ৰাজীৱ ভৱনত থকা হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কোন ? Abhimot with Nitumoni Saikia |

  Рет қаралды 98,668

Mausam - The Speaker

Mausam - The Speaker

Күн бұрын

Пікірлер: 133
@rationale-point3023
@rationale-point3023 6 ай бұрын
নীতি -আদৰ্শ হীন ৰাজনীতি কৰা জন হ'ল হিমন্তবিশ্ব শৰ্মা। এই জনৰ কাম কেৱল ক্ষমতাৰ অপ প্ৰয়োগ কৰা। নিজৰ ঘৰখনৰ মা ;দেউতা;দাদা; বাইদেউ;ভাইটি;ভণ্টি সকলৰ সমালোচনা কৰি নিজক সৎ ৰাজনীতিবিদ কৰিলে আমি ভাল পালোঁ হেতেন।
@Nowazulbashir
@Nowazulbashir 6 ай бұрын
Atia kam kari raijok asostta karibo lage, beleg ot samoy khoros kori ki val hbo
@utpalgoswami1990
@utpalgoswami1990 6 ай бұрын
এজেণ্ট কিয় লাগে ? আপুনি চোৰ নে দকাইট ? আপোনাৰ কিহৰ ভয় ? " চোৰৰ মন সদায় পুলিচ পুলিচ" ? লোকৰ ঘৰত কি হৈছে আপুনি মুখ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাসময়ত এনে ৪২০ কামৰ কি দৰকাৰ ? চুৰি কৰা টকাৰ ভয়ত ?
@pratimasarma1737
@pratimasarma1737 6 ай бұрын
সত্য কথা কৈছে,। হিমন্ত চাৰে ভয় খাইছে।
@mkumar9658
@mkumar9658 6 ай бұрын
মুখ্যমন্ত্ৰীৰ কাম হৈছে এতিয়া বেলেগ দলৰ ভিতৰুৱা কথাত ব্যস্ত থকা😅
@LilaSaikia-y1l
@LilaSaikia-y1l 6 ай бұрын
উন্নয়ন কত হৈছে? আমাক দেখুৱাই দিয়ক।কোটি কোটি ঋণ লৈ বিল্দিং গাড়ী কিনিলেই উন্নয়ণ পহয়। বস্তুৰ কমাই দিয়ক ৰাস্তা ঘাট বনাওক বানপানীৰ সমস্য সমাধান কৰক। মিছা ৰাজনীতি বাদ দিয়ক। ৰাজ্যৰ সকলো জনসানাৰণৰ কথা চিন্তা কৰঁক ।
@satyadas1230
@satyadas1230 6 ай бұрын
এইবোৰ শেল দলৰ ভিতৰত যুদ্ধ লগাব বিছাৰিছে, তেনেকৈয়ে সৰ্বানন্দক হতাই মুখ্যমন্ত্ৰী হ'ল, ৰাইজে বুজি পায় তেওঁক ভালদৰে
@hanseali1924
@hanseali1924 6 ай бұрын
এই দেৰ বছৰত হিমন্তবিশ্ব শৰ্মাই সাম্প্ৰদায়িকটা কৰি অকল অসমেই নহয় সম্পূৰ্ণ ভাৰত ৰক্তাক্ট কৰিব মাত্ৰ নিজৰ আসন খনৰ বাবে।সেয়েহে সকলোৱা সাম্প্ৰায়কটা কৰাবোৰৰ পৰা আতৰত থকি শান্তি ,সম্প্ৰিতি বজাই ৰখা উচিত।
@nripendeka5014
@nripendeka5014 6 ай бұрын
আজমল নিৰ্বাচনত উত্তীৰ্ণ নোহোৱাটো বিজেপি ৰ মোক্ষম আঘাত ,,
@AbudulaAli
@AbudulaAli 6 ай бұрын
Tatei himanta r murar kamorani .
@prabinmallabaruah8845
@prabinmallabaruah8845 6 ай бұрын
অসমত ৰাজনীতি কিমান তললৈ গৈছে বিশেষকৈ ডঃ শৰ্মাৰ সকলোৱে দেখি আছে। তেওঁ কেনেকৈ মূখ্যমন্ত্ৰী হল সকলোৱে জনাৰ পিচতো তেওঁক কোনোৱে বিশ্বাস কৰিব নেকি যে তেওঁ এনেয়ে চকী এৰি দিব? মিটিঙৰ কথা একোৱেই নাই। বিপদত পৰি ৰাইজৰ সহানুভুতি আদায় কৰিবশৈ পাশাখেল খেলিছে।
@pratimasarma1737
@pratimasarma1737 6 ай бұрын
সেয়ে এতিয়া মুছলমান সম্প্ৰদায়ৰ বৃদ্ধি কথা কৈছে।অসম কাশ্মীৰ হ'ব। আগতে ও এনে কথা কোৱা হৈছিল।
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 6 ай бұрын
❤❤
@RajumoniRajumonidas
@RajumoniRajumonidas 6 ай бұрын
মুখ্যমন্ত্ৰী জনে বৰ তুলুঙা মন্তব্য দিয়ে ।
@NishantaNayan
@NishantaNayan 5 ай бұрын
कांग्रेस🎉🎉🎉❤❤
@asadali1562
@asadali1562 6 ай бұрын
প্ৰত্যেক দলেই নিজৰ আভ্যন্তৰীণ বিষয় সমূহ পৰ্যালোচনা কৰিব পাৰে।আৰু কেনেকৈ ক্ষমতালৈ আহিব পাৰে তাৰ বিষয়ে অধ্যয়ন কৰিব পাৰে।
@RajuRajbongshi-p5m
@RajuRajbongshi-p5m 6 ай бұрын
কি দেভলপ হৈছে নু, অকল ৰাস্তা, আৰু অভাৰ ব্ৰীজ বনালে দেভালপ নকৈ, এইটো আপোনালোকে ও জানে, আপোনালোকে দেশ খন বৰ্বাদ কৰিলে হে।
@jaychankarboro4439
@jaychankarboro4439 6 ай бұрын
This C M is capturing lands of Assam
@jogenkalita4268
@jogenkalita4268 5 ай бұрын
সংবাদ মাধ্যমে জনজীবনত বহু ক্ষতিকাৰক হবলৈ যায় আছে।মই কোনো ৰাজনৈতি নেতা-পালিনেতা নহয়।।কোনোবাই কাৰোবাৰ পকেটত যেন সোমাই পৰে এনে ভাব হয়।
@RingkuRamchiary-k7s
@RingkuRamchiary-k7s 6 ай бұрын
Kitiya gorov gogoi cm hobo assamor
@budheswarsaikia3103
@budheswarsaikia3103 6 ай бұрын
If CM is stainless why he should so fear?
@probodhgogoi4879
@probodhgogoi4879 6 ай бұрын
Ase, Bhupen Bora, opposition leader Saikia
@mainulhaque1998
@mainulhaque1998 6 ай бұрын
CM r eman Bhai ashe bule gom palo,thankyou.
@bulengogoi4723
@bulengogoi4723 6 ай бұрын
আমি শ্ৰদ্ধাৰ শ্ৰীনিতুমনি চাৰ আৰু প্ৰতি দিন টাইমৰ জৰিয়তে মুখ্যমন্ত্ৰী শ্ৰীহিমন্ত বিশ্ব শৰ্মা দেবৰ চৰকাৰে ২০১৩ চনৰ পঞ্চায়ত প্ৰতিনিধি সকলক দিবলৈ বাকী থকা ৪৪ মাহৰ পাৰিতোষিকখিনি কেতিয়া মুকলি কৰি দিব কেতিয়াবা প্ৰেক্ষাপটত বি-জে-পিৰ প্ৰতিনিধি জনক শুধিবচোন দেই 🙏🙏🙏
@MainulHoque-p7s
@MainulHoque-p7s 6 ай бұрын
তুমি নিজেও এজন হিমন্ত মামাৰ হৈ কাম কৰি আছা।
@happy7569
@happy7569 6 ай бұрын
হিমন্ত বিশ্ব শৰ্মাৰ পকৰ পুৰিছে কিয় কংগ্ৰেছ ৰ সভাৰ ভিতৰত কি আলোচনা কৰিছিল l
@debenborah1483
@debenborah1483 6 ай бұрын
ভুপেন বৰাৰ কাম কাজ ৰ পৰাই তেওঁ ক হিমন্ত ৰ এজেণ্ট যেন লাগে
@GCNath-ed7im
@GCNath-ed7im 6 ай бұрын
কংগ্ৰেছৰ সভাপতি ভুপেন বৰা এক নম্বৰ বি জে,পিৰ মে ইন মানুহ
@muktadikhan1556
@muktadikhan1556 5 ай бұрын
ধন্যবাদ -ভাইয়া -আপুনি ১০০%শুদ্ধ বলেছে। যে উদাহরণ -বরপেটার দ্বীপ বায়নের কংগ্রেসের টিকেট।
@bijitboro5117
@bijitboro5117 6 ай бұрын
Nitumoni Saikia da i salute 🙏 you from baksa Bodoland Switzerland Assam
@abinashkalita6415
@abinashkalita6415 6 ай бұрын
Cm sir soki eribo dom ase jano
@mukulborahahm
@mukulborahahm 6 ай бұрын
তিনি বছৰতে মামাশ্ৰীৰ এনে অবস্থা হলে বাকী থকা দুবছৰ বৰ জমনি হ'ব দেই😂😂😂😂
@ranjitduttaey3967
@ranjitduttaey3967 6 ай бұрын
একো জমনি নহয় কাৰণ নিৰ্বাচন অনুষ্ঠিত নহওঁতেই কংগ্ৰেছে ক চকী এৰি দিবলৈ প্ৰস্তুত হৈ আছে বুলি মূখ্য মন্ত্ৰী দেৱে নিজেই কৈ দিয়া মানে আগন্তুক দিনত যাতে ৰাইজে বুজি পায় ধন্যবাদ থাকিল মূখ্য মন্ত্ৰী মহোদয় আপোনাৰ কথা লাগিব লাগে আৰু কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ সাহস দিছে, জয় আই অসম জয় হিন্দ জয় জয় গৌৰৱ গগৈ
@OsmanGoni-ql2yw
@OsmanGoni-ql2yw 6 ай бұрын
Hemanta ajon letera cm any time hindu muslim kori thake ajon val cm hbo nuwari le.
@MakundaKalita-vy5nk
@MakundaKalita-vy5nk 6 ай бұрын
মুখ্য মন্ত্ৰী। কথাত। কোনেও। মোৰ। নাজাব। তেখেত। এজন। ৰাজনিতৰ। অভিনেতা। ৰাজনিতিৰ। ভিতৰচৰা। কোনেও। নাজানে। ৰাজনিতিত। আধ্যাত্মিক চিন্তা। নাই।
@KiranPhukon-f4z
@KiranPhukon-f4z 6 ай бұрын
লোকৰ ঘৰত কি কাজিয়া হৈছে নহৈছে‌ মোৰ ঘৰৰ মানুহৰ খিৰিকীৰে জুমি জুমি চোৰৰ দৰে হুনিবলে মোৰ গৰজ পৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া চোৰ নেকি ক‌ঙগেছৰ কি‌ সভাত কি আলোচনা হয় নহয় গুপ্তচৰ ৰাখিবলে ।
@diptidas9583
@diptidas9583 6 ай бұрын
মূখ্য মন্ত্ৰীৰ কাম চোৰাংচোৱা ৰূপে নহয়।
@monuwarabegam5708
@monuwarabegam5708 Ай бұрын
মুখ্য মন্ত্ৰী ইমান মিছলিয়া
@dkvlogs0145
@dkvlogs0145 6 ай бұрын
২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ কাৰাগাৰৰ ভিতৰত থকাটো খাটাং।
@harakantadeka7715
@harakantadeka7715 6 ай бұрын
C,m,কৈছিল,কঙৰেছত,যিমান,সদস,আছে,সকলো,মোৰ,পৰা,আলোচনা,মাধধমৰে,হয়
@abinashkalita6415
@abinashkalita6415 6 ай бұрын
Cm sir r katha misa
@OsmanGoni-ql2yw
@OsmanGoni-ql2yw 6 ай бұрын
Amar cm sir pm r dore any time micha kotha koi thake de cm r man marjada ses kori se.
@litysa4236
@litysa4236 5 ай бұрын
N M S Best of one reason 🎉🎉
@Tired524
@Tired524 6 ай бұрын
#Nitumoni Saikia# Montri xokolok eta onurodh korisu, ki kaam kune korile teulukor karjyo kaalot tar talika khon lage. We are interested in developmental work. Eibur loreali dhemali aami xunibo nukhuju. Nitumoni Saikia kindly ask all of them their report card. Yes kam hae sabo bisarisu.
@MagneticShock-me5kk
@MagneticShock-me5kk 6 ай бұрын
আজিকালি টকা দিলেই হ'ল। খবৰ ৰবৰৰ দৰে পাই থাকিব। কংস মামাৰ টকাৰ মা বাপ নাই।পান,চুপাৰি, কয়লা,কণী,গৰু,মাছ ইত্যাদি আৰু দলং ৰাস্তা বনোৱা টকা বোৰ আছেই, য'ত 100 টকা তাত 150 টকা বিল বনি গৈছে আৰু বিল নিজেই বনাই, মুঠতে গাখীৰে কণীয়ে
@hanseali1924
@hanseali1924 6 ай бұрын
সত্য কথা কৈছা।
@mainulhaque1998
@mainulhaque1998 6 ай бұрын
Nikrishte polites CM sir a kare.
@prabitachutia448
@prabitachutia448 6 ай бұрын
মূখ্যমন্ত্ৰীৰ কথাত জোৰ নাই একেবাৰে , মনেসজা গুপ্ত চৰ হেনো বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে
@bulbulbora-cw1el
@bulbulbora-cw1el 6 ай бұрын
ঠাকুৰীয়া ডাঙৰীয়া উন্নয়নৰ ফতা ঢোলটৌ কিয় বজাইছে? আহাৰ মাহৰ বানপানীয়ে প্ৰমাণ কৰা নাই জানো?
@rameshdeka6603
@rameshdeka6603 6 ай бұрын
Himantai aru dukh paba sinta nai dhani manuhak sakari di reson card di ji rajniti karise sea teo hariba
@gopalnarah8064
@gopalnarah8064 6 ай бұрын
No1 agent Bhupen borah
@nayankumarpawe2671
@nayankumarpawe2671 6 ай бұрын
ভূপেন বৰাক অকণমান সন্দেহ হয় কিন্তু। কংগ্ৰেছ গুপ্তচৰ হিচাপে।
@abinashkalita6415
@abinashkalita6415 6 ай бұрын
Eman voi lagise ne cm r
@bhasmazumdar9801
@bhasmazumdar9801 6 ай бұрын
Hemanta Biswa sarmar koi Batoruwa Kukur Atar Bhasya Biswas koribo Kintu Hematar kotha Biswas Nokoribo
@RatneswarChutia-co2rl
@RatneswarChutia-co2rl 6 ай бұрын
মুঠৰ ওপৰত আমাৰ অসমৰ লিদার জন মিছলীয়া
@sankargoswami4570
@sankargoswami4570 5 ай бұрын
মুখ্যমন্ত্ৰী মন্ত্ৰী জনে গুপ্তচৰ অসমৰ উন্নয়নৰ বাবে নিয়োজিত কৰক। কংগ্ৰেছ বা বিৰোধী দলৰ কথা ভবাতকৈ মুখ্যমন্ত্ৰী জনে বিজেপি আৰু নিজৰ কথা ভাবক।বিদায় সদায় দূখলগা আৰু নিজে আজিৰ মুখ্যমন্ত্ৰী জনে সহিব পৰা বিধৰ নহ'ব ২০২৬চনত।
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 6 ай бұрын
দাদা বিগ্রেদৰ মানুহ কংগ্রেছত আছে নেকি ???
@arunsaikia585
@arunsaikia585 6 ай бұрын
Apuni dekun bihpuriya dubar harile kenekuwa lagil
@living345
@living345 6 ай бұрын
Prothome Bhupen Boraye MLA hoi dekhuwauk.
@pintubhuyan-rg3do
@pintubhuyan-rg3do 6 ай бұрын
কংগ্ৰেছে নিজৰ চকু নিজৰ ওপৰত bjpr কিযে চকুলো।
@Abdlah98
@Abdlah98 6 ай бұрын
গুপ্তচৰ গুপ্তচৰ গুপ্তচৰ । গুপ্তচৰ ক'ত নাই ? সকলো দলতে গুপ্তচৰ আছে । গুপ্তচৰ ওপৰত বিধেয়ক এখন নানে কিয় ??
@prasantaprasanta4503
@prasantaprasanta4503 6 ай бұрын
ভূপেন বৰা কংগ্ৰেচৰ বাবে সম্পদ নে আপদ ধৰিবই পৰা নাই ।
@khagenkakati6380
@khagenkakati6380 6 ай бұрын
দেশৰ উণ্ণতিৰ কথা চিন্তা কৰা ফাল্টু কথা বাদ দিয়ক
@PranabjyotiSaikia-qn5ot
@PranabjyotiSaikia-qn5ot 6 ай бұрын
কংগ্ৰেছ দলত যে হিমন্ত বিশ্ব শৰ্মা গুপ্তচৰ এতিয়াও আছে ।
@dimbeswarchaliha3758
@dimbeswarchaliha3758 6 ай бұрын
কংগ্ৰেছক 0 কৰি দিম বুলি কোৱা নেতা জনে কিয় ইমান ভয় কৰিছে ??? তেওঁ বাৰু বহুত দুৰ্নীতি কৰিছিল নেকি ! (-------) ৰ মন পুলিছ পুলিছ নেকি ???
@hemchandraborah-vd6nz
@hemchandraborah-vd6nz 6 ай бұрын
ভূপেন দঙৰীয়া আপুনি পাকৈত হৈছে দেই দলৰ সভাপতি হৈ গুপ্তচৰ বিছাৰি উলিয়ায় নোৱৰাটো বৰ লাজ লগা কথা।
@inglishvlogs1015
@inglishvlogs1015 6 ай бұрын
মূখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চকী এৰি দিয়াটো আচলতে ভাল,
@abdurroufhussain8365
@abdurroufhussain8365 5 ай бұрын
MLA Rural areas Kamrup,
@Nowazulbashir
@Nowazulbashir 6 ай бұрын
MLA hoar pisot samostit kam karibibo nowara lokok, ba kam koribo nowara Tu MLA ajonok sorkare suvidha dileo, kio kam nokore ba manuhor khobor noloi, khub anytime busy dekhai kio?
@prodipdas2923
@prodipdas2923 6 ай бұрын
গেনজী ফলা বৰা তোৰ কাম নাই
@joynalahmed3235
@joynalahmed3235 6 ай бұрын
Mukhyamantrik khobor diya maanuhjon Rekib uddin Ahmed
@ChakraKoch
@ChakraKoch 6 ай бұрын
Protidin time ...nitumoni vupen borah ....😂😂😂😂😂 cngrs or support chenel😅😅
@GangaKuli
@GangaKuli 6 ай бұрын
Cm mesoley
@apggg1534
@apggg1534 6 ай бұрын
আৰু এটা প্ৰশ্ন অসমৰ মিডিয়াত বামপণ্ঠী দালাল কোন আৰু কংগ্ৰছৰ এজেণ্ট কোন বাৰু?
@abinashkalita6415
@abinashkalita6415 6 ай бұрын
Amar maramor cm a nije okale nijor tokare all assam nibanuwa xamadhan koribo pare sorkaror poisa nalage a. Kintu nakare nije dhoni hoi goi ase
@bumousumisharma6093
@bumousumisharma6093 6 ай бұрын
3 khon akhon pai eman lebel ne 🤣🤣🤣
@apurbabhuyan8121
@apurbabhuyan8121 6 ай бұрын
Long live BJP 🎉
@arunsaikia3774
@arunsaikia3774 6 ай бұрын
Cmৰ পৰিবৰে ১০ কোটি অনুদান লোৱা কি?
@rameshdeka6603
@rameshdeka6603 6 ай бұрын
Raijar kam kara manuhe ketiao guptasar rakhibai nalage emam sahasi mukhya mantri hale guptasar rkhar praujan nai earpara buja gal je himantar line bea
@PranabjyotiSaikia-qn5ot
@PranabjyotiSaikia-qn5ot 6 ай бұрын
Over smart Bhupen Borah .
@mridulchakravorty9826
@mridulchakravorty9826 6 ай бұрын
ভূপেন বৰা মহোদয়ৰ কথাখিনি ভালদৰে শুনিব
@DeluwarHussain-qf4ef
@DeluwarHussain-qf4ef 6 ай бұрын
Honuwal dangoriyai unnoyan korise sharma dangoryai eku unnayan kora nai biheh koi gaon onnsolot
@mainulhaque1998
@mainulhaque1998 6 ай бұрын
Ashoni aru high prise hea BJP kharabo.
@PBora-xk1zv
@PBora-xk1zv 6 ай бұрын
Bhalehe dekhe bhal jabore dekhe khal buli kotha esar ase je kuneu kob nalage
@bornali995
@bornali995 6 ай бұрын
Tumi tu Himantare manuh. Tumak tu already sobei sini pale Nitumonibdangoriya
@dwipenbarman8444
@dwipenbarman8444 6 ай бұрын
Misa kotha
@manishankardas4118
@manishankardas4118 6 ай бұрын
Ji keijon BJP agent,sei keitak party pora olai dibo lagey, Guwahati kiyo haril,kar karoney haril discuss kori partir pora olai dibo lagey.
@technicalguruji3961
@technicalguruji3961 6 ай бұрын
Ai jan chief minister pagal hoise,besi din nai bhug ukalil, unnatir namat eku nai,matra fakarami.
@hemprasadbordoloi2020
@hemprasadbordoloi2020 6 ай бұрын
এইবোৰ চালবাজি নুবুজা লোক কমি গৈছে । প্ৰকৃততে বিসম্বাদৰ নিচাই এইসকলক লগ এৰা নাই ।
@Dilipchandra-dv6ym
@Dilipchandra-dv6ym 6 ай бұрын
BJP pratinidhi garaki mil bisai ati se ki. Cong. Atia raijor pata bahut first, nepajariba. Bahut hal raine bhalkoi bujile. Tengs Aam raije aru ketiaw nekhai.
@kabitabhuyan545
@kabitabhuyan545 6 ай бұрын
আপুনি কাৰ?
@saikiawoodfurniturevlogs3415
@saikiawoodfurniturevlogs3415 6 ай бұрын
😅😅😅😅
@technewsthatyoushouldlove8332
@technewsthatyoushouldlove8332 6 ай бұрын
Dngr mnhu kai tar major pra ktha leak hbo pre...kintu grassroots worker r pra nuware ..ru imn safa rajniti Himanta da e kri thka ni..mukh khn beka kri koi nijok a dhua tulokhi r pat hbo nalage...ami BJP k defame kribo ru power r pra gusabor r krne ji rajniti kribo lge take krim
@MaoBourah
@MaoBourah 6 ай бұрын
Nituda beyakor puteak namtu pahorelu tar logot room meet sub inspector aadibasi social mediyat kobita fali thake insp jone atea dujoni beya pateleye but hemonto bhage neyak aapuni beswarajon
@mahimaranjan3420
@mahimaranjan3420 6 ай бұрын
স্তাৱকৰ প্ৰবচন
@hafizurrahmank7799
@hafizurrahmank7799 6 ай бұрын
Mama to je kikoy thay
@Real12976
@Real12976 6 ай бұрын
Jiman siorileu lav nai ahibo tu bjp sarkarei😂😂😂😂😂😂😂 congresse hopun dekhat val😂😂😂
@mainulhaque1998
@mainulhaque1998 6 ай бұрын
Laze nathaka manuahe aru ki bokibo dharishe.
@mkmk9949
@mkmk9949 6 ай бұрын
কোনো গুপ্তচৰ নাই কংগ্ৰেছত । মনে সজা এইবোৰ । নিজে চৰ্চাত থাকিব খোজে ।
@bulengogoi4723
@bulengogoi4723 6 ай бұрын
ধেৎ কি উন্নয়ন হৈছে ৷
@prasantarai3921
@prasantarai3921 5 ай бұрын
Kholnayak nathakile kot natok hoa dekhise.
@ranjitgogoi5738
@ranjitgogoi5738 5 ай бұрын
BJP t he atia anya dolor agent e kam kori ase.
@hitutpalboruah
@hitutpalboruah 6 ай бұрын
Aei2 kiba talk show hol ne.. aei2 sai ami ki xikim
@girishchtalukdar2574
@girishchtalukdar2574 6 ай бұрын
Congress enke marib
@birendranathsaikia2350
@birendranathsaikia2350 6 ай бұрын
Hello Saikia. I appeal you and all leading prominent person to discuss and analyse actually who ruined Assam and Indigenous Assamese communities from the year 1959 . I think you are not aware that our kitchen is surrounded by Bangladeshis Muslim and going to have Mia Muslim CM and HM in Assam in near future is imminent. The big Ahom community will be nowhere and nobody save us from ruling us by Bangladeshis . Rakibul Hussain as Congress projecting CM and HM in Assam with AIUDF support in 2026 .
@RingkuRamchiary-k7s
@RingkuRamchiary-k7s 6 ай бұрын
Kam ni bjp
@akmalhussain8776
@akmalhussain8776 6 ай бұрын
Bjp Kam nhowa parti
@lokheswarronghang607
@lokheswarronghang607 6 ай бұрын
Chenel bur hosa tu ulai di kole hol,bohut neta dirty politic khele,eibur bhal nohoi.aji kali misa posar Kori politic labha lav kore.bhal kamot saport kore jen
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН
The Best Band 😅 #toshleh #viralshort
00:11
Toshleh
Рет қаралды 22 МЛН
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН