Bht bsi vl lgl Sai bht bht ship nokora slu lots of love pehi vl e thkok xdai bht khikibo ase apunr pora apunr nisina loge loge ans dia mukht e thke 🙏ponam jonaisu
খুব ভাল লাগিল সাক্ষাৎকাৰটো চায় ৷ এখেতৰ অভিনয় খুব ভাল লাগে ৷ কথাবোৰ জানি নিজৰ লগত কিছু সাদৃশ্য দেখি আৰু বেছি ভাল লাগিল ৷ আমিও স্কুলত একাংকিকা নাট প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী হৈছিলো দুবাৰ আৰু এবাৰ দ্বিতীয় শ্ৰেষ্ঠ হৈছিলো ৷ দুৰ্গা পুজাতো জিলা ভিত্তিত প্ৰথম পুৰস্কাৰ পাইছিলো অষ্টম শ্ৰেণীত থাকোতেই ৷ কিন্তু দুখ লাগে স্কুল এৰাৰ পিছত অভিনয়ৰ লগত একেবাৰেই সম্পৰ্ক নোহোৱা হ’ল ৷ সাংস্কৃতিক জগতখনৰ প্ৰতি টান এটা সদায় আছে , থাকিব ৷