KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
দিহানাম #ভক্তপ্ৰহ্লাদ // Bhakta Prahlad by Princhipriya kalita 7002440637
11:08
Dihanam // Brinda Bonar Maje By Amiya Neog Kalita // Vrindavan
11:14
Қылмыскерді таптым… | QARGA 2 | 3 серия | КОНКУРС
31:30
Пилот обманул смерть ракета пролетела рядом с ним #shorts
00:10
UFC 310: Шавкат Рахмонов - Слова после боя
03:13
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Princhipriya kalita কণ্ঠত 'ভকত বৎসল ' এটি ভক্তিমূলক গীত Bhakot Batshal
Рет қаралды 2,714,403
Facebook
Twitter
Жүктеу
1
Жазылу 224 М.
Amiya Neog Kalita's Dihanam World official
Күн бұрын
Пікірлер: 1 000
@pradiptalukdar7798
2 жыл бұрын
অতি সুন্দৰ ৷ কণ্ঠ যেন ঈশ্বৰৰ দান ৷ আৰু এজন দিহা নামৰ শিল্পীৰ জন্ম হল ৷ ঈশ্বৰে কৃপা দৃষ্টি কৰক ৷
@RajibPegu-yl8bz
Жыл бұрын
0000000000
@RajibPegu-yl8bz
Жыл бұрын
0000000005
@rekhaborah9066
2 жыл бұрын
অতি সুন্দৰ কণ্ঠ নিগৰাইছে কণমানি জনী। ভগৱানে তোমাক মংগল কৰক।🙏
@anuprovadas2311
4 жыл бұрын
বৰ সুন্দৰ হৈছে দেহা। তুমি আৰু আগবাঢ়ি যোৱা ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰি ছো। কৃষ্ণ।
@hemawatiborahboruah7485
3 жыл бұрын
অতি সুন্দৰ দেহাজনী ...ভগৱানে তোমাৰ মঙ্গল কৰক 🙏🙏🙏
@bimalvlogs7731
3 жыл бұрын
অসমীয়া জাতীয় জীৱনৰ সংস্কৃতি খুৱ ধুনীয়া হৈছে,,, সদায় আগুৱাই যোৱা তাৰে কামনা ভগৱানৰ ওচৰত,,, 🙏🙏
@putuldeka9679
3 жыл бұрын
সদায় আগুৱাই যোৱা তাৰে কামনা ভগৱানৰ ওচৰত ,,
@probhatsonowalmusicalcenel810
2 жыл бұрын
Bohut bohut Hundor 🎼❤️❤️❤️ hune hepah poluanai mor .......
@BidyutKrishnaSaikiaBidyutKrish
3 ай бұрын
Bap muru ekai obostha hoise
@hemendrakumarsaikia4827
3 жыл бұрын
সুন্দৰ গাইছা। তাল,মান, লয় অতি সুন্দৰ । ভগৱন্ত প্ৰভূ তোমাৰ সহায় হওঁক ।
@amiokachari4375
2 жыл бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏 আই জনী লগতে সংগ দিয়া বাপ আৰু পৰিবেশন কৰা বান্ধৱী বৃন্দলৈ ! সুন্দৰ কথাটো হৈছে অভ্যাস লগতে সংগতি ৰাখি ভক্তি মাৰ্গ দেখুওৱা হৈছে।সেই উইদ্দুক্তা সকলে ধৈন্য বাদ ৰ ।
@rb3243
3 жыл бұрын
সুন্দৰ কণ্ঠস্বৰ । ভাল লাগিল । আগুৱাই যোৱা । কৃষ্ণ 👏
@RajenNath-kl7vj
9 ай бұрын
Aaa❤aaaaaaaaqaaaaaaaaa❤❤❤aaaaaaaa❤aaaaaaaaaaaaaaaaaaaaaaaaaaaaaa
@RajenNath-kl7vj
9 ай бұрын
Aaaaa
@RajenNath-kl7vj
9 ай бұрын
❤❤aaa❤❤aaaaaaa❤
@ruliborah4594
2 жыл бұрын
PRICHIPRIYA আইজনী , মানৱ জীৱন অতি সুন্দৰ | সংগীতৰ লগতে আন কামবোৰ বজাই ৰাখিবা | পৰমপিতাই আশিষ কৰক |
@jyotirmoydas2328
Жыл бұрын
ইমান ধুনীয়া কণ্ঠ তোমাৰ আগুৱাই যোৱা।।কৃষ্ণ কৃষ্ণ
@ankitakalita..8907
3 жыл бұрын
সচাকে বহুত ধুনীয়া কণ্ঠ , বহুত ভাল লাগিল শুনি ।😍🙏🙏🙏
@dikuentertainment7768
3 жыл бұрын
সঁচাকৈ
@jagadishkalita7192
2 жыл бұрын
মাজনী সুন্দৰ হৈছে । বহুত শুৱলা কণ্ঠ তোমাৰ দেউতা মাৰ আশীৰ্বাদ শিৰত লৈ তুমি আগুৱাই যোৱা মাজনী ।
@নিৰঞ্জনসিং
Жыл бұрын
সঁচা মনৰ মানুহ জন
@BapanDeka-l1b
Жыл бұрын
Krisna, aei,bahut bhal hoise,tomalokok krisnai dirghayu diyok ,natun natun aru sunibaloi pam buli sewa dharilo krishna.
@rumabaruah5013
2 жыл бұрын
বহুত সুন্দৰ হৈছে ভগৱানে ভালে ৰাখক
@pallabibaruah9180
3 жыл бұрын
বৰ ধুনীয়া কণ্ঠ তোমাৰ।আৰু আগুৱাই যোৱা।ভগৱন্তই মা আৰু তোমাক দুয়োকে কুশলে ৰাখক।🙏🏻🙏🏻
@renuyala1861
2 жыл бұрын
Nice
@kakumoniborah7511
3 жыл бұрын
বহুত ধুনীয়া হৈছে মাইনা তুমি আৰু যাতে আগুৱাই যোৱা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো
@HULK77767
Жыл бұрын
মই সদাই তোমালোকৰ নাম চাওআৰু শুনো। ভবিষ্যতে উন্নতি কামনাকৰিলো ।পৰিচয়টো মোকদিবা, তিলক ডেকা , দৰং
@The_free_fire_editor
3 жыл бұрын
সচাঁ কৈ বৰ ধুনীয়া কণ্ঠ । তোমালোক আৰু আগুৱাই যোৱা । 🙏🏻🙏🏻🙏🏻
@mukutlukhurakhon1411
Жыл бұрын
সুন্দৰ, পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব ভালো লাগে, তোমালোকৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু গাই যোৱাচোন,
@mukutlukhurakhon1411
Жыл бұрын
গাই যোৱা,সুন্দৰ অতি সুন্দৰ হৈছে, ইমান ভাল লাগিল, তোমালোকৰ গীতৰ সুৰ,, সেয়েএকেখা
@pikugogoi5607
Жыл бұрын
বৰ ধুনীয়া ধুনীয়া হইছে ভগৱানে তোমালোকক মংগল কৰক
@kabindrathakuria1169
4 жыл бұрын
অতি সুন্দৰ পৰিবেশন......! উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@debajitPhukan
3 жыл бұрын
ভাষাহীন 🙏🙏🙏 কি সুন্দৰকৈ গাইছে 👌👌👌 আগুৱাই যোৱা, আৰ্শীবাদ থাকিল 🙏🙏
@ritumonidas5370
3 жыл бұрын
Hi
@sumitradeka3599
8 ай бұрын
প্ৰভু ভগৱন্তই আৰু এখোজ আগুৱাই যোৱাত কৃপা কৰক 🙏🙏🙏🙏🙏🙏
@krishnagogoi1657
3 жыл бұрын
অতি সুন্দৰ কন্ঠ | আগবাঢ়ি যোৱা তুমি | আশীবাদ থাকিল তোমালৈ |
@kamalatahbildar4148
2 жыл бұрын
ধুনীয়া হৈছে এনেকৈ আগুৱাই যোৱা তুমি
@PradipChangmai-ej6rw
5 ай бұрын
😊😮🎉
@assamallmixture3148
Жыл бұрын
ৱাহ ৱাহ আচৰ্যকৰ ধুনীয়া অতি ধুনীয়া। ইমান মধুৰ কণ্ঠ সকলোকে মোহিত কৰি তুলিলে। অতি সুন্দৰ কন্ঠ, অনন্য বহুত ভাল লাগিল শুনি। আগন্তুক দিনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏
@drari579
2 жыл бұрын
অতি সুন্দৰ কন্ঠ। বহুত ধুনীয়া হৈছে ❤️
@kangkanburagohain6780
3 жыл бұрын
সুন্দৰ কণ্ঠ ।শুনি বৰ ভাল লাগিল।আৰু আগবাঢ়ি যোৱা ।
@satyajitbora4282
Жыл бұрын
কৃষ্ণ!সুন্দৰ পৰিবেশন পিঞ্চিপ্ৰিয়া
@ujjalchaliha2793
3 жыл бұрын
সুন্দৰ কণ্ঠ বাইদেউৰ সুযোগ্য সন্তান আগবাঢ়ি যাওক।
@ashimrajbongshicreation9994
3 жыл бұрын
বহুত সুন্দৰ কণ্ঠ তোমাৰ মাইনা আৰু আগুৱাই যোৱা তুমি বহুত বহুত মৰম তোমালৈ 🙏🙏🙏🙏
@duttadurna
3 жыл бұрын
বৰ সুন্দৰ কণ্ঠ নিগৰাইছে। বহুত ভাল লাগিছে।সকলোলৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।ভালে ৰাখক ভগৱানে।
@assamrb........1182
3 жыл бұрын
Dipoka
@jogendranathtalukdar8865
2 жыл бұрын
@@assamrb........1182 ₹kkk op
@khargeswarkalita3502
3 жыл бұрын
কৃষ্ণ। সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল মা আগুৱাই যোৱা মা কৃষ্ণ ।
@JitulGogoi-lx7id
Жыл бұрын
সুন্দৰ হৈছে কৃষ্ণ
@saraswatimadahi3339
2 жыл бұрын
কৃষ্ণ অতি সুন্দৰ ।ভগৱানে তোমাৰ ভৱিষ্যত উজ্বল কৰক। আটাইকে সেৱাহে কৃষ্ণ।
@hemantaray788
4 жыл бұрын
কাতি বিহু শুভেচ্ছা থাকিল ।লগতে দিহা নামটো সুন্দৰ হৈছে সোন তুমি আৰু আগুৱাই যোৱা
@tarulatahazarika3287
3 жыл бұрын
বৰ সুন্দৰ হৈছে ।তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
@ajoyborah2651
3 жыл бұрын
বহুত ভাল লাগিল। লয়লাস/ ভংগীমা একেবাৰে বাইদেউৰ দৰে ।।
@rasamoyborah1778
4 жыл бұрын
সুন্দৰ লাগিছে শুনি ৰাতিপুৱা ভক্তি মূলৰ গীত শুনি বাইদেউ । কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 আৰু লগতে কাতি বিহু শুভেচ্ছা থাকিল আপোনাৰ লৈ বাইদেউ ❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@iradeka933
4 жыл бұрын
Xoru suali hoi
@rashmisharmarashmisharma6617
Жыл бұрын
😂
@promodborah3768
2 ай бұрын
কৃষ্ণৰ কৃষ্ণৰ আই মাতৃৰ হকলোকে হেয়াজনালো ভগৱানে গোপীসকলক ভালে ৰাখিব ভক্ত সকলক হেৱা জনালোঁ হকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰেই পেয়ণা দিয়ে জেন এইয়া আশা বৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে ❤❤❤❤❤
@atulhazarika4227
3 жыл бұрын
মাজনী বহুত ভাল হৈছে । তোমাৰ মাতটো অতি মধুৰ । দেউতাৰ মনৰ আশা কাৰ্যত পৰিণত কৰা। মাতকৈও এদিন নিশ্চয় আগবাঢ়ি যাবা।
@munmikachari6189
5 ай бұрын
বহুত ভাল গাইছা।কমেন্ট নকৰি নোৱাৰিলো। কৃষ্ণ কৃষ্ণ। ❤❤
@lukukonch6221
2 жыл бұрын
অ টিকলী জনী খুউব সুন্দৰ নিদৰ্শন,,,,,
@Sunilkrdas
2 жыл бұрын
সুপ্ৰভাত আই, বহুত সুন্দৰ হৈছে,সুমধুৰ কন্ঠ তোমাৰ,,,আগুৱাই যোৱা যিমান পাৰা,,ভগৱানে সহায় কৰিব,,,আমিওঁ support কৰিম,🙏🙏
@sumitradeka3599
Жыл бұрын
অতি সুন্দৰ কণ্ঠ। আকৌ এখোজ আগোৱাই যোৱা। ভগৱানে মংগল ও কৃপা কৰক। 🙏🙏🙏🙏🙏
@indrajitgogoi6607
Жыл бұрын
Q
@indrajitgogoi6607
Жыл бұрын
Q
@indrajitgogoi6607
Жыл бұрын
Q
@indrajitgogoi6607
Жыл бұрын
Q
@riyanpalash8021
3 жыл бұрын
Hundor poribekhon... Krishna🙏🙏🙏
@eeshankalita377
3 жыл бұрын
কি কম ক'বলৈ ভাষা নাই । অতি সুন্দৰ । শুনি ভাল লাগিল । চুলিৰ সমান আয়ুস হক
@exhaustrider2366
3 жыл бұрын
ৰাতিপোৱাই মনতো ভাল লাগি গল,খুবেই ধুনিয়া সুৰ❤❤
@jyotsnachangmai6511
2 жыл бұрын
বৰ সুনদৰ হৈছে মাজনী।আগবাঢ়ি যোৱা
@binodtalukdar9015
3 жыл бұрын
সুন্দৰ ভবিষ্যত কামনা কৰিলোঁ । ঈশ্বৰে সহায় কৰক।
@mainasakia5875
3 жыл бұрын
Bahut duniya lagi se oo
@dwipennath9239
3 жыл бұрын
@@mainasakia5875 শশশ্
@prasantanath3126
Жыл бұрын
মৰম অাৰু অন্তৰৰ পৰা শুভকামনা জনালো মাজনী ❤অাগুৱাই যোৱা ৷কৃষ্ণ কৃষ্ণ
@yoyobhosriwaleee8912
3 жыл бұрын
ইমান সৰু ছোৱালী,,,কি কণ্ঠ তোমাৰ,,,আগুৱাই যোৱা,,,
@produmkhatnuya8537
3 жыл бұрын
Padum,khatanar
@merigogoi7181
3 жыл бұрын
Bor morom logakoi gaisa
@archanadas4095
2 жыл бұрын
@@produmkhatnuya8537 ND g I lost Hugh yv
@bijitgogoi1955
2 жыл бұрын
@@produmkhatnuya8537 I
@bijitgogoi1955
2 жыл бұрын
@@produmkhatnuya8537 and
@AftabAhmedZikir
3 жыл бұрын
কি সুন্দৰ কন্ঠ, আগুৱাই যোৱা ভন্টি
@krishnahandique9151
3 жыл бұрын
Hi
@krishnahandique9151
3 жыл бұрын
Hi
@chayanikasaikia758
2 жыл бұрын
তুমি আৰু তোমাৰ বহুত সুন্দৰ দিহানাম পৰিৱেশন কৰা । 😍😍😍💖
@harakumarnarah8726
2 жыл бұрын
Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Nice job Princhipriya I Like it More More again Joy Mata Di🌻💗🌸💟🌼🌹🌻💗🌸💟🌼🌹🌻💗🌸💟🌼🌹
@jayantahazarika9385
4 жыл бұрын
সুন্দৰ হৈছে প্ৰিঞ্চী।তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।
@pravashdas4792
2 жыл бұрын
অতি সুন্দৰ কণ্ঠ।🙌🙌 তোমাৰ আৰু তোমাৰ আইৰ লগতে সহপৰিয়ালক ভগৱন্তই কুশলে ৰাখক 🙏
@ritamohan7056
3 жыл бұрын
আগুৱাই যোৱা । ভবিষ্যত সুন্দৰ হ'ব 🙏
@pasantagogoi5463
3 жыл бұрын
ভণ্টি খুৱ সুন্দৰ অনুষ্ঠান আগুৱাই যোৱা।
@devilgril2958
3 жыл бұрын
বহুতো ভাল হৈছে আগবাঢ়ি যোবা👍👍👍👍👌👌👌👌👍👍😊
@devilgril2958
3 жыл бұрын
☺️☺️☺️
@Rajdev-p1y
Жыл бұрын
ভক্তি, শ্ৰদ্ধা, আৰু ধৈৰ্য্য, তার মাজতে ৰাখি আগবাঢ়ি যোবা। ঈশ্বৰে সদায় মংগল কৰিব। আয়ু্ৰ্ষ দীর্ঘ কৰক, আশীর্বাদ কৰিলোঁ।।
@babudutta4465
2 жыл бұрын
তোমাৰ গীতি সুনি মোৰ বহুত ভাল লাগিল তুমি আগলে যেন আৰো আগুৱাই যোৱা মই তাকে কামনা কৰিলো
@khargeswarkalita4630
2 жыл бұрын
তোমাক ভগৱানে আগবাঢ়ি যোৱাত মঙ্গল কৰক Maina
@dayanandabhuyan5531
3 жыл бұрын
অতি সুন্দৰ, আগুৱাই যোৱা তাৰে কামনা কৰিলো 🙏।
@udhabborah5618
2 жыл бұрын
সুন্দৰ কন্ঠ ভন্তি আৰু আগবাঢ়ি যোৱা।ভাল লাগে মায়ে পৰিৱেশন কৰিলে আৰু ভাল লাগে শুনিবলৈ। ভগৱানে শুমতি দিয়ক সকলোকে।
@rumidatto9911
4 жыл бұрын
সুন্দৰ গাইছা বহুত ভাল লাগিল শুনি তোমালৈয়ো কাতি বিহু শুভেচ্ছা থাকিল কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏🙏
@bituponboruah4768
2 жыл бұрын
সচাঁকৈয়ে বৰ সুন্দৰ হৈছে।
@Runjunborah8505
4 жыл бұрын
ভাল হৈছে মাজনী ৷ আশীৰ্বাদ কৰিছোঁ আগুৱাই যোৱা ৷
@DebarunDutta-r5l
3 ай бұрын
কৃষ্ণ 🙏 বহুত সুন্দৰ লাগিছে শুনি মাজনি। দিহানাম মোৰ বহুত ভাল লাগে।
@jadabnath3564
7 ай бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊 কৃষ্ণ কৃষ্ণ কৃষ্ণ
@sidhantahazarika4607
4 жыл бұрын
Pran bhori Bhagawanor Amrit paan korilu.. Oti xundor..Bhaxaheen. Eman xundor kontho xokolure.Oxex dhoinyobaad xokoluloike amak terar bhokti rox paan korar xubidhakon diyar babe.🙏🙏🙏
@pankajbora1405
3 жыл бұрын
বৰ সুন্দৰ কন্ঠ৷তুমি আগুৱাই যোৱা৷ভগৱানে তোমাৰ মংগল কৰক৷
@saynikagogoi2082
3 жыл бұрын
English
@poraggayan4009
3 жыл бұрын
সুন্দৰ কন্ঠ;শুনি ভাল লাগিল;আগুৱাই যোৱা
@monilpegu2464
3 жыл бұрын
অতি সুন্দৰ কণ্ঠ প্ৰিন্সীপ্ৰিয়া তোমাৰ ? ভৱিষ্যতৰ কামনা কৰিছোঁ লগতে তোমাৰ সংগিসকলৰ
@narengogoi8180
2 жыл бұрын
Kkkjjjjjjjjkjjpopooob. Bbbbhi to get to the same to
@sangitaborahrangpur
4 жыл бұрын
সুন্দৰ পৰিবেশন সোন। বহুত ভাল লাগিল। ভগৱানে তোমাৰ মঙ্গল কৰক।
@sumitradeka3599
8 ай бұрын
কৃষ্ণ কৃষ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
@jinuchawrok5568
4 жыл бұрын
অমিয়াবা আপোনালৈয়ো কাতি বিহুৰ শ্ৰদ্ধাভৰা শুভেচ্ছা থাকিল লগতে প্ৰিঞ্চিও দিহা নামৰ দলটিলৈ ।
@munmigogoi2377
3 жыл бұрын
আইজনী বহুত সুন্দৰ হৈছে ।ঈশ্বৰে তোমাৰ আৰু মাক কুশলে ৰাখক ।
@dipugogoi9987
2 жыл бұрын
সুন্দৰ হৈছে
@নিৰঞ্জনসিং
2 жыл бұрын
nice 👍🙂🙂
@kabirajpegu2466
2 жыл бұрын
@@dipugogoi9987 !(J
@maseswarboro9753
2 жыл бұрын
@@dipugogoi9987 🙏
@BhakatSing
Жыл бұрын
@nabakrishna2221
2 жыл бұрын
That's awesome Princi I wish a bright future for you ,go ahead . 🌠🙏
@padumpadum6168
2 жыл бұрын
ভৱিষ্যৎ-উজল-কামনাৰে-ভগৱানৰ-চৰণত--পাথনা-কৰিছো-আৰু-তোমাৰ-নাম-বোৰ--সুনি-বৰ-ভাল-পাও--তোমাৰ--দাদা-পদুম
@rajuchouhan9554
4 жыл бұрын
অতি সুন্দৰ ❤❤❤❤ 🙏🙏🙏🙏 আৰু আগুৱাই যোৱা ভগৱানে কৃপা কৰক🙏
@nijoratamulidutta6986
3 жыл бұрын
Tumar bhaktimulak git tu huni bor bhal lagil eman sweet voice bare2 huni thakibor mon jai God bless you
@dikshitadeka5941
3 жыл бұрын
সুন্দৰ কন্ঠ ...আগুৱাই যোৱা ...
@anamikamahanta6089
Жыл бұрын
বহুত বহুত ধুনীয়া লাগিল শুনি
@prasurjyabora1754
3 жыл бұрын
🙏ধুনীয়া হৈছে এনেকৈয়ে আগোআই যোৱা 🙏
@basantakonwar9112
3 жыл бұрын
🙏🙏🙏🙏Krisnaa ......Bohut ....xundur husakoi ....boor val lagil......
@babulboro1299
3 жыл бұрын
ঈশ্বৰৰ নাম শুনিলে হৃদয় কান্দি উঠে । কৃষ্ণ কৃষ্ণ অন্তৰৰ পৰা সেৱা জনাইছোঁ 🙏🙏🙏🙏
@rijubhorali275
4 жыл бұрын
সুন্দৰ হৈছে উজ্জল ভৱিষ্যত কাম্যনা কৰিলো 🙏🙏🌹💖🙏😍
@ramnarayangoswami6393
3 жыл бұрын
বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ🙏
@bikashborah3352
2 жыл бұрын
অতি সুন্দৰ লাগিছে। তুমি আৰু আগুৱাই যোৱা।
@rajibsaikia5725
4 жыл бұрын
কি যে সুমধুৰ কণ্ঠ,শুনিলে শুনি থাকিবৰ মন যায়। দেহ মন জুৰ পৰি যায়।
@assamentertainmenttm4423
3 жыл бұрын
Oti hundor lagise..hdai aguwai juwa ...tareii kamona krisu👍👍👍👍👍👍❤️❤️❤️👍👍👍👍
@deepjyotibayan9090
3 жыл бұрын
বৰ সুন্দৰ কন্ঠ।মোৰ তিনি বছৰীয়া ল'ৰাটিয়ে প্ৰায়ে এই নামটি শুনে।ময়ো বৰ ভাল পাইছো।তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল আগবাঢ়ি যোৱা।
@beingpal6641
Жыл бұрын
Lp
@RupaliBorah-v2y
Жыл бұрын
😊😊
@bishaldas7732
3 жыл бұрын
val lagil maina aguai jua tumi
@pinkuphukan5193
3 жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন। আগুৱাই যোৱা।
@RanjitKalita-v1j
6 ай бұрын
অতি সুন্দৰ তুমি আগুৱাই যোৱা।So nice. 🙏🙏
@monalishaburagohain4071
3 жыл бұрын
প্ৰিঞ্চিপ্ৰিয়া শুনি ভাল লাগিল তুমি আগুৱাই যোৱা🙏
@dipakbhuyan629
2 жыл бұрын
তোমালোকৰ পৰিবেশন অতি সুন্দৰ ।ভগৱানে আশীবাদ দিয়ক।
@uksumiborah2512
4 жыл бұрын
অতি সুন্দৰ, অমিয়া বাইদেউ আপোনালৈ কাতি বিহুৰ শুভেচ্ছা থাকিল।
@rashmikalita8788
2 жыл бұрын
Bohut dhunia mat tu. Matu nisinai manuh joniu dhunia. Bohut val lagil dei.
@Bontiborah879
4 жыл бұрын
বহুত ভাল গাইছা সোন.💐..আগবাঢ়ি যোৱা ..বহুতো মৰম আৰু শুভেচ্ছা থাকিল
@b-gcobra1456
3 жыл бұрын
Moja 👌 and nais voice ❣️🙏🙏
@harakumarnarah8726
2 жыл бұрын
Kisno Kisno Kisno princchipriya kalita I like it more More again🌺🌺🌺🌺🌺🌺🌺
11:08
দিহানাম #ভক্তপ্ৰহ্লাদ // Bhakta Prahlad by Princhipriya kalita 7002440637
Amiya Neog Kalita's Dihanam World official
Рет қаралды 2,5 МЛН
11:14
Dihanam // Brinda Bonar Maje By Amiya Neog Kalita // Vrindavan
Amiya Neog Kalita's Dihanam World official
Рет қаралды 1,9 МЛН
31:30
Қылмыскерді таптым… | QARGA 2 | 3 серия | КОНКУРС
OMIR
Рет қаралды 526 М.
00:10
Пилот обманул смерть ракета пролетела рядом с ним #shorts
ТАЙНА НЛО
Рет қаралды 4,6 МЛН
03:13
UFC 310: Шавкат Рахмонов - Слова после боя
UFC Eurasia
Рет қаралды 861 М.
00:26
Quando eu quero Sushi (sem desperdiçar) 🍣
Los Wagners
Рет қаралды 14 МЛН
30:19
নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ
Kalindee Bhomora
Рет қаралды 480 М.
7:32
Gokul Brindabonat
Achurjya Borpatra Official
Рет қаралды 516 М.
12:20
নুপুৰ দিহানামৰ দল | প্ৰথম শ্ৰেষ্ঠ দল | Nupur Dihanamor Dol | Dihanam competition
Anupom Bitupon
Рет қаралды 207 М.
8:49
মধুময় হৰিনাম দিলা গুৰু শংকৰ হে #MadhumoiHorinam অমিয়া নেওগ কলিতা // 7002440637 // Amiya Neog Kalita
Amiya Neog Kalita's Dihanam World official
Рет қаралды 18 МЛН
16:25
'' ৰাঙলী কাজলি নন্দৰ চাৰিজনী গাই '' ধেমাজি প্ৰণৱ দিহিঙ্গীয়া ।।
Dhemaji kendriya harinam
Рет қаралды 1,3 МЛН
10:40
দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
Madhurima saikia
Рет қаралды 2,1 МЛН
11:55
Sivasagar News: শিৱসাগৰত ৮,৮৮৮গৰাকী মহিলাৰ দিহানাম পৰিৱেশন
ND24
Рет қаралды 13 М.
53:02
ল'ৰা ছোৱালীক এলেহুৱা কৰি তোলাত আমি মাক দেউতাক | এঞ্জেলা চাংমাই | Anjela Changmai | @bhaktirsagor
ভক্তিৰ সাগৰ Bhaktir Sagor
Рет қаралды 180 М.
8:07
Dihanam// দিহানাম// সৰগত জিলিকে By ভাগ্যশ্ৰী দেৱী । cntc 7399692438
BHAGYASHREE DEVI Official
Рет қаралды 17 МЛН
11:30
ভকত বৎসল তুমি দৈৱকী নন্দন " Prince Priya kalita Dihanam 2024 | Amiya neog kalita Dihanam programme |
SK JUBAHOMAJ🙏
Рет қаралды 188 М.
31:30
Қылмыскерді таптым… | QARGA 2 | 3 серия | КОНКУРС
OMIR
Рет қаралды 526 М.