আৰু বহু দিনলৈকে ৰাজনীতি নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  Рет қаралды 289,299

DY365

DY365

Ай бұрын

আৰু বহু দিনলৈকে ৰাজনীতি নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে নিজেই ক’লে- কেতিয়ালৈ তেওঁ ৰাজনীতি নকৰে। কংগ্ৰেছ দলে বিচাৰিলে কৰিমগঞ্জত পুনৰ নিৰ্বাচনত আপত্তি নাই মুখ্যমন্ত্ৰীৰ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ জিলাই জিলাই চৰকাৰে গঠন কৰিব অভিযানকাৰী দল।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 519
@RatulBorah-xk6ir
@RatulBorah-xk6ir Ай бұрын
কথা দি কথা ৰখা মুখ্য মন্তী 21 চনৰ পিছত ৰাজনিতী নকৰো বুলি কোৱা সেই জনেই এইজন জীভা .. লেকাম নথকা মানুহ
@xthetics_beauty421
@xthetics_beauty421 Ай бұрын
😂right
@KamalDas-id9bz
@KamalDas-id9bz Ай бұрын
hoi to
@gh12138.
@gh12138. Ай бұрын
Yes
@trishnapawe1859
@trishnapawe1859 Ай бұрын
@gh12138.
@gh12138. Ай бұрын
@@trishnapawe1859 nice comment 👍
@anupdas739
@anupdas739 Ай бұрын
অগাত খাম্পতি পাহাৰ গঢ়ি লৈছে আৰু ৰাজনীতি নকৰিলেও হব।
@akinurali7290
@akinurali7290 Ай бұрын
​@@VolaNath-jb6ysAQa\a\aa\aaaaaaaa\qaaaaaaaaaaaaaaaaa\qaaaaaaaa\aaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaa😅aaaaaaaaaaaa\aaaaaaaaaaaaaaaaaaaaaaaAaaaaaaa
@kani258
@kani258 Ай бұрын
Razniteehe karibo kutnitee nakariba
@binoyrobidas8925
@binoyrobidas8925 Ай бұрын
Aytiya mati loi thuwa jega kitat kiba hospital ru kiba kibi bonuwat boisto hbo sge😂
@AakashDutta-uv9bz
@AakashDutta-uv9bz Ай бұрын
😅Polio o) l l like that 0​@@kani258
@romenbora2408
@romenbora2408 Ай бұрын
আপোনাক অসমৰ ৰাইজে পাতি দিয়া মূখ্যমন্ত্ৰী নহয় বিজেপিয়ে হে পাতিছে সেইটো পাহৰিব নালাগে
@VolaNath-jb6ys
@VolaNath-jb6ys Ай бұрын
সঁচা কথা
@momiahmedvlogs3164
@momiahmedvlogs3164 Ай бұрын
Right 👍🏻
@jahidulhaque8357
@jahidulhaque8357 Ай бұрын
Right
@bibikakoty9730
@bibikakoty9730 Ай бұрын
Tothapi Assmorei CM
@makhanbauri2381
@makhanbauri2381 Ай бұрын
Good 100%
@user-nw7hg6bv5d
@user-nw7hg6bv5d Ай бұрын
গম পাইছে টেঙা আৰু অসমৰ বজাৰত বিক্ৰী নহয়
@rajatkumarray7985
@rajatkumarray7985 Ай бұрын
😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅
@bikashsahariah1096
@bikashsahariah1096 Ай бұрын
আপুনি যি কথা কলেও দেখোন বিশ্বাস নোহোৱা হৈছে। আগতে কোৱা বহুত কথা মিছা বুলি প্ৰমাণ হৈছে।
@user-ib9hz7qc1p
@user-ib9hz7qc1p Ай бұрын
কনমানি নিগনিৰ পৰা সিংহই শিক্ষা পালে🙏
@hafijursikder9104
@hafijursikder9104 Ай бұрын
সৰু লৰা আহি আছে । আপোনাৰ মূল্য অলপ কমিব দেই ।
@mridupavanpegu5532
@mridupavanpegu5532 Ай бұрын
লোকসভাৰ নিৰ্বাচন পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষা এটা পাইছে যেন লাগিছে, অন্ততঃ কাম, উন্নয়নৰ কথা কৈইছে।
@HiranyaBora-is7ky
@HiranyaBora-is7ky Ай бұрын
, by by†
@yeaminurrahman3764
@yeaminurrahman3764 Ай бұрын
💯 মিছা কথা এইটো।
@sanjibkalita9818
@sanjibkalita9818 Ай бұрын
মিছা
@SalimatDdinDdin
@SalimatDdinDdin Ай бұрын
আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা অসমৰ বহুতো মানুহে বিশ্বাস নকৰে কাৰণ মামা মিছলিয়া নম্বৰ 1. ওৱান ❤❤❤ আগতে এবাৰ এইখিনি কথা কৈছিল তেওঁ 😢😢
@ajitpradhan655
@ajitpradhan655 Ай бұрын
ৰাজনীতি নকৰে যদি মুখ্যমন্ত্ৰী কিহৰ
@Kiran-si2bf
@Kiran-si2bf Ай бұрын
হেই জনৰ কথা একো velu নাই ,
@anuprajbonshi4173
@anuprajbonshi4173 Ай бұрын
ফটোৱা
@HomorNog-bh8hk
@HomorNog-bh8hk Ай бұрын
Next cm gurav gogoi sir
@user-fz1fp7oj3u
@user-fz1fp7oj3u Ай бұрын
2026 ত এনে উ হাৰিব বুলি জানেই। সেই কাৰনে আগতিয়কৈ ৰিটাৰ মেন হৱ।।
@jumonigogoi6993
@jumonigogoi6993 Ай бұрын
Rite
@Rejibaghe-po7pn
@Rejibaghe-po7pn Ай бұрын
Right 👍😅
@thememeworld3910
@thememeworld3910 Ай бұрын
Hahaha dekha jabo 😂
@naturalvlogs6.5
@naturalvlogs6.5 Ай бұрын
2021 r pisot rajniti nokore bole...aruu ako howar o Xopun nasil bole... kintuu ki hol...aijnor kotha bissakh ot nolobo
@spondancreation1874
@spondancreation1874 Ай бұрын
PM, CM sab party selection kore, Publicei okol MP, MLA elect kore
@prasantadewri5118
@prasantadewri5118 Ай бұрын
অসমতেই নহয় , দেশৰ ভিতৰতে জনপ্ৰিয় মামা ।
@18_mohit70
@18_mohit70 Ай бұрын
সন্মুখত বিপদ আছে যে
@naturalvlogs6.5
@naturalvlogs6.5 Ай бұрын
2021 sonor pisot Rajniti nokore bolee aru ako howar Xopun o nasil bole 😂😂😂 bissakh nokorbi aijonok
@bandanaborgohain7331
@bandanaborgohain7331 Ай бұрын
যিমান লব লাগে সিমান লৈ ললে ,এতিয়া আৰু দৰকাৰ নাই
@nipendranarayanmedhi876
@nipendranarayanmedhi876 Ай бұрын
ৰাইজক আচনি দিলেই পৰিবৰ্তন হৈ যাব, ধন্যবাদ
@user-rb5sv1iu1x
@user-rb5sv1iu1x Ай бұрын
হিন্দু মুছলমান উজনি অসম নামনি অসম কোনে কৰিব
@bhattacharjeeramchiary5107
@bhattacharjeeramchiary5107 Ай бұрын
ঘটনাটো হৈছে হৰাৰ ভয়ত আৰু টকাৰ অভাৱত এলেকচন নাপাতে।মামই
@bulbulAxom099
@bulbulAxom099 Ай бұрын
2021 চনৰ পিছত এৰা কথা দিছিল। কিন্তু আজিলে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে। বাকি একো নকওঁ।🤣
@carshorts7621
@carshorts7621 Ай бұрын
এখেতে এইবাৰহে অলপ লাইনত আহিছে।যি কি নহওঁক ৰাজ্যখনৰ উন্নয়নত মন দিয়ক।সেয়া আপোনাৰ দায়িত্ব।
@gayatriborgohain239
@gayatriborgohain239 Ай бұрын
Pijush hazarikai rajneeti tyaag korilene nai hei tu news korok
@jumonigogoi6993
@jumonigogoi6993 Ай бұрын
Akdom hsa kt ulabo razniter pra malamal kre ase tu nijay
@samarthasaha32
@samarthasaha32 Ай бұрын
ইয়াৰ যি-তি মন্তব্যৰ বাবে যোৰহাট বেয়াকৈ হাৰিছে বিজেপিয়ে। সেয়ে পাৰ্টিয়ে চাগে তেখেতক অদৰকাৰী ৰাজনৈতিক মন্তব্য কৰাৰ পৰা আঁতৰত থাকিবলে সকীয়াই দিছে।
@zharnadi2928
@zharnadi2928 Ай бұрын
Most tengor misoliya cm in Assam
@user-rb5sv1iu1x
@user-rb5sv1iu1x Ай бұрын
অসমৰ বহুত মানুহে মতা মাছ মাইকী মাছ চিনি নাপাই 2026 ত মতা মাছ মাইকী মাছ চিনাক্ত হব ।। অশিক্ষিত বুৰ্বক কেইটাই ভাৱে অকল মতা আৰু মাইকী মানুহ হে থাকে😂
@user-ny7nx9ly7z
@user-ny7nx9ly7z Ай бұрын
Xikhito manuh bor kihor karne comment t pelpelai ase..olai nahe ki fieldt...
@user-rb5sv1iu1x
@user-rb5sv1iu1x Ай бұрын
@@user-ny7nx9ly7z হাঃ হাঃ সেইবাবেই যোৰহাটৰ পৰা এজন দম্ভ অহংকাৰ নথকা ফটুৱা কথা নোকোৱা শিক্ষিত যুৱকক সদনলৈ পঠাইছে ৰাইজে🫨
@nayanjyotibaishya8483
@nayanjyotibaishya8483 Ай бұрын
হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ✌✌✌✌✌
@Mr.winner-p3s
@Mr.winner-p3s Ай бұрын
Assam police interview lage 😢😢😢
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
ইমান দিন আপোনি মিয়া নামতো নুলুৱাকে থাকিলে অসমৰ মানুহে আপোনাক ছিনিপাবগে যানু
@hritikdas8538
@hritikdas8538 Ай бұрын
Next Cm হৱ Next ভোট আহি আছে
@hasmattalukdar9992
@hasmattalukdar9992 Ай бұрын
We want justice ,Re -election Karimganj
@LakhyaKalita-dt3xi
@LakhyaKalita-dt3xi Ай бұрын
হে মহান মূখ্য মন্ত্ৰী মহোদয় আপোনাক আছলতেই কি বুলি ধন্যবাদ জ্ঞাপন কৰিম বিচাৰি পোৱা নাই ভাষা আপোনাৰ আগ্ৰহৰ প্ৰ্তিটো লক্ষ্য সফলতা লাভ কৰাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায় আপোনাৰ লগতেই সদায় আমি অসমৰ ৰাইজে আছোঁ লগতেই আপোনাক অনুৰোধ জনালোঁ আমাৰ কমলপুৰৰ বিধায়ক দিগন্ত দাদাকো আপুনি প্ৰতিটো বৰ্ষৰ নিৰ্বাচনৰ সময়ত দিগন্ত দাদাক বিধায়কৰ টিকটো দিয়ে যেন আমাৰ কমলপুৰত বিপুল জনপ্ৰিয়তাৰে বিপুল ভোটৰে আমি তেখেতক বিজয়ী কৰিম বুলি কথা দিলো । শেষত আকৌ এবাৰ সেৱা আগবঢ়ায় ক্ষমা-ভিক্ষা মাগি আপোনাৰ মৰম স্নেহৰ মাজত আমি অসমৰ ৰাইজে জীয়াই থাকিব বিচাৰোঁ। লক্ষ্যধৰ কলিতা ।কমলপুৰ
@jagadishsaharia819
@jagadishsaharia819 Ай бұрын
Shukur Ali zindabad
@allone2175
@allone2175 Ай бұрын
Let himata go, 😮lakhs people are ready to fill up his seat
@gayatriborgohain239
@gayatriborgohain239 Ай бұрын
Hundar Misa kotharu tetu falise dei aapuniu,moja hoise
@user-ll9zc1fk3y
@user-ll9zc1fk3y Ай бұрын
সঁচাকৈ আপোনালোক এবাৰ TV ওলালেই ১০০০ মান ভোট কমে । 2026 ট আপোনালোকৰ অৱস্থাই বেয়া হৈ যাব দেখোন 😂 ।ম‌ইটো এনেও নিদো । অহংকাৰ ,ওস্তাদি, আনক অপমান কৰা এইবোৰ আপোনালোকৰ বহুত বেছি ।#Himantabiswasharma
@BjpHatao
@BjpHatao Ай бұрын
Next CM GAURAV GOGOI
@suhalahmedchoudhury7478
@suhalahmedchoudhury7478 Ай бұрын
Justice for tutor's.
@kakoligayan2065
@kakoligayan2065 Ай бұрын
আগতেই হাৰিল আৰু হাৰিব বুলি জানি পলাব বিছাৰিছে ভয়াতো
@pranabkumarsamrma731
@pranabkumarsamrma731 Ай бұрын
Kon haril ha
@commenti5459
@commenti5459 Ай бұрын
ইমান ভাল মানুহ
@moranlorajottot9162
@moranlorajottot9162 Ай бұрын
ধৈত মিছা কথা
@pobitrimunda7743
@pobitrimunda7743 Ай бұрын
মামাএতিয়া টোপনিৰ পৰা সাৰ পালে অসমৰ পৰিবৰ্তন
@kalpana8855
@kalpana8855 Ай бұрын
মহাশয় আপুনি বিজেপিলৈ আহি হাতৰ কুঠাৰ খন ভৰিত মাৰিলে। 😂😂
@monuwarabegam5708
@monuwarabegam5708 Ай бұрын
মিছলিয়া বিজেপি দলৰ একো বিছাখ নাই
@sanidulislam2467
@sanidulislam2467 Ай бұрын
Right brother
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
26ত Congress ৰ চৰকাৰ হ'ব হেইকাৰনে এইবাৰ কলৈ জাপ মাৰিলে জেলৰপৰা বাছিবতাৰে পৰিকল্পনা কৰিব মাজৰ সময়কিনিত
@nakibali4475
@nakibali4475 Ай бұрын
তেখেতৰ মুখৰ কিমান ভেলু আছে অসমৰ ৰাইজে চিনি পায় ? এবাৰ কলে 2021 চনৰ পাছত মই ৰাজনিতি নকৰো এতিয়া 2024 চন হল তেওঁ ৰাজনিতি কৰি আছে সেই কাৰনে তোওঁৰ মুখৰ ভেলু নাই
@bishalsarma5306
@bishalsarma5306 Ай бұрын
এটা কথা ঠিক এই ইলেকচন নে mama ক হতাশা কৰাইছে আৰু সেইবাবেই ভাল কাম কৰাটো বাধ্যতা মূলক হৈ পৰিছে যিটো ৰাইজৰ বাবে ভাল,, কংগ্ৰেছ আসন পোৱাই বেয়া লাগিছে যদিও এই ফালে ভালো হৈছে,, কৰোঁ 2026 দিগদাৰ হব বুলি জানে কাৰণ evm যে কাম নাই সেইটো ৰাইজে জানে ৰাইজ চাই থাকক এইটো বছৰত বহুত কাম হব অসমৰ লিখি ৰাখক❤
@bhupensonowal-en9lo
@bhupensonowal-en9lo Ай бұрын
ভগৱানে আপোনাক মুখ্য মন্ত্ৰী দিয়া নহয়
@mitonmalakhar2972
@mitonmalakhar2972 Ай бұрын
BJP❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤Nice
@babulali8634
@babulali8634 Ай бұрын
Ai leksar bhut xunilo
@karpunpulivlogs1005
@karpunpulivlogs1005 Ай бұрын
মিছলীয়া মামা
@TaslimaParbin-hn8jf
@TaslimaParbin-hn8jf Ай бұрын
26 লৈ কে অসম খন অসম হৈ থাকিব নে, অসম খনক ভিক্ষাৰী বনাই হে এৰিব।
@PonkojPegu-vr4lt
@PonkojPegu-vr4lt Ай бұрын
Eyes mama jindabad
@mijingofficial10m
@mijingofficial10m Ай бұрын
Assam police admit card kiya dibo hudibi sun mamakkk😢😂😂😂
@suhed__89
@suhed__89 Ай бұрын
We to justice😢
@AbdulLatif-ng6ks
@AbdulLatif-ng6ks Ай бұрын
Very good decision by honourable CM sir.
@nabasenapati281
@nabasenapati281 Ай бұрын
Sudubhai
@rulirahman1288
@rulirahman1288 Ай бұрын
ধৰ্ম বাদ ৰাজনীতি নকৰিলে তেওঁ আগলে অসমৰ মুখযমন্ত্ৰী হৈ থাকিব❤❤😊😊
@dulalnamasudra2248
@dulalnamasudra2248 Ай бұрын
Good disition mama
@the_rishing_sun
@the_rishing_sun Ай бұрын
26ৰ পিছত মামা জেল,,,,,
@bishaldas3964
@bishaldas3964 Ай бұрын
Mama assamar pora bidai holehe assamat khanti ghuri ahibo .mamayu buji pai ahise
@user-jq7mm9fw5l
@user-jq7mm9fw5l Ай бұрын
Good news
@bandanaborgohain7331
@bandanaborgohain7331 Ай бұрын
পৰিবতন বুলি আপোনি কি কব বিছাৰিছে
@mohendradohutia-dj5km
@mohendradohutia-dj5km Ай бұрын
অসমৰ সৰ্ব বিহৎ লুভীয়া মুখ্য মন্ত্ৰী।
@AncharAli-vn8ix
@AncharAli-vn8ix Ай бұрын
Right
@mixerbangla9365
@mixerbangla9365 Ай бұрын
আকৌ কংগ্ৰেছত যাব আগতেই গম পোৱা যায়
@sureshmohan8165
@sureshmohan8165 Ай бұрын
ৰাজনীতি নকৰিলে ED আহিব৷
@PhilosopherAssam
@PhilosopherAssam Ай бұрын
Next CM gaurav gogoi
@user-nw5ol5ek7v
@user-nw5ol5ek7v Ай бұрын
Apunar ai sidhanto jonotai bisar koribo
@Dhasu-Gamer-----------6115
@Dhasu-Gamer-----------6115 Ай бұрын
মৰাণ সমষ্টি খোৱাং এলেকা ত গাঁও বোৰত ৰাস্তা ঘাট ৰ কাম কৰক।।। আৰু MLA চক্ৰধৰ গগৈ ক কাম কৰিবলৈ আদেশ দিয়ক।।।। যদি নকৰে 2026 ত আমি ও তাৰ ফল দিবলৈ হাজো আছোঁ।।।।
@somirbhaitipstrick6602
@somirbhaitipstrick6602 Ай бұрын
Tuhoti MLA usrt njw kio.ki bal MLA patili
@user-jq8rp4xb6r
@user-jq8rp4xb6r Ай бұрын
কেনেবাকৈ যদি আলিৰ নামত টকা আহি যায় ভাল বনিব কাৰণ M A L ভায়েকে ঠিকাদাৰ 😂😂😂
@Dhasu-Gamer-----------6115
@Dhasu-Gamer-----------6115 Ай бұрын
সেইটো ওচৰত গৈ গৈ ভাগৰি গলো 12 বাৰ মান গলোঁ।।। গোটেই গাঁও ৰাইজ গল তথাপিও চকু এ দেখি নাপাই
@kanakbharali9512
@kanakbharali9512 Ай бұрын
মূল্য বৃদ্ধি কৰক
@miniswrangbasumatary8208
@miniswrangbasumatary8208 Ай бұрын
Mama hatow assam basow
@KildeepTai
@KildeepTai Ай бұрын
Gourab gogoi haleo ako karib noware Assam babe mai ajiye likhi diso
@lilygogoi2232
@lilygogoi2232 Ай бұрын
Atia har paise Kam koroboloi
@kankanp1736
@kankanp1736 Ай бұрын
2026 th kormosari power dekhai dim
@rumi3848
@rumi3848 Ай бұрын
Moja
@rajeshkathar88888
@rajeshkathar88888 Ай бұрын
Personaly,, love you himanta sharma..🙏 kiba kibi, ulta phulta kothak gurutoh diyatkoi, this is the 100% right dicition. Hokulu kotha muilohin nohoi,, kintu homoiyok (time)opoman aru oinai kora tu bhogowanok hasty prodan korat koie beya hobo. 🙏🙏🙏
@prasannadas1321
@prasannadas1321 Ай бұрын
This is also important matter
@azhar4079
@azhar4079 Ай бұрын
Himalay goi dhyan kori baba bonibo bisarise
@user-kv2pj5xb4q
@user-kv2pj5xb4q Ай бұрын
Om shirdi Sai Ram ji baba help me
@arupgoswami2297
@arupgoswami2297 Ай бұрын
Medicine ৰ পৰা GST প্ৰত্যাহাৰ কৰক ।
@binaybrahma6086
@binaybrahma6086 Ай бұрын
Right sir, bortoman kamoke korog sir,God Bless you ✋🏻🙏🏻👍🏻
@NiranandaKamsena
@NiranandaKamsena Ай бұрын
বাৰে বাৰে কয় ৰ’ ৷
@kusumsarma6702
@kusumsarma6702 Ай бұрын
প্ৰভুক ৰকীবুলে ঠাণ্ডা কৰি দিছে কেলা😂😂😂
@bishalsarma5306
@bishalsarma5306 Ай бұрын
Geda ভাই দেখোন 😂😂
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
Toi bongali neki
@junmoniburagohain8980
@junmoniburagohain8980 Ай бұрын
Rakibul bahut bahut val manuh.ami dekhi asu .teu Assam unnorti karane bahut kam karesay.
@pankajdeka166
@pankajdeka166 Ай бұрын
mare gida khon
@PULAK10
@PULAK10 Ай бұрын
​@@pankajdeka166gida nohoi নৌক া Khan
@nitudeka-ks1sc
@nitudeka-ks1sc Ай бұрын
এই দালৰ কথা কোনোবাই বিশ্বাস কৰে নেকি ?
@prodipdas972
@prodipdas972 Ай бұрын
Good disison cm sir
@tridipboraart1090
@tridipboraart1090 Ай бұрын
চাৰ বস্তু ইমান দাম হৈছে মোৰ নিছিনা দুখিয়াৰলোকৰ কি হব জীয়াই থকা তান। চাকৰিয়াললেকৰ দৰমহা বৃদ্বি কৰি দিছে তেওলোকৰ বাবে অসুবিধা নহয় দিন হাজিৰা কৰালোকৰ কিহব অবস্থা ছাৰ কিবা সুবিধা কৰি দিয়ক। গেলামালৰ দোকানলৈ যাবলৈ ভয় লগা হৈছে।
@mousumimoran-sf8zh
@mousumimoran-sf8zh Ай бұрын
ছাৰ আপুনি ভাল কথা কৈছে
@ProdipGorite
@ProdipGorite Ай бұрын
Bht val khta
@user-ti6ry5fk1u
@user-ti6ry5fk1u Ай бұрын
কিমান সঁচা পিছতে গম তেখেতে ৰাজনীতি কৰে নে নকৰে আগতে এইবাৰ কৈছিল কিন্তু কি হ'ল
@Mrm19888
@Mrm19888 Ай бұрын
এইজনৰ কথা কোনে শুনে...... এইজনৰ কথা আৰু বালিত মুঠা একে হয়.......
@dillivlo
@dillivlo Ай бұрын
Hemanta CM Sur . next congress government coming Hemanta jail , Hemanta believe only EVM
@SPhukan-bv6su
@SPhukan-bv6su Ай бұрын
আপোনাৰ কথা অলপো বিশ্বাস কৰিব নোৱাৰি
@MukiburRahman-il3wc
@MukiburRahman-il3wc Ай бұрын
Natok
@abinashkalita6415
@abinashkalita6415 Ай бұрын
Apuni kiman Misa koi mama.
@aaiyanahamed8950
@aaiyanahamed8950 Ай бұрын
Missa No. (1)
@user-ie5hh3uu6l
@user-ie5hh3uu6l Ай бұрын
Bhogoxane Jodi pothaise Bhogovanor Dore kodok C M. Sir e
@TarunPayeng
@TarunPayeng Ай бұрын
Kiman nkoi,,aijonar kotha অসমৰ মানুহে নুশুনে
@martincharah
@martincharah Ай бұрын
Next CM sukur Ali... ❤❤
ТАМАЕВ УНИЧТОЖИЛ CLS ВЕНГАЛБИ! Конфликт с Ахмедом?!
25:37
HAPPY BIRTHDAY @mozabrick 🎉 #cat #funny
00:36
SOFIADELMONSTRO
Рет қаралды 17 МЛН
БОЛЬШОЙ ПЕТУШОК #shorts
00:21
Паша Осадчий
Рет қаралды 11 МЛН
ТАМАЕВ УНИЧТОЖИЛ CLS ВЕНГАЛБИ! Конфликт с Ахмедом?!
25:37