টকা কেনেকৈ জমা কৰিব?কোনটো দিশত পানী ৰাখিলে খৰচ বাঢ়ে?আপুনি উপাৰ্জন কৰা টকা ঘৰৰ কোনটো দিশত ৰাখিব?

  Рет қаралды 290,943

PUHOR Live 8

2 жыл бұрын

টকা কেনেকৈ জমা কৰিব?কোনটো দিশত পানী ৰাখিলে খৰচ বাঢ়ে?আপুনি উপাৰ্জন কৰা টকা ঘৰৰ কোনটো দিশত ৰাখিব?

Пікірлер: 216
@anjanagogoi6105
@anjanagogoi6105 3 ай бұрын
ভাল লাগিল ,অশেষ ধন্যবাদ জনালোঁ 🙏🏼🙏🏼
@Gitanjalisaikia-ss3jq
@Gitanjalisaikia-ss3jq Жыл бұрын
ভাল নাগিল নম্বৰ টোদিব চোন
@deeprajkonwar9041
@deeprajkonwar9041 2 жыл бұрын
অৰ্পন দা ভাল আদৰ্শ আগবঢ়ালে বহুত বিশ্বাস কৰিছো ধন্যবাদ ।
@manoharbharali7687
@manoharbharali7687 2 жыл бұрын
Jthanksto You
@MGofficial495
@MGofficial495 Жыл бұрын
খুব ভাল লাগিল আপোনাৰ কথাবোৰ।ধন্যবাদ
@dipanjoliborthakur
@dipanjoliborthakur 2 жыл бұрын
Good Sharing
@jotiray6540
@jotiray6540 2 жыл бұрын
Khub bhal lagil,
@leenasaikia1901
@leenasaikia1901 Жыл бұрын
Thenk you mam bohut val lagil
@archanadas4160
@archanadas4160 Жыл бұрын
Sir, লেট্ৰিন ঘৰৰ কোন দিশৰ কোন কোণত হব লাগে জনাব চোন ?
@nripendranathsarma8026
@nripendranathsarma8026 Жыл бұрын
Thanku for adviced
@dipudas6348
@dipudas6348 2 жыл бұрын
Dhuniya lagise
@rekhaborah9066
@rekhaborah9066 Жыл бұрын
হয় বাইদেউ 🙏 নতুনকৈ আপোনাৰ ভিডিঅ'টো ছাইচো। ভাল লাগিল
@jogendranaththakuria9934
@jogendranaththakuria9934 Жыл бұрын
ভাল লাগিলে ধন্যবাদ
@Aamar_Pakghar
@Aamar_Pakghar 2 жыл бұрын
Dhnyabad
@RahulPegi
@RahulPegi 5 ай бұрын
Bohut val lagil
@anjanakhargharia6773
@anjanakhargharia6773 2 жыл бұрын
Bohut nojona kotha jabilu Val lagil
@PUHORLive8
@PUHORLive8 2 жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
নমস্কাৰ। আপোনাৰ কথাবোৰ বৰ ভাল লাগে। কল্পনা সেনগুপ্তা বৰুৱা। ডিব্ৰুগড়
@pbtiensgroup4208
@pbtiensgroup4208 6 ай бұрын
Bhal lagil. Dhanyabad
@RinaPhangchopi-ce2vl
@RinaPhangchopi-ce2vl 5 ай бұрын
Jai shree ganesha 🙏🙏🙏
@pinkinath3416
@pinkinath3416 2 жыл бұрын
Val lagil jani❤️❤️❤️
@purobimahanta7982
@purobimahanta7982 2 жыл бұрын
Bohut val logil
@subhodrapanika
@subhodrapanika 2 жыл бұрын
Val lgil
@gauridevi6704
@gauridevi6704 Жыл бұрын
ভাল লাগিল বৰ সহজ উপদেশ দিয়া বা বে
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
দুয়ো গৰাকীলৈ শুভেচ্ছা জনালোঁ।
@rupaliboro3430
@rupaliboro3430 2 жыл бұрын
Vary.good.Direson
@bhaskarsaikia4115
@bhaskarsaikia4115 Жыл бұрын
Aijonor sage toka bohut hoise. Hei karone studio t aahi belegokok gyan di aase
@rupaboruah8757
@rupaboruah8757 Жыл бұрын
চাৰ আপোনাক ভগৱানে কুশলে ৰাখক
@utpallila5047
@utpallila5047 Жыл бұрын
Nice post thanks 🙏
@nirupoma5935
@nirupoma5935 Жыл бұрын
অ মুনমুন সুন্দৰ 🌷
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 2 жыл бұрын
Nice vedio 😍😍😍
@dipabhuyan3684
@dipabhuyan3684 2 жыл бұрын
কথাবিলাক অসমীয়া কলে ভাল সকলো ৱে বুজি পাই ধন্যবাদ
@jaansaikia9308
@jaansaikia9308 Жыл бұрын
ye...koni...Baxa...Hai...meri..Hisap.. se...Asssames...He..😀
@lizaroy225
@lizaroy225 Жыл бұрын
​@@jaansaikia9308l.
@DipokBonia
@DipokBonia Ай бұрын
কথাবিলাকঅসমীয়াতকলেভালবুজিপুৱাতভালহব
@bosihtoboruahboruah1996
@bosihtoboruahboruah1996 Жыл бұрын
Bahut Val paiso sir
@ramensarma8263
@ramensarma8263 Жыл бұрын
100% Right Dutta
@kajalborahkajolborah7441
@kajalborahkajolborah7441 7 ай бұрын
Nice
@monidipakonwar1778
@monidipakonwar1778 2 жыл бұрын
Nice vedio
@jilidas3221
@jilidas3221 Жыл бұрын
Thanks you
@amarjyoti3395
@amarjyoti3395 Жыл бұрын
🙏 নমস্কার দক্ষিণ পূব বা ঘরর দক্ষিণ দিশত প্রাকৃতিকভাবে হওক নাইবা অন্য কারবার বাড়ীর পুখুরী বা নাদ যদিহে অবস্থিত হয় তেন্তে এই ক্ষেত্রত নেগেটিভ প্রভাব পরিব নে নাই ।সেই বিষয়ে জনাবলৈ অনুরোধ জোনালো ।
@user-mc4bn5by2z
@user-mc4bn5by2z Ай бұрын
ছাৰ উওৰ । আৰু পশ্চিমৰ মাজৰ থাই দখত বাটৰোম পাৰিমনে। ছাৰ জনাবহূ।
@chandannath5022
@chandannath5022 2 жыл бұрын
মোৰ ঘৰৰ দক্ষিণ অংশত পানী motor আছে মানে পানী উথাও বেয়া নেকি জনাব ।
@BhanumatiSarkar-wc9sj
@BhanumatiSarkar-wc9sj Жыл бұрын
Thank you
@Akash.Bharat
@Akash.Bharat Жыл бұрын
Thanks for very useful tips. One thing I want to know is that I have 2 bedrooms, 1 drawing room, from which room should I look for south east or any other directions? Confused, plz enlighten.
@amalbrahma6656
@amalbrahma6656 2 жыл бұрын
Bohut bohut dhanyavaad
@makhonidevi8973
@makhonidevi8973 Жыл бұрын
মমৰ চাকিটো ক'ত পাম জনাবচোন
@MintuMintu-su8pm
@MintuMintu-su8pm 8 ай бұрын
নমক্সাৰ
@mahantabharati967
@mahantabharati967 2 ай бұрын
পশ্চিম মুখী ‌ঘৰৰ পানীৰ টেংকি আৰু বৰিং কোন দিশত কৰিলে ভাল
@cutebabykavyangee4481
@cutebabykavyangee4481 2 жыл бұрын
Vara ghor t south east wall t blue colour ase..ki koribo lagibo.upai diyok
@chandinibaruah3829
@chandinibaruah3829 2 жыл бұрын
Sir kotha bilak assameseot bujai dile hokoluwe buji pabo thanku
@dilipsharmabordoloi3369
@dilipsharmabordoloi3369 2 жыл бұрын
টকা বেপৰোৱাহৈ পানীৰ নিছিনাকৈ খৰছ নকৰিলেই টকা সঞ্চয় হয় ৷ সৎ পন্থাৰে ঘটি অনা প্ৰতিটো টকাৰ এক সিকিৰ ভিতৰত দৈনন্দিন ঘৰ চলাবলৈ খৰচ কৰিব ৷ এক সিকি বুঢ়া কাললৈ সঞ্চয় কৰিব মানে লৰা ছোৱালীক পঢ়াই শুনাই তাহাতক সময়ত স্বাবলম্বী কৰাত খৰচ কৰিব ৷ এক সিকিৰে ধাৰ মাৰিব (মানে যি মাক বাপেকে আপোনাক পঢ়াই শুনাই সংসাৰৰ লায়ক বনালে তেওঁলোকত খৰছ কৰিব ৷ আৰু বাকী থকা সিকিটো পানীত পেলাই দিব মানে বিহু বহাগি বিদায় পুজা আদিত চান্দা দি শেষ কৰিব(কাৰণ চান্দা নিদিয়াকৈ এই সমাজত জিয়াই থকা টান ৷ ) দেখিব অভাব অনাতনৰ নোহোৱাকৈ মোতামোটি আপোনাৰ সংসাৰ চলি গৈছে ৷ আৰু চান্দা দিয়াৰ পৰা যদি মুৰ পোলোকা দিব পাৰে দেখিব আপোনাৰ টকাই টকা ৷ ঘৰত কোনো বিশেষ স্থানত পানী ৰাখিলে বা নেৰাখিলে ধনী অথবা দুখীয়া হোৱা মই কাকো দেখা নাই৷
@deepak6310
@deepak6310 9 ай бұрын
কৰ্ম বিমুখৰ চান্দাৰ দাবি এখোপ চৰা -
@archanadas356
@archanadas356 2 жыл бұрын
South East ot saptic ttank hole ki koribo lagibo koi diok sir
@jinubharali1667
@jinubharali1667 2 жыл бұрын
🙏🏻🙏🏻🌹
@minabora257
@minabora257 2 жыл бұрын
টলেই ট কোন দিশত থাকিব লাখে।মোৰ ঘৰতো পূব পশ্চিম দিশত আছে
@girijadeka1598
@girijadeka1598 2 жыл бұрын
🙏🙏🙏
@BhanumatiSarkar-wc9sj
@BhanumatiSarkar-wc9sj Жыл бұрын
Good Nice
@GB_Creeper_142
@GB_Creeper_142 4 ай бұрын
আপুনি অসমীয়াত ক'লে বুজাত সুবিধা হয়
@nilimaborah847
@nilimaborah847 2 жыл бұрын
ভীম কপুৰৰ নামটো ভালদৰে বুজা নাই, বুজাই দিলে ভাল পাত ।
@binitadutta3121
@binitadutta3121 2 жыл бұрын
Thanķs..
@bijoyadowrah2855
@bijoyadowrah2855 2 жыл бұрын
মই নিজৰ ঘৰত থকা নাই কৰ্মস্থানৰ কোৱাটাৰত আছো। ঘৰৰ মালিকে বনাই দিয়া বাথৰূম বা পাকঘৰ আছে কেনেকৈ ভাঙিম?
@kitudevi4879
@kitudevi4879 Жыл бұрын
Mur bathroom south west corner t rent house thaku bedroom so kiba upai dibo neki
@jogensaharia3185
@jogensaharia3185 Жыл бұрын
বাস্তু সাস্তৰ এজনৰ লগত আন এজনৰ কথাৰ মিল পোৱা নেজায়, কাৰটো মানিম, সমস্যা
@manigoswami2486
@manigoswami2486 Жыл бұрын
You are right
@karishmitahazarika4542
@karishmitahazarika4542 2 жыл бұрын
Ma'am amar kitchen to Noth East ase colour blue disu thike ase ne jonab sun
@malatigoswami2043
@malatigoswami2043 2 жыл бұрын
লেট্ৰীনৰ টেঙ্কী থাকিলে কিবা প্ৰতিকাৰ আছে নে?
@binapanidas6368
@binapanidas6368 2 жыл бұрын
ভাল লাগিল ৷ চেপ্তি টেংঙ্ক আৰু লেটিন কোন ফালে থাকিলে ভাল জনাব চোন ৷
@duttadebajani
@duttadebajani 2 жыл бұрын
আমাৰো আছে অগ্নিকোণত কিচেন। আমাৰ গ্ৰে কালাৰ শ্লেট আছে কি কৰিব লাগিব জনাবচোন
@sarajabasumatary4155
@sarajabasumatary4155 Жыл бұрын
Sir mur ghorot south West konat panir tap ase .kiba koti hoboneki sir ?
@xilly_bo6922
@xilly_bo6922 6 ай бұрын
আমাৰ ঘৰৰ দশিণ পূৱ কোনটোৰ বাহিৰে পানী সকলো ঠাইটে পানী একেবাৰে বেয়া মানে আইৰন আছে । এতিয়া মই কি কৰিব লাগিব উপায় এটা দিয়ে যেন ।
@hiteshdas9989
@hiteshdas9989 2 жыл бұрын
মই নতুন কৈ ঘৰ বনাই আছোঁ । লেট্ৰিন, বাথৰূম কোন দিশত বনাম । কীটচেন কোন দিশত বনাম , পানী কোন দিশৰ পৰা উলিয়াম । পূৱ , পশ্চিম ঘৰৰ আগ পিনৰ ৰাস্তা টু । ৰাস্তাৰ উত্তৰ পিনে মোৰ মাটি ।
@kalyanisingha301
@kalyanisingha301 2 жыл бұрын
Dada lora suwali huwar karone vastu tips dibo🙏🙏🙏
@nayantorachangmai4332
@nayantorachangmai4332 Жыл бұрын
পূব পচিম উওৰ দক্ষিণ হৈ কলে ভাল হয় বুজি পাবলৈ
@minakshisarmah2047
@minakshisarmah2047 Жыл бұрын
গেছৰ তলত বগা রং থাকিলে কিবা হয় নেকি
@BornaliUrang-ho6ls
@BornaliUrang-ho6ls Жыл бұрын
🙏🙏🙏🙏
@kiransharmah
@kiransharmah 7 ай бұрын
Arpon dA SAPUNALOI DHONY BAD THAKIL.
@anantakonwar1030
@anantakonwar1030 2 жыл бұрын
apuni je rongr kotha kole kesa ghaar ki hbo....teoluke kenekoi rong maribo
@mouchuminath98
@mouchuminath98 Жыл бұрын
Sir tanky bonua hoi gol atia ki korib lagib kon
@govindarajbongshi2807
@govindarajbongshi2807 Жыл бұрын
Gan gan pati ganeshay namo namah 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾
@khagendas8772
@khagendas8772 2 жыл бұрын
Valalosanaksrisa
@ushaburagohain6612
@ushaburagohain6612 11 ай бұрын
আমাৰ ঘৰত উত্তৰত লেটিন বাথৰুম আৰু পানী টেংকি আছে ইয়াৰ পতিকা দিবছোন৷
@bindumutiboro3601
@bindumutiboro3601 2 жыл бұрын
Arpon dai bujai deya kotha bur bujibolay amar tan hoi.asmisot bujai dele val pam
@ranjanagogoi4569
@ranjanagogoi4569 2 жыл бұрын
Thanks
@manjubora4060
@manjubora4060 2 жыл бұрын
ঘৰৰ উত্তৰ বা উত্তৰ পূব দিশত নেমুটেঙা গছ থাকিলে ভাল নে বেয়া জনাবচোন।
@Digantabhai8430
@Digantabhai8430 2 жыл бұрын
most usful video baa🙏🙏🙏
@bindumutiboro3601
@bindumutiboro3601 2 жыл бұрын
Aami utar purbansolor manhu .takheta bhut speed kotha koi .aami bujat bhut nothin hoi. Alop lane dhire bujai dela bhut val pam.
@amarendranathsarma6283
@amarendranathsarma6283 2 жыл бұрын
BOR VAL LAGIL BAIDEW .BOHU BOSOR BASHI THAKOK .TU.😁👏🌹
@archanadas4160
@archanadas4160 2 жыл бұрын
Sir toilet kun dishr kun kunot hobo lage jonabosun ?
@sanjibkakati7499
@sanjibkakati7499 2 жыл бұрын
মোৰ ঔষধৰ দোকান এখন আছে মুখ খন দক্ষিন ফালে মুখ কৰা এতিয়া নতুনকৈ ট্রাইলচ লগাম আৰু ফলচ চিলিং লগাম ফিলটাৰ,পানীৰ টেংকি, ডাক্টৰ চেম্বাৰ কাউন্টাৰটো কোনফালে দিম (দোকানলৈ সোমালে সোঁফালে থাকিবনে বাওঁফালে থাকিব|
@sagardeka1812
@sagardeka1812 2 жыл бұрын
Dhoni manuhor kathahe koise.dukhiya manuhor kotah koua nai....eibilak kotah...amar logot nimile....
@bitulgogoi983
@bitulgogoi983 2 жыл бұрын
Amr bahor ghr apuni tu akol dhoni manuh Buro kotha he.koiase..
@jyotideka6655
@jyotideka6655 2 жыл бұрын
Apuni nw corner t apuni kuwa matei sab asae kintu kio taka Nathaniel
@latagogoi884
@latagogoi884 2 жыл бұрын
val lagil
@purabimili7439
@purabimili7439 Жыл бұрын
Sir AKOLU TIK ASE KINTU DIKBUR ASSAMISOT KOLE BAL
@mahandrakalita1078
@mahandrakalita1078 2 жыл бұрын
Mor dokhin disot letin bathroom ase potrikar babe ata upai dibo
@aboro5413
@aboro5413 2 жыл бұрын
Pani aaru paikhana kun dikhot hobo laga
@sonpravadeka9999
@sonpravadeka9999 2 жыл бұрын
mur kitchen 2 north west t ase moi ki karim janabo
@mdseatingshow814
@mdseatingshow814 2 жыл бұрын
Mor maa hotr ghort south t ata dangar rajahua pukhuri ase . Kiba pratikar dibo sun.
@alakadevi6
@alakadevi6 2 жыл бұрын
Pub pashim uttr dakshin buli kole val hoy
@jinadas2818
@jinadas2818 Жыл бұрын
Dada patharar matit jodi phisari khanda jai teria o dikh vul Hale bipad aahiba neki
@ritamonibhuyan1116
@ritamonibhuyan1116 2 жыл бұрын
Assamiya kouk dada .sakoluye buji pab.
@SandhyaraniDutta
@SandhyaraniDutta 2 жыл бұрын
শ্ৰীযুত অৰ্পণ দত্ত দেৱে কথাকৈ থাকোতে বাইদেউ আপুনি অভাৰলেপিং নকৰিব আমি কথাবোৰবুজাত অলপ অসুবিধা হয় ৷ ধন্যবাদ ৷
@rashmisaikia7287
@rashmisaikia7287 2 жыл бұрын
ekdom thik .🤭
@puspadas5185
@puspadas5185 2 жыл бұрын
Joy Shree Ganesh baba
@priyanujbarthakur5773
@priyanujbarthakur5773 2 жыл бұрын
মোৰ বাকিবোৰ ঠিকেই আছে।কিন্তু উত্তৰত বাথৰূম আছে।অতৰাবৰ উপাই নাই।কি কৰিম।
@suchitrakakati2803
@suchitrakakati2803 2 жыл бұрын
মোৰ শৌচাগাৰ পশ্চিম দিশত কিবা অপকাৰ হ'ব নেকি?
@biswaronghang4822
@biswaronghang4822 2 жыл бұрын
East South latrine thole bhal ne beya hobo Sir.
@purnanandalagachuyoutubsen5133
@purnanandalagachuyoutubsen5133 2 жыл бұрын
শৌচা গাৰটো কোনটো দিশত থাকিব লাগে ?
@rashmibordoloi1472
@rashmibordoloi1472 2 жыл бұрын
Sir apunak kt lgpam kbneki
@rubigogoi6509
@rubigogoi6509 2 жыл бұрын
দাদা মোৰ ঘৰৰ উত্তৰ পশ্চিম কোণত বাথৰূম আৰু লেট্ৰিন আছে।ইয়াৰ প্ৰভাৱ বেয়া নেকি? অৱশ্যে ঘৰৰ লগত লাগি থকা নাই।বাহিৰত আছে।
OMG😳 #tiktok #shorts #potapova_blog
00:58
Potapova_blog
Рет қаралды 4,3 МЛН
НАИВНЫЙ ВОДИТЕЛЬ 🤯
0:22
Top YouTubs
Рет қаралды 902 М.
Замена тормозных колодок на Мерседес
0:27
Автосервис Мерседес MBSEMENOV
Рет қаралды 2,5 МЛН
Ты что-то понял?  #automobile #shorts #ваз
1:00
Мышка Мэвис
Рет қаралды 2,5 МЛН