Rajamoni Testimony

  Рет қаралды 4,661

Ranjan Chutia /Testimony

Ranjan Chutia /Testimony

Күн бұрын

Пікірлер: 172
@mousumiboruah9661
@mousumiboruah9661 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏।প্ৰভূ তোমাৰ চৰণত ঠাই দিবা 🙏🙏🙏✝️✝️✝️🛐🛐🛐 আমেন।
@ranjitahazarika3743
@ranjitahazarika3743 2 ай бұрын
Oh pravu Eshwar pita 😭😭😭 dhonyabad tumak pravu Jesus Eshwarr pita dhonyabad 🙏🙏🙏
@nitumonihandique5579
@nitumonihandique5579 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏নাটখনি বহুত সুন্দৰ হৈছে 🙏প্ৰভু আশীবাদত সকলো সুষ্ট হৈ সুখেৰে আনন্দৰে জীৱন যাপন কৰক🙏পিতাইলৈ সেৱা জনাইছো 🙏আমেন🙏🙏🙏
@minakshihazarika5166
@minakshihazarika5166 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।। ৰাজামনি আৰু পুষ্পাঞ্জলীৰ জীৱন্ত সাক্ষ্য, নাট্য অভিনয়ত জড়িত সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক। আজি ও পুনৰ চাই চকুলো নিগৰিছে।
@binuhazarika2535
@binuhazarika2535 2 ай бұрын
ঈশ্বৰৰ প্ৰশ‍ংসা হ‌ওক।বৰ সুন্দৰ হৈছে। তেওঁ লোকে অভিনয়ৰ যোগেদি সাক্ষ‌্য টি বৰ সুন্দৰ কৈ প্ৰকাশ পাইছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। গুৰুজনাৰ। যোগেদি সকলো ৰুগী দুখিয়ে শান্তি পাওক।পিতাই চৰনত সেৱা জনালো।❤❤
@Junmoni_mohan.
@Junmoni_mohan. 2 ай бұрын
Praise the Lord🙏🙏🙏🙏
@Bhagya_shree_695
@Bhagya_shree_695 Ай бұрын
Paisa the lord pravu pita amen
@PinkiHazarikaBania
@PinkiHazarikaBania 2 ай бұрын
Praise the lord...❤❤ guru pitai loi khotokuti bar pronam jnaisu..🙏🙏🙏🙏aje bhut vl lgel natok khon si
@radhikasahu-nk6hj
@radhikasahu-nk6hj 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 দাদাৰ পৰিয়ালৰ জীবনৰ সাক্ষ্য নাটক ৰপত বহুত ভাল লাগিছে 🙏 আমাৰ মহান গুৰুজনাৰ যোগেদি ঈশ্বৰে সকলোৰে জীৱনত আশীৰ্বাদ কৰিছে ❤❤ 😭😭 ধন্যবাদ প্ৰভু 🙏 🙏 🛐 🛐
@JSBMCreativeAngel
@JSBMCreativeAngel 2 ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওক 🙏✝️✝️
@nirupoma5935
@nirupoma5935 2 ай бұрын
ঈশ্ৱৰৰ প্ৰশংসা হওক 🙏🏻 নাটখনৰ জৰিয়তে ঈশ্ৱৰে সকলোকে আশীৰ্বাদ কৰক 🙏🏻 আমেন 🙏🏻✝️🛐❤️
@anamikagogoi6624
@anamikagogoi6624 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 👏👏👏👏 ৰাজামনী পৰিয়ালৰ সাক্ষ্যৰ নাট্যৰূপ অতি সুন্দৰ হৈছে । পাৰহৈ যোৱা প্ৰতিটো দিনৰ প্ৰতিচ্ছবিৰ উপস্থাপন মনোগ্ৰাহী হৈছে । শেষত দেউতাৰ সুন্দৰ বাক্যই অতি মনোমোহা কৰি তুলিছে । সকলোকে দেউতাৰ যোগেদি প্ৰভু্ৱে আশীৰ্বাদ কৰিলে । আমেন...
@RanjanChutiaTestimony
@RanjanChutiaTestimony 2 ай бұрын
aman
@SubhashHandique-d3c
@SubhashHandique-d3c 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🛐🛐 নাটখনি যোগেদি সকলোকে ঈশ্বৰৰে আশীর্বাদ কৰক🙏🙏🙏
@PramilaChangmai-z6q
@PramilaChangmai-z6q 2 ай бұрын
Praise the Lord ধন্যবাদ ধন্যবাদ প্ৰভূ মহান পিতা ✝️✝️✝️💕
@deepdutta6846
@deepdutta6846 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক। যোৱা বাৰৰ নাট খনৰ দৰে আজিৰ নাট খনো অতি মনোৰম হৈছে পিতাই। প্ৰতিটো চৰিত্ৰ খাপ খায় পৰিছে। জীৱন্ত ঈশ্বৰৰ জীৱন্ত সাক্ষ্যৰ কাৰণে ধন্যবাদ। আপোনাৰ কষ্ট আৰু ত্যাগৰ কাৰণে আপোনালৈ শতকোতি প্ৰণাম 🙏🧎‍♂️।
@subhalaxmiboruah9700
@subhalaxmiboruah9700 2 ай бұрын
Praise the lord Dhanyavaad pita prameswer dhanyavaad pitai amen ❤❤❤
@IndrajitGogoi-e8s
@IndrajitGogoi-e8s 2 ай бұрын
নাটকখনি বহুত সুন্দৰ হৈছে ❤❤ ৰাজমনি দাৰ জীৱনত ঈশ্বৰে যেনেকৈ আশীৰ্বাদ কৰিলে সেই দৰে সকলোৱে জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক❤❤❤
@sunaligogoi2326
@sunaligogoi2326 2 ай бұрын
Praise the lord, hallelujah 🙏🙏 God is always thinking about your family ❤️❤️🙏
@TinsukiaAssam-nb3up
@TinsukiaAssam-nb3up 2 ай бұрын
Praise the lord guru pati joi hoke 🙏🙏🙏❤️❤️❤️
@DipikaDoley-f4y
@DipikaDoley-f4y 2 ай бұрын
Praise the Lord🙏✝️🛐hallelujah🙌 🙏✝️🛐amen🙏✝ ✝️🛐
@rikirajchitrakor7506
@rikirajchitrakor7506 2 ай бұрын
মনৰ কথাবোৰ কবলৈ মন যায় প্ৰভু মোক কৰিবা সহায় 😭😭😭 প্ৰভু আমাৰ ঘৰখনত মা দেউতা ভন্তি সকলোকে আশীৰ্বাদ কৰা ।দেউতাই সদায় পুৱা গধুলি দুপৰীয়া চিন নোহোৱাকে মদ খায় থাকে তুমি যেন জ্ঞ্যান দিয়া তোমাৰ বুধি মতে পবিত্ৰ গৃহলৈ চলাই নিয়া গুৰুজনাক।সদায় ভালে কুশলে ৰাখিবা তেওঁ লোকৰ পৰিয়ালটো আৰু বংশ পৰিয়াললৈ কে আশীৰ্বাদ কৰা ❤
@neepasahu735
@neepasahu735 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে প্ৰভু এই জীৱন্ত সাক্ষৰে পৰিপূৰ্ণ এটি সুন্দৰ হৃদয় ষ্পৰ্শ কৰি যোৱা নাটক এই নাটক খনৰ যোগেদি সকলোয়ে বুজি পাওঁক যে সত্য আৰু জীৱন্ত ঈশ্বৰ প্ৰভু যীচুয়ে কেনেকৈ আমাৰ গুৰুদেৱৰ যোগেদি ৰোগত দুখত অশান্তি আৰু সমস্যা থকা জীৱন বোৰ সলনি কৰিছে । আজি অনেকে শান্তি পায়ছে । ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক🙏🙏🙏❤️ ধন্যবাদ প্ৰভু🙏🙏
@lipikagogoi4434
@lipikagogoi4434 2 ай бұрын
Praise the Lord 🙏🙏🛐🛐🛐
@bphukan9263
@bphukan9263 2 ай бұрын
Praise the lord ! Halleluajh ! Amen
@lakhigogoi5243
@lakhigogoi5243 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 আজি মহান গুৰুজনা ধন্যবাদ দিছোঁ 🙏এই দাদা আৰু বৌহতৰ জীৱনলৈ ঈশ্বৰে বহুত বহুত আশীৰ্বাদ কৰিলে আৰু আনন্দ দিলে❤ আৰু আজি অহা সকলোকে গুৰুজনাৰ যোগেদি ঈশ্বৰে আশীৰ্বাদ কৰিলে, আজি আত্মাৰ সাক্ষ এই নাটখনি বহুত বহুত ভাল লাগিলে আৰু বহুত বহুত দুখ লাগিলে, এই আত্মাৰ সাক্ষ যোগেদি বিশ্বাস কৰক আৰু পৰিত্ৰাণ পাওঁক, আৰু গোটেই পৃথিৱীতে মহিমা হওঁক 🛐 বহুত বহুত দুখ লাগিলে, বহুত বহুত কান্দিলো 🙏🛐🛐🛐😭😭🛐🛐🛐🙏
@KarabiChelleng
@KarabiChelleng 2 ай бұрын
Amen 🙏🙏 Praise the lord 🙏🙏 Praise the Lord 🙏🙏
@jurismitasonowal9729
@jurismitasonowal9729 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️❤️ মহান গুৰু পিতা আৰু গুৰু মা লৈ কোটি কোটি বাৰ ধন্যবাদ আৰু সেৱা জনাইছোঁ ✝️🙏🏼❤️
@mamusaikia4789
@mamusaikia4789 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ❤❤❤❤ পিতা তুমি আমাক আশীৰ্বাদ দিয়া ❤❤❤
@munmidas1405
@munmidas1405 2 ай бұрын
Praise the Lord pita❤❤❤
@reemasaikia7208
@reemasaikia7208 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏
@HelenRay-py6lr
@HelenRay-py6lr 2 ай бұрын
Praise the lord gurupita 🙏🙏🙏
@dipakalita1384
@dipakalita1384 2 ай бұрын
Praise.the.lord.❤❤❤❤
@MILANBORA-jl1bv
@MILANBORA-jl1bv 2 ай бұрын
Praise the Lord Guru pita.
@jodumonigogoigogoi7592
@jodumonigogoigogoi7592 2 ай бұрын
Praise the lord petai amen🙏✝️❤
@nonihazarika5146
@nonihazarika5146 2 ай бұрын
ঈশ্বৰ প্ৰশংসা হ ওক প্ৰভু যীশু আশীৰ্বাদ কৰিবা সকলো বিপদৰ পৰা পৰিতান পাওঁ আমিন ❤❤
@uttamborah2853
@uttamborah2853 2 ай бұрын
Praise the lord🙏🙏🙏amen🙏🙏🙏
@sanjibsaikia6978
@sanjibsaikia6978 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক ❤❤
@MayuriDey-dc4ve
@MayuriDey-dc4ve 2 ай бұрын
Guru pita maa r choronot kuti kuti pranam pita manash riyak doya kora provu ,,,🙏🙏🙏
@BibiPhukan
@BibiPhukan 2 ай бұрын
ঈশ্বৰৰ লৈ‌ শতকোটি প্ৰণাম ❤❤❤আমেন❤❤❤
@pronabsaikia1998
@pronabsaikia1998 2 ай бұрын
Praise the lord hallelujah Amen 🙏
@dulumoniphukanofficial6638
@dulumoniphukanofficial6638 2 ай бұрын
মোৰো একেই কাহিনী চলি আছে। প্ৰভুমোক শান্তি দিয়া
@jyotibaruah7954
@jyotibaruah7954 2 ай бұрын
Praise the Lord 🙏🙏🙏🌷🌻🌸💐
@malasahu468
@malasahu468 2 ай бұрын
Praise the lord 🙏🙏
@ainubaruah5119
@ainubaruah5119 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন প্ৰভু 🙏❤️🛐✝️
@kiranvlogs06
@kiranvlogs06 2 ай бұрын
Praise the lord ❤
@deepgogoi9177
@deepgogoi9177 2 ай бұрын
Praise the lord
@Swapngogoi
@Swapngogoi 2 ай бұрын
Praise the Lord. ✝️🙏🙏🙏🙏🙏
@RuskinGogoi-sz1dx
@RuskinGogoi-sz1dx 2 ай бұрын
Praise the Lord 🙏🏻🌹🎵💖🎸⚡✝️⚡🎸💖🎵🌹⚡
@barbiechetia202
@barbiechetia202 2 ай бұрын
Praise the Lord . Amen .
@bhagyajyotiphukon
@bhagyajyotiphukon 2 ай бұрын
Praise the Lord 🙏 Pitai
@RatulMajhi-w5u
@RatulMajhi-w5u 28 күн бұрын
Nice ❤❤❤
@SurengogoiSurengogoi-jj6jq
@SurengogoiSurengogoi-jj6jq 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ৷
@himadrisonowal4017
@himadrisonowal4017 2 ай бұрын
হে ইশ্বৰ তোমাত সম্পৰ্ণ বিশ্বাস দিয়া মোক🙏
@pramilabrahma9323
@pramilabrahma9323 2 ай бұрын
Praise the Lord.Amen 🙏 🙏 ❤❤❤❤❤❤
@annerajjak4621
@annerajjak4621 2 ай бұрын
Praise the lord 🙏 Hallelujah 🛐✝️
@gitanjalisarmah9482
@gitanjalisarmah9482 2 ай бұрын
Praise the lord.
@moromirisong5157
@moromirisong5157 2 ай бұрын
Praise the lord 🙏✝️🛐🙏🙏🙏
@nirojdeori7130
@nirojdeori7130 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক, আমাৰ মহান গুৰু পিতা আৰু গুৰু মা ৰ পৱিত্ৰ চৰণত সেৱা জনাইছোঁ।এই জীৱন্ত জীয়া সুন্দৰ প্ৰদৰ্শন নাটখনিৰ যোগেদিয়েই ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।আমেন 🙏✝️🛐❤️
@MonishaGogoi-lq2pm
@MonishaGogoi-lq2pm 2 ай бұрын
praise the lord🙏🙏🙏
@Smriti-bc7cq
@Smriti-bc7cq 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক আমেন ।
@mensaipegu7373
@mensaipegu7373 2 ай бұрын
Praise the Lord pitai hallelujah🙏🙏🙏
@PujaChetia-b1q
@PujaChetia-b1q 2 ай бұрын
Praise the Lord✝️ ❤🙏🛐
@prakhenjitgogoi2233
@prakhenjitgogoi2233 2 ай бұрын
Praise the lord pitai 🙏✝️🛐
@duttapartha5245
@duttapartha5245 2 ай бұрын
Praise the Lord❤✝️🙏
@junaliborsaikia9697
@junaliborsaikia9697 2 ай бұрын
Praise the Lord 🙏🙏🙏🙏 Hallelujah 🙏🙏
@RumiDas-x9m
@RumiDas-x9m 2 ай бұрын
ঈশ্বৰ প্ৰসংশা হওঁক প্ৰভু ❤
@GitaliPhukan-l2b
@GitaliPhukan-l2b 2 ай бұрын
Praise the Lord 🙏
@deepdutta6846
@deepdutta6846 2 ай бұрын
জীৱন্ত ঈশ্বৰৰ জীৱন্ত সাক্ষ্য ❤
@RanjanChutiaTestimony
@RanjanChutiaTestimony 2 ай бұрын
মই মোৰ পত্রত লিখিছিলো যে, আপোনালোকে যেন ব্যভিচাৰী মানুহৰেa সৈতে আলাপ-ব্যৱহাৰ নকৰে। 10 কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী, লোভী, প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; কাৰণ সেয়ে হ’লে, আপোনালোক জগতৰে বাহিৰ হব লগা হব। 11 মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব। 12 কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে? 13 কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে। “আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক।”১:কৰি:৫:৯-১৩
@trishnaranigogoi236
@trishnaranigogoi236 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🙏 এই নাটক খনৰ যোগেদি সকলো দাস দাসীকে ঈশ্বৰে আশীৰ্বাদ কৰক 🙏✝️🙏
@l9101-x6k
@l9101-x6k 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন ❤️🙏🙏✝️🛐❤️ ‌আমেন
@junmonisaikia7360
@junmonisaikia7360 2 ай бұрын
প্ৰভু যীচু পিতাই মই আপোনাৰ চৰনত প্ৰাথনা জনাইছোঁ পিতাই মোক সন্তানৰ মূখ দেখুৱাই উদ্ধাৰ কৰক প্ৰভু,
@hiranyabhorali9061
@hiranyabhorali9061 2 ай бұрын
praise the lord
@RanjanChutiaTestimony
@RanjanChutiaTestimony 2 ай бұрын
পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ। 1 “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। 2 যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা। 3 মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়! মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্ৱাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম। 4 চোৱা, মই তেওঁক দেশবোৰৰ সাক্ষীস্বৰূপে, আৰু লোকসকলৰ মুখ্য ব্যক্তি আৰু অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ।” 5 চোৱা, যি জাতিক তোমালোকে নাজানা, এনে জাতিক তোমালোকে আহ্বান কৰিবা, আৰু যি জাতিয়ে তোমালোকক নাজানে, এনে জাতি তোমালোকৰ ওচৰলৈ দৌৰি আহিব; তোমালোকৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, যি জনে তোমালোকক গৌৰৱাম্বিত কৰিলে, তেওঁৰ বাবে এনে ঘটিব। 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা। 7 দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ। 8 “কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়” এইয়া যিহোৱাৰ ঘোষনা। 9 “কাৰণ যি দৰে পৃথিবীতকৈ আকাশ-মণ্ডল ওখ, সেই দৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা। 10 কাৰণ যি দৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে, আৰু পৃথিবীক যেতিয়ালৈকে নিভিজাই তেতিয়ালৈকে ঘুৰি নাযায়, ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্রস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে, 11 সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব। 12 সেয়ে তোমালোক আনন্দেৰে বেবিলনৰ পৰা বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হ’ব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্চ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব। 13 কাঁইট গছৰ সলনি চিৰসেউজীয়া গছ গজিব; আৰু কাঁইটীয়া জাৰণিৰ পৰিবর্তে সুগন্ধি পাত আৰু ফুলযুক্ত গছ গজিব; আৰু সেয়ে যিহোৱা আৰু তেওঁৰ নামৰ বাবে হ’ব, কেতিয়াও লুপ্ত নোহোৱা, অনন্ত কালৰ বাবে এক চিন হ’ব। যিচয়া:৫৫
@lakhigogoi5243
@lakhigogoi5243 2 ай бұрын
ধন্যবাদ পিতাই এই আত্মাৰ বাক্যৰ দ্বাৰা আমাক সকলোকে জ্ঞান শক্তি দিয়ে 🛐🛐🛐
@ritagogoi9384
@ritagogoi9384 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏❤️❤️❤️
@hirensaikia3810
@hirensaikia3810 2 ай бұрын
সকলোলৈ praise the lord 🙏✝️🛐
@junmoni000
@junmoni000 2 ай бұрын
Praise the lord pitai ❤❤❤
@mohonsaikia1433
@mohonsaikia1433 2 ай бұрын
Praise the lord 🛐🛐🛐✝️ Amen ❤
@BarsaRuhi
@BarsaRuhi 2 ай бұрын
Press tha lord ✝️🙏🛐❤
@Birukishan
@Birukishan 2 ай бұрын
😭😭😭 praise the lord ✝️🙏❤
@gitanjoligogoi6279
@gitanjoligogoi6279 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏এই অভিনয়ৰ যোগদি সকলো দাস-দাসীকে আৰ্শীবাদ কৰক 🙏🙏🙏🙏
@bhanibalasaikia5176
@bhanibalasaikia5176 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ, আমেন হালীলুইআ ।
@simaurang4390
@simaurang4390 2 ай бұрын
Praise the lord prabhu jisu guru pita 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@TarunHazarika-j2f
@TarunHazarika-j2f 2 ай бұрын
Praise the lord.Hallelujah
@dipaligogoideka4749
@dipaligogoideka4749 2 ай бұрын
Praise the Lord🙏🙏🙏 .
@KamalSingh-d6p8q
@KamalSingh-d6p8q Ай бұрын
Amen❤
@Bharativlogs102
@Bharativlogs102 2 ай бұрын
Praise the lord ✝️🙏🛐 pitai
@lakhyagogoi9055
@lakhyagogoi9055 2 ай бұрын
Prs the lord
@RanjanChutiaTestimony
@RanjanChutiaTestimony 2 ай бұрын
কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছোঁ। 6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে। 7 আপোনালোকে ভালদৰে দৌৰিছিল; পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে? 8 যি জনে আপোনালোকক প্ৰৰোচনা কৰিছে, সেই জন আপোনালোকক আহ্বান কৰা জনৰ পৰা অহা নহয়। 9 অলপ খমিৰে সনা পিঠাগুড়িৰ আটাইখিনিকে ফুলায়। 10 আপোনালোকে যে আন কোনো বিষয় নাভাবে, এই বিষয়ে প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে; কিন্তু যি জনে আপোনালোকক অস্থিৰ কৰে, সেই জনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যি কোনোৱে নহওক। 11 হে ভাই সকল, মই যদি চুন্নৎ হোৱা বিধান ৰাজহুৱা ভাবে প্রচাৰ কৰোঁ, তেনেহলে মই কিয় এতিয়াও নির্যাতন ভোগ কৰি আছোঁ? কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হ’লে, ক্ৰুচৰ বিঘিনি লুপ্ত হ’লহেঁতেন। 12 যি সকলে আপোনালোকক ভুল ধাৰণা দি আছে, তেওঁলোকে নিজে আগুৱাই যাওঁক আৰু নিজে নিজৰ অণ্ডকোষো ছেদন কৰক। 13 হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক। 14 কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’ 15 কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ’ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷ আত্মাৰ বশত থিৰে থাকিবলৈ উদগণি 16 কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব। 17 কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী। 18 কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয়, তেনেহলে আপোনালোক বিধানৰ অধীন নহয়। 19 এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, 20 মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, 21 হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস, 23 মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। 24 আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷ 25 আমি যদি আত্মাৰে জীয়াই থাকো, তেনেহলে আত্মাৰে চলোহঁক। 26 সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক। গালা:৫
@jonaligogoi572
@jonaligogoi572 2 ай бұрын
Praise.the.lord
@jeshuprabhusong
@jeshuprabhusong 2 ай бұрын
Praise the lord 🙏 Halliluyah 🙏 Amen 🙏
@RanjanChutiaTestimony
@RanjanChutiaTestimony 2 ай бұрын
এতিয়া আপোনালোকৰ সেই আনন্দ ক’ত? কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছিলোঁ যে, সাধ্য হোৱা হ’লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন। 16 এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ’লোঁ নে? 17 সেই লোক সকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে আপোনালোকক মোৰ কাষৰ পৰা অাতৰাই অানিবলৈ বিচাৰে, যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷ 18 অৱশ্যে আগ্ৰহ দেখুওৱা ভাল, যদিহে সৎ উদ্দেশ্যেৰে তাক কৰা হয়৷ অকল মই আপোনালোকৰ তাত উপস্থিত থাকোতে যে ভাল, এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল। 19 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷ 20 এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে আৰু তাত বেলেগ ভাবে এই সকলো কথা আপোনালোকৰ লগত আলোচনা কৰিব পাৰিলোঁ হয়৷ আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছোঁ। 21 হে বিধান-শাস্ত্ৰৰ অধীন হ’ব খোজা সকল, মোক কওকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে? 22 কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন। 23 কিন্তু বেটীৰ যি জন, সি মাংস অনুসাৰে জন্মিছিল; কিন্তু স্বাধীন জনীৰ যি জন, সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল। 24 এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই বিধান হৈছে; এক নিয়ম চীনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ৷ 25 কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল। 26 কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ। 27 কিয়নো লিখা আছে, “হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই; বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা; কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব।” 28 এতিয়া হে ভাই সকল, ইচহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ৷ 29 কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল, তেনেকৈ এতিয়াও হৈছে। 30 কিন্তু শাস্ত্ৰই কি কয়? ‘বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব’। 31 এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ। গালা৪:১৫-৩১
@nomitasaikia1895
@nomitasaikia1895 2 ай бұрын
Praise the lord 🙏✝️🙏✝️🙏✝️🙏❤️🙏
@pranab79038
@pranab79038 2 ай бұрын
Praise the lord Jesus Amen 🙏🙏🙏
@tarunchandranath7765
@tarunchandranath7765 2 ай бұрын
ঈশ্বৰৰ মহিমা প্ৰকাশিত হওক
@RupaBora-ew7et
@RupaBora-ew7et 2 ай бұрын
🙏🙏🙏
@BidyaSaikia-h2r
@BidyaSaikia-h2r 2 ай бұрын
Praise the lord 🙏🙏🙏 mur petor bikh pravu arhibad kribo
@debajanigogoi3539
@debajanigogoi3539 2 ай бұрын
🙏praise the Lorad🙏
@risongnrisong9366
@risongnrisong9366 2 ай бұрын
Parse the lord
@momigogoi8447
@momigogoi8447 2 ай бұрын
Praise the lord 😢
@KanaklataHazarika-tq2mj
@KanaklataHazarika-tq2mj 2 ай бұрын
Praise the Lord ✝️🤍🙏
নামানৰ কুষ্ঠৰোগ সুস্থ হোৱা।
22:41
Ranjan Chutia /Testimony
Рет қаралды 1,2 М.
James:1জাকোব:১
30:01
Ranjan Chutia /Testimony
Рет қаралды 10 М.
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 2,9 МЛН
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 11 МЛН
ROSÉ & Bruno Mars - APT. (Official Music Video)
02:54
ROSÉ
Рет қаралды 169 МЛН
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 120 МЛН
Sunday life as a Youth secretary😊
5:51
Shuva vlog's
Рет қаралды 6 М.
The Popular mission retreat is going on 🙏 Bhairaguri centre
10:20
Bhagyashree Testimony
17:27
Ranjan Chutia /Testimony
Рет қаралды 3,5 М.
Sunday worship world healing prayer centre Ranjan chutia
35:00
Ranjan Chutia manik
Рет қаралды 18 М.
বুলবুলৰ শাক্ষm.no.6000628844
37:42
Ranjan Chutia /Testimony
Рет қаралды 6 М.
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 2,9 МЛН