Пікірлер
@panchanandihingia6946
@panchanandihingia6946 4 сағат бұрын
বুকুৰ কোনোবা খিনিত বিন্ধি যোৱা অনুষ্ঠান । আপোনাৰ আশা পূৰ্ণ হওক। দীৰ্ঘায়ু কামনা কৰিলো।
@mrbishnubikashboruah6917
@mrbishnubikashboruah6917 5 сағат бұрын
প্রিয় শিল্পী গৰাকী সদায় প্রিয় হৈ থাকিব ❤❤❤
@jadabgogoi921
@jadabgogoi921 6 сағат бұрын
কি কম, কবলৈ মোৰ ভাষা নাই। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যাত্ৰাৰ পৰিয়ালক।
@tirthadeka2872
@tirthadeka2872 7 сағат бұрын
Bihur cassete Madhoimalotir khit khitoni makur nu maat bihugeet tu monot porene kokaideu.
@bitopansaikia7839
@bitopansaikia7839 8 сағат бұрын
🙏
@surajit1592
@surajit1592 9 сағат бұрын
Same mindset
@morjinarohman7929
@morjinarohman7929 14 сағат бұрын
আজি শব্দ অভাৱ নোহোৱা হৈ পৰিল। ধন্যবাদ বা আপোনাক
@Pollob___Gogoi
@Pollob___Gogoi Күн бұрын
❤❤❤❤
@lililoying7915
@lililoying7915 Күн бұрын
চকুৰ পানীৰ মাজত বিচাৰি পালোঁ আন্ত্ৰৰ আত্মা।শ্ৰদ্ধা ভূপেন দা অন্তিম যাত্ৰাৰ পাছতেই মোৰ মনত পৰিছিল শ্ৰদ্ধা মহেন্দ্ৰ ককাইদেউ কথা।গান কিমান গালে সেই কথা ন হ য়।গান কিয় গালে সেইটোছে আচল গৌৱব ৰ কথা।আইছেং বাইৰ সন্মুখত মহেন্দ্ৰ ককাইদেউ বৰ অসমৰ আপোন জনৰ ওচৰতে ই অকলশৰীয়া বেদনাত উচুপি উঠিল।কাষতে থকা ভনটিও।নিয়ৰ দৰে সৰি পৰা ককাইদেউ ৰ চকুৰ পানী মচিবলৈ ভনটিয়ে দিয়া ৰোমালৰ মৰম বিশ্বাস কৰক ময়ো এজন নীৰৱ দৰ্শক হৈ উচূপি উঠিলোঁ । আইচেং বাইৰ সম্বোধন কৰা ককাইদেউ মাতে মোক আৰু আৱেগিক কৰি তুলিছিল। আইচেং বাই ম ই এজন নৈৰ পৰীয়া জনজাতি ডেকা লৰা।যদি বেয়া নাপায় এবাৰ মহেন্দ্ৰ ককাইদেউ ৰ যোগাযোগ নম্বৰ টো দিয়ে যেন।নহলে মোৰ সবিশেষ ককাদেউাক ক য় যেন। শেষত আশাৰে বাট আছোঁ -----
@onlineprogrammescentrallib9880
@onlineprogrammescentrallib9880 Күн бұрын
Legendary singer khagen da..Asom gourab
@DimpuGogoi-zz2ly
@DimpuGogoi-zz2ly Күн бұрын
Uday daa always my fav❤❤❤
@sujithazarika169
@sujithazarika169 Күн бұрын
Bohut bohut bohut bohut val lagile.. program to sai..ru aguwai jaouk..🙏🙏
@anujhazarika8838
@anujhazarika8838 Күн бұрын
সুন্দৰ অনুষ্ঠান , সুন্দৰ অনুভব ।
@narayan4416
@narayan4416 2 күн бұрын
খুব সুন্দৰ বাৰ্তা, শুনি খুবেই আনন্দিত। আগলৈ আৰু সুন্দৰ যাত্ৰা অতিক্ৰম কৰিব বুলি আশা ৰাখিলোঁ।🪔❤️🙏
@Assmeseflutevideo
@Assmeseflutevideo 2 күн бұрын
😢😢😢😢😢😢
@KripalSutradhar-p5q
@KripalSutradhar-p5q 2 күн бұрын
সঁচাকৈ বৰ ভাল
@JuliBoruah-r9n
@JuliBoruah-r9n 2 күн бұрын
Bohut Val lage Kussum da gan
@assamcreations7904
@assamcreations7904 2 күн бұрын
moran thai dukhor moi jonat kusum dar pora he porisito hoise agote tu prai bhag manuhai sini napai hole
@ananyagogoi4518
@ananyagogoi4518 2 күн бұрын
বৃকোদৰ বৰুৱাৰ বিয়া " লীলা গগৈ দেৱে নিলিখিলে হেঁতেন যদি যদি ..... যদি চিৰ চেনেহী মোৰ ভাষা জননী অভিনয় ঈশ্বৰ প্ৰদ্দত্ব তাৰো আগেয়ে আহে .... Creative writing মানে লীলা গগৈ দেৱ । তাৰো আগেয়ে ভাষা কৰিছে নে ভাষা সেৱা .... ? ভাষা জননীৰ সেৱা যিয়ে কৰা নাই টেটো চেপি নিজে নিজৰ হত্যা
@prasurjyagogoi2775
@prasurjyagogoi2775 2 күн бұрын
Anchoring kora baidew r karone program tu aru bhal loga hoise , selection buru bhal hoise .
@SeutiMedhi
@SeutiMedhi 2 күн бұрын
O netro kaiti তিৰিচ- তিৰিচ
@JishurajGogoi
@JishurajGogoi 2 күн бұрын
প্ৰিয়জনৰ সাক্ষাৎকাৰ চাবলৈ পায় ধন্য হ'লো । ভগৱন্তই সদা-সৰ্বদা সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক, কৃষ্টিৰ পথাৰত আৰু অধিক সৃষ্টিৰ বীজেৰে পথাৰ জীপাল কৰক । "উপজা গাওঁত ওমলা পজাঁ"ত আজিও আপোনাৰ গীত গুঞ্জৰি উঠে । যেতিয়া "বিপন্ন সময়" আহে জনতাৰ মন যেতিয়া বিষন্নতাৰে আৱৰি ধৰে,তেতিয়া আপুনিয়েই জানো মানুহৰ গান নাগায় ?? "শাসন" ৰ বাঘজৰি ধৰা শোষকৰ বিৰুদ্ধে গৰজি উঠা মানুহ জনেই আকৌ প্ৰিয়জনৰ বাবে "বৰঘৰ"বনাই । "দূৰ- দুৰৈৰ পাহাৰ শিখৰ", কি "শাওনৰ পথাৰ" ? "সৰুভণীও দূৰ দূৰলৈ" নাযায়, জুপিতৰা জনী কেৰুমণি থুৰিয়া পিন্ধি ধুনিয়া হৈ পৰে । "বিহুৰ উৰুকা"ত মন উৰুঙা হৈ পৰা ককাইদেউ ও সাহস পায় । "হত্যা লুণ্ঠন আৰু অপহৰণৰ" ওৰ বিচাৰি "আইৰ থাপনাত" বন্তি জ্বলাই, "লক্ষীপথাৰৰ লখিমী" ভণি জনীৰ বাবেও আপুনিয়েই সাহস । "যোৰহাট জোৰণি"ত চিৰসুন্দৰক কোনেবা নমাই !!! ড` ভূপেন হাজৰিকা দেৱৰ পৰবৰ্তী সময়ত নতুন পুৰুষৰ বাবে আপুনিয়ে এজন দিকদৰ্শক । যাৰ চিন্তা-চেতনা জাতীয়তাবাদ, স্ব-দেশ প্ৰেম আৰু জাতীয় সংস্কৃতিৰে উদ্বুদ্ধ । প্ৰজন্মই আপোনাৰ পৰা বহু শিকিবলৈ আছে । অৱশেষত আইচেংফা বাইদেউ লৈ অশেষ ধন্যবাদ । আপোনাৰ যাত্ৰাত, সহযাত্ৰী হোৱাৰ সুযোগ দিলে ।
@rupjyotidas2126
@rupjyotidas2126 2 күн бұрын
1.5 hours episode Tu 6,7 bar sokupani ulal....mukhere eti e humunia karhisu Ufff.......🙏🙏 kobole bhakha nai❤ #ধন্যবাদযাত্রা #ধন্যবাদআইচেংফাৰ #ধন্যবাদশ্রীযুতমহেন্দ্রহাজৰিকা দেৱ
@minatimedhi1739
@minatimedhi1739 2 күн бұрын
আইচেঙফা মই তোমাৰ যাত্ৰা অনুষ্ঠানটো চাবলৈ অধীনৰ আগ্ৰহেৰে বাট চাই থাকো। তুমি যথেষ্ট কষ্ট কৰি অনুষ্ঠান বিলাক পৰিবেশন কৰিবলৈ চেষ্টা কৰা তাৰ বাবে তোমাক বহুত শুভ কামনা জনালো লগতে তুমি মোৰ মনৰ খু দুৱনি এটা দূৰ কৰিবলৈ সহায় কৰিবা বুলি আশা কৰিলো। কথা টো হ'ল আজিকালি বহুতেই কীৰ্তনৰ প্ৰথম ঘোষাটো বৰগীত হিচাপে গায়। মোৰ ভাৱ হয় বৰগীতৰ এখন সুকীয়া কিতাপ আছে। মই ও তোমাৰ মাৰ নিচিনা এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা। সেইটো ভাবিয়েই তোমাৰ পৰা এটা সদুত্তৰ পাম বুলি আশাৰে বাট চাই ৰলো
@BinuSaikia-tk6hm
@BinuSaikia-tk6hm 2 күн бұрын
Moi Hyderabad or pora Sai asu Mur vl loga 1jon manuh vl lagil apunar kotha bur huni logote bahut hahilu vale thakok khogen da❤❤❤
@user-mw9yu5kz3n
@user-mw9yu5kz3n 2 күн бұрын
কৃষ্ণ
@PankajKalita-r5j
@PankajKalita-r5j 3 күн бұрын
Great
@Gayatrientertainment-cb5en
@Gayatrientertainment-cb5en 3 күн бұрын
Bohut bohut mrm apunalukoloi ❤❤ aguwai jaok ❤
@harekrishnabhuyan7009
@harekrishnabhuyan7009 3 күн бұрын
মোৰ প্ৰিয় শিল্পী জন।❤
@kelarock
@kelarock 3 күн бұрын
nice...n mature and thought provoking
@birajgohain300
@birajgohain300 3 күн бұрын
Make up olp kom k lbo😂
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 3 күн бұрын
নহ'ব দেই , মই ল'মেই ! 🫢😏
@mitrov12345
@mitrov12345 3 күн бұрын
Bishrut Saikia is a therapist❤️
@user-go2en7tt9r
@user-go2en7tt9r 3 күн бұрын
Excellent 👍 dada❤
@AkashNayak-rw6dj
@AkashNayak-rw6dj 3 күн бұрын
Zubeen da apuni 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@user-jx9uu7lx4u
@user-jx9uu7lx4u 3 күн бұрын
❤❤
@hiyamonigoswami3175
@hiyamonigoswami3175 3 күн бұрын
যাত্ৰা সদায়ে প্ৰিয়। তপন দাস চাৰৰ পডকাস্ত এটা লবলৈ অনুৰোধ থাকিল। আপোনাৰ কথনশৈলী আৰু আঁত ধৰোতা হিছাপে আপুনি ব্যতিক্ৰম। আপোনাৰ অনুষ্ঠানৰ জৰিয়তে তপন দাসৰ জীৱনৰ বিষয়ে আৰু অধিক জানিব পাৰিম লগতে অসমীয়া চলচিত্ৰ জগতক তেখেতৰ দৃষ্টিভংগীৰে বহুত কথা জানিব পাৰিব সকলোৱে।