No video

'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ নিবন্ধকাৰ/গীতিকাৰ ৰাহুল গৌতম শৰ্মা | EP 25 ft. RAHUL GAUTAM

  Рет қаралды 105,366

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Jintu Kumar
Make-Up - Binita Das
Audio Assist - Biplob Gogoi

Пікірлер: 353
@aichengfaboruah
@aichengfaboruah 6 ай бұрын
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
@lakshyadhardas9151
@lakshyadhardas9151 6 ай бұрын
যাত্ৰা'ৰ 'ৰেন মৌ'ৰ খন্ডবোৰ চাও বহুত ভাল লাগে লগতে বহু প্ৰেৰণা আৰু নজনা কথা শিকিব পাৰি । আপোনালোকলৈ বহুত বহুত শুভকামনা যাত্ৰা'ৰ 'ৰেন মৌ' সদায় এনেদৰে আগবাঢ়ি যাওক । আহি থকা খন্ডবোৰত ত্ৰিদিৱ ভাগৱতী , লুৰিণ দা, প্ৰনব কু বৰ্মন , অনুৰাগ শইকীয়া আদিক চাব বিছাৰো🎉🎉❤❤❤
@hirakkalita4141
@hirakkalita4141 6 ай бұрын
ভূলকে ভূল কৰিব নালাগে নতুন ভূল কৰিব লাগে ❣️❣️ ভাল লাগিছে কথাখাৰি।।
@ashimborah4907
@ashimborah4907 6 ай бұрын
ৰাহুল গৌতম শৰ্মাৰ কথাবোৰ শুনি ভাল লাগে।
@nakibahmed7220
@nakibahmed7220 5 ай бұрын
Moi ajon tourist texi Driver mur eman giyan ni kintu aji moi apunalukor interview tu sai anekuwa lagil je moi kio poha khuna nokorilu, Rahul Gautam Sarma pora aru bohut khikibo parim buli akha thakil . jodi teuk log pau. Aru bohut kotha janibo sestha korim Dhanybad. Jodi kiba bhul koisu khoma koribo. Ako abar Dhanybad
@budheswarsaikia3103
@budheswarsaikia3103 5 ай бұрын
Exceptional discussion both, either Ichengpha or Rahul.
@tofikahmed3572
@tofikahmed3572 2 ай бұрын
শিক্ষা, চিন্তা ,সৃষ্টি সুন্দৰ নিদৰ্শন। ভৱিষ্যতৰ সম্পদ।
@himashree-b76s
@himashree-b76s 5 ай бұрын
অসমৰ এক "সাংঘাতিক প্ৰতিভাৱান" ব্যক্তি হিচাপে ৰাহুল গৌতম শৰ্মালৈ বহুত বহুত শুভকামনা থাকিল।
@pujaborah1417
@pujaborah1417 3 ай бұрын
ইমান বেছি অধ্যয়ন কেনেকৈ কৰিব পাৰে... মইও ১৫ চনতে মেট্ৰিক পাছ কৰা কিন্তু বহু বাকী এতিয়াও পঢ়িবলৈ... ইমান সহজ অথচ ক্ষিপ্ৰ আৰু স্পষ্টবাদিতাৰে কথাবোৰ কৈছে বৰ ভাল লগা...এটা বেপোৰোৱা বহেমিয়া মন @ৰাহুলগৌতমশৰ্মা ,,, কথাবোৰ খুব বেছি ভাল লাগিল ,,, thank you Aichengfa baa
@udipta72
@udipta72 5 ай бұрын
শাক ভাত খোৱা video 📷 বোৰত যে ইমান views subscriber কিন্তু ইমান ধুনীয়া এটা কথোপকথন এটা views কিয় নাই, মানুহৰ ৰুচি কোন দিশে গৈছে গম পাই চিন্তনীয় বিষয় হৈছে। বিৰাট তত্ব গধূৰ বিষয়ৰ ক্ষুদ্ৰ আলোচলা শুনি বিৰাট ভাল লাগিল। ৰাতি ২-৩০ বজাত শুনি আছোঁ।
@Xopuntora
@Xopuntora 6 ай бұрын
ভাল লাগে ৰাহুল গৌতম শৰ্মাক তেওঁৰ প্ৰচুৰ অধ্যয়নশীলতা আৰু স্পষ্টবাদীতাৰ বাবে।।
@pankajdowari4285
@pankajdowari4285 5 ай бұрын
হয়টো মোৰ কথাকিতা জোখতকৈ বেছি হব কিন্তু হলেও মই কৈ দিও - হোমেন বৰগোহাঞিৰ পিছত এজন অসমীয়া দেখিছোঁ যি কথাৰ মাজত বহুত উদ্ধৃতি দিব পাৰে বা জানে। খুব ভাল লাগিল। তুলনা কৰিব নিবিচাৰোঁ। কিন্তু হঠাতে ছাৰৰ কথাবোৰ মনত পৰিল এই ভিডিও টো চাই।
@dhristismitadas9083
@dhristismitadas9083 4 ай бұрын
ময়ো ৰাহুলদাৰ কথাবোৰৰ মাজত কোনোবাখিনিত ছাৰক বিচাৰি পোৱা যেন পাওঁ ।
@chandanadeka8599
@chandanadeka8599 6 ай бұрын
অসম জাতীয় বিদ্যালয়ত পঢ়ি থকা সময়ত ৰাহুলক সদায় লগ পাইছিলো স্কুলৰ গেটত। কথা বতৰাতে গম পাইছিলো ল'ৰাজন বহুত অধ্যয়ণশীল বুলি। বহুদুৰ আগবাঢ়ি যোৱা ৰাহুল শুভকামনা জনালোঁ🎉 ৰোহন মোৰ ল'ৰাৰ লগৰ, অংকুৰৰ পৰা দ্বাদশলৈকে ক্লাছত একে চেকচনতে আছিল।
@Rontudas05
@Rontudas05 6 ай бұрын
ৰাহুল দাৰ কথাবোৰ জুবিন দাৰ কথাৰ লগত প্ৰায় মিলে। কথা কোৱাৰ দৃষ্টিভংগী, শৈলী প্ৰায় বোৰ একেই ❤
@meenagogoiborgohain4170
@meenagogoiborgohain4170 6 ай бұрын
ৰেণ-মৌৰ এই অনুষ্ঠান টি খুউব ভাল লাগিল। ইমান সৰু ল'ৰা এটা বিশেষ প্ৰতিভাৰ অধিকাৰী --- সঁচাই গৌৰৱ অনুভৱ কৰিছো । আইচেংফাকো ধন্যবাদ জনালো ৰাহুলৰ বিষয়ে ভালদৰে জনাৰ সুবিধা দিয়াৰ বাবে। 'যাত্ৰা ' লৈ পুনৰ শুভকামনা জনালো।
@mjchetia386
@mjchetia386 5 ай бұрын
ঘৰৰ আৰু নিজৰ দায়িত্ব বাবে দিন ৰাতি ১৮ ঘণ্টা কাম সামৰি উভতি গৈ গৈ বৰ মনোযোগেৰে চালোঁ আপ্লুত হলো বহু শিকিলোঁ বহুত ভাল লাগিল। ৰাহুল গৌতম শৰ্মা ককাইলৈ বহুত বহুত মৰম আৰু শুভ কামনা জনালোঁ। নতুন প্ৰজন্মৰ আদৰ্শ আৰু অনুপ্ৰেৰণা হওঁক। ভাল চাওঁ ভাল শুনো কান্দিলো অনুভৱ কৰিলোঁ নতুনত্বৰ সন্ধান পালোঁ।
@nekiburjaman2244
@nekiburjaman2244 4 ай бұрын
অধ্যয়নশীলতা আৰু স্পষ্টাবাদী ব্যক্তিত্ব।
@sanjibbaruah8411
@sanjibbaruah8411 5 ай бұрын
ৰাহুল ৰ ব্যক্তিত্ব অলপ সুকীয়া। ভাল লাগিল video tu।
@user-og2kg3iz8d
@user-og2kg3iz8d 3 ай бұрын
Amazing vedio ❤
@bidyutbordoloi9535
@bidyutbordoloi9535 5 ай бұрын
'তাই'.. গীতটো লাগে সোনকালে।।।🥰🥰🥰
@axomiyatumanjit
@axomiyatumanjit 6 ай бұрын
কোনো এটা video সম্পূৰ্ণকৈ চোৱা নাছিলো আগতে, আজি প্ৰথম সম্পূৰ্ণকৈ চালোঁ। ভাল লাগিল।
@imranhussain8512
@imranhussain8512 4 ай бұрын
ৰাহুল দাদাৰ চিন্তা চৰ্চা, কথা, ব্যক্তিত্ব, স্পষ্টবাদি যুক্তি, ৰাজনৈতিক সচেতনতা, ইত্যাদি খুব ধুনীয়া। আগুৱাই যাওঁক দাদা Good job
@khanjan_Kashyap
@khanjan_Kashyap 6 ай бұрын
Tridib Bahagabati dada and Rahul Dada both are my ideal ❤
@anjubezbaruah9999
@anjubezbaruah9999 5 ай бұрын
এনেকুৱা অনুষ্ঠান বেয়া পোৱাজন হয় দেৱতা নহয় চয়তান । ৰাহুল আমাৰ আশা আমাৰ ভৰষা ।বহুত বহুত ভাললাগিল ।প্ৰতিটো অনুষ্ঠান ভোগ নহয় ,উপভোগ কৰিছোঁ ।এনেদৰেই ৰেংমৌ আগবাঢ়ক ।
@Maini395
@Maini395 6 ай бұрын
বা, আপুনি বিশেষ বাবেই আপোনাৰ আমন্ত্ৰিত শিল্পী সকলোও বিশেষ আচলতে। খুবেই ভাল লাগে অনুষ্ঠানটি ♥️ অতি সোনকালে ত্ৰিদীপ ভাগৱতী দাক আমন্ত্ৰণ কৰে যেন
@roywilliams3737
@roywilliams3737 4 ай бұрын
This young man is a gem of Assam. The lady herself is so sweet & loving taking the interview. Could not skip a second. Kudos.
@Khang-Khach-AS-06
@Khang-Khach-AS-06 6 ай бұрын
Rahul is one of the best lyricist of Assam at present time.
@nanditapurabi2151
@nanditapurabi2151 6 ай бұрын
nice bar bhal lagil
@user-nj8kq2dk6p
@user-nj8kq2dk6p 5 ай бұрын
Luti Khai pore khali staget
@Khang-Khach-AS-06
@Khang-Khach-AS-06 5 ай бұрын
@@user-nj8kq2dk6p stage plan nohole hokolue luti khbo.
@user-nj8kq2dk6p
@user-nj8kq2dk6p 5 ай бұрын
@@Khang-Khach-AS-06 😀😀😀😀😀 aaru maltu besi khaleo pore
@Khang-Khach-AS-06
@Khang-Khach-AS-06 5 ай бұрын
@@user-nj8kq2dk6p mal Kune nakhi?mal khai hundor gan ba kitap sristi koratuhe ami sabo lage.
@Sabi-ta
@Sabi-ta 3 ай бұрын
বা আপুনি ধুনীয়া গান গোৱা দেই। ভাল লগা মানুহ এজন ৰাহুল গৌতম শৰ্মা।❤
@Sabi-ta
@Sabi-ta 3 ай бұрын
জুবিন দাৰ লগত কিবা এটা মিল আছে ৰাহুল দা ৰ l
@pradeepsagarsmusical1934
@pradeepsagarsmusical1934 5 ай бұрын
Inspired a lot Rahul 👍👍👍
@anjudevi6112
@anjudevi6112 4 ай бұрын
তোমাৰ সৃষ্টিশীল মনৰ অনুভৱখিনি বৰ ভাল লাগিল ,ভৱিষ্যত জীৱন সুন্দৰ হওক ,লগতে ঈশ্বৰে মঙ্গল কৰক তোমাক ৰাহুল ❤️❤️
@sangmaryan5127
@sangmaryan5127 3 ай бұрын
He is such an amazing person.... His personality is wonderfully amazing....
@lakhyajeetphukan2379
@lakhyajeetphukan2379 6 ай бұрын
খুৱ ভাল লাগিল অনুষ্ঠানতো । বহুত নজনা কথা জানিব পাৰিলো । এনে ধৰনৰ অনুষ্ঠানে নতুন প্ৰজন্মক উৎসাহিত কৰিব শিক্ষাৰ প্ৰতি । এক আচৰিত জ্ঞানৰ ভাণ্ডাৰ "ৰাহুল গৌতম শৰ্মা" ।
@purobeegogoi1343
@purobeegogoi1343 5 ай бұрын
Thank you Aichengfa Rahul r logot chinaki korai diyar babe. Rahul Aoxomor ata bhuta tora. Bhohut bhal lagil aaji r jaatra r onusthan Tu. Aako abar hokoluke xubheissa aaru dhanyavaad jonalu.
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 6 ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটো,এটি ব্যতিক্ৰমী মনৰ অনুভৱ বোৰ জানি খুব ভাল লাগিল।পপীয়া তৰা গীতটো শুনি থাকো কিন্তু গীতিকাৰ জনক ভালদৰে জনাৰ সৌভাগ্য আজিহে হ'ল। ধন্যবাদ সকলোলৈকে এই প্ৰতিভাশালী লোক সকলক চিনাকী কৰি দিয়াৰ বাবে।🙏🙏✨✨❤️❤️❤️
@De_layer
@De_layer 6 ай бұрын
"মহাপুৰুষৰ শীল নিজৰ সংস্কাৰত সপোন কৰে ।" ধন্যবাদ দুয়োলৈ.. আইছেংফা বা আৰু ৰাহুললৈ। বহুল চিন্তা ধাৰা আৰু ইমান প্ৰতিভাশিল ৰাহুলক আগন্তুক জীৱনৰ বাবে শুভেচ্ছা যাছিলোঁ। ৰাহুলক ভৱিষ্যতে ব্যক্তিগত ভাৱে লগ পাম বুলি আশা ৰাখিলোঁ😊।
@rupanjalibordoloi4986
@rupanjalibordoloi4986 3 ай бұрын
বহুত ভাল।লাগিল আইচেংফা।তোমাৰ সুন্দৰ মাতকথা লগতে ৰাহুল।ইমান জ্ঞানী লৰাটো সদায় যেন ভালেৰে আগবাঢ়ি যায়।আইচেংফা তোমাৰ অনুস্থান সদায়েই চাও।❤❤❤❤
@assamashish771
@assamashish771 6 ай бұрын
নৱ প্ৰজন্মৰ মাজত কিতাপ📝 পঢ়াৰ আগ্ৰহ প্ৰাই নাই বুলি এ কব পাৰি😢। অপাচি হকত এটা জালুক । ৰাহুল দা এ কিতাপৰ প্ৰতি উৎসা বঢ়াই তোলে । আশা কৰোঁ তেওঁৰ কলম কেতিয়াও যেন থমকি নৰই❤ । আপোনাৰ অনুৰাগী আশীষ মজুমদাৰ North Lakhimpur
@moushumisoni2225
@moushumisoni2225 6 ай бұрын
ইমান যে অধ্যয়নশীল আৰু চিন্তাশীল ল'ৰাটো ! খুউব ভাল পাওঁ ৰাহুলক । জ্ঞানৰ ভাণ্ডাৰ! ❤❤
@porishmitakoushik1237
@porishmitakoushik1237 3 ай бұрын
I can listen to him all day! Beautiful conversation💚💚💚
@chandandehingia5146
@chandandehingia5146 2 ай бұрын
আইচেংফা, পাৰিলে লাভলীনা বৰগোহাঁ‌ই কো তোমাৰ Podcast লৈ আনিবাচোন।
@creativesoulP
@creativesoulP 3 ай бұрын
Ajiloike jiman keita axamiya podcast salu যাত্ৰা hokolutkoi priyo aru byatikromi , Aisengfa bortoman priyo aatdoruta ba podcaster , Rahul r kothakhini khubei bhal lagise , teur ujjol bhobiswot kamona korilu
@gayatrymaladevikhound8801
@gayatrymaladevikhound8801 6 ай бұрын
তন্ময় হৈ শুনিলোঁ দুয়োৰে কথা বতৰা। ৰাহুল গৌতমৰ সাক্ষাৎকাৰটো চাই অনুভৱ কৰিলোঁ, তেওঁ পূৰঠ হ'ল। এতিয়া তেওঁ অসমক প্ৰতিনিধিত্ব কৰক আৰু নৱ প্ৰজন্মৰ আদৰ্শ হওক, সাংস্কৃতিক ক্ষেত্ৰখনত।
@manishadeka6600
@manishadeka6600 6 ай бұрын
বাহ!এটা ব্যতিক্ৰমী episode চালো Aichengfa বা।Rahul Gautam Sarmah সাংঘাতিক যুক্তিবাদী।ভাল লাগিল।ৰাহুল গৌতমৰ গান সদায়েই প্ৰিয়❤️❤️❤️❤️
@user-pu3po2yy9m
@user-pu3po2yy9m 6 ай бұрын
আজিলৈকে চোৱা খণ্ডবোৰৰ ভিতৰত আটাইতকৈ ভাল লাগিল আজিৰ খণ্ডটো। বাকী, ৰাহুল গৌতম শৰ্মাক আজিলৈকে আবিষ্কাৰ নোহোৱা কিবা বিচাৰধাৰাত বিশ্বাসীৰ দৰে লাগে। যিটো জানিবৰ কাৰণে আমিও উৎসাহী, এদিন নিশ্চয়কৈ জানিম। বহুত বহুত শুভকামনা তেওঁৰ প্ৰতি।।
@morommoromlagise936
@morommoromlagise936 3 ай бұрын
সাংঘাতিক ব্যক্তিত্ব। একান্ত ব্যক্তিগত কথাবোৰ যদি একাষৰীয়াকৈ থোৱা হয়, তেওঁ জাতিৰ বাবে এক আপুৰুগীয়া সম্পদ ❤
@nayanjyotidas-lo1qi
@nayanjyotidas-lo1qi 5 ай бұрын
আপোনাৰ যাত্ৰাৰ সহযাত্ৰী হবলৈ পাই বহুত ভাল লাগিছে।সচাঁই কব গলে অলপ অলপকৈ জ্ঞান পাবলৈ সক্ষম হৈ আছো।ৰাহুল এজন জ্ঞানৰ ভাণ্ডাৰ।
@sikhamonidutta2922
@sikhamonidutta2922 2 ай бұрын
আইচেংফা,তুমিও সমৃদ্ধ।ৰাহুলৰটো কথাই বেলেগ।তেওঁ ভালে থাকি ভালপোৱা কামবোৰ কৰি থাকক।
@user-ym1py1kx6g
@user-ym1py1kx6g 6 ай бұрын
ইমান ধুনীয়া ইমান মিঠা ইমান সৰল ভাষাৰে অনুষ্ঠানটো বা আপুনি চলাই আছে চাই বহুত বেছি ভাল লাগে । Jaatra সদায় আগলৈ আগুৱাই যাওক তাৰে কামনা কৰিছোঁ । মৰমৰ আইচেংফাৰ বা লৈ বহুত বেছি শুভেচ্ছা থাকিল আগলৈ এনেদৰে অনুষ্ঠানটো ভালদৰে আগুৱাই লৈ যায় যেন । লগতে আজি অতিথি ৰাহুল গৌতম শৰ্মা দাদা কথা বতৰা আৰু তেওঁ কথা বতৰাই দিয়া আমলৈ message বোৰ বহুত বেছি ভাল লাগিল। যাত্ৰা জুই🔥🔥♥️
@SriSrimunidewri
@SriSrimunidewri 2 ай бұрын
Bahut val lagil God bless you
@queenradharanikrishna1
@queenradharanikrishna1 3 ай бұрын
How honest he is great 👍
@silpiranibhagawati5558
@silpiranibhagawati5558 3 ай бұрын
Priceless❤️
@priyankatalukdar5012
@priyankatalukdar5012 5 ай бұрын
গান শুনি প্ৰেমত পৰি গʼলো......☺️
@madhurjyasarma623
@madhurjyasarma623 6 ай бұрын
Matured Rahul Gautam sarma ....Bhal lagil bhaity kotha bur huni...aguwai jowa
@mikumonisarmah7293
@mikumonisarmah7293 6 ай бұрын
নিজৰ ল'ৰাৰ দৰে ৰাহুল। বহুত মৰম দেই ।ভগৱানে সদায় ভালে ৰাখক।
@Rakhi_debo_vlogs
@Rakhi_debo_vlogs 5 ай бұрын
Such a intelligent man 😊 baa apunak dhanyabad diso aijon manuh r bikhoye janib xujug diya babe🎉
@gitymonigogoi8397
@gitymonigogoi8397 6 ай бұрын
ৰাহুল অসমৰ সম্পদ। নৱ প্ৰজন্মৰ আদৰ্শ...
@bananidevi8697
@bananidevi8697 2 ай бұрын
বহুত সোনকালে শেষ হোৱা যেন লাগিল ৷ আকৌ দিঘলীয়া হ’লে ভাল লাগিলে হ’য় ৷ হেপাহ নপলালে কথা বোৰ শুনি ৷😊 খুৱ ভাল লাগিল
@user-xz4md2rw6g
@user-xz4md2rw6g 6 ай бұрын
Rahul, Rahul eai aditiyo. Love u Rahul.4m Tsk Mrg.
@champokkeleng6491
@champokkeleng6491 18 күн бұрын
মই এই খণ্ডটো তৃতীয়বাৰ চালোঁ। ৰাহুলৰ কথাবোৰত কিছু সামঞ্জস্য আছে। মন গ'লে চাও
@geetimalikagogoi967
@geetimalikagogoi967 6 ай бұрын
Aaicheng ,,,its a good job . Presentation is highly appreciable 🎉 He has a very bright future .. Best wishes to cute Rahul G. Sharmah 😊
@navajyotimahanta6943
@navajyotimahanta6943 6 ай бұрын
আমাৰ অসমীয়া ভাষাটো অসমীয়াৰ আগত চিনাকি কৰাই দিয়াৰ বাবে ৰাহুললৈ ধন্যবাদ🙏
@cryptoeclectic2606
@cryptoeclectic2606 6 ай бұрын
Rahul, you are indubitably a gem of Assam. More power and good health brother ❤
@animeshdeb2926
@animeshdeb2926 5 ай бұрын
I watch this podcast only for the anchor and her command over the language... Guest comes second
@jurideka699
@jurideka699 4 ай бұрын
Tomar progamebor chai bahut val lage shuni thako shuni thaku lagede iman dhuniake kathabor sudha thanking you
@rajeshnath6368
@rajeshnath6368 6 ай бұрын
কিমান তত্ত্ব গধূৰ কথা❤🎉
@Here_Comes_the_sun8855
@Here_Comes_the_sun8855 5 ай бұрын
He himself is an intellectual Has an aura
@himangshudeka1738
@himangshudeka1738 5 ай бұрын
তুমি কোন হে, চিকুণ চুৰ... আজি নিবা নে? সর্বহ মোৰ। তোমাক নেদেখি, দেখিছো। নিচিনি চিনিছো, চৰণৰ ধ্বনিৰে। আৰে আৰে মোৰ। ঘুমতি ভাঙিছে বাৰে বাৰে......... মাজনিশা মোৰ এন্ধাৰ ঘৰত কোনো ঘনে ঘনে অহা যোৱা কৰে, ঘুমতি ভাঙিছে বাৰে বাৰ❤❤❤❤❤❤❤
@Dennis-mh9jr
@Dennis-mh9jr 4 ай бұрын
ৰেণ-মৌ অনুষ্ঠান চাই সদায়েই ভাল লাগে , ৰাহুলৰ এজন প্ৰচুৰ সম্ভৱনা থকা ল'ৰা , ইমান অধ্যয়ণশীল , বাক-চাতুৰ্য , বিশ্লেষণাত্মক চিন্তাধাৰা ৰ ল'ৰা নতুন প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হ‌ওঁক । বৰ মনোযোগ দি , কথাখিনি দুই/তিনিবাৰকৈ শুনিছোঁ খুব ভাল লাগিছে । এইখিনিতে আৰু এটা কথা , ৰাহুল মোৰ বান্ধৱীৰ পুত্ৰ তথা মোৰ দাদা (গৌতমদা) ৰ পুত্ৰ । যদিও ম‌ই তাক আজিলৈকে লগ পোৱা নাই ।
@rajudhemaji7995
@rajudhemaji7995 6 ай бұрын
খুব সুন্দৰ বাইদেউ বহুত ভাল লাগিল। আই অ দেহী আপোনাৰ কথাখিনি ইমান ভাল লাগে।
@nayanjyotirajkhowa4015
@nayanjyotirajkhowa4015 5 ай бұрын
উত্তৰবোৰ বহুত উপৰৰ চিন্তাৰ ভাল লাগিল চাই podcast টো❤
@rituparnachetia6808
@rituparnachetia6808 6 ай бұрын
ৰাহুল দৰে ব্যক্তি খুব প্ৰয়োজন, আচৰিত দৃষ্টি ভঙ্গী 🙏 d
@krishnahazarika6391
@krishnahazarika6391 6 ай бұрын
My favourite..💖 Tewk horu pora saixu tv show..news channel Burt 👍.. Rahul r kotha bur moi explore koru
@nilakshnibir6679
@nilakshnibir6679 5 ай бұрын
First time saisu jatra aru Rahul goutom r episode karone jothesto val pao teou kothabr 😊
@himadriburagohain7666
@himadriburagohain7666 3 ай бұрын
Loved it❤
@Bulbulkonch06
@Bulbulkonch06 5 ай бұрын
যুৱপ্ৰজন্মৰ জ্ঞানৰ ভাণ্ডাৰ বুলি কলেওঁ ভুল নহব ❤
@axomiyashort
@axomiyashort 6 ай бұрын
বহুত দিনৰ মূৰত দেখা পায় ভাল লাগিল ৰাহুল দা
@anurag_Kashyap_borah
@anurag_Kashyap_borah 6 ай бұрын
Taiii song is stunning gautam da❤
@reduced_cyclotron1285
@reduced_cyclotron1285 6 ай бұрын
Finally watched the episode I was waiting for 😍
@hirumonikonwar1470
@hirumonikonwar1470 5 ай бұрын
Baa apunar Vorir Payal paatje........uuffff❤
@bastobkalita6328
@bastobkalita6328 Ай бұрын
ৰাহুল দা অসমৰ এক অনন্য সম্পদ। ভালে থাকক। কি নাই তেওঁৰ মাজত
@kamalsarma268
@kamalsarma268 5 ай бұрын
One of the best assamese compositions ever 🎉
@aparnabhuyanborah9177
@aparnabhuyanborah9177 2 ай бұрын
অনুষ্ঠানটো চাই আপ্লুত হলোঁ। ৰাহুলৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ।
@kandorpabaruah7224
@kandorpabaruah7224 6 ай бұрын
Bohut vl lagil Ep.. 2 Sai. Rahul 2mi aru aguwi juwa.
@debajitrajkonwar8698
@debajitrajkonwar8698 5 ай бұрын
ৰাহুললৈ আন্তৰিক অভিনন্দন ও শুভ কামনা লগতে ভবিষ্যতৰ দিনবোৰত সপোনবোৰ সুস্বাস্থ্যৰে বাস্তৱায়িত হওক তাৰেই আশা কৰিছো।
@dipakbhuyan3497
@dipakbhuyan3497 5 ай бұрын
bohit vl lagisa xodai saw . aji bohu basi vl lagisa . manuh anakua hobo laga . xosa2 xosa mesa2 misa . vall lagila.❤❤❤
@clashwidl3470
@clashwidl3470 5 ай бұрын
Rahul da: An inspiration.
@dhanjithaloi4471
@dhanjithaloi4471 6 ай бұрын
গ্ৰন্থমেলাৰ বাকৰিত তেই লগ পোৱা ৰাহুলক 💐💐💐
@jyotimonisaikia1195
@jyotimonisaikia1195 5 ай бұрын
বহুত বহুত ভাল লাগিল
@ssbmusicstudionhk4847
@ssbmusicstudionhk4847 6 ай бұрын
❤❤❤❤ Lovely World class composition Rahul da it touch my soul ❤❤❤ big future to you bro ❤❤
@pradeepsagarsmusical1934
@pradeepsagarsmusical1934 5 ай бұрын
I have a strong desire to sing a song of Rahul Goutam Sharma 's lyrics 🙏
@ljk6618
@ljk6618 6 ай бұрын
সুন্দৰ অনুষ্ঠান।। ত্ৰিদীপ ভাগৱতীক নিমন্ত্ৰণ কৰিবচোন
@nittyanandadutta345
@nittyanandadutta345 6 ай бұрын
Blk aco nkow salu bht kotha hikilu.... So thank you ba.. ❤❤
@jitendrakumarchoudhury1224
@jitendrakumarchoudhury1224 6 ай бұрын
বৰ ভাল লাগিল৷প্ৰশ্ন আৰু উত্তৰ ভাল হৈছে৷অৱশ্যে মই ৰাহুলৰ কথা বতৰা ভাল পাও৷তাৰ কথা বতৰাৰ পৰা আমাৰ দৰে সাধাৰণ ব্যক্তিয়ে শিকিব পাৰো৷
@tanmanasubhasini5949
@tanmanasubhasini5949 3 ай бұрын
ভাল লাগিল!🤍 He should definitely consider releasing songs sung by himself,, his voice is truly beautiful!
@dhrubajittalukdar8782
@dhrubajittalukdar8782 6 ай бұрын
অতি সুন্দৰ.... অতি সুন্দৰ বা😊 বৰ ভাল লাগিল। ইমান সুন্দৰকৈ কথা বোৰ কয় বৰ ভাল লাগে 😊।
@ritamonimohanboruah8094
@ritamonimohanboruah8094 6 ай бұрын
Bar Sundar ❤Rahul ,iman dhuniya tumar kathan saili
@parthaDborahdaas
@parthaDborahdaas 5 ай бұрын
Rahul boondhu daee as of same aget but you speak fluent n presents what we are and we . Aaghuai jua hodai ..
@jahnabisaikia3266
@jahnabisaikia3266 5 ай бұрын
নৱপ্ৰজন্মৰ আদৰ্শ ৷ খুব ভাল লাগিল ৷
@prasantkasyap3922
@prasantkasyap3922 6 ай бұрын
I have seen a lot of changes in him than before...Because he dint know even how to behave his seniors...But what ever one thing is that He is truly a Briliant and upbringing guy... That's why This all credits goes to his parents....The first informal Educational Institution is our home and parents are our first teachers.... Hat's off their contribution towards him...🙏
@jitendas9995
@jitendas9995 6 ай бұрын
বৰ ভাল লাগিল। কি কম ভাষা নাই।
@poreshmohanboruah5584
@poreshmohanboruah5584 5 ай бұрын
এই অনুষ্ঠানটো চোৱাৰ পাছত বহুতে পুনৰ কিতাপ পঢ়িবলৈ আগ্ৰহী হ'ব।
@namitathakuria9611
@namitathakuria9611 5 ай бұрын
Right
@GohainputekRapper
@GohainputekRapper 6 ай бұрын
আকৰ্ষণীয় ব্যক্তিত্ব ❤ ভাল লাগে মানুহজন
@RijuDas-o9s
@RijuDas-o9s Ай бұрын
Kotha bor bohut val lage bohut kotha janibo pari aru bujibo pari
@Jeetumoni.45
@Jeetumoni.45 3 ай бұрын
To be continue ✅✅
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 4,2 МЛН
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 83 МЛН
Ojaantric || Assamese Podcast ft. MARC ELVIN || Ep.128
1:05:18
Oasis Motion Films
Рет қаралды 65 М.