No video

'ৰেন মৌ'ত আইচেংফাৰ স'তে দৰদী কণ্ঠৰ জনপ্ৰিয় শিল্পী মৌচম গগৈ || EP 31 ft. MOUSAM GOGOI

  Рет қаралды 152,336

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Angkan Gogoi
Make-Up - Binita Das
Audio Assist - Biplob Gogoi
all rights reserved © Jaatra

Пікірлер: 763
@aichengfaboruah
@aichengfaboruah 5 ай бұрын
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
@padmalochangogoi1357
@padmalochangogoi1357 5 ай бұрын
বহুত ভাল লাগে আপোনাৰ অনুষ্ঠান চাই
@nituboruah2647
@nituboruah2647 5 ай бұрын
আই ঔ দেহি 😍😍
@musicianslife5317
@musicianslife5317 5 ай бұрын
প্ৰতিটো খণ্ডই চাঁও মৌচম দাৰ সাক্ষাৎকাৰটো দুবাৰ চাইছো একেদিনাই, মৌচম দাৰ ব্যক্তিত্বই মোৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে বহু কেইখন মঞ্চত তেওঁৰ লগত বাদ্যযন্ত্ৰী হিচাপে সংগত কৰাৰ অভিজ্ঞতা বহু মধুৰ, মন ফাগুনী গায় গায় মঞ্চত উঠিয়েই যেতিয়া মৰমেৰে মাত লগাই " ভাইটি আহিলা" ভাবিব নোৱাৰা এক অনুভূতি। আইচেংফা বাইদেউ কথন শৈলী আৰু যিতো বাক চাতুৰ্য্যতা সঁচাই আচৰিত 🙏
@AssameseWatcher
@AssameseWatcher 5 ай бұрын
মৌচমদাক নিজৰ জীৱনৰ অভিজ্ঞতাখিনি আত্মোন্যাস আকাৰেৰে নতুবা চিনেমাৰ ৰূপত প্ৰকাশ কৰিবলৈ কব চোন। যথেষ্ট জনপ্ৰিয় হব।
@user-fc3bt3vu1o
@user-fc3bt3vu1o 5 ай бұрын
সুন্দৰ
@rajmoran8235
@rajmoran8235 5 ай бұрын
মৌচম দাক কোনে কোনে ভাল পোৱা and মৌচম দাৰ আবতৰীয়া গানটো কোনে কোনে শুনিছা লাইক এটা কৰি❤❤❤ যাব ধন্যবাদ ❤❤
@rmusic1752
@rmusic1752 5 ай бұрын
Dhurr..ki xudhe re... xokoluwe bhal pai akou
@bagadhartaid2389
@bagadhartaid2389 5 ай бұрын
আমাৰ মিচিং সমাজক ইমান সন্মান কৰাৰ কাৰণে বহুত ধন্যবাদ থাকিল mosum দা, আপুনি যিমান মিছিং ঐনিতম গাইছে চব super hit love from lakhimpur, ghunasuti, Miri jiory
@MrDipankarGogoi0007
@MrDipankarGogoi0007 5 ай бұрын
🙏🏻💐 সহজ সৰল ককাইদেউ, আপোনালৈ হিয়া ভৰা মৰম স্নেহ জনালোঁ।
@bitupanmech3284
@bitupanmech3284 5 ай бұрын
আই ঐ দেহি । কিমান যে ভাল লাগে । এবাৰ কিন্তু আপোনাৰো ইন্টাৰভিও ও এটা বিছাৰো । কোননোবাই লওঁক । মৌচম দা সদায় প্ৰিয় ।
@dipankargogoi5606
@dipankargogoi5606 5 ай бұрын
মৌচম দাৰ মাক দেউতাক সচাই নিভাজ মানুহ..❤ সচাই শলাগ লব লাগিব..বহুত বহুত মৰম.😢❤
@Sivasagar04
@Sivasagar04 5 ай бұрын
আমাৰ গগৈ কেইজন এনেও সহজ সৰল আৰু সংগীত জগতত এইজন সকলোতকৈ সুকীয়া ব্যক্তি,এওঁৰ গীতৰ লগত বহুতৰে গীতে ফেৰ মাৰিব নোৱাৰে তাতে আকৌ আমাৰ শিৱসাগৰৰ মানুহ✊🏻
@DipakGogoi-uz2ir
@DipakGogoi-uz2ir 3 ай бұрын
হয় ,হয় দেই। আৰু এগৰাকী মানস ৰবীন গগৈ,শিৱসাগৰ।মুঠতে সকলো আহোম মানুহ ,যেনে আইচেংফা বাইদেউ ও।লগতে সকলো মংগোলীয় জনজাতি ভাইসকল।
@jintusaikia7127
@jintusaikia7127 5 ай бұрын
আই ঐ দেহি ,,, এই বাক্যশাৰীৰত বাৰে বাৰে প্ৰেমত পৰো। ইমান ধুনীয়াকৈ কেনেকৈ কব পাৰে বাৰু!❤❤❤
@user-fi5iw8kh5r
@user-fi5iw8kh5r 5 ай бұрын
যাত্রা ৰ অনুষ্ঠানবোৰ সেই বাবেই খুব প্রিয়। মনে ভবা মানুহবোৰ দেখা পাও। হৃদয় চুই যায়।
@user-ny6sp4jw7u
@user-ny6sp4jw7u 5 ай бұрын
মন ফাগুনী আৰু মৌচম দা কেতিয়াও নাপাহৰো।😊❤
@user-lo4be6pr3q
@user-lo4be6pr3q 5 ай бұрын
বহুত বহুত ভাল লাগিছে ৷ মোৰ এই কবিতাটি দাদাৰ কাৰণে উপহাৰ দিলোঁ কবিতাৰ শিৰোনামঃ- “মৃত্যু এতিয়া সহজ” প্ৰৱীণ ৰাজবংশী জাজৰি(মৰিগাঁও) ************************ সৃষ্টিৰ জীৱনৰ বাটত সময় বৰ কম অ’ সেউজীয়া কবিতাৰ পথাৰখন মই বৰ ভাল পাওঁ সঁচাকৈ জীপাল সময়ৰ মাদকতা ভয় লাগে জানা সময় তোক মৃত্যু এতিয়া যে সহজ ৷ সুন্দৰ সেউজীয়া পথাৰত জন্ম লভিলো এই ধুনীয়া পৃথিৱীত সুন্দৰতা উপভোগ কৰিলোঁ আৰু পালোঁ এসাগৰ প্ৰেৰণা পালো সঁচা মানৱতাৰ উৎসাহ তথাপিও ভয় লাগে জানা সময় মৃত্যু এতিয়া যে সহজ ৷ জীৱন বহুত পূণ্যৰ বলত পালোঁ মা-দেউতা মৰম এবাৰ হেৰাই গ'লে নাপাম যে দুনাই তুমি নাহিবাচোন দেই অমানিশা হৈ থাকিবলৈ দিয়া মোৰ সাহস,প্ৰেৰণা হৈ কেতিয়াবা ভয় লাগে জানা সময় মৃত্যু এতিয়া যে সহজ ৷ জানা সময়, তোমাক মই বৰ ভাল পাওঁ নাহিবাচোন মায়াৱী হৈ মোৰ জীৱনলৈ নিভাঁজ অনুভৱ শব্দৰ সপোন ভাগিবলৈ ভয় লাগে জানা সময় মৃত্যু এতিয়া যে সহজ (ৰাজ)৷৷ ==================
@suntobora9806
@suntobora9806 5 ай бұрын
মৌচুম গগৈৰ দেৱৰ দুটা অনুস্থান চাইচো, দুয়োতাতে পুৱা বেলি ওলাই যোৱালৈকে অনুস্থান পৰিবেশ কৰিছে আৰু ৰাইজেও বহুত ভাল পাইছিল বুলি অনুভৱ হয়।
@ghenta443
@ghenta443 3 ай бұрын
Aiooo dehi ..eijni moromu lage☺️❣️😍 Mousum daa all time favourite ❣️
@nonirupachetia9611
@nonirupachetia9611 5 ай бұрын
মৌচম গগৈৰ কথাবোৰ শুনি খুউৱ ভাল লাগিল। আগতেও এবাৰ শুনিছিলো তেওঁৰ কথা, তেওঁ কোৱা মনত আছে এতিয়াও, ভাৰাঘৰৰ দুৱাৰ মুখত পাতি থোৱা শিল এচটাত বৰষুণৰ বতৰত পিচল খাওঁতেই ভৰি পিচল খালে গীতটোৰ প্ৰথম শাৰীটো মনলৈ অহাৰ কথা....কেইবাবছৰ আগতেই শুনা কথাষাৰ আজিও মনত আছে.... তেওঁলৈ নমস্কাৰ 🙏
@kailashchsarma619
@kailashchsarma619 5 ай бұрын
নিভাজ তথা সুন্দৰ মনৰ অধিকাৰী হোৱা বাবেই মৌচম গগৈৰ সৃষ্টি অৰ্থাৎ তেখেতৰ দ্বাৰা ৰচিত ,সুৰাৰোপিত বিহুগীত সমূহটো সেই সুন্দৰতাৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায় । তেখেতৰ প্ৰায়খিনি বক্তব্যতে সৰলতা, অকৃত্ৰিম স্বীকাৰোক্তি আৰু সংস্কৃতি মৌলিকতা ৰক্ষাৰ দায়বদ্ধতা পৰিষ্ফূট হৈছে । গুণমুগ্ধ সকলৰ সৈতে মৌচম গগৈক চিনাকি কৰি দিয়া বাবে আইচেং
@manabjyotigogoi2937
@manabjyotigogoi2937 5 ай бұрын
খ্ৰুপতাং, ভাল লাগিল আইচেংফা বৰুৱা আপোনাৰ অনুষ্ঠানটি চাই।
@Jitugogoi7755
@Jitugogoi7755 5 ай бұрын
@Dhiraj_Ray
@Dhiraj_Ray 5 ай бұрын
ইমান ভাল লাগিল শ্বো টো , বাইদেউৰ মাতটো ইমান শুৱালা আৰু মৌচম দাৰ গান সদায় প্ৰিয় , দুয়োকে বঙাইগাঁওৰ পৰা মৰম যাচিলোঁ ❤❤❤
@lokeswargogoi9800
@lokeswargogoi9800 5 ай бұрын
বাইদেও প্ৰথমে তিনিচুকীয়া গুঁইজানৰ পৰা আপোনালৈ বহুত মৰম❤।আপোনালৈ এটি অনুৰূধ অনুস্থানতটিত যিমান পাৰে সিমান অসমীয়া শব্দ ব্যৱহাৰ কৰিবচোন দেই ।গগৈদেৱে চকোৱা কথাকৈছে ।আজিৰ লৰাই চকোৱা কি নাজানে ।চোতালত চকোৱা থাকিলে কি হব,পদূলিত নঙলা নাই।এনেই ভালেপোৱা থাকিলে কি হব,প্ৰকৃত ভালেপোৱা নাই ।শেষত বহুত ❤❤❤
@KaSiYali
@KaSiYali 5 ай бұрын
সৰুতে কোনোবাই যেতিয়া সুধিছিল প্ৰিয় গায়ক কোন?তেতিয়া সেই অকনমানি বয়সতে মৌচম গগৈ নামটো লৈছিলোঁ।নাজানো কিয় বা ইমান ভালপাইছিলোঁ তেখেতক।আজি তেখেতৰ ব্যক্তিত্বটো দেখি আৰু বেছি শ্ৰদ্ধা বাঢ়িল❤ভালে থাকক তেখেত।
@nanarongi
@nanarongi 5 ай бұрын
যেতিয়া মিছিং গাঁওবোৰত লৃগাংঙত মৌচম দা ৰ গান‌ গায় মনে-প্ৰাণে নাচে, লৃগাঙত মৌচম দা ৰ গানে আনে লৃগাঙৰ বতৰা । মৌচম দা ৰ কণ্ঠই আমাক মন চুই যায়, মৌচম নহ'লে যেন মিছিং গানৰ অনুষ্ঠান আৰু লৃগাঙ আধৰুৱা আধৰুৱা যেন লাগে মোৰ বাবে। ❤️💝 মৌচম নহ'লে যেন মোৰ বুকু নভৰে । মোৰ আবতৰীয়া মনে মৌচমক বিচাৰে। দাদা ৰ গানেৰে দুখ- বেদনা, বেজাৰ মোৰ প্ৰকাশ পায়। ভৰি পিছল খাবৰ সময়তো আপোনাৰ গান। মৌচম দা ক লগ কৰিবলৈ,কথা ক'বলৈ মোৰ বুকু ভৰি আছে। ❤🙏
@chowdihingia01
@chowdihingia01 5 ай бұрын
বহুত ভাল লাগিল বা,মৌচুম ককাইদেউৰ গীতবোৰ সদায়েই প্ৰিয়।আগুৱাই যাওক। 🎉
@prasantkasyap3922
@prasantkasyap3922 5 ай бұрын
Mausam da is One of my favourite singer after Zubin Garg from my school days...His voice has an extra melody...He is totally spritual that's his voice can touches the soul... Thanks for inviting him..🙏
@RomanTamuli-zc6nf
@RomanTamuli-zc6nf 5 ай бұрын
আইচেংফা বা আপোনাৰ ভিডিঅ বিলাক অলপো Skip নকৰাকৈ চাইছো দেই বৰ ভাল লাগে!আই ঐ দেহি ইমান মৰম লাগে!
@lakhyajyotideka4421
@lakhyajyotideka4421 5 ай бұрын
Mousam da babe 👍 comments subscribe
@Kbgohain
@Kbgohain 5 ай бұрын
আই ঐ দেহি তো তোমাৰ মুখত বৰ ধুনীয়া লাগিছে।
@r.hazarika9231
@r.hazarika9231 14 күн бұрын
মৌচুমৰ গীত শুনি বহুত ভাল পাওঁ। তেওঁৰ গীতবোৰে হৃদয় চুই যায় সঁচাকৈয়ে। তেওঁৰ মনৰ অনুভৱ জানি বহুত ভাল লাগিল। এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ গীত আমাক উপহাৰ দি যাওঁক, তেওঁ কুশলে ৰাখক ভগৱন্তই তাৰেই কামনা কৰিলোঁ। আইচেংফা,আইঐ দেহি তোমাকো ইমান মৰম লাগে ❤🥰তোমালৈও অশেষ ধন্যবাদ জনাইছোঁ ❤️❤️❤️
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 4 ай бұрын
বহুত বহুত বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই। তেখেতৰ সংগীতৰ যাত্ৰাটো বৰ ৰোমাঞ্চকৰ, আৰু এটা খণ্ড হ'ব লাগিছিল তেতিয়াহে সম্পূৰ্ণ হ'ল হতেন। ভাল লাগিল,আগলৈয়ো তেখেতৰ সুন্দৰ গীত আশা কৰিলো। সদায় ভালে থাকক। আইচেংফাই সদায় বেছি কথা কয়,আজি কিন্তু শুনিছে😊
@biswajyotiarandhara9402
@biswajyotiarandhara9402 5 ай бұрын
খুব ভাল লাগিল মৌচম দাৰ এই সাক্ষাৎকাৰটো ।তেওঁৰ গীত বিলাক এক সুকীয়া পৰিচয় আছে ভাল লাগে,, সচাই তেওঁ মোৰ বহুত প্রিয় ❤ সদায় ভালে থাকক তেওঁ তাৰে শুভকামনা 🤗
@moumitagogoi5306
@moumitagogoi5306 5 ай бұрын
ভাল লগা শিল্পী জন। আৰু তোমাৰ আই ঐ দেহি ❤❤
@manishadeka6600
@manishadeka6600 5 ай бұрын
অপোনা আপুনি হাঁ‌হি এটি লাগি থাকিল গোটেই episode টো চাই থাকোতে বা🥰🥰।মৌচম গগৈ ডাঙৰীয়া সঁ‌চাই ব্যতিক্ৰমী শিল্পী-"যাত্ৰা"ৰ জড়িয়তে এই কথা গম পালো।মৰমৰ Aichengfa বা,বহুত মৰম❤️❤️❤️❤️
@indrasaikia3594
@indrasaikia3594 5 ай бұрын
মোৰ প্ৰিয় শিল্পী হিচাপে আপোনাৰ প্ৰতিতো গীতেই ভাল লাগে মৌচম দা,বা আপোনাৰ আয় ঐ দেহি বাক্য শাৰীয়ে অনুষ্ঠানটি আৰু ৰসাল কৰি তুলিছে লগতে মৌচম দা আৰু আপোনাৰ যাত্ৰা দিৰ্ঘায়ো কামনা কৰিলোঁ 💓🙏
@sunumohan
@sunumohan 5 ай бұрын
আই অ দেহি,,, আপোনাৰ এই বাক্য শাৰী শুনি ইমান ভাল লাগে বা,, শিৱসাগৰ পৰা বহুত বহুত মৰম যাচিলো দুয়ো গৰাকী লৈ❤🔥
@ArindamsWorld
@ArindamsWorld 5 ай бұрын
ৰামায়ণ, মহাভাৰত, ৰংগোলী, চিত্ৰহাৰ, VCR কেছেটত চিনেমা চোৱা, গাওঁৰ ভিতৰতেই এটা TV থকা, তামোলৰ চকোৱা, মহানন্দ মজিন্দাৰ বৰুৱা-খগেন গগৈ-ৰুবুল বৰাৰ বিহু গীত। ৮০ দশকৰ শেষ ভাগ, ৯০ দশকৰ প্ৰথম ভাগৰ মোৰ লৰালি কাললৈ ঘূৰি যোৱা যেন লাগিল!!
@sushilkonwar7012
@sushilkonwar7012 5 ай бұрын
বিহু গীতৰ কণ্ঠ -- মৌচম তোমাৰ সুৰ ত -- সুন্দৰ অনুভূতি আছে ------------------- মোৰ চইচ হে
@user-ob6ej7bv2q
@user-ob6ej7bv2q 5 ай бұрын
মৌচম দাদা সঁচাই বৰ ভাল ভাল গান আমাক উপহাৰ দিছে তেঁও অনন্য।
@putulgogoi9954
@putulgogoi9954 5 ай бұрын
অ মোৰ মন ফাগুনী জনী নেখেলিবি মোৰে হিয়াক লৈ উফফ 💙
@TutumoniBorgohain
@TutumoniBorgohain 5 ай бұрын
Aaichengfa tumar kothonhoili bor hundor. Aaguwai jua❤❤❤.Mausam ❤❤❤
@bobyborah28
@bobyborah28 5 ай бұрын
মৌচমক ভাল পাওঁ, আৰু বেছিকৈ ভাল লাগে গীতবোৰ।"ৰেনমৌ"ৰ যাত্ৰা অব্যাহত থাকক।
@user-jz3ni2mc7v
@user-jz3ni2mc7v 3 ай бұрын
মৌচম দা জীৱনী শুনি বহুত বহুত ভাল লাগিল সচাকৈয়ে জীৱনটো ঘাত প্ৰতিঘাট মাজতে পাৰ হলেই সফল ব্যক্তি হব পাৰে নিশ্চয়
@chandrarabha1893
@chandrarabha1893 4 ай бұрын
আপোনাৰ অনুষ্ঠানটি চাই বহুত ভাল লাগিল
@bhabentamuly7381
@bhabentamuly7381 3 ай бұрын
মৌচম দা লৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সংগীত জগতত আৰু আগুৱাই যায় আপুনি তাৰেই কামনা কৰিলো।
@khagenmorang5587
@khagenmorang5587 5 ай бұрын
মৌছম দা বহুত সাধাৰণ মানুহৰ দৰে....ভাল লাগিল।
@manojbora8325
@manojbora8325 4 ай бұрын
আয়ৈ দেহি টোৱে সাক্ষাৎকাৰ টোৰ এটা বেলেগ আমেজ দিয়ে, তাৰ লগতে মৌচুম গগৈৰ লগত বাৰ্তালাপ, বহুত ভাল লাগিল
@deepjyotykonwar906
@deepjyotykonwar906 5 ай бұрын
Aamor dhemaji aamor gourav mausum da....❤❤
@minakshineog4997
@minakshineog4997 3 ай бұрын
ইমান ধুনীয়া লাগিলে নহয়... অনুষ্ঠানটো চাই...কি কʼম মানে!মৌচম দাৰ কথাবোৰ শুনি চকু পানী ওলায় গ'লগে একদম...🥺যি কি নহওঁক আগুৱাই গৈ থাকক... ভালে থাকক আপোনালোক...❤️❤️❤️
@biswajitchetia1828
@biswajitchetia1828 5 ай бұрын
মোৰ জীৱনৰ বৰ প্ৰিয় শিপ্লী মৌচম দা। ❤শৈশৱ পাৰ কৰিলো বৰশী বাইছানে কোণালৈ চাইছানে সংগীৰ সৈতে
@chutiakrishnaaxom
@chutiakrishnaaxom 5 ай бұрын
ভাল লগা গায়ক জন, মোৰ সুন্দৰ লাগিল অনুষ্ঠানটো চাই, আৰু বা,আপোনাৰ কথা বিলাক শুনি ইমান ভাল লাগে, দুয়ুলৈকে মৰম যাচিলো।
@gautamgoswami9723
@gautamgoswami9723 5 ай бұрын
আইচেংফা, মৌচম আই ঐ দেহী👌✌️🌹
@sanjoydutta2643
@sanjoydutta2643 5 ай бұрын
Bohut bhal lagil Mousam da apunar jibonor kothabur huni.... Apunak log pai jiman mohan anubhob korisilu tatkoi aji aaru bohut khini kotha janibo parilu apunar mohanotar ... Love from Dhemaji ❤
@jatingogoiofficial
@jatingogoiofficial 5 ай бұрын
মৌচম দা সদায় প্ৰিয় মোৰ লগতে আইচেংফা বা লৈ শুভেচ্ছা থাকিল আৰু আগবাঢ়ি যাওঁক ধেমাজিৰ পৰা মৰম থাকিল ❤❤
@rahulaxom1.068
@rahulaxom1.068 5 ай бұрын
মৌচম দা'ৰ কন্ঠই আমাৰ সমগ্ৰ অসমবাসীৰ বুকুত সদায়ে চিৰযুগমীয়া হৈ থাকিব❤❤ Love frome Gohpur
@rinasaxom1242
@rinasaxom1242 4 ай бұрын
প্ৰথমেই যাত্ৰাৰ ৰেন মৌ টিমলৈ বহুতো মৰম ভালপোৱা আৰু শুভকামনা । বিশেষকৈ আইচেংফাক বৰ ভালপাওঁ । মৌচম গগৈয়ে আজি বহুকেইটা কথাৰে নষ্টালজিক কৰি তুলিলে । তেখেতলৈও মৰম ভালপোৱা দিলোঁ ।
@arindomdhadumia7720
@arindomdhadumia7720 5 ай бұрын
জীৱনত মৌচম দাক এবাৰ লগ পালে মই সুখী
@kalamandirdigitalarchieveu6059
@kalamandirdigitalarchieveu6059 5 ай бұрын
Beautiful anchor beautiful conversation with popular singer Mausam Gogoi 🌼🌿🌼🌿
@rohittaid8638
@rohittaid8638 5 ай бұрын
মৌচাম ডাক এনেও ভাল লাগে ❤ তাৰ শুৰ বহুত মিঠা 😍🥰😘
@bhagyanarayan3321
@bhagyanarayan3321 4 ай бұрын
অনুষ্ঠান ভাগ ২ দিন চাই শেষ কৰিলো খুব সুন্দৰ লাগিল, লগতে দুটামান মূহুৰ্ত্বত মোৰ চকুপানীও নিগৰি গ'ল। খুব সুন্দৰ
@babulnath1081
@babulnath1081 5 ай бұрын
মনটো ভৰি গ'ল মৌচম গগৈ দেৱক আপোনাৰ জৰিয়তে লগ পাই। বহুত প্ৰিয় শিল্পী হাজাৰ জনৰ। সততা তেওঁৰ সুন্দৰ ব্যক্তিত্ব।
@dipankargogoi5606
@dipankargogoi5606 5 ай бұрын
যাত্ৰাৰ ধাৰা সদাই এনেকৈয়ে নিভাঁজ ভাবে অব্যাহত থাকক..❤🙏
@sikhamonigogoi1209
@sikhamonigogoi1209 5 ай бұрын
সচাঁকৈ আপোনাৰ গানবোৰ যে অকল গানেই নহয় জীৱনৰ একো একোটা অংশ হয়। মানে গানবোৰ এনেকুৱাকৈ বুকুত গানবোৰ খুদিত হৈ গ'ল কেতিয়াও আঁতৰি নাযায় বা ওলাই নাযায় মানে ৰৈ যাব। চহা জীৱনৰ মানুহ ভাল লাগে দিয়কচোন আপোনাৰ এই গানবোৰত সকলোবোৰ বিচাৰি পাওঁ সুখ, দুখ, ভালপোৱা ....... 😊❤ গানৰ পৃথিৱীখনত আপোনালোকক পাই আমি সুখী সচাঁকৈ। যেতিয়াৰ পৰা জনা হৈছো আপোনালোকৰ গান শুনি ডাঙৰ হৈছো। অসমীয়া চিনেমাবোৰ যেতিয়া চাওঁ গানবোৰহে শুনিবলৈ ৰৈ থকাৰ দৰে হয়। গানটো কোনে লিখিছে, কোনে গাইছে ইত্যাদি 😊 ধন্যবাদ আপোনালোকক। শিৱসাগৰৰ নিতাইপুখুৰীৰ পৰা মৰম, মৌচম দা ভালে থাকক, ভাল কাম আৰু কৰি যাওঁক ।।
@bbvlogs5906
@bbvlogs5906 5 ай бұрын
Mur favourite manuhjon❤
@LakhipangingOfficial
@LakhipangingOfficial 5 ай бұрын
কিনো কৰি বুজাম তোমাক মনৰে কথা ক'ব লগা বহুতে আছে.. Assamese বুলিয়ে নহয় আমাৰ mising oiniton ও বহুত ভালকে গায়.. Love you mousom da.. Love from Dhemaji 🥰
@basantahandique7164
@basantahandique7164 5 ай бұрын
মৌচম গগৈ সচাঁকৈ এজন অনন্য অতি নম্ৰ আৰু ভদ্ৰ মানুহ এওঁৰ দৰে শিল্পী অসমত একেবাৰেই বিৰল। তেওঁৰ গান বিলাকো অৰ্থপূৰ্ণ ।
@likhonborah3925
@likhonborah3925 5 ай бұрын
Okhomot ajonei ase singer teu mattu kahaniu holoni noholl.ki hundor mat.Love you Mousam Da
@Kasturijeeu
@Kasturijeeu 5 ай бұрын
অন্যতম প্ৰিয় শিল্পী মৌচম দা
@bipulgogoi1537
@bipulgogoi1537 5 ай бұрын
Mur priyo hilpi Mausamda... 🙏..Apunar jibon homporke hundor alukpat...Khub vaal laagil... Aichengfa, perfect host...!
@hemantapegu7519
@hemantapegu7519 5 ай бұрын
মোৰ আটাইতকৈ বেছি ভাল লগা মানুহজন ❤️❤️🥰🥰 আৰু মই সদায় মৌচম দাৰ গান শূনি শুই যাওঁ।
@lovemigrationcontent247
@lovemigrationcontent247 4 ай бұрын
Love from Silapathar Miss u Mousam Dada❤
@goutomdowarah8070
@goutomdowarah8070 5 ай бұрын
আইও দেহি ❤ its word is আৱেগ
@RG-ch7kg
@RG-ch7kg 5 ай бұрын
আই ঐ দেহি❤ মহেন্দ্ৰ হাজৰিকা দেৱক মাতিব প্লিজ।
@manjitsutradhar-sl1dn
@manjitsutradhar-sl1dn 5 ай бұрын
Vl lagil video tu sai mousam dar kothatu xuni pahar pora belir rud ahi sokut pora kothatu xuni sowali jonir morom tu vl lagil 💞
@nilamanidasbabu4098
@nilamanidasbabu4098 5 ай бұрын
❤❤❤❤❤বহুত ভাল লাগিল মৌচম দা।আৰু এই অনুষ্ঠানটোক ধন্যবাদ নজনালে আধৰুৱা হৈ ৰব।
@jibongogoi2818
@jibongogoi2818 5 ай бұрын
মৌচম দাৰ কথা আৰু গান শুনি বহুত ভাল লাগে।তেওঁ এখন গাঁও কথা কৈছে টিফুক গাঁও সেই টিফুক গাঁওৰে মই এজন লৰা।সেই টিফুক গাঁওবাসীয়ে মৌচম গগৈক সোৱৰি থাকে। আকৌ এবাৰ লগ পাৱৰ বাবে।❤
@abinashpritom7381
@abinashpritom7381 5 ай бұрын
Dada apunar 10-15 years purona gan aji.u sobore mukhe mukhe axe. Apuni ajon all time favorite singer asomiya.r
@deepuofficial8566
@deepuofficial8566 5 ай бұрын
He is a real artiste.
@Jitugogoi7755
@Jitugogoi7755 5 ай бұрын
@user-xv6wc8ph3x
@user-xv6wc8ph3x 5 ай бұрын
Mousom da mur babe abeg,morom,otit,bortoman,vobisshot,hopun,apun,,hokolu hoi,,koboloi ba,dekha boloi vakha nai.thank you ,aisengfa,apunaloi jatra anusthan tit mousom dak amar majot uposthapon korar babe.........
@dipumpbora7904
@dipumpbora7904 5 ай бұрын
Zubeen Dar past val loga manuh jon Mousam Gogoi ❤❤❤❤
@mr.gogoiutpal7183
@mr.gogoiutpal7183 5 ай бұрын
Apunar kontho tu bor hundor, val lagil apunar konthont geet tu huni
@Utpal8832
@Utpal8832 5 ай бұрын
এবাৰেই লগ পাইছোঁ। তেওঁৰ সৰলতা আৰু ব্যক্তিত্ব মানিব লাগিব ।লখিমপুৰৰ পৰা ভালপোৱা যাচিলো ।
@KhanawatiNarah-bm3we
@KhanawatiNarah-bm3we 4 ай бұрын
My favourite singer Mousom da ,
@pmudb23
@pmudb23 5 ай бұрын
Moi sivsagar r pora Aaisengfa loi bht bht huvessya jonalu... Moushum mur otike priyo silpi.... Tmr pratitu episode sua aromva krisu...
@multivideosentertainment6535
@multivideosentertainment6535 5 ай бұрын
OMG superb ... sweet voice oinitom
@bd5375
@bd5375 5 ай бұрын
আইচেংফা বা আৰু মৌচম দা ৰ সম্পূর্ণ কথোপকথন চালো, বহুত ভাল লাগিলে।
@user-tr9yw8oh9i
@user-tr9yw8oh9i 4 ай бұрын
Mousum da tumi🔥🔥🔥❤️❤️❤️🙏🙏🙏
@dipanjalgogoi8389
@dipanjalgogoi8389 5 ай бұрын
My favourite singer ❤❤
@pankajbora7670
@pankajbora7670 5 ай бұрын
bahut bahut besi bhal lagil.my feverate singer.love from nagaon
@Hemanta291
@Hemanta291 5 ай бұрын
Magna ❤ album songs ❤ big fm ot 2008 - 9 Hunislu, cd album khon kinio anislu monot pori gl miss my old days 😢
@bipulroy5922
@bipulroy5922 5 ай бұрын
খুব সুন্দৰ👌❤ ( সৰভোগৰ পৰা )
@MandhabPayeng5363-qu2vy
@MandhabPayeng5363-qu2vy 5 ай бұрын
Amazing and maindbolowing song mousam daa
@asthajitadeka4290
@asthajitadeka4290 5 ай бұрын
মৌচুক বৰ ভাল লাগে ,❤
@Jitumani_Saharia88
@Jitumani_Saharia88 4 ай бұрын
Love from Sipajhar, Darrang.. Mousam dar gaan xadai prio❤
@KhagenDoley-wv6ti
@KhagenDoley-wv6ti 5 ай бұрын
My fvr singer mousam da❤❤❤
@chetiahaflong3511
@chetiahaflong3511 4 ай бұрын
mouchom Gogoi you r grate as you r so simple keep it up. 👍👍👍
@BikashDas-ex8xr
@BikashDas-ex8xr 5 ай бұрын
"Dusaku melibore pora" Tetiyar porai apunar geet xuni ahisu aru apunar pratitu geetei mor favourite dada.
@ajitchakraborty3780
@ajitchakraborty3780 5 ай бұрын
Same moiu
@Moran-vv2pb
@Moran-vv2pb 5 ай бұрын
Show tu suwa aagoti like comment kori loisu dadak bohut vlpw ❤ love from Arunachal Pradesh
@user-yc3rj8nr5s
@user-yc3rj8nr5s 5 ай бұрын
My favourite singer mousom. Da Assamese ,n ba mising song krone supar
@purnanathborah2729
@purnanathborah2729 5 ай бұрын
মৌচমৰ গীত ভাল পাওঁ ৷ ল’ৰাটোৰ মনটোও ভাল ৷
@user-zu6lw3ln1f
@user-zu6lw3ln1f 4 ай бұрын
দাদা তোমাৰ গান মোৰ বহুত প্ৰিয়। তোমাৰ গান শুনিলে মনত বৰ কষ্ট পাওঁ । নাজানো কিয় চকু পানীবোৰ নিজে নিজে বৈ আহে বুজাব নোৱাৰিম দাদা তোমাক
@bimanphukon8579
@bimanphukon8579 5 ай бұрын
ভাল লাগিল
@MadhabBorah-wp9sx
@MadhabBorah-wp9sx 5 ай бұрын
লিখিব তো বহুত মন যাই। মৌচম দা, আপোনাৰ মাজত কিবা এটা আছে । হে তো আজি কালি বুলিয়ে নহয়। ❤❤❤❤ love u mousam Da..
@sumsumidas3107
@sumsumidas3107 5 ай бұрын
Bohut besi val pau val l lage .amar dhemaji r gaurav. Love from dhemaji.❤
@gamejyoti6434
@gamejyoti6434 5 ай бұрын
My favourite ❤
Ojaantric || Assamese Podcast ft. MOUSAM GOGOI || Ep.55
1:04:11
Oasis Motion Films
Рет қаралды 188 М.
هذه الحلوى قد تقتلني 😱🍬
00:22
Cool Tool SHORTS Arabic
Рет қаралды 89 МЛН
طردت النملة من المنزل😡 ماذا فعل؟🥲
00:25
Cool Tool SHORTS Arabic
Рет қаралды 32 МЛН
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 38 МЛН
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10
هذه الحلوى قد تقتلني 😱🍬
00:22
Cool Tool SHORTS Arabic
Рет қаралды 89 МЛН