ৰাজ্যত বন্ধ হ'ব হাজাৰ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ। নিবনুৱা হ'ব পাৰে হাজাৰ হাজাৰ লোক।

  Рет қаралды 343,152

TIME8 News

TIME8 News

2 жыл бұрын

ৰাজ্যত বন্ধ হ'ব হাজাৰ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ। নিবনুৱা হ'ব পাৰে হাজাৰ হাজাৰ লোক।

Пікірлер: 700
@bakuvillain9859
@bakuvillain9859 2 жыл бұрын
কেন্দ্ৰ উঠি যাব কোৱা নাই নতুন শিক্ষানীতিত অন্তৰ্ভুক্ত কৰা কথা কৈছে।এগৰাকী কৰ্মীয়ে শিশু এটা গৰ্ভত স্থিতি লোৱাৰপৰা ৬ বছৰ বয়সলৈকে সকলো সেৱা আগবঢ়াই আহিছে।মাতৃ গৰাকীয়ে টীকা লৈছেনে নাই ,শিশুটিয়ে সকলো প্ৰতিষেধক পাইছেনে নাই।প্ৰতিমাহে ওজন আৰু উচ্চতা জুখি সঠিক সময়ত বয়স অনুযায়ী ওজন সঠিক আছেনে সেই সকলো তথ্য চৰকাৰক দি আহিছে।তদুপৰি প্ৰথম গৰ্ভৱতী মহিলাৰ প্ৰধানমন্ত্ৰী মাতৃ যোজনাৰ ধন একাউন্টত পাবৰ বাবে আবেদন পূৰণ কৰি তথ্য যোগান ধৰি আজি সকলো মাতৃয়ে সেই ধন নিজৰ একাউন্টত লাভ কৰি লাভবান হৈছে।শিশু মাতৃৰ প্ৰতিমাহে পুষ্টিৰ যোগান ধৰি আহিছে।তদুপৰি ১০০% কোভিড ভেকচিন পোৱাৰ বাবে ঘৰে ঘৰে স্বাস্থ্যবিভাগৰ লোকৰ সতে ঘূৰি সেই অভিযান সফল কৰিছে।বিদ্যালয় লৈ নোযোৱা কিশোৰ কিশোৰীক ঘৰে ঘৰে প্ৰতি সপ্তাহে গৈ আইৰণ ফলিক এচিডৰ টেবলেট যোগান ধৰি পুষ্টিহীনতা দূৰ কৰিছে ।ঘৰে ঘৰে পৰিদৰ্শন কৰি ৰুগীয়া শিশু চিনাক্ত কৰি স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি উন্নত চিকিৎসাৰ ব্যৱস্হা কৰি বহুতো মাক দেউতাকৰ মুখত হাঁহি আনিছে।তাৰ পাছতো কিছুমানে একো নজনাকৈয়ে যিহকে তিহকে কব নাপায়।lockdawn ত কোনো মানুহ বাহিৰত নোলায় কিন্তু অ:কৰ্মী-সহায়িকা ই ঘৰে ঘৰে গৈ শিশু মাতৃৰ পুষ্টিকৰ আহাৰ যোগান ধৰিছে ।নিজৰ জীৱন তুচ্ছ কৰি সেৱা আগবঢ়োৱাৰ পাছত এইবোৰ মন্তব্য দেখি খুব বেয়া লাগিছে।এই আঁচনিৰ লক্ষ্য অতি মহান যত দুখীয়া শ্ৰেণী উপকৃত হৈছে।
@Sunita__Vlogs77
@Sunita__Vlogs77 2 жыл бұрын
Good answer
@pigfarminginassamnalbari4527
@pigfarminginassamnalbari4527 2 жыл бұрын
Soli jonmo hb 1.5 month hl khbre lowa nai dekhon amr....
@KalpanaDeka
@KalpanaDeka 2 жыл бұрын
@@pigfarminginassamnalbari4527 soli jonmor loge loge ami home visit koru.solitue BCG palakne nai .opv HB O dose palaknai.pasut dermahorporai protikhedhok tika aromvo hoi, hegilekhan homprno korua daityou amare . Nahiliu dhori bandhi holiu loi anu kenroklegi.tar pasetu amak boya paina baru.prothom hontan holitu tokau pai amie kori formfilup joma diu.bisari furu hegila
@sangeetsagar835
@sangeetsagar835 2 жыл бұрын
আচলতে সাংবাদিক কেইজনেহে জোৰকৈ সুধি আছে উঠি যোৱা কথাটো ৷
@KalpanaDeka
@KalpanaDeka 2 жыл бұрын
সচা,কথাখিনি ভালকে শুনি লোৱাই নাই কাঢ়ি লৈছে।
@mukutbordoloi2243
@mukutbordoloi2243 2 жыл бұрын
উঠি যোৱা কথা কোৱা নাই।। বাতৰি প্ৰকাশ কৰোতে সচেতন হৈ কৰিবলাগে
@rjcreation4872
@rjcreation4872 2 жыл бұрын
Thika koisa apuni
@kunjabhuyan5395
@kunjabhuyan5395 2 жыл бұрын
এইটোৱে চিঞৰি চিঞৰি অকল মিছা বাতৰি দি থাকে ।
@azadhussain8812
@azadhussain8812 2 жыл бұрын
@@rjcreation4872 m7i
@ajayhazowary9391
@ajayhazowary9391 2 жыл бұрын
আপুনিও পাগলৰ প্ৰলাপ বকিব ধৰিলে চিঃ চি৷
@sipajharaminisipajhar9181
@sipajharaminisipajhar9181 2 жыл бұрын
অংগনবাদী ৰ কাম নাই বুলি নকব,এজন শিশুৰ ভৱিষ্যত প্ৰথম গৰ্ভৱতী মাতৃ ৰ যতন অংগবাদী কৰ্মী ৰ দ্বাৰাই হয়।এজন শিশুৰ মানসিক বিকাশ, শাৰিৰীক বিকাশ যতন 3বছৰ পৰা 5 বছৰ বয়সলৈকে কৰ্মী গৰাকীয়ে কিমান কষ্ট কৰি শিকাই বুজাই LP স্কুল লৈ পঠাই।তাৰোপৰি শিশু সকলে সময়মতে বেজী লোৱা,ওজন লোৱা ঔষধ খোৱা ,আদিকাম ঘৰে ঘৰে গৈ খবৰ দিয়া।P M M V Y ৰ কাম আদি।অংগনবাদী কাম নাই বুলি কলে নজনা সকলে কব ।কাৰণ কোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে কামটো সৰুৰৰ পৰাই আৰম্ভ হয়।কিন্তু কৰ্মী সকলৰ আজৰিও নাই,মাননীৰ সলনি মজুৰিও নাই।যোৱা বছৰৰ পৰা অংগবাদী কেন্দ্ৰ বন্ধ হৈ আছে যদিও তেওঁ লো কক এনেয়ে বহি থাকিব দিয়া নাই কামত কৰি আছে শিশু সকলৰ বাবে ।অনুগ্ৰহ কৰি কথা বোৰ বহলাই ভাবি চাব, ইমান ঠেক মনে ৰে নহয়।
@sdany9475
@sdany9475 2 жыл бұрын
Bondho hola bhalhoi
@sewalimedhi6438
@sewalimedhi6438 4 ай бұрын
বাইদেউৰ কথা নে সাংবাদিকৰ কথা অলপ মন কৰা সংবাদিকেহে অংগনবাড়ী উঠাইদিব যেন লাগিছে
@localentertainment2730
@localentertainment2730 2 жыл бұрын
মোৰ মা ও এগৰাকী অংগনাৱাদি কৰ্মী হয়। কিমান কষ্ট কৰে মই সৰু পৰাই দেখি আহিছোঁ। চুটিয়েই নাপাই। অফিচৰ পৰা যিমান হে কাম দিয়ে। তাতে আকৌ নিৰ্বাচন ৰ কাম বোৰ টো আছেই। আমাক কলেজৰ লৈ যাবলৈ ভাত কেইটা বনাই খুৱাবলৈ ও সময় নাইকীয়া হয় কেতিয়াবা। নিজেই খাবলৈ ও সময় নাপায় কেতিয়াবা। কিন্তু দৰমহা যি কেইটা পাই তেল নিমখ খাবলৈ ও নুজুয়ে মাহ টো ত।। দেউতাই খেতি কৰে বুলিহে ঘৰ খন চলি আছে কোনোমতে। তাকে লৈ কিছুমান মানুহ হিংসা তে জ্বলি মৰে। সৰু থাকোতে এটা কথা এতিয়াও মনত পৰে মোৰ ভাইটি 3 মাহ হওঁতেই ট্ৰেইনিং দিবলৈ এৰি থৈ গৈছিল।
@srproduction7877
@srproduction7877 2 жыл бұрын
Right vai same here
@dimpal1010
@dimpal1010 2 жыл бұрын
Same dada
@rekhamonidekadeka1007
@rekhamonidekadeka1007 2 жыл бұрын
অঙ্গনবাদী কেন্দ্ৰ বোৰক কেবল চৰকাৰে নহয় সকলো মানুহৰে চকু পৰি থাকে সেই বাবে কাটি দিলেও বেয়া নাপাই , কাৰন কষ্ট অনুসৰি মাননি বহত কম । মাননী দিব সমাজ কল্যাণ বিভাগে আৰু বেছি কামত লগাই বেলেগ Department হে ,মানে সকলো কামতে ব্যবহাৰ কৰিব বিচাৰে অঙ্গনবাদী কৰ্মী বোৰক।
@jonmonikalita8285
@jonmonikalita8285 2 жыл бұрын
মোৰ মা ও অংগনাৱাদিৰ সহায়িকা।।সাধাৰন মানুহৰ দুখ কোনে বুজিব ।কিছুমানে অংগনাবাদি বন্ধ হলেই ভাল পায়।
@bedantanath3881
@bedantanath3881 2 жыл бұрын
Mur mai u kore
@bornaliborah3085
@bornaliborah3085 2 жыл бұрын
বাতৰি প্ৰকাশ কৰা আগত কিছু সাৱধান হ'ব লাগে। সকলোৱে বুজি পাইছে যে কমিটিয়েহে সেই সম্পর্কে সিদ্ধান্ত ল'ব। এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই।
@user-fl6tn6mx9u
@user-fl6tn6mx9u Ай бұрын
মোৰ বিদ্যালয়ত থকা অংগবাদী তিনিখন জাপি দিছে কিন্তুু দুখনৰ লৰা ছোৱালী নাই মোৰ বিদ্যালয়লৈ কমান লৰা মাছ তিনিটা ইয়াৰ কাৰন কি কলৈ ৰায় বাকীবোৰ লৰা ছোৱালী ভাবি নাপাও ।
@prasantkasyap3922
@prasantkasyap3922 2 жыл бұрын
মাথা পাগল চেনেল। সম্পুৰ্ন তথ্য নজনাকৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে। আগতে বৈঠকটো ভালকৈ হবলৈ দে। অংগনবাড়ী উঠাই দিলেও তাৰ পৰিৱৰ্তে কিবা ব্যবস্থা নিশ্চয় গ্ৰহণ কৰিব। নহলে আৰু তেওঁলোকে গৰু গাধৰ দৰে এনেয়ে এই বিষয়টোৰ আলোচনা কৰিছে নে?
@chakalyeawc4823
@chakalyeawc4823 2 жыл бұрын
Right
@moushumisharma6711
@moushumisharma6711 2 жыл бұрын
অলপ শুনি লৈ বাতৰি পৰিবেশন কৰিব।
@NewGeneration-rj7je
@NewGeneration-rj7je 2 жыл бұрын
Utji jabo buli kua ni atiao...jodi uthi jai tante ICDS workers hokolok LP School t appoint koribo lage...bohut val hbo.
@debashiskhound2160
@debashiskhound2160 2 жыл бұрын
বাহ চৰকাৰৰ কি সিদ্ধান্ত সকলো ফালৰ পৰাই মানুহে যাতে উচিত শিক্ষা লোৱাৰ পৰা বিৰত থাকিব লাগে তাৰেই ব্যৱস্থা কৰিছে কিয়নো মানুহ যিমানেই শিক্ষিত হব চৰকাৰক সিমানেই তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই বিৰোধিতা কৰিব পাৰিব। যেতিয়া অনলাইনত শিক্ষাৰ ব্যৱস্থা হৈছে তেতিয়াৰ পৰাই ইন্টাৰনেটত সেৱাৰ মূল্যবৃদ্ধি কৰিছে তাৰ উপৰিও কিতাপ পত্ৰ, কাগজ কলম ইত্যাদিৰ ওপৰত কৰৰ পৰিমাণ ১২ শতাংশৰ পৰা ১৮ শতাংশ কৰিলে। সচাঁকৈ ভাবি আচৰিত লগা হৈছে এই বিজেপি চৰকাৰৰ কৰ্মকাণ্ড দেখি দেশৰ উন্নতি কৰাতকৈ পূঁজিপতিৰ বাবেহে কাম কৰিছে বাকী সাধাৰণ মানুহৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে। 🤦‍♂️🤦‍♂️🤦‍♂️
@AqUaBbIsT
@AqUaBbIsT 2 жыл бұрын
Oi gadho...anganwadi uthile buli hikhya nepabo ni....agote 3-6 bosor lora suwali anganwadit pohege...etiya notun hikhya nitir mote 3 bosoror porai direct schoolot admission lobo .....
@debashiskhound2160
@debashiskhound2160 2 жыл бұрын
@@AqUaBbIsT তইহে গাধ মই অংগনবাদীৰ কথা কত উল্লেখ কৰিলো, অন্ধ নেকি? ভালদৰে চাই ল, অযথা কথা নকবি। 🧐
@Just_villagethings
@Just_villagethings 2 жыл бұрын
Thikei koisa..bostur dam hole mak deutake lora swali porhabo nuaribo..aru dukhiya lora suwali bur uneducated hobo..sorkaror uporot mat matiboloi manuh naikiya hobo..tetiya sorkare aru lutibo paribo..kiba kibi asoni uliyai manuh buror pora vote tu lobo
@dhanyabichetia8910
@dhanyabichetia8910 2 жыл бұрын
Yes I support it
@saitanaybora12
@saitanaybora12 2 жыл бұрын
@@Just_villagethings nohoi dada notun xikha niti hole xikha dixtu aru unnot hobo
@user-wi9oe1tm5q
@user-wi9oe1tm5q 2 жыл бұрын
এইটো নিউজ চেনেলৰ নিউজ দেখিলেই হাঁহি উঠে
@mrinaljyotinath9402
@mrinaljyotinath9402 2 жыл бұрын
সাৰাংশ: অজন্তা নেওগে anganwari উঠি যাব বুলি কোৱা নাই।
@RahulkrNath
@RahulkrNath 2 жыл бұрын
Time8....mem a kole ki.. apunaluke headline kole ki.... katha bur valke dibo... ja ta kiyo koi...
@mohanking1234
@mohanking1234 2 жыл бұрын
Lokedon da vi
@dipalinarahdoley2170
@dipalinarahdoley2170 2 жыл бұрын
অ:কমী সকলৰ ভবিষ্যতে বহু সপোন আছে , *******।
@korabimedhi9961
@korabimedhi9961 2 жыл бұрын
Apunaluke ougonbadi kendro jodi uthai die warkar helper burok school sakori dibo neki Baideu dormoha aekebare kom tothapiu bohut manuhe nijor ghor ghon solai asil etiya tatu soku poril aru ki ki koribo thik nai kosto bohut toka kom aei kamot aei kam kori khua lukhokolok jate nithorua nokore sorkarkhone onurudh thakil
@nipanvlog5249
@nipanvlog5249 2 жыл бұрын
মিছা বাতৰি প্রকাশ কিয় কৰে।। কিছুমান মানুহৰ মনটো বহুত ভাল লাগিছিল বন্ধ হব বুলি শুনি।। এতিয়া গম পালো বন্ধ হোৱাৰ সলনি তেখেত সকলক অৱসৰ কালিন ভাট্টা দিয়াৰ কথা ঘোষনা কৰিছে 4 লাখ আৰু 2 লাখ দিয়াৰ কথা ঘোষনা কৰিছে ।। বন্ধ হোৱাৰ কথা শুনি ভাল পোৱা সকলৰ এতিয়া কেনে লাগিছে।।।
@surajborboruah522
@surajborboruah522 2 жыл бұрын
We need this law as soon as possible.
@amarjoytidas8141
@amarjoytidas8141 4 ай бұрын
B j p য়ে দি য়া চাকৰি নহয়। য়ে ইঠাই দিব।
@ritumanirabha6773
@ritumanirabha6773 2 жыл бұрын
Bohutei Anganwadi center uthai dile Val hbo boli koise hoy....kintu ai khobor khunar loge loge mur sukure bat nedekha hoise... Karon moi janu mor maa agoraki warker hoy kiman kosto aru ati hikhu jonmo nohowar pora 6 bosor loike tar hisap dibo lage... Aru bohut kam Jitu kam kora hokole bujibo aru ghoror manuhe bujibo. Tatkoi mur besi dukh lagise amar ghorot maar bahire uparjon kora manuh ajono nai buliboi pari. Deuta ajon khati khowa manuh. Maa a mok huhur pora porha hunar pora adi kori sob khoros di ahise... Akhn jodi hothat bondho hoi jay mur dore aru kiman jonor je bat andhar hbo. Mur ako rastai nathakibo. Aru bohute center t bostu nidiyar kotha koise hy hbo pare kintu amar maar center t bostu thobor thai nai aji loi ata bostu o maa a ani powa nai. Dukh lage kisumanor kotha khuni kisuman manuhor karone sobore gat dokh pore.... Xoma koribo aponaloke moi monor kotha khini kowar karone 🙏
@sangitakalita5040
@sangitakalita5040 2 жыл бұрын
Right katha kaise,mor maa agaraki Anganwadi karmi ,eman kamr pressure mane ghrt thakib samoy napai ,sab kamate niyog kre ,katiyaba sakari bad dib dib man jai ,kisuman nis manakhikatar manuhe anai najanake comments diye ,nijar ghrt kunobai krile gm pale hoi
@bitupandeka1719
@bitupandeka1719 2 жыл бұрын
Right
@nabajitgogoi7458
@nabajitgogoi7458 2 жыл бұрын
Same
@KalpanaDeka
@KalpanaDeka 2 жыл бұрын
Thik kotha korobar ata ba duta centre r babe hokolure bodnam kora usit nohoi.moi egoraki worker.kam kori tot napau kiman kosto korisu.ghorot kiman gali hunu hontanok time dibo nuaru.kon kon hikhur babe jinonor horbostyo hopi disu.ami dukhia raijor bostu eku karhi khua nai.hokolu cetre t thou ,ekhon comeety thake heimote suasita kore tarupori amar supervisor baideu gorakieu ketiu onyai hobo nidie karu dehekehe kosto kore hokolure babe
@pratibhapathak2754
@pratibhapathak2754 2 жыл бұрын
Right
@prabindeka5498
@prabindeka5498 2 жыл бұрын
মন্ত্ৰী মহোদয়াই কৈছে আলোচনাৰ পিছত কি কৰিব সেয়া কব। বাতৰি পৰিৱেশন কৰা জনে সেই কথা খিনি কেনেকৈ কলে
@ripankordutta8254
@ripankordutta8254 2 жыл бұрын
Bondho hobo nalage Kendra bilakot bahut val val anushthan hoy..jibur gaonr kon kon Lora swalir pora dangor manuho loike..aru bahut mahilai anushthan tur..pora ghoror puh pal di ase..
@moin793
@moin793 2 жыл бұрын
Correct
@sangitakalita5040
@sangitakalita5040 2 жыл бұрын
@@moin793 right
@preronakalita8105
@preronakalita8105 2 жыл бұрын
government schoolr bhutota jnka 10 ta lora swali loi akhn school solai thka ru taulukor akujon lp school r teachera duta class kori 45 hazar tokar uport dormoha pai...kintu aww kormi agorakia schoolt pohua pa dhori hokolu bur dikhota kam kribo lgibo...ata haimaino manonir babot taulukor kamor hesa bht besiii....kisuman worker toka khbo para school nukhulibo para tankua dkhisa jdi complaint diok ...bt ankua ji ti cmnt ndbo krn hokolua ankua kam nkora..ajon hazira kra manuhtka taulukor dormoha kom...asolta dormoha buli koboi nuari ata hamino ata manoni ha.....emn kom manonit raijor baba nisartho baba hawa agbhouar pist government aibar vl koi vbi sua usit
@monjuriborthakur2114
@monjuriborthakur2114 2 жыл бұрын
সকলো অঙ্গনবাড়ী কৰ্মী সহায়িকা ক আপোনালোক কিছু সংখ্যক এ তুলনা কৰাৰ দৰে নিম্নগামী বুলি নাভাবিব।ইমান কম মাননি পোৱাৰ স্ৱত্তেও বহুত অঙ্গনবাড়ী এ গাঁৱৰ দূখীয়া কন কন লৰা ছোৱালীৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি আহিছে । তাৰোপৰি যেতিয়াই চৰকাৰে বিচাৰে তেতিয়াই‌ অঙ্গনবাড়ী এ নিজৰ‌ দায়িত্ব পালন কৰি আহিছে। অঙ্গনবাড়ী সমবায় নহয় ।
@jyoti1694
@jyoti1694 2 жыл бұрын
Right kiman kosto June kore teulukehe buji pai
@sangitakalita5040
@sangitakalita5040 2 жыл бұрын
সচাই কৰা কেইজনে হে গম পায় ,কিমান কষ্ট ,কিমান কামত নিয়োগ কৰে অলপ টকাত ,আজি এইটো reprt কালি ,সেইটো ,অলপ টকাত সকলোতে সতাই আছে
@Just_villagethings
@Just_villagethings 2 жыл бұрын
সঁচা । যিসকলে কৰি আছে তেওঁলোকে হে জানে ।
@bitupandeka1719
@bitupandeka1719 2 жыл бұрын
Ekdom 100%
@nabajitgogoi7458
@nabajitgogoi7458 2 жыл бұрын
Hosa kotha
@pallavmazumdar6694
@pallavmazumdar6694 2 жыл бұрын
Apunalukor news channel tu band korebo lagei, ji ti news kio diyei. Ajanta Neog Baidowei kolei kiba apunalukei bonalei kiba repeat kore kore ata clip, ekdom beya kotha hoisey.
@pratibhapathak2754
@pratibhapathak2754 2 жыл бұрын
Tq
@pallavmazumdar6694
@pallavmazumdar6694 2 жыл бұрын
@@pratibhapathak2754 Katiyau bondho nohoi, aitu kotha hoi baru ja LP School r logt mili Anganwadi centre burei kaam korebo lagebo notun shikha nitir motei.
@bidurkumartamang9793
@bidurkumartamang9793 2 жыл бұрын
@@pallavmazumdar6694 U r right...
@dhritimadeka4217
@dhritimadeka4217 2 жыл бұрын
Kisomane ja ta boki ase sb kormi ake Nhi mor ma a kam kore Moi nijr dekhi aso bsto ahile vogai die good job Dia Bork koisila kisomane heito najane kimn ksto ghore ghore jai kimn ksto korib lga hyse lockdown t o ghrt bohi thakib pra ni anyway bndha kryb nalage kisomane angonbarit kam kry soli ase amiu anekua soli ase ru good job dia bor thte khuabi nki amak nijr ktha vbile Nhi 🙂
@samimsultana4699
@samimsultana4699 2 жыл бұрын
Xai mak xokolor khontane he jane kenekoi tar jugedi soli asu
@bboro2598
@bboro2598 2 жыл бұрын
Band krib, lage year drkai nai, 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
@sadidali9373
@sadidali9373 2 жыл бұрын
Mukhere kotha ata kolei hoi jai neki angonwadi school or jogedi gaolia raijor kiman kon kon shishur Upokrito hoi ase chario faledi upokar hoise sei kotha tu to apunalokor memorit nodhore angonwadi Central Government or job hoi apunalokor nohoi bujile jeniye teniye nobokibo.
@KalpanaDeka
@KalpanaDeka 2 жыл бұрын
Thanks buji pua babe.commentor babe
@newsteelfurniturenabab4133
@newsteelfurniturenabab4133 2 жыл бұрын
Good disision
@RahulPegu-cx1kj
@RahulPegu-cx1kj Ай бұрын
Goo step
@azaharislam9872
@azaharislam9872 2 жыл бұрын
মাটি কেলেংকাৰীৰ কথা কওক পিছে কি হল...
@niharikadas7314
@niharikadas7314 2 жыл бұрын
😅😅😂👍mal2 pai hui asa
@Debasishdebnath91
@Debasishdebnath91 2 жыл бұрын
Othi jabo boli kowa nai. Aponaloky news bonai trp karony
@suravikhakhlary1293
@suravikhakhlary1293 2 жыл бұрын
Anganbadi r ortho nojona manuhe ane comment diye .
@bhaskarjyoti961
@bhaskarjyoti961 2 жыл бұрын
Aji news tu huni beya lagil hosai.
@samimsultana4699
@samimsultana4699 2 жыл бұрын
Xosa koisa ji tar meaninge najane anei comment di thake
@KalpanaDeka
@KalpanaDeka 2 жыл бұрын
Bujaihe buje emah amar thait kam korile janibo. nakhai noboi ghuri ghuri kam kori bemari holu.
@dipjyotikalita7328
@dipjyotikalita7328 2 жыл бұрын
Eibur faltu news kora bad diya diyok agwanbadi worker bhut kam kore
@BijoyBaro-ne8ft
@BijoyBaro-ne8ft 4 ай бұрын
Very nice
@Just_villagethings
@Just_villagethings 2 жыл бұрын
বন্ধ নকৰিব । সকলো অংগনবাদী কৰ্মী একে নহয় ।
@user-zo2nw8bx3q
@user-zo2nw8bx3q 4 ай бұрын
কিয় সুধি থাকিব লাগে লাখপতি বাইদেউ কৰিব পাৰে কিন্তু কমী সকল প্ৰাপ্য দিব নোৱাৰা কাৰণ কি চৰকাৰ টকা নাই কৰ্মী চাক কৰাব নালাগে অংগনবাড়ী কেন্দ্ৰ নালাগে আমাৰ কোনো আপত্তি নাই পাৰিলে অসমত সেৱা বিলাক বন্ধ কৰা ভাল হ'ব
@makoniray9932
@makoniray9932 2 жыл бұрын
খবৰ টো পাই ভাল ই লাগিছিল ।কিবা এতিয়া হে তিতা তিতা লাগি আছে
@manjitbarman2481
@manjitbarman2481 2 жыл бұрын
কি হব এই অসম বৰ্বাত হৈ যাব।
@snsgamingcompany2425
@snsgamingcompany2425 2 жыл бұрын
Aei2 val houa naii....❌❌❌
@nilamaninath5100
@nilamaninath5100 2 жыл бұрын
ভাল পদক্ষেপ।অংগনবাদীৰ নামত বহুতো কেলেংকাৰি চলি আছে।লৰা ছোৱালীয়ে পোৱাৰ পৰিবৰ্তে সহায়িকা আৰু শিক্ষয়এীৰ হে পেট ভৰায় আছে।
@ambikarabha6225
@ambikarabha6225 2 жыл бұрын
Thikei koise Apuni
@nanukids8502
@nanukids8502 2 жыл бұрын
Good job sir
@bhaikonsimaluguri5943
@bhaikonsimaluguri5943 2 жыл бұрын
Sat tu newes diso.val k huni buji btori dibi.
@nehangonasaikia1719
@nehangonasaikia1719 2 жыл бұрын
Angoanbadi kendro bodho hole bohut porial dhonkho hobo mur mae angoan badis kore tente amar porialtur ki hobo amak sorkare sabo neki nijei hukhot thanki lukor jibon dhonkho koriboloi hole nohobo are hei lakh lakh porialor ki hobo hei hokoluke sorkare sabo neki aitu bohut bhul kam korise sorkare ai kam jate nohoi amar porialor akmatro jibika mar ai hour sakoritu deutaru ahukh hoisil atia bhal hoise kintu deutai aku nokore jodi ai sakoritu gusi jai tente amar porialtuk hongsthapon dibo lagibo moi sorkarok aitue anurudh korisu jate ai angoanbadi kendrohomuh uthi najai moi class 10 thot pohi asu jodi mar sakoritu jai muk ma deutai pohuabo kenekoi moisorkarok kobo bisaru jate ai angoanbadi kendrobur uthi najai
@educationcenter5920
@educationcenter5920 2 жыл бұрын
Fake news kio d a , kiba ata jani buji loi news dibo lagey .
@rirupon9251
@rirupon9251 2 жыл бұрын
Pre primari dibo lage karon pundhor bosor man asam hikhytriye khati khati jurula hoi gol kintu ai hokolok aku ulotike nasale
@simantadeka1601
@simantadeka1601 2 жыл бұрын
Good step
@juritipsassam8926
@juritipsassam8926 2 жыл бұрын
good kaitaman lora swalik loi hajar hajar toka pas kori komitee mastoroni mili poisa khai 2kagi chaul aru 250 gram motoro die baki khini khai.
@bhaskarjyoti961
@bhaskarjyoti961 2 жыл бұрын
Aii tu beya kotha dai bhai
@jyoti1694
@jyoti1694 2 жыл бұрын
Apuni karubak jodi dekhise tenekuwa complain korok but agorakir karone tenekuwa ke kobo nuware aru Kisam je kosto sob kaam korar haitu June kore teuluke he buji pai
@sangitakalita5040
@sangitakalita5040 2 жыл бұрын
@@jyoti1694 nijar gharar konoba Anganwadi t krile gm pb ,kiman kasta ,
@comedyvideoking979
@comedyvideoking979 2 жыл бұрын
Manging comiti nai neki
@sunenboro6781
@sunenboro6781 2 жыл бұрын
Lp school logot attached toka Anganwadi kendra bilakok PRE Primary students khokolok sikha-dan dibor karone upgration kori diyok.
@KalpanaDeka
@KalpanaDeka 2 жыл бұрын
Tenekoie hunisilu.qualificationor certificate u joma loise kormirpora
@kiruddoley4395
@kiruddoley4395 2 жыл бұрын
Bon do ok👍
@nowornever7198
@nowornever7198 2 жыл бұрын
MORE UNEMPLOYMENT,MORE UNEMPLOYMENT IN ASSAM 🤒🤒🤒
@minudas7981
@minudas7981 4 ай бұрын
সুন্দৰ 👌
@sangitasangita2151
@sangitasangita2151 2 жыл бұрын
Bhoriya good news
@nabajitgogoi7458
@nabajitgogoi7458 2 жыл бұрын
Angwanbadi worker hohayika bur eneke hole tu mori jwar bahire oin upai nii
@shohidulislam9696
@shohidulislam9696 2 жыл бұрын
Right decision...HBS sir.. Aitor Dara kono lv nai
@nipanvlog5249
@nipanvlog5249 2 жыл бұрын
কত বন্ধ হব মিছা বাতৰি কিয় কয়
@bidhanpaul4126
@bidhanpaul4126 2 жыл бұрын
Sir uchit siddhanto apnar... Salute sir
@kamalkattel7041
@kamalkattel7041 2 жыл бұрын
Atia thik katha koise jar kame nai.
@niharikadevi2127
@niharikadevi2127 2 жыл бұрын
Newsbor alp valkoi dibo he
@manashjyotibora535
@manashjyotibora535 2 жыл бұрын
Anganwadi workers are the root of child devlopement,health and care.
@manoshpratimthakur9345
@manoshpratimthakur9345 2 жыл бұрын
Haha
@PriyankaDas-wf3ip
@PriyankaDas-wf3ip 2 жыл бұрын
Val ay hobo.tat akoi nohoi.aneo bond ay thake
@PriyankaDas-wf3ip
@PriyankaDas-wf3ip 2 жыл бұрын
6.9
@madhukutum718
@madhukutum718 2 жыл бұрын
Genta news
@dhonirampegu2533
@dhonirampegu2533 2 жыл бұрын
Great work cm sir
@digantadasb6433
@digantadasb6433 2 жыл бұрын
Good news
@joonborbora9754
@joonborbora9754 2 жыл бұрын
mm
@romen55555
@romen55555 2 жыл бұрын
Mama right dicision
@RakibKhan-zu8so
@RakibKhan-zu8so 2 жыл бұрын
এটো এটা ধোনিয়া কথা মই বহুতে ভালপাবো মুর মনটো বরিযাবো
@mixedindia6977
@mixedindia6977 2 жыл бұрын
কত উঠি যোৱাৰ কথা কৈছে ...?😀😀😀
@kamalkattel7041
@kamalkattel7041 2 жыл бұрын
Darmaha saul dali free goi ase.
@aliulislam6661
@aliulislam6661 2 жыл бұрын
Good process
@2no.nakulkalitasubakamalpu71
@2no.nakulkalitasubakamalpu71 2 жыл бұрын
বা Ajanta Baidow uthi jowar katha.kowa Nai Batri kowa Garaki Misa Baki Adds
@pratibhapathak2754
@pratibhapathak2754 2 жыл бұрын
CM sira ana Kam nokora da moi janu
@sahabuddinhuchain9952
@sahabuddinhuchain9952 2 жыл бұрын
Bohutvalhobo.
@babasonowal9493
@babasonowal9493 2 жыл бұрын
Bondho koribo lage
@dipanbiswas3711
@dipanbiswas3711 2 жыл бұрын
Not wihtdraw.. But altoghter pre primary
@abinashmajumdar3795
@abinashmajumdar3795 2 жыл бұрын
Good action Sir
@pranjalbora7000
@pranjalbora7000 2 жыл бұрын
News eta kua agot...valkoi honi louk...eta News di hua nuhua...T.R.P lole hoi gol..apunar kam
@surabhirabha8095
@surabhirabha8095 2 жыл бұрын
Sakori najai, pre primary t porhabo lagibo
@KalpanaDeka
@KalpanaDeka 2 жыл бұрын
Thik kotha manuhbure kothabur valke buji napai
@maniruzzamansk6558
@maniruzzamansk6558 2 жыл бұрын
Very good Step
@allmix7945
@allmix7945 2 жыл бұрын
It's a good idea
@mrdipumalo3743
@mrdipumalo3743 2 жыл бұрын
Right kata,,,,,,
@jeherulislam3913
@jeherulislam3913 2 жыл бұрын
Verey good cm
@jeshminasultana4922
@jeshminasultana4922 2 жыл бұрын
Sob khali bondo hobl... Calu no ki hobo....
@sdany9475
@sdany9475 2 жыл бұрын
Bohut khali- mali korisa workers ,humala bondho korila bhalhoi
@amiobania2496
@amiobania2496 2 жыл бұрын
Bohut vaal kotha sir,, anganbarir bostu bilak ahe lora sualir karone ru xei bostu bilak tewluke ghorot loi jaai ru dukanot diye..
@goutampatgiri3593
@goutampatgiri3593 2 жыл бұрын
Aeibur sakori mama a uliyaisile 🤚thakute, vote r babe ,atiya ki hl. Atiya vote r babe, asoni dibor babe sobore sakori khabi nki. Apuni Diya sakori jdi beleg sorka ahile sakori khay ki hb manuhor. Ase hli assamor cm sir
@baruah917
@baruah917 2 жыл бұрын
namot he ase anganwadi..kamt hle ako nai
@abhijitrabha5715
@abhijitrabha5715 2 жыл бұрын
Amar Assam ot eman val jas ase val ki bya ki bisar koribo pora khyamata aru sinta korar sakti nai ,sarkaror.pora dangar2 ghatana lunthan adi goti ase,dakha napai kintu angwabad 250kaji Saul aru 50kji dailor oporot saku ,hai kapal,angwadi kormi a dormoha napai sarsokol pai olop zalpa ni 6000 aru awh pai 3000. Toka ,tatei eman soku commenting sokol dhikar diso tohotor bisar babikok dhyana ,gotike Najanile commen nidibo,
@swapnalisonowal3267
@swapnalisonowal3267 2 жыл бұрын
Hosa koise 🙏🙏
@villageboy7054
@villageboy7054 2 жыл бұрын
Tenete Teu Lukok Beleg Ata Sakorir Babe Apply Kori Diyok
@ranjitnarzary6786
@ranjitnarzary6786 2 жыл бұрын
Ongonbadi centres has to be closed. Why I am saying this because I am a teacher of an l.p school. Those children who are supposed to go to ongonbadi centres they get enrolled mostly in Ka class in l.p. schools. Most of the ongonbadi centres remain closed through out the year and the funds and materials supplied are seen misused and unaudited. It is happening even in our areas. Let them be the part of preparatory classes which is being handled by us despite shortages of teachers. We need more teachers in l.p. schools where two or three teachers handle 12 classes and 12 subjects where individualised attention is required the most at this level. This is the ground reality of most of the l.p. schools. Pls forward this statement to the Honourable chief minister of my state. Thanks.
@bulletrider5049
@bulletrider5049 2 жыл бұрын
35000 assam police lobo buli koi 4500 dise.....ki je hobo.....axom ot axomia bhat maribo aru 2 dinor pisot....axomia manuh or jibon andhokar hoboloi goi ase
@farmidabegum7216
@farmidabegum7216 2 жыл бұрын
Bor val Koth.hokolu laav korme aaru hohaekar hä hoy.sokura Sache aaasu hoday
@maramikalita7602
@maramikalita7602 4 ай бұрын
Awc uthi gole model centar bilak ki karib
@mintudas2454
@mintudas2454 2 жыл бұрын
Moja 🙏🙏🙏🙏🙏
@paragjyorigogoi7128
@paragjyorigogoi7128 2 жыл бұрын
Ajonata mem r mukhot nuhunilu,,,news r ghatia kijoni mukhot hunilu
@dasranjanofficial6384
@dasranjanofficial6384 2 жыл бұрын
Nice step b j p. Govt
@kakalinath9953
@kakalinath9953 2 жыл бұрын
ভাল কথা
@amaderprotiva6184
@amaderprotiva6184 2 жыл бұрын
Right
@sasankaborah7720
@sasankaborah7720 2 жыл бұрын
Bondho hole .... Moja hbo MaMa........
@rahulassamgamer.1933
@rahulassamgamer.1933 2 жыл бұрын
kio mjah hbo ata krn kok sun
@sasankaborah7720
@sasankaborah7720 2 жыл бұрын
Tumar ghrat अंगनबादी helper ase. Tumi kon kon sishu le oha.. Sawal, Dall, pustikor खाइदो bur khai thoka..... Hoi ne nahoi.....
@rajkrroy2299
@rajkrroy2299 2 жыл бұрын
Great work
@kamalkalita4500
@kamalkalita4500 2 жыл бұрын
Eta news a ghorai pokai boki thakibo ba repeat mari thakibo nalage nohoi.....amar he amoni lage....so eitu system apunaloke change korok tetiya he viewers besi k pabi....val pabo sobe sai.....👍🙏
A little girl was shy at her first ballet lesson #shorts
00:35
Fabiosa Animated
Рет қаралды 9 МЛН
Llegó al techo 😱
00:37
Juan De Dios Pantoja
Рет қаралды 52 МЛН
New model rc bird unboxing and testing
00:10
Ruhul Shorts
Рет қаралды 25 МЛН
Shruti Haasan at #Rongali2022 , #Guwahati : Full Video
17:25
Guwahati Times News
Рет қаралды 494 М.
A little girl was shy at her first ballet lesson #shorts
00:35
Fabiosa Animated
Рет қаралды 9 МЛН