ভক্তিৰ চাৰি বস্তু কি কি ? ।। Voktir Sari Bostu Ki Ki ?।। Bhagawat।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।

  Рет қаралды 39,365

কৃষ্ণ চেতনা।। (KRISHNA SETONA)

কৃষ্ণ চেতনা।। (KRISHNA SETONA)

Жыл бұрын

ভক্তিৰ চাৰি বস্তু কি কি ? ।। Voktir Sari Bostu Ki Ki ?।। Bhagawat।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
#ভক্তি #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha
Your Queries:-
ভক্তিৰ চাৰি বস্তু
ভক্তিৰ বস্তু
ভক্তি বস্তু
ভক্তিৰ চাৰি বস্তু কি
ভক্তি কি
voktir sari bostu
voktir bostu
vokti bostu
vokti bostu
voktir sari bostu ki
vokti ki
Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
Facebook: / madhurjya.borah.31521
Instagram: madhurjya762?ig...
Phone no: 6001380050

Пікірлер: 116
@user-bs5pt4uv8i
@user-bs5pt4uv8i 2 ай бұрын
Krisna,
@BobyboruahBobyboruah-jr8nv
@BobyboruahBobyboruah-jr8nv 17 күн бұрын
Krishna Krishna Krishna
@manasdeka6801
@manasdeka6801 Ай бұрын
Joy guru Shanker 🙏🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna
@sikatiramdas3027
@sikatiramdas3027 Ай бұрын
Krishna Krishna
@pranjoldutta7038
@pranjoldutta7038 Жыл бұрын
অতি সুন্দৰ 🙏🏿 জয় গুৰু শঙ্কৰ 🙏🏿সেৱা জনালোঁ 🙏🏿
@jahnabigayan931
@jahnabigayan931 7 ай бұрын
Krishna 🙏
@user-th6js7sw5y
@user-th6js7sw5y 3 ай бұрын
krishna
@jitenhazarikajitenhazari-gk6kb
@jitenhazarikajitenhazari-gk6kb Жыл бұрын
vl lagila 😊😊
@manumallah2776
@manumallah2776 27 күн бұрын
🙏🙏🙏
@rekhaneog1101
@rekhaneog1101 Жыл бұрын
কথা খিনি শুনি বৰ ভাল লাগিল
@jatindas5035
@jatindas5035 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ।
@dipikahazarika7245
@dipikahazarika7245 Ай бұрын
🙏
@bhabanikardong2148
@bhabanikardong2148 Жыл бұрын
অতি সুন্দৰ সেৱা জনালোঁ 🙏🙏🖤🙏
@lukumailekharu1022
@lukumailekharu1022 7 ай бұрын
Krishna krishna ❤😂❤❤
@priyakshiboruah8096
@priyakshiboruah8096 Жыл бұрын
Krishna Krishna 🙏
@SDSongeet
@SDSongeet Жыл бұрын
অতি সুন্দৰ কৃষ্ণ কৃষ্ণ
@DiptiChetia-bs5vh
@DiptiChetia-bs5vh Жыл бұрын
কৃষ্ণ কৃষ্ণ । বৰ সুন্দৰ ভক্তি ৰসৰ বাণী শুনি ভাল লাগিল।
@smritirekhaborah9936
@smritirekhaborah9936 Жыл бұрын
জয় শ্ৰীকৃষ্ণ। বহুত উপকৃত হলো।
@mahindrybayan4383
@mahindrybayan4383 11 ай бұрын
অতি মুগ্ধ হলো বাপ চৰণত সেৱা হে নিবেদিছো। ❤❤❤❤❤
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল লাগিছে কৃষ্ণ কৃষ্ণ
@harikantaphukan2784
@harikantaphukan2784 Жыл бұрын
আমাৰ দৰে নিমিত্ত ভকত সবৰ কাৰণে আপোনাৰ বাণীয়ে নিশ্চয় মহৌষধৰ দৰে ক্ৰিয়া কৰিব। কৃষ্ণ ...........
@darshroy9076
@darshroy9076 Жыл бұрын
Iman dhuniyake bujaise
@anjusaikia2483
@anjusaikia2483 Жыл бұрын
কৃষ্ণ। অতি সুন্দৰ🙏
@bontibora9711
@bontibora9711 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 বৰ সুন্দৰ 🙏🙏🙏 সেৱা জনালোঁ🙏
@adtags2791
@adtags2791 Жыл бұрын
কৃষ্ণ
@mintushankarofficial6333
@mintushankarofficial6333 Жыл бұрын
ঔঁ হৰি নাৰায়ণ 🙏🙏🙏🕉️🙏🙏🙏
@ujjalmili7058
@ujjalmili7058 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছোঁ 🙏🙏🙏 ঔ নামোঃ ভগৱতে বাসুদেৱায় নমঃ
@madhabdas3036
@madhabdas3036 24 күн бұрын
প্রনাম জনালো কচন বাপ আমি মনে পানে বিশ্বাস কৰি একাদশী বত কৰো কি খাব লাগে না জানেআপোনী কোৱা তবোজিপালো ধন্যবাদ🙏🙏🙏🙏🙏 আপোনাকো ধন্যবাদ🙏🙏🙏
@dipaksaikia6248
@dipaksaikia6248 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জন । আমি সেৱাহে নিবেদিলো । আগ বাঢ়ক ।
@beenaborah1098
@beenaborah1098 Жыл бұрын
সমাজত আপুনি শুদ্ধ পথৰ সন্ধান দিছে 🙏🙏
@bitudas8434
@bitudas8434 Жыл бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম
@upendehingia8875
@upendehingia8875 11 ай бұрын
ধন্যবাদ❤
@ambikarabha6349
@ambikarabha6349 Жыл бұрын
কৃষ্ণ বাপ 🙏
@rajendeka7932
@rajendeka7932 Жыл бұрын
Oooo
@subhonburagohain2868
@subhonburagohain2868 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@sarumaiborah448
@sarumaiborah448 Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম 🙏🙏🙏
@ramcharandeka9143
@ramcharandeka9143 Жыл бұрын
Ramkrishna
@aikankalita6733
@aikankalita6733 Жыл бұрын
Krishna krishna bap jona hhsra pranam
@anjuranigogoi9569
@anjuranigogoi9569 Жыл бұрын
❤ধন্যবাদ
@bitulkalita6684
@bitulkalita6684 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@krishnabhaktiras
@krishnabhaktiras Жыл бұрын
Krishna
@dipshikhaborah3082
@dipshikhaborah3082 Жыл бұрын
জয় কৃষ্ণ
@daduldas1643
@daduldas1643 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@sumitradeka3599
@sumitradeka3599 Жыл бұрын
KRISHNA🙏🙏🙏🙏🙏
@NabajyotiBordoloi-eu8qf
@NabajyotiBordoloi-eu8qf Жыл бұрын
আপোনাক পণাম হাজাৰ বাৰ
@sarajonisardar429
@sarajonisardar429 Жыл бұрын
Krishna Krishna Krishna 🙏🙏
@nathpk123
@nathpk123 Жыл бұрын
কৃষ্ণ ৷ বৰ শুৱলা কণ্ঠত ঈশ্বৰ ভক্তি শুনিলো ৷
@birenboruah9751
@birenboruah9751 Жыл бұрын
Very good.
@Anurag_819
@Anurag_819 5 ай бұрын
কৃষ্ণ কৃষ্ণ পৰম কৃতাৰ্থ হলো শ্ৰৱন কৰা🙏
@premeswarsaikia459
@premeswarsaikia459 Жыл бұрын
Krishna krishna
@prachurjyadutta8756
@prachurjyadutta8756 Жыл бұрын
Ram krishna
@tulubarchamua9889
@tulubarchamua9889 Жыл бұрын
Krishna.
@rekhagogoi322
@rekhagogoi322 Жыл бұрын
🙏🙏🙏🙏 ।
@Rasamit6360
@Rasamit6360 Жыл бұрын
Ram ram bap🙏🙏🙏🙏🙏🙏❤❤❤❤
@baneswarpanging7727
@baneswarpanging7727 Жыл бұрын
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@assam57747
@assam57747 Жыл бұрын
কৃষ্ণ 🙏
@deepjyotihatimuria5311
@deepjyotihatimuria5311 Жыл бұрын
🙏🙏🙏 কৃষ্ণ 🙏🙏🙏
@preranaburagohain2063
@preranaburagohain2063 Жыл бұрын
🙏🙏🙏🙏🙏🙏
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Krishna Krishna bhal bhal Krishna
@mainabordoloi2479
@mainabordoloi2479 Жыл бұрын
কৃষ্ণ🙏🙏🙏
@rajeshreegogoi2083
@rajeshreegogoi2083 Жыл бұрын
সেৱা গ্ৰহণ কৰিব 🙏🙏🙏
@saratsaikia8053
@saratsaikia8053 Жыл бұрын
Ram Ram
@anamikabaruah8182
@anamikabaruah8182 Жыл бұрын
ভক্তিৰ মূল বস্তু এই চাৰি বিধৰ বিষয়ে জানিব পাৰি সুখী হলো।সেৱাহে জনালো বাপ 🙏🙏🙏🙏🙏
@bubaikurmi7338
@bubaikurmi7338 Жыл бұрын
কৃষ্ণ ৰাম কথা জানিব পাই বৰ ভাল পাছো কৃষ্ণ বাপ
@dipanjalibailung9347
@dipanjalibailung9347 Жыл бұрын
ভাল লাগিল বাপ জনা। নজনা কথা জানিব পাৰিলো।
@Doraemonofficial55
@Doraemonofficial55 Жыл бұрын
Krishna setona😇
@birinchiborgohain1224
@birinchiborgohain1224 Жыл бұрын
Krishna krishna krishna Ganeshguri
@rosheswarsonowal6134
@rosheswarsonowal6134 Жыл бұрын
Real Condon tilok scientific reason ase
@rajibsaikia1018
@rajibsaikia1018 10 ай бұрын
কৃষ্ণ, লগুণ ৰ বিষয়ে অলপ বহলাই কব নেকি?
@robinborah5848
@robinborah5848 Жыл бұрын
Sundar bhakhya krishna
@BinandaBorah-gc8lj
@BinandaBorah-gc8lj Жыл бұрын
Krisna bap jibo mana ke
@narayanchnath87
@narayanchnath87 8 ай бұрын
নিজ নামে জীৱ তৰি যাই নিজ নাম কি জনৱনে
@prasantabhattacharyya-nb2fe
@prasantabhattacharyya-nb2fe Жыл бұрын
Krishna. Madhurjya skinot tumar coteract no tu rajor subidha huwakoi dile bhal hoi .
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
নিশ্চয়।
@pallabigogoi1612
@pallabigogoi1612 Жыл бұрын
এগৰাকী বিধবা মহিলাই দ্বিতীয়বাৰৰ বাবে বিয়া হব পাৰে নে নোৱাৰে এই বিষয়ে শাস্ত্ৰ ত কি বুলি উল্লেখ আছে জনাবছোন বাপজনা।।
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
শাস্ত্ৰৰ প্ৰসঙ্গত যদি চাও আমি তেনে দৃষ্টান্ত নাপাও , আৰু শাস্ত্ৰ অনুসৰি যেতিয়া তেও সৰ্বস্ব দি এজনৰ আশ্ৰয়ী হ'লেই তেতিয়া পুৰুষেই হওক মহিলাই হওক বেলেগ এজনৰ প্ৰতি কিবা বাকী নাথাকে কিন্তু সম্প্ৰতি সমাজ ব্যৱস্থালৈ চাই যদি কোৱা যায় তেন্তে সেইটো মহিলাগৰাকীৰ অন্ত:কৰণৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ।
@purabidas8456
@purabidas8456 Жыл бұрын
Krishna ,bap apuni namer bikhae jikhini kole aru alap kaba parine? Krishnar gunanam namsanda aru saranchanda nam buli kaba parine?
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
কৃষ্ণ ! শৰণছন্দ , নামছন্দ, ঘোষাছন্দ - ঘোষা ৰ প্ৰশস্তুি আৰু উদ্দ্যেশ্য মূলক স্তুতি ।
@tilokgogoi3471
@tilokgogoi3471 Жыл бұрын
প্ৰণাম প্ৰভুঈশ্বৰ সেৱা গ্ৰহণ কৰিব.জয় গুৰু শঙ্কৰ.ৰাম ৰাম 🙏🙏.কোন কি পন্থাৰ এই বিলাক বিচাৰ কৰা কোনো দৰকাৰ নাই বাপঈশ্বৰে ঠিক কথা কৈছে.কাৰণ সকলোৱে মহাপুৰুষ শঙ্কৰ দেৱকে গুৰু হিচাপে মানে আৰু প্ৰভু Krishna কে ভগৱান হিচাপে মানি আহিছে.আমাৰ বৈষ্ণৱ পন্থাত.সকলো সমাজতেই শঙ্কৰ দেৱক গুৰু হিচাপে মানে.
@borgohain2400a
@borgohain2400a Жыл бұрын
বাপ জনলৈ এটা প্ৰশ্ন গুৰু কেইজন ?
@lohithandique8735
@lohithandique8735 Жыл бұрын
তিলক ভজনিয় সকলো ভকতেই ল'য়--কোনোৱে জল তিলক কোনোৱে মৃতিকা বা চন্দন আদিৰ তিলক লোৱাৰ নিয়ম--!
@PrahladDas-cw2hh
@PrahladDas-cw2hh Жыл бұрын
তিলকৰ অৰ্থ কি? বাপ
@dipaksaikia5150
@dipaksaikia5150 Жыл бұрын
Krishna apunar mobyl number dibsun ami apunak auniati shatraot dehakapua monot pore
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
6001380050
@dipaksaikia5150
@dipaksaikia5150 Жыл бұрын
Thanks
@manashhazarika1031
@manashhazarika1031 Жыл бұрын
আমি মাছ মাংস খালে পাপ হয়নে নহয় বাৰু
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
আধ্যাত্মিক মাৰ্গত থকা জনৰ বাবে মৎস্য , মাংস বৰ্জিত ।
@kabitaborah152
@kabitaborah152 Жыл бұрын
Nam lole kio meru xaman pap hoi buli kowa hoi kripakari jonabason. 🙏🙏🙏
@amulyasaikia6821
@amulyasaikia6821 Жыл бұрын
Q
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
কেৱল নাম ল'লেই নহ'ব সেই নাম ক অপৰাধহীন ( গুৰুৰ পঞ্চ অপৰাধ, ভকতৰ তিনি অপৰাধ, নামৰ দশ অপৰাধ , কৃষ্ণ দেৱৰ বত্ৰিশটি অপৰাধ )ভাৱে চৰ্চন কৰিব লাগিব , অপৰাধ যুক্ত হৈ নাম ল'লে নামে স্খলিত হে কৰে - সেই প্ৰসঙ্গত এই ভকতীয়া ফকৰাটি কোৱা হৈছে
@PrahladDas-cw2hh
@PrahladDas-cw2hh Жыл бұрын
চাৰি বস্তু - যিটো গুৰু দেৱ নাম ভক্ত বুলি কোৱা হৈছে। গুৰু শব্দটোৱেই ইয়াত সাকাৰ অৰ্থাৎ অৱতাৰ গুৰুকহে বুজোৱা হৈছে। শঙ্কৰদেৱ অৱতাৰী বৰ্তমান সাকাৰ গুৰু নহয় । গতিকে চাৰি তত্বৰ ABC জ্ঞান নাজানি চাৰি তত্বৰ প্ৰকাশ কৰাটো কেনে অদ্ভুত কথা। ২য়তে নাম বুলি কওতেই ইয়াত গুৰু মুখী বীজ নামক কোৱা হৈছে। য'ত সাকাৰ ৰূপী গুৰু দৃশ্যমান গুৰুৱে নাই,, ত'ত নাম পায় কেনেকৈ?
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
গুৰু সাকাৰেই , আৰু গুৰুক সাধাৰণ মানুহ জ্ঞান কৰি আপুনি গুৰু বিচাৰি নাপাব পাৰে ৰাইজে ও পাইছে আমি ও পাইছো , অৱতাৰী পুৰুষৰ গুৰু পৰম্পৰা চলি আহিছে , সেইবিষয়ে আগতে জানি লওক বাপ ।
@smritirekhaborah9936
@smritirekhaborah9936 Жыл бұрын
আচল অৰ্থ আমাক এজন সাকাৰ গুৰুৱেহে দীক্ষা বা শৰণ দিব পাৰে। শঙ্কৰগুৰুৰ দ্বাৰা প্ৰচাৰিত শৰণ বাক্য যিজনৰ মাধ্যমেদি লাভ কৰোঁ সেই জনো গুৰুৱেই। ভুল হলে ক্ষমা কৰিব। ------ কুলধৰ বড়া।
@PrahladDas-cw2hh
@PrahladDas-cw2hh Жыл бұрын
@@smritirekhaborah9936 প্ৰথম কথা শৰণ আৰু দ্বীক্ষা একে নহয়। ২য় কথা শৰণতহে গতিমুক্তি আছে, দ্বীক্ষাত নাই। শৰণ সাধাৰণ মনুষ্য দিব নোৱাৰে আৰু শৰণত জাতি বৰ্ণ, হিন্দু মুছলমান বুলি কোনো ভেদ নাই কিন্তু দ্বীক্ষাত উচ্চ নীচ জাতি বৰ্ণ আদিৰ বিচাৰ কৰা হয়। যেনে দ্ৰোণাচাৰ্য ই নীচ বুলি একলব্যক আৰু পৰশুৰামে ক্ষত্ৰিয়ক দ্বীক্ষা দিয়া নাছিল। শৰণত হিঙসাৰ স্থান নাই কিন্তু দ্বীক্ষাত হিঙসাই ঠাই লয়। যেনে দ্ৰোণাচাৰ্যৰ দ্বাৰাই একলব্যৰ বুঢ়া আঙুলি ছেদন । গতিকে শৰণ যদি আকাশ হয় তেন্তে দ্বীক্ষা হব পাতাল। এই বৃহৎ ব্যৱধান জানে কেইজনে? মিডিয়াৰ যোগেদি সাধাৰণ মানুহে নজনা কেইটামান তত্ব কথা কৈ স্বয়ম্ভূ গুৰু হোৱা লোকৰ সঙখ্যা আজিৰ তাৰিখত অভাৱ নাই। যিহেতু তেওঁলোকে স্বয়ম্ভূ গুৰু হৈয়েই আছে তেনেস্থলত অৱতাৰ গুৰুৰ ৰহস্য বুজি বা পাই ক'ত ? আকৌ বুজি পালেও লোকক বুজাব নোৱাৰে, নিজৰ গুৰু আসন হেৰুৱাৰ ভয়ত? নিজৰ গুৰুগিৰি হেৰুৱাৰ ভয়ত আজি নানা অনুষ্ঠানত শৰণ আৰু দ্বীক্ষা একাকাৰ কৰি পেলালে। শেষ কথা -- ১/ শৰণ আৰু দ্বীক্ষাৰ যি বৃহৎ ব্যৱধান, ইয়াক যিসকলে জনা নাই, সেইসকল আজিৰ তাৰিখত আধ্যাত্মিক জ্ঞানত প্ৰাথমিক বিদ্যালয়ত আছে । ২/ দেৱ দেৱতাসকল কাল্পনিক, মানে মনে গড়া। এই বাস্তৱ কথা যিসকলে নাজানে সেই সকল, আধ্যাত্মিক জ্ঞানত মাতৃৰ গৰ্ভতেই আছে।
@deepkonar9688
@deepkonar9688 Жыл бұрын
আপুনি জানেনে প্ৰভু ঈশ্বৰ যোগে যোগে আহে ।আৰু আপুনি যি গুৰুৰ ওচৰত শৰণ লৈছে হেইয়া প্ৰকৃত গুৰু নহই। সত গুৰূহে প্ৰকৃত গুৰু । আৰু সেই গুৰু যোগে যোগে আহে আৰু একনাম প্ৰদান কৰে । আপুনি যি গুৰুত শৰণ লৈছে হেইজনা হত গুৰু নহয়, হি বিষয় গুৰু । আৰু বিষয় গুৰুৱে কেতিয়াও শৰণ দিব নোৱাৰে । হত গুৰু আজিও আছে কিন্তু কত আছে এবাৰ বিচাৰি চাওক । আৰু যদি নাপাই মোক কমেন্ত কৰী জনাব ।
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
অ হয় নে । কি যে বিৰম্বনা , আমি যি গুৰুৰ জৰীয়তে শৰণাশ্ৰয়ী হৈছো , তেঁওৰ উৰ্ধত শ্ৰীনাৰায়ণৰ পৰা চলা গুৰু পৰম্পৰা আছ , শাস্ত্ৰ নিৰ্ণিত , তথাপি আমি কোৱা নাই যে কোনোবা ইয়ালৈ আহক , কিয়নো আধ্যত্মিক মাৰ্গৰ উদ্দেশ্য , মোৰ গুৰুত শৰণ লোৱা হি , মোৰ জন হে শ্ৰেষ্ঠ , তোমাৰ/ আপোনাৰ জন নহয় - এইবোৰ অবান্তৰ কথা - আধ্যাত্মিকতাৰ লক্ষ্য ভৌতিকতাবাদীৰ পৰা আধ্যাত্মিক চেতনা বাদী কৰা , মোৰ গুৰু, আপোনাৰ গুৰু কৰা টো নহয় , আপোনাৰ দৰ্শন টো ভুল হৈছে । যাৰ শাস্ত্ৰীয় গুৰু পৰম্পৰা নাই , তেও বহু জ্ঞানী হ'লে ও গুৰু হ'ব নোৱাৰে, তেনে গুৰুৰ আশ্ৰয়ী হ'লে মিথ্যা জ্ঞান হে উপজে । আৰু চাওক গুৰু সৎ য়েই হয় আকৌ সৎ গুৰু বুলি বেলেগকৈ কিবা এজনৰ কথা শাস্ত্ৰই কোৱা নাই, আৰু আনৰ শৰণদাতা গুৰু ৰ বিষয়ে নাজানি , সেই গুৰু পৰম্পৰাক নাজানি ক বিষয়ী বুলি কৈ আপুনি কোনফালৰ নিজকে একনামী গুৰুৰ আশ্ৰয়ী বুলি ক'ব খুজিছে , একনাম ল'লেই একনামী নহয় বুইছে, সমস্ততে সেই একক চিনিব লাগিব , কিন্তু আমি আপোনাৰ এই এটা শাস্ত্ৰীয় গুৰু পৰম্পৰাত বৰ্তি থকা গুৰু এজনক ভিত্তিহীন ভাৱে বিষয়ী বুলি কৈ নসাৎ কৰাৰ ভাাৱনাত অকনো তেনে গন্ধ পোৱা নাই , গতিকে আপোনাৰ আমি যি পাইছো ইয়াতেই পাইছো, আপোনাৰ এই দৰ্শনৰ প্ৰয়োজন নাই । কৃষ্ণ
@PrahladDas-cw2hh
@PrahladDas-cw2hh Жыл бұрын
সম্পূৰ্ণ সত্য কথা।
@digantsaikia1328
@digantsaikia1328 11 ай бұрын
Satyapal maharaj
@deepkonar9688
@deepkonar9688 11 ай бұрын
@@madhurjyaborah-yy5rt মইও আপোনাক কোৱা নাই যে আমাৰ গুৰুজনা সেষ্ঠ বুলি মই কৈছোঁ যে গুৰু যোগে যোগে আহে ,আৰু আজিও আছে যদিও তেওঁ নিৰাকাৰ তথাপি হাকাৰ ৰূপে আজি আমাৰ অসমতে আছে । গুৰু হবলৈ বেছি পঢ়িব নালাগে , যিয়ে এই বিশ্বৰ মানুহক অজ্ঞান অন্ধকাৰ দুৰ কৰী গীয়ানৰ পোহৰ দিয়ে হেইজনাই গুৰু । যিজন সৰাছৰ জগতৰ মালিক , যাৰ আদি নাই ,অন্ত নাই যাৰ কতাখ্য দৃষ্টিত জন্ম মিত্যু হবে হয়, যাৰ ইচ্ছা নহলে এই বিশ্ব ব্ৰহ্মাণ্ডৰ গছৰ এখিলা পাটো লৰচৰ নহই , যাৰ ইংগিততে অনন্তকৌতি বিশ্ব ব্ৰহ্মাণ্ড চলি থাকে ,হেইজনা গুৰুৰ কথাহে কৈছোঁ । আপুনি যি গুৰুৰ ওচৰত শৰণ লৈছে তেওঁ কব পাৰিবনে যে মই সৰাচৰ জগতৰ একমাত্ৰ মালিক , গতিকে মোৰ ওচৰতে শৰণাপন্ন হোৱা ,মই তোমাক সমস্ত পাপ তাপৰ পৰা উদ্ধাৰ কৰিম ।। এইটো হয় যে আপোনাক মূৰ্তি বা ফটো বা থাপনা আদি আগত ৰখাই সেয়া কৰাই শপত খুয়াই শৰণ দিব পাৰিব , কিন্তু তেওঁ মোৰ ওচৰতে শৰণ ল মই জগতৰ ঈশ্বৰ এইটো কব নোৱাৰে ।গতিকে গুৰু আৰু ইচ্ছৰৰ মাজত কোনো পাৰ্থক্য নাই । যেহি গুৰু হেহি হৰি । যিজন দুষ্টক দমন আৰু সন্তক পালন কৰিবলৈ যোগে যোগে এই ধৰাধামত আহে , হেইজনা আজিও আমাৰ অসমতে হাকৰ ৰূপ ধাৰণ কৰি বিশ্বশান্তিৰ বাবে জগত উদ্ধাৰৰ বাবে আহিছে হেইজনক এবাৰ বিচাৰি চাওক । শেষ মূহুৰ্তত মই আপোনাক এইটোৱেই কম যে আপুনি যদি হেইজন গুৰুক বিচাৰি পোৱা নাই তেন্তে মোৰ Namber অত ফোন কৰিব । ইযাতে এটা কথা পূৰ্ব জন্ম পুণ্যৰ ফলতহে সেইজন গুৰুৰ ওচৰত শৰণ পাই । আজিৰ পৰা মই আপোনাক মেচেজ নকৰোঁ আপুনি মোৰ লগত কথা পাতিব লগা হলে মোক contect কৰিব পাৰিব, আৰু ফোনত কথা পাতিম তাৰ পাছত বিচাৰ কৰিম । যদি আপুনি ফোনত কথা পাতি মোক যদি হৰাব পাৰে তেন্ত্তে মই আপোনাৰ ওচৰত শৰণ লম । আপোনাৰ বিশ্বাসী ।।।।।।
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 5 ай бұрын
🙏🙏🙏
@upendehingia8875
@upendehingia8875 11 ай бұрын
ধন্যবাদ❤
@bahuratnatamuliboruah2344
@bahuratnatamuliboruah2344 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@PutuligogoiGogoi-tu6cd
@PutuligogoiGogoi-tu6cd 4 ай бұрын
Krishna
@nabajitdutta2830
@nabajitdutta2830 Жыл бұрын
Krishna 🙏
@anamikabora4611
@anamikabora4611 Жыл бұрын
🙏
@madhurjyagogoi6085
@madhurjyagogoi6085 Жыл бұрын
কৃষ্ণ
@prashenjitsaikia5260
@prashenjitsaikia5260 Жыл бұрын
Krishna Krishna
@prashantakonch5630
@prashantakonch5630 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@user-uq4kz4vx9t
@user-uq4kz4vx9t Жыл бұрын
Krishna
@anasuyakonwar8400
@anasuyakonwar8400 Жыл бұрын
কৃষ্ণ
@uttamburagohain8498
@uttamburagohain8498 Жыл бұрын
কৃষ্ণ
@sabitriboruah4411
@sabitriboruah4411 Жыл бұрын
🙏
@lohitdutta7807
@lohitdutta7807 Жыл бұрын
🙏🙏🙏
Llegó al techo 😱
00:37
Juan De Dios Pantoja
Рет қаралды 57 МЛН
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29
МЯТНАЯ ФАНТА
Рет қаралды 10 МЛН
Madhujya Bora ||bhagawat byakhya||Charing Baruwati Bornamghar
52:55
অমৃতকথন(Lohit Handique)
Рет қаралды 88 М.