্যবাদ, কৃষ্ণ কৃষ্ণ
@samrian4421
2 жыл бұрын
অনন্য, অনুপম।সুওব সুন্দৰ বাদ্য সংগত।শুনি ভাল লাগিল্।
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@RinaHazari-l6f
24 күн бұрын
RadheKrishno
@allrounderhumen
24 күн бұрын
কৃষ্ণ কৃষ্ণ
@diptiphukonnath8880
Жыл бұрын
বহুত বহুত ভাল লাগিল। মোৰ যদি ভূল হোৱা নাই তেন্তে বাসূদেৱৰ ঠাইত বাচুদেৱ বুলি উচ্চাৰণ কৰা হৈছে। শুনিবলৈ আচহুৱা যেন লাগিছে।
@allrounderhumen
Жыл бұрын
ধন্যবাদ
@Axom.Kkcomedy-nv2wk
6 ай бұрын
🙏🙏কৃষ কৃষ হৰি ৰাম🙏🙏
@allrounderhumen
6 ай бұрын
কৃষ্ণ কৃষ্ণ
@কবিতাৰসুবাস
2 жыл бұрын
খুব ভাল লাগিল, বিশেষকৈ কণমানিজনৰ নৃত্য চাই আপ্লুত হ'লো
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@tourismblogbharat1697
Жыл бұрын
দেহা মন যুৰ পৰি গল ........ কৃষ্ণ কৃষ্ণ .....
@allrounderhumen
Жыл бұрын
Krishna Krishna 🙏
@truthforpeaceinassamese3197
2 жыл бұрын
অসমীয়া কলা-সংস্কৃতিৰ ৰক্ষক .... great salute to all of u
@allrounderhumen
2 жыл бұрын
ধন্যবাদ। কৃষ্ণ
@HirenNath-w9u
7 ай бұрын
Krishna krishno xosa bor val lagil
@allrounderhumen
7 ай бұрын
কৃষ্ণ কৃষ্ণ
@srimantavlog
2 жыл бұрын
বহুত ভাল লাগিল nice sound
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@prabalamchi8456
3 ай бұрын
সুন্দৰ দিহানামৰ দুৰ্বাহক গতি! এই দিহানাম শুনি নিজৰ লগতে সমাজৰ তথা পৰিয়াল বৰ্গ সকলো মন আপ্লুত হ'লো! আপোনাৰ কন্ঠত আছে এক সংকেত আলোকপাত, লগতেই সেই বাবু টো নাচোনত আছে এক আনন্দ সুকীয়া! এই দিহানাম সমগ্ৰ বিশ্বতে যেন বিৰাজমান হওঁক সকলোৰে জীৱন ধন্য হওঁক! আৰু আপোনালোকলে আমাৰ ফালৰ পৰা মৰিগাঁও পৰাই বহুত বহুত আৰ্শীবাদ আৰু অভিনন্দন জ্ঞাপন জনালোঁ ! ৰাম কৃষ্ণ 🪔
@allrounderhumen
3 ай бұрын
ধন্যবাদ, কৃষ্ণ কৃষ্ণ
@dipikasaikia863
2 жыл бұрын
Bahut val lagil xosai xakoluke
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@golaghat3916
10 ай бұрын
অতি সুন্দৰ পৰিবেশ
@allrounderhumen
10 ай бұрын
🙏🙏
@dibyajyotinath7927
2 жыл бұрын
unbelievable Perfumence ❤❤❤❤ love it.....
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@kusumbardeka
21 күн бұрын
🙏🙏 কৃষ্ণ কৃষ্ণ 🙏🙏
@allrounderhumen
18 күн бұрын
কৃষ্ণ কৃষ্ণ
@keshabchetia9588
2 жыл бұрын
ভাল লাগিছে সুন্দৰ,👃👃👃👃
@allrounderhumen
2 жыл бұрын
কৃষ্ণ
@monalishakutumkutum2296
Жыл бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ দিহা নাম ❤
@allrounderhumen
Жыл бұрын
🙏🙏
@mohangogoi
Жыл бұрын
@@allrounderhumenrytr
@SantanaChangmai-jr8nq
Жыл бұрын
সুন্দৰ হৈছে ♥️
@allrounderhumen
Жыл бұрын
ধন্যবাদ, কৃষ্ণ কৃষ্ণ
@BHORAJOUBONDMJ
2 жыл бұрын
Hundor kontha 🙏
@DebaChetia-y2r
7 ай бұрын
Krishno Very good team
@allrounderhumen
7 ай бұрын
কৃষ্ণ
@ManauBora
7 ай бұрын
😢@@allrounderhumen
@mrinalassamnk.3365
Жыл бұрын
কৃষ্ণ 🙏❤ সুন্দৰ ❤❤
@allrounderhumen
Жыл бұрын
কৃষ্ণ, ধন্যবাদ
@আৰাধানা-শ২থ
2 жыл бұрын
ধুনিয়া
@minupravanath1139
2 жыл бұрын
Krishna 🙏🙏🙏krishna 🙏🙏 Krishna 🙏🙏aati xundor poribekhon..
@allrounderhumen
2 жыл бұрын
কৃষ্ণ
@dhemajiharinamnitulchetia7250
2 жыл бұрын
আন্তৰিকতাৰে ধন্যবাদ জনালো 🙏🙏
@allrounderhumen
2 жыл бұрын
🙏🙏
@BirajKataki
8 ай бұрын
Xosai bohut dhuniya lagil .
@allrounderhumen
8 ай бұрын
কৃষ্ণ কৃষ্ণ
@parthabaruah8236
2 жыл бұрын
Krishna 👋👋👋
@allrounderhumen
2 жыл бұрын
কৃষ্ণ
@devojitbharali9024
Жыл бұрын
Ram Krishna hori hori hori ❤❤❤❤❤❤
@allrounderhumen
Жыл бұрын
Krishna 🙏
@ChandrapravaGogoi-f8t
7 ай бұрын
❤❤😂joishri kishna bahutbhal lagil
@allrounderhumen
7 ай бұрын
🙏🙏
@hemantadutta7443
5 ай бұрын
সুন্দৰ মনতো ভাল লাগি গল
@allrounderhumen
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@babudas1218
2 жыл бұрын
Val lagil dei video tu sai🙏🙏🙏🙏🙏🙏
@hiranyaborgohain9517
8 ай бұрын
বহুতেই ভাল লাগিল। সুন্দৰ কণ্ঠ। সকলোলৈকে আন্তৰিক শুভকামনা💕 জনালো
@allrounderhumen
8 ай бұрын
🙏🙏
@annalaskar8625
2 жыл бұрын
বাঁহী বজোৱা জনলৈ মোৰ চিৰ নমস্কাৰ 🙏🏻🙏🏻🙏🏻🌹🌹🌹
@allrounderhumen
2 жыл бұрын
কৃষ্ণ কৃষ্ণ ।
@haripriyasonowal7175
2 жыл бұрын
বাঁহী বাদকলৈ মোৰ বহুত বহুত প্ৰণাম।
@PoriKonch
Ай бұрын
Krishan krishan 🙏🙏🙏🙏🙏🙏
@allrounderhumen
Ай бұрын
কৃষ্ণ কৃষ্ণ
@Akhomiyahanskiti
2 жыл бұрын
Mojaaa
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@dibyajyotigohain9404
2 жыл бұрын
সুন্দৰ হৈছে অতি মনোমোহা
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
@manabdeka9311
2 жыл бұрын
🙏🙏🙏
@allrounderhumen
2 жыл бұрын
কৃষ্ণ
@udaisankardas5959
2 жыл бұрын
🔥🔥🔥🔥🔥
@debajanidevi.g
8 ай бұрын
Nice voice and nice flute playing 🙏
@allrounderhumen
8 ай бұрын
ধন্যবাদ
@satyajitkakati8337
2 жыл бұрын
Xuondr hyse aru agui jua xoklou 🙏🙏
@SimantaBora-y9u
9 ай бұрын
অতি সুন্দৰ সুমধুৰ ভক্তি গীত 🙏🙏🙏
@allrounderhumen
9 ай бұрын
🙏🙏
@krishnagogoi1657
2 жыл бұрын
বহুত ভাল লাগিল আই | মাত্র বাদক দুজনে তিনি বস্ত্র পৰিধান নকৰিলে | ভৱিষ্যতে পৰিধান কৰিব বুলি আশা কৰিলো | কৃষ্ণ বাপ আই সকল |
@pritom21
Жыл бұрын
তিনি বস্ত্ৰ কি কি হয় নো জনাব পাৰিব নিকি?
@AngkurIngri
5 ай бұрын
Ati xundr aiye amar asmiyar sngskiti knth🙏🙏🙏🙏🙏🙏👌👌
@allrounderhumen
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@entertainmentzone8706
2 жыл бұрын
Wow....val lagil xuni
@flutedreamer105
2 жыл бұрын
Val lagil dey video tu sai ... Oti hundor
@allrounderhumen
2 жыл бұрын
ধন্যবাদ
12:12
সজাই থৈছে শৰাই খনি বন্তি কাষে ধূপ || Hojai Thoise Xorai Khoni ||কণ্ঠ- মধুস্মিতা গগৈ চেতিয়া ||দিহানাম
All Rounder Humen
Рет қаралды 284 М.
16:28
বৰদোৱা থানলৈ নো আৰু কিমান বাট || Bordua Thanloi Nu || কণ্ঠ- বিতু গগৈ || বাটচৰা দিহানাম দল, ধেমাজি
All Rounder Humen
Рет қаралды 641 М.
00:22
Cat mode and a glass of water #family #humor #fun
Kotiki_Z
Рет қаралды 42 МЛН
00:34
It works #beatbox #tiktok
BeatboxJCOP
Рет қаралды 41 МЛН
22:45
Beat Ronaldo, Win $1,000,000
MrBeast
Рет қаралды 158 МЛН
00:40
黑天使被操控了#short #angel #clown
Super Beauty team
Рет қаралды 61 МЛН
9:27
সৰস্বতী পূজা।দিহানাম।২০২৫।Saraswati puja dihanam.🙏🙏🙏
MONISHA RONGPUR
Рет қаралды 88
22:25
Vokti song puwar hori nam_Zubeen garg vokti geet_assamese vokti geet_bhokti get_bhokti Geet
DhoN Borah Musical
Рет қаралды 2,3 МЛН
27:04
ডিমৌ আঠাবাৰী হিলৈদাৰী গাঁও বৰ নামঘৰ|| বিশেষ কেইটিমান প্ৰশ্নৰ ...
জ্যোতিময় Jyotimoy
Рет қаралды 293 М.
18:44
অনুষ্কাৰ, পিতৃ মাতৃৰ , সৈতে এটা সুন্দৰ সাক্ষাৎকাৰ আৰু সুমধুৰ গীত!! সঁচাই অতুলনীয় অৱদান ভগৱানৰ !!
Jonomot with Anju
Рет қаралды 213 М.
54:52
ভোরের নগর কীর্তন #bhorernagorkirtan #harekrishna #morningsong #harekrishnasdd
Harekrishna sdd
Рет қаралды 11 МЛН
16:41
কৃষ্ণই কলে সখা তুমি || Krishnoi Kole Hokha Tumi ||কন্ঠ- বিদ্যুত বৰফুকন || ধেমাজি কেন্দ্ৰীয় হৰিনাম দল
All Rounder Humen
Рет қаралды 793 М.
9:35
কণকণ শিশু সকলৰ প্ৰতিভা দেখি আপুনিও আচৰিত হ'ব।। সপ্তসুৰ শিশু দিহানামৰ দল।।দলপতি:-হীৰকজ্যোতি দত্ত।।
Pronabjit Borah Vlog
Рет қаралды 34 М.
30:19
নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ
Kalindee Bhomora
Рет қаралды 727 М.
16:51
বৰদোৱা স্থানলৈ নো আৰু কিমান বাট ॥ Dihanaam ॥ Assamese Hori naam ॥ Contact-6001826717
Niranjan Creation
Рет қаралды 603 М.
15:50
Bhakotimulok geet | puwar hori naam | tukari geet | Diha naam | bhagyshri devi
Dikhita Dutta
Рет қаралды 385 М.
00:22
Cat mode and a glass of water #family #humor #fun
Kotiki_Z
Рет қаралды 42 МЛН