ৰিজাল্ট দিলেই পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ যাব - নিযুক্তি বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

  Рет қаралды 165,362

News Live

News Live

Күн бұрын

Пікірлер: 647
@ragineeworld6169
@ragineeworld6169 2 жыл бұрын
আপোনাৰ ওপৰতে সকলো।আপোনাৰ ওপৰত অসমৰ লাখ লাখ নিবনুৱা ৰ ভবিষ্যত।আমি আশাৰে ৰৈ আছো,অসসমৰ যুৱ প্ৰজন্মৰ অভিভাৱক আপুনি।
@rewatimali1007
@rewatimali1007 2 жыл бұрын
তেল টো অলপ বেছি হল নেকি ?
@junakorjilmil5137
@junakorjilmil5137 2 жыл бұрын
Hoi deaaa
@naba9150
@naba9150 2 жыл бұрын
চৰকাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে👍👍
@wazedurrahman2066
@wazedurrahman2066 2 жыл бұрын
Score should be revealed with the result individually🙏A prayer to Our respected CM sir
@runamonidas2511
@runamonidas2511 2 жыл бұрын
With omr copy of each candidate and question paper
@kalrv844
@kalrv844 2 жыл бұрын
yes we want score card.....
@bnth9505
@bnth9505 2 жыл бұрын
Yes need score and cutoff
@DDB03
@DDB03 2 жыл бұрын
Yes score is important irrespective of passed or failed
@hridaydas8403
@hridaydas8403 2 жыл бұрын
OMR sheets of all the successful candidates should be made available publicly. Then only people will believe.
@lovetipswithsewali4743
@lovetipswithsewali4743 2 жыл бұрын
মামা, আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে, কেৱল বিশ্বাসটো ভাঙি নিদিব। 🙏
@usermridul41
@usermridul41 2 жыл бұрын
একেবাৰে সছা কথা ।এইবিলাক ৰাজনৈতিক দল তথা কিছুমান মানুহৰ মেদিয়াত উলাবলৈ এক প্ৰক্ৰিয়া ।
@ranjan7060
@ranjan7060 2 жыл бұрын
Right kotha koise🙏🙏🙏
@tanmoyhazarika700
@tanmoyhazarika700 2 жыл бұрын
মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৱেব পৰ্টেল বিলাকৰ ওপৰত কিবা এটা পদক্ষেপ লওক
@dibyaranjansharma7099
@dibyaranjansharma7099 2 жыл бұрын
এতিয়াহে ভাল লাগিল। সচাঁ কথা কৈছে আপুনি ছাৰ।
@jitukumarsharma763
@jitukumarsharma763 2 жыл бұрын
Right
@dipankarb
@dipankarb 2 жыл бұрын
Kothate bhuli gola maane
@fajlulhoque6735
@fajlulhoque6735 2 жыл бұрын
Salute sir ..right kotha koise.. Toka diya sakori napai..sir olp sku dibo pls jate meritus bilake ye pai...jehe tu kiba ata olaise khsa misai
@nayanjyotibaishya8483
@nayanjyotibaishya8483 2 жыл бұрын
ধন্যবাদ জনাইছো মুখ্যমন্ত্রী মহোদয়ক🙏🙏 বৰহিয়া শুদ্ধ কথা কৈছে 👍👍👍👍
@kumudbarman8067
@kumudbarman8067 2 жыл бұрын
Apunar kotha bur val lage
@robinchangmai9312
@robinchangmai9312 2 жыл бұрын
সকলো বাদ , মুঠতে শিক্ষিত নিবনুৱা বিলাকে চাকৰি পাব লাগে । বস্তুৰ বৰ দাম মানুহৰ জীৱন নিবিকা ৰৈ গৈছে । যাৰ অভাৱ তেওঁহে জানে , ঘৰৰ বহুত কৰিব লগা কাম থাকে । যদি খেলিমেলি হৈ ৰৈ যায় বৰ ডাঙৰ কথা হব । বিশ্বাস আছে সকলো ঠিক হব ।
@rikibharalivlogs1231
@rikibharalivlogs1231 2 жыл бұрын
ছাৰ মই এগৰাকী গৃহিণী হৈয়ো এই পৰীক্ষাত বহিছিলোঁ কিয়নো আপোনাৰ ওপৰত আস্থা থকাৰ বাবে সচাকৈ আজি এই কেইদিন মনত বহুত দূখ লাগিছে।
@anantamoranvloge7255
@anantamoranvloge7255 2 жыл бұрын
জুলুঙাৰ মেকুৰী নোলালেই হ'ল আৰু দেই 🙏🙏🙏
@niordutta7815
@niordutta7815 2 жыл бұрын
হয় ছাৰ
@zenith6413
@zenith6413 2 жыл бұрын
Well said CM sir 👍👍
@____basantabaisnab____5265
@____basantabaisnab____5265 2 жыл бұрын
সব ঠিকে কৈছে বাৰু, কিন্তু যিকেইটা ধৰা লগোৱা হল সেটোহে বুজি নাপালোঁ
@pankaj_kumar744
@pankaj_kumar744 2 жыл бұрын
Yes
@Miduldutta
@Miduldutta 2 жыл бұрын
বিপৰিত পাৰ্টি নেটা বোৰে ভাৱিছে বিজেপি চৰকাৰ শেষ কৰিব লাগে কিন্তু আমি ভাৱো এইয়া বিজেপি চৰকাৰ নহয় আমাৰ অসম এটা নতুন দল বোলি মামা বিজেপি চৰকাৰ মূখ্যমন্ত্ৰী নহয় অসমৰ অসমিয়া বাবে এজন মূখ্যমন্ত্ৰী দেশৰ সকলো ৰাজ্যৰ মূখ্যমন্ত্ৰী বোৰে মামাৰ বিপৰিত কয় কাৰণ অসমিয়া সকলৰ বাবে অসমৰ বাবে বহুত কৰিছে এনেদৰে থাকিলে মামাৰ কেতিয়াও এই অসমৰ পৰা এঘৰিয়া নহয়য়য়য় বিজেপি জিন্দাবাদ জয়য়য়য়য়য়য়য় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম
@pabitrarabha2921
@pabitrarabha2921 2 жыл бұрын
Mamar kotha 👍👍
@abhijitbaruah9903
@abhijitbaruah9903 2 жыл бұрын
Mama thik kotha koise mama zindabad 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
@karen_tanti_offical.1728
@karen_tanti_offical.1728 2 жыл бұрын
Right 👍
@dibyajyotikalita5
@dibyajyotikalita5 2 жыл бұрын
যিয়েই যি কৈ নাথাকক কিয় , আমাৰ C.M. চাৰৰ উপৰত সম্পূৰ্ণ বিশ্বাস আছে । তেওঁৰ নেতৃত্বত যে অসম উন্নতিৰ এক নতুন শিখৰত উপনীত হব তাত কোনো সন্দেহ নাই । #Our_CM_Our_Pride❤️
@debokalita3270
@debokalita3270 2 жыл бұрын
Bamunar pwali
@nilakshiikalita6035
@nilakshiikalita6035 2 жыл бұрын
Cut off marks aru individual mark show koribo lage.then mama jindabad
@pompysaikia8884
@pompysaikia8884 2 жыл бұрын
Ys thik koisa
@jintukalita1087
@jintukalita1087 2 жыл бұрын
Mama is rock
@mung787
@mung787 2 жыл бұрын
🙏🙏90%ল'ৰা-ছোৱালীয়ে অসম চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাবোৰ যে নিকা হ'ব সেই বিশ্বাস হেৰাইছে। সেই বিশ্বাস তেতিয়াহে ঘূৰি আহিব যেতিয়া চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰি পৰীক্ষাৰ শেষত Question bookletসহ OMR Sheetৰ কাৰ্বন কপি পৰীক্ষাৰ্থীৰ হাতত তুলি দিয়া লগতে ৰিজাল্টৰ সময়ত নিৰ্দিষ্ট websiteত পৰীক্ষাৰ্থী ৰ OMR sheet ৰ লগতে Answer key আপলোড দিব।হয়; আমাৰ যুৱপ্ৰজন্মই তেনেকুৱা এখন চৰকাৰৰে কামনা কৰে। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্তবিশ্ব শৰ্মা ছাৰে(মামাই) চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত তেনে এখন স্বচ্ছ,নিকা চৰকাৰৰ ছবি বাস্তৱত অসমৰ ৰাইজৰ আগত দাঙি ধৰি সমগ্ৰ অসমবাসী ৰাইজৰ বিশেষকৈ যুৱচামৰ হেৰাই যোৱা বিশ্বাস ঘূৰাই আনি অন্তৰ জয় কৰিব পাৰিব বুলি আমাৰ ভৰসা আছে। ধন্যবাদ।🙏
@runamonidas2511
@runamonidas2511 2 жыл бұрын
Right
@dhirajkalita8092
@dhirajkalita8092 2 жыл бұрын
Bhal lagil
@mdshoaibmalik195
@mdshoaibmalik195 2 жыл бұрын
Very good job Mama
@pranabkumarboro6586
@pranabkumarboro6586 2 жыл бұрын
Salute CM Sir
@dulalsarmah1423
@dulalsarmah1423 2 жыл бұрын
Himanto sar jui hoi guys
@ranjandas5936
@ranjandas5936 2 жыл бұрын
CM ছাৰে ঠিক কথা কৈছে।
@trishankurmi8787
@trishankurmi8787 2 жыл бұрын
Right 👌👌👌👌🙏🚩❤
@debasishdas3527
@debasishdas3527 2 жыл бұрын
দালাল কেইতাক ধৰা বিপৰীতে যিজনে দালালৰ বিপক্ষে আৰক্ষীক অৱগত কৰিব বিচাৰিছে সেই জনেকেই যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, অসম খন দুৰ্নীতি মুক্ত কেনেকৈ হব। আৰক্ষীয়ে হ‌ওক বা চৰকাৰে হ‌ওক এনেবোৰ কাম কৰিলে অনাগত দিনত সাধাৰণ ৰাইজে দুৰ্নীতি বিৰুদ্ধে মাত মতাত সংকোচন কৰিব ।।
@arabindaborah923
@arabindaborah923 2 жыл бұрын
I have faith in HBS
@rekhabora2772
@rekhabora2772 2 жыл бұрын
Mama jindabad b j p jindabad
@bhaskarjyotimazumdar9442
@bhaskarjyotimazumdar9442 2 жыл бұрын
You are great sir
@kishorkrrajbangshi3151
@kishorkrrajbangshi3151 2 жыл бұрын
Mama zindabad ❤️❤️ love you
@krishnacreation0221
@krishnacreation0221 2 жыл бұрын
Mama tumi 🔥🔥🔥🔥
@jpbro9309
@jpbro9309 2 жыл бұрын
Mama tumi jui🔥🔥
@biswajitdoley7101
@biswajitdoley7101 2 жыл бұрын
বিশ্বাস আছে মূখ্যমন্ত্রীৰ ওপৰত।
@sofyrehmansofy3158
@sofyrehmansofy3158 2 жыл бұрын
Thanks and wc
@Harkha-g
@Harkha-g 2 жыл бұрын
Thanks sir atiya mon alp vl lagise.
@injamulhoque5707
@injamulhoque5707 2 жыл бұрын
আমাৰ মামাই যি কয় সেয়াই হ'ব। বহুত কৈ লাভ নাই। মামাই কৈছেটো চব ওলাই যাব। ধন্যবাদ মামা।
@krishnaborah5841
@krishnaborah5841 2 жыл бұрын
Hoi mama apuni thik kotha koise.... mama Dhs exm2 patok xunkale mama
@utpalmedhi7795
@utpalmedhi7795 2 жыл бұрын
Honourable chief minister sir is Absolutely correct.... This news actually astray some Aspirants... l also disappoint...
@MK-qv9tr
@MK-qv9tr 2 жыл бұрын
Very good...❤❤❤ Mama
@deekhitadas9641
@deekhitadas9641 2 жыл бұрын
Bhal kotha koise sir
@basirlaskar4369
@basirlaskar4369 2 жыл бұрын
Dear CM sir your speech is wright, 100% i like your speech because always i like honestly
@babylishasaikia6453
@babylishasaikia6453 2 жыл бұрын
আশা কৰিছোঁ সকলো নিকাকৈ হ'ব। লগতে ৰিজাল্টত প্ৰশ্নকাকত আৰু উত্তৰ পত্ৰিকা দিয়াৰ ব্যৱস্থা কৰে যেন।
@JadabLoveMajoni-CK
@JadabLoveMajoni-CK 2 жыл бұрын
Thank you 💕💕 Mama
@subhampaul1427
@subhampaul1427 2 жыл бұрын
Ekdom Right kotha sir apunar
@hirakjyotigogoi1131
@hirakjyotigogoi1131 2 жыл бұрын
Mama jui
@dalimibegum6549
@dalimibegum6549 2 жыл бұрын
Love you mama ....god bless you
@mrislamofficial4145
@mrislamofficial4145 2 жыл бұрын
মামা পুলিচৰ ৪১৪ জনক নিযুক্তি দিয়ক ! বহুত কষ্ট কৰিছিলো চাকৰিটোৰ বাবে ! ৪ বছৰৰ কষ্ট অথলে যাব নিদিব !
@Himangshu96
@Himangshu96 2 жыл бұрын
wait krok sn dada, nissoi kiba kribo
@palfootballshow322
@palfootballshow322 2 жыл бұрын
Aru 2 nombori certificate dia😂😂😂
@mrislamofficial4145
@mrislamofficial4145 2 жыл бұрын
@@palfootballshow322 madari bapere disil neki 2nmbri certificate
@ayanrajbongshi4161
@ayanrajbongshi4161 2 жыл бұрын
Mama tomar upurot bissas rakhi roi asu
@bikashrisong7504
@bikashrisong7504 2 жыл бұрын
Amar dynamic cm sirr uporot amar sampurna astha ase 💙
@Kishanboro62
@Kishanboro62 2 жыл бұрын
You are best mama❤️
@gokulbhuyan9741
@gokulbhuyan9741 2 жыл бұрын
Right sir 👍🙏🙏🙏
@sushantanath7822
@sushantanath7822 2 жыл бұрын
Very very good speach. Himanta Biswas Sharma great man in the world.
@rewatimali1007
@rewatimali1007 2 жыл бұрын
আৰু অলপ ভালকৈ তেল মৰা , বিয়াৰ উচ্ছৰ্গা টো ডাঙৰকৈ পাবা ।
@mousamkumarigupta9744
@mousamkumarigupta9744 2 жыл бұрын
@@rewatimali1007 👌👌👌👌
@biplovmudoi3127
@biplovmudoi3127 2 жыл бұрын
Nice CM sir
@hamontakonwar5003
@hamontakonwar5003 2 жыл бұрын
Thika koisa sir apuni 👍
@firojahmed8086
@firojahmed8086 2 жыл бұрын
Write mama you are great man 👍
@monirajchutia-x7w
@monirajchutia-x7w 2 жыл бұрын
ঠিক কৈছে, মহোদয়।
@asayloying2399
@asayloying2399 2 жыл бұрын
Your great sir মই এজন দুখীয়া ঘৰৰ লৰা মোৰ Exam ভালে হৈছে , মই হাহ আৰু কুকুৰা বেচি Exam দিছো great 3 morning shift আৰু Evining shift . Evining shift ভালে হৈছে. morning shift অলপ বেয়া হৈছে. কাৰন আমাৰ ইয়াত বৰষুণ দিছিল morning ত যেনে তেনে গৈ Exam দিছো.
@iamwhatiam8261
@iamwhatiam8261 2 жыл бұрын
পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগতেই Answer Key জনাই দিয়ক, offical answer keyত আপত্তি থকা বিলাকৰ আবেদন কৰিবলৈ দিয়ক, তাৰ পাছত ব্যক্তিগত OMR key বিলাক দি দিয়ক আৰু ঠিক কেইদিন মানৰ পিছতে ফাইনেল ৰিজাল্ট দিয়ক। নহলে 1,2 কম পোৱা বিলাকে অত তত দুখ উলিয়াই ৰামৰ দেউতাকৰ নাম ৰাৱণ কৰিব।
@palfootballshow322
@palfootballshow322 2 жыл бұрын
Respected ❤️❤️🙏🙏🙏
@budheswarnath6516
@budheswarnath6516 2 жыл бұрын
কথা কয় কিন্তু দেই
@mantudas5940
@mantudas5940 2 жыл бұрын
Good mana Love you
@ajitsarkar9506
@ajitsarkar9506 2 жыл бұрын
You are Great cm sir
@shaktigogoi6052
@shaktigogoi6052 2 жыл бұрын
Great Mama sakoritu pam ne apuni kole mur dore dukhia lorai pam dore lagise 🙏
@rajurabha9903
@rajurabha9903 2 жыл бұрын
Himanta mama aami buhut dukhiya manuh ..amak nikakoi sakori lage
@monojborah4941
@monojborah4941 2 жыл бұрын
Himanta sir uport xompurno bisash ase.great cm.
@karishmakalita9826
@karishmakalita9826 2 жыл бұрын
thike koise sir apuni 🙏 result diyak valke setu ye request 🙏🙏🙏
@bihandoley8206
@bihandoley8206 2 жыл бұрын
Right
@pranabnath7328
@pranabnath7328 2 жыл бұрын
Umm Sir a moja kotha koisa good
@milanjyotimahanta
@milanjyotimahanta 2 жыл бұрын
Thank you Mama , we have faith in you..
@benjamindm42
@benjamindm42 2 жыл бұрын
Hatt
@irragiglesias8896
@irragiglesias8896 2 жыл бұрын
Aami aakhabadi mama❤️
@pankaj_kumar744
@pankaj_kumar744 2 жыл бұрын
ভিক্টৰ sir ক মুক্ত কৰিব লাগে। তেওঁ ছাত্ৰ ছাত্ৰীৰ কথাত অভিযোগ টো কৰিছিলে। কিন্তু আপোনালোকে তাক বুজাই দিয়াৰ বিপৰীতে arrest কিয় কৰিব লাগে। ভিক্টৰ sir ক মুক্তি কৰি দিয়ক।
@binodchangmai572
@binodchangmai572 2 жыл бұрын
We don't want controversy, we want results as soon as possible. Mirror result.🙏🙏🙏🇮🇳🌹
@nirmalborgohain9735
@nirmalborgohain9735 2 жыл бұрын
Bohut val
@nenews4797
@nenews4797 2 жыл бұрын
Himu Mama apuni thike koise... Vitor da apunar hatot jodi avidance ase diyok ..
@RahulDas-nr7pd
@RahulDas-nr7pd 2 жыл бұрын
Bjp zindabad
@gauravdutta546
@gauravdutta546 2 жыл бұрын
Mama is on fire❤️❤️❤️❤️❤️
@joyrdn7325
@joyrdn7325 2 жыл бұрын
🙏🙏 apunar oprt biswakh ase...
@MOFIDULISLAM-lv6mx
@MOFIDULISLAM-lv6mx 2 жыл бұрын
Amar CM sir uporot bishah ase.....Good CM of Assam. I proud of you sir.
@puhorhondhan8085
@puhorhondhan8085 2 жыл бұрын
মামা, প্ৰত্যেক পৰীক্ষাৰ্থীয়ে যাতে নিজৰ নিজৰ মাৰ্ক বিলাক যাতে ছাবপাৰে তেনে পদক্ষেপ লয়যেন ৷ আৰু Answerkey Provide কৰিলে ভাল হয় ৷
@rlrajibhussain4244
@rlrajibhussain4244 2 жыл бұрын
Himonto jindabad.
@bordoloibrothers3292
@bordoloibrothers3292 2 жыл бұрын
Yes you are right sir
@madhabborah9977
@madhabborah9977 2 жыл бұрын
Thik koise apuni sir... Apunar uporot hompurno vishak ase cm sir... Apuni thoka obostat ketiau durniti hobo nuare....
@hrishikeshkalita9422
@hrishikeshkalita9422 2 жыл бұрын
Mama 👍😊
@dalimibegum6549
@dalimibegum6549 2 жыл бұрын
Allah a apnk khodai safe rakhok mama ...
@তৰুণতালুকদাৰ
@তৰুণতালুকদাৰ 2 жыл бұрын
আমি জানো ছাৰ। ধন্যবাদ
@mantudas6175
@mantudas6175 2 жыл бұрын
আমক আখা দি ভালদৰে আলিবোৰ চাফা কৰিব লাগে যাতে কোনো কাৰণতে মালিকে গোটেই জীৱন ধাৰণৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা আদি অসুখ অনুভৱ কৰিব পৰা যায় সেই অংশ চৰকাৰে বহন কৰিব লাগে সেই সম্পৰ্কে জ্ঞাত যে পৃথিৱীয়ে সূৰ্যৰ ৰশ্মি নিৰ্গত কৰি শৰীৰক প্ৰয়োজন অনুসৰি একেলগে মিহলাই দিব পাৰে বুলি ভবা হৈছিল আৰু পৰৱৰ্তী সময়তো আঁঠুৱা ব্যৱহাৰ কৰিব নালাগে কিয়নো ইয়াত আলোচনা কৰা সম্ভৱপৰ সকলো সময়তে বিভিন্ন কাৰণত যদি চকুৰ পানী টুকি থৈ দিব লাগে অথবা টুপি পৰিলে তাক জানিবলৈ বহুতো নতুন ব্যৱস্থা কৰা উচিত বুলি ড০ ভূপেন হাজৰিকাৰ সৈতে মিহলাই দিব লাগিব যাতে আঁচনি বিষয়াৰ সৈতে জড়িত থকা ব্যক্তিয়ে নিজৰ বাবে সময় আৰু পৰিস্হিতি সাপেক্ষে ক্ৰয় মূল্যৰ ভিত্তিত হিচাপ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হয় তেতিয়া ইন্টাৰনেটৰ জৰিয়তে আমি লাভ কৰিবলৈ সমৰ্থ নোহোৱাৰ দৰে হৈ পিছলৈ ই জটিল অৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু ইয়াৰ বিপৰীতে কম পৰিমাণৰ ঋণ আৰু সাহাৰ্য পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাখিব পাৰিলে উৎকৃষ্ট ফল পোৱা যায় বুলি কোৱা হৈছে সেইবোৰ মানি চলা উচিত যাতে সহজে উপলব্ধ কৰিব পাৰি
@anilbasumatary3716
@anilbasumatary3716 2 жыл бұрын
right mama result lage amak
@abdulzahir1275
@abdulzahir1275 2 жыл бұрын
Right CM Sir
@Krishnanature5818
@Krishnanature5818 2 жыл бұрын
Mama you are great 👍🙏🙏🙏
@puskarsharma8538
@puskarsharma8538 2 жыл бұрын
Super CM sir aapunak bahut sharadha karu Gutei nibanuwah bure thank you sir
@dayanandadoley4926
@dayanandadoley4926 2 жыл бұрын
100% right kota koise CM sir
@vijayrajvanshi05
@vijayrajvanshi05 2 жыл бұрын
Ekdom jagat Mama👌👌🔥 Nd hoi news channel keita asol culprit 😑😑
@chayanikadutta5414
@chayanikadutta5414 2 жыл бұрын
হয় ছাৰ, আপুনি ঠিকেই কৈছে আমি শেষত একোকে বিশ্বাস কৰিব নোৱাৰিম। ভাবিছিলোঁ এই পৰীক্ষাটো নিকাকৈ হৈছে। কিন্তু এইবোৰ শুনাৰ পিছত বেলেগ পৰীক্ষাত বহিবলৈ মন ও নোযোৱা হৈছে। মনলৈ এইটোই আহিছে ইমানকৈ পঢ়িনো কি হ'ব আকৌ কিবা এটা হ'বই।
@RanjitDas-od6rx
@RanjitDas-od6rx 2 жыл бұрын
Yes HBS sir you are right bjp zindabaad
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 700 М.
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН
📌#StreamingNow | #Live@8
News Live
Рет қаралды 16
Trump announced the end date of the war / Emergency plane landing
14:05
BOHAGI || EPISODE 43 || SPONDON TV
20:15
Spondon Tv
Рет қаралды 2,5 М.
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН