সকলোৰে বোৱাৰী এনে হওক 🙏 মাৰ খবৰ লৈ আহিলোঁ । বান পীড়িতৰ বাবে অলপ সহায় । Rashmi konwar । Assamese vlog

  Рет қаралды 14,166

Rashmi Konwar

Rashmi Konwar

Күн бұрын

মাক সেৱা জনাই বানপীড়িত সকলৰ কাষলৈ আহিলোঁ//মানুহে মানুহৰ বাবে🙏//Rashmi konwar /Assamese vlog
#assameseblog

Пікірлер: 89
@army-bf7ms
@army-bf7ms 2 ай бұрын
আজিহে ভিডিও চালো কালি ঘৰত নাছিলো বহুত মৰম জনালো ভিডিও চাই ভাল লাগিছে খুৰিমা❤❤❤❤ মানুহক সহায় কৰাৰ বাবে বহুত মৰম জনালো❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
অশেষ ধন্যবাদ
@SabitaRay-tx6bk
@SabitaRay-tx6bk 2 ай бұрын
সচাকৈয়ে মা আইতা গৰাকী এতিয়াও ইমান ধুনীয়া হৈ আছে❤❤❤
@DipaBaruah-m8l
@DipaBaruah-m8l 2 ай бұрын
সদাই ভালে থাকক❤❤❤❤
@r.hazarika9231
@r.hazarika9231 2 ай бұрын
আই সঁচাকৈয়ে বহুত ধুনীয়া হৈ আছে। সদায়েই সুস্থ থাকক কুশলে থাকক তাৰেই কামনা কৰিলোঁ । মানুহৰ বাবে অকণমান হ'লেও কিবা কৰিবলৈ পালে সঁচা কথা মনটো বহুত শান্তি লাগে। ইয়াই মানৱতা। ভগৱান সহায় হওঁক , এনেদৰে আগবাঢ়ি যোৱা আৰু সপৰিয়ালে কুশলে থাকা ❤️ ❤️ ❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ধন্যবাদ বা
@pdchannel8869
@pdchannel8869 2 ай бұрын
❤❤❤vl lagil baideu
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@porinitaburagohain982
@porinitaburagohain982 2 ай бұрын
সঁচাকৈ তুমি যে ইমান ভাল । এই আদৰ্শ নিশ্চয় তুমি তোমাৰ জন্ম ঘৰখনৰ পৰা বংশগত ভাৱে পাইছা । তোমাৰ মা আৰু বৌ ক দেখি কেনেকুৱা লাগিলে জানা ? শাহু - বোৱাৰী নহয় যেন বায়েক ভনিয়েক হে । সঁচাকৈ ভাল লাগে এনেকৈ মিলেৰে থাকিলে। আজিকালি টো এনেকুৱা মৰম পাবলৈ ভাগ্য লাগিব । মুনুৰ নিচিনা বোৱাৰী আৰু তোমাৰ নিচিনা শাহ পাবলৈ ঈশ্বৰৰ আশীৰ্বাদ লাগিব । তোমালোকৰ ঘৰখনত ঈশ্বৰৰ আশীৰ্বাদ আছে । য'ত ঈশ্বৰৰ আশীৰ্বাদ থাকে তাত সদায় সুখ , শান্তি, আনন্দ মৰম থাকে । যিটো তোমাৰ ঘৰত ঈশ্বৰে উপচি পৰাকৈ দিছে । সদায় এনেকৈয়ে থাকিবলৈ ঈশ্বৰে আশীৰ্বাদ কৰক। এটা কথা নহয় ইমানদিনে মিঠাবোৰ খাই খাই চুগাৰ গোটাই ললাই আকৌ ৰসগুল্লা টো খাই দিলা নহয়‌ তপকে লোভ সামৰিব নোৱাৰি 😊😊কি কম আৰু তোমাক সৰু ছোৱালী যে ন? মৰমকে দিছোঁ আৰু দেই ❤❤❤❤❤❤❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম দিলোঁ ❤️। নহলে তোমাৰ পৰা গালি খাম কেনেকৈ 🙈💃
@kabitaborabhakatgaon
@kabitaborabhakatgaon 2 ай бұрын
মাক দেখি ভাল লাগিল । ভগবানে কোশলে ৰাখক মাক মোৰ ফালৰ পৰা বহুত মৰম আৰু প্ৰণাম জনালো ❤❤
@renuteli3818
@renuteli3818 2 ай бұрын
আই গৰাকীলৈ সেৱা আগবঢ়ালো ।ঈশ্বৰে আৰ্শীবাদ কৰক ।ভালে থাকক আই গৰাকী । বহু দিন দেখা নাছিলো ।
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
বহুত মৰম আৰু ধন্যবাদ ❤️
@arohi9743
@arohi9743 2 ай бұрын
Borma tumar ma ghar kot... nice vlog
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
চৰাইদেও জিলাৰ বৰবামত
@kobitagoigoikobitagogoi7205
@kobitagoigoikobitagogoi7205 2 ай бұрын
সঁচাকৈ‌‌ খুৰী মা‌ আইতা গৰাকী এতিয়াও ইমান ধুনীয়া হৈ আছে ❤ আপোনালোকক লগ পোৱাৰ বহুত আশা আছে ইমান মৰমিয়াল আপুনি 😘😘
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@rekhadeka4518
@rekhadeka4518 2 ай бұрын
মাক দেখি বহুত ভাল লাগিল কুশলে থাকক ❤❤
@tultulphukan6865
@tultulphukan6865 2 ай бұрын
বহুত দিনৰ পাছত মাক দেখি ভাল লাগিল মা় ভালে থাকক আৰু দীর্ঘায়ু হওক
@PraytyushChetia-mh6nk
@PraytyushChetia-mh6nk 2 ай бұрын
ভাল কাম কৰি আগবাঢ়ি যোৱা ৰাইজৰ আশীৰ্বাদ আছে তোমাৰ লগত তুমি মহান 🙏🙏ধুনীয়া লাগিছে বগা কাপোৰত তোমাক ❤❤চেঙনাং জনি অ ❤❤❤ummmmaaah ❤❤🥰😘😘😘
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম দিলোঁ
@PhunuNathBora-uz9vj
@PhunuNathBora-uz9vj 2 ай бұрын
আইতা গৰাকী বৰ ধুনীয়া হৈ আছে।চেংনাঙক বগা আৰু আকাশী ৰংৰ ফ্ৰকটোৱে ঘৰতে পাপাকে অনা পেকেটটো খাই থকা ক'লা ডাঙৰ ফোটটোৱে দেখিবলৈ বৰ ধুনীয়া লাগিছে অ, বাইদেউ। আপুনি বেছি টান বস্তু নাখাব কষ্ট পাব।দাতঁ উঠোৱা গাঁতটো বিৰাট হ'ব লাগিব নহয়!
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
বহুত বহুত ধন্যবাদ জনালোঁ
@kabitaborabhakatgaon
@kabitaborabhakatgaon 2 ай бұрын
সঁচা মা ধুনীয়া হৈ আছে দেই বাকী চাবই পৰা নাই নেট ঘুৰি আছে
@HimakshiDevi-mc3of
@HimakshiDevi-mc3of 2 ай бұрын
সদায় সুস্থ হৈ থাকক খুৰীমা
@RashmiRekhaBorbora
@RashmiRekhaBorbora 2 ай бұрын
বোৱাৰী জনীক ছোৱালী হৈ থাকিব দিলে ঘৰখন খন স্বৰ্গ হয়। এই সম্পৰ্ক বোৰ যদি সুন্দৰ হয় বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তাই বা ক'ত? বাইদেউ ভালে থাকক আপুনি আৰু আপোনাৰ চৌপাশ
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
সুন্দৰ মন্তব্য
@JanmoniBorah-uv9jg
@JanmoniBorah-uv9jg 2 ай бұрын
Shakhini akebre thanda kori khabo Pani di thanda nkoribo ru nakhabo gas hobo dai khurimaa.
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
um hb dei ma❤️❤️
@chimpineog6730
@chimpineog6730 2 ай бұрын
❤❤❤
@sadhanikagogoi9142
@sadhanikagogoi9142 2 ай бұрын
❤❤❤
@nirmalikalita7376
@nirmalikalita7376 2 ай бұрын
সুপ্ৰভাত খুড়ী।ভিডিও তো চাবলৈ লৈছোঁ
@Nilakshi16
@Nilakshi16 2 ай бұрын
Sengnang joni style tu bohut morom lage kajol logaise ooo 😊😊❤ aaaitaa joni loi morom thakil..❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
😍❤️
@hasminasfaraislam9215
@hasminasfaraislam9215 2 ай бұрын
Baido maloi bohut morom thakil. Apunalokor hokoluka ghoror dakhi bohut val lagil. Baki manoholoi ho hai agborhua dakhi val lagil
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ধন্যবাদ
@kabitaborabhakatgaon
@kabitaborabhakatgaon 2 ай бұрын
সুপ্ৰভাত সখী সকলোলৈ ❤❤❤
@renuteli3818
@renuteli3818 2 ай бұрын
মুনু মা তুমি যে বেটী মিনুক সেৱা কৰিবলৈ শিকাইছা যে দেখি বৰ ভাল লাগিছে । তুমি সংষ্কাৰি হোৱা শিষ্টাচাৰী হোৱা তেতিয়া বেটীয়ো ভাল হব ।সকলোটিলৈ মৰম আৰ্শীবাদ থাকিল ।
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মন্তব্যই সুখী কৰিলে ❤️❤️❤️🙏
@ProxGaming240
@ProxGaming240 2 ай бұрын
বহুত ভাল লাগিছে ❤❤❤❤❤
@ITS_SWEETY-s1k
@ITS_SWEETY-s1k 2 ай бұрын
Good morning ma.ma tumi val paisane.tumak vogobane anekoiye aguwai juwa khhai kore . vogobank parthna jonaicu
@korobidekaborah1615
@korobidekaborah1615 2 ай бұрын
Kolija joniloi bhout morom
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@anjalienling
@anjalienling 2 ай бұрын
Love you all ❤ God bless you all always 🙏
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️❤️❤️
@doliboruah321
@doliboruah321 2 ай бұрын
Baa tumar loi bohut bohut ummmmmah❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম
@nirmalikalita7376
@nirmalikalita7376 2 ай бұрын
ভিডিওটিত আই ক বহুত দিনৰ মূৰত দেখা পাই ভাল লাগিল খুড়ী, সেৱা জনাইছো আই।কণমানিক যে ইমান মৰম লাগিছে❤❤বহুত ভাল লাগিল খুড়ী ভিডিও টো।মৰম সকলোলৈ❤❤❤❤
@MainaDutta-n4y
@MainaDutta-n4y 2 ай бұрын
Apunar video bur hosai kiba ata val lage .vale thakok hodai apuni
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ধন্যবাদ জনালোঁ
@vaskraborha7492
@vaskraborha7492 2 ай бұрын
Maa apuni j koise munu bour Katha .hoi xosai val munu bou xosai val ajoni buwari kintu val ajoni buwari huar Arora manuh goraki apuni apuni jodi xosa morom aru bebohar or babe munu bour aji ai morom paise
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
বহুত বহুত মৰম তোমালৈ বুজি পোৱাৰ বাবে ❤️❤️❤️
@nargisahmed2323
@nargisahmed2323 2 ай бұрын
❤❤❤❤❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
😍❤️
@sukainyaborah1112
@sukainyaborah1112 2 ай бұрын
Ba ktha ata xudhu reply dibo buli axa korilu...moi aji 1xoptah dat bixot vugi asu puke khai adha he asege tamam box mukh khn fuli hoise ...xorabo dise sobei mur voice lage apuni xoraute bohut kosto paisene
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
অলপো দুখ নাপায় । মোৰো বহুত ভয় লাগিছিল । সাহসেৰে বহি দিলোঁ ডাক্তৰৰ ওচৰত । কেতিয়া উঘালী আনিলে গমেই নাপালোঁ । একো নহয় ,তুমি চিন্তা নকৰিবা । বেজী দিয়াৰ আগতে এটা স্প্ৰে কৰি দিয়ে । বেজী দিওঁতেও দুখ নোপোৱা তুমি ।
@sukainyaborah1112
@sukainyaborah1112 2 ай бұрын
Thank u ba ...
@rinkumonihandique8199
@rinkumonihandique8199 2 ай бұрын
বা মই তোমাৰ মাৰ ঘৰলৈ গৈছিলো ভাত পানী খাই আহিছো
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@bobitatamulitamuli7236
@bobitatamulitamuli7236 2 ай бұрын
Apunar video hodai sau moi bhutt val lage apunalukok bhogobane val a rakhok hodai ❤❤
@Akilurrvlogs
@Akilurrvlogs 2 ай бұрын
Moojja
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ধন্যবাদ
@jayshreevlogs4501
@jayshreevlogs4501 2 ай бұрын
Morom dila ha morom pai ba . 2mi munuk jiman morom kora tar karona munu a hokoluka morom kora ba. Jodi 2mi hokolu homoit kotha hunai thaka tenta munu a 2 mak morom nidibo . 2mi val hai karona munu val pai morom kore. Hodai ainakoi thaka 2maluk
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️❤️❤️
@bornaliborah8735
@bornaliborah8735 2 ай бұрын
আমি যোৰহাটৰ তিতাবৰত আছো আপোনাৰ ঘৰ কিমান দূৰত মা ইয়াৰ পৰা
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মোৰ ঘৰ শিৱসাগৰ বকতা নঙলামৰাতহে
@vaskraborha7492
@vaskraborha7492 2 ай бұрын
Maa mur Xoru lora tu jodumoni ai ulaisil ai pithaguri dilu ako jor hol gal khon fooli goise mur voi lagise take midecal nim vabisilu kintu usoror manuh bure kole j nibo nalage ai ulaise besi hobo khei karone moi voite loi nogolu atia ki koru vabi pua nai jor tu koma nai
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
আজিকালি যি কোনো অসুখত ডাক্তৰৰ পৰামৰ্শ লব লাগে । মানুহ বোৰ সেই তাহানিৰ দিনতে আছে অ
@sangitadutta6383
@sangitadutta6383 2 ай бұрын
❤❤❤❤
@PraytyushChetia-mh6nk
@PraytyushChetia-mh6nk 2 ай бұрын
Ba description ot homoy gogoi namme tu himay hoi ase Saba dei❤Mur nijar ma nai atiyau monot pore buku bikhay jai o monot pore aji 2 years hol ma dhukuwa 45 yearst ma dhukale😢😢😢😢
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ইয়ে মই মন কৰাই নাই
@PraytyushChetia-mh6nk
@PraytyushChetia-mh6nk 2 ай бұрын
@@RashmiKonwar মই চকু দিলোঁ ঘপক কে সৰু সৰু ভুল হৈ যায় type কৰোঁতে 🤔
@nilakshigayan9797
@nilakshigayan9797 2 ай бұрын
Aiioo dehi mur mar ghor khonr environment tu sokut Vahi ahil...ekdom ekei..kiman je val lagee o ki kom aru.
@RitaGogoi-s4t
@RitaGogoi-s4t 2 ай бұрын
❤❤❤❤❤❤❤❤
@ranjanpachani9452
@ranjanpachani9452 2 ай бұрын
Gopota akebera fuli jau janena ...baikoy khera mon vori gol o khuri... Anedora thakok hodaye morm bur
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম
@NitimoniBorgohain-uu5lh
@NitimoniBorgohain-uu5lh 2 ай бұрын
Khori vogobanr kipat Amar hokuloky akhibadt amar ajoni sowali hol aji 7 day , akhibad korib jaty ahib logiya din bor Val dory par korib pary ,,❤️❤️❤️
@lokhimibora1947
@lokhimibora1947 2 ай бұрын
মা বহুত ভাল হৈ আছে।দেখি ভাল লাগিল।
@Akilurrvlogs
@Akilurrvlogs 2 ай бұрын
Hundar
@momibora1184
@momibora1184 2 ай бұрын
Good morning ❤❤ma
@padmadas6751
@padmadas6751 2 ай бұрын
Aapunak dress tue vl loga nai
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ধন্যবাদ 😊
@nabajyotisarmah3869
@nabajyotisarmah3869 2 ай бұрын
Baideo konmani jonik vorit dhoribo nidibo. Atiya tai gat gukhai asei je.
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ডাঙৰৰ সেৱা লোৱাটো বেয়া নহয় ।
@nilakshigayan9797
@nilakshigayan9797 2 ай бұрын
Aitaa e mukhot ki cream logai nu iman boga
@jbkiduniya832
@jbkiduniya832 2 ай бұрын
Sahot pani di nakhaba ba ges hoi
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
উম
@Assam-cbp
@Assam-cbp 2 ай бұрын
❤❤❤
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 13 МЛН
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 8 МЛН
Зу-зу Күлпаш 2. Интернет мошенник
40:13
ASTANATV Movie
Рет қаралды 611 М.
Зу-зу Күлпаш 2. Бригадир.
43:03
ASTANATV Movie
Рет қаралды 733 М.
ভেবলিক 5 জোৰ কাপোৰ লাগে 😂😂🤣
20:07
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 13 МЛН