Рет қаралды 3,647
থলুৱাৰ চৰকাৰী চাকৰি সংৰক্ষণ ঠিকনাৰ ভিত্তিত সম্ভৱ নহয়
সংবিধান আৰু আইনে থলুৱাক সংৰক্ষণ নিদিয়ে
থলুৱাৰ স্বাৰ্থ তেনেহ’লে কিদৰে সম্ভৱ?
মুখ্যমন্ত্রীৰ ঘোষণা- থলুৱা ভাষাত ব্যুৎপত্তি থাকিব লাগিব
থলুৱা ভাষা মানে কি, ব্যুৎপত্তি মানেনো কি?
ব্যুৎপত্তি মানে- ক’ব পৰা নে পঢ়িব পৰা নে লিখিব পৰা?
কি ছাকনীৰ দ্বাৰা এই ব্যুৎপত্তি কোনে নিৰ্বাচনী প্রক্রিয়াত চাব?
চৰকাৰৰ এই বিষয়ে দীৰ্ঘকালীন নীতি কি?
ব্যুৎপত্তিৰ পৰীক্ষা কি ধৰণেৰে হ’ব?
APSCত অসমীয়া বাধ্যতামূলক কিয় কৰা নহ’ল?
APSC ত নিৰ্বাচিত হ’ল অসমৰ বাহিৰৰ ছোৱালী
এতিয়ালৈকে যোগদান কৰিবলৈ দিয়া হোৱা নাই চাকৰিত
কিন্তু কিমান দিনলৈ বাধা দিব পাৰিব?
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#pratidintime #bisleshan #assam