No video

আপুনি আচলতে কিমান অসমীয়া? আপোনাৰ চিন্তা চেতনাক চুই যাব এটা বিশেষ ভিডিঅ'ই

  Рет қаралды 189,940

NKTV PLUS

NKTV PLUS

Күн бұрын

🤔 আপুনি আচলতে কিমান অসমীয়া?
🤔 আপোনাৰ চিন্তা চেতনাক চুই যাব এটা বিশেষ ভিডিঅ'ই
🤔 অনুপম চক্ৰৱৰ্তীৰ সৈতে 'খবৰৰ আঁৰৰ খবৰ'

Пікірлер: 448
@readytotravel5784
@readytotravel5784 2 жыл бұрын
আমাৰ ফালে এতিয়াও এই নিয়ম পালন কৰি আহিছোঁ। বাকী বহুত ধুনীয়া কথা কৈছে।
@minubhatta5503
@minubhatta5503 2 жыл бұрын
ভাল লাগিল ,পিচে কইনা সজোৱা ৰ কথা থাকি গ ল , বহুটো নিমন্ত্ৰিত অতিথিয়ে কইনাক মাত এষাৰ নিদিয়াকৈয়ে বিদায় লবলগা হয় , কিয়নো beautician ৰ ওচৰত দিনটোয়েই আবদ্ধ কইণা ছোৱালী
@nuratddinahmed3546
@nuratddinahmed3546 2 жыл бұрын
সত্য কথা কোৱা বাবে বহুত বহুত ধন্যৱাদ জনালো |
@anamikagogoi6624
@anamikagogoi6624 2 жыл бұрын
সুন্দৰ । উপহাৰৰ কথাখিনিয়ে মন চুই গল।
@rumeekalita3812
@rumeekalita3812 2 жыл бұрын
ধন্যবাদ দাদা💐 খুব সুন্দৰ চিন্তাধাৰা 🙏আশা কৰিছো অসমীয়া সমাজখনে আপোনাৰ চিন্তাধাৰাক আকোৱালি লব 🙏
@dwijensaikia9396
@dwijensaikia9396 2 жыл бұрын
Dhalla villeg assault kallaboori nus tinisuka distik
@kamalborah6250
@kamalborah6250 2 жыл бұрын
মৰমৰ দেৱজিৎ ,অশেষ ধন্যবাদ যাচিলোঁ । বাস্তৱ ছবি । বাৰে বাৰে শুনিবলৈ মন গৈছে । মই অতীতলৈও উৰিছোঁ আৰু ঘূৰি পকি আহি আজিৰ বিয়াঘৰত চকুমুদি তোমাৰ বাস্তৱ ছবিখন চালোঁ ।
@umagogoi929
@umagogoi929 2 жыл бұрын
বহুত ভাল কথা কৈছে। তেখেত আৰু আপোনাক ধন্যবাদ জনালো।
@parinitahiloidhari1182
@parinitahiloidhari1182 2 жыл бұрын
বহুত ভাল লাগিল।কথাবোৰ জী্ৱন্ত।তেখেতৰ চিন্তাধাৰাক সন্মান জনালোঁ।
@swggamerff468
@swggamerff468 2 жыл бұрын
ভিডিঅ'টোৰ কথাখিনিৰ উপস্হাপন বহুত সুন্দৰ হৈছে। মৰাণ সমাজত বৰ বিয়াত বা শান্তি বিয়াত কুলাবুঢ়ী নাচ বৰ্তমান ও প্ৰচলিত হৈ আছে। তিনিচুকীয়া জিলাৰ মৰাণ গাঁৱ সমুহ লৈ আহিবচোন বিয়া চাবলৈ ।আহিলে দেখিবলৈ পাব কুলাবঢ়ী নাচ ।কুলাবুঢ়ী নাচ মৰাণ সমাজৰ পৰম্পৰা ৰীতি-নীতি।🙏🏻❤️❤️❤️
@gautamdutta340
@gautamdutta340 2 жыл бұрын
ভিডিঅটো ভাল লাগিল......... কথা খিনিয়ে মন চুই গ'ল.... ইমান সুন্দৰকৈ কথা খিনি উপস্থাপন কৰা বাবে ধন্যবাদ....
@nayanjyotinath2786
@nayanjyotinath2786 2 жыл бұрын
কথাখিনি শুনি থাকিবলৈ মন যায় । সঁচাকৈ ইমান সুন্দৰকৈ উপস্থাপন কৰিছে । বহুত সুন্দৰ সুন্দৰ কথা ক'লে ।
@bituponkakopothar730
@bituponkakopothar730 2 жыл бұрын
সঁচা আমাৰ গাঁৱৰ অতীত হৈ আছে এতিয়াও বহুত ভাল লাগে আমাৰ।
@rumigogoi8881
@rumigogoi8881 2 жыл бұрын
সত্য কথা। ভাল লাগিল। খাতি খোৱা অসমীয়াৰ সংস্কৃতি কোন বিলাক ?????
@nandeswartaye7231
@nandeswartaye7231 2 жыл бұрын
বহুত বহুত সুন্দৰ কথা ধন্যবাদ
@alimulelem7059
@alimulelem7059 2 жыл бұрын
🙏🙏🙏 অনুপম শইকীয়া দা,, খুউব মনোযোগৰে ইউ টিউবৰ ভিডিওৰ কথাখিনি শুনিলো । বৰ ভাল লাগিল । বৰ্তমান আধূনিক যুগত সমাজত বিশেষকৈ আমাৰ অসমীয়া সমাজত চলি থকা অপ্ৰিয় সৎতয় কথা । বৰ Motivational & Knowledgeable Videos. Videos কাৰীক বহু আৰু অশেষ ধন্যবাদ... যে সমাজত চলি থকা অপ্ৰিয় কথা আৰু ঘটি থকা সৎতয় ঘটনা বোৰ উদঙাই দিয়া বাবে । ধন্যবাদ ।👍👍👍
@jayantachetia4488
@jayantachetia4488 2 жыл бұрын
ধণ্যবাদ আপোনালৈ ,এতিয়াও সেই পৰম্পৰা কিছু গাওত পালন কৰা দেখিবলৈ পোৱা যায়। সুন্দৰ অতি সুন্দৰ কাব্যিক ৰছনা ৰখ কথা। আমাৰ গাৱত কম পৰিমানে এই নিয়ম ছনি আছে।
@simarekhasonowal848
@simarekhasonowal848 2 жыл бұрын
সুন্দৰ কথোপকথন দাদা।ভাল লাগিল।🌻🌸
@jitulkalita4864
@jitulkalita4864 2 жыл бұрын
সচাকৈ দাদা আপোনাৰ কথা বিলাক এই সমাজত আখৰে আখৰে মিলি গৈছে , আপোনাৰ কথা মন চুই গৈছে দাদা ,
@chaotamuly1619
@chaotamuly1619 2 жыл бұрын
দেৱতজিত দাৰ সম্পূৰ্ণ নামটো কি ? আচলতে মই দেৱজিত দাৰ চেনেলটো বিচাৰি আছো তেখাতৰ আৰু ভিডিও চাবলৈ ৷
@satyaborkoch6596
@satyaborkoch6596 2 жыл бұрын
Amulya asom sabo
@mornoiporiya
@mornoiporiya 2 жыл бұрын
ভাল লাগিল ভিডিঅটো।আমাৰ‌ফালে‌এই‌ গোটেইবোৰ‌ নিয়ম আছে। খুব‌ ভাল লাগে মিলিজুলি বিয়াখন উপভোগ কৰে সকলোয়ে।
@Bablu-hd6zt
@Bablu-hd6zt 2 жыл бұрын
Niyes
@reziasultana8504
@reziasultana8504 2 жыл бұрын
@@Bablu-hd6zt the morning of life in the morning of the morning of the morning of the morning of the morning of the morning of the morning of the morning of
@secretworld1277
@secretworld1277 2 жыл бұрын
Dada apunar cntct nmbrt2 dibo sun ankua bia sabo bht ase
@kamalsarama9410
@kamalsarama9410 2 жыл бұрын
Moro jab mon jai anekowa beya t saboloi
@parag_gogoi
@parag_gogoi 2 жыл бұрын
আগতে বিয়াত সবে ৰভাৰ তলত বহি জানমণি, ৰাংঢালী, অঞ্জনা, আইমণি আদি চিনেমা চাইছিল 😁। অসমীয়া চিনেমা উদ্যোগটোও ভাল হৈছিল।
@arupdutta9260
@arupdutta9260 2 жыл бұрын
সচাকৈ এক অতুলনীয় উদাহৰণৰ সৈতে মানুহৰ মানসিকতা ৰ পৰিৱৰ্তনৰ বাট দেখুৱাই দিলে
@chiranjibtsk5358
@chiranjibtsk5358 2 жыл бұрын
এখন বিয়া অনুভৱ কৰিলো ।❤❤❤❤❤
@digantajyotibordoloi5528
@digantajyotibordoloi5528 2 жыл бұрын
দেৱজিত তোমালৈ ধন্যবাদ থাকিল সচাকৈ সমাজত চলি থকা নিয়ম এইবোৰ তোমাৰ ভি ডি ও চাই মানুহে নিজৰ ভুল 2বুজিব আগলৈ এনেকুৱা ধৰণৰ ভি ডি ও বনাই উৎসাহিত কৰিবা
@chaotamuly1619
@chaotamuly1619 2 жыл бұрын
দেৱতজিত দাৰ সম্পূৰ্ণ নামটো কি ? আচলতে মই দেৱজিত দাৰ চেনেলটো বিচাৰি আছো তেখাতৰ আৰু ভিডিও চাবলৈ ৷
@palashparasar7432
@palashparasar7432 2 жыл бұрын
Moi'u bisari asilu.. kintu pua nai.. naam 2'u hompurno ke najanu..
@satyaborkoch6596
@satyaborkoch6596 2 жыл бұрын
Amulya asom sabo
@riyaborsaikia7810
@riyaborsaikia7810 2 жыл бұрын
বৰ সুন্দৰ কথা কৈছে।
@utpalbdas
@utpalbdas 2 жыл бұрын
ভাল লাগিল! সচাঁই অতীতো বহুত ভাল আছিল! আমাৰ পৰম্পৰা বোৰ সময়ে সকলো সলনি কৰি পেলালে! আমি বিচাৰোঁ আমাৰ পৰম্পৰা ধৰি ৰাখিৱ! কিন্তুু অসহায়বোধ কৰিছোঁ? শিৱসাগৰৰ মৰাণ ত বিয়া বা সকাম ত এনে নিয়মবোৰ দেখা পাইছোঁ! সকলোৱে মিলিজুলি কৰে টাই আহোমৰ লোকসকলে। একতা আজিও আছে তেওঁলোকৰ।
@bhumikabordoloi306
@bhumikabordoloi306 2 жыл бұрын
মন চুই গৈছে 🥺🥺🥺❤❤
@user-ml5eb4hq8q
@user-ml5eb4hq8q 2 жыл бұрын
আমাৰ,ইয়াতো, পুৰণি নীতি-নিয়ম সকলোঅক্ষুণৰখাহৈছে।
@avinetasahilrahman1461
@avinetasahilrahman1461 2 жыл бұрын
মন চুই গৈছে দেব ধন্যবাদ?
@yoyobhosriwaleee8912
@yoyobhosriwaleee8912 2 жыл бұрын
সঁচাকৈয়ে যি কি নহওঁক এটাই কম ,,,এতিয়া মোৰ 29বছৰ,,,কিন্তু আমাৰ 5-8-12বছৰ বয়সৰ দিন বোৰ মনত পেলাই দিলে আপুনি!!!সঁচাকৈয়ে আমিও গাঁৱৰ মানুহ অতীত বোৰ পাহৰি গৈছিলোঁ যান্ত্ৰীকতাৰ মাজত,,,আজি আপুনি সেই দিন বোৰ বহুত দিনৰ মূৰত মনত পেলাই দিলে,,, দুখ লাগিছে সেই দিন বোৰৰ কথা ভাবি কিন্তু সেইবোৰ যে কেতিয়াও ঘূৰাই নাপাওঁ আৰু
@Gayanjatra
@Gayanjatra 2 жыл бұрын
ইমান ধুনীয়া লাগিল।। আমাৰ গাঁৱৰ ‌পৰিবেশটো দেখা পালো। Share nokorake nuarilo..thanx a lot
@Rajeshsonowal2137
@Rajeshsonowal2137 2 жыл бұрын
খুউব সুন্দৰ, ভাল লাগিল ইমান সুন্দৰ বৰ্ণনা
@jitumonibora2874
@jitumonibora2874 2 жыл бұрын
সচাই খুব ভাল লাগিল আপোনাৰ চিন্তাধাৰা।এনে অনুভৱৰ এতিয়া বহুত প্ৰয়োজন হৈছে।সমাজৰ এটা শ্ৰেণীয়ে বিয়াৰ ৰূপটোকে সলায় পেলাইছে।অসমীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ আপোনাৰ দৰে চিন্তা কৰা লোকৰ প্ৰয়োজন আছে।
@digantaborah5196
@digantaborah5196 2 жыл бұрын
আপুনি সঠিক সময়ত সঠিক বিষয় এটা সুন্দৰ শৈলীৰে ডাঙি ধৰিছে।
@mithugamer507
@mithugamer507 2 жыл бұрын
কি কম friend আপনাৰ ভিদিওটো চাই আজিৰ পৰা বিগত ২০ বছৰ কথা মনত পৰিছে। আমাৰ গাঁও খণো এদিন অনেকুৱা মৰম বান্ধোনৰ আছিল জাহক ভিদিওটো এক সঁচা পৰিণত চাই ভাল লাগিল
@pirinchimoran7021
@pirinchimoran7021 2 жыл бұрын
কুলাবুঢ়ী নাচ তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীৰ মাজত আজিও প্ৰচলিত
@jayadas5817
@jayadas5817 Жыл бұрын
Valllal
@thefunnyintrovert5046
@thefunnyintrovert5046 Жыл бұрын
মটক জনগোষ্ঠীয় লোক সকলৰ মাজতো প্ৰচলিত
@surujduwarah9064
@surujduwarah9064 2 жыл бұрын
বহুত বহুত ভাল লাগিল, ময়ো বাতি ছেটৰ বিয়া পাইছো । সচাঁই,,,,
@jamunapaul9542
@jamunapaul9542 2 жыл бұрын
ভাল লাগিল ভিডিঅটো চাই । একেবাৰে সঁচা কথা ।
@ranjudeka4818
@ranjudeka4818 2 жыл бұрын
সঁচা ভাল লাগিল ,সেই বাবে আজি কালি বিয়া বোৰলৈ যাব মন নাযায় ,বিয়া নহয় যেন হোতেল হে ,দিব লাগে আৰু খাই আহিব লাগে ,
@chayanikavlogs4058
@chayanikavlogs4058 2 жыл бұрын
ভাল লাগিল মানুহে কিবা এটা বুজি পাৱ ।আপুনি দিয়া ভিডিঅটো আৰু জৱ মেলাৰ নামত ২৩ তাৰিখে জিলাই জিলাই পতা ড'কোমেণ্ট মেলা একে কথা হৈছে ।
@VlogswithBBonti
@VlogswithBBonti 2 жыл бұрын
বৰ ভাল লাগিল অ'। একেবাৰেই সঁচা কথা। আমাৰ গাৱঁত কিন্তু কুলা বুঢ়ীকে আৰম্ভ কৰি সকলো নিয়ম-নীতি আছে। ---গোলাঘাট।
@irani4809
@irani4809 2 жыл бұрын
অলপ বুজায় দিব নেকি। কেনেকুৱা নাচ??
@VlogswithBBonti
@VlogswithBBonti 2 жыл бұрын
@@irani4809 এনেকৈ মোৱাইলত লিখি বুজাবলৈ অসুবিধা হব। সিমান ভালকৈ বুজাই লিখা অভ্যাস মোৰ নায়েই নহয়। পৰা হলে মোৰো বহুত ভাল লাগিল হেতেন।
@rajibbaro1801
@rajibbaro1801 2 жыл бұрын
মনটো কিবা হাহাকাৰ কৰি উঠিছে..লাহে লাহে আন্তৰিকতাবোৰ বিলুপ্তিৰ পথত
@prafulladas6597
@prafulladas6597 2 жыл бұрын
মই সেইকাৰণে যি পাৰোঁ টকাকে দিওঁ যেন বিয়াৰ পিছত কিবা এটা কামত দিয়ে নিজৰ পছন্দ মতে বস্তু এপদ লব পাৰে ।
@tapasisarma7922
@tapasisarma7922 2 жыл бұрын
বহুত ভাল লাগিল ।
@ruma_s
@ruma_s 2 жыл бұрын
ভাল লাগিল সঁচা কথা কামত লগা বস্তু দিব লাগে 🥰🥰🥰
@monjuladevi5728
@monjuladevi5728 2 жыл бұрын
বহুত ভাল লাগিছে আপোনাৰ কথাখিনি
@DebojitHandique.
@DebojitHandique. 2 жыл бұрын
তেওঁৰ বহু দিনৰ আগত এটা ভিডিঅ চাইছিলো ৰাস্তাৰ পেইন্টিংৰ ওপৰত প”ষ্টাৰ লগোৱাক লৈ… সচাকৈ মানুহজনৰ ভিডিঅবোৰে হৃদয় চুই যায়।
@kumkumduttamajuli1680
@kumkumduttamajuli1680 2 жыл бұрын
কথা শুনি বহুত ভাল লাগিল ।একদম সচা কথা কলে ।
@rakhamoninath3846
@rakhamoninath3846 Жыл бұрын
কম সময়তে বহু মুল্যবান কথা কৈ পেলালে।ভাল লাগিল।বহুত বহুত ধন্যবাদ। অনুপমদা, আপোনালৈও ধন্যবাদ।
@prabhatteron8492
@prabhatteron8492 2 жыл бұрын
Bohut bohut mulyaban kotha koyse. Apunar dore sinta koribo pora byokti amar homajot otikoyei prouwjon. Posimiya dhonge amak kisu ondho kori pelaise.
@rinkumili2957
@rinkumili2957 2 жыл бұрын
সচা কথাবোৰ উপস্থাপন কৰাৰ বাবে বহুত ভাল লাগিল।
@gitanjalykalita112
@gitanjalykalita112 2 жыл бұрын
বৰ ভাল লাগিল কথাবোৰ শুনি। লৰাৰ বিয়া হৈ গোল তামুল কতা মানুহে নাপালু ।
@kakumoniphukan2742
@kakumoniphukan2742 2 жыл бұрын
Dhanybad sir eman ata val video diar karone.🙏
@bipulsaikia1445
@bipulsaikia1445 2 жыл бұрын
এনেকুৱা ভিডিঅ'আগলৈও চাবলৈ পাম বুলি আশা ৰাখিলোঁ
@miliki5449
@miliki5449 2 жыл бұрын
Kothabur Right... Bhal lagil bohut 👍👍👍
@Baanislifestyle1111
@Baanislifestyle1111 2 жыл бұрын
Khub sundor 👌👌husakoi man sui guise katha bure.🙋
@satyajitbarman8411
@satyajitbarman8411 2 жыл бұрын
অনুপম দা এই লৰাজনৰ পৰা আপুনি অলপ শিকক। এওঁৰ কথাবোৰ ইমান ভাল লাগে। আপোনাৰ দৰে নাটক নকৰে
@pikasu9661
@pikasu9661 2 жыл бұрын
Yas
@loyingragini5802
@loyingragini5802 2 жыл бұрын
বিয়া ঘৰট গৈছু ,কিন্তু দাদা আপুনি কুৱা কথাৰ মাজত যিমান গভিৰ ভাৱে সুমাই গৈছু, এখন বিয়াৰ ঘৰটো তেনে একো নিয়ম দেখা নাই। ছাগে আমিও কৰবাট তেনে ভূল কৰিছু সেই বাবে।
@alpanagogoi5429
@alpanagogoi5429 2 жыл бұрын
হয় কথা বোৰ যুক্তিসংগত আপোনাৰ, কিন্ত কিছুমান বিয়া আগৰ নিয়ম মতে আছে |কিন্তু বয়সৰ লগে লগে মদান বিয়া বোৰ ভাল নালাগে |কাৰন থিয় হৈ খাবলৈ ৰৈ থকা তো|
@loyingragini5802
@loyingragini5802 2 жыл бұрын
@@alpanagogoi5429 নিশ্চিত
@loyingragini5802
@loyingragini5802 2 жыл бұрын
@@alpanagogoi5429 আগলৈ আৰু তেনে কিবা ভিডিও চাব পালে সুখি হম। কিয়নো আপোনা লোকৰ পৰা বহুটো নযনা কথা আমি হিকিবলে সহজ হয়।
@Just_villagethings
@Just_villagethings 2 жыл бұрын
আমাৰ গাৱত এতিয়াও তেনে নিয়ম আছে ।
@amritranjandas6278
@amritranjandas6278 2 жыл бұрын
সুন্দৰ
@lkmajulian2270
@lkmajulian2270 2 жыл бұрын
Most interesting . So good step 🙏🏻🙏🏻👍👌
@jatinlaujary9147
@jatinlaujary9147 2 жыл бұрын
Bahut..val.lagil.asolota.aiai.annado..thank
@nihagogoi3934
@nihagogoi3934 2 жыл бұрын
বৰ সুন্দৰ কথা কৈছে ভাল লাগিল..
@dulengogoi8484
@dulengogoi8484 2 жыл бұрын
আমাৰগাঁৱত আছে তোনে কু'লা বুঢ়িৰ নাচ । গাঁও : মেৰমূখ নাৰায়ণ পুৰ লক্ষীম পুৰ অসম
@irani4809
@irani4809 2 жыл бұрын
অলপ বুজায় দিব নেকি। কেনেকুৱা নাচ??
@gogoida7940
@gogoida7940 Жыл бұрын
আপোনাৰ কথাবোৰ শুনি ভাল লাগিল ৷ আৰু এইববোৰ আপুনি কোৱাবোৰ সচাঁ ৷ বহুতৰ হৈছে মই শুনিবলৈ পাই আহিছো ৷
@jurigogoi9025
@jurigogoi9025 2 жыл бұрын
বহুত ভাল লাগিল।বহুত বহুত ধন্যবাদ।হয় ভিডিওটিত থকা কথা বোৰ যেন একেবাৰে মোৰ মনৰ কথা তেনে লাগিল।হয় আমি অসমীয়া তাহানিত ক'ত আছিলো আৰু এতিয়া ক'ত?আমি অসমীয়াই আজি বহুত উন্নতি কৰিলো,বহুত উপৰলৈ উঠলো, প্ৰাণখুলি হাহিঁবলৈ পাহৰি কৃটিম হাহিঁ মাৰিবলৈ শিকিলো। মইও ঘৰত আৰু ওচৰৰ কিছুমানক কওঁ, যে কাৰোবাক দিয়া উপহাৰটি দেখিবলৈ ডাঙৰ আৰু ধুনীয়া দেখুৱাই কামত নলগা বাতিৰ চেট বা গৰম চাহ বাকি দিলে ফাট মেলি এৰিবলৈ ধৰা কাপৰ চেট দিয়াতকৈ সেই পৰিমাণৰ নগদ টকাকিটা এনব্লৱত ভৰাই হাতত তুলি দিলে বেচি কামত লাগিব। তাকো দিব নোৱাৰিলে ফুল বা ফলৰ পুলি এটিকে দিয়ক। ক'ত যে হেৰাল সেই দিনবোৰ, গাওঁখনৰ কাৰোবাৰ ঘৰত বিয়া সভা হলে গাওঁখনৰ ল'ৰাবোৰে লগে ভাগে লাগি ৰভা দিয়া ৰাতিটো ৰভাতলত বহি তাচপাত লৈ ২৯ খেলা, কেৰম খেলা, দবা খেলা, বিহুনাম যোৰা, ক'ত যে হেৰাল সেইদিনবোৰ। পামনে ঘুৰাই সেই দিনবোৰ? আজি কালি কিছুমানে ঘৰৰ আগফালে জেগা (ঠাই) থাকিলেও ঘৰৰ পৰা আঁতৰত থকা বিবাহ ভবন বা ৰেছৰ্টত হে ছোৱালী জনীৰ বিয়া পাতে। কিন্তু এবাৰৰ বাবেও অনুভৱ কৰেনে যে ঘৰৰ কাষৰীয়া বা গাওঁখনৰ যি বিলাকৰ যাতায়াতৰ বাবে নিজস্ব সুবিধা নাই তেনে মানুহ বোৰৰ বা কাষৰৰ বয়োজ্যেষ্ঠ ককা আইতা গৰাকীৰ বিয়াখন খাবলৈ নহলেও চাবলৈকে যাবলৈ সুবিধা কৰিব নোৱাৰি মনৰ আশা মনতে সামৰি যাবলৈকে বাদ দিব লগা অৱস্থাত পৰে। এইখিনি মোৰ অনুভবহে দেই দিঘলীয়া হ'ল কবলৈ বা লিখিবলৈ গলে আৰু বহু দিঘলীয়া হব। তাতে লিখা মেলাৰ অভ্যাস নাই বাবে আজিলৈ এইখিনিতে সামৰিলো ৰাইজে দোষ ক্ৰতি মাৰ্জনা কৰিব।
@leenamonimech7011
@leenamonimech7011 2 жыл бұрын
সচাঁ কথা।।।
@mbboys9870
@mbboys9870 2 жыл бұрын
বহুত বহুত ভাল লাগিছে👍👍👍❤❤❤আৰু আগন্তুক দিনত এনেকুৱা video পাম বুলি আশা থাকিল,
@padumibaruah2798
@padumibaruah2798 2 жыл бұрын
Debojit Bohut dhonybad
@ranadoley7824
@ranadoley7824 2 жыл бұрын
নিশ্চয় আশা ৰাখিলোঁ
@padmagogoi2402
@padmagogoi2402 2 жыл бұрын
Really very very good message all are Assamese members.
@ripandey7125
@ripandey7125 2 жыл бұрын
Thank u DEBOJIT....
@soonmoni6746
@soonmoni6746 2 жыл бұрын
Eman hundar kotha koise.montu soi gol.bhut bhut vl lagile
@moneypedia41
@moneypedia41 Жыл бұрын
kotha khini xuni mon tu komol hoi gol dada....chuku paani ulai ahile . anekuwa kotha vabai mohan manuh ajnr porichoy... love u dada..... ❤️ from Dhubri Assam
@classicmobile9355
@classicmobile9355 2 жыл бұрын
vaaal lagil dei kothabur.... bohut kiba kibi monot pori gl
@mousumichoudhury7409
@mousumichoudhury7409 2 жыл бұрын
মই জনা হোৱাৰ পৰা গুৱাহাটী ৰ বিয়া খালো। কিন্তু আমাৰ গাঁৱত খোৱা বিয়া খনৰ মাদকতা গুৱাহাটী ৰ বিয়া ত এতিয়াও নাই।🙏🙏🙏
@vadalmaji
@vadalmaji 2 жыл бұрын
Absolutely correct I will always remember
@rajuchakraborty726
@rajuchakraborty726 2 жыл бұрын
I truly love Assamese culture
@kamalagogoi2428
@kamalagogoi2428 2 жыл бұрын
ভি বি অ টো বহুত ভাল লাগিল চাই। ধন্যবাদ
@tankeswarmahanta3536
@tankeswarmahanta3536 2 жыл бұрын
স চাঁই কথাবোৰ ভাবিলে কিবা বেয়া লাগি যায় ।
@TapanDas07
@TapanDas07 2 жыл бұрын
thnx dada. Bhut vl lgil apunar ktha khini
@kishorkumarroy4448
@kishorkumarroy4448 2 жыл бұрын
বহুত ভাল লাগিল
@Siyabhattrai2002
@Siyabhattrai2002 2 жыл бұрын
Hosa kotha bor bhal lagil apunar sobe jodi bhabe tenke hosaye bhal hobo🙏🙏🙏🙏
@surenboruah3241
@surenboruah3241 2 жыл бұрын
Hosakoi bahut bhal lagil. Dhanyabad
@Lovacurious2
@Lovacurious2 2 жыл бұрын
🙏🙏Woooww.. Really bohut bhaal lagil
@babulalbhaiti8846
@babulalbhaiti8846 2 жыл бұрын
Best super fine Sir
@kirangogoi4748
@kirangogoi4748 2 жыл бұрын
সুন্দৰ ।
@pushpadhardeka6071
@pushpadhardeka6071 Жыл бұрын
Bandhu oi vall katha kale vall lagil. Kintu aaji Kali assamia samaj Khan change' howar aarat ana assmia booraro abdan kam nahoy. NRC jene.
@binodboro4458
@binodboro4458 Жыл бұрын
Bhut bhut xundar ktha aji apuni kua ktha khni adin moi koisilu akhkn khvat
@aratidevi3590
@aratidevi3590 2 жыл бұрын
সঁচাই বৰ সুন্দৰ কথা কয় আপুনি,, মই আগৰ vedio share কৰিছো
@bumonvlogs3222
@bumonvlogs3222 2 жыл бұрын
Bor hundor . bhal lagil.
@dinabodo5771
@dinabodo5771 2 жыл бұрын
আপোনালৈ অশেষ ধন্যবাদ থাকিল দাদা । সঁচাকৈ কথাবোৰ শুনি বৰ ভাল লাগিল। 💞💞
@CC.nabadipnath
@CC.nabadipnath Жыл бұрын
Bhal lagil
@gamingscanner1214
@gamingscanner1214 2 жыл бұрын
ধুনীয়া স্বচ্ছ বক্তব্য ।
@jubingogoi8000
@jubingogoi8000 2 жыл бұрын
Kokha bhur huni mur mon sui gl💞💞 Aru dusoku juri hemeki poril💓💓
@atyaabaljaheer5327
@atyaabaljaheer5327 2 жыл бұрын
This video is very nice and good job and I love you man Amar ontorot toka kota and Assamis feeling kole joi Assam
@Musiclover-bq5wj
@Musiclover-bq5wj 2 жыл бұрын
Exactly..... Your topic is 100% right
@tulikarajbangshi8282
@tulikarajbangshi8282 2 жыл бұрын
Thanks ..bohut bhal lagil
@ajitchandradas8924
@ajitchandradas8924 2 жыл бұрын
Debojit. Bahut val lagil tumar vabdharak. Mur otit manot pori gol. Tumar dore 10 lora hole akhom punor natun hoi jabo. Thanks
@probodhmedhi6219
@probodhmedhi6219 2 жыл бұрын
Bohut dhuniya lagile kotha khini xuni. 👍👍❤️❤️
@rimjimdas8333
@rimjimdas8333 2 жыл бұрын
khub hundor kotha koise
@lalitgogoi229
@lalitgogoi229 2 жыл бұрын
Than you, Mr.Debojit, I like the comments.
Or is Harriet Quinn good? #cosplay#joker #Harriet Quinn
00:20
佐助与鸣人
Рет қаралды 4,6 МЛН
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 53 МЛН
Yum 😋 cotton candy 🍭
00:18
Nadir Show
Рет қаралды 7 МЛН
Or is Harriet Quinn good? #cosplay#joker #Harriet Quinn
00:20
佐助与鸣人
Рет қаралды 4,6 МЛН