মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 3

  Рет қаралды 522,122

Pratidin Time

Pratidin Time

Күн бұрын

ৰাজ্যৰ সকলো সমস্যা OUT, হিন্দু-মুছলমান IN
গণতন্ত্রৰ মন্দিৰত সাম্প্রদায়িকতাৰ পোহাৰ
ৰাজকোষৰ ধন ব্যয়েৰে ‘সাম্প্রদায়িক আলোচনা’ কিয়?
‘আজমল’ৰ পিছত ৰাজনৈতিক হাথিয়াৰ নেকি ‘মিঞা’?
মিঞাৰ আগ্রাসনৰ কথা হঠাৎ কিয় মনত পৰিল মুখ্যমন্ত্রীৰ?
বিধানসভাত সংবিধানৰ শপত লোৱা মুখ্যমন্ত্রীৰ সাম্প্রদায়িক মন্তব্য কিয়?
বিধানসভাৰ মজিয়াত উত্তৰ দিওতে উত্তেজিত কিয় হ’ল মুখ্যমন্ত্রী?
অখিল গগৈয়ে কিয় ক’লে ‘গুজৰাট’ৰ সংঘৰ্ষৰ কথা?
কেতিয়াবা ফ্লাড জেহাদ, কেতিয়াবা মিঞাৰ আগ্রাসনৰ প্রসংগ
উজনি অসমত ৰাজনৈতিক অস্থিৰতা ‘সৃষ্টি’ কৰা হৈছে নেকি?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 3 #PratidinTimeLIVE

Пікірлер: 536
@arhisreshthachangmai9218
@arhisreshthachangmai9218 26 күн бұрын
সকলো সংযম হব লাগে .... দূৰদৰ্শীতাৰে বিচাৰ - বিবেচনা কৰি, সকলো দিশ ভালদৰে চালি - জাৰি চাই , এই স্পৰ্শকাতৰ সময় ছোৱাত এটা এটা শব্দ অসম আৰু অসমীয়া জাতিৰ হিতৰ বাবে আগবঢ়াব লাগে........ প্ৰথমে আমি মানৱ জাতি ........ মানুহ হিচাপে আমি সকলোৱে ন্যায়ৰ সমতা বজাই ৰাখি দেশ জাতিৰ সমূহীয়া হিতৰ পক্ষে ঠিয়দিৱ লাগিব.... কাতৰ অনুৰোধ জাতি ধৰ্মৰ উৰ্দ্ধত আহি দেশ আৰু দেশৰ জনগণৰ কল্যাণৰ বাবে, শান্তিৰ বাবে, জাতিৰ মিলা - প্ৰীতিৰ বাবে সকলো নেতৃবৃন্দই হাতে হাত ধৰি আগুৱাই যাওঁক 🙏🙏🙏🙏😔😔😔😔
@LakhiPrasadSaikia-uq9df
@LakhiPrasadSaikia-uq9df 26 күн бұрын
সুন্দৰ কথা কৈছে অখিল দা
@WakilAhmed-jp8gp
@WakilAhmed-jp8gp 12 күн бұрын
টিক
@paragjyotikalita5383
@paragjyotikalita5383 9 күн бұрын
Akhil gogoi a Assam khon sas korile bupai...iyak khali Mia lage...
@paragjyotikalita5383
@paragjyotikalita5383 9 күн бұрын
Akhil gogoi a Assam khon sas korile...aru ai faltu faltu news channel bilakor u laj napai ne aibur manuhok studio k anibo r karne..
@nirugogoi4576
@nirugogoi4576 24 күн бұрын
ধন্যবাদ অখিল সত্যত থাকিব ভয় নাখাব
@rofiqulislam1080
@rofiqulislam1080 26 күн бұрын
ধন্যবাদ অখিল গগৈ ডাঙৰীয়া, আপোনাৰ কথা খিনি একদম বাস্তৱ সন্মত !
@NiponmoranMoran
@NiponmoranMoran 22 күн бұрын
বালৰ কথা কৈছে অখিল গগৈ
@RajibulHasan-uu1kp
@RajibulHasan-uu1kp 19 күн бұрын
@prodip_m_creation_904
@prodip_m_creation_904 26 күн бұрын
অকিল গগৈ সচাকে বহুত মানবতা আছে। কাৰণ অসম অকল হিদু জেগা নহয়।,,,, অসমত সকলো আছো সকলো মিলি থকাতো বিচাৰিব লাগে। আইন হে হাতত লব লাগে।
@Dikshita_hazarika.
@Dikshita_hazarika. 26 күн бұрын
Oi muslim Mia ake nohoi . Kia Buji napao
@rsff2249
@rsff2249 26 күн бұрын
Toi lungi pindhi lobi ja sutmarani
@NiponmoranMoran
@NiponmoranMoran 22 күн бұрын
যদি চবৰে হয় তেনে অসমৰ নাম সলাই দে কেলা
@bitupanboruah461
@bitupanboruah461 19 күн бұрын
Spelling Tu valke likhi lo😂😂😂😂😂😂
@faijulislam5712
@faijulislam5712 15 күн бұрын
Holai dee​@@NiponmoranMoran
@ArabindaDas-w2k
@ArabindaDas-w2k 26 күн бұрын
বিধানসভাৰ দাদা সকল, হিন্দু মুছলমান বাদ দি য়ক! আলুৰ দাম ৪০টকা । আৰু নকও !
@gunjanrabha1393
@gunjanrabha1393 26 күн бұрын
40 toka nohoi 50 toka hol.
@anamikatalukdar774
@anamikatalukdar774 23 күн бұрын
Tohot or brain alu piyaz ot e ase....brain ketiya bahribo...gharat jui lagile....
@gunjanrabha1393
@gunjanrabha1393 6 күн бұрын
@@anamikatalukdar774 Ni tenekua nohoi tak dam tu he hudhorai disu .Akhiluddin ahmed buli kolu tatkoi besikoi nu aru ki kom.
@SalimatDdinDdin
@SalimatDdinDdin 17 күн бұрын
বিদেশী যদি অসমত আছে ইয়াৰ দাৰি কুন কাৰণ এইখন চৰকাৰে ঘোঁৰা ঘাঁহ কাতিব আছে নেকি বাৰু নে হিন্দু মুছলমান ৰাজনীতি কৰি মূল্য বিধি হৈছে অসমৰ দুখীয়া ৰাইজ কথা চিন্তা কৰক চৰকাৰে মূল্য বিধি কমাক চোন বহুতো ৰাইজ বহুতো অসুবিধা হৈছে ❤
@anamikatalukdar774
@anamikatalukdar774 6 күн бұрын
Eibkhon sarkare gha kata nai, 70 yrs e congress e gha ban kati khekh kori miyak humaise....atiya aru bjp e ki gha kati bo....
@jatindeka6784
@jatindeka6784 26 күн бұрын
আমি কোনো ৰাজনৈতিক শিবিৰৰ মানুহ নহয়। কিন্তু এটা ক্থা স্বচ্চ য়ে অসমত বাংলাদেশী মুছ্লমানৰ আগ্ৰাসনে সামাজিক অস্থিৰতাৰ সৃস্তি কৰিছে ।গতিকে ৰাজনৈতিক মতানৈক্য নেওচি ইহঁতক নিয়ন্ত্ৰণ কৰিবলৈ সকলো খিলঞ্জীয়া এক হ্বই লাগিব। আৰু এখ্ন আইন আনি এই বাংলাদেশী শক্তিটোক চিৰদিনৰ বাবে নিয়ন্ত্ৰৰ ব্যৱস্থা কৰিব লাগিব ।
@faijulislam5712
@faijulislam5712 15 күн бұрын
Kintu NRC hoi gol😂😂😂😂😂
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx 26 күн бұрын
অখিল গগৈৰ এক মাত্ৰ বিধায়ক যি সকলো মানুহৰ হৈ মাত মাতে।অখিল গগৈ জিন্দাবাদ
@bhaskarphukan1423
@bhaskarphukan1423 26 күн бұрын
Akhil udin
@ilakshidekabordoloi4510
@ilakshidekabordoloi4510 14 күн бұрын
ধন্যবাদ অখিল গগৈ লগতে নিতুমনি ডাঙৰীয়া। 🙏🙏
@MubarakAli-n4f
@MubarakAli-n4f 26 күн бұрын
Thank u Akhil sir.....a very good speech
@akashdowari3479
@akashdowari3479 26 күн бұрын
সুন্দৰ কথা কৈছে অখিল গগৈ। আন্ধভক্ত গণ পাগল হৈছে ইমান ভাল কথা কোৱাৰ পিছতো উপলুঙা কৰিব পাৰে।
@maintugaribhoon4704
@maintugaribhoon4704 26 күн бұрын
Akhil je akol xeibabe upolunga korib prise
@opiolsheikh302
@opiolsheikh302 26 күн бұрын
Akhil sir I like him all the work because he is telling the truth ❤
@rafikulali4396
@rafikulali4396 26 күн бұрын
এটা অফিচত সকলো ধৰ্মৰ লোকে একেলগে কাম কৰি আছে,,, স্কুল কলেজ আদিত সকলো ধৰ্মৰ লৰা ছোৱালী একেখন বেঞ্চত বহি শিক্ষা গ্ৰহণ কৰি আছে,,,, এতিয়া এনে পৰিস্থিতিৰ সৃষ্টি হ'ব,,, শেষত নিয়ন্ত্ৰণৰ বাহিৰত গুছি যাব,,,, তেতিয়া কি হ'ব,,,,, সামান্য এখন চকী যি খন চকী চিৰকালৰ বাবে নহয়,,, আচৰিত এইয়া বৰ্তমানৰ মানৱ
@BhaskarGogoi-n6m
@BhaskarGogoi-n6m 26 күн бұрын
অখিল গগৈয়ে এজনেই সকলো কে পানী পানী কৰি দিলে, অখিল গগৈ জিন্দাবাদ
@Shidhu4605
@Shidhu4605 23 күн бұрын
অখিল‌উদ্দিন😂😂
@monjulahon7712
@monjulahon7712 23 күн бұрын
অখিল গগৈ সম্প্ৰীতিৰ মহা নায়ক , তেওঁ হিন্দু মুছলমানৰ তৰল খাপৰ ৰাজনীতি নকৰে । অখিল গগৈ য়ে মিঞা মিঞা চিঞৰি মেলে মিটিঙে বিভেদকামি বক্তব্য নিদিয়ে আৰু পাহাৰ সম অগাধ সম্পত্তি নিজৰ বাবে আজোৰা নাই ।
@RupaliMoran-oo2xb
@RupaliMoran-oo2xb 21 күн бұрын
Akhil gogoi miya
@gunjanrabha1393
@gunjanrabha1393 6 күн бұрын
Kun? Akhilazulla Ahmed Ali a ne?
@asthajitaviolinagogoi8364
@asthajitaviolinagogoi8364 26 күн бұрын
Jindabad Akhil gogoi jindabad ❤❤❤❤❤❤❤
@_i_am_animetuber2902
@_i_am_animetuber2902 25 күн бұрын
Right Akhil
@RanaHussain-t1p
@RanaHussain-t1p 3 күн бұрын
অখিল গগৈৰ কথা এক মত আছু।তেখেতৰ দৰে এজন নিৰপেক্ষ বিধায়ক আমি অসমৰ সকলো জিলাত হ'ব ,, অসমত অসমীয়া চলিব। ইয়াত হিন্দু, মুছলমান,জৈন খ্ৰিষ্টান বৰো কাৰ্বি বুলি একো কথা নাই,,,,।।।। জয় আই অসম 😊😊😊🎉🎉❤🎉❤
@abdulmohimlaskar6850
@abdulmohimlaskar6850 26 күн бұрын
Akhil is a real wise grt popular leader of Assam
@AjitBorah-w7g
@AjitBorah-w7g 26 күн бұрын
অখিল গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া লোৰিণ জ্যোতি গগৈ ডাঙৰীয়াক অসমৰ সকলো জনসাধাৰণে সমৰ্থন দিব লাগে অসমীয়া সুৰক্ষিত হৈ থাকিব নহ'লে বিজেপিয়ে অসমীয়া ভাষা জাতি শেষ কৰিবলৈ বেছি সময় নালাগে
@Shidhu4605
@Shidhu4605 23 күн бұрын
😂😂 মিঞা supporter jae
@utpalnlp9849
@utpalnlp9849 24 күн бұрын
বামুনক ৰজা পতা অসমীয়া সকল আৰু মজা পাবা চাই যোৱা
@mujibursamidrohman9330
@mujibursamidrohman9330 26 күн бұрын
পিযুষ হাজৰিকা ডাঙৰীয়া seijonei নাছিল জানো যিজনে কৈছিল গৌৰৱ গগৈ jikile ৰাজনীতি ত্যাগ কৰিব 😂😅🤣
@niponkalita9058
@niponkalita9058 26 күн бұрын
Oh bt eibur topic koi tohoti issue divert kri kam ni..tohote jnke ata party e jimn vul krileo vote dia..amio tnka dim...issue ani thak tohote
@_i_am_animetuber2902
@_i_am_animetuber2902 25 күн бұрын
Kelei pijus se podtyak korile nohoy
@mujibursamidrohman9330
@mujibursamidrohman9330 5 күн бұрын
@@niponkalita9058 কোনে কৈছে নিদিবলৈ দি থাক আমি আকৌ সেইবিধৰ নহয় candidate চাই hai vote দিওঁ পাৰ্টি চাই নহয় 🙏
@rinku-j5q
@rinku-j5q 22 күн бұрын
right kotha a@@@@ dada
@mohidul1098
@mohidul1098 26 күн бұрын
Salute
@gaiuddinsheikh544
@gaiuddinsheikh544 22 күн бұрын
অখিল দা ঠিক কৈছে।
@RojoniProvaBoruah
@RojoniProvaBoruah 26 күн бұрын
বুজায় সকলো বুজিছে।
@salimhussain4907
@salimhussain4907 26 күн бұрын
অখিল গগৈ ❤
@Ruhana-zf8uu
@Ruhana-zf8uu 26 күн бұрын
Akhil sar good 👍
@Dhankhuni
@Dhankhuni 26 күн бұрын
Good akhil dada keep it up
@JyotishAxom
@JyotishAxom 26 күн бұрын
যি নহ'লেও মানুহটোৰ দম আছে
@hassanahmedbarbhuiya3603
@hassanahmedbarbhuiya3603 26 күн бұрын
Akhil Gogoi 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🦁🦁🦁🦁🦁🦁🦁🦁🦁♥️♥️♥️♥️♥️
@jayantdeka9306
@jayantdeka9306 26 күн бұрын
অসমৰ জনতা মূৰ্খ বুলি ভাবে নিকি। বিধানসভা ত আলোচনা হ'ব লাগে বেলেগ হৈ আছে হিন্দু মুছলমান ৰ কথা
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm 26 күн бұрын
Excellent Akhil Gogoi... Great leader
@AbdusSamad-mj9bq
@AbdusSamad-mj9bq 19 күн бұрын
ধন্যবাদ অখিল গগৈক
@kholilurrahman1828
@kholilurrahman1828 26 күн бұрын
Thank you... Akhil sir
@binoykalita7597
@binoykalita7597 22 күн бұрын
ভোট ভিক্ষাৰীজনে ৰাজ্যৰ উন্নতি কৰিবলৈ কিবা আছে বুলি নেভাবো।😊
@pggaming2122
@pggaming2122 26 күн бұрын
অখিল গগৈ mojja
@depokmoran
@depokmoran 23 күн бұрын
অখিল গুগৈ জিন্দা বাত🙏🙏🙏🙏🙏🙏🙏🙏🙏
@naharavlog9375
@naharavlog9375 22 күн бұрын
Akhil gogoi jindabad
@aishabegum7287
@aishabegum7287 23 күн бұрын
Right akhil gogoi
@mridulkonwar7476
@mridulkonwar7476 26 күн бұрын
Akhil da always Rock..👍👍👍
@RajiaKhan-uw6vc
@RajiaKhan-uw6vc 22 күн бұрын
Good okhil Gogoi 👍👍👍👍👍🙏👍👍👍👍👍👍👍❤❤❤❤❤
@manujyotidihingia8652
@manujyotidihingia8652 26 күн бұрын
সচা কথা কৈছে অশীলে
@jollywoodassam4377
@jollywoodassam4377 26 күн бұрын
Himanta Biswa Sharma e Assam khon t Hindu-Muslim kori kori ses koribo aru 😢
@anandakalita2042
@anandakalita2042 22 күн бұрын
Thik desa mojaa... gogoi
@SankarjytiNarah
@SankarjytiNarah 22 күн бұрын
Akhill Gogoi zindabaad.
@HappyRowing-qv4ng
@HappyRowing-qv4ng 22 күн бұрын
মুখ্য মন্ত্ৰীয়ে আনকগালী পাৰি লাভ নাই।।
@DurgaDeori
@DurgaDeori 22 күн бұрын
Good Akhil Gogoi
@juneurang3920
@juneurang3920 22 күн бұрын
Akil da zindabad
@Najrulali-q5s
@Najrulali-q5s 23 күн бұрын
okhol gogoi zindabat
@DHANARx5kj
@DHANARx5kj 24 күн бұрын
Akhil gogoi jindabad❤
@birjumurmu8336
@birjumurmu8336 23 күн бұрын
Akhil gogoi zinda bad
@rafizahyder2870
@rafizahyder2870 26 күн бұрын
Well said akilgogoi
@catvlogs7982
@catvlogs7982 22 күн бұрын
Wow Akhil sir tusi great hoooo
@gunakantabaruah6243
@gunakantabaruah6243 26 күн бұрын
অখিল গগৈয়ে জনা দৰকাৰ। শৰাইঘাটৰ ৰনত সকলোৰে শেষত যি বঙ্গৰ বাহিনী আহিছিল তেওঁ লোকক ঔৰঙজেৱৰ ফালৰ পৰা দায়িত্ব দিয়া হৈছিল।অসম বোলা দেশ আৰু অসমীয়া জাতি এটা যে বীৰ জাতি আছিল তাৰ চিন মোকাম নাইকীয়া কৰিব দিছিল। এতিয়া তাৰেই এই বঙ্গীয় মুলৰ দ্বাৰা অসম লাঙনচিত আৰু ‌নিজ‌‌ দেশত অঘৰী। আপুনি কেৱল ৰাজনৈতিক লাভৰ কথা ক'লে নহ'ব।
@raaginimusic92
@raaginimusic92 26 күн бұрын
Fireing speech
@nripenborgohain201
@nripenborgohain201 21 күн бұрын
বিধায়ক অখিল গগৈয়ে কোৱা কথাত অসমৰ ৰাইজে একমত
@gulzarhussainmazumder4384
@gulzarhussainmazumder4384 25 күн бұрын
Akhil Gogoi jindabad
@chatianapothar1noliksoniam113
@chatianapothar1noliksoniam113 20 күн бұрын
Bhut sundor kotha koise Okhil Gogoia.
@RafikUddin-y2v
@RafikUddin-y2v 24 күн бұрын
Very good
@ronitnag1950
@ronitnag1950 4 күн бұрын
We respect your CM hand's off 🇮🇳🇮🇳🙏🙏
@ChintuChamua
@ChintuChamua 20 күн бұрын
অখিল গগৈ জিন্দাবাদ, next level cm
@rustamhaque8947
@rustamhaque8947 10 күн бұрын
Very good News Assam One News Thank you
@rufulislam5686
@rufulislam5686 20 күн бұрын
সুন্দর কথা কৈছে অখিল দা
@SaifulIslam-n4n6j
@SaifulIslam-n4n6j 19 күн бұрын
সত্য কথা কৈছে🙏
@ShahidulIslam-ey5sl
@ShahidulIslam-ey5sl 9 күн бұрын
ধন্যবাদ অখিল গগৈ ডাঙৰীয়া
@houdhuri6683
@houdhuri6683 20 күн бұрын
Exactly carect you are right.
@RijumoniAli
@RijumoniAli 26 күн бұрын
Junmani Rabha ki niyai pale Raije dekhile diyak.apekha mathu 2026
@TopWORLD-sd8ee
@TopWORLD-sd8ee 26 күн бұрын
অখিল গগৈ হৈছে অসমৰ সাপ
@ShoratLahon
@ShoratLahon 22 күн бұрын
Beparar murtu . HBS r pokor shalak.
@pritamchetia2012
@pritamchetia2012 2 күн бұрын
ধন্যবাদ অনিলদা
@sorafali1529
@sorafali1529 23 күн бұрын
অখিল গগৈয়ে ভাল কথা কোইছে
@hanifmollique
@hanifmollique 22 күн бұрын
মই ভাবো আমাৰ মুখ্যমন্ত্ৰীই জানে ধৰ্ষণ কাৰী বিলাকৰ কোনো ধৰ্ম নাই ।সিহঁত মনৱ সমাজৰ সত্ৰু।কৰণ কোনো ধৰ্মত মা জাতীক অসন্মান নকৰে। মই এজন মুছলমান হিচাপে কৈআছো যে ধৰ্ষণ কাৰী আমাৰ ধৰ্মৰ মানুহ হ'ব নোৱাৰে আৰু তেওঁৰ ইছলাম ধৰ্মৰ বিষয়ে কোনো জ্ঞান নাই । সেই বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনালোঁ যে ধৰ্ষণ কাৰী বিলাক যি ধৰ্মৰ নহক তাৰ পৰিচ এটাই সি মানৱ জাতিৰ সত্ৰু।তাক যিকোনো কঠিন শাস্তি প্ৰদান কৰে যেন। কোনো ধৰ্মৰ দূষ দিয়াত কৈ ধৰ্ষণ কাৰী বিলাকৰ কঠিন শাস্তি বিছাৰিছো ।যতে শাস্তি ছাই ভবিষ্যতে ধৰ্ষণ কৰাৰ শাহক নাপায়। এইখিনি মোৰ প্ৰাৰ্থনা।
@RespectEveryone-w8u
@RespectEveryone-w8u 21 күн бұрын
Good person...Truthful person
@neerblogs8710
@neerblogs8710 17 күн бұрын
ওকে বাই জিন্দাবাদ
@amalpathak2898
@amalpathak2898 21 күн бұрын
কথা কলে অলপমান ভালকৈ কব আপুনি মুখ্যমন্ত্ৰী হলে আৰু মিঞাৰ ছোৱা চেলেকিব বুলি জনা আছে ।
@jainalabdin4211
@jainalabdin4211 17 күн бұрын
সত্য কথা কলে কিছ Right নেতা বেয়া
@robina312
@robina312 21 күн бұрын
Akhil sir thank you
@WakilAhmed-jp8gp
@WakilAhmed-jp8gp 12 күн бұрын
কাজিয়ালগুৱা দেহৰপতী নিতীজগনহয়
@kuddsh
@kuddsh 15 күн бұрын
বন্ধু তোমার জন্য ফুল শুধু🌹🌹👍👍👍🤲🤲 থ্যাংক ইউ কিল গুগল আপনি ঈমান হিম্মতওয়ালা
@AyubAliMandal-i9o
@AyubAliMandal-i9o 14 күн бұрын
You are ery talent and honest leader.
@MTRider2024-z8t
@MTRider2024-z8t 21 күн бұрын
Yes yes vakil Gogoi❤❤❤
@abubakkarsiddique703
@abubakkarsiddique703 20 күн бұрын
Akhil da Right kotha koise
@Anarullah-gg6no
@Anarullah-gg6no 15 күн бұрын
ধন্যবাদ দাদা
@basundharnath8654
@basundharnath8654 23 күн бұрын
সমিধান কি হব অখিল চাহাব, মুখত যি আহে তাকে কলেই politician নহয় অ বোপাই,বুজাই সকলো বুজি পাই।
@NajmaNajma-u2w
@NajmaNajma-u2w 19 күн бұрын
Very nice speech akhil sir
@MohendraPayeng-w2k
@MohendraPayeng-w2k 20 күн бұрын
অসমত আমাৰ মুচলমানৰ নহয়
@Taidvloge12345
@Taidvloge12345 16 күн бұрын
Good matter Akhil zindabad
@Krishnagoyary-q1e
@Krishnagoyary-q1e 16 күн бұрын
Akil gogoi is a right person and good MLA, he has the deep knowledge about the difference communities and yes as a axomiya and human being he has the right to speak the equality for the people's of assam as a MLA
@NarjinaKhatun-h4i
@NarjinaKhatun-h4i 16 күн бұрын
Thank you okhil dada
@anowarabegum6253
@anowarabegum6253 15 күн бұрын
অখিল গগৈ জিনদাবাদ
@PankajDas-xw5hw
@PankajDas-xw5hw 26 күн бұрын
অশিল গগৈয়ে ভোত আখাত মিয়া গোতাব বিছাৰিছে জেন লাগিছে
@hassanahmedbarbhuiya3603
@hassanahmedbarbhuiya3603 26 күн бұрын
Blind devotee of !diot Himanta
@nayankumarpawe2671
@nayankumarpawe2671 24 күн бұрын
Changing your mindset
@ShoratLahon
@ShoratLahon 22 күн бұрын
Tur nisina bjp pokor shalak e akhil gogoi kotha ki buji pabi . kukur puali
@bishwajetbhuyan3730
@bishwajetbhuyan3730 22 күн бұрын
Gogoi da moja disa .
@bontisaikia4992
@bontisaikia4992 22 күн бұрын
কাজিয়া লগা নাই আছিল কথা কৈছে আপুনি বুজি পোৱা নাই
@jiarul7445
@jiarul7445 20 күн бұрын
Akhill love you ❤❤❤❤
@AbulKhir-g6t
@AbulKhir-g6t 2 күн бұрын
Thank u akhil. Sir
@SaifulIslam-n4n6j
@SaifulIslam-n4n6j 6 күн бұрын
শীযুচ হাজৰিকাৰ মুখৰ কথা কাম নাই ৷
@faijulislam5712
@faijulislam5712 15 күн бұрын
I respect you sir akhil sir
@AhmadAli-mf5wv
@AhmadAli-mf5wv 26 күн бұрын
Akhil sir nice
@NurHoque-y6g
@NurHoque-y6g 19 күн бұрын
Akhil Gogoi Zindabad congress Zindabad 😊
@sumanborah9605
@sumanborah9605 16 күн бұрын
26 অত বিজেপি by by হব মানুহ সচেতন হল লিখি ৰাখক
отомстил?
00:56
История одного вокалиста
Рет қаралды 6 МЛН