বানাক্ৰান্তৰ মাজত বাহুবলী মন্ত্ৰী...বানাক্ৰান্তক আক্ৰমণ কৰিবলৈ উদ্যত এজন কেবিনেট মন্ত্ৰী

  Рет қаралды 55,267

Pratidin Time

Pratidin Time

4 күн бұрын

বানাক্ৰান্তৰ মাজত বাহুবলী মন্ত্ৰী। বানাক্ৰান্তক আক্ৰমণ কৰিবলৈ উদ্যত এজন কেবিনেট মন্ত্ৰী। বানাক্ৰান্তক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ অভিযোগ। কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ এই কাণ্ড।
#PratidinTime #assam #keshabmahanta

Пікірлер: 251
@AnandaMudoi
@AnandaMudoi 2 күн бұрын
বানাকান্ত ৰাইজ আতৰি দিয়ক আতৰি দিয়ক দিছপুৰৰ গুন্দা আহিছে।
@vandyavlogs
@vandyavlogs 2 күн бұрын
😅😅😅😅😅😅
@hemantaborgohain4493
@hemantaborgohain4493 2 күн бұрын
Wow 😂😂😂😂Wow
@theeasternworld
@theeasternworld 2 күн бұрын
Gundaraj
@dumahusoroniya6691
@dumahusoroniya6691 Күн бұрын
গৌৰৱ অখিল 😅😅 মাত নাই অসমৰ পাপু
@sailendrasaikia630
@sailendrasaikia630 19 сағат бұрын
​@@dumahusoroniya6691news ot Sai lobo nij nij xomostit kaam Kori ase.
@koushik3717
@koushik3717 2 күн бұрын
এতিয়া এনেকে কাজিয়া কৰাত কৈ নিৰ্বাচন ত ভালদৰে চিন্তা কৰি ভোট দিব লাগে ।
@prabinmallabaruah8845
@prabinmallabaruah8845 2 күн бұрын
ৰিলিফ নেপালেও ভোট দি থাকিব দেই!!
@user-vj2kb1sb8k
@user-vj2kb1sb8k 2 күн бұрын
বিজেপি জিন্দাবাদ ❤❤❤
@hemantaborgohain4493
@hemantaborgohain4493 2 күн бұрын
ৰাইজৰ উন্নয়নৰ বাবেহে গুণ্ডাগিৰি । আগৰ চিচটেম নাই নহয় চিচটেমো পৰিবৰ্তন হ'ল ।
@robeendas3623
@robeendas3623 2 күн бұрын
BJPGundabad​@@user-vj2kb1sb8k
@robeendas3623
@robeendas3623 2 күн бұрын
Raije Nokh Jukarile Nui Boi.Ei kothatuke pahorile sage Dangoriyai
@Assame430
@Assame430 2 күн бұрын
😂
@akashdowari3479
@akashdowari3479 2 күн бұрын
আৰু ভোট দিব, ভাল হৈছে বান্ধি নথলে কিয়
@user-vj2kb1sb8k
@user-vj2kb1sb8k 2 күн бұрын
জয় বিজেপি ❤❤❤
@bichitrahazarika2461
@bichitrahazarika2461 2 күн бұрын
​@@user-vj2kb1sb8kBJP neta r guu khaa... Nilaj....
@JayPrakashKumar-gc3iv
@JayPrakashKumar-gc3iv 2 күн бұрын
​@@user-vj2kb1sb8kতহতৰ দৰে মানুহৰ কাৰনে এই অৱস্থা ৷ অন্ধ বিজেপিৰ
@shanki360
@shanki360 2 күн бұрын
​@@JayPrakashKumar-gc3ivtohotor nixina manuh r karone ajir date t axom west bangal aru kerela r pixot 2nd Bangladesh hoixil aru monipur jar hoi aji r date t tar nai , aru axom r pora sylhet Bangladesh t diya hol , aru North East t Val Val company ahi kaam koribo bixari naxil
@hemantaborgohain4493
@hemantaborgohain4493 2 күн бұрын
@@shanki360 হিমু মামা & কোম্পানীয়ে কংগ্ৰেছত থাকোতে এইসকলক গোটাইছিল আৰু আজি বিজেপিলৈ জপিয়াই বাংলাদেশী হিন্দু গোটাইছে । খাই পাতফলা চূৱা চেলেকা ডলাৰ বগৰীমখাই অসম ভচম কৰিলে । দালাল ধাৰুৱা মখা ।
@amiyabaruah3534
@amiyabaruah3534 2 күн бұрын
বাৰে বাৰে ভোট দি জয যুক্ত কৰাৰ বিধায়কে আপোনালোকক এনেদৰেই কৰিব ।
@ankurok1969
@ankurok1969 2 күн бұрын
😅😂😂ihote pabo lage mosola vote diye bare bare😂😂
@TrailokyaHazarika-og3xs
@TrailokyaHazarika-og3xs 2 күн бұрын
Powerful হৈ মুৰত ধৰিচে
@hemantamahanta5578
@hemantamahanta5578 2 күн бұрын
ৰাইজৰ সুন্দৰ পদক্ষেপ. ।
@Randeep-kb1xh
@Randeep-kb1xh 2 күн бұрын
কংগ্ৰেছৰ নেতা সন্মানীয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ প্ৰাক্তন প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিল্লী সংসদত ভৱনৰ অধিবেশনত প্ৰধানমন্ত্ৰী মোদীক অসমৰ এই বানপিড়িত ৰাইজক শীঘ্ৰেই তাৎক্ষণিক ভাৱে সকলো প্ৰকাৰে সহায় কৰিবলৈ আহ্বান জনাইছে, জল সম্পদ মন্ত্ৰীক অসম ভ্ৰমণ কৰাৰ দাবী তুলিছে আৰু অসমৰ মন্ত্ৰী সভাৰ বিজেপি দলৰ চৰকাৰৰ এই মন্ত্ৰীৰ ৰাইজক দম দিছে । ৰাইজে ভোট দি নিৰ্বাচন কৰিছিল নহয় বিজেপি এইবোৰক । বিজেপি নেতাৰ ৰাইজৰ বহুমূলীয়া ভোটৰ প্ৰতিদান এইয়া ।
@atulsarma1476
@atulsarma1476 2 күн бұрын
Gourab gogoi Delhi t ase etiya
@Msvlogs12346
@Msvlogs12346 2 күн бұрын
Areh bro parliament t ase ​@@atulsarma1476
@Randeep-kb1xh
@Randeep-kb1xh 2 күн бұрын
@@atulsarma1476 লোকসভা অধিৱেশন আৰম্ভ হৈছে থাকিবই লাগিব । অসমৰ বানপানীত অসহায় হোৱা দুখীয়া জনসাধাৰণৰ বাবে মাত মাতিছে অসমক আৰ্থিক ভাৱে আৰু অন্য সকলো প্ৰকাৰে সহায় কৰিব লৈ প্ৰধানমন্ত্ৰী ক আহ্বান জনাইছে জল শক্তি মন্ত্ৰীক এই সময়ত অসম ভ্ৰমণ কৰিবলৈ দাবী তুলিছে তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে মাত মাতিছে । গৌৰৱ গগৈয়ে সংসদ ভৱন শুই থকা নাই অন্য সংসদৰ দৰে ।
@shanki360
@shanki360 2 күн бұрын
Late torun gogoi koi goixil America London t banpani hoi to axom t hole kinu dangor kotha ,aponar monot axe ne ai kotha
@Randeep-kb1xh
@Randeep-kb1xh 2 күн бұрын
@@shanki360 প্ৰয়াত মুখ্যমন্ত্ৰী বক্তব্যৰ কথা অৱতাৰণা কৰি কি বুজাব বিচাৰিছে ? প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া ক সেই সময়ত বিৰোধী পক্ষই বহুত সমালোচনা কৰিছিল এতিয়া কথাটো হৈছে তৰুণ গগৈ ডাঙৰীয়া ক সমালোচনাই কৰা সকলে এতিয়া নিজে শাসনত আহি কি কৰিছে ? আজিৰ এই চৰকাৰ মন্ত্ৰীৰ কিয় এই দুৰ্দশাৰ হৈছে ? মন্ত্ৰীত্বৰ মান সন্মান জলাঞ্জলি দি আৰক্ষী সহায় সুৰক্ষা লৈ পলায়ন কৰিব লগা হল কিয় ? কত সফল কোনটো দিশত সফল বিজেপি ? যধে মধে নগৰ - মহানগৰত উৰণ সেতু নিৰ্মাণ কৰিছে কিছু পথ নিৰ্মাণ কৰিছে তাৰ বাদে কি কৰিছে? বিদ্যালয় বন্ধ সুৰাত অন্ধ কৰিব বিচাৰিছে , শিক্ষাৰ বিপৰীতে সুৰাসক্ত সমাজ সৃষ্টি কৰিছে । ৰাজ্যৰ চাৰিওফালে আজি আৰক্ষীৰাজ , গণতন্ত্ৰহীন অৰাজক পৰিৱেশ পৰিস্থিতি , বানপানী দুৰ্যোগৰ মাজত জনতাই প্ৰতিবাদ কৰিব লগা হৈছে কিয় ?
@user-qg9dt9zb1c
@user-qg9dt9zb1c 2 күн бұрын
নিৰ্লজ নিৰ্দয় জনপ্ৰতিনিধি!!
@vandyavlogs
@vandyavlogs 2 күн бұрын
কলিয়াবৰৰ ৰাইজে যোৰহাট বাসিৰ দৰেই সিদ্ধান্ত গ্ৰহণ কৰক। পৰিবৰ্তন নিশ্চয়কৈ আহিব ।
@user-se1vm4xb2q
@user-se1vm4xb2q 2 күн бұрын
পাগল ক্ষমতাৰ খকত থকা ব্যক্তিক জিকাই কি ফল পায়ছে ?
@TarunChDeka-cb4go
@TarunChDeka-cb4go 2 күн бұрын
দিল্লীৰ লোকসভাত প্ৰতিনিধিত্ব কৰা চৰকাৰী এম পি সকল নিমাতী কইনা, বানপানীত ডুবিছে ৰাইজ, আমাৰ ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যদা ঘুৰাই আনক, ৰাষ্ট্ৰীয় সমস্যা ৰূপে বানপানীক ঘোষণা কৰি ভোক্তভোগী সকলক সকাহ দিয়ক,পালমাৰি মথাউৰি বনায় ৰাইজক কিমান থগ দিব, দিল্লীত ভেটা ৰখিব গৈছে নে টোপনি মাৰিব গৈছে, লাজ লাগিব লাগে
@dhanjitnath4013
@dhanjitnath4013 2 күн бұрын
বাহুবলী নহয় অসুৰ অমানবীয় 🙏🌹
@probingogoi9774
@probingogoi9774 2 күн бұрын
এই দুখৰ সময়ত দুখৰ সমভাগী হব নোৱাৰিলে বান বিধ্বস্ত ৰাইজৰ মাজলৈ যোৱাটো উচিত নহয়। এই অধমটোৰ ঘৰত বানে বুৰাই পেলালেহে বান বিধ্বস্ত ৰাইজৰ দুখ উপলব্ধি কৰিব। ৰাইজে সময় বুজি কঠিয়া পাৰিব লাগে।
@arpitadutta9888
@arpitadutta9888 2 күн бұрын
Aru Bhut Diyak
@nabajitgogoi3792
@nabajitgogoi3792 2 күн бұрын
টপা টপা টপা
@pranambaruah7086
@pranambaruah7086 2 күн бұрын
26 অত আকৌ এবাৰ vote tu diba kintu
@champak8757
@champak8757 2 күн бұрын
Diboloi vote ready ase
@user-fz1fp7oj3u
@user-fz1fp7oj3u 2 күн бұрын
ৰাইজ ইহঁতক ভাল কৈ এসেকা দিয়ক।
@bipuldas7674
@bipuldas7674 2 күн бұрын
এওঁলোকৰ পৰা এইটোৱেই আশা কৰিব পাৰি।
@AkashDGphukan
@AkashDGphukan 2 күн бұрын
বি জে পি চৰকাৰ সকলো মন্ত্রী বিধায়ক প্রকৃততে গুন্দা হে অসমৰ ৰাইজে বুজি পোৱাত ৰাইজৰ অলপ পলম হ'ল। যেতিয়া নিবাৰ্চন পাইহি তেতিয়া ইহতৰ কথা আৰু নিবাচনৰ পাছত ইহতে আপোনাক চিনিয়েই নাপায় কাৰণে তেতিয়া এওঁলোক ডাঙৰ মানুহ চালাহ ভোট ভিষাৰি হত তহতৰ বতমান এই অৱস্থাত ৰাইজৰ লগত এনেকুৱা কৰিবলৈ অলপু বেয়া নালাগিল নে। কত লাগিব কাৰণ তহত দিছপুৰৰ গুন্দা তহতৰ ওপৰত কোনো নাই। যদিও কয় তাৰ কাৰণে তহতে ৰঙা ঘৰ সাজু কৰি থইচ কিন্তু আগন্তুক ২০২৬ আহি আছে নাপাহৰিব।
@sjhazarika5437
@sjhazarika5437 2 күн бұрын
আপোনালোকেই ভোট দি মন্ত্ৰী পতা নাছিলে জানো,অপাত্ৰৰ হাতত ক্ষমতা দিয়াৰ ফল এইয়া।
@S.K.dutta.2024
@S.K.dutta.2024 2 күн бұрын
কলিয়াবৰ ৰাইজক আহ্বান জনাইছোঁ , 2026 ত ইয়াৰ উত্তৰ দিব ।।।। ( আমি যোৰহাট সমষ্টিৰ বাসিন্দা হিচাপে এইবাৰ লোকসভাৰ নিৰ্বাচনৰ পৰাই বিজেপি ক উত্তৰ দিবলৈ আৰম্ভ কৰিছোঁ )
@chitrakumarhazarika6622
@chitrakumarhazarika6622 2 күн бұрын
আচৰিত। এওঁ জন প্ৰতিনিধি। বানে সৰ্বহাৰা কৰা বন্যাৰ্তৰ হৃদয়ৰ ভাষা আৰু বেদনা এনেবোৰ নেতাই বুজি নাপায়।
@jibanka87
@jibanka87 2 күн бұрын
Power a murot dhorise
@rantukalita7099
@rantukalita7099 2 күн бұрын
আকৌ এবাৰ ........ চৰকাৰ
@rahulaxom2603
@rahulaxom2603 2 күн бұрын
Mojjjjja... Ako ebar vote di jikau bolok.. BJP, AGP k... 😮😮
@ArupBora-td6wc
@ArupBora-td6wc 2 күн бұрын
আৰু কেইদিনমান পিছত ডিঙিত কামোৰি তেজ খাব এই বিলাক মন্ত্রী বিধায়কে।
@kushalkalita7921
@kushalkalita7921 2 күн бұрын
পৈত্ৰিক সম্পতি হয় কলিয়াবৰ খন মহন্ত পৰিআলৰ ,কিমান চাহ বাগান এবাৰ চাওক,সঁচাকৈ সেই মাতিবোৰ সঁচা কৈ নিজৰ নে
@banjitchangmai4047
@banjitchangmai4047 2 күн бұрын
xomoyot pahori juwa axomiya aaru obostha beya houk ,dhoinybad
@commenti5459
@commenti5459 2 күн бұрын
ৰাইজেই ভোট দিছে
@MukutChudhary
@MukutChudhary 2 күн бұрын
তাক ধুলাই দিয়া
@sadeksaikia8168
@sadeksaikia8168 2 күн бұрын
একেটাকে জিকাই থাকক।
@user-lm6ih9lk9p
@user-lm6ih9lk9p 2 күн бұрын
BJP k vote dibo
@SaifulIslam-ru9ww
@SaifulIslam-ru9ww 2 күн бұрын
Aibilak montri k sandals r Mala pindabo lagisil.
@pranjalpdeka6111
@pranjalpdeka6111 2 күн бұрын
আচৰিত, কেশৱ মহন্তই এনেদৰে ধৈৰ্য হেৰোৱাব বুলি ভবা নাছিলোঁ।
@hemantaborgohain4493
@hemantaborgohain4493 2 күн бұрын
@@pranjalpdeka6111 অসমগণ পৰিষদক ভচম গণ পৰিষদ বনাই দিলে ।
@user-eq9fu2qj3n
@user-eq9fu2qj3n 2 күн бұрын
জনতাৰ সেৱা কি নাজানে
@joshnaray3117
@joshnaray3117 2 күн бұрын
আকৌ এবাৰ বিজেপি চৰকাৰ মৰ আৰু বাপেক সতক ভোট দে
@sendorclegane7858
@sendorclegane7858 Күн бұрын
0:42 4ta exact topa ekeloge. Glitch in the matrix 😂
@bulbulbora-cw1el
@bulbulbora-cw1el 2 күн бұрын
বোকাখাট অতুল বৰা কলিয়াবৰত কেশৱ মহন্ত মানে অসম গনপৰিষদৰ ২০২৬ বাই বাই ।
@ezonihumtsoe1687
@ezonihumtsoe1687 Күн бұрын
ae 2yers bajai Mans khaw ki olp gömbi sa
@arpanbora8423
@arpanbora8423 2 күн бұрын
Good....very good...laaj naikiya voter e teuk e vote dibo...arunudoi...lakhpati baideu...bandhan loan maaf..microfinance loan maaf...free ghar..latrin...eibur dibo...aru maar khaok...laaj paok.. Well done keshab
@umeshhandique6856
@umeshhandique6856 2 күн бұрын
ঠিকাদাৰৰ পৰা কমিচন লোৱা জনে দুৰৈৰ পৰা চাই মজা লৈ আছে।
@user-cy9dt4bi8x
@user-cy9dt4bi8x 2 күн бұрын
নেতা নিৰ্বাচন কৰোতে চাব লাগে
@jaihind8229
@jaihind8229 2 күн бұрын
কলিয়াবৰৰ ৰজা ৰাইজে উচিত শিক্ষা দিব লাগে।
@PrasannaGogoi-tg9my
@PrasannaGogoi-tg9my 2 күн бұрын
Bamunor dinot enekkuai hobo.
@amulyagogoi6943
@amulyagogoi6943 2 күн бұрын
Good
@TuniramGohain-sm2rj
@TuniramGohain-sm2rj 2 күн бұрын
Akou vote dibo mohapurukh jonok
@apurbadutta4261
@apurbadutta4261 2 күн бұрын
Bohut vl krise Minister Jane...Asoni louk 1200 taka ..Nadi bandh...rasta ghat ..bostu r dam kom kra .. Medical hewa devolpment kra ..kribo lga kam t saku nidiyar parinam...bohut vl hoise ..ji krise ..vote dibo lage boss 200 ata palei hl..nijak bikki kri diye aji jugatu besi vag manuhe..
@najimali-se8cr
@najimali-se8cr 2 күн бұрын
Mja
@darpandeka5141
@darpandeka5141 2 күн бұрын
পানীৰ মাজলৈ দলিয়াই দিয়ক কেশৱ মহন্তৰ নিচিনা এজন মিছলীয়া মন্ত্ৰীক ।
@HemantaBora-dj4rb
@HemantaBora-dj4rb 2 күн бұрын
Val dekha nogol Homoi thakutei Val kodok sir
@gautamtalukdar1702
@gautamtalukdar1702 2 күн бұрын
Moja
@kidsbabykidsbaby5447
@kidsbabykidsbaby5447 2 күн бұрын
Vote disile nahai raij.. Etia kene mojja😂
@titasgmomin4553
@titasgmomin4553 2 күн бұрын
Montri dom ase dei
@gutungdipakpegu2134
@gutungdipakpegu2134 27 минут бұрын
BJP ক ভোট দি আৰু মজা পাওক / মজা ল‌ওক । এয়াও আন এক পৰিবৰ্তন আৰু উন্নতি ।
@dipankartaid4129
@dipankartaid4129 2 күн бұрын
26 ot dekha jabo
@One-of-a-kind1_ADRE
@One-of-a-kind1_ADRE 2 күн бұрын
Aei bur AGPr mnuh mntri huar jugyoi nhoi AGP a bht lutil axomok bht AGPr party axomot nlagy...oha electiont mukh thekesa khble ready thak. Fotua ht
@rajuborah683
@rajuborah683 2 күн бұрын
Tak moi pitim
@user-km6nx1rx1j
@user-km6nx1rx1j 2 күн бұрын
ভালহৈছে ভোট দিওকহিতাধিকাৰী কুপণ লওক পানী হুকাইজাবো
@user-vj2kb1sb8k
@user-vj2kb1sb8k 2 күн бұрын
জয় বিজেপি ❤❤❤
@anuragg8299
@anuragg8299 2 күн бұрын
নিজৰ আচল ৰূপ দেখুৱাই দিছে।
@pragyanjyotibora9985
@pragyanjyotibora9985 Күн бұрын
Next MLA election t akou Jikalei hol...
@rupenchdeka6297
@rupenchdeka6297 2 күн бұрын
২৬ ত কেশবক নিজিকাব
@rjvlogs7189
@rjvlogs7189 2 күн бұрын
Raijor vul asa
@BikashHandiaque
@BikashHandiaque 2 күн бұрын
Vl hoisa
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs 2 күн бұрын
26 bay bay diba koliyabor Rai's
@jagatchakraborty6964
@jagatchakraborty6964 2 күн бұрын
Shame shame
@JagatSaikia-jo3nu
@JagatSaikia-jo3nu 2 күн бұрын
B,j,p many s ur sarkar
@AbiCricketNews
@AbiCricketNews Күн бұрын
সন্ত সামন্ত লৈ কাক বৰ মতা দেখাব আহিছে এই নিবোকাটোয়ে । এতিয়া হিমন্ত শৰ্মা ই কি সাফাই দিব
@gh12138.
@gh12138. 2 күн бұрын
😢
@529gjjjbbbjhgvgguoppkhcx
@529gjjjbbbjhgvgguoppkhcx 2 күн бұрын
Bhria
@dumahusoroniya6691
@dumahusoroniya6691 Күн бұрын
গৌৰৱ গগৈ আৰু অখিল গগৈয় কত
@tulandoley3921
@tulandoley3921 2 күн бұрын
ৰজা প্ৰশ্ন কৰিব নোৱাৰি।
@manashpratim3811
@manashpratim3811 2 күн бұрын
তেওঁ মায়া মামীৰ কাৰণে মাটি বিচাৰি থাকোঁতেই ৰাইজলৈ সময় নাপায়।।
@kulajitsarma3925
@kulajitsarma3925 2 күн бұрын
Dharm. R. Namot...vot.. Diiyk... Ako
@probirsharma3703
@probirsharma3703 2 күн бұрын
Jago Asam ka log Jago😅 Is Tarah Neta ko jawab nahin karna chahie Har public😂😂
@roujahmed3935
@roujahmed3935 2 күн бұрын
অসম চৰকাৰে বানাক্ৰান্তক বানসাহাৰ্য দিয়াত ইমান বিলম্ব কিয়?
@test-ix9im
@test-ix9im Күн бұрын
Haiyai baki asil....aru vote dia BJP k......nirdolio t vote dim aibar ro ..aimokhak vote di jikai labh nai
@hibjurrahman6107
@hibjurrahman6107 2 күн бұрын
26ভোত দি জিকাব দেই
@ratneswarbora6756
@ratneswarbora6756 2 күн бұрын
Next time nijike
@user-vc9hu7sh9i
@user-vc9hu7sh9i Күн бұрын
Atoridiok dangoria ahise 😅😅😅
@kartiknath8056
@kartiknath8056 2 күн бұрын
Aibur putola montri
@diliphazarika8581
@diliphazarika8581 2 күн бұрын
অহা নিৰ্বাচনত বিপুল ভোটত জয় কৰাব নে
@mukunmisra7083
@mukunmisra7083 2 күн бұрын
Swicht gate হৈছে সোণৰ কণী পৰা হাঁহ !!
@pallabisaikia6134
@pallabisaikia6134 2 күн бұрын
Aru vote de. Valei hoise. Ako aber BJP jika.
@bipulkalita6608
@bipulkalita6608 2 күн бұрын
২৬ আকৌ ভোট দিব😂😂😂
@iraranidihingia-qy2kx
@iraranidihingia-qy2kx 2 күн бұрын
26ত আকৌ BJP ক ভোট দি জয় যুক্ত কৰি দিব পুনৰ মথাউৰি নিৰ্মাণ কৰি দিব।😂
@kartik7818
@kartik7818 2 күн бұрын
Hi, hi, b, j, p❤❤❤❤
@joshnaray3117
@joshnaray3117 2 күн бұрын
মন্ত্রী বিলাকে এনেকৈ গলে বান্ধী থব লাগে বিজেপি মন্ত্রী বিলাকৰ তেল হৈছে
@mofidrohman6393
@mofidrohman6393 2 күн бұрын
ৰাইজে আৰু ভোট দিয়ক।
@user-vj2kb1sb8k
@user-vj2kb1sb8k 2 күн бұрын
জয় বিজেপি ❤❤❤
@Anime45036
@Anime45036 2 күн бұрын
​@@user-vj2kb1sb8kaibur kori fura aru kam nai ni
@user-vj2kb1sb8k
@user-vj2kb1sb8k 2 күн бұрын
@@Anime45036 জ্বলিছা নে
@user-eh1pg2zv5h
@user-eh1pg2zv5h 2 күн бұрын
AGP dhakha kora manuh.
@XubarnaMoran
@XubarnaMoran 2 күн бұрын
আমাৰ ইয়াতো ওলাইছেএটা গুণ্ডা, যাৰ নাম ভাস্কৰ শৰ্মা
@bidyuthazorika1276
@bidyuthazorika1276 2 күн бұрын
Shame
@pinkuutpal6032
@pinkuutpal6032 2 күн бұрын
মানু্হ বোৰ ৰ ও লাজ নাই। আকৌ জিকিব ইহঁতৰ ভোট লৈয়েই ২০২৬ ত। 😂😂😂 ৰাইজ চাই হে ৰজা 😂😂😂
@ChowkatAli-cr1zm
@ChowkatAli-cr1zm 2 күн бұрын
Sortok badhi kob diok
@user-yq7gm1tg4z
@user-yq7gm1tg4z 2 күн бұрын
২৬তভোট নিদিব
@bikashkalita7152
@bikashkalita7152 2 күн бұрын
আৰু দিয়ক দানবক ভোট
@PaglababaDas
@PaglababaDas 2 күн бұрын
Public dhulai di dibo pora ni je
@JunAliKumarAshique
@JunAliKumarAshique 2 күн бұрын
Aru vote diok gunda partik
@rupdutta3305
@rupdutta3305 Күн бұрын
AGP gundagiri nogol aru ..
@bhagyashreesaikia8933
@bhagyashreesaikia8933 2 күн бұрын
মিছা মিছা
@jamunaray4032
@jamunaray4032 2 күн бұрын
Panir majot mohontok bandhi thok
КАРМАНЧИК 2 СЕЗОН 7 СЕРИЯ ФИНАЛ
21:37
Inter Production
Рет қаралды 493 М.
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 31 МЛН
WHO DO I LOVE MOST?
00:22
dednahype
Рет қаралды 80 МЛН
КАРМАНЧИК 2 СЕЗОН 7 СЕРИЯ ФИНАЛ
21:37
Inter Production
Рет қаралды 493 М.