Рет қаралды 69,487
ৰজিত শইকীয়াৰ সফলতাৰ কাহিনী uparjan
দৈনিক ১২০০ লেয়াৰ মুৰ্গীৰ কণী উৎপাদন নাওবৈচাৰ যুৱকৰ
শক্তিমান কণী এতিয়া সুলভ লখিমপুৰৰ বজাৰত
লেয়াৰ মুৰ্গী ফাৰ্ম খুলি স্বৱলম্বীতাৰ পথত অগ্ৰসৰ হৈছে ৰজিত শইকীয়া
নাওবৈচাৰ ১ নং কোৱাদঙাত ৰজিতৰ ১২০০ লেয়াৰ মু্ৰ্গীৰে ভৰা ফাৰ্ম
এচ বি আইৰ পৰা ঋণ লৈ ৰজিতে আৰম্ভ কৰিছে এই ফাৰ্ম
বাইকত উৎপাদিত কণী লৈ দোকানে দোকানে বিক্ৰী কৰে ৰজিতে
ph:9101735732
uparjan.in