'ৰেন মৌ'ত আইচেংফাৰ স'তে ৰাজ্যিক মহিলা ভাৰোত্তোলক আইছু বৰুৱা

  Рет қаралды 3,251

Jaatra

Jaatra

Күн бұрын

Пікірлер: 27
@pahihazarika3554
@pahihazarika3554 Ай бұрын
নাৰী দুৰ্গা, নাৰী এক দুৰ্দান্ত শক্তিৰ ভঁৰাল। শাৰীৰিক- মানসিকভাৱে নাৰীৰ ধৈৰ্য্য, সহ্য অথবা শক্তি অদম্য। নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই। ভাল লাগিল আজিৰ খণ্ডটো। আইচু তোমালৈ শুভেচ্ছা আৰু শুভকামনা। জিলিকি থাকা সদায়। লগতে আইচেংফাবালৈ বহুত মৰম❤️
@manishadeka6600
@manishadeka6600 Ай бұрын
ইমান ভাল লাগিছে বা অনুষ্ঠানটো।পিতৃ আৰু জীয়ৰী-দুয়ো বৰ মৰমীয়াল।"মোক পৰিয়ালৰ ওচৰত অৰ্পণ কৰিছো" আইছু বৰুৱাৰ এই কথাষাৰে কন্দুৱাই দিলে।আজিৰ ব্যক্তিকেন্দ্ৰিক নৱপ্ৰজন্মৰ মাজত পৰিয়ালেই সৰ্ব্বস্ব বুলি ভৱা মানুহ কমি গৈছে।ভাল পালো অনুষ্ঠানটো।অইছু বৰুৱা অগুৱাই যাওঁ‌ক।"যাত্ৰা" আগুৱাই যাওঁ‌ক❤️❤️🙏🙏
@rekhanathbarua5471
@rekhanathbarua5471 Ай бұрын
ধন্যবাদ 🙏
@gyandeepnath3600
@gyandeepnath3600 Ай бұрын
খুব ধুনীয়া খণ্ড এটি আগবঢ়ালা বা ❤ আইছু তোমালৈ বহুত শুভকামনা থাকিল দেই । আগুৱাই যোৱা ❤💐
@Rebatiupadhaya-hq5ev
@Rebatiupadhaya-hq5ev Ай бұрын
Proud of u aaishu.. All the best for future..
@dhonigogoi08
@dhonigogoi08 Ай бұрын
আগুৱাই যাওক শুভেচ্ছা থাকিল ____ অতি সুন্দৰ ___
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc Ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটো চাই। দেউতাকৰ অনুভৱ বোৰ ভাল লাগিল লগতে আইচুৰো।আইচু যে আমাৰ ওচৰৰ চেলেং হাটৰ ছোৱালী জানি গৰ্ব অনুভৱ কৰিছোঁ। এনেকৈয়ে আগবাঢ়ি যোৱা শুভ কামনা আৰু আশীৰ্বাদ জনালোঁ আৰু অসম আৰু ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনা।👏🏻👏🏻👏🏻👏🏻🙏
@sarma_nishita123
@sarma_nishita123 Ай бұрын
Toi aauguwai ja aaisu .... Tur xopun bur puron houk❤
@sanjibphukon
@sanjibphukon Ай бұрын
Pride of our village Tengabarigaon, Selenghat, Jorhat.
@hellonamasteindia7621
@hellonamasteindia7621 Ай бұрын
আশীৰ্বাদ কৰিবি ভাইটি।
@binitadasnath5036
@binitadasnath5036 Ай бұрын
Bahut val lagile ❤️keep it up Aaishu ❤️
@Rijuwanasaikia
@Rijuwanasaikia Ай бұрын
সুন্দৰ অনুষ্ঠান৷এনে নতুন দিশ পুনৰ আশা কৰিলোঁ
@pulakgogoi1805
@pulakgogoi1805 Ай бұрын
গৌৰৱ কৰিছো যোৰহাট চেলেংহাটৰ টেঙাবাৰী গাওঁৰ পৰা গৈ ইমানখিনি আগবাঢ়ি গৈছে মৰমৰ ভতিজিজনীয়ে।অলেখ শুভকামনা তোমালৈ,ধন্যবাদ মিন্তুদা🙏
@KorishmaGogoi-yf8vz
@KorishmaGogoi-yf8vz Ай бұрын
God blessing you
@ranjanahandique2171
@ranjanahandique2171 Ай бұрын
ভাল লাগিছে কথাবোৰ আগুৱাই যোৱা আইচু বহুত মৰম আশীৰ্বাদ তোমালৈ❤🎉
@rekhanathbarua5471
@rekhanathbarua5471 Ай бұрын
ধন্যবাদ 🙏
@hellonamasteindia7621
@hellonamasteindia7621 Ай бұрын
Thank you, too, all
@Mousam007
@Mousam007 Ай бұрын
Dhunia
@swarnabhajani6884
@swarnabhajani6884 Ай бұрын
আইচু, ভাল লাগিছে তোমাক । শুভেচ্ছা দিছোঁ‌ দেই।
@rekhanathbarua5471
@rekhanathbarua5471 Ай бұрын
ধন্যবাদ 🙏
@RiyaBoroo
@RiyaBoroo Ай бұрын
❤😊
@karinita18
@karinita18 Ай бұрын
Baa Aichengfa naam tur meaning ki hoi..eman val lage apunar naam tu❤
@zinkigogoi984
@zinkigogoi984 Ай бұрын
@khagensonowal9292
@khagensonowal9292 Ай бұрын
Umaa chetryk matibo sun
@rituparnaborah9703
@rituparnaborah9703 Ай бұрын
বানানটো ভাৰোত্তোলক
@dimpycreation8569
@dimpycreation8569 Ай бұрын
За кого болели?😂
00:18
МЯТНАЯ ФАНТА
Рет қаралды 3,1 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 12 МЛН
Kussum Kailash at SIVSAGAR on 14th April 2023.
16:38
Deep kumar Vlogs
Рет қаралды 8 М.
За кого болели?😂
00:18
МЯТНАЯ ФАНТА
Рет қаралды 3,1 МЛН