আমাৰ ঘৰটো পচিম মুখী ঘৰ ,পাকঘৰটো দখীন পুৱ কোনত পুৱ ফালটো ঘৰৰ পিচফালে পৰিছে আগফালটো পচিমফালে ,টেংকিটো সেই গতিকে উত্তৰ পুব কোনত পৰিছে টয়লেটটোও , মাটি কম ঘৰটো বনোৱা 11বছৰ হল ,ভগবানৰ কৃপাত অৱশ্যে আজিলৈকে তেনে কোনো বিপদো হোৱা নাই ,লৰা ছোৱালী হালেও পঢ়াত ঠিকেই আছে ,আমাৰ কথা শুনেও ,লৰাও এখন স্কুলত সোমায় আছে ,ছোৱালীও B ed কৰি আছে ,পিচলৈ বাৰু টয়লেট আৰু টেংকিটোৱে কিবা বেয়া কৰিব নেকি এও এইবাৰ অৱসৰ ললে ,বেংকত কৰিছিলে
@kunjalataboro40672 жыл бұрын
Mor letrin pub pine maj bhagot ase olop kwi dileval hoy
@dipahazarika885510 ай бұрын
Aapunaluk duijonore ghrkita dexuabo.saboloi bor mann aree agte j mnuhbur hukhot asil mane aamar aaitahotor dinot..tetia aounalukor aibur bisar tewkuke gom u pua nasil.so ki kom aru
মানি প্লান্ট থকা টাৱ দক্ষিণ দিশত থকাটো ভালনে বেয়া। কাৰণ টাৱত পানী দিয়া থাকে।
@ranjoyhajong6452 жыл бұрын
Bohut bhal palu
@mridulkumarrabha8922 жыл бұрын
Nice
@ranabowlari9245 Жыл бұрын
Magh mahot ghor bonai nabonai
@nripendutta73722 жыл бұрын
আমাৰ ঘৰটো নামঘৰ একেবাৰে কাষতে ৷ কিবা বিধান আছে নেকি ৷ ঘৰৰ মানুহবোৰ বেমাৰ আজাৰ হৈ থাকে প্ৰায়ে।
@PUHORLive82 жыл бұрын
ফোন নম্বৰ ত এবাৰ ফোন কৰিবচোন
@LakhimaGogoi-u7uАй бұрын
7z,g
@bijuranisaikia97512 жыл бұрын
Val lagil 🙏
@pallabiaxom63082 жыл бұрын
মোৰ ঘৰৰ লগতে দক্ষিণ পশ্চিম ত স্কুল আছে উওৰ পশ্চিমে ৰাস্তা টো আছে কি বা উপাই কৰিব লাগিব নে জনাব চোন।মাটি দুখৰ চাৰিটা কোন সমান।
@ashahansepi63522 жыл бұрын
Sir mur ghor bari dangor kintu ghoror dokhin dihot atiya bahiror pora ahi bilding bonale aru utor dihot school hostel bilding ase ghort toka nroi unti huwa nai ki kru upai dibo ahha krilu
@aditymoran74472 жыл бұрын
I am waiting
@nareshgogoi84652 жыл бұрын
👌👌👌
@deeprajkonwar90412 жыл бұрын
বহুত ভাল লাগি অৰ্পন দা সচা কথা মোৰ বিশ্বাস হৈছে মোৰ বৰ্তমান এই সমস্যা হৈ আছে গতিকে অতি সোনকালেই কামতো শেষ কৰিম আপুনিযে এই কথাবিলাক আগবঢ়ালে ধন্যবাদ।
@pulenbarman9962 жыл бұрын
Amar ghorar dakhin dikhat Raijar ata Mandir ase. Amar aru Mandirar simar ber akhon kiba upai kariba lagiba neki Sir .janabo
@ruprajrajbonshi44992 жыл бұрын
Rati goi Mone Mone vangi pelabi
@ranjuhandique2 жыл бұрын
Mur ghortu uttormukhi .but dokhinphale ata rastra.aru ata dangor pokhori asse amar kiba problem hobo neki plese jonabosun