Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 190 || 12.07.2024

  Рет қаралды 538,565

Rengoni TV

Rengoni TV

27 күн бұрын

Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
Follow Rengoni TV :-
Facebook: / rengonitv
KZbin: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #entertainmentchannel

Пікірлер: 497
@Sunu-11
@Sunu-11 25 күн бұрын
যিসকলে গুনগুনৰ আৰু অধিৰথৰ বিয়া হোৱাটো বিচাৰা লাইক কৰা ❤ চাওঁচোন আজি কিমানজনে বিচৰা 😢❤
@user-ol4mj7xx9j
@user-ol4mj7xx9j 25 күн бұрын
❤❤
@maheshbezbaruah1482
@maheshbezbaruah1482 25 күн бұрын
মই বিচাৰোঁ
@hatihalkaliapani1253
@hatihalkaliapani1253 25 күн бұрын
আমি এনে অধিৰত আৰু গুনগুনৰ বিয়া হোৱাতো বিচাৰো তোক লাইখ দিবলৈ দৰকাৰ নাই 😢😢
@LilimaiBaruah-id5cf
@LilimaiBaruah-id5cf 25 күн бұрын
মই বিচাৰোঁ ❤❤❤
@user-in7dg7hp5u
@user-in7dg7hp5u 25 күн бұрын
Moi bisaru
@Sunu-11
@Sunu-11 25 күн бұрын
গুনগুন আৰু অধিৰথৰ কাৰণে কাৰ কাৰ বেয়া লাগিছে লাইক কৰা 😢
@BhanumatiDevi-ih5rh
@BhanumatiDevi-ih5rh 24 күн бұрын
গগণ যে আর যে এর যে এর যে 0:35
@HemantaKonch-vc3kv
@HemantaKonch-vc3kv 24 күн бұрын
Mur bohut dukh lagise gun gunor mak joni hosa bohut sarthopor de 😔
@dipakar7885
@dipakar7885 25 күн бұрын
পদ্মাক দিনক দিনে ভাল নলগা হৈছে । আৰু ডক্তৰ জনক যে প্ৰথমৰ পৰাই ভাল নালাগে । মই বিচাৰোঁ অধিৰথ আৰু গুণগুণৰ বিয়া হোৱাতো । আপোনাৰ লোকে বাৰু বিচাৰে নে ? যদি বিচাৰে লাইক এটা কৰি দিব ।
@RajumoniRajumonidas
@RajumoniRajumonidas 25 күн бұрын
অধীৰথ আৰু গুনগুনৰ বিয়া নোহোৱা বাবে কোনে কোনে বেয়া পাইছা বাৰু এটা like কৰিবা । 👍👍
@Sunu-11
@Sunu-11 25 күн бұрын
কোনে কোনে পদ্মাক বেয়া পোৱা লাইক কৰা ❤ আৰু কোনে কোনে ভাল পোৱা কমেন্ট কৰা 💌
@rekhaboruah7204
@rekhaboruah7204 25 күн бұрын
ভাস্কৰ দা কলৈ গল নাহে জে গুনগুনক উদ্ধাৰ কৰক আৰু কোনে কোনে বিছাৰে লাইক কৰক❤
@BR-bv9zf
@BR-bv9zf 24 күн бұрын
Ahb lge teu
@user-ub5lo2om3j
@user-ub5lo2om3j 25 күн бұрын
ডক্টৰক বেৰা পোৱা সকলে এটা লাইক কৰা
@tulugogoi388
@tulugogoi388 25 күн бұрын
মই বেৰা নাপাওঁ কিন্তু বেয়া পাওঁ
@bhadreshwarsarkar836
@bhadreshwarsarkar836 25 күн бұрын
Doctorok Mari পেলাব মন গৈছে
@user-fg5pg9se1f
@user-fg5pg9se1f 25 күн бұрын
Hosake 😂​@@bhadreshwarsarkar836
@janmoni-moni604
@janmoni-moni604 25 күн бұрын
ভবা কথাটো সঁচা হল অনুৰাগ যে বেয়া এতিয়া কোনে কোনে বাৰু গুনগুন বা আকৌ অধিৰথ দা ওচৰলৈ ঘূৰি যোৱাটো বিচাৰে....??
@TomasMili-vp1oj
@TomasMili-vp1oj 25 күн бұрын
Moiyu bisaru bht 🙏🙏
@gayatrirajbonshi8791
@gayatrirajbonshi8791 25 күн бұрын
Bisaru😢
@BabuBaruah-gm2kz
@BabuBaruah-gm2kz 18 күн бұрын
🔥🔥🙏❤❤❤🥵
@biswajitdas7392
@biswajitdas7392 25 күн бұрын
গুন গুন আৰু অথিৰথ ৰ বাবে এটা Like কৰা।👍👍👍
@ankurofficial2004
@ankurofficial2004 25 күн бұрын
অধিৰথৰ দূখবোৰ সোনকালেই ভাল হবৰ বাবে এটা like 😢
@rbrahul2997
@rbrahul2997 25 күн бұрын
গুণ গুণৰ আৰু অধীৰথৰ কাৰনে কাৰ কাৰ বেয়া লাগি আছে এটা 👍কৰা
@ASarmy748
@ASarmy748 25 күн бұрын
পদ্মা জনীয়ে গুনগুনৰ মাঠাটো চুবালে , ভবাই নাছিলো ডাক্তৰে এইটো ৰূপ দেখাব বুলি বেয়া লাগিছে অধিৰথ গুনগুনলৈ 😢😢
@tulugogoi388
@tulugogoi388 25 күн бұрын
গুণ গুণ আৰু অধীৰথৰ বাবে 👍👍 আজি খণ্ডটি চাই আচৰিত হৈ গৈছো😮😮 কল্পনাই কৰা নাছিলোঁ।।।।
@sushildoley3596
@sushildoley3596 25 күн бұрын
Hero সদাই Hero অধিৰতৰ কাৰণে এটা Like 👌👌👌
@BanajitRajbongshi-mx4hk
@BanajitRajbongshi-mx4hk 24 күн бұрын
By
@chayanikadhunu9522
@chayanikadhunu9522 25 күн бұрын
হে ভগৱান.... পদ্মায়ে গুণগুণৰ জীৱনটো ধ্বংস কৰি পেলালে অ'।😢😢এই ডাক্তৰজনে এনে এটা ৰূপ ধাৰণ কৰিব বুলি ভবাই নাছিলোঁ।😢😢😢
@rituraazgogoi2356
@rituraazgogoi2356 25 күн бұрын
গুণ গুণ মাক জনী বেয়া পোৱা বোৰে লাইক কৰা চোন চাওঁ কিমানে বেয়া পায়
@dhanjitbarman7831
@dhanjitbarman7831 25 күн бұрын
পদ্মাৰ কাৰনে কোনে কোনে চাব বেয়া পাইচা এটা লাইক কৰা আৰু ভাল পোৱা বিলাকে কমেন্ট কৰা
@aamarjibonbhumika8075
@aamarjibonbhumika8075 25 күн бұрын
গুনগুনৰ জীৱনটো দুখতে গল😢😢😢আৰু এই দুখ পদ্মাৰ বাবে হল
@BirenBORAH-e4m
@BirenBORAH-e4m 25 күн бұрын
gun gun OK kune kune Bhal pai comment Kora guys 😊
@mamoniborah8809
@mamoniborah8809 25 күн бұрын
গুণগুণৰ বাবে বেয়া লাগিছে। ডাঃ স্বামীৰ প্ৰতিশোধৰ বলি হ'ল বিনাদোষি অধিৰথ আৰু গুণগুণ।
@sunalibaruah1632
@sunalibaruah1632 25 күн бұрын
Best of luck podma nijor pritikhudhor Babe apuni nojor swalik বিক্ৰী কৰিলে
@AnjaliDas-vv2fw
@AnjaliDas-vv2fw 25 күн бұрын
পদ্মা মজা পাবি ৰ ডক্তৰ জোবাই লাগে এই ডক্তৰটো দেখিবলৈ মন নাযায়।
@barkhapanging
@barkhapanging 25 күн бұрын
Morning kune kune sai asa like kora ❤❤❤❤
@NipulBorah-ve5ht
@NipulBorah-ve5ht 25 күн бұрын
❤🎉😢😅😊😮😂
@NipulBorah-ve5ht
@NipulBorah-ve5ht 25 күн бұрын
😊❤🎉😅😢😮😂
@dipakkalita2724
@dipakkalita2724 25 күн бұрын
Hi😢😮😮😮😮😮😮
@pronobkashyapmusical2288
@pronobkashyapmusical2288 25 күн бұрын
প্ৰেম ভাল পোৱাত ভাল পোৱা দুজন কেতিয়াও সফল নহয়🙂third person জন হে সফল হয়😊
@dolisaikia3342
@dolisaikia3342 25 күн бұрын
ইমান এটা সহজ সৰল মানুহৰ মাজত এনেকুৱা এটা নিকৃষ্ট ৰূপ সোমাই আছে বুলি কল্পনাই কৰা নাছিলোঁ(অনুৰাগ) চিঃ । গুণগুণ আৰু অধিৰথৰ লগতে তেওঁলোকৰ মাক দেউতাকৰ জীৱনটো শেষ কৰি পেলালা । নিজৰ স্বাৰ্থৰ বাবে মানুহ ইমান তললৈ নামিব নাপাই (অনুৰাগ)
@user-dm9yj1pb9f
@user-dm9yj1pb9f 25 күн бұрын
athirathar karane ata like😢
@rupjyotiborah3967
@rupjyotiborah3967 25 күн бұрын
মজা, ভাল লাগিল এতিয়া হে কাহিনী বুজি পাইছো, ইমান দিনে ইনেই চকু পানী কণ নষ্ট কৰিলো।কাৰোবাক কষ্ট দিলে নিজেও এদিন কষ্ট পাবয়ে।সকলোলৈ শুভেচ্ছা থাকিল
@nilimadasdas9694
@nilimadasdas9694 25 күн бұрын
পদ্মাৰ পিঠিত ডক্টৰৰ শাহুৱেক বুলি লেবেল মাৰি দিয়ক
@manishasarma2182
@manishasarma2182 25 күн бұрын
কোনে কোনে মইনাক ভাল পায় 👍এটা কৰি দিয়া ❤❤
@HarishRay-w9c
@HarishRay-w9c 25 күн бұрын
এটাই ভাল লাগি আছে গুণগুণ আৰু অধীৰতৰ যে মিলন হব
@BhaskarSahariah-tc7xj
@BhaskarSahariah-tc7xj 25 күн бұрын
গুনগুন আৰু অধিৰথৰ বাবে এটা লাইক কৰা কিমানে গুনগুন আৰু অধিৰথক ভাল পোৱা ❤
@PabitraDeka-jc1yn
@PabitraDeka-jc1yn 25 күн бұрын
গুন গুন আৰু অধিৰথৰ বাবে এটা Likeকৰা 👍👍👍👍👍❤❤
@sonalidutta-j4p
@sonalidutta-j4p 25 күн бұрын
Anuraag e kiba target puron kribo krne biya kra jen lgse😮
@bastabdas8344
@bastabdas8344 25 күн бұрын
গুণ গুণৰ বাবে এটা লাইক
@user-el7wg7pr1p
@user-el7wg7pr1p 25 күн бұрын
Bhut baya lagisa adirotor karne😢😢 gun gun are adirot hunkala milonn huha😢😢😢😢😢
@UpasanaDevi-xf4yh
@UpasanaDevi-xf4yh 25 күн бұрын
❤❤❤❤
@ANJANA1324
@ANJANA1324 25 күн бұрын
বহুত দুখ লগা হৈছে 😢
@sofiulali5329
@sofiulali5329 25 күн бұрын
পদ্মাৰ এতিয়াহে শান্তি হ'ব
@anamikadas2447
@anamikadas2447 25 күн бұрын
Padma khuri moromor juwai 😂
@UpasanaDevi-xf4yh
@UpasanaDevi-xf4yh 25 күн бұрын
❤❤❤❤❤❤
@NikuBorah-o6k
@NikuBorah-o6k 25 күн бұрын
হায় হায় পদ্মা খুৰী ঔ কি হব এতিয়া গম পাব এতিয়া 😂😂😂😂
@jayantadoley6753
@jayantadoley6753 25 күн бұрын
Lokhimpur r pra Kune Kune sai ase like kra
@papulibora6074
@papulibora6074 25 күн бұрын
❤❤❤
@RatulBaruah-ih1nu
@RatulBaruah-ih1nu 25 күн бұрын
ভাস্কৰ দাদা থাকিব লাগে
@MunmunDutta-on6lc
@MunmunDutta-on6lc 25 күн бұрын
গুণ গুণনৰ মাকে জিয়েকৰ মোৰটো সে খালে ।নিজৰ মতাটো মোৰটো খালেই আকৌ এইটিয়া জিয়েকৰ মোৰটো খাবলৈয় ধৰিছে।
@khirudchetia6227
@khirudchetia6227 25 күн бұрын
পদমা খুৰীয়ে এইটো কিন্তু বহুত বেয়া কাম কৰিলে.
@Priyankagogoi75-v4d
@Priyankagogoi75-v4d 25 күн бұрын
Anurag enekua buli bhoba nasilu dei.. tumaluke nai bhoba jodi like eta koriba😢
@purobibarman5862
@purobibarman5862 25 күн бұрын
Anurag eman bodmas...gungun bar life tu ses korile
@purobibarman5862
@purobibarman5862 25 күн бұрын
Eman faltu manuhe thake na gusi aha gun gungun baa
@ashimgogoi6646
@ashimgogoi6646 22 күн бұрын
Umm pai.. bhabisilu moina aru darsan r biya r pasot adhiroth aru gungun r biya hobo aru serial khon khotom hobo kintu etiya ako eta eta koi letha ulai goi ase😢😢😢
@nabardippatar5992
@nabardippatar5992 25 күн бұрын
বৰ দুখ লাগিল এনেকোৱা কাৰোৱে‌ নহৌক😢😢😢😢😢
@dipankarbordoloi4935
@dipankarbordoloi4935 25 күн бұрын
মোৰ বোধেৰে গুণ গুণ অধিৰ্থলৈ ঘুৰি যে আহিব সেইটো সাটাং
@gitamonidas-rk5yb
@gitamonidas-rk5yb 25 күн бұрын
Gun gun aru adhiroth dada r babe kar kar beya lagise like koribo😢😢😢😢
@nilimadasdas9694
@nilimadasdas9694 25 күн бұрын
পদ্মাৰ কাৰণে হৈছে এই সকলোবোৰ
@ManobindoDas
@ManobindoDas 25 күн бұрын
Gungunkothamoromor❤❤🎉🎉🎉l
@kihoboaru7362
@kihoboaru7362 25 күн бұрын
Bhut val lagise ❤
@hemantadas6711
@hemantadas6711 25 күн бұрын
অধিৰথৰ দৰে যদি কাৰোবাৰ জীৱনত হৈছে, কিন্তু শেষ হৈ যাব জীৱনত! আজি কালি এই প্ৰেম নামৰ বস্তু তোৰ ওপৰত মোৰ বিশ্বাস নাই অলপো !!😢😢😢😢
@user-rt9pd3ys9s
@user-rt9pd3ys9s 25 күн бұрын
Bhut akha kori asilu gungun aru adhirath or biya Karone.atiya aku vl nloga hl.sabo a mn nujua hoise aru
@rekibuddin352
@rekibuddin352 25 күн бұрын
Gungun ba tumi bhut bewa krila tumi bhut bewa 😢😢😢😢😢😢😢
@KhanilRay-or6ee
@KhanilRay-or6ee 25 күн бұрын
Mojja
@pujahzpujahz375
@pujahzpujahz375 25 күн бұрын
Dukh lagise😢😢
@Mun66Ray
@Mun66Ray 25 күн бұрын
@Liza__official712
@Liza__official712 25 күн бұрын
❤❤
@user-pw4gd6vg6c
@user-pw4gd6vg6c 25 күн бұрын
B.A students attendants here
@DulumoniBora-gx9iv
@DulumoniBora-gx9iv 25 күн бұрын
Asu baby😂😂
@PorishmitaDadhara
@PorishmitaDadhara 25 күн бұрын
Ajir pora gun gun nasau bht beya lagise gun gun aru Odhirothr biya nuhua karone
@PoriBorah-kz6rh
@PoriBorah-kz6rh 25 күн бұрын
গুনগুন অধিৰথৰ লগত বিয়া হ'ব লাগে like কৰা❤
@assampkblogger4126
@assampkblogger4126 25 күн бұрын
Moza moza
@Prasanta__Nath__111
@Prasanta__Nath__111 25 күн бұрын
আজি অধিৰথক কন্দা দেখি বহুত দূখ লাগিছে😢😢
@RamenGogoi-i7p
@RamenGogoi-i7p 25 күн бұрын
Maja
@user-vn7vx8fi7e
@user-vn7vx8fi7e 25 күн бұрын
Podmai pauk atia doctork biya diea mojja lagise podmar ohongkare gun gunk dhonkh krile
@ManjulaDevi-f6i
@ManjulaDevi-f6i 25 күн бұрын
Mojja❤❤❤❤
@PorishmitaBorahPorishmit-zh7ti
@PorishmitaBorahPorishmit-zh7ti 25 күн бұрын
Gungune thik krise❤❤❤
@NijoraPagag-l5o
@NijoraPagag-l5o 25 күн бұрын
Gungun aji kali beya hoisege
@BhaikanPhukan
@BhaikanPhukan 25 күн бұрын
Nice aji he val lagise. Karontu hol podmaa a gun gunk gur mari norokot palale. Mojaa atia podmai raj vug korib
@matinali82
@matinali82 25 күн бұрын
Morning kune kune sai asa like kora❤❤❤❤❤❤❤❤❤❤😢😢😢😢😢😢😢😢😢❤❤❤❤❤😂😢😢😢😢😢
@emmanueldaimary3073
@emmanueldaimary3073 25 күн бұрын
গুন গুন চিৰিয়েল খন বহুত মিছ কৰিম বেয়া লাগিব
@user-xh6nx8vb6d
@user-xh6nx8vb6d 25 күн бұрын
Val lagil dukan jone ane kole
@Priyangshreee
@Priyangshreee 25 күн бұрын
❤my favorite serial gun gun ❤
@ResminaBegumBegum
@ResminaBegumBegum 25 күн бұрын
Val nalage Sai
@SapnaliBorgohain
@SapnaliBorgohain 25 күн бұрын
Gungun adhirat likes kora
@user-kh6wt1qi7q
@user-kh6wt1qi7q 25 күн бұрын
Kun Kun darrang pora sai assa like ata Kari diya ❤
@anupammoran1688
@anupammoran1688 25 күн бұрын
Gungun kunea10.30 sai asa like kora
@sunmonidutta2245
@sunmonidutta2245 25 күн бұрын
Anedhoronr hob buli bhoa nasilu
@priyankadeka7901
@priyankadeka7901 25 күн бұрын
Adhirothak kar kar vl lge like kora
@mukutborah401
@mukutborah401 25 күн бұрын
এজাক ধুমূহা আহি গুণ গুণক উৰুৱাই লৈ গুছি গল
@user-dw3xv7rc5h
@user-dw3xv7rc5h 25 күн бұрын
mojaa❤❤❤❤❤❤❤
@BitupanAhmed-bi2tw
@BitupanAhmed-bi2tw 25 күн бұрын
Barhia gungun
@SuneinaTaid
@SuneinaTaid 25 күн бұрын
Doctor acting val lagise
@PorishmitaBorahPorishmit-zh7ti
@PorishmitaBorahPorishmit-zh7ti 25 күн бұрын
Adhiroth ru gungun he mile sihot ek nuhua bbe dukh lgise😊😢
@soshikantakalita7776
@soshikantakalita7776 25 күн бұрын
গুণগুণক বেলেগৰ লগত বিয়া দি পত্মাই এদিন ভুগিব কি ভুল কৰিলে😢😢😢
@RashmiBorgohain-e4j
@RashmiBorgohain-e4j 25 күн бұрын
Gungun aituk 2 sor logo tat pora gusi jua
@user-nu7cg3jv7d
@user-nu7cg3jv7d 25 күн бұрын
Moja❤❤
@momidas1919
@momidas1919 25 күн бұрын
কাৰ কাৰ বেয়া লাগিছে গুনগুন বা বিয়া হোৱাত 🥺like kra😢
@user-qb1fu7kt9j
@user-qb1fu7kt9j 24 күн бұрын
Aodhirothole bohut beya lagise oooo
@Jyotishmitagogoi563
@Jyotishmitagogoi563 25 күн бұрын
কোনে কোনে এতিয়া চাই আছে কমেন্ট কৰা
@swapnalisarmah7081
@swapnalisarmah7081 25 күн бұрын
পদ্মাই এতিয়া ভালকৈ অনুতাপ কৰিব...অনুৰাগ তাৰমানে আগৰ পৰাই বেয়া আছিল😠মূখা পিন্ধা অনুৰাগ😧😡
@priyakrsingha834
@priyakrsingha834 25 күн бұрын
Adhiroth tumi best nayok ai serial khonor❤
@rekhaboruah7204
@rekhaboruah7204 25 күн бұрын
গুনগুন একমাত্ৰ মাক জনী জহত বিয়া হ'ব লগা হল ।এনেকুৱা মাক থকাতকৈ পৃথিৱীত নথকাই ভাল ❤😂😂😅
@ChandasmitaDas-z8k
@ChandasmitaDas-z8k 25 күн бұрын
Like 👍
@pobitrahazarika6840
@pobitrahazarika6840 25 күн бұрын
❤❤❤ Good morning
@PoriGogoi-kw9yw
@PoriGogoi-kw9yw 25 күн бұрын
কাইলৈ মোৰ জন্ম দিন আৰু দুটামান সময় ৰ পাছত 🙂❤️
@DhanjitaDas-hu1hw
@DhanjitaDas-hu1hw 25 күн бұрын
Happy Birthday 🎉 to you 🥳
@PoriGogoi-kw9yw
@PoriGogoi-kw9yw 25 күн бұрын
@@DhanjitaDas-hu1hw thnk u😊❤️
@MainaPegu-ib2fg
@MainaPegu-ib2fg 25 күн бұрын
Very good Gungun
@SuntuGogoi-nf1it
@SuntuGogoi-nf1it 25 күн бұрын
Moja lagise❤❤❤❤❤❤
ОБЯЗАТЕЛЬНО СОВЕРШАЙТЕ ДОБРО!❤❤❤
00:45
Они так быстро убрались!
01:00
Аришнев
Рет қаралды 2,3 МЛН
Это реально работает?!
00:33
БРУНО
Рет қаралды 3,3 МЛН
GunGun Kotha Moromor Anurag Kun hoi | Anurag Biography
2:01
Gungun
4:27
Assam Entertainment
Рет қаралды 131 М.
Comfortable 🤣 #comedy #funny
0:34
Micky Makeover
Рет қаралды 9 МЛН
All creatures are from God #jesus #jesuschrist #jesuslovesyou
0:19
Jesus By Your Side
Рет қаралды 58 МЛН
Кто из девушек быстрее печатает?
0:58